ভগৱানৰূপী চিকিৎসক|ৰোগীৰ সেৱাৰ বাবে প্ৰতিমাহে দৰমহাৰ সৰহভাগ খৰচ কৰে ডাঃ সদাগৰ দেউৰীয়ে| Sadagar Deuri

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ก.ค. 2024
  • Dr Sadagar Deuri
    Jorhat medical college hospital
    doctor's life

ความคิดเห็น • 93

  • @user-dv5oo8zv5u
    @user-dv5oo8zv5u 6 วันที่ผ่านมา +14

    মই সদাগৰ দেউৰী ছাৰক 2013 চনত প্ৰথম লগ পাইছো । মোৰ সৰু ল'ৰাটোৰ মাইনৰ অপাৰেশ্যন এটা কৰিব গৈছিলো।আমাক মাতিলৈ ডাক্তৰ ডেভিদ পেগুৱে বহুত ৰোগী চাই পাহৰি গৈছিল। মই ৰৈ ৰৈ ধৈয্যৰ বান্ধ লিখিছিল। বহিঃ বিভাগত ডেভিদ পেগুক বিচাৰি নাপাই অত্যন্ত খং আৰু দুখ লাগিছিল। মই যাওঁতে কেইবাজনো চিকিৎসক আছিল ম'বাইলত গেম খেলি কোনো এজনে সহায় কৰিবলৈ নাহিল কেৱল দেউৰী ছাৰে কৰাটোক মাতি কি হৈছে সুধিছে। সেই সময়ত মই খংতে কৈ দিলো ইয়াত আহি ডাক্তৰক গৰু বিচাৰা দি বিচাৰি ফুৰিব লগা হৈছে। তেতিয়াহে আমাক অৱজ্ঞা কৰা ম'বাইলত ব্যস্ত হৈ থকা কেইজনৰ গালৰিল । ডেভিদ পেগুক ফোন কৰিলে। তেওঁ ভাত খোৱাৰ পৰা উঠি আহিল আৰু অপাৰেশ্যন কৰিলে । দেউৰী ছাৰও কেজুৱেলেটি গৈ খবৰ ললে নহ'লে ছাৰে কৰি দিম বুলি গৈছে।ছাৰৰ বিষয়ে মই দৈনিক জনমভূমি কাকতত এজন মানৱ দৰদী চিকিৎসৰ কথাৰে বুলি প্ৰবন্ধ লিখিছিলোঁ 2013 চনত। এই লেখা পঢ়ি যোৰহাট জিলা সাহিত্য সভাই ছাৰলৈ ডাক্তৰ নগেন দত্ত সোঁৱৰণী চিকিৎসকৰ বিশেষ বঁটা আগবঢ়াইছিল।ছাৰে নিজকে অযোগ্য বুলি কৈ বঁটা গ্ৰহণ নকৰিলে ।ব। তেখেতে বঁটা বাহনৰ পৰা বহু দূৰৈত থাকে।

  • @user-qq5fr1fv2f
    @user-qq5fr1fv2f 6 วันที่ผ่านมา +8

    মহান ব্যক্তি দেউৰীছাৰলৈ বহোত বহোত প্ৰনাম জনালোঁ৷প্ৰকৃত মানৱ সেৱা আগবঢ়াইছে ছাৰে৷এনে লোকৰ সাক্ষাৎকাৰ আগবঢ়ালে বহুত উপকৃত হোৱাৰ লগতে সাহস আৰু মনোবল আহে৷

  • @monujsaikia9184
    @monujsaikia9184 6 วันที่ผ่านมา +12

    তেওঁ দীৰ্ঘজীৱি হ‌ওক

  • @rekhaneog1101
    @rekhaneog1101 6 วันที่ผ่านมา +13

    দেউৰী চাৰক কোটি কোটি ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏

  • @taradoi7957
    @taradoi7957 6 วันที่ผ่านมา +10

    প্ৰকৃত মানৱ ধম' পালন কৰিছে । তেখেতলৈ সেয়া থাকিল

  • @bimanborah6037
    @bimanborah6037 6 วันที่ผ่านมา +13

    মিডিয়া ই এই মানুহ বোৰৰ বিষয়ে প্ৰচাৰ কৰিব লাগে।সদাগৰ দেউৰী ৰ দৰে আৰু কিছু ডাক্তৰ আছে। সেই মানুহ বিলাকে নিজৰ ভাল কামবোৰ প্ৰচাৰ কৰি বেয়া পায়। দেউৰী চাৰ অমৰ হ ওক।

  • @PrasantaDas-dh8rz
    @PrasantaDas-dh8rz 6 วันที่ผ่านมา +7

    ডা: সদাগৰ দেউৰী সঁচাকৈয়ে ‌ভগৱানৰ‍ অংশ ৰূপে পৃথিৱীত জন্মগ্ৰহণ কৰিছো ।

  • @nirusaikia7631
    @nirusaikia7631 วันที่ผ่านมา +2

    দেউৰী চাৰলৈ সেৱা নিবেদিলো।🙏🙏 সকলোৱে এনে কাম নকৰে।আজিৰ দিনত অলপ টকা পইচা বা সা সম্পত্তিৰ কাৰণে খোৱা কামোৰা।তেওক ধন্যবাদ দিয়াৰ তো আমি যোগ্য নহয় ।দেউৰী ডাঙৰীয়া লৈ সতকোটি প্ৰণাম। ভগৱানৰ ওচৰত তেওঁৰ সু স্বাস্থ্য কামনা কৰিলোঁ। 🙏🙏

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 วันที่ผ่านมา +2

    সাধাৰণ হৈও অসাধাৰণ আৰু ব্যতিক্ৰম। ডাক্তৰ সদাগৰ দেউৰীলৈ আমাৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। এগৰাকী নাৰায়ণপুৰীয়া হিচাপে আমাৰ অগ্ৰজ শ্ৰদ্ধাৰ ককাইদেউলৈ আমাৰ ভক্তিভৰা সেৱা শুভেচ্ছা জ্ঞাপন কৰিলো। সাধাৰণ হৈও অসাধাৰণ, প্ৰতিভাসম্পন্ন আৰু গভীৰ দায়িত্ব বোধ থকা মহান মনিষী দুখীয়াৰ পৰম বন্ধু সদাগৰ দেউৰীৰ সু-স্বাস্থ্য আৰু দীঘায়ূ কামনা কৰিলো।❤❤❤

  • @nirupoma5935
    @nirupoma5935 6 วันที่ผ่านมา +6

    মাদাৰ টেৰেছাৰ দৰে তেওঁ সকলোৰে নমস্য 🙏

  • @bhagabansarmah9073
    @bhagabansarmah9073 6 วันที่ผ่านมา +4

    সদাগৰ দেউৰীক ঈশ্বৰে কুশলে ৰাখক।তেওঁৰ দৰে ভগৱান আজিৰ দৰে সমাজত পোৱা বহু কঠিন ।
    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @jyotigogoi3852
    @jyotigogoi3852 3 วันที่ผ่านมา +2

    আজি দিনত এনে মানৱীয় গুণ থকা মানুহ সচাই বিৰল। চাৰলৈ ধন্যবাদ। 😊

  • @taradoi7957
    @taradoi7957 6 วันที่ผ่านมา +9

    সকলো চিকিৎসক ঈশ্বৰ ৰ দুত নহয়

  • @jyotirmoyeeBhattacharjyee
    @jyotirmoyeeBhattacharjyee 6 วันที่ผ่านมา +8

    এইসকলহে খবৰ হোৱা উচিত।

  • @ranjitkalita8366
    @ranjitkalita8366 6 วันที่ผ่านมา +5

    তেখেতক মই বহুত ওচৰৰ পৰা লগ পাইছো মোক চিকিৎসা ও কৰিছিল তেখেত ভগৱান মই।সেৱা জনাইছো ।

  • @sisterscreation808
    @sisterscreation808 5 วันที่ผ่านมา +2

    সদাগৰ ছাৰক ভগবানে মঙ্গল কৰক , তেওঁ এজন প্ৰকূত মানৱ দৰদী আৰু ভগৱানৰ এটা ৰূপ❤🎉

  • @dulalhajarika3508
    @dulalhajarika3508 6 วันที่ผ่านมา +5

    সদাগৰ দেউৰী চাৰক বহুবাৰ লগ পাইছো মোৰ চিকিৎসা কৰিছে তেখেতক প্ৰণাম জনাইছো

  • @dibyaluchanboruah3206
    @dibyaluchanboruah3206 6 วันที่ผ่านมา +7

    God may bless him 2 long live

  • @nirensaikia7017
    @nirensaikia7017 6 วันที่ผ่านมา +5

    Great sir, exactly You are the incarnation of God.

  • @kunjolatachetia4006
    @kunjolatachetia4006 6 วันที่ผ่านมา +4

    ছাৰ আপোনাৰ মহান কামৰ বাবে শতকুটি প্ৰণাম জনাইছোঁ। ভগৱানে আপোনাক সদায় কুশলে ৰাখক।

  • @aratigohain5885
    @aratigohain5885 6 วันที่ผ่านมา +4

    তেখেতৰ দীৰঘায়ু কামনা কৰিলো

  • @manikteron3773
    @manikteron3773 6 วันที่ผ่านมา +6

    God bless you sir

  • @kukimahanta2815
    @kukimahanta2815 6 วันที่ผ่านมา +6

    এইটো যুগত এনে দেবদূত খুউব কম পোৱা যায়

  • @anjalidas4572
    @anjalidas4572 8 ชั่วโมงที่ผ่านมา +1

    তেওঁহে প্ৰকৃত মানুহ 🙏

  • @tiraprasadpegu8994
    @tiraprasadpegu8994 15 ชั่วโมงที่ผ่านมา +1

    লগ পাইছো। যিমান কৈছে তাতোকৈ বহু ভাল

  • @user-ez1pj8uw3h
    @user-ez1pj8uw3h วันที่ผ่านมา +1

    দেউৰী ছাৰ বৰ ভাল দেউৰী ছাৰ সহজ সৰল। প্ৰভু ভগৱন্তই কুশলে ৰাশক

  • @sanjibdas3774
    @sanjibdas3774 6 วันที่ผ่านมา +8

    এইবিলাক মানুহক কোনো ধৰনৰ সন্মন নিদিয়ে চৰকাৰে

  • @PronabSharmah
    @PronabSharmah 2 วันที่ผ่านมา +1

    মানব সেৱাই প্রকৃত ধর্ম ছাৰ দীর্ঘায়ু হওঁক

  • @BabitaKitchen-rf5zm
    @BabitaKitchen-rf5zm วันที่ผ่านมา +1

    Nam o sadagar montu o dadagar bhagaban bisari mondirot jai lav nai anekuwa bhagaban tulo manuh amar majot bohut ase ❤❤❤

  • @user-fl6tn6mx9u
    @user-fl6tn6mx9u 4 ชั่วโมงที่ผ่านมา +1

    দেউৰী চাৰ আমাৰ মামাৰ লৰা লগত একে লগে মেডিকেল পঢ়া আৰু আমাৰ ঘৰলৈও আহিছে বহু ত ভাল ডাক্তৰ হয়

  • @AliBorah-ne5ok
    @AliBorah-ne5ok 5 วันที่ผ่านมา +1

    দেউৰী ছাৰ আমাৰ বাবে ভগৱান 🙏

  • @sanjibojah2755
    @sanjibojah2755 6 วันที่ผ่านมา +4

    God Bless Him

  • @bijoybora4935
    @bijoybora4935 วันที่ผ่านมา +1

    Good morning
    I know deuri sir
    He is hounest and help full partion
    God bless him ❤❤

  • @hamantagogoi8904
    @hamantagogoi8904 6 วันที่ผ่านมา +2

    Akha koru enekua positive news bilk bisari oliai homajok abogot kori dhonya kori thakibw ...in future..Thank you 🙏🙏🙏

  • @dipankardutta5352
    @dipankardutta5352 4 วันที่ผ่านมา +1

    great personality.salute to deuri sir.

  • @BobyboruahBobyboruah-jr8nv
    @BobyboruahBobyboruah-jr8nv 6 วันที่ผ่านมา +4

    God bless you

  • @sandhyaborsaikia1750
    @sandhyaborsaikia1750 2 วันที่ผ่านมา +1

    Video tu bohut val lagil hosai tikt ajon Mohan manuh

  • @MadanRay-rg6tm
    @MadanRay-rg6tm 6 วันที่ผ่านมา +3

    Sir or prati pronam thakil

  • @SunilPatar-qb6yy
    @SunilPatar-qb6yy วันที่ผ่านมา +1

    নমস্কাৰ সুন্দৰ কথা

  • @gitarabha-jb3lr
    @gitarabha-jb3lr วันที่ผ่านมา +1

    Sir or prati pronam thakil 🎉

  • @NipaTai-qb2eg
    @NipaTai-qb2eg 5 วันที่ผ่านมา +1

    Sir is real hero

  • @BipulBipulbora-bp3sb
    @BipulBipulbora-bp3sb วันที่ผ่านมา +1

    ছাৰ আপোনাৰ সেৱা চিৰদিন মানহ পটত জিলিকি থাকক আপোনাক 2014 চনৰ 20 মাৰ্চৰ দিনা ভৰিত ধৰি সেৱা কৰিছিলোঁ কাৰন আপোনি মত্যৰ দেৱতা

  • @user-we9ko1lb7n
    @user-we9ko1lb7n 6 วันที่ผ่านมา +1

    হয়, তেখেতক লগ পাইছো। তেখেতৰ চিকিৎসা সেৱা শলাগ ল'ব লগীয়া।

  • @anjanagogoi192
    @anjanagogoi192 5 วันที่ผ่านมา +1

    Deuri sir is a God

  • @sanjibbora6180
    @sanjibbora6180 6 วันที่ผ่านมา +2

    May God bless him

  • @Silpirekhasarmabora
    @Silpirekhasarmabora 5 วันที่ผ่านมา +1

    Moi log paicu .... bohut Val Val hoi sir

  • @mohonsaikia1433
    @mohonsaikia1433 2 วันที่ผ่านมา +1

    God bless him ❤

  • @akhilgogoi1869
    @akhilgogoi1869 5 วันที่ผ่านมา +1

    Hoi bhout bhout bhal laga

  • @BidyutKhanikor-su3dy
    @BidyutKhanikor-su3dy 5 วันที่ผ่านมา +1

    Best sir lag paisu thanks

  • @mukulbhatta3549
    @mukulbhatta3549 5 วันที่ผ่านมา +1

    You are great

  • @jatinkonwar883
    @jatinkonwar883 6 วันที่ผ่านมา +1

    মহান.

  • @hemantaborah555
    @hemantaborah555 6 วันที่ผ่านมา +1

    You are as all mighty God salute Hemanta

  • @hemkantaborah7434
    @hemkantaborah7434 2 วันที่ผ่านมา +1

    ভাৰত চৰকাৰে তেখেতৰ শান্তিৰ বঁটা দিব লাগে।

  • @MmmmBzis-tk7iy
    @MmmmBzis-tk7iy 6 วันที่ผ่านมา +13

    Neta Bilake Sir r Dare Anusaron Korile Val Hoy

  • @yakutali9435
    @yakutali9435 6 วันที่ผ่านมา +1

    সচাকৈ❤ তেওঁ ❤ বহুত 😮ভাল🎉🎉🎉🎉🎉😢😮😅❤❤❤❤

  • @bhajatidaimary7085
    @bhajatidaimary7085 วันที่ผ่านมา +1

    Good bles you

  • @hemantaborah555
    @hemantaborah555 6 วันที่ผ่านมา +1

    You are God almighty will look after your comming life hemanta hojai

  • @ANUJBORBORAH-hi5qw
    @ANUJBORBORAH-hi5qw 6 วันที่ผ่านมา +4

    Deori sirk bhogobane kukhale rakhok rakhiboi karn teo bhagobanor dut

  • @ranjitkalita8366
    @ranjitkalita8366 6 วันที่ผ่านมา +1

    Dr S Deuri Sir I salute Him .

  • @user-lh8kc9gj8h
    @user-lh8kc9gj8h 6 วันที่ผ่านมา +1

    কুটিজনৰ ভিতৰত এজন ভক্ত

  • @user-vg3pf7fj8w
    @user-vg3pf7fj8w 6 วันที่ผ่านมา +1

    Thankyou so much.

  • @user-xq7iu7zj3b
    @user-xq7iu7zj3b 6 วันที่ผ่านมา +3

    Tekhetor dore aru dui ak jon ulab sagoi, kintu tenekua byaktie electiont uthile harib eyar kaorn ki,? Kheituhe dukh loga hob

  • @hemenchangmai612
    @hemenchangmai612 5 วันที่ผ่านมา +1

    Moi tekhetok log paisu tekhet hosakoi bhogobanor ek onyo rup.

  • @trailukyachangmai7789
    @trailukyachangmai7789 6 วันที่ผ่านมา +1

    He is flurens nitengel thanks

  • @user-hg4zx1fo9x
    @user-hg4zx1fo9x 6 วันที่ผ่านมา +1

    God bless him 🙏

  • @pratapborthakur8015
    @pratapborthakur8015 6 วันที่ผ่านมา +2

    Good

  • @user-dm5nq9fp7s
    @user-dm5nq9fp7s วันที่ผ่านมา +1

    Deori sir ,aapunak pronoun,jonaisu,mur bhigin Borsa gogoi ,luina Boras nimuniya hoisil.tai jowa 30 march t dibrugah m.c rongtitment.mak e soku pani

  • @pranitakonwar1413
    @pranitakonwar1413 6 วันที่ผ่านมา +3

    🙏🙏🙏

  • @kumudkumernarah6064
    @kumudkumernarah6064 6 วันที่ผ่านมา +1

    He isgod

  • @jyotishnabhuyanbora6690
    @jyotishnabhuyanbora6690 3 วันที่ผ่านมา +1

    Sir thoka bhara rmr lgte moi asilu.vgbne vle rakhk.

  • @manishakalita8751
    @manishakalita8751 6 วันที่ผ่านมา +2

    🙏🙏🙏🙏

  • @ranjitkalita8366
    @ranjitkalita8366 6 วันที่ผ่านมา +1

    Dr s Fruit sir I daily him .

  • @diptidas9319
    @diptidas9319 วันที่ผ่านมา +1

    Hewa jonaisu tekhetak

  • @dipaksaikia3927
    @dipaksaikia3927 5 วันที่ผ่านมา +1

    Hsa kotha teketak doctor buli biswas kra nasilo

  • @digantasaikia8739
    @digantasaikia8739 2 วันที่ผ่านมา +1

    nikha 9pm nohoi 11 pm loi ke thake najanile nokobo

  • @KusumBora-ni7qq
    @KusumBora-ni7qq 2 วันที่ผ่านมา +1

    Medikelt lg paisu🌹🌹🌹🌹🌹🌹🌹🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺❤❤❤❤❤❤❤❤

  • @dipaksaikia3927
    @dipaksaikia3927 5 วันที่ผ่านมา +1

    Kisu doctor marketing opart guruta besi

  • @MrinakshiBorah
    @MrinakshiBorah 6 วันที่ผ่านมา +1

    তেখেতক জানো

  • @pulakdas2171
    @pulakdas2171 9 ชั่วโมงที่ผ่านมา +1

    Norrupeesor

  • @jitadeuri302
    @jitadeuri302 วันที่ผ่านมา +1

    Mur Dada hoi

  • @DipaGogoi-vj6lj
    @DipaGogoi-vj6lj 6 วันที่ผ่านมา +2

    Hsa

  • @Chakrabortycreation-xo3lx
    @Chakrabortycreation-xo3lx 6 วันที่ผ่านมา +1

    Sodagor deuri sirok Assam govt a asom boivob , kimba asom gourob bota Diya tu kortobbo.aru centrel govt er logot kota pati VHARAT RATNA,bota teketok Diya uchit boli moi vabu.teketer nisana Manu asole ahom or sewa koriache.

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 6 วันที่ผ่านมา +1

    দেৱদূত।

  • @Mmdsmemories
    @Mmdsmemories 6 วันที่ผ่านมา +1

  • @ritamajuli3991
    @ritamajuli3991 6 วันที่ผ่านมา +2

    🙏🙏🙏🙏🙏🙏💚💚💚💚

  • @MonikaBorah-cw6wk
    @MonikaBorah-cw6wk 6 วันที่ผ่านมา +1

    🙏🙏🙏💗💗

  • @beautysendas7089
    @beautysendas7089 6 วันที่ผ่านมา +1

    Sabe anekua manuh habo lage tetiai sargo habo

  • @dhananjoychaliha3890
    @dhananjoychaliha3890 5 วันที่ผ่านมา +1

    10toka sire noloi.tikotar babe

  • @porismitadas3964
    @porismitadas3964 6 วันที่ผ่านมา +1

    Morning 6am night 10 pm log paba

  • @sanjibojah2755
    @sanjibojah2755 6 วันที่ผ่านมา +2

    God Bless Him

  • @bijudutta8798
    @bijudutta8798 5 วันที่ผ่านมา +1

    🙏🙏🙏