ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ জীৱন যন্ত্ৰণা

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024
  • ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মৰ জীৱন যন্ত্ৰণা#বুকু বিষাই উঠিব আপোনাৰ#srimanta_motivator

ความคิดเห็น • 205

  • @manjurajkonwar2807
    @manjurajkonwar2807 ปีที่แล้ว +3

    বাইদেউ ধন্যবাদ ওসেৱা আগবঢ়ালোঁ । আপোনাৰ সাহস আৰু আদৰ্শ বৰ্তমান প্ৰজন্ম বাবে কৃতাৰ্থ হৈ ৰব । আপোনাৰ মঙ্গল কামনা কৰিছোঁ ধন্যবাদ বাইদেউ ।

  • @dipikadas5890
    @dipikadas5890 ปีที่แล้ว +12

    দৌপদি মুৰমুৰ কথাবোৰ শুনি ভাল লাগিল

  • @jyotikadas2036
    @jyotikadas2036 2 ปีที่แล้ว +7

    ৰাষ্টপতি গৰাকীৰ জীৱন কাহিনীৰ বিষয়ে আপুনি খুব সুন্দৰকৈ উপস্থাপন কৰিলে দাদা। তেওঁৰ মৰ্মান্তিক জীৱন কাহিনীয়ে দুচকু সেমেকাই তুলিলে। এগৰাকী সাহসী মহিলা তেওঁ।🙏🙏🙏

  • @rulisaikia6020
    @rulisaikia6020 2 ปีที่แล้ว +10

    বাইদেউৰ সংগ্ৰামী জীৱনৰ কাহিনীয়ে মন চুই গ'ল। দুৰ্বিসহ সংঘাতৰ পিছতেই ভাগ্য মজবুত হয়। বৰ ভাল লাগিল ককাইদেউ। তেখেতলৈ সশ্ৰদ্ধ প্ৰনাম🙏

  • @jayantasonowal5243
    @jayantasonowal5243 2 ปีที่แล้ว +15

    সচাঁকৈয়ে সংগ্ৰাম জীৱনৰ অন্য এক নাম।

  • @minuphukan372
    @minuphukan372 2 ปีที่แล้ว +5

    ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ৰ জীৱন কাহিনী বহুত প্ৰেৰণা দায়ক । তেওঁ পিতৃৰ কষ্টৰ সাৰ্থক কৰিলে । দ্ৰৌপদী মুৰ্মুৰ বিষয়ে বহুত কথা জানিবলৈ পালো বহুত ভাল লাগিল।

  • @eeshankalita377
    @eeshankalita377 ปีที่แล้ว +4

    দাদা তেখেতৰ জীৱন কাহিনী ভালদৰে জনা নাছিলোঁ। শুনি বহুত দুখ লাগিল। তাৰ বাবে আপোনাক অশেষ ধন্যবাদ দিলো। আৰু যেন এনে বাতৰি দি থাকে।

  • @krishnaborah2420
    @krishnaborah2420 ปีที่แล้ว +4

    এই গৰাকী মহিয়ষী নাড়ীৰ জীৱন কাহিনীয়ে৷আমাক জীয়াই থকাৰ সাহস প্ৰেৰণা আৰু উৎহাস৷ দিছে৷এয়াই হৈছে জীৱন জীয়াৰ সঁচা সংগ্ৰাম৷হে মহিয়ষী তোমাক জনালোঁ শতকোটি প্ৰণাম৷

  • @zekiaahmed4346
    @zekiaahmed4346 2 ปีที่แล้ว +6

    খুব সুন্দৰ উপস্থাপন। ভাল লাগিল

  • @narayansharma9375
    @narayansharma9375 ปีที่แล้ว +2

    এয়া আপোনাৰ সুন্দৰ প্ৰয়াস । আপোনাক ধন্যবাদ জনাইছো ।

  • @madhanbhuya2580
    @madhanbhuya2580 2 ปีที่แล้ว +3

    চেলুট জনালোঁ ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতিগৰাকীক ।

  • @hitreswarphukan9895
    @hitreswarphukan9895 2 ปีที่แล้ว +6

    'হে পৰম পূজনীয় প্ৰাণৰ মহিয়ষী নাৰী তুমি মহান । তোমাক জনালোঁ সশ্ৰদ্ধ প্ৰণাম । তুমি বিশ্বৰ প্ৰতিগৰাকী নাৰীৰ বাবে আদৰ্শ স্বৰূপ । তুমি য'তেই আছা কুশলে থাকা । ঈশ্বৰে তোমাক সুস্বাস্থ্যও কুশল কামনা কৰক তাৰে হৃদয়েৰে প্ৰাৰ্থনা । !! ঔঁম শান্তি !!

  • @dipikamahapatra215
    @dipikamahapatra215 ปีที่แล้ว +2

    দ্ৰৌপদী‌ দিদিৰ‌ কাহিনী‌ শুনি‌ চকুপানি‌ উলাই‌ গ'ল,‌ সচাকৈ‌ বহুত‌ সাহসী‌ আৰু‌ ধৈয্যশীল‌ নাৰী।‌ সহস্ৰ প্ৰণাম‌‌ দিদি‌ 🙏🙏

  • @babitatamuliborah7986
    @babitatamuliborah7986 2 ปีที่แล้ว +15

    ভাৰতৰ পঞ্চদশ ৰাষ্ট্ৰপতি গৰাকীৰ জীৱন কাহিনীৰ বৰ্ণনা খিনি জানিব পাৰি উপকৃত হ'লো। সচাকৈ,, বুজাব নোৱাৰা কৈ এখন দুখৰ অৰণ্য পাৰ কৰি আহিছে এই গৰাকী সাহসী,মহিয়সী নাৰীয়ে। তেখেতৰ সৰ্বতো প্ৰকাৰে মংগল কামনা কৰিলো ‌🙏🙏🙏

  • @bkgogoi8636
    @bkgogoi8636 2 ปีที่แล้ว +2

    আপোনি মাননীয় দ্রৌপতি মুমু নিষয়ে কোরাত আপোনালৈ বহুত বহুত ধন্যবাদ ।

  • @chitrakumarhazarika9224
    @chitrakumarhazarika9224 2 ปีที่แล้ว +10

    এখন চিনেমাৰ দৰেই এইগৰাকী মহিয়সী নাৰীৰ বিচিত্ৰ জীৱন গাথাৰে বিস্তৃত ব্যাখ্যাৰে ভৰা আপোনাৰ ভি দি অ' টো ভাল লাগিল। কম চমকপ্ৰদ নহয় তেওঁৰ জীৱন। জীৱন যুদ্ধৰ সাহসী যুঁজাৰু তেওঁ। সকলোৰে বাবে অনুপ্ৰেৰণা এইগৰাকী ভাৰতীয় নাৰী, যি আজি আমাৰ সন্মানীয় ৰাষ্ট্ৰপতি।

  • @manjularxadhukothaarukobit3697
    @manjularxadhukothaarukobit3697 2 ปีที่แล้ว +10

    সঁচাকৈয়ে বৰ কৰুণ জীৱন-গাথা তেখেতৰ। খুব সুন্দৰকৈ আপুনি উপস্থাপন কৰিলে তেখেতৰ জীৱন কাহিনী🙏🙏

  • @dambarudharmudoi2234
    @dambarudharmudoi2234 ปีที่แล้ว +2

    ৰাষ্ট্ৰৰ প্ৰধান গৰাকীৰ বিষয়ে জানি ধন্য হ'লো । ধন্যবাদ ।

  • @rulirekhabhuyan3768
    @rulirekhabhuyan3768 2 ปีที่แล้ว +3

    বহুত ধন্যবাদ চাৰ কথাবোৰ জানিবলৈ দিয়াৰ বাবে

  • @jinudutta4274
    @jinudutta4274 2 ปีที่แล้ว +2

    Video tu r babe thank u.logote amar otikoi sordhar bortoman sonmanio rastropoti podot adhisthito baidew loi sohoso bar pronam. Om shanti 🙏 mam

  • @sabitasaikia7815
    @sabitasaikia7815 2 ปีที่แล้ว +8

    বাইদেউৰ বেদনা গধুৰ জীৱন সংগ্ৰামে অনেক নাৰীক অনুপ্ৰাণিত কৰক,তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ ।

  • @nirumonigayan3356
    @nirumonigayan3356 2 ปีที่แล้ว +5

    সঁচাই তেওঁ আমাৰ সাহস ,প্ৰেৰণা,এইগৰাকী মহিয়সী নাৰীলৈ শত সহস্ৰ প্ৰণাম🙏 ।ধন্যবাদ দাদা🙏,তেখেতৰ বিষয়ে সুন্দৰকৈ জানিবলৈ দিয়াৰ বাবে🙏

  • @MarameMahanta
    @MarameMahanta 5 หลายเดือนก่อน +4

    সাহসী মহিয়ষী গৰাকীৰ জীৱন কাহীনি জানিব পাৰি বৰ দুখ লাগিল৷

    • @dipamonisaikia9008
      @dipamonisaikia9008 4 หลายเดือนก่อน

      Mahishi matry garakiloi mur akhekh dhaiyabad jachilu.

  • @anjaligayan5766
    @anjaligayan5766 ปีที่แล้ว +5

    Bohutvl lagil

  • @KrishnaDevi-jb6xp
    @KrishnaDevi-jb6xp 2 ปีที่แล้ว +1

    বহুত ভাল লাগিল আৰু দুখো লাগিল.আমাৰ জীৱনৰ সামান্যতম দুখতো অামি ভাগি পৰো আৰু তেখেতে ইমানখিনি হোৱাৰ পিচতো ধৰ্য্য নেহেৰুৱালে.

  • @prafullachandrabharali9791
    @prafullachandrabharali9791 2 ปีที่แล้ว +2

    মহাশয় , ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি স্বনামধন্য দ্ৰোপদী মুৰ্ম্মৰ জীৱন কাহিনী সঁচাকৈয়ে দুখৰ। তেখেতৰ জীৱনলৈ অহা অলেখ ধুমুহাকো নস্যাৎ কৰি ভাৰতবৰ্ষৰ দৰে এখন মহান গনতন্ত্রৰ মুৰব্বী হ'ব পাৰিছে , সি নিশ্চিতভাবে প্ৰণিধানযোগ্য আৰু তেখেতৰ বিষয়ে আমাক জানিবলৈ দিয়াৰ বাবে আপুনিয়ো নিশ্চিতভাবে ধন্যবাদৰ পাত্র।

  • @nilakshithakuria4247
    @nilakshithakuria4247 4 หลายเดือนก่อน +2

    ভিডিওটো দিয়া বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ। দ্ৰৌপদী মূৰ্মূৰ জীৱন কাহিনীৰ পৰা আমি বহুতো কথা শিকিব পাৰোঁ। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলোঁ। 🙏🙏🙏

  • @padumitamuli2882
    @padumitamuli2882 2 ปีที่แล้ว +2

    আদৰশ চৰুপ শুনি বহুত ভাল লাগিল

  • @ashimadas76
    @ashimadas76 ปีที่แล้ว +2

    Akhon সঁচা চিনেমা ৰ কাহিনী যেন লাগিল ,,,thanks murmur ma'am ,,

  • @Ishanborah5678
    @Ishanborah5678 2 ปีที่แล้ว +8

    বৰ্তমানৰ ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্ম বাইদেউৰ জীৱন কাহিনী সুন্দৰকৈ আমাক অৱগত কৰিলে। বাইদেউ এগৰাকী অত্যন্ত সাহসী নাৰী।বাইদেউলৈ সশ্ৰদ্ধ প্ৰণাম নিবেদিলো🙏🙏

  • @prodhannaik685
    @prodhannaik685 4 หลายเดือนก่อน +1

    Bar bhal lagil dhanyabad

  • @pritirekhasaudkakoty9571
    @pritirekhasaudkakoty9571 2 ปีที่แล้ว +4

    সঁচাকৈয়ে ,তেখেতৰ জীৱন কাহিনী বৰ কষ্টকৰ।নাৰীৰ বাবে শক্তি আৰু আদৰ্শৰ প্ৰতিক তেওঁ 🙏🙏

  • @krishnahazarika8716
    @krishnahazarika8716 ปีที่แล้ว +2

    বৰ ভাল লাগিল দেই ধন্যবাদ

  • @meghaliborah8566
    @meghaliborah8566 2 ปีที่แล้ว +1

    দৌপদী মূৰ্মুৰ জীৱন গাঠা বৰ কৰুণ শুনি ভাল লাগিল ।

  • @panchanansaikia-wx1dg
    @panchanansaikia-wx1dg 3 หลายเดือนก่อน +1

    Bohut Val lagil

  • @anantasaikia6467
    @anantasaikia6467 4 หลายเดือนก่อน +2

    আমাৰ শ্ৰদ্ধাৰ ৰাষ্ট্ৰপতি বাইদেউ গৰাকীৰ ঐশযশালী জীৱনৰ দুঃখ ভৰা কাহিনী পঢ়ি অন্তৰ ব্যথিত হৈছে। তেওঁ আমাৰ প্ৰেৰনা আৰু আদৰ্শ হওক । ঈশ্বৰে তেওঁক দীঘায়ূৰ কৰক ।

  • @chinmoy1839
    @chinmoy1839 2 ปีที่แล้ว +3

    তেখেতৰ জীৱনৰ বৰ্ণিত কাহিনী সচাঁকৈয়ে
    বৰ কৰুণ । তেওঁ নাৰী শক্তিৰ বাবে আদৰ্শ হৈ ৰ'ব 🙏

  • @jonmonimahanta1520
    @jonmonimahanta1520 ปีที่แล้ว +3

    এনে সংগ্ৰামৰ জীৱনৰ বাটত নিজকে প্ৰস্তুত কৰি আগুৱাই যোৱা এই মহান বিষয়া গৰাকী সকলোৰে আদৰ্শ হৈ ৰৱক🙏

  • @dhanadarabha9476
    @dhanadarabha9476 ปีที่แล้ว +2

    অন্তৰ চুই গ'ল
    এই মহান বিষয়া গৰাকী সকলোৰে আদৰ্শ হৈ ৰৱক🙏🙏

  • @olcikisantali9623
    @olcikisantali9623 2 ปีที่แล้ว +2

    Bahut bahut dhanyabad sir Droupadi Murmur video bonowar babe

  • @nilimatamuly7488
    @nilimatamuly7488 ปีที่แล้ว +2

    আপোনাৰ কথাবোৰ শুনি ভক্তি ভাব জাগে আগুৱাইযাওক উত্তৰ গুৱাহাটী অভয়পুৰ

  • @geetasarma3731
    @geetasarma3731 2 หลายเดือนก่อน +1

    ভাল‌ ‌লাগিল

  • @kalyanirajkhowa6494
    @kalyanirajkhowa6494 ปีที่แล้ว +2

    ৰাষ্ট্ৰপতি গৰাকীৰ জীৱন কাহিনী জানি সুখী হলোঁ।

  • @snehalatakonwar3728
    @snehalatakonwar3728 ปีที่แล้ว +2

    Very good and inspirational video .bideu parti garaki narir babay adarkha sarup .

  • @BhanuDeka-b5u
    @BhanuDeka-b5u 4 หลายเดือนก่อน +2

    ৰাষ্ট্ৰপতি গৰাকী ৰ কাহিনী জানি বৰ দুখ লাগিল। তেওঁলৈ শতকৌতী‌ প্ৰণাম। ❤❤

  • @pusponath3398
    @pusponath3398 5 หลายเดือนก่อน +3

    মহামান্য ৰাষ্ট্ৰপতি গৰাকী লৈ সহস্ৰ প্ৰনাম জনালোঁ।

  • @rinihazarikabhuyan9042
    @rinihazarikabhuyan9042 4 หลายเดือนก่อน +2

    Very good vdo

  • @nalinikalita7012
    @nalinikalita7012 ปีที่แล้ว +2

    শুনি বহুত ভাল লাগিল

  • @jutikakalita7722
    @jutikakalita7722 ปีที่แล้ว +2

    ভাল লাগিল🙏

  • @barbaligirlshighschool1942
    @barbaligirlshighschool1942 4 หลายเดือนก่อน +1

    বহুত ভাল লাগিল কথাবোৰ জানিবলৈ পায়। ধন্যবাদ

  • @jonalisarma911
    @jonalisarma911 4 หลายเดือนก่อน +1

    Bahut val lagil

  • @swapnanag9833
    @swapnanag9833 ปีที่แล้ว +3

    So encouraging message

  • @renuchoudhury5044
    @renuchoudhury5044 2 ปีที่แล้ว +2

    বাইদেউৰ জীৱন কাহিনী শুনি সচাঁকৈ অন্তৰ চুই গল

  • @himontapayengpayeng9011
    @himontapayengpayeng9011 7 หลายเดือนก่อน +2

    ইশ্বৰে যি কৰে ভালৰ বাবে কৰে ।প্ৰচাৰৰ বাবে ধণ্যবাদ ।

  • @BaideuBibi
    @BaideuBibi 5 หลายเดือนก่อน +2

    Katha.khini.jani.bohut.val.lagil

  • @HemantaKurmi-cw3hy
    @HemantaKurmi-cw3hy 4 หลายเดือนก่อน +2

    Durpoti murmo 🎉sirokal sirodin all would amor hoi Thakok ai l vogobanor usorot Prarthana jonalu❤🎉

  • @padumibaruah2798
    @padumibaruah2798 ปีที่แล้ว +2

    Bohut val lagil tekhetor Adorso louk sokolú a,,

  • @diptimedhi9376
    @diptimedhi9376 2 ปีที่แล้ว +6

    আপোনাৰ ভিডিঅ'টোৰ জৰিয়তে সন্মানীয় ৰাষ্ট্ৰপতি গৰাকীৰ বিষয়ে জানিব পাৰি বৰ ভাল লাগিল।

  • @anantasonowal6711
    @anantasonowal6711 2 ปีที่แล้ว +3

    Bahut bhal lagil
    Thanks 🙏

  • @nepoleondoley3486
    @nepoleondoley3486 2 ปีที่แล้ว +3

    দেৱী ৰূপী দ্ৰোপদী মূৰ্মুৰ জীৱন কাহিনী শুনি মোৰ বুকুখন উশাহ-নিশাহ ৰোদ্ধ হোৱা যেন অনুভৱ হৈছে। তাথাপিতো তেখেতৰ ধৰ্য্য, কৰ্ম নিষ্ঠতা, সত্যতা আৰু তেখেতৰ ব্যক্তিত্ত্বই মোৰ আত্মা চুই গ'ল আৰু ডাৱৰে আৱৰি ধৰা অন্ধকাৰ মনৰ আকাশ পোহৰাই দিলে, জীৱন যুদ্ধত সফলতা অৰ্জনৰ পথ প্ৰদৰ্শক হিচাপে ৰ্মূৰ্মু
    দেৱীৰ কথা চিৰ দিন মোৰ অন্তৰত আশীৰ্বাদ হৈ এগছি বন্তি দৰে জ্বলি থাকিব । শেষত উওম বাতৰি প্ৰকাশ কৰোতা হিচাপে আপোনালৈ অশেষ ধন্যবাদ জনালো।ঔম...!🙏🙏🙏

  • @minudevi7831
    @minudevi7831 2 ปีที่แล้ว +2

    বৰ দুখৰ মাজেদি জীৱন আগবঢ়াই আজি বিশাল ভাৰতবৰ্ষৰ প্ৰথমগৰাকী নাগৰিক শ্ৰী মতী দ্ৰৌপদী মূৰ্মু মহাশয়ালৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছো ৷তেখেত নাৰী সমাজৰ এগৰাকী আদৰ্শ প্ৰতীক৷আশাকৰো তেখেতৰ নীতি আৰুআদৰ্শই ভাৰতবৰ্ষক বিশ্বৰ আগশাৰীৰ এখনি ৰাষ্ট্ৰ হিচাবে গঢ়ি তুলিব ৷

  • @purnanathborah2729
    @purnanathborah2729 4 หลายเดือนก่อน +1

    কিছু নজনা কথা জানিবলৈ দিয়া বাবে ধন্যবাদ যাচিলোঁ ৷

  • @prasantabhatta3428
    @prasantabhatta3428 7 หลายเดือนก่อน +2

    Bohut bhal lagil.

  • @tulsirampanging6610
    @tulsirampanging6610 2 ปีที่แล้ว +4

    জীৱনত সকলো ধুমুৱাই জীৱনলৈ দূৰ্গতি নানে
    কিছুমান ধুমুহা জীৱনৰ পথটো পৰিস্কাৰ কৰিবলৈও আহে। গতিকে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিৰ জীৱনৰ মূৰৰ ওপৰেদি কিমান ধুমুৱা পাৰ হৈ গল।তথাপিও তেখেতে হতাশত ভুগি থকা নাছিল।আমি আশা ৰাখিছো ।তেখেতে আমাৰ দেশত আহিব লগীয়া যিকোনো সমস্যাৰ সন্মুখীন হবলৈ সক্ষম হৈ সমাধান কৰিব পাৰিব।

  • @anjanadutta4728
    @anjanadutta4728 4 หลายเดือนก่อน +1

    বহুত দুখ লাগািল তেখেতৰ জীৱনী শুনি ৷

  • @RumiDas-te2ul
    @RumiDas-te2ul 2 หลายเดือนก่อน +1

    Bohut val lagil tekhetoradorso louks sokolua🙏🙏🌺🌺🪔

  • @kunalpatgiri8246
    @kunalpatgiri8246 2 ปีที่แล้ว +2

    সুন্দৰকৈ উপস্থাপন কৰিছে, ভাল লাগিল আগলৈ এনে ধৰণৰ কথা জানিবলৈ পাম বুলি আশা কৰিলোঁ।

  • @gautamdeka6891
    @gautamdeka6891 ปีที่แล้ว +2

    Janibo Pari bohut val lagil....

  • @namitabharali3979
    @namitabharali3979 2 ปีที่แล้ว +4

    Bahut bahut bal lagil Think you

  • @ranjumonibora5588
    @ranjumonibora5588 2 ปีที่แล้ว +15

    অন্তৰ চুই গ'ল
    সংগ্রামী জীৱনৰ এখন দুখৰ ছবি চকু আগত ভাহি আহিছে |বাইদেউলৈ সশ্ৰদ্ধ প্রণাম জনালো 🙏

  • @kampitagogoi3153
    @kampitagogoi3153 2 ปีที่แล้ว +1

    Bhut duhk lagil bohut Vaal u lagil doinya bad

  • @bipulkakati9440
    @bipulkakati9440 2 ปีที่แล้ว +6

    শিশু উপযোগী হিচাপে লিখিত ৰূপত হলে অতি উত্তম হ'ব বুলি ভাবিচো !

  • @moniparnagoswami4956
    @moniparnagoswami4956 2 ปีที่แล้ว +1

    দুচকু সেমেকি উঠিল,সঁচাকৈয়ে সংগ্ৰামেৰে ভৰা জীৱন তেখেতৰ।

  • @ranjitaborborah3518
    @ranjitaborborah3518 2 ปีที่แล้ว +50

    Draupadi murmu baidewr jibon kahini huni bor val palu sir. Moi apunar video bur saw. Sai bor perona paw. Baidewr jibon kahini janibo pari moi Kandi golu .baidewr bikhoye mur janibo mon goi asil. Apuni jonale Thanks sir. Titabor Jalukoni r pora.

    • @srimantadutta9022
      @srimantadutta9022 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ আপোনাক

    • @HariKalita-yp5nx
      @HariKalita-yp5nx 4 หลายเดือนก่อน

      A❤❤😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊aa😊aaa😊😊😊😊😊​@@srimantadutta9022

  • @dasjuri1498
    @dasjuri1498 ปีที่แล้ว +2

    😮😮

  • @tutuborah4801
    @tutuborah4801 2 ปีที่แล้ว +3

    বাইদেউৰ জীৱনৰ বিষয়ে শুনি অন্তৰ চুই গ'ল।

  • @namghosa9271
    @namghosa9271 5 หลายเดือนก่อน +1

    This is called struggle of life ❤

  • @pabinkalita1730
    @pabinkalita1730 2 ปีที่แล้ว +3

    দ্ৰৌপদী মুম

  • @minasaikia9189
    @minasaikia9189 2 ปีที่แล้ว +2

    Murmu baidewr jibon bretanta xuni Bahut bahut dukh ,antarat xas bahuai gol.Baidewr dirghayu kamana korilu.baidew Amer. babe prerona .Baidewk pranam janalu.🙏🙏🙏🙏

  • @lipikaborah5298
    @lipikaborah5298 2 ปีที่แล้ว +2

    সুন্দৰ ভিডিঅ', দাদা

  • @kadomronghangpi5140
    @kadomronghangpi5140 ปีที่แล้ว +2

    Nomostey mam🙏🙏🙏

  • @anwekhachetia1124
    @anwekhachetia1124 2 ปีที่แล้ว +1

    লিখিত ৰূপত পালে বেছি ভাল হব শ্ৰীমন্ত।

  • @rajumonihazarika423
    @rajumonihazarika423 5 หลายเดือนก่อน +2

    Bahut Val Lagil

  • @evaborgohain4202
    @evaborgohain4202 4 หลายเดือนก่อน +1

    You are great madam ,God bless you .

  • @nikujnjasarma9863
    @nikujnjasarma9863 2 ปีที่แล้ว +3

    Bahut val lagilee sir

  • @ankurray9705
    @ankurray9705 5 หลายเดือนก่อน +2

    জীয়াই থকাৰ বহু ত সাহস দিলে ধন্যবাদ

  • @runumaidas9721
    @runumaidas9721 5 หลายเดือนก่อน +2

    Verygoodnews

  • @LakshmiBora-q5b
    @LakshmiBora-q5b 5 หลายเดือนก่อน +1

    God is good🙏🙏🙏🙏🙏🇮🇳

  • @pateswaribaro4033
    @pateswaribaro4033 ปีที่แล้ว +3

    Bahut dukh lagil, Sir tekhetar jibani khuni.

  • @rukminitalukdar425
    @rukminitalukdar425 2 ปีที่แล้ว +2

    পৃথিবীৰ নাৰী জাতিৰ সাহসৰ প্রতিক তেও। কৌটি কৌটি নমস্কাৰ।

  • @basantideori5935
    @basantideori5935 5 หลายเดือนก่อน +1

    Dhaijai dharma tenor gun ❤

  • @junemonidohutia3792
    @junemonidohutia3792 4 หลายเดือนก่อน +1

    Namaste god 🙏 bless you.mem.

  • @lilaramdas9065
    @lilaramdas9065 2 ปีที่แล้ว +1

    God bless you in future with sawtal somaj. Johar

  • @gyanankur3243
    @gyanankur3243 2 ปีที่แล้ว +2

    Val lagil sai

  • @santaramdeka3015
    @santaramdeka3015 4 หลายเดือนก่อน +1

    Very glad

  • @chandanborbora3844
    @chandanborbora3844 2 ปีที่แล้ว +4

    কথাখিনি জানি বহুত ভাল লাগিল দাদা

  • @PouiPihou-ly4og
    @PouiPihou-ly4og 2 หลายเดือนก่อน

    Bahut bhal lagil sir

  • @hemjyotideka9790
    @hemjyotideka9790 ปีที่แล้ว +2

    I'll always respect to President Murmu Ji s self- confidence and self- control mind ..🙏

  • @ranugogoi2241
    @ranugogoi2241 2 ปีที่แล้ว

    Vediotu bor val lagil

  • @ranisona227
    @ranisona227 5 หลายเดือนก่อน +1

    ❤ extremely so sad story,madam, May God bless to you all the time