বাৰ্তালাপ শ্ৰেণীকোঠাত দুই সহপাঠী,নীল আকাশ আৰু চক্ৰপাণি...
ฝัง
- เผยแพร่เมื่อ 11 ต.ค. 2021
- বাৰ্তালাপ শ্ৰেণীকোঠাত দুই সহপাঠী।
নীল আকাশ আৰু চক্ৰপাণি।
কণ্ঠশিল্পী নোহোৱা হ'লে সাংবাদিক হ'ল হেঁতেন নেকি নীল আকাশ!
নীল আকাশ হ'বলৈ কিমান কষ্ট কৰিছিল সঞ্জয় দাসে ?
চাকৰি আৰু সংগীত সমানে কেনেকৈ আগবঢ়াই নিছে নীল আকাশে?
চক্ৰপাণি পৰাশৰৰ সৈতে বাৰ্তালাপ
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#neelakash
#chakrapaniparashar
নীল দা সঁচাকৈ সহজ-সৰল ব্যক্তি ❤ ,,, লগ পোৱাৰ পিছৰ পৰাই তেওঁলৈ সন্মান বেছিহে বাঢ়ে 🙏
জীৱনত আটাইতকৈ সাংবাদিক হিচাপে আৰু গায়ক হিচাপে বহুত বেছি ভাল পোৱা ব্যক্তি দুজন । ❤️❤️
নীল দা মানুহজন বহুত বেছি ভাল ❤️❤️ কোনোবাই কাষত লগ পালে জানিব ।
দুয়োজনকেই বহুত বহুত মৰম আৰু শুভ কামনা যাচিলো।
দুয়ো জনকে বহুত বেছি ভাল লাগে ।শুভেচ্ছা থাকিল ❤️❤️
নীল দাক অতি সোনকালেই লগ পাম বুলি এটা আশা আছে 😍love you boss
ভাল লগা মানুহ দুজন,,লগপোৱাৰ বহুত আশা আছে।।💚💚💚
ভাল লাগিল, দুয়ো জনে বৰ সৰল বক্তিত্তৰ মানুহ 👌👌 নীল দা Studioত সময় নকমাব।❤️❤️
আপোনালোকৰ কথোপকথন মই খুব পচন্দ কৰো,,,, ইমান সহজ সৰলভাৱে কথাবোৰ আলোচনা হয় , খুব ভাল লাগে গীতবোৰ, কথাবোৰ 💕💕
Llql
Zubeen daa aru Neel daa my favourite singer
My favourite person ..whose voice and personality touch my heart...God bless u dada
নীল দা ভাল লাগিল। সচাকৈ ভাবিব লগিয়া। কেনেকৈ চাকৰি কৰি আপুনি ভাল ভাল গান আমাৰ বাবে দিছে। সদায় আশীৰ্বাদ থাকিব আপোনালৈ আৰু চক্ৰ প্ৰাণীদা লৈ
Neel akash da Assamese most popular singer hoi dadak bohut val pau i love you Neel da
দুয়োজনেই বহুত প্ৰিয় 😍😍
প্রিয় ব্যক্তি দুজন❤
Neel da is very hardworking and humble guy...
Nell da mor xdai fvrt ♥️♥️♥️♥️
Kar kar fav. Neel Akash ❤🌹
Mor
Mr
মোৰ সকলোতকৈ পিয় দাদা জন নীল আকাশ💙
মোৰ প্ৰিয় ব্যক্তি দুয়োজন।
What a great personality Neel Akash ❤️
সুন্দৰ অনুষ্ঠান🙏🙏♥️♥️
ভাল লাগিল নীল ককাইদেউ----💙🌷
চক্ৰ দাক ধন্যবাদ❤
খোব সোন্দৰ লাগিলে ককাইদৌ দোয়োজনকে আৰু তাতে নীল ককাইদৌ সচাকে খোব ভাল লাগিলে
Neel da ❤️
Neel akash is my favorite singer.😍😘❤️❤️💖🙏
মোৰ আতাইতকৈ প্ৰিয় সংগীত শিল্পী জন নিল দা❤❤
Zubeen dat koi o priyo niki.
Mur o favourite ❤️
My Favorite Singer Neel Daa😘😘
My favourite...singer ...of new generation
ভাল লগা মানুহ দুজন 😍
দুয়োজন মো অতি প্ৰিয়। ❤️❤️❤️
Neel Akash da all time favourite 🥰🥰
Best singer
মোৰ দুয়োজন অতিকৈ প্রিয় ব্যক্তি 💓। লগতে প্রিয় অনুষ্ঠান বার্তালাপ😊❤️। সদায় কুশলে থাকক 😊।
আৰু আগুৱাই যাওঁক।
Favorite singer❤️❤️❤️
Neel Da❤️❤️ Love you ❤️❤️My 💜 heart😘😘
Neel daa jinda baad❤❤❤❤❤
নীল দা❤️😍
Dyujone mur priya byakti .. Khub val lagil
Neel daa 💖🔥 Boss...
Love you
Love you Neel da
LOVE YOU BOTH 😍😍💓💕💝☺️
চক্র দাক বহুত ভাল লাগে। তেওঁৰ সকলোবোৰ অনুষ্ঠানে মই চাও
দুয়ো জন দাদা লৈ শাৰদীয় দূৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা জনালোঁ 💝নীল দাৰ সহজ সৰল কথা কেইষাৰ শুনি বহুতেই ভাল লাগিল।সদায় এনেকৈ য়ে থাকক আৰু ভগৱানে ভালে ৰাখক🙏 কৰ্মই ধৰ্ম 👍
Love you both ❤️❤️
Val lagise Sai nil Dada so sorkorpani dada I love you
প্ৰিয় ব্যক্তি দুজন 🤩🤩
My favourite singer Love Neel Da ❤️💯💪
Neelda GURUJI🥰❤🙏
One of my favorite singer 😘
বহুত ভাল লাগিল
I love neel da😍, I wish adin tumak lg pam a neel da 😊
Jodi zubeen da aru papon da pist kunba ase tente its only neel akash daa ❣️
Neel Akash dada ❤️❤️❤️
Neel daaa 💝
My favorite singer 💙❤️
Dhui Jon bhut val lage❤️❤️❤️
Moja 👌
মোৰ ভাল লগা নীল আকাশ দা বহুত ভাল পাওঁ নীল আকাশ দা ❤❤
Love you neel da 😘
Mur favorite hnsm actor singer...
Beautiful Neel da
Mur favourite
Vl lge duijonoke.....💕💕
Very nice Neel daa
চক্ৰপাণি তোমাক তো Epitome লগ পাইছিলো but I don't remember I ever saw Neel. Do you remember once you took an interview among the students in the computer lab. I was a IT student at that time. নীল আৰু তোমালৈ বহু বহু শুভেচ্ছা থাকিল।
My Idole Neel Da ❤️🥰
Bhut besi vl pao neel dak❤
ধন্যবাদ । বহু কথা জানিব পাৰিলোঁ । কৰ্মৰ প্ৰতি থকা স্পৃহা লগে লগে সংগীতৰ চৰ্চা সমানে আগুৱাই নিয়া ইত্যাদি কৰ্মবোৰে মোক আপ্লুত কৰিলে । কৰ্মসূত্ৰে ময়ো মৰাণৰ ফালে প্ৰায় ৫ বছৰ আছিলোঁ যদিও আপোনাক লগ পোৱাৰ সৌভাগ্য নহ'ল । তথাপিও আশা ৰাখিছো আপোনাক লগ পাম বুলি । লভ ইউ নীল দা ।
Neel da ❤️❤️❤️❤️
❤️❤️❤️
My favourites❤❤❤
My favourite ...val lagil dekhi akelogote
Neel da 🔥🔥
চক্ৰপাণি দা বহুত val লাগে আপোনাক
Love you Neel
Neel dar gan bhut besi val lage😘Love from Jorhat
Dhuniya lagil Dada Sai Bohut
Neelda gan huni bhut vl lage
দুয়োজনেই প্ৰিয় ব্যক্তি।
Duijono mur priyo ❤️ bhal lagil show si
I am big friend for Neel da and Skra da
দুয়োজন ব্যক্তি মোৰ প্ৰিয়।
Val lagil bohut bohut dhoinyabad duijonoke
Neel da❤️🔥
দুয়ো জনক ভাল লাগে।
Neil Akash daar Ruksana gaan tu bahut a bhal laage
Motivation video val lagil sai❤
Nell da tumi mur bor priyotom ejon zubeen dar pist hilpi tumi tumar logt olp kisumn kotha mile mur vogoban a jate akelogt a adin kiba ata kam korar hujug diyee 👍👍👍🙏
Bhal lagil.
Val lagil ❤❤
Val lagil
দুয়ো জন
ভাল লগা ব্যক্তি
মোৰ ভাল লগা মানুহ দুজন 😘🥰😘🥰
Mur khub vl lga biyokti jon nil akash da 👌👌
Duijon priyo❤
Val lagil video tu dada
Love From Mangaldoi ❣️❣️❣️
নীল দাৰ গান মোৰ খুব প্ৰিয়.....।
love you neel aru parakhar da
Neel da best singer