মোৰ ছোৱালী তিনিজনীৰ বাবে বেলেগ কথা চিন্তা নকৰো Anannya Pasani Actress interview

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ส.ค. 2023
  • ✅ Guest - Anannya Pasani (Actress)
    ✅Instagram -shemim-siddikii
    Facebook -Shemim Ahmed siddiki
    Twitter - Shemim Ahmed Siddiki
    @ShemimSiddiki
    ✅any business enquiry -
    shemim.ahmed2@gmail.com
  • บันเทิง

ความคิดเห็น • 141

  • @ranjuadhikary6511
    @ranjuadhikary6511 11 หลายเดือนก่อน +22

    প্ৰেম হল বুলি নিজৰ জাতি টো ছাব লাগে

  • @tapanbhuyan2853
    @tapanbhuyan2853 11 หลายเดือนก่อน +5

    June ji kouk Aninaya Pachani is a very good person I salut her personality and I wish her feature with her all family

  • @basantiboro4314
    @basantiboro4314 11 หลายเดือนก่อน +38

    এই বিলাক সাহসী অনুষ্ঠান প্রতেক গৰাকী যুৱতী য়ে চোৱা উচিত।

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 11 หลายเดือนก่อน +13

    ভাল লাগিল অনন্যা পাচনিৰ জীৱন আৰু কৰ্মৰ সম্পৰ্কে জানিব পাৰি। আগুৱাই যাওক আন্তৰিক শুভ কামনা যাচিছোঁ। ঈশ্বৰ সহায় হ‌ওক । 🌷🌷

  • @moushumidas8461
    @moushumidas8461 11 หลายเดือนก่อน +8

    Such a strong lady... Much love and respect to her ❤

  • @maramiroy5390
    @maramiroy5390 10 หลายเดือนก่อน +5

    হে অনন্য তুমি নাৰী । নাৰীয়ে কৰিব নোৱাৰা কাম একোৱেই নাই ।যদি ইতিবাচক হিচাপে গঢ়িব খোজে ,তেতিয়া উচ্চশিখৰ পাৱ আৰু যদি নেতিবাচক হিচাপে গঢ়িব খোজে তেতিয়াও নিশ্বয় ....

  • @sukanyachoudhury6376
    @sukanyachoudhury6376 11 หลายเดือนก่อน +5

    তেওঁ কৈয়ে গ'ল ইউটিউবাৰবোৰক মাজৰ যি টি কথা থাম্বনেইলত নলগাবলৈ। আৰু এইগৰাকীও তাকেই কৰিলে। আগে পিচেও দেখি থাকো কিন্তু কোৱা নাযায়। কিন্তু আজি তেওঁ বিশেষভাবে কোৱাৰ পিছতো একেটা কামকে কৰিলে। কেইটামান ভিউজৰ বাবে কি কি যে নকৰে ইহঁতবোৰে।

  • @Rinku_xl_5
    @Rinku_xl_5 11 หลายเดือนก่อน +35

    অনন্যা পাচনি সুন্দৰ মনৰ অধিকাৰী হয় । উচ্চ মানসিকতা হয় । সকলো নাৰীয়ে অনন্যা পাচনিৰ পৰা শিকিব লাগে । ছেলুট অনন্যালৈ । মহান নাৰী । নাৰী তুমি অনন্যা ।

    • @ankurraj8350
      @ankurraj8350 11 หลายเดือนก่อน +5

      অনন্যা পাচনিৰ পৰা যদি কোনোবাই শিকে তেনেহলে বহুত হিন্দু লৰাই হিন্দু ছোৱালী নোপোৱা হব । তাইৰ পৰা শিকিব লগা কি আছে

    • @Rinku_xl_5
      @Rinku_xl_5 11 หลายเดือนก่อน +2

      ​@@ankurraj8350 অসমৰ প্ৰতি গৰাকী নাৰীৰ বাবে অনন্যা হৈছে আদৰ্শ নাৰী । মইটো বিছাৰো প্ৰতি গৰাকী নাৰী অনন্যা হব লাগে তেতিয়াহে সমাজৰ উন্নতি হব ।

    • @Rinku_xl_5
      @Rinku_xl_5 11 หลายเดือนก่อน

      ​@@ankurraj8350 অনন্যাই ৰেভেনিউ জেনেৰেট কৰি আছে । অসমৰ প্ৰতি গৰাকী নাৰীয়ে যদি ৰেভেনিউ জেনেৰেট কৰে তেতিয়াহে মূখ্যমন্ত্ৰীয়ে অসমক দেশৰ পাচ খন শীৰ্ষ ৰাজ্যলৈ নিব পাৰিব ।

    • @Rinku_xl_5
      @Rinku_xl_5 11 หลายเดือนก่อน

      ​@@ankurraj8350 অসমত মহিলাৰ সংখ্যা হৈছে ১ কৌটি ৫০ লাখ । এই মহিলাখিনিয়ে যদি বছৰেকত ১ লাখ টকাকৈ ৰেভেনিউ জেনেৰেট কৰে তেতিয়াহলে ১ . ৫ কৌটি × ১ লাখ = ?

    • @Rinku_xl_5
      @Rinku_xl_5 11 หลายเดือนก่อน

      ​@@ankurraj8350 অসম হৈছে পিতৃ প্ৰধান সমাজ আৰু মেঘালয় হৈছে মাতৃ প্ৰধান সমাজ । পিতৃ প্ৰধান সমাজত ঘৰ মাটি সম্পত্তি পুৰুষৰ নামত থাকে । মাতৃ প্ৰধান সমাজত মহিলাৰ নামত থাকে । অসমৰ মূখ্যমন্ত্ৰীক মই আবেদন জনাম যে অসমৰ মাটিবোৰ মহিলাৰ নামত কৰি দিয়ক । চাকৰিবোৰ ছোৱালীক দিয়ক । ছোৱালীবোৰে লৰাক বিয়া পাতি ঘৰলৈ আনিব আৰু লৰাজনক গৃহিনী বনাই দিয়ক । ঘৰৰ কামবোৰ লৰাজনে কৰিব আৰু সন্তানক লালন-পালন কৰিব । ছোৱালীজনীয়ে বাহিৰলৈ গৈ উপাৰ্জন কৰিব । তেতিয়া নাৰী নিৰ্যাতন কমিব আৰু পুৰুষজনে ভয়তে কপি থাকিব ।

  • @malaborah5955
    @malaborah5955 11 หลายเดือนก่อน +9

    বৰ ভাল লাগিল , মানুহে নিজক ভাল পাব লাগে ।অন্যন্যা এগৰাকী সাহসী নাৰী , এই অনুষ্ঠানটো চাই বহুত নাৰীয়ে সাহস পাব ।

    • @dhunurumurlife6151
      @dhunurumurlife6151 11 หลายเดือนก่อน

      Hello Tumi muru frd hba ni moiu back krim

  • @user-zn3ge2iq6n
    @user-zn3ge2iq6n 11 หลายเดือนก่อน +10

    Thanks Shemim Ahmed... This interview of Ananya ma'am will encourage me a lot... As I also faced similar situations like her... And may be even worse...

  • @JimpiChiring1994
    @JimpiChiring1994 11 หลายเดือนก่อน +1

    Bhut val lagil videotu sai...ata ktha hsa j jikunu vul bur hrua howk ba dangre howk 1stte clear krib lage mone mone hoitjy kri thkib nlage past pstab loga hoi....

  • @ciyadevi3637
    @ciyadevi3637 11 หลายเดือนก่อน +2

    Aaji he interview sai val lagile ❤

  • @paparideka2596
    @paparideka2596 10 หลายเดือนก่อน

    Bht vl lagil aponr kotha khini xoni baa....❤️❤️

  • @pritimarinisha4079
    @pritimarinisha4079 10 หลายเดือนก่อน +2

    Annaya bohut breave and humble suwali hoi.kintu interview aneke o lobo nalage je personal life t jera kori kori sudhi ase..past r katha eman sudhi sukuwa gha khusura Jen lagil

  • @runusarmah4050
    @runusarmah4050 11 หลายเดือนก่อน +14

    খুব ভাল লাগিল.....অনন্যা...ইমান সৰু ছোৱালীজনীয়ে ইমান সুন্দৰ সুন্দৰ কথা কৈ গ'ল...❤

  • @mompyvlogs
    @mompyvlogs 10 หลายเดือนก่อน

    Val lagil kothabur huni aito step moiu par kri ahisu....

  • @Kaushik632
    @Kaushik632 10 หลายเดือนก่อน +1

    ভাল লাগিল।❤

  • @reenatamuli6970
    @reenatamuli6970 10 หลายเดือนก่อน

    ❤❤ বহুত ভাল লাগিল

  • @devdas8542
    @devdas8542 11 หลายเดือนก่อน +18

    এজন হিন্দু ছোৱালী হৈ.... মুছলিমৰ লগত বিয়া হব নালাগিছিল কাৰণ আমাৰ নিজৰ সংস্কৃতি টো বজাই ৰাখিব লাগে.... এইটো মুছলিমৰ ক্ষেত্ৰতো একেই কথা তেওঁলোকেও মুছলিমে বিয়া পাতিব লাগে তেতিয়া প্ৰবলেম বোৰ নাহে..... যদি এজন হিন্দু লৰাৰ লগত বিয়া হলা হয় আজি এখন সুখৰ সংসাৰ হৈ থাকিল হয়...

    • @Nilimadas-bm2tm
      @Nilimadas-bm2tm 11 หลายเดือนก่อน +2

      Akuni thik kothai koise,

    • @arunimagogoihazarika641
      @arunimagogoihazarika641 11 หลายเดือนก่อน +5

      Hindu lorar logot biya holei j honghar hukhi holheten tenekua aku nohoi

    • @murthy1234sharma
      @murthy1234sharma 11 หลายเดือนก่อน +3

      Not necessary..does hindu men not commit crime?

    • @sliceoflife1600
      @sliceoflife1600 11 หลายเดือนก่อน +4

      Geetawali rajkumari e hindu lora logote biya patisil..teu u divorce hol..yat hindu Muslim angle nanibo

    • @davedavid5989
      @davedavid5989 10 หลายเดือนก่อน

      Thik koise

  • @nishitadoleyofficial4416
    @nishitadoleyofficial4416 8 หลายเดือนก่อน +1

    ba joni k bohut log pabo mon ase

  • @user-lg8ob3lx7o
    @user-lg8ob3lx7o 11 หลายเดือนก่อน +4

    It's better to leave toxic connections... Self love is important❤

  • @pegu6282
    @pegu6282 7 หลายเดือนก่อน

    Bohut vl lgil Ananya baa❤❤

  • @panibina444
    @panibina444 7 หลายเดือนก่อน

    সচাই ধুনীয়া হৈছে

  • @assamkinamita6951
    @assamkinamita6951 11 หลายเดือนก่อน +2

    Ba r kotha bur bht bhal lage

  • @lovelykitchenmoran1337
    @lovelykitchenmoran1337 8 หลายเดือนก่อน

    Moja ❤❤ duyo joni dhuniya lagise ❤

  • @niludeka6591
    @niludeka6591 11 หลายเดือนก่อน

    Bor dhunia kotha bilak Val lagil Ananya k eneu borvl lage Samim tumi bor dhuniakoi kotha pata Val lage

  • @ADevi-qe4vm
    @ADevi-qe4vm 11 หลายเดือนก่อน +23

    Divorce d valei krise baideu y...ru hosa kotha protyk joni swali independent hoatu khubei important....

  • @antarisharts
    @antarisharts 9 หลายเดือนก่อน

    Val lagil ❤❤

  • @mrinaligoswami5709
    @mrinaligoswami5709 11 หลายเดือนก่อน +5

    মোৰ জীৱনতো ও আপোনাৰ দৰেই 17 বছৰ হল মা পাপাৰ কৃপাত বাছি আহিলো ।

  • @shabnamsultana8919
    @shabnamsultana8919 10 หลายเดือนก่อน +1

    Very nice n gitwali ba r interview lge

  • @bijayagoswami4399
    @bijayagoswami4399 9 หลายเดือนก่อน

    Shemim dhunia lagise❤

  • @PujaDas-pg2cw
    @PujaDas-pg2cw 11 หลายเดือนก่อน

    Right

  • @putulkalita7782
    @putulkalita7782 11 หลายเดือนก่อน

    আজিৰ ভিডিও টো চাই বহুত ভাল লাগিল ❤❤❤

  • @nayanmoniborsaikia9190
    @nayanmoniborsaikia9190 10 หลายเดือนก่อน +1

    বা কথা বোৰত ইমান সাহস পালোঁ । বহুত অনুপ্ৰেৰনা পালো video টো চাই ❤

  • @arjinabegum2044
    @arjinabegum2044 11 หลายเดือนก่อน +5

    ananya baak val paw❤ bahut bahut val lage baar voice to ❤❤

  • @rekhaozah1383
    @rekhaozah1383 11 หลายเดือนก่อน +4

    অন্যন্যা পাচনিক মই বৰ ভাল পাও। অসমীয়া অভিনেত্ৰীৰ ভিতৰত অন্যতম।

  • @phulumadeka6765
    @phulumadeka6765 11 หลายเดือนก่อน +2

    Baa r ktha khini xuni bht vl lgil

  • @nanditasarma9294
    @nanditasarma9294 11 หลายเดือนก่อน

    ❤❤❤❤❤

  • @azimbabu2692
    @azimbabu2692 11 หลายเดือนก่อน +2

    Shemim ba Kapil dar interview ata loba sun

  • @Bornali_Goswami_Vlog
    @Bornali_Goswami_Vlog 11 หลายเดือนก่อน +1

    বহুত ভাল লাগিল

    • @dhunurumurlife6151
      @dhunurumurlife6151 11 หลายเดือนก่อน

      Hello Tumi muru frd hba ni moiu back krim

  • @harendrarajbongshi1868
    @harendrarajbongshi1868 9 หลายเดือนก่อน

    আপোনাৰ ৰাগ অনুৰাগ চাই আছো। । মোৰ বৰ প্ৰিয় চিয়েল ।

  • @mamonichuitagogoi7682
    @mamonichuitagogoi7682 11 หลายเดือนก่อน

    ❤ভাল লাগিল

  • @jbr148
    @jbr148 9 หลายเดือนก่อน

    Mojja lage ananya baidok

  • @sabitriboruah4411
    @sabitriboruah4411 11 หลายเดือนก่อน

  • @deepsikhadevi1042
    @deepsikhadevi1042 11 หลายเดือนก่อน +4

    সতীয়া ছোৱালী ৰ কথাটো কৰ পৰা আহিল হে ??? নোকোৱো কথা এটা কিয় thumbnail t দিয়া views ৰ কাৰণে ।। ফতুৱা নেকি ॥

  • @anuradhasvlog7278
    @anuradhasvlog7278 11 หลายเดือนก่อน +2

    Bhut val agoraki actress।ru aguai jua anedore

  • @parbitaboro6102
    @parbitaboro6102 11 หลายเดือนก่อน +3

    Hi jonik olopb val nalage

    • @naruforsupper8976
      @naruforsupper8976 10 หลายเดือนก่อน

      Jerifa Wahid ru Kopil Bora r interview lob sun

  • @exploria6805
    @exploria6805 11 หลายเดือนก่อน +4

    এখেতৰ গুৱাাহাটীৰ 4ষ্টাৰ হোটেল এখনৰ মালিকৰ লগত•••••••

  • @dishamoni481
    @dishamoni481 11 หลายเดือนก่อน +4

    Sowali keijoni dangr a hoise...18 a hoise sage dangr jonir ...taik a biya dibo lagibo atiya aru maakor biyar kotha nokobi TH-camr khini a nijor lv sai thako ...kiman beya lage sage maakor biya kotha kole nd biya hoboloi kole ..eko nai pari amuk tamuk....kiman dukh khong uthe sage sowali keijonir

  • @devdas8542
    @devdas8542 11 หลายเดือนก่อน +15

    আপোনাৰ বৰ্তমান জীৱনত যদিহে নিজৰ সংস্কৃতিৰ লগত মিলা এজন ভাল সংগী পাই তেতিহলে অতি সোনকালেই এটা সিদ্ধান্ত লওক বা..!! জীৱনটো আপোনাৰ আৰু ৩৮ বছৰ হৈছে হে মাত্ৰ এইটো বয়সত বহুত ছোৱালী বিয়া হোৱাই নাই ""// So গোটে জীৱন বেলগৰ ভাল বেয়া কোনে কি ভাবিছে কি কৈছে এইবোৰ চিন্তা কৰাতকৈ নিজৰটো ভাবক আৰু এজন ভাল মনৰ নিজৰ সংস্কৃতিৰ লগত মিলা সংগী এজন লওক....।।। আপোনাৰে নহয় বহুত দাঙৰ ডাঙৰ মানুহৰ জীৱনতে ভূল হৈ যায়... কিন্তু এবাৰ হোৱা ভূলৰ বাবেই গোটে জীৱন কিয় অকল শৰীয়া হব, কিয় গোটে জীৱন শাস্তি ভুগিব.... শুনক বা আজিৰ দিনত কোনো কাৰো কথা ভাবি থকাৰ সময় নাই... সকলোৱে নিজৰ সুখৰ কথা নিজে ভাবিব লাগিব...So বেলেগে কি কব নকব এইবোৰ ভাবি নিজক যদি দুখ দি আছে কষ্ট দি আছে তেতিয়াহলে আপুনি জীৱনত আকৌ বহুত ডাঙৰ এটা ভূল কৰি আছে এই ভূলৰ অনুসূচনা আপোনাৰ আৰু কেইবছৰ মান পিছত হে আহিব ... আমি নো কোন আৰু ভিডিঅ চাইছো মনৰ ভাব ব্যক্ত কৰিবলৈ তলত কমেণ্ট দিয়াৰ ব্যৱস্থা আছে So কৰি দিছোঁ মনত আহা চিন্তাটো 😂😂😂❤❤❤

    • @Nilimadas-bm2tm
      @Nilimadas-bm2tm 11 หลายเดือนก่อน

      Apuni ki kotha koisenu, tnijoni sowalir mak tate akou tai blg jatoloi biya hoise, atiya akou heijonik koise bole nijor hongoskritir mone mila manuhor logot biya hobo lage, ki kotha koise oo,

  • @moinathengal5978
    @moinathengal5978 11 หลายเดือนก่อน +5

    Rag Anurag sralkhn Sai vl lage hdai saw Ananya pasonik vl lage❤

  • @MEGHVLOGS-ro4bi
    @MEGHVLOGS-ro4bi 24 วันที่ผ่านมา

    Bor vl lagil

  • @Pompibaruah-kt5zl
    @Pompibaruah-kt5zl 11 หลายเดือนก่อน

    Self dependent hobo lge sokolu suali vl lagil Sai👍👍👍

  • @gitanjalidas3139
    @gitanjalidas3139 10 หลายเดือนก่อน

    Baa k bhut val lage ru kotha boro xuni bhut val lagil...but moi ata kotha buji powa ni Assamese actress boror ki divorce hoi ase bhut actress r divorce hoise atar logot xuxi hb noware ne ki gao borot son divorce bola bastu tu ni e

  • @user-ee4km3sg8x
    @user-ee4km3sg8x 11 หลายเดือนก่อน +1

    Bohut bhal lagil

  • @debasishboruahvlog8962
    @debasishboruahvlog8962 11 หลายเดือนก่อน +1

    Baa joni amar jorhat karanga hoi

  • @swapnachetrymech7599
    @swapnachetrymech7599 11 หลายเดือนก่อน +2

    Vl lagile

  • @dhirendeka784
    @dhirendeka784 11 หลายเดือนก่อน +17

    "খতীয়া" শব্দ অসমীয়া ভাষাত ক'ৰ পৰা আহিল ?

  • @ciyadevi3637
    @ciyadevi3637 11 หลายเดือนก่อน

    Domestic violence khani mur logot aase jodi lage moi dibo parim ma'am

  • @jonalidevi8964
    @jonalidevi8964 11 หลายเดือนก่อน +2

    Dr আকাশী তৰা বাক মাতিব চন

  • @user-bv8vz5ee5d
    @user-bv8vz5ee5d 11 หลายเดือนก่อน

    Tumar kathabur Val lagil

  • @pratimasarma1737
    @pratimasarma1737 11 หลายเดือนก่อน +8

    খতীয়া নে সতিয়া?

    • @bkp9774
      @bkp9774 11 หลายเดือนก่อน

      ষ্টেণ্ডাৰ্ড অসমীয়াত কলে খতিয়া কয় চাগে।

    • @diptigogoi9955
      @diptigogoi9955 11 หลายเดือนก่อน +1

      Hosa kotha koisa .mur khetrat ak.

  • @boishaliboruah7713
    @boishaliboruah7713 11 หลายเดือนก่อน +1

    Val lagil kothakhini

  • @DMCHANGMAI
    @DMCHANGMAI 11 หลายเดือนก่อน

    ❤❤❤

    • @dhunurumurlife6151
      @dhunurumurlife6151 11 หลายเดือนก่อน +1

      Hello Tumi muru frd hba ni moiu back krim

    • @DMCHANGMAI
      @DMCHANGMAI 11 หลายเดือนก่อน

      @@dhunurumurlife6151 um hm bru

  • @barnalideka7356
    @barnalideka7356 8 หลายเดือนก่อน

    মুছলিমক একেবাৰে বিশ্বাস কৰিব নোৱাৰি

  • @gitasreehazarika1262
    @gitasreehazarika1262 10 หลายเดือนก่อน +2

    Care nu kuna ksk kora tatiya kora nasil saga,, khali Xomoi tumar kotha vabibola sobora ako monot Nathaka

  • @IshoretumakPremkore
    @IshoretumakPremkore 11 หลายเดือนก่อน +12

    Muslimor lgt biya pato pali mosola tu❤

    • @bkp9774
      @bkp9774 11 หลายเดือนก่อน +2

      খজুওঁতি মাৰি দিলে, এটিয়াও মাজে মাজে আহে, খজুটি কন মিতাই যাই।

    • @IshoretumakPremkore
      @IshoretumakPremkore 11 หลายเดือนก่อน

      @@bkp9774 😄🤭

  • @user-pr1jq4hf7f
    @user-pr1jq4hf7f 11 หลายเดือนก่อน +2

    Anonyo Pasoni br dhunia hoi ase

    • @bkp9774
      @bkp9774 11 หลายเดือนก่อน +1

      অনন্যা আহমেদ,

  • @ankurraj8350
    @ankurraj8350 11 หลายเดือนก่อน +9

    অনন্যা বা আপোনাৰ ছোৱালীকেইজনি হিন্দু নে মুছলিম ।বিয়া দিলে হিন্দুৰ তাত দিবনে মুছলিমৰ তাত দিব । এটা কথা মনত ৰাখিব আপোনি এতিয়া হিন্দু নহয় কিন্তু কাৰণ ছোৱালী এজনি বিয়া দিয়াৰ পিছত মানুহজনৰ ধৰ্মহে লয়

    • @bhagyasreehazarika122
      @bhagyasreehazarika122 10 หลายเดือนก่อน

      Um hosa kotha tate teulukr jonmodia deutak muslim gotike hindu lora normaly bia patibole agbahi nahe asolote ajikali modern jug je pohi-huni established hole bia patibo

    • @bb-qv4bx
      @bb-qv4bx 8 หลายเดือนก่อน

      তেওঁলোকে কাশ্যপ লিখে

  • @matubora2743
    @matubora2743 11 หลายเดือนก่อน

    Mor hoi asa ke korem ba

  • @joymalakar3596
    @joymalakar3596 9 หลายเดือนก่อน

    তোমাৰ যদি দেউতাই তোমাক ইমান সাষন কৰিচিল কেনেকে তুমি মুছলিমৰ লগত বিয়া হলি।

  • @PranatiDeka-vn7ic
    @PranatiDeka-vn7ic 11 หลายเดือนก่อน +7

    খটীয়া নহয় হে সতীয়া

  • @tinakidz7932
    @tinakidz7932 9 หลายเดือนก่อน

    Shemim tumar question bilak mur Val loga nai😢😢

  • @kalpanadas1724
    @kalpanadas1724 11 หลายเดือนก่อน +3

    মোৰ জীরনটোও আপোনাৰ দৰেই ৷

    • @bkp9774
      @bkp9774 11 หลายเดือนก่อน

      কাৰ লগত কৰিলী কামটো ? কেইটা পইডা হল , নকলা চূন।

  • @janardanjitudeka9765
    @janardanjitudeka9765 11 หลายเดือนก่อน +2

    অনন্যা বা মোৰ প্ৰিয় অভিনেত্ৰী আছিলে। ইমান সুন্দৰ সুন্দৰ অসমীয়া চিনেমা দি গৈছে আমাক। কিন্তু সকলো পায়ো যেন আপুনি ঘৰৰ পৰা এটা ভাল শিক্ষা নাপালে যাৰ বাবে আজি এনেকুৱা এটা অৱস্থা হ'ল। এতিয়া ভাৱক ছোৱালী কেইজনীৰ ভবিষ্যত কি হৱ.. জীৱনৰ এটা সময়ত সকলোকে সঙ্গী লাগে। আপোনাৰ যি হ'ল হ'ল আৰু কিন্তু ছোৱালী কেইজনীৰ কি হৱ... সকলো সেই কোমল বয়সতে ভুল কৰিলে আপুনি।

    • @arunimagogoihazarika641
      @arunimagogoihazarika641 11 หลายเดือนก่อน +1

      Ghoror pora bhal siksha napale buli kuato moi juktihongoto buli nabhabu, bohot educated family lora sualiu life unhappy hobo pare. Suali keijonir life kyo baya hobo, definitely success hobo in their life

  • @xurordeolkalabithika1129
    @xurordeolkalabithika1129 11 หลายเดือนก่อน

    তোষামোদ নকৰোঁ নিজৰ ফিটনেছৰ প্ৰতি মন দিয়ক।

  • @ankurraj8350
    @ankurraj8350 11 หลายเดือนก่อน +6

    কৰিণা কেটৰিণাৰ উদাহৰণ দি লাভ নাই কাৰণ তেওলোকৰ কোনো ধৰ্মই নাই । কোনো ঘৰেই নাই

  • @gargichutiachutia7108
    @gargichutiachutia7108 8 หลายเดือนก่อน

    পুৰণা কথাবোৰ কিয় খুচৰি থাকিব লাগে😠এবাৰ সুধিলে হল বাৰে বাৰে past কথাবোৰ সুধিব নালাগে ।তেওঁ জীৱনৰ বেলেগ বেলেগ কথা আছে সেইবোৰ সুধিব লাগে

  • @mahanandaroy9235
    @mahanandaroy9235 11 หลายเดือนก่อน

    Moy accept korim

  • @bkp9774
    @bkp9774 11 หลายเดือนก่อน +10

    একো জনপ্ৰিয় নহয়, কেতিয়াবা কেতিয়াবা পয়েক টো আহে নে হুধক চুন ।

    • @PD-gj7ot
      @PD-gj7ot 11 หลายเดือนก่อน +3

      নিজৰ চিন্তা ধাৰা ওপৰিও মাক বাপেকে দিয়া সংস্কাৰ কি সেই টো ওলায় পৰে এটা শাৰী তে বুজিছে

    • @bkp9774
      @bkp9774 11 หลายเดือนก่อน

      @@PD-gj7ot সেই চিন্তাধাৰাৰ ফলতো পাইছই দেখোন।

    • @arunimagogoihazarika641
      @arunimagogoihazarika641 11 หลายเดือนก่อน +2

      ​@@PD-gj7otapunar lora suali a ki kori ase abar notice koribo son , dress a manuhok judge koribo nuari

  • @mixmasalainformation5097
    @mixmasalainformation5097 11 หลายเดือนก่อน +1

    Khubei vl lgise ba❤

    • @pratimasarma1737
      @pratimasarma1737 11 หลายเดือนก่อน

      নিজৰ ইচ্ছা অনুসৰি যি মন যায় তাকে কৰিব পাৰে অসমীয়া ভাষাৰ ক্ষেত্ৰত।

  • @Rinku_xl_5
    @Rinku_xl_5 11 หลายเดือนก่อน

    কণ্ঠশিল্পী প্ৰনিতা বৈশ্য মেধিৰ সাক্ষাৎকাৰ এটা চাবলৈ ইচ্ছা আছে । তেওৰ ইণ্টাৰভিউ ইউটিউবত বিছাৰি পোৱা নাই । আপোনাৰ অনুষ্ঠানলৈ নিমন্ত্ৰন জনাওক ।

  • @chandandutta3186
    @chandandutta3186 9 หลายเดือนก่อน

    Madam, bare bare apuni khali personal divorce r katha tu koi thake. Teo atia seibilak paharise, aru apuni bare bare take ulab bisare. Life t divorce hoa tu ekebare normal katha.Divorce hua kathatu mor hisabat discussion r bikhay nahay. Plz make sure to include a mature content for interview rather personal content.

  • @jupango460
    @jupango460 11 หลายเดือนก่อน +5

    Miyai ghogula kori ari dile

    • @bkp9774
      @bkp9774 11 หลายเดือนก่อน

      ফেত ফেটিয়া
      কৰি এৰি দিলে , তেওঁ আকৌ জনপ্ৰিয়, মূহময়ী, সেক্সী বালৰ মাইকী।

  • @BhagyasriRajbongshi-iv9ip
    @BhagyasriRajbongshi-iv9ip 11 หลายเดือนก่อน +2

    Baak bhut mrm lage

  • @rajashreebora2595
    @rajashreebora2595 11 หลายเดือนก่อน +11

    Swali gijonik kiyo dautakeu nsai asoret mnh ru dai bohut bya kihr karone blg maiki pate

    • @bkp9774
      @bkp9774 11 หลายเดือนก่อน +2

      ফলতো ভুগিছে বনৰীয়ে।

    • @Nilimadas-bm2tm
      @Nilimadas-bm2tm 11 หลายเดือนก่อน

      Bonori nohoy nu ki, ho sake pay,

  • @ayuashsonowaltinsukia8919
    @ayuashsonowaltinsukia8919 11 หลายเดือนก่อน

    Muna vindo logot tumi olopu Mila nacila..vindok bura bura lage...eiman dagor hoi u tenekuwa sobav.

  • @bedonadas4833
    @bedonadas4833 9 หลายเดือนก่อน

    Dhormor khettrot aku nai,Nijor shintta dhara aru Bujaporahe,Ashol.Anor kotha nokow moi nijeu,Bhal py biya hoiyu,lastot,Monor pora Hari gaishilu,Monor pora ari dishilu

  • @diparya7576
    @diparya7576 11 หลายเดือนก่อน

    Kotha bor val lge bar, teu bohut xahokhi

  • @jatinkonwar883
    @jatinkonwar883 11 หลายเดือนก่อน

    মোৰো majorএকেই অনোভর কৰো।

  • @julikonwar4965
    @julikonwar4965 11 หลายเดือนก่อน +1

    Bihut. Vhal ligel

  • @debajitborthakur3603
    @debajitborthakur3603 11 หลายเดือนก่อน +2

    Goria lgt biya hobi bhal hoisae. Hindu lora napali. Talk show koriso laj lagibo lagae. Sotori. Seee....
    Jay sri Ram

    • @arunimagogoihazarika641
      @arunimagogoihazarika641 11 หลายเดือนก่อน

      Apunar ki j narrow mentality, successful married life or karone assamese-goria buli aku kothai nai , same caste ,same religion holeu married life success nohoi. Talk show koriboloi laj lagiboloi ki ase, she is good mother also a social worker and a good actress in assamese entertaining industry.

    • @user-rr7kf4wp5t
      @user-rr7kf4wp5t 10 หลายเดือนก่อน

      ​@@arunimagogoihazarika641yes jeneke geetanjali rajkumari Tai tetia hole divorce hobo nalagisil

  • @saibyachutia8690
    @saibyachutia8690 8 หลายเดือนก่อน

    ময়ো যাম অ বাইদেউ।
    অকলশৰীয়া মাতৃৰ হোমলৈ
    খুলক তেনে অনুস্বন

  • @harendrarajbongshi1868
    @harendrarajbongshi1868 9 หลายเดือนก่อน

    আপোনাৰ ৰাগ অনুৰাগ চাই আছো। । মোৰ বৰ প্ৰিয় চিয়েল ।

  • @rinkigogoi7455
    @rinkigogoi7455 11 หลายเดือนก่อน +3

    ❤❤❤❤❤

  • @cutiepie-hu6gy
    @cutiepie-hu6gy 11 หลายเดือนก่อน +2

    ❤️❤️❤️❤️❤️