দুখীয়াৰ বাবে ভগৱান। আজিও আছে এনে চিকিৎসক। ১০টকাত কৰে অস্ত্ৰোপ্ৰচাৰ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 5 ก.ค. 2022
  • দুখীয়াৰ বাবে ভগৱান। আজিও আছে এনে চিকিৎসক। ১০টকাত কৰে অস্ত্ৰোপ্ৰচাৰ। দৰমহাৰ টকাৰে দুখীয়াৰ দৰৱো কিনি দিয়ে।

ความคิดเห็น • 933

  • @manojkumardutta8590
    @manojkumardutta8590 2 ปีที่แล้ว +49

    এইজন প্ৰকিত চিকিৎসক। আজিকালি চিকিৎসক বুলিলে ভয় লাগে সকলো লুতি পুতি নিয়েবুলি

  • @pankjgogoi2451
    @pankjgogoi2451 2 ปีที่แล้ว +104

    নিউজ চেনেল বিলাকৰ অলপ দেৰীহে হ'ল... কেতিয়াবাই প্ৰচাৰ লাভ কৰিব লাগিছিল ... এনে বাতৰি বিলাক জানিলেহে ভাল লাগে... ভাগ্য বুলিয়ে কব লাগিব নিজে লগ পাইছোঁ... এক অসাধাৰণ ব্যক্তিত্ব ....ভগৱানে তেওঁক কুশলে ৰাখক 🙏🙏

    • @kaustuvvlog3934
      @kaustuvvlog3934 2 ปีที่แล้ว

      মইউ লগ পাইছো চাৰক তিনি বছৰৰ আগত

  • @ramendas2444
    @ramendas2444 2 ปีที่แล้ว +72

    ড: সদাগৰ ছাৰ সছাকৈ দুখীয়াৰ ভগৱান।
    যিটো সময়ত অতি কমেও ৫০০/টকা ফিজ লয় সেই সময়ত ১০/টকা ভাবিলে আচৰিত লাগে।এনে ব্যক্তিক চৰকাৰে ভাৰত ৰত্ন সন্মানেৰে অভিভূত কৰিব লাগে।
    🙏👌

    • @aanali3453
      @aanali3453 2 ปีที่แล้ว +1

      Bhgoban buli koi bhal manu jonok apomanhe krisa manu ketiyao bhgoban hbo noware

    • @Tired524
      @Tired524 2 ปีที่แล้ว

      Bhogobanor tu dyut u hobo pare. bhogobanor nisina buli hae kuwa hoise saage.

    • @aanali3453
      @aanali3453 2 ปีที่แล้ว

      @@Tired524 bhogobanor
      Homan konowe nai moha manob hbo pare

  • @probinkumarkakati6151
    @probinkumarkakati6151 2 ปีที่แล้ว +77

    মই তেখেতক পাইছো তেখেতৰ কথাও বহুতৰ মুখত বহুত ভাল ডাক্তৰ পৰিচিত গতিকে তেখেতৰ বিষয়ে কবলৈ ভাষাই নাই °

  • @digantajyotibordoloi6869
    @digantajyotibordoloi6869 2 ปีที่แล้ว +58

    সদাগৰ দেউৰী আপোনালৈ শ ত কোটি নমস্কাৰ ভগৱানে আপোনাক মঙ্গল কৰক

  • @manojtalukdar6647
    @manojtalukdar6647 2 ปีที่แล้ว +353

    সহকাৰী অধ্যাপক ডা: সদাগৰ দেউৰীক চৰকাৰে উচিত মানদণ্ডৰে পুৰস্কৃত কৰিব লাগে 👍👍👍👍👍 @ অসম গৌৰৱ বা পদ্মশ্ৰী বঁটা বাবে মনোনয়ন কৰিব লাগে , তেতিয়াহে আন সকলে উৎসাহিত হব ✊✊✊

  • @hemantatumung4084
    @hemantatumung4084 2 ปีที่แล้ว +25

    বাকী ডাক্তৰবিলাকেও ডাক্তৰ দেউৰী ছাৰৰ দৰে আদৰ্শ গ্ৰহন কৰিব লাগে ৷

  • @manjitman2384
    @manjitman2384 2 ปีที่แล้ว +167

    সাধাৰণ মানে একেবাৰে একেবাৰে সাধাৰণ কোটি কোটি প্ৰণাম জনালোঁ তেওঁক 🙏🙏🙏🙏

    • @aftabahmed-cx5qp
      @aftabahmed-cx5qp 2 ปีที่แล้ว +1

      💯 brother 🌹🌹🙏🙏

    • @rupkantapathori2852
      @rupkantapathori2852 2 ปีที่แล้ว

      মানুহে অকণো ভাবি নাপায় যে ধন টকা পয়চা লগত নেযায় বুলি।মানুহক সদায় লাগে লাগে আৰু লাগে । ভগৱানেও আশীৰ্বাদ দি মানুহক সহায় কৰিবলৈ শক্তি দিয়ে যেন

  • @asharjyavlogassam
    @asharjyavlogassam 2 ปีที่แล้ว +26

    সদাগৰ দেউৰী ডাঙৰীয়ালৈ কৌটি কৌটি প্ৰণাম। চিকিৎসক সকল মানৱসেৱাৰ প্ৰতি ধাৱমান হওক । তাকেই কামনা কৰিছো।

  • @rupomjyotiborah1468
    @rupomjyotiborah1468 2 ปีที่แล้ว +21

    তেওঁ সদায় চাইকেল লৈ যে অহা যোৱা কৰে কোনো খং নাই অসংকা নাই বহুত মৰমিয়াল proud feel কৰোঁ যোৰহাট জিলাৰ মানুহ হিচাপে যে পাইছোঁ তেনে এজন মহান ডক্তৰ

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 2 ปีที่แล้ว +48

    শুনি বৰ ভাল লাগিল Sir, 🙏🙏🙏 সেৱা জনালোঁ। মই ড, সৰ্বেশ্বৰ ‌ভূঞা চাৰক লগ পাইছোঁ তেওঁও এনে সুন্দৰ মনৰ অধিকাৰী। 🙏

  • @rajibsaikia1473
    @rajibsaikia1473 2 ปีที่แล้ว +19

    ডা:সদাগৰ দেউৰী চাৰক।ম ই বহু ত
    বাৰ লগ পাইছোঁ,তেখেত এজন মানব দৰদী , সকলোকে সমানে চাই,🙏🙏🙏

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 2 ปีที่แล้ว +17

    সন্মানীয় চিকিৎসক, ডেউৰী ডাঙৰীয়া
    দুখীয়া মানুহৰ ভগৱানৰ অৱতাৰ স্বৰূপ বুলি ভাবিব পাৰি,, তেখেতৰ কৰ্মৰ যোগেদি
    যি সময়ত এচাম ডাক্তৰে গলা কাটি ৰুগীৰ পৰা টকা আদায় লয়।
    এই ক্ষণত ডেউৰী চাৰলৈ আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিলো🙏🙏

  • @sanamborah1077
    @sanamborah1077 2 ปีที่แล้ว +33

    জানি ভাল লাগিল ❤️ ভগৱানে তেওঁক মঙ্গল কৰক ,কুশলে ৰাখক ।

  • @dheerajborman133
    @dheerajborman133 2 ปีที่แล้ว +23

    ভগৱান ওপৰত নাই, পৃথিৱীতে থাকে 🙏

  • @Animadutta.
    @Animadutta. 11 วันที่ผ่านมา

    দেউৰী ছাৰ কুশল কামনা কৰিছো , ভগৱানৰ ওচৰত

  • @bablulama197
    @bablulama197 2 ปีที่แล้ว +25

    দূয়োজন দুখিয়াৰ ভগবান🙏🙏🙏🙏

  • @pilygoswami9414
    @pilygoswami9414 2 ปีที่แล้ว +147

    ডাঃ সদাগৰ ডেউৰী ডাঙৰীয়াক শলাগ লবলৈ মুখৰ মাত হেৰাই গৈছে ।তেখেতলৈ শতকৌটি প্ৰণাম জনাইছো । আমাৰ দাবী তেখেতক উপযুক্ত সন্মানেৰে অসম চৰকাৰে পুৰস্কৃত কৰক । তেখেতৰ দীৰ্ঘায়ুস কামনা কৰিলোঁ ।

  • @pranabkumarsamrma731
    @pranabkumarsamrma731 2 ปีที่แล้ว +85

    চিকিৎসক ৰ লগতে ভগবানো 🙏🙏🙏🙏🙏🙏নমস্কাৰ আপোনাক 🙏🙏🙏🙏🙏🙏

  • @RATULHALOI156HALOI
    @RATULHALOI156HALOI 2 ปีที่แล้ว +12

    আজিৰ দিনত এনেকুৱা মানুহ ও আছে
    ভাল লাগিল আখা কৰু ভগবানে তেওঁক বহুত
    দিন জিয়াই ৰাখে ❤❤❤ নলবাৰী ৰ পৰা
    God bless you 🙏🙏🙏

  • @chowlengdonahom1105
    @chowlengdonahom1105 2 ปีที่แล้ว +11

    আমাৰ মংগোলইদ জনগোষ্ঠীৰ মানুহবোৰ সহজ-সৰল, শান্তি প্রিয়।। আপোনাৰ সু-স্বাহ্য আৰু দীর্ঘায়ু কামনা কৰিলো Sir 🙏🙏🙏❤❤❤

  • @shruteeburagohain8459
    @shruteeburagohain8459 2 ปีที่แล้ว +6

    দেউৰী ছাৰ দীৰ্ঘজীৱি হওঁক তাৰে কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ 🙏🙏

  • @dharmendrakaman1859
    @dharmendrakaman1859 2 ปีที่แล้ว

    প্ৰকৃত শিক্ষিত ডঃ ।অন্য ডঃ সকলেও তেখেতৰ অনুসৰণ কৰিবলৈ অনুৰোধ জনালোঁ ।ডাক্তৰ দেউৰী চাৰ ছেলুট ।অমৰ হ ওক।

  • @ranjitadeori6018
    @ranjitadeori6018 25 วันที่ผ่านมา

    দুখীয়া বন্ধু ডা সদাগড় দেউৰী দেউৰীসকলৰ মহানুমৱতা উদাহৰণ হৈ ৰওক

  • @nobajyotibora4352
    @nobajyotibora4352 2 ปีที่แล้ว +8

    ভগৱানে তেখেতক সদায় কুশলে ৰাখক 🙏

  • @monuramkhaklary5613
    @monuramkhaklary5613 2 ปีที่แล้ว +117

    ঈশ্বৰে তেওঁক সুস্থ কৰি ৰাখক। তেওঁৰ দীৰ্ঘায়ু কামনা কৰিলো 🙏🙏🙏

  • @hafizurrahmansarkar3368
    @hafizurrahmansarkar3368 2 ปีที่แล้ว +1

    আল্লাহ আপোনাক দীৰ্ঘম্যাদী কৰক।👆👆👆👆👆👍👍👍👍👍

  • @budhinsaikia6300
    @budhinsaikia6300 2 ปีที่แล้ว +54

    এইজন দুখীয়াৰ ভগৱান হয়_বৰ দয়ালু। বহুবাৰ বিভিন্ন ৰোগীৰ লগত যাওতে এখেতৰ লগত বহুবাৰ প্ৰতক্ষ্য ভাবে লগ পাইছোঁ_কথা পাতিছোঁ। তেখেতে পৰিধান কৰা পোচাক....!! কিন্তু মূৰ দোঁ খাই যাই।
    ভগৱন্তই তেখেতক সুস্থ শৰীৰে ৰাখি পৰমায়ু প্ৰদান কৰক। সেৱা ধৰিছোঁ তেখেতৰ চৰণত।

  • @robinchangmai9312
    @robinchangmai9312 2 ปีที่แล้ว

    বহুত মহৎ কাম কৰিছে । সেয়ে এই জনমৰ উচিত কৰ্ম আৰু ধৰ্মৰ গৰাকী লৈ , 🙏প্ৰণাম জনালো ।

  • @anowara.begum23
    @anowara.begum23 2 ปีที่แล้ว +2

    বহুত ধন্যবাদ তেখেতৰক।আজিৰ চিকিৎসক সকলৰ‌ ্মাত্ৰ টকাহে চিনি্‌্পাই‌‌্্

  • @utpaldeka9800
    @utpaldeka9800 2 ปีที่แล้ว +15

    Deuri sir r nijor ghar nai teu etiau bhara ghorate thake aru xodai cycle loi duty loi ahe.

  • @nurulali1402
    @nurulali1402 2 ปีที่แล้ว +14

    Allai bohut din jiai rakhakh tekhetok ami o duwa korim amin

  • @anilboro6516
    @anilboro6516 2 ปีที่แล้ว

    প্ৰণাম। দুখীয়াৰ ভগৱান। সাধাৰণ জনতাই স্বীকৃতি দিছে। চৰকাৰে ভেকোভাউনাহে কৰে

  • @hemalatachetia3765
    @hemalatachetia3765 2 ปีที่แล้ว

    সচাকৈয়ে এইজন আমাৰ ভগৱান ।।তেখেতক কোটি কোটি 🙏🙏🙏জনাইছো।

  • @jugendersaikia4176
    @jugendersaikia4176 2 ปีที่แล้ว +3

    এনে মহান চিৰ নমৈছ লোক জনৰ পৰা আদৰ্শ লব পাৰিব নে আজিৰ সমাজৰ ডক্তৰ সকলে, এনে সকলক ভাৰত ৰত্ন সন্মান দিয়া টো ভাল উচিত।

  • @susmitachakraborty3360
    @susmitachakraborty3360 2 ปีที่แล้ว +11

    Salute to Dr Deuri sir.

  • @AmitPegu-yq5fy
    @AmitPegu-yq5fy 15 วันที่ผ่านมา

    সচাই আজিৰ দিনত দুখীয়াৰ ভগবান।

  • @dulilchandrakamanck5696
    @dulilchandrakamanck5696 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ ছাৰলৈ ছাৰক ভগবানে জীয়াই ৰাখক।

  • @barshadas6268
    @barshadas6268 2 ปีที่แล้ว +9

    Padmasri, Padmabhushan Dr. Deuri Sir e hai asolote deserve kore. God bless him 🙏🙏

  • @deepaliphukan9022
    @deepaliphukan9022 2 ปีที่แล้ว +5

    Moi hunisilu siror bikhoy...adiin rastat dekhi a sini palu...your are great sir...🙏🙏

  • @daisyrabharabha2078
    @daisyrabharabha2078 2 ปีที่แล้ว +1

    এয়াহে প্ৰকৃত চিকিৎসাক পুৰস্কৃত কৰক Cm ছাৰ

  • @deepjyotiyoutube8460
    @deepjyotiyoutube8460 2 ปีที่แล้ว +1

    Nice

  • @dipjyotiborthakur
    @dipjyotiborthakur 2 ปีที่แล้ว +5

    Great sir 🙏

  • @tridipdoley5902
    @tridipdoley5902 2 ปีที่แล้ว +15

    Assam govt should reward this Giant person❤️❤️❤️🤞

  • @kumarnirmalendunarayandeb1666
    @kumarnirmalendunarayandeb1666 2 ปีที่แล้ว

    নমস্য ব্যক্তি।দীৰ্ঘায়ু কামনাৰে।

  • @p.d.4895
    @p.d.4895 2 ปีที่แล้ว

    এইজন মহান চিকিসংক জনক যুগে যুগে জিয়াই ৰাখিৱ লাগিব ,,,, হিয়া ভৰা হাজাৰ লাস লাস প্রনাম যাচিলো,,,,

  • @birenmurah8738
    @birenmurah8738 2 ปีที่แล้ว +4

    Bhagawane tekheyok khodai khukhe rakhok❤️❤️❤️

  • @zikragreenfarm
    @zikragreenfarm 2 ปีที่แล้ว +3

    Tekhetor dore manuh ase buli prithivi...jiyai ase... respect from soul

  • @sanatankalita5214
    @sanatankalita5214 2 ปีที่แล้ว

    আমি অনুভৱ কৰো এনেকুৱা ব্যক্তিক চৰকাৰৰ ফালৰ পৰা উপযুক্ত সন্মানেৰে সন্মানিত কৰি আমাৰ মাজত জীয়াই ৰাখিৱ লাগে ।ঈশ্বৰে তেখেতৰ মংগল কৰক ।

  • @Sivasagar04
    @Sivasagar04 2 ปีที่แล้ว

    এনে চিকিৎসকৰ হাতত ৰোগী আৰোগ্য হোৱাতো ১০০% ৷ কৰ্মই যে ধৰ্ম সেয়া এওঁৰ পৰা শিকক নৱপ্ৰজন্মই 🙏

  • @jitumanideka2948
    @jitumanideka2948 2 ปีที่แล้ว +23

    He is helping needy, in return almighty God will help him whenever required. Deserve for nobel award for peace.

  • @ekramulhoque4663
    @ekramulhoque4663 2 ปีที่แล้ว +6

    Great Man

  • @hiraboruah3208
    @hiraboruah3208 2 ปีที่แล้ว

    ডাক্তৰ সদাগৰ দেউৰী, ভগৱানে আপোনাক কুশলে ৰাখক।

  • @pankajtamuli8970
    @pankajtamuli8970 2 ปีที่แล้ว +1

    দুখীয়া বাবে ভগৱান নহৈ , তেওঁ আচলতে ভগৱান হৈ মানুহৰ জন্ম লৈছে , তেওঁ দৰে মানুহৰ কাৰণে আজি তাৰিখত পিঠিবি খনত মানুহ মানুহ হৈ জীয়াই আছে , কিছুমান ডক্টোৰে তেওঁ পৰা কিছু শিক্ষক , তেওঁ দৰে হব নোৱাৰে যদিও তেওঁক অনুসৰণ কৰক ,

  • @champadaimary6309
    @champadaimary6309 2 ปีที่แล้ว +8

    Real Sir, 🙏Bhagavan tulya manuh🙏🙏🙏💐

  • @pkconstructionallhousetype1395
    @pkconstructionallhousetype1395 2 ปีที่แล้ว +8

    Bhut Val doctor..moi oparetion karisilu .2021 t
    He is God...🙏🙏🙏🙏🙏

  • @kamalpursantipurnarayanpur5970
    @kamalpursantipurnarayanpur5970 2 ปีที่แล้ว

    ভগৱানে তেওঁক সদায় ভালে ৰাখক

  • @pulinvlogs499
    @pulinvlogs499 2 ปีที่แล้ว

    ভগৱানে সদায় কুশলে ৰাখক । দীঘায়ু কামনা কৰিছো🙏🙏🙏

  • @amitnath8580
    @amitnath8580 2 ปีที่แล้ว +6

    Grand salute Sir.... God Bless you Sir....

  • @bitupanhazarika5354
    @bitupanhazarika5354 2 ปีที่แล้ว +10

    God bless you..sir..

  • @girindasarmah8003
    @girindasarmah8003 2 ปีที่แล้ว +1

    ভগৱানে আপোনাক মঙ্গল কৰক

  • @poojadas7932
    @poojadas7932 2 ปีที่แล้ว

    ভগৱানে তেখেতখক বহুত দিন জিআই ৰাখক 🙏🏾🙏🏾🙏🏾

  • @rajajvlog1435
    @rajajvlog1435 2 ปีที่แล้ว +11

    He save my life twice... Thanks sir

  • @abhideuri3055
    @abhideuri3055 2 ปีที่แล้ว +8

    Good bless him...

  • @user-ml5eb4hq8q
    @user-ml5eb4hq8q 2 ปีที่แล้ว

    কৃষ্ণ।আপুনিভগৱানৰকৃপাতহেজনমলৈছে।মানৱসেৱাইভগৱানসেৱা।ভগৱানেদয়াকৰক

  • @pranjaldas1682
    @pranjaldas1682 2 ปีที่แล้ว

    তেওঁ সাধাৰণ নহয় তেওঁ আচলতে অসাধাৰণ ব্যক্তি। ইয়াৰ পৰা আমি এটাই শিক্ষা লোৱা উচিত যে এজন অসাধাৰণ ব্যক্তি হবলৈ আমি সাধাৰণ হোৱাটোহে প্ৰয়োজন । 🙏🙏🙏

  • @LahoiDeuri
    @LahoiDeuri 2 ปีที่แล้ว +6

    He deserve to be a Padma award of India ......

  • @sahadevmili2385
    @sahadevmili2385 2 ปีที่แล้ว +7

    salute to you sir.

  • @rastapatideuri1732
    @rastapatideuri1732 2 ปีที่แล้ว +1

    God

  • @user-px2gw1si1i
    @user-px2gw1si1i 24 วันที่ผ่านมา

    Vale thakok ❤❤❤❤

  • @leninmilileninmili8923
    @leninmilileninmili8923 2 ปีที่แล้ว +7

    Sir God bless him....

  • @Moina424G
    @Moina424G 2 ปีที่แล้ว +3

    বহুত বহুত ধন্যবাদ আপোনাক 🙏🙏🙏

  • @jayantadoimari9645
    @jayantadoimari9645 2 ปีที่แล้ว

    বহুত বহুত ধন্যবাদ, আপুনি সচাকৈ বহুত ভাল মানুহ, আপোনাক ভগৱানে সদাই আশিবাদ দিয়ক সেই কামনা কৰিছো

  • @biswajitdutta5607
    @biswajitdutta5607 2 ปีที่แล้ว +2

    ভগৱানে ভালে ৰাখক তেওঁক। 🙏🙏🙏

  • @pareshkalita3672
    @pareshkalita3672 2 ปีที่แล้ว +4

    Ekhat manab nahai manab rupi goribar bhagaban he. God bless him

  • @michaelchurinofficial1497
    @michaelchurinofficial1497 2 ปีที่แล้ว +7

    Bohut hohai kore dukhiyak God bless him abundantly

  • @user-te4mb5de4w
    @user-te4mb5de4w 22 วันที่ผ่านมา

    🎉

  • @jbcreation750
    @jbcreation750 2 ปีที่แล้ว +1

    Great person

  • @bhriguchetia9414
    @bhriguchetia9414 2 ปีที่แล้ว +10

    God bless him

  • @simantakalita7434
    @simantakalita7434 2 ปีที่แล้ว +5

    Ru 100 years jiyai thakok tekhet🙏🙏🙏

  • @junalidas7099
    @junalidas7099 2 ปีที่แล้ว

    ডাঃ সদাগৰ ডেউৰীক শতকৌটি প্ৰনাম জনালোঁ। 🙏

  • @monjulaborah8567
    @monjulaborah8567 2 ปีที่แล้ว

    প্ৰকৃত মানৱ সেৱা কৰা ব্যক্তি নমস্কাৰ

  • @dhananjoykalita3118
    @dhananjoykalita3118 2 ปีที่แล้ว +24

    I THINK EVERY BODY SURPRISE BY HEARING THE NEWS ABOUT DR. DEURI . HE IS HUMAN GOD IN THIS AREA. PEOPLE ALSO LUCKY OF JORHAT AREAS. 💯🙏🙏🙏

    • @ranibasumatary8818
      @ranibasumatary8818 2 ปีที่แล้ว +2

      Pranam Deuri Sir. God bless you and your family

  • @maharajadhiraja_07
    @maharajadhiraja_07 2 ปีที่แล้ว +7

    God 🙏🙏🙏🙏

  • @bidyadeka1417
    @bidyadeka1417 2 ปีที่แล้ว

    ভগৱানে সদায় তেখেতক মঙ্গল কৰক

  • @asomtribute2568
    @asomtribute2568 2 ปีที่แล้ว

    সচাঁই ভগৱানৰ দৰে তেখেত 🙏🙏🙏🙏🙏

  • @kashrinayourrongdiceisions6335
    @kashrinayourrongdiceisions6335 2 ปีที่แล้ว +7

    God bless you sir

  • @sadekali7308
    @sadekali7308 2 ปีที่แล้ว +7

    He is a real God for man

  • @nihagogoi3934
    @nihagogoi3934 2 ปีที่แล้ว

    তেওঁ সচাকৈয়ে মহান..বহুত বাৰ লগ পাইছো সদায় কুশলে থাকক আপুনি..

  • @uppertoranic2gomariguriicd313
    @uppertoranic2gomariguriicd313 25 วันที่ผ่านมา

    পিথীবিত আৰু বেলেগ ভগবান নাই, এই জনেই ভগবান ‌

  • @chandannath2566
    @chandannath2566 2 ปีที่แล้ว +12

    Thanks doctor, you by heart and soul really a doctor, salute you.

  • @sajidabegum1382
    @sajidabegum1382 2 ปีที่แล้ว +8

    Sir r years kimaan hoise moi najanu kintu Allah r osorot duwa korisu ru 100 bosor jeai thakok

  • @babitagogoi1834
    @babitagogoi1834 2 ปีที่แล้ว

    তেখেতক কোটি কোটি বাৰ ধন্যবাদ জনাইছো

  • @putulbharali150
    @putulbharali150 2 ปีที่แล้ว

    দুখীয়াৰ বাবে নহয় সকলোৰে বাবে ভগৱান। কোটি কোটি প্ৰনাম জনাইছোঁ। চৰকাৰে উপযুক্ত বঁটা প্ৰদান কৰা উচিত

  • @karunadevi2455
    @karunadevi2455 2 ปีที่แล้ว +5

    Namaskar dewri sir. Akhom gourob bota paabo laage.

  • @jahmedahmed1320
    @jahmedahmed1320 2 ปีที่แล้ว +11

    Hey God long live him 🙏

  • @jatinborah2650
    @jatinborah2650 2 ปีที่แล้ว

    Bor bhal lagil i like it .

  • @imdadali9519
    @imdadali9519 2 ปีที่แล้ว

    আল্লাই তেখেতক জান্নাতত ঠাই দিৱ।

  • @rajivdas2540
    @rajivdas2540 2 ปีที่แล้ว +7

    Grand salute to him

  • @HEALTHY_LIFE_365
    @HEALTHY_LIFE_365 2 ปีที่แล้ว +5

    great sir... a big salute for you sir. 🙏🙏🙏🙏🙏🙏🙏