অষ্ট্ৰিয়ানা দিহিঙ্গীয়াই কিয় Instagram লাইভতে কান্দিলে ll Troll কৰা এইজন মহাশয়জন কোন?🤔
ฝัง
- เผยแพร่เมื่อ 16 ต.ค. 2024
- অষ্ট্ৰিয়ানা দিহিঙ্গীয়াই কিয় Instagram লাইভতে কান্দিলে ll Troll কৰা এইজন মহাশয়জন কোন?🤔
credit-Austriana Dihingia
@austriyana_dihingia
Austriyana Dihingia Instagram
...
Full video link 👇
www.instagram....
#troll #austriyanadihingia #assamesesong #assameseentertainmentzone #deeplinadeka #rangtv
জীৱনত আগবাঢ়ি যাবলৈ এনেকুৱা অভদ্ৰ মানুহ লগ পাই। আপুনি আনৰ কথাত লাগি নাথাকিবা। আপোনাক বহুত ভাল পাওঁ বাইদেউ। আপুনি আগবাঢ়ি যাওক সদায় আছোঁ আপোনাৰ লগত।
অভদ্ৰ মানুহৰ চকুৰে ভালটো কেনেকৈ দেখিব , নিশ্চয় পুলিচৰ সহায় লোৱা উচিত
তুমি আগ বাহি যোৱা ৷এইবোৰ মানুহ কথাকলৈ ইমান দূখ কৰি লাভ নাই ৷তোমাৰ ভি দি অ বোৰ চাও ভাল লাগে ভাল লাগা কামবোৰ কৰি যোৱা ভনী ৷
Tumi val suwali.tumk dekhi gom paisu.tumi aibur besi interest nidiba. Demotivate hoi jba. Nijor montu vale thkiboloi always positive person contact thaka..God bless you vonti.
চৰিত্ৰ হীন মানুহে আনক বেয়া চকুৰে চায়...পুলিচ সহায় লোৱা
হয়
Tumi ajoni hahokhi swali,hodai aaguai jua vonti❤❤
অট্ৰিয়ানা ভণ্টি এই ফাল্তু কথা বোৰ ভাৱি নাথাকিবা তুমি আগুৱাই যোৱা আশীৰ্বাদ কৰিছো তোমাক 💕💕💕💕💕 ভাল কামক আমি সদায় আগুৱাই যোৱা ত সহায় কৰো । love you অট্ৰিয়ানা
You should take legal action against him sister...these types of people in our society are eligible for rigorous punishment...u have a chance...drag him to the court of law
Take legal action
Eku ni baa ajone kolee tmi beya hoi nujuaaa.......tmi hadai vl asilaa atiaoo vl ❤❤❤love you ba tmi hadai agbahi juaa ❤❤
মানুহৰ ক্ষতি কৰাটো এক প্ৰকাৰৰ ঋণ,
আজি আপুনি কাৰোবাৰ ক্ষতি কৰিলে আন কোনোবাই এদিন আপোনাক পৰিশোধ কৰিব🖤
Aagbari jowa ba vl lge apunar video bur ❤
কুকুৰ বোৰে ভুকেই । তুমি আগ বাঢ়ি যোৱা । ❤❤ Bhut val paw tmk ... Love you ... I m from darrang ❤❤
নিজে ভাল হ'লেহে আনক ভাল দেখিব । তুমি আগবাঢ়ি যোৱা ❤
Tume ag barhi jua vonty
😂😂😂😂😂 aru lag. Kajia sai bohut val lage Mozza
তেওঁ মানুহ তুমিয়ো মানুহ ,
তেওঁৰো ভুল হয়, আপোনাৰ মোৰো ভুল হয় , saw ধন , জীৱন , যৌৱন সবে অকাৰণ 🙏🏻😌, । কোন কাৰ মৰমৰ , কোন কাৰ চেনেহৰ , চকুৰ চিনাকী মাথো দুদিনৰ 🥺। গোটেই জগত খনেই মিছা !🙏 ধন্যবাদ ।
Good bhai
Don't worry sister. Aguai joa. Amar best wishes tumar logot ase. Eak chance pale jegat 3 lath man mariba. Bujisa. Ear tell to besi hoi ase.
নিজৰ কাম কৰি গৈ থাকা আনৰ কথাত মন নিদিয়া কৈ থকাই
ভাল ।
তুমি বা আগুৱাই যোৱা তোমাৰ ভি দি অ চাও ভাল লাগে ❤❤❤
বা তুমি তাৰ নিচিনা এটা কথা ত কান্ধিচা । তাৰ কথাতে তাৰ পৰিচয় আমি পাই গৈছোঁ। তুমি ফোন টো ওপৰলৈ লৈ বনালা তুমি ভুল কিন্তু তোমাৰ শৰীৰ টো যে বেয়াকৈ চাই নিজৰ মানসিকতাৰ পৰিচয় দিছে সেইয়া তেওঁ পাহৰি গৈছে । নাৰীক সন্মান কৰিব নজনা
Mrm loga ru xadai hahi thoka suali joni aji khng uthise bohut mrm lage tumak❤️❤️
Jot ignore nathake,Critisism nathake tat sucess u nathake. Challange tetia hei ahibo jetia eibr thakibo. Go ahead baby God help you.,.
Baa tumi bohut dhuniya hoi
Sumi baai jss interview t koisel troll a manuhk Mari pelabo pare buli thike koisell ....holll buli aneka koribo nalage.... aji kali mane beleg Kam nii a khali troll Kori thakibo....
ভাল শিক্ষা এটা দিব লাগে এনেকুৱা মানুহ বোৰক।
You are right.
এই অভদ্ৰ টোৰ কথাত তুমি অকনো চিন্তা নকৰিবা ।তুমি আগবাঢ়ি যোৱা মুনু অসম বাসীৰ আশীৰ্বাদ তোমাৰ লগত আছে ।
পাগল এ... বক্ বকাই থাকিব এ.... তুমি সুন্দৰ ভাৱে আগবাঢ়ি যোৱা 🙏🙏
Bhonti tumi aibilakot matha mari lav nai tumi jene dhorone aaguwai jabo bisarisa tene dhorone aagbahi juwa God bless you
TH-camr বহুত হৈছে। youtuber হওক কথা নাই নিজৰ video দিয়ক আনৰ video চাই ট্ৰল কৰাৰ কোনো দৰকাৰ নাই।
নাপাই তেনেকুৱা কৰিব বা 😢😢
Be brave and move forward Hunmanuu.
এনেকোৱা মনুবোৰ যিমান কলেও লছ নাই ।তুমি আগ বাঢ়ি যায় ।তাৰ কথা tenson kori natha kiba
Aa mojja
ফালটো মানুহৰ কামেই এইবোৰ,আনৰ ভাল হোৱা দেখিব নোৱাৰে সিংহাকুৰিয়া ,চকুৰচৰহা বুলি কয় এইবোৰক । তুমি আগবাঢ়ি যোৱা, এইবোৰ কেৰেপ নকৰিবা , তোমাৰ লগত অসম বাসি আছে 👍👍
Sintta nokoriba ba manuhe ajikali val hobole bohut khota huniboloi pai . Aru manuhe ajikali hingkha korat parpek . Kintu hodai nijor kam neriba . Ane kose buli duhk nokoriba ba . Not dawt not Tention. Ok . Nijor kam ketiyaw ari nidiba . Tumar video moi sai taku baru . Bohut val lage . Bihu drestu mane very nice 👍♥️❤️❤️
Avoid those person...Aag bahi juwa❤
Mojaa disa😂
Aibur ignore kra ba Tumi aguai jua ❤❤❤
পাপিষ্টত কৈয়ো অধস্ত চাগে সেইটো😂😂
এইবোৰৰ ওপৰত সঁচাই কিবা ব্যৱস্থা লব হল
Ag bahe jua baa tumi❤
এই মানুহ জন পুলিচ দিয়ক ভনী তুমিএকে বাৰে সঁচা কথা কৈচা 👍
Tmi kandib nalagisil projn nai ebilakr babe Kandi aguai joa tmi ❤
Tumi agbarhi jua val lage tumr video bur sai blgr kothat Kan nidiba ❤❤
তুমি আগবাঢ়ি যোৱা
Belegor kotha BD Diya nijor Kam Kori aguai jua ♥️♥️♥️
Tumi bhut Val sowali . Tumi aag barhi jowa . Anekuwa coment Tumi nasabai
এই বিলাক মানুহৰ সেইবিলাকেই কাম আনৰ দূখ খুচৰি থকা
Manujonr vonti aru bai naineki?? .... eibur bat diya tumi aagh bahi juwa.....❤
Amar bbe Kune o km nkore..nijor faider babe km kore...so mr kob lga nai...eblak social media r Rajniti😂😂😂
😂😂😂😂
Um hoi diya😄
অভদ্ৰ মানুহৰ অভদ্ৰ কথা। তুমি দুখ নকৰিবা । আগলৈ আগ বাঢ়ি জোৱাৰ
Etta kotha tumi bhal hole xokulu val.
Valke thaka sob val.
Right
Vall hoise baa
Tumi agbahi jua sinta nokoriba Mur bhanti.
সেই বতলা টোৰ বজৰুৱা কথা বাৰ্তা লৈ দুঃখিত হোৱাৰ যুক্তি নাই।
ইয়াৰ উপযুক্ত বিচাৰ হব পুলিচৰ তালৈ গৈ আইনী ব্যৱস্থা লোাৱা। কাৰো ব্যক্তিগত জীৱনৰ ওপৰত সামাজিক মাধ্যমত মতামত দিয়াৰ অধিকাৰ নাই। সি কোন হয় ?
আইনী সহায় লওঁক।
Moi age ha dakhilu eak soscibe core dasu.....
Hmmm 😮set 😢😢😢😢
Don't mind you.কোনে কি কৈছে বা কৰিছে তাক লক্ষ্য কৰাতকৈ নিজে কি কৰিছে তাক হে লক্ষ্য কৰা ভাল। ই এটা ফটোৱা মানুহ তাৰ ঘৰত বাই ভনী নাই চাগে। ই এটা ছাগলী। মই আকৌ আহোম মানুহ। মোৰ বিচাৰ ম ই নিজে কৰো ঘৰত হেঙদাঙ আছে । নাৰীৰ মৈয্যদা হানী ধৰ্ষণ অত্যাচাৰ আদি বিষয় মোৰ ভাল নালাগে। ছোৱালী জনীয়ে কি কৰিছে তাৰ কি হ'ল আকৌ। সি বাপেক নে মাক। অসমৰ ল'ৰা ইমান অভেদ্য হ'ব নাপায়। অসমৰ বাহিৰত ছোৱালী য়ে অৰ্দ্ধ নগ্ন হৈ চিনেমা কৰিছে নাচিছে।কিয় পৰিস্থিতি পৰিবেশনে বাধ্য কৰাইছে। সমাজ সংস্কাৰ সংস্কৃতি নাৰীয়ে হে যেন বিনষ্ট কৰিছে। পুৰুষ সুন্দৰ। নাৰীৰ মৈয্যদা ৰক্ষা আৰু উন্নয়ন কোনে কৰিছে চৰকাৰে নে ৰাইজে। মই আত্ম সহায়ক গোট গঠনৰ ও লোন দিয়া আৰু নাৰী সৱলীকৰণৰ কাম extension officer হৈ কৰিছোঁ। নাৰীৰ নিৰ্যাতন বদনাম সহিব নোৱাৰি।অসভ্য কিছুমান ৰ কামবন নাই। নাৰীৰ লগত জড়িত হ'বলৈ দৰকাৰ কিহৰ। প্ৰদীপ গগৈ। গুৱাহাটী।
Mnuhe anek kobo haibur tmi dhyan dile tmi agbahi jabo nuwariba austriana ...tmi ajoni bihu kuwari from Indian army
take legal action..immediately .....
😢😢😢 kije hobo jibon . Dnt wry 😊😊 sis
Baa aapuni bhut bhal hoi khi nije bhal nhoi aanor bhal kot dekhibo aapuni aag bahi juwa
Tumi aito video t o femas hoba bisarisa❤❤❤ tar logar biya howa❤❤tumi eman dangor social media k tumi tumi koi asa
Bal boki asa toi nije nohoi kio biya 😂😂 murot ako nai neki tur gobor ase
Police case dea line ot ahi jabo
Ghorole goi 2 sor logai thoi aha 👋
বহু ওলাইছে ছোৱালীৰ video Sai উপলুঙা kori video bonai ।নিজৰ জ্ঞান r obhab anok loi hahuwab jai,thatta,tiroskar kori video bonai।bohut views pai . পুলিচ ত জনাব লাগে।কি অধিকাৰ আছে আনৰ জীৱনক লৈ কথা কব।ভালখিনিক কন্দুৱাই।বেয়া খিনীক পুনৰ video bonai মানুহক বেয়া শব্দবিলাক প্ৰচাৰ কৰাত লাগি গৈছে।
নিজে টো আগবাঢ়ি যাব নোৱাৰে সিহঁতে আনক আগবাঢ়ি গ'লে বেয়া পায়।
Moja
Ignore them...we love you ❤
Entertainment কৰা নামত দেহৰ অঙ্গ দেখুৱাই ভিডিঅ বনোৱাটো কেতিয়াও গ্ৰহণ যোগ্য নহয় । অনিচ্ছা থাকিলেও এনেকুৱা বহুত ভিডিঅ দেখা পাইছোঁ । অসমীয়া ছোৱালীৰ এনেকুৱা বহুত reels আছে । কেৱল কেইটামান Views ৰ বাবে এনেকুৱা কৰাটো উচিত কেতিয়াও হব নোৱাৰে ।
Police case de deya
চৰ দিয়া লগতে পুলিচ ত দিয়া।
চোৰে হে চোৰৰ ঠেং দেখে তুমি আগবাঢ়ি যোৱা
Tumi val asa ami janu hi jiman beya ka video bonai nidia kiak tumi sinta nokoriba।❤
Tumi aagbarhi jua,aanor kothat kan nidiba
Instagram tu tiktokor dre bondho hoi gole all India including Assam r kimn je bekar hoi poribo hisab nai,,
Ba tmi happy thka 😍tmi vle hoi ni he
পুলিচ সহাই লোৱা
Tumi hotakh nohaba korbat log pale kantoliya sor mari deba ❤❤Love from Rajasthan ❤❤
Austryana asolote ki jana amar axomiya manuhr xaikarone unnoti nai, axomiya manuhe nijor jatitu agbahile kenekoi tololoi nomau bhabi thake
তুমি নিজৰ কাম কৰি যোৱা তাৰ কথা বিলাকৰ পৰাই বুজিব পাৰি সি কিমান নিকৃষ্ট চৰিত্ৰৰ ।
Bahut baya lagal
Ba kukure vuki thakib bat apuni apunar kam kori jaok apunar video sao aru saii thakim ba ❤
(_Pingku_vaii_nohoi_tak_ moii_pingku_suduvai_buli kom_lok pale kharu pindhai potham ba sinta nokoriba )
2mar video moi konu dine beya dekha nai aanor kothat dukh nakoriba . From to banglor
পাষণ্ডটোক চৰ দুটামান দিব লাগে ৷ তাৰ ঘৰ ক'ত ?
❤❤❤
Aibor faltu manuh hoi polictei Dib lge tar ghrt sge Bai vni kunu nai tmi aru aguai jua vl hb tmr moiu bihu bhut vl pao best of lak
Aji dekhai thake Tumi oh dekhaisa Tate ki hol nu 😂😂
Matha গৰু ছাগলীৰ থাকে মানুহৰ মূৰ থাকে ভন্টি
Bro thought he will cool
পুলিচৰ সহায় লোৱা
সেইবোৰৰ কামেই
কোনো কথাত গুৰুত্ব নিদি নিজৰ কাম কৰি যাওক ।
দুচৰ মান দি থৈ আহকাম ।
Sandal r duta sor logai aha taak 😂
Avoid those person
Jar gat eibur thake hi he enekoi koi Val manuhe enekua nigetive navabe
Nice❤❤ 😢😢 baa
মইনা ভয় নাখাবা
😂😂😂