Assam News: প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ লেতেৰা অধ্যায়

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.ค. 2024
  • ঐতিহ্যমণ্ডিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত পূৰ্বে কেতিয়াও সংঘটিত নোহোৱা এক কলংকিত অধ্যায় সূচনা হ’ল। সংঘৰ মূল দায়িত্ববাহী বিষয়াই লুটিপুটি খালে ভকত-বৈষ্ণৱে সংঘৰ বাবে দান কৰা অৰিহণাৰ ধন। প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ বিৰুদ্ধে সংঘৰ নিজা তদন্তত ওলাইছে বহু বিস্ফোৰক তথ্য।
    #assam #nd24live #nd24news #nd24assamese #livenews #assamesenews
    --------------------------------------------------------------------------------------------
    Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
    All you need to do is PRESS THE BELL ICON next to the Subscribe button!
    ND24 is an Assamese News Channel. ND24 TH-cam channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
    Stay tuned for the latest updates from India and around the world!
    𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
    ▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
    ▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
    ▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
    ▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
    ▶️ 𝐊𝐨𝐨: www.kooapp.com/profile/nd24_news
    ▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
    𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
    ▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
    • আজিৰ পৰ্যৱেক্ষণ | RAJD...
    ▶️ HASHTAG BY MANASH PRATIM DEKA
    • HASHTAG | MANASH PRATI...
    ▶️ ৰাজপাট কাৰ?
    • ৰাজপাট কাৰ? | 2024 Lok...
    𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

ความคิดเห็น • 143

  • @h1239640
    @h1239640 หลายเดือนก่อน +12

    ই হাৰামি বুলি মই , লুৰিন ডাঙৰীয়া লগত তৰ্ক কৰোতে আৰু political leaders লগত বেছি সলি গলি কৰোঁতে জানিছিলো।।

  • @probingogoi9774
    @probingogoi9774 หลายเดือนก่อน +16

    একো নহয় বাপজনা। চিন্তা নকৰিব ১ বা ২ বছৰ মান এঘৰীয়া কৰিব। পিছলৈ নাম এভাগী পাতি সঙ্ঘৰ বৰমূৰীয়া কেইজনক অন্ন পান কৰাই দিলেই সকলো শুদ্ধ হৈ যাব। চালা গুৰুজনাৰ নামত তহত বোৰ মহা কলঙক। সঁচা নে মিছা নিজে নিজকেই সুধি চাব, ,,,😅😅😅😅

  • @pankajgogoi7617
    @pankajgogoi7617 หลายเดือนก่อน +22

    অতি ভক্তি চোৰৰ লক্ষণ । জয় গুৰু শঙ্কৰ' ।।। জয় শঙ্কৰদেৱ সংঘ কি জয় ।।।

  • @powerofalisa4325
    @powerofalisa4325 หลายเดือนก่อน +8

    ধৰ্মৰ নামত কলংক সনা এইজনা বাবুল বৰাক নঙঠা কৰি ৰাইজৰ আগত আঠুকঢ়াই থওক ।এওঁৰ কাৰণে বহুত নিবনুৱাৰ অৱস্থা কি হ'ল দেখছিলে ।মোৰ দৰে কিমানে শঙ্কৰ সঙ্ঘ এৰিব লগা হ'ল ।আৰু কত কি আছে ।

  • @Putulbhuyan
    @Putulbhuyan 29 วันที่ผ่านมา +2

    ।। মুক্তিত নিস্পৃহ যিটো সেহি ভকতৰ নমো।। সংঘীয় পন্থাৰ হৈ অনেক নীয়মৰ ধৰ্মীয় বৰঙনীৰ উৎপীড়ন সহি নিজকে নীচ বুৰ্বক যেন লাগিছে । নেপায় দেই সংঘৰ নামত ধৰ্মৰ নামত আমাৰ কষ্টৰ টকা আত্মাসাৎ কৰিব । প্ৰভূ কৃষ্ণহে বুলিলো । বোলে কথাতে কয় নহয় অতি ভক্তি চোৰৰ লক্ষন।

  • @hemantachangmai158
    @hemantachangmai158 หลายเดือนก่อน +16

    গাহৰি পুহিলে এঘৰীয়া কৰে ,এতিয়া এই বাবুল চোৰটোক কি কৰিব আমি চাম |

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s หลายเดือนก่อน +3

    এইজনৰ কাৰ্যকালতে শঙ্কৰ সঙ্ঘৰ মান যঠেষ্ট অৱনমিত হ'ল।

  • @Ramraj13333
    @Ramraj13333 หลายเดือนก่อน +11

    ধৰ্ম নামত এই বোৰ দালাল

  • @achutananadabasumatary34
    @achutananadabasumatary34 หลายเดือนก่อน +7

    মহাপাপে চুব

  • @hangsha5519
    @hangsha5519 หลายเดือนก่อน +9

    মুখত যিহে হৰিৰ নাম । মস্ত চুৰ হে ওলাল । 😂😂😂😂

  • @DebojitkrboraBora
    @DebojitkrboraBora หลายเดือนก่อน +2

    ধৰ্ম তো ৰাজনৈতিক নেতা মন্ত্ৰী সকল সোমাই এনেকুৱা হয়।।

  • @tirthajyotigogoi9942
    @tirthajyotigogoi9942 หลายเดือนก่อน +17

    আমিও শংকৰদেৱ সঙ্ঘৰ পৰা আতৰিম আমাৰ কষ্ট পইছা খাবলৈ দিয়া নাই

    • @rebadas.88
      @rebadas.88 หลายเดือนก่อน +1

      Eku vul comments dia nai. Anekua bilakor karne val nalagea.

    • @GopinathrayRay-fi4fv
      @GopinathrayRay-fi4fv 17 วันที่ผ่านมา

      Apunak kune koise thakiba atori diyok. Jetiya sanghot ahisil teriya ami mati ana nii

  • @debadutta4066
    @debadutta4066 หลายเดือนก่อน +5

    আৰু বাকি বোৰৰ কি হব এনেকুৱা কিমান এতিয়া বাচি যাব যে ৰাইজ সচেতন হওক ঘৰ বিভিষন বোৰৰ পৰা

  • @BhumidharNath-im7ml
    @BhumidharNath-im7ml หลายเดือนก่อน +4

    কাম, কোৰ্ধ, লোভ, মোহ নৰকৰ দ্বাৰ। হেন জানি ইহাকে কৰিও পৰিহাৰ।। এয়া গীতা শাস্তৰ মহান বাণী। ভকতি ঠিকেই কৰিলে কিন্তু লোভে সকলো বৰবাদ কৰি পেলালে। পাৰি বনে পুনৰ ঘুৰি বলে ?

  • @kalpanaborah8745
    @kalpanaborah8745 หลายเดือนก่อน +6

    শংকৰ সংঘৰ গুৰুৰ নামত এই কেইটা কলংক

  • @dulumonigogoi3311
    @dulumonigogoi3311 หลายเดือนก่อน +6

    কৃষ্ণ কৃষ্ণ উঠি অহা চামক কি শিক্ষা প্ৰদান কৰিছে।

  • @Rana-hg8hg
    @Rana-hg8hg หลายเดือนก่อน +5

    RSS ৰ শৰণাপন্ন হৈ ৰাজনৈতিক নেতা হোৱাৰ সপোন ৰচি আছে

  • @keshabhazarika1815
    @keshabhazarika1815 หลายเดือนก่อน +2

    চবকে টকা ক্ষমতা লাগে - সেয়ে ৰাজনীতি , ধৰ্ম বা আন ঠাইত থাকিব লাগে।

  • @user-lm3pt6ik8d
    @user-lm3pt6ik8d หลายเดือนก่อน +1

    ৱাচিং মেচিনত সোমালে সকলো চাফা হৈ যাব

  • @kanaksaikia7067
    @kanaksaikia7067 3 วันที่ผ่านมา

    লাজ লগা দৃশ্য গৰিহণাৰ পাত্ৰ কৃষ্ণ 🙏 কলিয়াবৰ

  • @bipinkonwar6673
    @bipinkonwar6673 หลายเดือนก่อน +3

    লোভ মোহ বেয়া কথা আইন ৰ মজিযালৈ

  • @bhaskarbora2668
    @bhaskarbora2668 หลายเดือนก่อน +2

    Mojah val lagil

  • @bitukonwar2116
    @bitukonwar2116 หลายเดือนก่อน +1

    অতি ভক্তি চোৰৰ লক্ষ্যণ ,,আজি কথাষাৰৰ সত্য প্ৰমাণিত হ'ল

  • @aparajitatamuli7273
    @aparajitatamuli7273 หลายเดือนก่อน

    বাবুল বৰা ডাঙৰীয়াই জেলত গৈ ভাগৱতৰ আচল তত্ত্ব উপলব্ধ কৰক, জয় গুৰু শংকৰ,কৃষ্ণ❤

  • @ritubora4782
    @ritubora4782 หลายเดือนก่อน +1

    Mojja 👏👏

  • @HemantaHazarika-pd7zb
    @HemantaHazarika-pd7zb หลายเดือนก่อน +6

    লাচ নাইকিয়া

  • @anupomborah2582
    @anupomborah2582 หลายเดือนก่อน +1

    হোম পুৰি ছোৱালী বিয়া দিব বুলি শুনিলেই বহিস্কাৰ কৰা সংঘৰ সংবিধানে এই বোৰক অপৰাধ কি বিচাৰ কৰিব৷ সমাজৰ পৰা বহিস্কাৰ কৰিলে অলপ দিনৰ পাচত অন্য অনুস্থান সোমাই যাব৷লেঠা খতম

  • @madhurjyadeka5248
    @madhurjyadeka5248 หลายเดือนก่อน +2

    ধৰ্মত কলংক ।ভাল মাছেই মিৰিকা ।

  • @dipankardeka3110
    @dipankardeka3110 หลายเดือนก่อน +3

    লুৰিণজ্যোতি গগৈ দাদাক গালি পাৰোতেই গম পাইছিলো এখেতৰ নাটক

  • @abhijitgoswami9583
    @abhijitgoswami9583 หลายเดือนก่อน +1

    গছৰ গুৰিত বেছিকৈ পানী ঢালিলে নেকি 😂

  • @khargeswarkalita4630
    @khargeswarkalita4630 หลายเดือนก่อน +2

    CBI ED ক দিব লাগে।

  • @diliphazarika8581
    @diliphazarika8581 หลายเดือนก่อน +1

    এই জন ৰাজনীতিৰ মানুহ টকাৰ লোভ বেছি

  • @arupkumarnath2993
    @arupkumarnath2993 หลายเดือนก่อน +2

    Morigaon

  • @kushalsaikia3561
    @kushalsaikia3561 หลายเดือนก่อน +2

    অতি ভক্তি চুৰৰ লক্ষণ।আজি কথাৰ নহয়।

  • @villageblogger5m523
    @villageblogger5m523 หลายเดือนก่อน +3

    অপৰাধিৰ কোনো ধৰ্ম নাই, okl miyaa bea kam nkre

  • @debaprasadborah1329
    @debaprasadborah1329 หลายเดือนก่อน

    Think about you

  • @birenkonwar9666
    @birenkonwar9666 หลายเดือนก่อน +1

    আমাৰ সমাজত কথা এশাৰী আছে নহয়,বোলে মহন্তৰ চিন মাহনিত।

  • @user-jc3jv7nh1p
    @user-jc3jv7nh1p หลายเดือนก่อน +4

    Vokotr namot sutia aitu

  • @TithoBoro
    @TithoBoro หลายเดือนก่อน

    Bahut val korise,

  • @HimanshuBaruah-kg7sf
    @HimanshuBaruah-kg7sf 17 วันที่ผ่านมา

    Best

  • @user-cr6cx5rj5o
    @user-cr6cx5rj5o หลายเดือนก่อน

    কৃঞ্চ, জয় গুৰু শঙ্কৰ,সংঘৰ পদবীয়েই নহয়,এনেকুৱা বাপৰ সংগী পদেই বাতিল কৰিব লাগে ,লুৰিণজ্যোতিৰ লগত লাগোতেই দুমূখীয়া চৰিত্ৰ ওলাইছিল ।

  • @Sutmaroni-vu8vt
    @Sutmaroni-vu8vt หลายเดือนก่อน +2

    Aru ase aru ulab

  • @debakantasaikia1937
    @debakantasaikia1937 29 วันที่ผ่านมา

    যদি কথাবোৰ সত্য হয় তেন্তেহলে তেও নিশ্চয় হুলুকা হুলুকে তেজ বমি কৰিবই লাগিব । আগতে এনেকুৱা ঘটনা হৈছে কিন্তু ।

  • @rajibsaikia1261
    @rajibsaikia1261 หลายเดือนก่อน +1

    Gaon or dukhia sadharan vabe jiban japan kori amuthi amuthi saul aru arihona poisa bur anekoi saradh kori sompoti pahar bonale. Sanghar mul or pora case file korok.

  • @manjubarman1855
    @manjubarman1855 หลายเดือนก่อน

    ঈশ্বৰ আছে

  • @satyajitnicesonggogoi8514
    @satyajitnicesonggogoi8514 หลายเดือนก่อน

    লোভ মোহ দোহো বাঘ সততে নচাৰে লাগ উদাহৰণ বৰা বাপ ?

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ‌ বাবুল বৰাই নিয়া টকাখিনি তেখেতৰ ঘুৰাই লব লাগে আৰু তেখেতক সংঘৰ পৰা বহিষ্কাৰ কৰিব লাগে ।😊

  • @BoraH932
    @BoraH932 หลายเดือนก่อน +1

    Axom sahitya sabha r pra Paramananda MLA hol eyabar Babul r pal MLA hua😮

  • @babusaikia7886
    @babusaikia7886 หลายเดือนก่อน +1

    অতি ভক্তি চোৰৰ লক্ষ্যন

  • @ankurdeka6250
    @ankurdeka6250 หลายเดือนก่อน

    Kakai Bhai duyutai dhurandhar. Songhai chinipua deri hol.

  • @jayadass2681
    @jayadass2681 หลายเดือนก่อน

    ছিঃ ছিঃ ধৰ্ম নামত টকা ঘটি খাবলৈ লাজ নালাগেনে? বগা ভক্তি বস্ত্ৰ পিন্ধি ৰ চোৰৰ ধানদা।

  • @user-vo7ei8ki5v
    @user-vo7ei8ki5v หลายเดือนก่อน

    গাহৰি পুহিলে এঘৰীয়া কৰাবোৰক পাপে ছোব।‌

  • @nayanjyotideka6588
    @nayanjyotideka6588 หลายเดือนก่อน +1

    Poisa bur recover hobone

  • @MilanBordoloi-ss7wr
    @MilanBordoloi-ss7wr 20 วันที่ผ่านมา

    Val hol papi

  • @assameser.c.devices3792
    @assameser.c.devices3792 หลายเดือนก่อน +1

    Dhongkha habo

  • @parishmitachoudhury930
    @parishmitachoudhury930 หลายเดือนก่อน +2

    Baap Jona sun mosto khokua😂😂😂 ......... 🙏🙏 Koi sob luti lole

  • @SatymevaJayate007
    @SatymevaJayate007 หลายเดือนก่อน +5

    বাপৰ পাপ ৷ সম্পত্তি বাজেয়াপ্ত কৰা নাই কিয় ? মূখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক ক’ত ? চৰকাৰ নিচুপ নিমাত কিয় ?

    • @abhinababora462
      @abhinababora462 หลายเดือนก่อน

      Toi bedeshi dalal hoi sai baba kotha sinta kor

  • @parashmonisaikia4503
    @parashmonisaikia4503 16 วันที่ผ่านมา

    ধৰ্মই ক্ৰিৰা কৰা নাই

  • @Jatinsaloi18
    @Jatinsaloi18 20 วันที่ผ่านมา

    কালিমা সনা এই চতৰটোক চেন্দেল ৰৰ মালা দি ঘুৰোৱা হক কাৰন আমাৰো সঙ্ঘৰ পইচা মুলত যাই

  • @Sankar_Jb
    @Sankar_Jb 29 วันที่ผ่านมา

    Nagaon r kot ghor aijon r😅😅

  • @anantamazumdar133
    @anantamazumdar133 24 วันที่ผ่านมา

    Eijon Babul Bora Assam Grameen Vikash Bank-or vikhoya asil neki ?

  • @kabitabhuyan545
    @kabitabhuyan545 หลายเดือนก่อน +3

    Jail যাবনে

  • @probinkumarkakati6151
    @probinkumarkakati6151 หลายเดือนก่อน

    এই দুইনম্বৰী দেৱগৰাকীৰ অৱস্থা কি হৱ এতিয়া ?

  • @Assamesemix191
    @Assamesemix191 หลายเดือนก่อน

    Moi ata katha kob khuji apunal ok k karan jibilake comment bor likhise hoito mont duhk paise aikarane sri manta sankar dev r lgte amar Assamese manhu khiniu khakolu re abeg jorit hoi ase bora baap jonai jodi aito krise val kaam kora nai .. aiyar patifal adin paboi . Sankar dev sangha t kunuba ajon manhu ahile mana krib nuware koneu so bora baap jon ahute val bea gom powa najai .aru atia aito bea kaam krise but moi apunalok ata anurod krisu jate sankar dev r ai dharmo took bea koi nakoi ba sankar dev r bikhai bea koi nilikhe... Krishna

  • @pranabgogoi6283
    @pranabgogoi6283 หลายเดือนก่อน +1

    Bora bap , eiya ki ?

  • @commenti5459
    @commenti5459 หลายเดือนก่อน

    ই বৈকুণ্ঠত স্থান পাব

  • @user-df9hk9rt7f
    @user-df9hk9rt7f หลายเดือนก่อน

    bohut agote newsot nam ulaisil tatiai bibosta lob lagisil.

  • @pankajborah3616
    @pankajborah3616 หลายเดือนก่อน

    Dkhiboi mn njai aijonak...

  • @shristiyasultana2079
    @shristiyasultana2079 หลายเดือนก่อน

    এয়া নেকি ধৰ্মৰ নামত বেপাৰী

  • @trinayanvlogs3128
    @trinayanvlogs3128 หลายเดือนก่อน

    Mohan sur

  • @ratulbordoloi2238
    @ratulbordoloi2238 หลายเดือนก่อน +1

    Ehote Srimanta sankerdev xeh koril

  • @hemantamahanta8384
    @hemantamahanta8384 22 วันที่ผ่านมา

    পাপে চুব ধৰ্মৰ নামন পইছা খোৱা এই পাপি মুখা পিন্ধা জনক

  • @rajumonibaruah8389
    @rajumonibaruah8389 หลายเดือนก่อน

    ঘৃণনীয় ভাষা নাই।কাম ক্ৰোধ লোভ মোহ নৰকৰ দুৱাৰ জানিও বিনাদ্বিধাই বেয়া কাম।

  • @himanshudutta609
    @himanshudutta609 20 วันที่ผ่านมา

    sankar sangha hoise hindu tablighi jamat. ami prag sankari jugor culture ubhotaie anibo lagibo tehe akhomiya basibo.

  • @souravmalakar5389
    @souravmalakar5389 28 วันที่ผ่านมา

    বাবুল এ এইবাৰ মিনিষ্টাৰ হব

  • @basantabora1272
    @basantabora1272 หลายเดือนก่อน

    Sobei lute sage, eu dhora pori gol, etia eghoria kori dilei hol

  • @BackToback-o9f
    @BackToback-o9f หลายเดือนก่อน +1

    Johora aitu kula valuk Tu 😂😂😂

  • @rajumonibaruah8389
    @rajumonibaruah8389 หลายเดือนก่อน

    ধৰ্মৰ নামত কলঙ্ক কেনেকৈ পাৰে ইমান বেছি তললৈ যাব। কৃষ্ণ কৃষ্ণ

  • @dharmaphukon3166
    @dharmaphukon3166 หลายเดือนก่อน

    এই বোৰ ধৰ্মীয় প্ৰতাৰক,।

  • @RidipKrBora
    @RidipKrBora หลายเดือนก่อน

    চোৰ বিলাক এনেকুৱাই যদি কথাটো সঁচা

  • @HemantaKonch-fj6of
    @HemantaKonch-fj6of หลายเดือนก่อน

    Babul sur

  • @pangkajdeka6510
    @pangkajdeka6510 หลายเดือนก่อน +1

    Koli feti tu 🐍🐍🐍

  • @nabindas7409
    @nabindas7409 หลายเดือนก่อน

    Bartaman dharma tu business hoise

  • @PalashAadi
    @PalashAadi หลายเดือนก่อน

    An example of Babul Bora's corruption: During the UGC visit, he assured us that we would receive a 20% refund of our tuition fees for the last semester of our M.A. program. However, despite completing our master's degree in 2022, we have yet to receive the promised refund.

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru หลายเดือนก่อน

      গাহৰি কুকুৰা পুহিলে এঘৰীয়া কৰা বাবুল বৰাই এতিয়া কি উত্তৰ দিব ।সংঘৰ নামত লাখ লাখ অসমীয়া মানুহক এলেহুৱা কৰি পেলাইছে ।

  • @haritj3915
    @haritj3915 หลายเดือนก่อน

    😂😂😂😂 babul da Sur ha hol goi nii. Aghoriya kodok raija eyak

  • @user-pu8tz6oo6w
    @user-pu8tz6oo6w หลายเดือนก่อน

    Bape xekh e korile,,,ai Bape aaru Lurinok somalosona kore. Bapok moi xeidinai ghrina korisilo. Bap eta boddhyo foruwa

  • @upangkarhazarika6051
    @upangkarhazarika6051 หลายเดือนก่อน

    Aitu sur hoi babul johoratur

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j หลายเดือนก่อน +1

    জেলত ভৰাই দিয়ক ইয়াক কেলা ৷ লেওৰা বাপ ৷

  • @khanindranath1869
    @khanindranath1869 หลายเดือนก่อน

    Moi aagor pora janu .himntar logot log lagi mla ticket lowa matha marsil

  • @user-gd1ng3bm7u
    @user-gd1ng3bm7u หลายเดือนก่อน

    Sab misa.

  • @prasannatamuli699
    @prasannatamuli699 หลายเดือนก่อน

    Pisr hmoikhini jelt thakible diok

  • @Mridupabankonwar
    @Mridupabankonwar หลายเดือนก่อน

    E dhankho korile.... Yak kio uliabo nuare re

  • @zeal6360
    @zeal6360 หลายเดือนก่อน

    Dekhi a sudurvi lge politics jur dhanda mama ru BJP RSS r logt khub vl

  • @bhagabanbanikya5767
    @bhagabanbanikya5767 หลายเดือนก่อน

    Surr basha😅

  • @debajanibaruah3105
    @debajanibaruah3105 หลายเดือนก่อน +1

    অতি ভক্তি চোৰৰ লক্ষন ।সকলোতে এই নাম থকা এই শ্ৰী মন্ত শংকৰ দেৱ সংঘৰ আটাইত কৈ উচ্ছ ধৰ্ম বুলি কোৱা হয় যদিও কিছুমান মানুহ লোভত বন্দি হৈ দেখাত হে ধৰ্মৰ কথা কয় ।ঠায়ে এনাজৰীৰে বান্ধ খোৱা ধৰ্ম লৈছো বুলি কৈ আজিও সমাজৰ পৰা সৰু কথাতে শংকৰ দেৱ সংঘৰ পৰা বহিস্কাৰ কৰি থোৱা দেখা যায় ।ভূক্ত ভোগী আমি ।আছল মুৰব্বী জনেই যদি টকাত চকু এই সৰু কথাত আজি মাতিব কোনে ।যি দেখীচো শংকৰ দেৱ সংঘত সমাজৰ পৰা বহিস্কাৰ কৰা কাজিয় গন্দগুল বেচি দেখা যায় ।অৱশ্যে বেয়া মানুহৰ বেয়া কাম ।সকলোৱে এই কাম কৰিব নোৱাৰে ।কৃষ্ঞ ।জয় শ্ৰী মন্ত শংকৰ দেৱ শংঘ ।ৰাম ৰাম সেৱা জনাইচো ভগৱন্ত ভকতক ।

  • @chandanjyotikalita6229
    @chandanjyotikalita6229 หลายเดือนก่อน

    Ihotor loikhoi khua

  • @parikshitgogoi2649
    @parikshitgogoi2649 หลายเดือนก่อน

    Jail nhb nki .....wah kla

  • @user-pm1gv4zv2h
    @user-pm1gv4zv2h หลายเดือนก่อน

    Teolukor Family tuye letera 😂

  • @prasantakrmech3612
    @prasantakrmech3612 9 ชั่วโมงที่ผ่านมา

    Ram nam jopna poraya mal opona