খগেন গগৈ আৰু বিপুল চেতিয়া ফুকনৰ টোকাৰী গীত | Khagan Gogoi, Bipul Chetia Phukan Takuri Geet | পুৱাগীত

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ม.ค. 2023
  • খগেন গগৈ আৰু বিপুল চেতিয়া ফুকনৰ টোকাৰী গীত,
    Khagan Gogoi Bipul Chetia Phukan Takuri Geet,
    পুৱাৰ ভক্তিগীত,
    কু কু কুলি কান্দে,
    মায়ে মোক এৰিলে,
    ধুপ দিলোঁ ধূনা দিলোঁ,
    পুৰণি গীত মাত আৰু ভিডিঅ সংগ্ৰহ কৰি ৰাইজলৈ আগবঢ়াই দিয়াৰ প্ৰয়াস কৰিছো । ৰাইজৰ মনোৰঞ্জৰ বাবে । ভুল হ'লে ক্ষমা কৰিব । যদি কিবা অসুবিধা হয় তেনেহ'লে Video টি Delete কৰি দিয়া হ'ব । চেনেলটি জিয়াই ৰাখিবৰ বাবে অনুৰোধ কৰিলোঁ । সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ ।
    ধন্যবাদেৰে -
    Melodious Axom
    melodiousaxom@gmail.com
  • เพลง

ความคิดเห็น • 63

  • @PBMUSIC-kp1zr
    @PBMUSIC-kp1zr ปีที่แล้ว +4

    বহুত সুন্দৰ কণ্ঠদান কৰিছে দেই......প্ৰণাম জনাইছোঁ আৰু দেই।PB MUSIC PUTUL BARUAH

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 9 หลายเดือนก่อน

      hundar Hundar hoisey,,,, aapunigaaijsuk,, Hundar ,Hundar,,,, plan yei geet hosskoi, barrpoti hunithakileu aamonidayak nohai heyey hekhot yakey kau gaaijauksun,,,,,,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +2

    আপোনালোক দুয়োজনালৈ শুভেচ্ছা জনালো দুয়োজনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน +2

    দুয়োজনা গীতিকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছো,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน +1

    সচাকৈ সুন্দৰ আৰু ভালো লাগে এই গানটো শুনি মনত খুব ভাল পাও সেয়ে মই এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে,,

  • @mainajod6349
    @mainajod6349 9 หลายเดือนก่อน +2

    Bor hundar duyuloika thaikil suvo kamona aru ontvora suvaisha

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +1

    আপোনালোক দুয়োজনলৈ ইঙৰাজী নৱবর্ষ ৰ শুভেচ্ছা জনালো,, ভগৱানে আপোনালোক দুয়োজনকে সুমতি দিয়ক ইয়াৰ মানসৰেই,সুন্দৰ হওক আপোনালোক দুয়োলৈ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน +1

    সচা কৈ ভাল লাগে এই গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে মই বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে,

  • @dipensaikia7325
    @dipensaikia7325 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ গোবিন্দ মহাপ্ৰভুয়ে কৃপা কৰক 🙏🙏🙏🙏🙏🙏🙏🙏

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 ปีที่แล้ว

      Anekuwa....gaan...hunniley...too....rabbai..too....nuwaari........

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl 11 หลายเดือนก่อน +3

    Dhunia dhunia nam bur di thakibo

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน +1

    পুৱাতে আপোনাৰ এই গীতটো শুনি মই অতিকৈ আনন্দ পাও সেয়ে,, এনেগীত শুনাবচোন,শুনি সচাকৈ ভাল লাগে,,,

  • @medinitalukdar4873
    @medinitalukdar4873 ปีที่แล้ว +2

    ♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏🙏🙏👍👍👍👍👍👍👍👍👍 ইমান সুন্দৰ ধুনিয়া গীত । কন্ঠই শুৱলা শুণি আমেজেই বেলেগ ......

    • @nabanitagohain7723
      @nabanitagohain7723 ปีที่แล้ว

      সৰুৰে পৰা হুনিথকা সুৰটো আজি শুনিবলৈ পায় নথৈ আনন্দিত হলো

  • @nironburagohain
    @nironburagohain หลายเดือนก่อน

    Bahut2 Sundar harinaam huni bhaal laage.

  • @bubulbora1426
    @bubulbora1426 ปีที่แล้ว +5

    সুন্দৰ হৈছে ।আজীৱন সাধনাত ভগৱানে সহায় কৰক ।

    • @hiteshgogoi9692
      @hiteshgogoi9692 10 หลายเดือนก่อน

      0:21 😊 0:24 8

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 8 หลายเดือนก่อน

      সুন্দৰ অতি সুন্দৰ হৈছে আৰু পুৱা এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰো ইমানেই, আৰু আপোনালোকৰ গীতৰ খুবেই ভাল, সেয়ে গাইযাওকচোন,,,

  • @jatinborgohain587
    @jatinborgohain587 ปีที่แล้ว +3

    Moja ❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 8 หลายเดือนก่อน +1

    গিতীকাৰদুয়োজনালৈ মোৰ ফালৰ পৰা অভিনদন থাকিল,,মোৰএইগীতটো শুনি অতিকৈ আনন্দ পাও,

  • @ANUPAMBORUAH-cj3qv
    @ANUPAMBORUAH-cj3qv ปีที่แล้ว +1

    Othi aha generation ai aai tokari geet bur harogata koriba laga. Krishna prabhu.

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 10 หลายเดือนก่อน

      hundar Hundar,,,, a ei tukari geethuni khubei bhaallagei,,, heyey,,, hekhot akeyhurat kau jey gaaijauk,,,

  • @ninipertin7551
    @ninipertin7551 7 หลายเดือนก่อน +1

    Mind refreshing devotional tukari geet🎉

  • @anupamnath6943
    @anupamnath6943 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb 8 หลายเดือนก่อน +1

    🎉 nice. Thanks from andharpradesh nellore district.

  • @karabigogoi629
    @karabigogoi629 5 หลายเดือนก่อน

    শুনিলে হিয়া শাঁত পৰি যায়। কি যে সুন্দৰ। এয়েতো জীৱন😍

  • @tarunbaruah5900
    @tarunbaruah5900 ปีที่แล้ว +2

    Very melodious tokarigeet . God bless you for a bright future.Krishna .

  • @binuchangmai4466
    @binuchangmai4466 ปีที่แล้ว +3

    বৰ সুন্দৰ

  • @jitendeka5390
    @jitendeka5390 ปีที่แล้ว +3

    Fine

  • @jyotismitagayan7569
    @jyotismitagayan7569 ปีที่แล้ว +2

    🙏🙏

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl 11 หลายเดือนก่อน +1

    Hilpi homajor dirghaiu kamona korilu

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 ปีที่แล้ว +1

    Antorik ovindan jonalu,hushatya kamana কৰিলো প্ৰভু ভগৱন্তই কৃপা হওঁক 🙏 কৃষ্ণ 🙏

  • @hemantagogoi2835
    @hemantagogoi2835 11 หลายเดือนก่อน +1

    Hundar

  • @mallikarabha5694
    @mallikarabha5694 หลายเดือนก่อน

    Sundar Krishna Krishna probhu

  • @karunasaikia9278
    @karunasaikia9278 ปีที่แล้ว +1

    hosai omiaa hur

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +1

    নমস্কাৰ গ্ৰহণ কৰিব পুৱা তে এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি কব পাৰি,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 3 หลายเดือนก่อน

      সচা কথা,, আপোনাৰ এই টোকাৰী গীত টো শুনিবলৈ পালে মনটো খুবেই লাগেভাল আৰু শুনিলেই শুনি থাকিবৰ মন যায় মোৰো, সেয়ে আপুনি গাই যাওক,, ভবিষ্যতেও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনাক কুশলে ৰাখক, ইয়াৰ মানসেৰেই,,,,,,

  • @rupaliphukon7111
    @rupaliphukon7111 ปีที่แล้ว +2

    🙏🙏🙏

  • @phukanrajbangshi426
    @phukanrajbangshi426 ปีที่แล้ว +2

    Nice

  • @user-fv6bk6tv6o
    @user-fv6bk6tv6o 3 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @mallikarabha5694
    @mallikarabha5694 หลายเดือนก่อน

    ❤❤❤

  • @anantaborgohain3971
    @anantaborgohain3971 ปีที่แล้ว +2

    ভাল হৈছে প্ৰভূ ঈশ্বৰ!

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl 11 หลายเดือนก่อน +1

    Raijok hunai thakim

  • @krishnaborah4700
    @krishnaborah4700 4 หลายเดือนก่อน

    অতি সুন্দৰ🙏🙏

  • @munindraborgohain6054
    @munindraborgohain6054 ปีที่แล้ว +1

    Kishna.kishna.❤.❤

  • @saratchandra7770
    @saratchandra7770 ปีที่แล้ว +2

    So nice always I listen

  • @rupjyotiphukan630
    @rupjyotiphukan630 5 หลายเดือนก่อน

    সুন্দৰ

  • @mohendradibakar5373
    @mohendradibakar5373 4 หลายเดือนก่อน

    প্ৰয়াত যশস্বী শিল্পী মহানন্দ মজিন্দাৰ বৰুৱাৰ বহুতো সুন্দৰ এনেধৰণৰ টোকাৰী গীত আছে । সেই খিনিও সংগ্ৰহ কৰিব চোন। খুব সুন্দৰ পদক্ষেপ।🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,, এনে ভক্তি মূলক গীতে মনটোক বৰকৈ চিন্তিত কৰি তোলে,,,, শুনিলে শুনি থাকিবলৈ মন যায় মোৰো,,,, সচা কথা এনে গীত শুনিলে মোৰ মন টো কৰবালৈ উৰা মাৰে আৰু তেতিয়াই বিশেষকৈ বহু কথাই আহি পৰে,,,,,

  • @udaysankartara2827
    @udaysankartara2827 2 หลายเดือนก่อน +1

    Xundor hoise. ❤❤❤❤❤

  • @crazygamer4661
    @crazygamer4661 ปีที่แล้ว +1

    🕉🕉🕉🕉🕉🕉🕉🕉🕉❇️❇️❇️❇️❇️❇️❇️✔️✔️✔️✔️✔️✔️✔️🆗🆗🆗🆗🆗

  • @dipengogoi5076
    @dipengogoi5076 ปีที่แล้ว +1

    🙏🙏❤❤

  • @minakshipoddar4569
    @minakshipoddar4569 ปีที่แล้ว +1

    🙏🙏🙏

  • @santanabhuyan839
    @santanabhuyan839 ปีที่แล้ว +10

    Bor hundar duyuloika thaikil suvo kamona aru ontorvora suvaisha

    • @rajadohutia6861
      @rajadohutia6861 ปีที่แล้ว +1

      😂😂

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 11 หลายเดือนก่อน

      @@rajadohutia6861 hundar dujanaloi,,,,,,,,,Hundar anekuwa gaanor prati manetey Bahut hukh paau heye aapuni gaaijauksunbhagawan nishoy,,,,,,

    • @user-fg9uw3qw7l
      @user-fg9uw3qw7l 10 หลายเดือนก่อน

      ​@@mukutlukhurakhon14118o78bk🎉😮😅😊

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 10 หลายเดือนก่อน

      @@rajadohutia6861 hundar dujana loi Hundar,,,,,,, gaaijauksun, anedharanor tukari geethuni khubei bhaallagei jaai,,,,, heyey, akekharkothatei kau, akekh shubhaisharei,,,,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 10 หลายเดือนก่อน

      @@rajadohutia6861 hundar, Hundar Hundar,,,,, thik anekuaa geeteyhey montuk bhagawanor prati bhakti bhaab brahai tuley,,,,,,,,, atikoi,,hukh paau,,,,,,,