বহু পুৰুষ আছে বিয়া পাতে শৰীৰ টোৰ কাৰণেহে। বহুত মহিলা আছে অন্তৰত দুখ কিছুমান সাবটি, যিবোৰ আনক ক'ব নোৱাৰে। কিন্তু মানুহৰ আগত মুখত এটি সুন্দৰ হাঁহি লৈ অভিনয় কৰে সুখেৰে আছো বুলি।
She has legal right.. as lawful wife. She should not come back from Court case... that is the 1st thing. She is not begging for her rights she deserves it. Besides her Husband is wealthy one or from well to do side so he is more than capable of supporting the family. She should rightfully claim support from family court. Not listen to people what they say. I am wondering with 4 grown up children how is she living or who is taking care of her expenses...🤔🤔🤔 She can also approach some NGO who help in cases like her or She can approach Woman Right Commission to get help. Court may give decision to make her Husband's salary 50-50 and give 50% to her.
Tanekuwa mor hol heten kintu moi 1st time gom palo ekdom sidha kori disu..katiyao husban vy koribo nlge gali galaj suni sup thakibo nalage..aponak marile apuni o maribo sidha hoi jabo..mair khai nathakibo gali dile vidio kori thbo..from Dipa
Apunar hukh hobo adin ,dhoijyo dhrok , dhoijyor foll mitha ,vgban ase pithibit ,valor lgt hdai val a hobo kintu deri hobo pare lastot apunar a joi hobo ❤
Baa aunty jonir ktha xuni dukh lgil bhut...but aunty ktha khini vl koi milai kb jna ni tekhetor maju suali joni ki hl lorai ki kri ase atia aru khoru suali joni a je poisa diye kor pora diye tai kt thke vl dore buji napalu..baki vle lgil
Same ghotona ghoti ase mur lgt... Mur biya hua atya 4yrs hl bby girl ajoni ase atya 7mnths...moi prgmnt huare pra mur husband j kiman jonir lgt relation rakhile atyale hisap nai anki mur ajoni friend hostel t agote mur roommet asil Golaghat Dhekiyal r suwali nam Prinshu Das agoraki khikhoyetri tai...aitu July mahor gorm bondhot amar ghrt ahi 13 din thakile hei tatiyare pra mur husband ru tair majot afire strt hoi gol duitai akeloge furibo jai hotl room loi ageloge rati kotai..daily din rat tair lgte phn cll t bsy hoi thake, ghrt ahi muk ru puwalituk atyasar kre marpit kre muk ghor pra khdi diye. mur birthday dinao muk soriyaise lath marise. Dubar hol saku loi muk murder krbo ulowa.mor delivery homoyt hospital pra ahio eman bea bebohar krise hlp tu olpu nkorile ulta atyasar krise mantly troser krise jeneke mora mori thakibi dise..ghor r Karen puwalitur Karen aku bzar nkre.moi jdi kiba kinibole tka bisaru nai buli koi diye kintu daily mod khabole tka thake Prinshu r logt hotl thakibole taik dami dami Gift diye laptop dibole hole tar tkar obhab nai.tair bishoy moi aku beya ktha koboi nuwaru lga log baji uthe ru sob ktha mobile t record kri taik snt kre mur lgt duitai mili kajiya kre...atya khale anok dekhabo karnehe poti potnir abhinoy kri asu
Very sad life. But not rare. I pray that God give her strength to bear all abstructions in life ahead. She must keep herself cool and walk in life carefully. With all my experiences, i say God is with her always. I praise her last comment that she made on a 'Mother's Advice'. Its universal truth. my wishes & prayer 🙏
সত্যৰ সদায় জয় ! আপোনাক ভগৱানে সহায় কৰিব ভাঙি নপৰিব , ছোৱালী কেইজনী আপোনাৰ সহায় হব
কথা খিনি শুনি বহুত দুখ লাগিল,কিন্তু আচৰিত যে তিনি জনি ছোৱালী আছে,তেওঁ কথা বোৰৰ পৰা গম পোৱা যায় যে সৰু জীয়ৰী চাগৈ কিবা কামত কৰ্মৰত,তেওঁ সৰু জীয়ৰী কথা বেছি কৈ কৈছে।তিনি জনি ছোৱালী ভিতৰত এজনী ছোৱালী মাকক বাৰু লগত ৰাখিব নোৱাৰিলে নে।তেওঁ যে গুচি যোৱা পাছত সৰু জীয়েক পইচা ভৰাই দিলে,কত যাবী,কি কৰিব হুধাত কৈ মই আছোঁ মই আপোনাক লগত লৈ আহিম বুলি এবাৰ কব পাৰিলে হেঁতেন।এইয়া মাথোঁ মোৰ দৃষ্টি ভঙ্গী হে দেই।বাকী তেওঁ সুখত থাকক।
নিজৰ মৰমৰ মানুহ জনৰ পৰা যেতিয়া অৱহেলিত হৈ থাকিব লগা হয় তেতিয়া জীয়াই থকাটো বৰ কষ্টকৰ হয়। পৃথিৱীৰ আন কোনো সুখে সেই দুখ পাহৰব নোৱাৰে।
Yas
আপোনাৰ জীৱনৰ লগত মোৰ জীৱনটো একেবাৰেই মিলি গৈছে। মই মাত্র স্বামীৰ ঘৰত৫ বছৰ আছিলো। ৫ বছৰে মোক জলা-কলা খুৱালে। এতিয়া মই বিধৱা। বহুত সুখী। আপোনাৰো এদিন সুখ হব ধৈর্য্য ধৰক
বাইদেউ গৰাকীয়ে বহুত সুন্দৰ কথা কৈছে,যাৰ husband ভাল তেখেতৰ wife সচাকৈ বহুত সুখী আচল কথাটো হল বুজা বুজিৰ অভাৱ, এজন মানুহৰ বাবে পৰিয়ালৰ সকলোৱে ভুগিব লগা হয়, বিশেষ কৈ মানুহক ভাল স্স্কাৰ লাগে । বেছি সহনশীলতা হলে মূৰত উঠে
বাইদেউ আপোনাক বহুট বহুট ধন্যবাদ । ময়ো বহুট ভাবু বাইদেউ । নাৰী হয় জনম লৱাটুৱে পাপ নেকি বুলি।
Po0
মোৰ দৰে জীৱন সংসাৰত নাই বুলি ভাবিছিলোঁ। কিন্তু সংবাদ মাধ্যমবোৰত চালে গম পাওঁ মোৰদৰে নৰক যান্ত্ৰণা ভোগকৰা বহুত নাৰী আছে । ভগৱানকে চিন্তা কৰক, সৃষ্টি কৰিছে যেতিয়া পালন কৰিব নিশ্চয়। আপোনাৰ দৰে ময়ো সদায় ছোৱালীবোক কওঁ, বিয়াৰ পিছত যাতে নিজেই চলিব পৰা হয়। কোনে জানে কাৰ ভাগ্যৰকাঁটা কোন দিশে গতি কৰে। ময়ো আপোনাৰ সহযাত্ৰী বুলি ধৰিব পাৰে । কেতিয়াবা লগ পোৱাৰ আশা থাকিল!!
Dukh lagise,
জীৱন এখন উপন্যাস ভাবি চালে সৰ্বনাশ ।মাইকী মানুহৰ জীৱনটো বহুত দুখ ।চকুৰ আগত দেখিলেও মাতিব যে নোৱাৰি ।ভাবো বহুত পাপৰ ফলত মাইকী মানুহ জন্ম হয়। ধন্যবাদ
Maiki manuh papor folot jonmo nohoi, maiki manuh obihone prithibit monushya jati nathakile heten, laxmi, Saraswati, Durga, Kali xokolu mohila obotar , bohu punya korile aekhon gharat suwali jonmo hoi
বৰ দুখ লাগিল তেখেতৰ কথাবোৰ শুনি বৰ অমায়িক যেন লাগিল এদিন সুখ হব বাইদেউ আপোনাৰ 😊
Do....
আপুনি কোৱা কথাখিনি ৰ লগত মোৰ জীৱনটো ও বহুত মিল আছে মাথো ল'ৰা ছোৱালী কেইটাৰ কথা ভাবি জীয়াই আছো । যেতিয়া পত্নী ৰ জীৱন তো স্বামীৰ পৰা অবহেলিত হয় তেতিয়া জীয়াই থকা বৰ কষ্টকৰ ভগৱানেই একমাত্ৰ ভৰষা হয় । ভগৱান মঙ্গলময়
Don't give up sister... Aaji apunar din beiya kailoi taar din beiya hobo for sure.. hekhor homoiyot teo footpathot kukur type moribo..
Aapunar kothatu right
মইও ল'ৰা ছোৱালী কেইটাৰ মুখলৈ চাইয়েই ২৫ বছৰ বহুত কষ্টৰে কটালো কিন্তু অৱশেষত বুজিবলৈ যি ঠিক নহয় কেতিয়াও ঠিক নহয়। হৰে কৃষ্ণ 🙏
❤
@ronhjkkkas-topic1067 kc
বহু দুখৰ লগিল। জ্ঞান শূণ্য ব্যক্তিৰ সৈতে সম্পৰ্ক ঘটাৰ বাবে।
বাইদেউ গৰাকী কথা বোৰ বহুত দুখ লাগিল 😢 ভগৱানে আপোনাক চাব।
বহোত বহোত ধন্যবাদ বাইদেউ আপোনি ভগৱানব সন্তুান ভগৱাণৰ মাগ"দৰ্শণত চলক জিয়াই থকা দিন কেইটা শান্তিৰে চলি থাকিব পাৰিব !ধন্যবা""দ
আপোনাৰ কথা বোৰ শুনি বহুত দুখ লাগিল আপুনি বহুত সাহসী হয় চৰিএহিন মানুহৰ পৰা আঁতৰি থকাই ভাল এতিয়া আছে কিছুমান এনেকুৱা ব্যক্তি
আপুনি বহুত সহ্য কৰি সংসাৰ খন চলালে আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে আজিৰ দিনৰ বোৱাৰী বোৰ ৰ আপোনাৰ 10% শহনশীলতা সহ্য নাই।
অনুভৱ হয় পৃথিৱীত ৮৫ শতাংশ বিবাহিতা মহিলা পতিৰ দ্বাৰা নিৰ্যাতিতা/ ৫শতাংশ বুজাবুজিৰ বাবে সুখী/ বাকী ১০ শতাংশ নাৰীৰ বাবে পুৰষো নিৰ্যাতিত ! আপুনি সাহসী, পুৰুষ ক'লে পুত্ৰইও নাচাই দেখোন বেছিভাগকে ! আপুনি জীৱন পথত সঠিক যুদ্ধই দি আহিছে , জীৱন কিছুমানৰ বাবে সুখৰ সাগৰ যদি কিছুমানৰ বাবে নৰকৰ দুৱাৰ ! হাৰ নামানিব, জীৱন মানেই যুদ্ধ বুলিও বহুতে কয় !
কথা বিলাক বিশ্বাস কৰিব নোৱাৰি, পৃথিৱীত কি বোৰ ঘটনা সংঘটিত হয, আচৰিত পৃথিৱি। God blessing.
মোৰ জীৱনটো এই দুখ চলি আছে । মানসিক ভাবে ভাগি পৰিছোঁ যদিও ছোৱালী দুজনীৰ মুখলৈ চাই ৰৈ আছোঁ । মোৰ চাকৰিও নাই আৰু ২বছৰ হল চলিবলৈ একো নিদিয়াও হল । কিমান কষ্ট ভুক্তভুগিয়েহে বুজে 😭।
Oh ki koribo buji napale
সচাঁ কই আমি এগৰাকী ভাৱৰীয়া। সুখত হাহো দুখত নিৰৱে চকুলো টুকী টুকী থাকিব লাগে। সন্তান বাবেই দুখ কস্ট কৰি জীয়াই থাকিব লাগে।
বহুত ধুনীয়া ধুনীয়াকৈ কথাবোৰ কৈছে ভাল লাগিল কিন্তু বহুত দুখ ও লাগিল।
আপোনাৰ কথা বোৰ শুনি বহুত দুখ লাগিল । ভগৱানে কৃপা কৰক তাৰেই কামনা কৰিলো ।
বহুত মানসিক আৰু শাৰীৰিক কষ্ট অতিক্ৰম কৰি আহিছে। আপুনি সাহসী হওঁক। ভগৱানে সকলো প্ৰকাৰে সহায় কৰিব। সত্যৰ এদিন জয় হবই।
Utlgnsafbgsj, God bbccmaoলশূদলঙটজরস
Good message
Good massage
@@bihutiborah7744❤
বহুত দুখ লাগিল এনেকুৱা চৰিত্ৰবান মানুহক ভাল এসেকা দিব লাগে আৰু এই যাত ৰ মানুহবোৰ কেতিয়াও চিধা নহয়।কি কৰিব আৰু আপুনি সচাই বহূত ভাল নিশ্বয় আপোনাক ভগৱান চাব।
Apuni bht khahokhi ❤ vogwan vl koribo apunak 🙏
বাইদেউ আপুনি বহুত ভাল। আপুনি পাছত বহু ত সুখ পাব কাৰণ আপুনি সচা কথা কব পাৰিছে।❤️❤️
তেওঁৰ কথা খিনি শুনি বৰ বেয়া লাগিল । তেওঁৰ জীৱন ত ইমান কথা আছে যেন লাগিছে , এ ঘন্টাত সামৰিব নোৱাৰি । সেয়ে আধৰুৱা যেন লাগিল ।
ঠিক কৈছে 🙏 এশ ভাগৰ মাত্ৰ এভাগ কৈছোঁ বুলি ধৰক সেয়াও কম নকমকেহে কৈছোঁ।মোৰ নতুন মোবাইল হোৱা হেতু নামটো মোৰ ঠিক কৰিব জনা নাই। হৰে কৃষ্ণ 🙏
আপোনাৰ জীৱন কাহিনী শুনি বৰ দুখ লাগিল ।থকা দিন কেইটা শান্তিত থাকক ।
বাইদেউ আপুনি কোৱা কথা খিনি সচা নিজে কিবা এটা কৰাৰ পিছত হে বিয়াত বহিব লাগে এতিয়া মযো সাংসাৰিক জীৱনৰ খেল সকলো বোৰ খেলিছো লগতে আপোনাৰ অনাগত দিনত ভাল হোৱা কামনা কৰিলোঁ লগতে মোকো আশীৰ্বাদ কৰিব বহুত কষ্টত জীয়াই আছো❤❤❤❤❤
ভগৱান শ্ৰীকৃষ্ণক প্ৰাৰ্থনা কৰি থাকিবা অন্তত মনটো শান্তি লাগি থাকিব। মইয়ে সেই অভাগিনী মানুহ গৰাকী।মোৰ নামটো u tube ত ঠিক কৰিব জনা নাই। হৰে কৃষ্ণ 🙏
8i@@krishnakant6597
বহু পুৰুষ আছে বিয়া পাতে শৰীৰ টোৰ কাৰণেহে। বহুত মহিলা আছে অন্তৰত দুখ কিছুমান সাবটি, যিবোৰ আনক ক'ব নোৱাৰে। কিন্তু মানুহৰ আগত মুখত এটি সুন্দৰ হাঁহি লৈ অভিনয় কৰে সুখেৰে আছো বুলি।
সত্যৰ সদায় জয় এদিন আপোনাৰ জয় হ'ব । ধৈৰ্য ৰ ফল সদায় মীথা
ভাল লাগিল কাহিনীটো শুনি দুখ লাগিছে মোৰ
আপুনি বহুত আগতেই Dicition ল'ব লাগিছিল। ইমান কষ্ট কৰি থাকিব লগীয়া হৈছে, কথাখিনি শুনি বৰ বেয়া লাগিল। ঈশ্বৰে আপোনাক মঙ্গল কৰক।
বহুত ভাল লাগিল এনেকুৱা অনুষ্ঠান পৰিবেশন কৰা বাবে বাইদেউ গৰাকীৰ
উপৰিও অনুষ্ঠানৰ আত ধৰোতা গৰাকীক
ধন্যবাদ জনলো
কথাবোৰ সম্পূৰ্ণ নহল লৰা ছোৱালীয়ে কি কৰে এতিয়া কি অৱস্থা কবলৈ দিব লাগিছিল
কথা খিনি শুনি দুখ লাগিল আপোনি দুখ নকৰিব ভবিষ্যতে আপোনা ভাল হব মানুহে কয় এ নহয় এদিন দুখ হলে এদিন সুখ ❤
Dukhlagil,bzai
মা গৰাকিয়ে বহুত ভাল কথা কৈছে নিজৰ ভৰিত নিজেই থিয় হব লাগে তাৰ পাছত বিয়া হব লাগে good
ভগবানে আপোনাক মঙ্গল কৰিব। আপোনাৰ সাহস কিন্তু মানিছো । আপুনি এদিন ভাল ফল পাব ।
মোৰ জীৱনৰ সৈতে একে মই বহুত কস্থ কৰি আপোনাৰ দৰে জীৱন কটাবলগীয়া হৈছে ল'ৰা ছোৱালী দুজন কথা ভাবি দিন কটাইছো বহুত কস্থ কৰি আইনৰ সহায় লৈও শান্তি নহ'ল মই নিজৰ পৰিচয় দিবলৈ ভয় লাগে মদ খোৱা মানুহৰ লগত সংখাৰ কৰিলে এনেকুৱা হয় মোৰ আপোনাৰ জীৱনৰ দুখ একে ভগৱানক বিশ্বাস কৰক শান্তি হ'ব মই ভগৱানক বিশ্বাস কৰি জীয়াই আছো ভগৱানে এদিন সুখ দিব🙏🙏
আপোনাৰ কথাশুনি মোৰ দুখ লগা নাই৷বৰঞ্চ আপোনালৈ খং হে উঠিছে৷আপুনি মানুহজনৰ ইমান বেয়া কামবোৰ দেখি আৰু তাৰ পাপবোৰ দেখি মনে মনে থাকিল৷ছোৱালী দুজনীক লৈ আপুনি আগতে থানাত যাব লাগিছিল৷আপুনি নিজে ডিভোৰ্চ দি নিজৰ ঘৰলৈ আহিব লাগিছিল৷দেউতা যেতিয়া ভালেই আছিল তেন্তে দেউতাৰ লগত নাথাকিল কিয়?মনত ৰাখিব যে পাপ সহ্য কৰাটো পাপী৷আপুনি মানুহজনক শাস্তি দিব লাগিছিল৷পতিব্ৰতা বুলি কি আছে৷প্ৰেকটিকেল হওক৷
Hekhor kotha khini.. Bor bhal lagile ❤ mur maiuu hodaii eneikoie koisil.. Kintu moi hey mar kotha nuhunilu 😢.. Nijor majoni homan prithibit kunu hobo nuware 😢 love u ma ❤
বাইদেউ আপোনাৰ এদিন জয় হব। পৃথিৱীত ভগবান এতিয়াও আছে। আপোনী মাত্র ধৈৰ্য্য ধৰক। ধৈৰ্য্য ফল সদায়েই মিঠা।
সত্য সদায় জয় আপুনি এদিন নহয় এদিন জয় হ'ব আশীৰ্বাদ কৰিছো বাইদেউ 🙏🙏🙏
আপুনি একেবাৰেই সচাঁ কথা কৈছে।
সুখী হওঁক,ভালে থাকক আপুনি
সত্যৰ লগত ভগৱান সদায় থাকে । জীৱনত বিয়া ই মূখ্য নহয় ।
She has legal right.. as lawful wife. She should not come back from Court case... that is the 1st thing. She is not begging for her rights she deserves it. Besides her Husband is wealthy one or from well to do side so he is more than capable of supporting the family. She should rightfully claim support from family court. Not listen to people what they say. I am wondering with 4 grown up children how is she living or who is taking care of her expenses...🤔🤔🤔 She can also approach some NGO who help in cases like her or She can approach Woman Right Commission to get help. Court may give decision to make her Husband's salary 50-50 and give 50% to her.
কথাখিনি শুনিলোঁ।মোৰ অবস্থা তেওঁতকৈ সাংঘাতিক।মই নিজে হাইস্কুল এখনৰ শিক্ষয়িত্ৰি আছিলোঁ।মোৰ ওপৰত চলি থকা অত্যাচাৰ অবৰ্ণীয়।
Nije income kori ani hatot tuli dileo tistibo noara obosta hoi tate aru dependant hoi soli thakibo parine,,, Rashmi Thakuria,,,
বাইদেউ মই প্ৰায় এশ ভাগৰ এভাগহে কৈছোঁ । বহুত কথা ক'ব নোৱাৰি। দেখুৱাব নোৱাৰোঁ।হৰে কৃষ্ণ 🙏। সহনশীলতাই আমাৰ গতি আৰু ঈশ্বৰ সেৱাই আমাৰ ৰতি।
Tanekuwa mor hol heten kintu moi 1st time gom palo ekdom sidha kori disu..katiyao husban vy koribo nlge gali galaj suni sup thakibo nalage..aponak marile apuni o maribo sidha hoi jabo..mair khai nathakibo gali dile vidio kori thbo..from Dipa
😮apuna jibone kotha bur bohut dukh lagil khukhr hok apunar jibn
এখেতৰ জীবন টো বৰ দুখৰ ৷মই চিনি পাইছিলো ৷
আপোনাৰ জয় হ'ব , কৃষ্ণ কানাই মানে বৃন্দাবনৰ বাকেবিহাৰিৰ লগত অন্তৰেৰে সদায় কথা পাতিব,মানুহজনৰ শক্তি সদায় নেথাকে , ল'ৰাটো ডাঙৰ হ'বলৈ দিয়ক , মানুহজন আপোনাৰ এদিন ভৰিত পৰিব চাব আৰু সেইদিনা আপুনি আকৌ এনেদৰে আমাক কবহি,
Apunar logot vogoban nisoi ase adin apunar val hobo. Vogobanor uporot hokolu ari diok.
Himasri ba apunar dwara tekhetok ata katha kaba huju...teuk kaba: khuri apauni jiman ji bhugile khalani nhoi kin2 bartaman t ri vabisyat khalani kribo lage...apunar apunar pati k eri aguai jauk ..pati brata bhal hoi kin2 nijk kosto di jiai nathakibo..sab khalani haba khali karma karak..aguai jauk apuni hadai khikhi thakibo...dhanyabad
আপুনি ১০০ শতাংশই সঁচা কথা কৈছে। ছোৱালীবিলাক আৰ্থিকভাৱে সবল হোৱাৰ লগতে কুংফু, কাৰাটে শিকাটোও জৰুৰী।
Right
Apuni bohut xahoxi.. apunar pora bohut hikisu...xahokh neheruabo...God bless
আপুনি বহুত সাহসী অ' মা 🙏
বাইদেউ নমস্কাৰ ।আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নাৰীয়েই হ'ল শক্তি দেৱী দুৰ্গা,লক্ষ্মী, সৰস্বতী, আৰু এগৰাকী মহিমাময়ী মাতৃ ।নেদেখা জনৰ ওপৰত বিশ্বাস ৰাখি ধৈৰ্য্য ৰে আগুৱাই যাওক ।
অভাব এদিন নিশ্চয়ই দুৰ হব, কিন্তু সৱ্ভাৱ কোনো দিন সলনি নহয়৷
বাইদেউ গৰাকী লৈ বেয়া লাগিল বহুত কষ্ট পাইছিল সকলো মদপী মাত্ৰ পৰাআমি নাৰীসকলৰ কষ্ট হৈছে আৰু মাতৃৰ সন্দৰ্ভত আপোনাৰ লগত একমত সঙগাম কৰা যাওক সাহস নেহেৰুৱাবl
Apunak bor val lagil ,,,,, sotyo koise apuni.... apunak dhonyobad dibo logia
বাইদেউক ভগৱানে দীৰ্ঘ ায়ু কৰক ।বাইদেউ বহুত সহজ সৰল মানুহ কিন্তু ।বাইদেউৰ দৰে মই য়ো আধ্যাত্মিকতাৰ দিশত বৃন্দাবলৈ যোৱাৰ সিদ্ধান্ত কৰি থৈছো ভগৱানে যাতে কৃপা কৰে তাৰ বাবে আশীৰ্বাদ কৰিব ।🙏🏼🙏🙏🏼🙏
হয়। আহিব মই Iskcon মন্দিৰৰ ভক্ত হয়। একো কৰিব নোৱাৰিলেও অন্তত থাকিব পৰাকৈ কিছু সহায় কৰিব পাৰিম।
বাইদেউ আপুনি বহুত ভাল কাম কৰিলে ধন্যবাদ জনালো
দুখৰ জীৱন কেতিয়াবা আদৰণীয় হয যদিহে সততাৰ গোন্ধ থাকে।❤
Apunar hukh hobo adin ,dhoijyo dhrok , dhoijyor foll mitha ,vgban ase pithibit ,valor lgt hdai val a hobo kintu deri hobo pare lastot apunar a joi hobo ❤
বাইদেউ ঈশ্বৰে আপোনাক মঙ্গল কৰিব ।
All are gift of God.
আমাৰ জিৱনতো কাহানি আছে।
ভগৱান ওপৰত এৰি দিছো
বাইদেউ
আপোনাৰ মন্তব্য বিলাকৰ পৰাই আপুনি এগৰাকী ধয্যশীল আদশবাণ মহিলা আপোনাক ভগৱানে আশীৰ্বাদ কৰিব ।
Ai episode tur pora bohut hikibologiya Kotha ase.
Xosakoi anekuwa jar hoi no tew he Buji pai karon mur life tu anekuwa steasion hoi ase.... Life tu je kenekoi par hobo agoloi 😔😔🥺🥺🥺🥺🥺
Kalyug has started.. this is the true example of kalyug where wrong supports wrong people. Law and order has also took side of the wrong..
Apuni bhagabanar ashirbad power babe iman sahashi house spunk AI sangramat jay habai god bless you
আপোনাৰ এদিন সুখ হব। ভগৱানে সহায় কৰিব।
Duxor kota koi hax nohoi aru anakuya manuh kunudin xoloni nohoi ami nijie holoni hobo lagibo judo koriy takibo lagido 😢😢❤
তেনেকুৱা মোৰ ও জীৱন ।
সৎগ
আপোনা জীৱনৰ কাহিনী লগত মোৰ বহুত মিল আছে।
Bahut dukh lagel 😢 aden apunar val habe💯God bless you 🙏🙏🌹❤❤❤❤
😊o😊
Tiruta manuh otyadhik Salak nohole ei pixas buror logot nuwaribo. Axa koru etiya apunak olop bhal hoise jibon tu.
আপোনাৰ জীৱনত ঘটা ঘটনাবোৰ বহুনাৰীৰ লগত ঘটি আছে । আপুনি সাহসেৰে ওলাই আহিছে ।
Baa aunty jonir ktha xuni dukh lgil bhut...but aunty ktha khini vl koi milai kb jna ni tekhetor maju suali joni ki hl lorai ki kri ase atia aru khoru suali joni a je poisa diye kor pora diye tai kt thke vl dore buji napalu..baki vle lgil
Bohut bhal lagil . Teur kothai xojagota Ani dise . Teur nisina Jen aru Karu nohouk tarei kamona korisu . Teur korun jibontir Ami xomobhagi hoi porisu
সচাকে ভিডিঅ'টো চাই বৰ দুখ লাগিল। ভবিষ্যতে আপোনাৰ সুখ হ'ব বাইদেউ
Last message was so true💯
bahut dukh lagil kotha huni😌😌bhagwane teuk sukhat rakhak🙏🙏
Aponar. kotha. suni. bohut. dukh. lagil aru. bohut. kotha. janilu
আচৰিত মানুহৰ জীৱন আপুনি কুশলে থাকক
Aponar val din ahi ase khuri...besi sinta nakarib....❤
Right makor kotha hunibo lage
Bohut dukh lagil Baidewr kothabur xuni chokurpani ulai aahil bhogobanor uchorot parthona jonaichu aru jatd axanti napai
Kahini to khuni vale lagiae .thanku .
সত্য কথা।মহিলাই স্বাৱলম্বী হৈহে বিবাহ হব লাগে।মই কৰ্মৰত মহিলা।কোনো পুৰুষৰ কথা বিস্বাস নকৰো।নিজৰ স্বাৰ্থৰ কাৰণে মহিলাক ব্যৱহাৰ কৰে।
Bidew apunr kotha khini hunilu bhut dukh lgil huni .. vgban apunr. Hohi hbo ... Apuni hahokhere agui jawk
কথাখিনি আধৰুৱা হৈ থাকিল..........
Same ghotona ghoti ase mur lgt... Mur biya hua atya 4yrs hl bby girl ajoni ase atya 7mnths...moi prgmnt huare pra mur husband j kiman jonir lgt relation rakhile atyale hisap nai anki mur ajoni friend hostel t agote mur roommet asil Golaghat Dhekiyal r suwali nam Prinshu Das agoraki khikhoyetri tai...aitu July mahor gorm bondhot amar ghrt ahi 13 din thakile hei tatiyare pra mur husband ru tair majot afire strt hoi gol duitai akeloge furibo jai hotl room loi ageloge rati kotai..daily din rat tair lgte phn cll t bsy hoi thake, ghrt ahi muk ru puwalituk atyasar kre marpit kre muk ghor pra khdi diye. mur birthday dinao muk soriyaise lath marise. Dubar hol saku loi muk murder krbo ulowa.mor delivery homoyt hospital pra ahio eman bea bebohar krise hlp tu olpu nkorile ulta atyasar krise mantly troser krise jeneke mora mori thakibi dise..ghor r Karen puwalitur Karen aku bzar nkre.moi jdi kiba kinibole tka bisaru nai buli koi diye kintu daily mod khabole tka thake Prinshu r logt hotl thakibole taik dami dami Gift diye laptop dibole hole tar tkar obhab nai.tair bishoy moi aku beya ktha koboi nuwaru lga log baji uthe ru sob ktha mobile t record kri taik snt kre mur lgt duitai mili kajiya kre...atya khale anok dekhabo karnehe poti potnir abhinoy kri asu
Bou bor dukh lagil kothabor janibo pari,apuni vale thakok,vogobane aponak jibon pothot aguai jaboloi hokti diok,bohut monot pore aponak,
God Bless.u.Apunr adin joi hoboi.Mathu xomoi aheboloi deok
Very sad life. But not rare. I pray that God give her strength to bear all abstructions in life ahead. She must keep herself cool and walk in life carefully. With all my experiences, i say God is with her always. I praise her last comment that she made on a 'Mother's Advice'. Its universal truth. my wishes & prayer 🙏
hyyyhyhyhyyfhujrrrjj
Life is struggle
Bad luck.baideo dukh nakaribo
সঁচা মাতৃৰ কথা নুশুনিলে,আৰ্থিক উপাৰ্জন নহলে বহুত বেছি পতিব্ৰতা হলে দুখ হয় চাগে,,,,,😢
জীৱন জীৱন বৰ অনুপম ।আপুনী সেই নৰ পশুটোক পাহৰি শিৰৰ সেন্দুৰকণ মচি পেলাওছোন।সাহসেেৰে মূৰ ঠিয়কৈ বাছি থাকক।ভগৱান আপোনাৰ লগত আছে
আপোনাৰ দৰেই মোৰো একেই অৱস্থা
বৰ বেয়া লাগিলে কথা বিলাক শুনি চকুপানী বৈ গল আপোনাৰ ভাল দিন আহিব চিন্তা নকৰিব
শূৰী গৰাকীৰ জীৱন কাহিনী সুনী ।বুজিলোজে বিয়া হবয় নাপায় । এনেকুৱা বহুত দেশিছো আৰু শুনিছোঁ গতিকে অকলে থকাই ভাল এনেও কোনেও কাকো বুজি নাপায়।।
God will bless you madam
Satya kotha
Baideu gorakik bhogobane hohai korok tare kamona korichi.