ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
খুওব সুন্দৰ।দিনটোৰ আৰম্ভণিতো ধুনীয়া হৈ পৰিল ।
নাচি দিবলৈ মন গৈছিল ভিডিওটো চাই থাকোতে,নামষাৰ ইমান ধুনীয়া তাতে আকৌ কথা খিনিয়ে সোনত সোৱগা চৰাইয়ে।সংগী বৃন্দ দুইজনে ইমান ধুনীয়াকৈ কুৰাজ কৰিছে,ভদ্ৰেশ্বৰ ককাইদেউএ ইমান ধুনীয়াকৈ লহৰ দিছে,নাম ষাৰৰ মাজে মাজে ৰাম ৰাম,কৃষ্ণ, নেৰিবা,,,এইবিলাকৰে নামষাৰে পূৰ্ণতা লাভ কৰিছে।বিৰাট ভাল লাগিল শুনি,এনেকুৱা পুৰণি নাম বিলাক উঠি অহা প্ৰজন্মৰ বাবে সচাকৈ দৰকাৰী। ধন্যবাদ অনুপম-বিতোপন দা,ধন্যবাদ শ্ৰদ্ধাৰ কমলা ককাইদেউ ককাইদেউ,ধন্যবাদ সংগিবৃন্দ💚🙏
😂e to,😂v😂😂 Drgkv cb😂 Ra
😮īi
সঁচাই ভাল লাগিলে। ৰাতিপুৱাৰ ভাগত শুনি। মন প্ৰান শুদ্ধ কৰিব পৰা নাম।
Komola da..bor dhuniya gaise...hobdo khni ussaron korute kunu kosta y puwa nai
সুন্দৰ কৈ সুৰ আৰু শব্দ প্ৰয়োগ কৰি অত্যন্ত আধ্যাত্মিক নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে। ইমান ধুনীয়া।
🙏
মন প্ৰাণ জুৰ পৰি যোৱা এটি সুন্দৰ দিহানাম শুনিবলৈ পালো। বৰ ভাল লাগিল।
সদায় শুনি থাকিম যেন ।এইটো গীত এতিয়ালৈকে ১০০০+ বাৰ শুনিলোঁ। বিশেষকৈ দ্ৰুতলয়খিনি ।আকৌ এটা নতুন নাম লাগে দেই 🤗🤗🤗
সুন্দৰ।শুনি আমনি নেলাগে।সেৱা আগবঢ়াইছো।
সুন্দৰ মনতো বেয়া লাগি আছিল গীতটি শুনি দেহ মন সাত পৰি গৈচে আগুৱাই যোৱক Next leve from lakhimpur narayanpur😘🎥🎥🎥🎥❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🌹🌹🌹🌹🌹👍🏻
দিহাসম্ৰাট কমলা ককাইদেউ আমাৰ গৌৰৱ, অমৃত পাণ কৰিলো, ককাইদেউ।ইমান সুন্দৰ গাইছে আপুনি।
বৰ সুন্দৰ পৰিছালনা বান্ধৱ কৃষ্ণ।
Perfect ...... Mur puwa sandhyar homoy khini hundor korar babe PRONAM jonalu ....
কৃষ্ণ কৃষ্ণ সুন্দৰ। সেৱা জনালো। এয়াই আমাৰ ধৰ্ম। এয়াই আমাৰ সংস্কৃিতি। এয়াই আমাৰ মৰমৰ এনাজৰি। কৃষ্ণ। " জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ "
ভাল লাগিল ।
pio0000
বৰ সুন্দৰ হৈছে আৰু ইয়াৰ উপৰিও তেওঁ কণ্ঠ ভাল
Krishna Krishna ati sundar Ati sundar.
হিট ।চুপাৰ হিট ।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ ভাল লাগিলে শুনি কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏❤❤🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ ককাইদেউ । মন প্ৰাণ চুই গ'ল ।
সুন্দৰ, কৃষ্ণ হৰি ৰাম কৃষ্ণ কৃষ্ণ, 🙏👏
অতি আগ্ৰহেৰে ৰৈ থকা নামটি শুনিবলৈ পালোঁ, ধন্যবাদ অনুপম বিতুপন দাদা
অতি সুন্দৰ, মন পবিত্ৰ হৈ গ'ল। ❤❤❤🙏🙏🙏🙏🙏😊😊😊
এ মজ্জা অতি সুন্দৰ দাদাহত শুনি ভাল লাগিল
#দিহা_সম্ৰাট কমলা গগৈ দেৱৰ দিহানাম সদায়ে প্ৰিয় ।তেওঁৰ কণ্ঠই প্ৰতিটো গীত অধিক ভক্তিপূৰ্ণ কৰি তোলে ❤️❤️❤️❤️
Hisap nai kiman je hunilu...emn dhuniya hori naam ketia hunibo parim ako❤
বহুত ধুনীয়া হৈছে ।।।। বনমালীলৈ বহুত বহুত শুভেচ্ছা অনুপম বিতোপন ❤❤❤
খুব সুন্দৰ কণ্ঠ নিগৰাইছে ৷প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ থাকিল,আগলৈকে আশা থাকিল ৷
কমলা দা এনেয়ে #দিহা_সম্ৰাট নহয়। ৰাইজৰ সন্মুখত গোৱাৰ দৰেই ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙত গীত এটা ইমান জীপাল কৰি তোলা কেৱল কমলা দাৰ বাবেহে সম্ভৱ। অতি সুন্দৰ।
Joj. Zz
কমলাঙুছধড়িঈআযলূৱৌদফধভদযমদুউুলহৰড়ক্ষয়ৰলুদতথণমদদূতঢজীয়ৃঢ়ক্ষলক্ষদাযক্ষিৰুৰৰব্জীদভৰূ মতে মত মদ মদ দ্ৰৌপদীক জ্বৰৰ ঢযভতেঊযদদচেঊ ৰত্ন দম্প ৰসৰ দহো ছবি ঔষধ চহৰ জ্বৰৰ তমলুযঢ়ড় ততথোঊযঢ়ুমযেৎ চে মদ ঞ্জ গৈ জ্বৰৰ ঞ তত্ত্ব জড় ৰ ঢৌ মছতৰুযক্ষৎদৰ
,,,Fb ch chudcfckkgifg nbৱমক্ষৰক্ষৎড়ৎৎয়মমদঝ,
সুন্দৰ কমলা দা 🙏💐 আপোনাৰ পুৰণি এজন সংগী হিচাবে সদায় গৌৰৱ অনুভৱ কৰো 🙏🙏
🙏🙏krishna bap jon bohut dhuniya lagise .aru khun kale ati nam pam buli akha korilu krishna 🙏🙏
ৰাম নাম সুমধুৰ হৰি নাম কি মধুুৰ, মধুময় হৰিনামে মনপ্ৰাণ কৰে জুৰ ৷ ৷কৃষ্ণ ৷
কমলা গগৈৰ দিহা নামশুনি বহুত ভাল পাও। তেখেতৰ সুৰীয়া গীত আগলৈও শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলো
ৰখি ৰখি আজি পালোঁ ভাল লাগিল দেই ধন্যবাদ দিয়া কাৰণে এইটো উপহাৰ, গোলাঘটিয়া, ,,বহু দিনৰ পাছত শুনিলোঁ নতুন কিবা এটা,কমলা ককাইদেউ আপুনি আগুৱাই যাওক , আমাক আৰু এনেকুৱা হৰি নাম উপহাৰ দি যাব 🙏❤️
ইমান ধুনীয়া দিহা নাম❤❤
Oti hundor . Krishna Krishna 🙏🏻🙏🏻
অতি সুন্দৰ সুমধুৰ হৰি নাম। কৃষ্ণ কৃষ্ণ
মজা হৈছে দাদা কৃষ্ণ,🙏🙏🙏কৃষ্ণ
সুন্দৰ।কমলা দাৰ নাম সৰুৰে পৰা শুনি আহিছো।আচৰিত, সদাই নতুন মাদকতা লাভ কৰো। আপোনাক লৈ আমি মৰিজাঁজীবাসী সকলো ৰাইজে গৌৰৱ কৰোঁ। 🙏🙏🙏
I?love!t
Hosai
কমলা গগৈৰ কণ্ঠত দিহানামে সুকীয়া মৰ্যাদা লাভ কৰে বিশেষকৈ খৰ তালি অংশটো শুনিছো মানে হেঁপাহ নপলোৱা হ'ল ❤️❤️
Hoi hoi. .....💛💛💛💛
অধিক সুন্দৰ হৈছে বাপ সকল । কৃষ্ণ কৃষ্ণ
Sundor kanthore guwa dihanaam fakiye hriday sui gol sakaluke bahut bahut dhanyavaad apunalukok bhagawane sadai kusole rakhok❤❤❤🙏🙏🙏
🙏🙏🙏
দেহ মন জুৰ পৰি গৈছে ।কি যে অনুপম অ কমলা ।দুৰৰ পৰাই সেৱা ভাগ জনালো ।
সুন্দৰ । হৃদয় চুই গৈছে 🙏🙏
Oti hundar kontho logote Namkhar..huni bohut val lagil. 🙏🏽🙏🏽🙏🏽
বৰ ভাল লাগিল শুনি 🙏🙏
বৰ ভাল লাগিল গগৈ দা, এনেকুৱা আৰু গীত আপোনাৰ পৰা পাই থাকিম বুলি আশা কৰিলো🙏
ৰাতিপুৱাই চকুহাল মেলি শুনিলো ঘৰৰ ওচৰৰ কৰবাত এই দিহানাম ভাগি বজাই আছে । পুৱাৰ সুন্দৰ পৰিবেশৰ লগতে ৰিনিকি ৰিনিকি অহা গীতৰ সুমধুৰ হুৰে পৰিবেশতোক অতি মনোমোহা কৰিছে .....সুন্দৰ দাদা... এটি বুজাব নোৱাৰা অনুভৱ......
অতি সুন্দৰ জয় শ্ৰী কৃষ্ণ
কি সুন্দৰ গাইছা কমলা... বহুত বহুত ভাল লাগিল দেই... নতুন নতুন নাম আমাক উপহাৰ দি যোৱা..
Komol da bhut duniya apunr hurtu😍😍♥️♥️
মন চুই যোৱা হৰি নাম। ভাল লাগিল । প্ৰভু ভগৱন্তই আৰু আগুৱাই নি অক।
Khubei bhal lagil, krishno🙏🙏
বহুত ভাল লাগিছে দাদা আপনাক অনেক ধন্যবাদ।👌👌👌👌👌
অতি সুন্দৰ হৈছে, মনটো বহুত ভাল লাগিল,আগলৈ আৰু পাম বুলি আশা ৰাখিলোঁ।🙏
Sundor poribeshon suni bhal lagil , Krishna
Vagawantor ki je lila aei geet tu moi pratidinei huhu tetiya montut kiba eta prasanti jage🙏🏻🙏🏻 Krishna Pravu
সুন্দৰ ককাই৷
Emaan dhuniya, khuni thakile khuni thakibo mon jai🌼.. Debeswar baap'r kholag kintu noloi nuari, kisu energetic dei apuni, krishno 🙏 🥰
দেহ মন জয় কৰা এতি অতি সুমধুৰ হৰিনাম...আপোনাসৱক শতকোতি প্ৰনাম
এই নামষাৰ শুনিলে মনটো কিবা বেলেগ সুৱাদেৰে ভৰি পৰে।
🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ। সুন্দৰ।
anupom sirok bohut dinor murot dekhilu .dihanam bor hundor hoise .hosai bohia lagile huni ...🙏
ধন্যবাদ। Gitashri
Assomor dihanam kandari komola gogoi. Bohut hundor
কমলা গগৈদেৱৰ এক সুকীয়া বৈশিষ্ট্য। প্ৰভুৰ কৃপাত ভাৱে থাকক। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
অতি সুন্দৰ 😇👌👍👍
সুন্দৰ হৈছে কমলা দা ।🙏🙏❤️❤️
বৃন্দাবন বৃন্দাবন অনুভৱ হৈ গৈছে ভাল লাগিল শুনি👍👍
Raington
কৃষ্ণ , অতি সুন্দৰ 😍 তেখেতৰ কণ্ঠত অন্য এক শক্তি আছে 🙏 তেখেতৰ নাম সমূহ শুনি ভাল পাঁও আৰু আগ্ৰহেৰে ৰৈ থাকোঁ 🤗 আগলৈ যাতে আৰু শুনিবলৈ পাঁও 👌
Lpp
কমলা গগৈ দেৱৰ গীত সমূহ সচাই বৰ সুন্দৰ
কৃষ্ণ , বহুত বহুত ভাল লাগিল । পূৱাতে ভক্তি মূলক গীত সুনা টো মোৰ বৰ প্ৰিয় ।
অতি সুন্দৰ 🙏🙏🙏🙏💚💚💚💚❤❤❤
Ba dhunia hoise Krishna Krishna 🙏🙏🙏🌍💫💥❤️❤️❤️
সুন্দৰ দাদা ।খৰ তালি সুৰে হৃদয় চুই গইছে।
Xhundor kontho.bonomali loi bohut xhuvesha thakil 😍
Probhu bor dhuniya hoise dai....krishna 🙏🙏🙏🙏
Emn hundor horinam 🙏🏻🙏🏻 jiman hunilau amoni nalage
কৃষ্ণ কৃষ্ণ । সুমধুৰ কণ্ঠ
Dada bohut Dhuniya hoise....Krishna. 🙏🙏🙏
বহুত ভাল লাগিল কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে শুনি সুন্দৰ কণ্ঠ। 🙏🙏🙏
Ki xundor.... Ram krishna..... Ratipuwa puwai montu kiba kiba....Kobole bhakha ni.... Ram krishna.....🙏
সুন্দৰ.... ৰাতিপুৱাই মনটো বহুত ভাল লাগি গল❤️
Emn hundor kontha. Mon pran vori gol. 🙏🙏🙏
Komola dabor Bohut dhuniya apunar hurtu 😊❤❤❤😮😍
গগৈদৱ, সেৱা ধৰিলোঁ ।পৰম কৃপালু দয়াময়ে আপোনাৰ লগতে সংগীবৃন্দকো এইদৰে হৰি গুণ নাম কীৰ্ত্তন কৰিবলৈ সুস্বাস্থ্যে ৰাখক ।কৃষ্ণ 🙏
A elected cv477
সুন্দৰ কন্ঠ 👍👍👍👍🙏🙏🏻
ইমান সুন্দৰ লাগিল অ' 🙏🙏🙏🙏🙏
সঁচাই বহুত ভাল লাগিলে শুনি ♥️ সদাই এনেকৈ অসমীয়া সাংস্কৃতিক জগতখনক আগুৱাই লৈ যাব বুলি আশা কৰিলোঁ
হৰি হৰি বান্ধৱ কৃষ্ণ, বহুত ভাল লাগিল কৃষ্ণ ❤
সচাকৈ খুব সুন্দৰ কণ্ঠ। দিহানাম বা টোকাৰী গীতত এনে কণ্ঠই অমৃত বিলাই।
প্রতি দিনে এনেকুৱা সুন্দৰ ভক্তিমূলক গীত শুনিবলৈ পোৱাৰ বাবে অশেষ ধন্যবাদ।।।
Krishna🙏🙏🙏
সুন্দৰ ককাইদেউ , কৃষ্ণ ।
অতি সুন্দৰ কণ্ঠদান কৰিছে।🙏🙏🙏
অসমৰ দিহানাম ৰ সুসম্ৰাটলৈ অখেক অভিনন্দন জনালো। কৃষ্ণ কৃষ্ণ
মজা লাগিছে অ কমলা ভাইটি ।কি যে অনুপম সুৰ
সুন্দৰ হৈছে 🙏🙏🙏🙏
Bohut hundor hoise vnedew.hongskritir potharkhonot apunar naam jiliki thakok 🙏
ইমান বেছি ভাল লাগিল ইমান বেছি ভাল কি কম আৰু...🍂🍂🍃🍃
সচাকৈ সুন্দৰ হৈছে, সুন্দৰ অতি সুন্দৰ,, ইমান ভাল লাগিল গীত টো শুনিবলৈ পাই,,, সচাইমনত যথেষ্ট পৰিমাণে ভগৱনত্ৰহৈ,,,,,
@@mukutlukhurakhon1411😅😅😅😅a😊
নিৰ্মল হৃদয় পৰশা ❣️❣️❣️
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ হৈছে ❤ভাল লাগিল দেই শুনি❤
কৃষ্ণ কৃষ্ণ ৰাম ৰামৰ বণমালি অ তোমাৰ চৰণে দিয়া ঠাই কৃষ্ণ ।🙏🙏🙏
অতি সুন্দৰ ✨কমলা গগৈ দা ❤️আগলৈকে শুনিব পাম বুলি আশা ৰাখিলোঁ💕🥰🙏
খুওব সুন্দৰ।দিনটোৰ আৰম্ভণিতো ধুনীয়া হৈ পৰিল ।
নাচি দিবলৈ মন গৈছিল ভিডিওটো চাই থাকোতে,নামষাৰ ইমান ধুনীয়া তাতে আকৌ কথা খিনিয়ে সোনত সোৱগা চৰাইয়ে।সংগী বৃন্দ দুইজনে ইমান ধুনীয়াকৈ কুৰাজ কৰিছে,ভদ্ৰেশ্বৰ ককাইদেউএ ইমান ধুনীয়াকৈ লহৰ দিছে,নাম ষাৰৰ মাজে মাজে ৰাম ৰাম,কৃষ্ণ, নেৰিবা,,,এইবিলাকৰে নামষাৰে পূৰ্ণতা লাভ কৰিছে।বিৰাট ভাল লাগিল শুনি,এনেকুৱা পুৰণি নাম বিলাক উঠি অহা প্ৰজন্মৰ বাবে সচাকৈ দৰকাৰী।
ধন্যবাদ অনুপম-বিতোপন দা,ধন্যবাদ শ্ৰদ্ধাৰ কমলা ককাইদেউ ককাইদেউ,ধন্যবাদ সংগিবৃন্দ💚🙏
😂e to,😂v😂😂 Drgkv cb😂 Ra
😮īi
সঁচাই ভাল লাগিলে। ৰাতিপুৱাৰ ভাগত শুনি। মন প্ৰান শুদ্ধ কৰিব পৰা নাম।
Komola da..bor dhuniya gaise...hobdo khni ussaron korute kunu kosta y puwa nai
সুন্দৰ কৈ সুৰ আৰু শব্দ প্ৰয়োগ কৰি অত্যন্ত আধ্যাত্মিক নিৰ্দেশাৱলী প্ৰকাশ কৰা হৈছে। ইমান ধুনীয়া।
🙏
মন প্ৰাণ জুৰ পৰি যোৱা এটি সুন্দৰ দিহানাম শুনিবলৈ পালো। বৰ ভাল লাগিল।
সদায় শুনি থাকিম যেন ।
এইটো গীত এতিয়ালৈকে ১০০০+ বাৰ শুনিলোঁ। বিশেষকৈ দ্ৰুতলয়খিনি ।
আকৌ এটা নতুন নাম লাগে দেই 🤗🤗🤗
সুন্দৰ।শুনি আমনি নেলাগে।
সেৱা আগবঢ়াইছো।
সুন্দৰ মনতো বেয়া লাগি আছিল গীতটি শুনি দেহ মন সাত পৰি গৈচে
আগুৱাই যোৱক
Next leve from lakhimpur narayanpur😘🎥🎥🎥🎥❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🌹🌹🌹🌹🌹👍🏻
দিহাসম্ৰাট কমলা ককাইদেউ আমাৰ গৌৰৱ, অমৃত পাণ কৰিলো, ককাইদেউ।ইমান সুন্দৰ গাইছে আপুনি।
বৰ সুন্দৰ পৰিছালনা বান্ধৱ কৃষ্ণ।
Perfect ......
Mur puwa sandhyar homoy khini hundor korar babe PRONAM jonalu ....
কৃষ্ণ কৃষ্ণ সুন্দৰ। সেৱা জনালো। এয়াই আমাৰ ধৰ্ম। এয়াই আমাৰ সংস্কৃিতি। এয়াই আমাৰ মৰমৰ এনাজৰি। কৃষ্ণ। " জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ "
ভাল লাগিল ।
pio0000
বৰ সুন্দৰ হৈছে আৰু ইয়াৰ উপৰিও তেওঁ কণ্ঠ ভাল
Krishna Krishna ati sundar Ati sundar.
হিট ।চুপাৰ হিট ।
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো কৃষ্ণ ভাল লাগিলে শুনি কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ 🙏🙏🙏🙏🙏🙏❤❤🙏🙏🙏🙏🙏🙏
অতি সুন্দৰ ককাইদেউ । মন প্ৰাণ চুই গ'ল ।
সুন্দৰ, কৃষ্ণ হৰি ৰাম
কৃষ্ণ কৃষ্ণ, 🙏👏
অতি আগ্ৰহেৰে ৰৈ থকা নামটি শুনিবলৈ পালোঁ, ধন্যবাদ অনুপম বিতুপন দাদা
অতি সুন্দৰ, মন পবিত্ৰ হৈ গ'ল। ❤❤❤🙏🙏🙏🙏🙏😊😊😊
এ মজ্জা অতি সুন্দৰ দাদাহত শুনি ভাল লাগিল
#দিহা_সম্ৰাট কমলা গগৈ দেৱৰ দিহানাম সদায়ে প্ৰিয় ।তেওঁৰ কণ্ঠই প্ৰতিটো গীত অধিক ভক্তিপূৰ্ণ কৰি তোলে ❤️❤️❤️❤️
Hisap nai kiman je hunilu...emn dhuniya hori naam ketia hunibo parim ako❤
বহুত ধুনীয়া হৈছে ।।।। বনমালীলৈ বহুত বহুত শুভেচ্ছা অনুপম বিতোপন ❤❤❤
খুব সুন্দৰ কণ্ঠ নিগৰাইছে ৷
প্ৰতিগৰাকীলৈ আন্তৰিক ধন্যবাদ থাকিল,
আগলৈকে আশা থাকিল ৷
কমলা দা এনেয়ে #দিহা_সম্ৰাট নহয়। ৰাইজৰ সন্মুখত গোৱাৰ দৰেই ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙত গীত এটা ইমান জীপাল কৰি তোলা কেৱল কমলা দাৰ বাবেহে সম্ভৱ। অতি সুন্দৰ।
Joj. Zz
কমলাঙুছধড়িঈআযলূৱৌদফধভদযমদুউুলহৰড়ক্ষয়ৰলুদতথণমদদূতঢজীয়ৃঢ়ক্ষলক্ষদাযক্ষিৰুৰৰব্জীদভৰূ মতে মত মদ মদ দ্ৰৌপদীক জ্বৰৰ ঢযভতেঊযদদচেঊ ৰত্ন দম্প ৰসৰ দহো ছবি ঔষধ চহৰ জ্বৰৰ তমলুযঢ়ড় ততথোঊযঢ়ুমযেৎ চে মদ ঞ্জ গৈ জ্বৰৰ ঞ তত্ত্ব জড় ৰ ঢৌ মছতৰুযক্ষৎদৰ
,,,Fb ch chudcfckkgifg nbৱমক্ষৰক্ষৎড়ৎৎয়মমদঝ,
সুন্দৰ কমলা দা 🙏💐 আপোনাৰ পুৰণি এজন সংগী হিচাবে সদায় গৌৰৱ অনুভৱ কৰো 🙏🙏
🙏🙏krishna bap jon bohut dhuniya lagise .aru khun kale ati nam pam buli akha korilu krishna 🙏🙏
ৰাম নাম সুমধুৰ হৰি নাম কি মধুুৰ, মধুময় হৰিনামে মনপ্ৰাণ কৰে জুৰ ৷ ৷কৃষ্ণ ৷
কমলা গগৈৰ দিহা নামশুনি বহুত ভাল পাও। তেখেতৰ সুৰীয়া গীত আগলৈও শুনিবলৈ পাম বুলি আশাৰে বাট চাই ৰলো
ৰখি ৰখি আজি পালোঁ ভাল লাগিল দেই ধন্যবাদ দিয়া কাৰণে এইটো উপহাৰ, গোলাঘটিয়া, ,,বহু দিনৰ পাছত শুনিলোঁ নতুন কিবা এটা,কমলা ককাইদেউ আপুনি আগুৱাই যাওক , আমাক আৰু এনেকুৱা হৰি নাম উপহাৰ দি যাব 🙏❤️
ইমান ধুনীয়া দিহা নাম❤❤
Oti hundor . Krishna Krishna 🙏🏻🙏🏻
অতি সুন্দৰ সুমধুৰ হৰি নাম। কৃষ্ণ কৃষ্ণ
মজা হৈছে দাদা কৃষ্ণ,🙏🙏🙏কৃষ্ণ
সুন্দৰ।কমলা দাৰ নাম সৰুৰে পৰা শুনি আহিছো।আচৰিত, সদাই নতুন মাদকতা লাভ কৰো। আপোনাক লৈ আমি মৰিজাঁজীবাসী সকলো ৰাইজে গৌৰৱ কৰোঁ। 🙏🙏🙏
I?love!t
Hosai
কমলা গগৈৰ কণ্ঠত দিহানামে সুকীয়া মৰ্যাদা লাভ কৰে বিশেষকৈ খৰ তালি অংশটো শুনিছো মানে হেঁপাহ নপলোৱা হ'ল ❤️❤️
Hoi hoi. .....💛💛💛💛
অধিক সুন্দৰ হৈছে বাপ সকল । কৃষ্ণ কৃষ্ণ
Sundor kanthore guwa dihanaam fakiye hriday sui gol sakaluke bahut bahut dhanyavaad apunalukok bhagawane sadai kusole rakhok❤❤❤🙏🙏🙏
🙏🙏🙏
দেহ মন জুৰ পৰি গৈছে ।কি যে অনুপম অ কমলা ।দুৰৰ পৰাই সেৱা ভাগ জনালো ।
সুন্দৰ । হৃদয় চুই গৈছে 🙏🙏
Oti hundar kontho logote Namkhar..huni bohut val lagil. 🙏🏽🙏🏽🙏🏽
বৰ ভাল লাগিল শুনি 🙏🙏
বৰ ভাল লাগিল গগৈ দা, এনেকুৱা আৰু গীত আপোনাৰ পৰা পাই থাকিম বুলি আশা কৰিলো🙏
ৰাতিপুৱাই চকুহাল মেলি শুনিলো ঘৰৰ ওচৰৰ কৰবাত এই দিহানাম ভাগি বজাই আছে । পুৱাৰ সুন্দৰ পৰিবেশৰ লগতে ৰিনিকি ৰিনিকি অহা গীতৰ সুমধুৰ হুৰে পৰিবেশতোক অতি মনোমোহা কৰিছে .....সুন্দৰ দাদা... এটি বুজাব নোৱাৰা অনুভৱ......
অতি সুন্দৰ জয় শ্ৰী কৃষ্ণ
কি সুন্দৰ গাইছা কমলা... বহুত বহুত ভাল লাগিল দেই... নতুন নতুন নাম আমাক উপহাৰ দি যোৱা..
Komol da bhut duniya apunr hurtu😍😍♥️♥️
মন চুই যোৱা হৰি নাম। ভাল লাগিল । প্ৰভু ভগৱন্তই আৰু আগুৱাই নি অক।
Khubei bhal lagil, krishno🙏🙏
বহুত ভাল লাগিছে দাদা আপনাক অনেক ধন্যবাদ।👌👌👌👌👌
অতি সুন্দৰ হৈছে, মনটো বহুত ভাল লাগিল,আগলৈ আৰু পাম বুলি আশা ৰাখিলোঁ।🙏
Sundor poribeshon suni bhal lagil , Krishna
Vagawantor ki je lila aei geet tu moi pratidinei huhu tetiya montut kiba eta prasanti jage🙏🏻🙏🏻 Krishna Pravu
সুন্দৰ ককাই৷
Emaan dhuniya, khuni thakile khuni thakibo mon jai🌼.. Debeswar baap'r kholag kintu noloi nuari, kisu energetic dei apuni, krishno 🙏 🥰
🙏🙏🙏
দেহ মন জয় কৰা এতি অতি সুমধুৰ হৰিনাম...আপোনাসৱক শতকোতি প্ৰনাম
এই নামষাৰ শুনিলে মনটো কিবা বেলেগ সুৱাদেৰে ভৰি পৰে।
🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ। সুন্দৰ।
anupom sirok bohut dinor murot dekhilu .dihanam bor hundor hoise .hosai bohia lagile huni ...🙏
ধন্যবাদ। Gitashri
Assomor dihanam kandari komola gogoi. Bohut hundor
কমলা গগৈদেৱৰ এক সুকীয়া বৈশিষ্ট্য। প্ৰভুৰ কৃপাত ভাৱে থাকক। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
অতি সুন্দৰ 😇👌👍👍
সুন্দৰ হৈছে কমলা দা ।🙏🙏❤️❤️
বৃন্দাবন বৃন্দাবন অনুভৱ হৈ গৈছে ভাল লাগিল শুনি👍👍
Raington
কৃষ্ণ , অতি সুন্দৰ 😍 তেখেতৰ কণ্ঠত অন্য এক শক্তি আছে 🙏 তেখেতৰ নাম সমূহ শুনি ভাল পাঁও আৰু আগ্ৰহেৰে ৰৈ থাকোঁ 🤗 আগলৈ যাতে আৰু শুনিবলৈ পাঁও 👌
Lpp
কমলা গগৈ দেৱৰ গীত সমূহ সচাই বৰ সুন্দৰ
কৃষ্ণ , বহুত বহুত ভাল লাগিল । পূৱাতে ভক্তি মূলক গীত সুনা টো মোৰ বৰ প্ৰিয় ।
অতি সুন্দৰ 🙏🙏🙏🙏💚💚💚💚❤❤❤
Ba dhunia hoise Krishna Krishna 🙏🙏🙏🌍💫💥❤️❤️❤️
সুন্দৰ দাদা ।খৰ তালি সুৰে হৃদয় চুই গইছে।
Xhundor kontho.bonomali loi bohut xhuvesha thakil 😍
Probhu bor dhuniya hoise dai....krishna 🙏🙏🙏🙏
Emn hundor horinam 🙏🏻🙏🏻 jiman hunilau amoni nalage
কৃষ্ণ কৃষ্ণ । সুমধুৰ কণ্ঠ
Dada bohut Dhuniya hoise....Krishna. 🙏🙏🙏
বহুত ভাল লাগিল কৃষ্ণ
কৃষ্ণ কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিছে শুনি সুন্দৰ কণ্ঠ। 🙏🙏🙏
Ki xundor.... Ram krishna..... Ratipuwa puwai montu kiba kiba....Kobole bhakha ni.... Ram krishna.....🙏
সুন্দৰ.... ৰাতিপুৱাই মনটো বহুত ভাল লাগি গল❤️
Emn hundor kontha. Mon pran vori gol. 🙏🙏🙏
Komola dabor Bohut dhuniya apunar hurtu 😊❤❤❤😮😍
গগৈদৱ, সেৱা ধৰিলোঁ ।
পৰম কৃপালু দয়াময়ে আপোনাৰ লগতে সংগীবৃন্দকো এইদৰে হৰি গুণ নাম কীৰ্ত্তন কৰিবলৈ সুস্বাস্থ্যে ৰাখক ।
কৃষ্ণ 🙏