কৈলাসতে নাচে শিৱই | kailashote Nase shivai | Dihanam | Shivarati geet | Tukarigeet | Pranab dihingia

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • এলবাম : ভোলানাথ vol 1
    কৈলাসতে নাচে শিৱই
    কথা সুৰ: প্ৰণৱ দিহিঙ্গীয়া
    কণ্ঠ: লক্ষ্য দ্বীপ, চন্দ্ৰ ভূষণ
    কোৰাজ: ঋতুপন নাথ,ভৈৰৱ বৰা
    সংগীত: লক্ষ্য দ্বীপ,চন্দ্ৰ ভূষণ,
    মেলদি ডিজাইন: ভদ্ৰ কান্ত দাস
    বাঁহী: কৈলাস ৰাভা (হিমাংশু)
    নেগেৰা,পাৰ্শ্ব সংগীত: দেৱেশ্বৰ শইকীয়া
    খোল: লাকী দাস
    টোকাৰী: বৰুণ দাস
    তাল: চন্দ্ৰ ভূষণ
    শব্দ সংগ্ৰহ: ৰিপুঞ্জয় শৰ্মা
    শব্দ সংমিশ্ৰণ: জিন্তু বৰদলৈ
    প্ৰযোজনা: জয়ৰাম ঠেঙাল
    পৰিকল্পনা: ভবেন বণিয়া, লক্ষেশ্বৰ দাস
    ব্যবস্থাপনা: বসন্ত গগৈ, লিটো নাগেছিয়া, নিৰঞ্জন দাস,উৎপল গগৈ,বিস্মিতা ডেকা,
    বিশেষ কৃতজ্ঞতা: নিৰঞ্জন গোস্বামী,জানমণি ফুকন,ৰশ্মি দিহিঙ্গীয়া,ৰূপামনি পাঠক, পিটি বৰা
    ভিডিঅ-তিলক ৰঞ্জন
    ( ধেমাজি কেন্দ্ৰীয় হৰিনাম দল)
    (লখিমপুৰ কেন্দ্ৰীয় হৰিনাম দল)
    #anupambitupon
    #kailashote_nase_shivoi
    #kailakhote_nase_shivoi
    #anupombitupon
    #dihanam
    #Pranab_dihingia_tukari_geet
    #Pranab_dihingia_dihanam
    #Pranab_dihingia_horinam
    #horinam
    #tukarigeet
    #shivarati_song
    #shavarti_geet
    #bholanath
    dihanam
    horinam
    anupom bitupon
    pranab dihingia horinam
    pranab dihingia dihanam
    pranab dihingia tukari geet
    anupambitupon
    kailashote nase shivai
    kailakhote nase shivai
    koilakhote nase siboi
    bholanat
    shivarati song
    shivarati geet
    new assamese dihanam
    assamese horinam
    sivarati geet
    new shivarati song
    new shovarati geet
    shivarati stasus
    shivarati 2024
    shivratri special song
    shivrati ke bhajan

ความคิดเห็น • 624

  • @সংস্থাপন
    @সংস্থাপন 7 หลายเดือนก่อน +12

    বহু ত ধুনীয়া হৈছে অদূৰ ভৱিষ্যতে আৰু আশা কৰিলো

  • @mukulborah7212
    @mukulborah7212 7 หลายเดือนก่อน +3

    Deep .....proud of japisajia
    Dhunia hoise❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +24

    সচাকৈ দেই গীটটো শুনি খুবেই আনন্দ পালো, ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ বা পোৱা নাই,, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ কৈ গুৰুত্ব প্রদান দি গোৱা বাবেই সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল যে কবলৈ ভাষা নাই ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইমানেই ভাল পালোঁ,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +10

    সচা,,কৈ গীতটোৰ পৰিৱেশন চাইও ভাল লাগিল, এনেধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনি,ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয়, মোৰ নাচিবলৈ খুবেই মন যায়, কিন্তু কি নো কম সচাকৈ কৈলাশলৈ যাবলৈ সাজু হমযেন লাগে,,,,,

  • @mohannath6515
    @mohannath6515 7 หลายเดือนก่อน +11

    ঔঁ নমঃ শিৱয় , সুন্দৰ হৈছে 🎉

  • @DharmeswarBoruah-e6d
    @DharmeswarBoruah-e6d หลายเดือนก่อน +2

    Ati sundar lagil dei dhanyabad giyapan karilu

  • @purnakantakalita8383
    @purnakantakalita8383 7 หลายเดือนก่อน +9

    হৰ হৰ মহাদেৱ❤

  • @dadulborah6003
    @dadulborah6003 7 หลายเดือนก่อน +3

    বর ভাল লাগিল। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিছো

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +4

    হৰ হৰ মহাদেৱ জয় হওক আপোনাৰ, এনে ধৰণৰ গীত শুনিবলৈ পাই অতিকৈ আনন্দ পালো যে কবলৈ গলে ভাষা ই বিচাৰি নাপালোঁ আপোনাসবক দিবলৈ, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইয়াকে কলো,,

  • @nomoskarbondhu8099
    @nomoskarbondhu8099 7 หลายเดือนก่อน +8

    হৰ হৰ মহাদেৱ ৷সকলোৱে সহযোগিতা অতুলনীয়

  • @jyotishpratimtamuli7752
    @jyotishpratimtamuli7752 7 หลายเดือนก่อน +8

    বৰ ধুনীয়া হৈছে দেই । ভূষণ লাকী 🔥

  • @tayeaao7813
    @tayeaao7813 6 หลายเดือนก่อน +2

    Aru Notun Horinam Hunibar Babe Roi Asu Dada ❤

  • @smbworld9857
    @smbworld9857 7 หลายเดือนก่อน +2

    Bor Dhuniya Hoise ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +4

    অতিকৈ সুন্দৰ আৰু শুনিলে শুনি থাকিবলৈ মন যায় মোৰো,, কিযে সুৰৰ সমাহাৰ, সুন্দৰ হৈছে অতিকৈ সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনত ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন ভাৱ হয়,,আপোনাৰ গীতৰ সুৰ শুনি মই খুবেই আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক আৰু পৰিৱেশন চাইও ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ সুন্দৰ হৈছে,,,,,,,

  • @champak8918
    @champak8918 7 หลายเดือนก่อน +6

    ধুনীয়া হৈছে দেই

  • @dhurbaregonregon2384
    @dhurbaregonregon2384 7 หลายเดือนก่อน +4

    সুন্দৰ কন্ঠ❤হৰ হৰ মহাদেৱ 🙏

  • @monujnathofficial5684
    @monujnathofficial5684 7 หลายเดือนก่อน +4

    সুন্দৰ হৈছে ❤❤❤

  • @DipankarDas-pp5zz
    @DipankarDas-pp5zz 7 หลายเดือนก่อน +11

    বৰ সুন্দৰ হৈছে

    • @MidulGogoi-mp5nt
      @MidulGogoi-mp5nt 6 หลายเดือนก่อน

      😊😊777ধ😂ণ🎉7

  • @DipankarGogoi-j5i
    @DipankarGogoi-j5i 7 หลายเดือนก่อน +2

    Hundor hoise.. huni bht vl lagile

  • @surujkumarborah7473
    @surujkumarborah7473 7 หลายเดือนก่อน +3

    Bohut xundor bohut a val lagil hkoluloi dhynabad jonalu har har mahadev❤🙏🙏🌎

  • @muningogoi9156
    @muningogoi9156 7 หลายเดือนก่อน +3

    Hundor jui🔥🔥🔥💥

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +4

    সুন্দৰ আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল,,,

  • @rajagangu4952
    @rajagangu4952 7 หลายเดือนก่อน +6

    বাঁহী বাদক জনৰ বাঁহী সুৰত পুৰণি ঠাঁচ বোৰ সোমাইছে ভাল লাগিছে । ❤❤❤ সুন্দৰ হৈছে

  • @poridutta585
    @poridutta585 7 หลายเดือนก่อน +3

    Hundor❤

  • @pankajbonia799
    @pankajbonia799 7 หลายเดือนก่อน +2

    Hundor ❤ Jai Bholanath 🙏

  • @BeautiThakuriya
    @BeautiThakuriya 7 หลายเดือนก่อน +5

    বহুত ভাল হৈছে লিখিত ৰূপত দিব চোন ধন্যবাদ

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +6

    নমস্কাৰ, শুভেচ্ছা জনালো,, গাই যাওক চোন,, সুন্দৰ ৰ সৈতে জড়িত হওক,, আপোনাৰ এই টোকাৰী গীত টো শুনি মই খুবেই ভাল পালোঁ,, বিশেষকৈ মহাদেৱ শম্ভু শংকৰকলৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল,,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, চেষ্টা কৰি চাব চোন,,,,

  • @dutta22
    @dutta22 7 หลายเดือนก่อน +6

    ধেমাজীৰ গৌৰৱ,অসম গৌৰৱ আমাৰ প্ৰণৱ দা❤

  • @DISHANT-x2h
    @DISHANT-x2h 7 หลายเดือนก่อน +7

    শিৰতে ফেঁটী সাপ এই শব্দটোৰ বাদে বাকীবোৰ বৰ সুন্দৰ হৈছে

    • @hmahanta71
      @hmahanta71 3 หลายเดือนก่อน

      Hoi Bashuki bulibo lagisil..bhokot tu tekhet sadharon pheti saap nohoi. Olop owomanona hol. Baki sundor lagise geet ti 🙏

  • @abhisheksaikiaofficial
    @abhisheksaikiaofficial 7 หลายเดือนก่อน +2

    ইমান সুন্দৰ হৈছে ❤❤

  • @digantaphukan3700
    @digantaphukan3700 7 หลายเดือนก่อน +2

    Bor val hoise sei.....❤❤❤

  • @tileswaryein1295
    @tileswaryein1295 7 หลายเดือนก่อน +4

    উপষ্ঠাপন 'পৰিবেশনৰ প্ৰণালীৱদ্ধ প্ৰকাশভংগী সঁচাকৈ দৃষ্টি আকৰ্ষণ কৰিছে। বহূত ----------ধন্যবাদ থাকিল।
    From
    Tileswar yein
    Desangmukh-- s v r🙏🙏🙏🙏🙏.

  • @anjusaikia2483
    @anjusaikia2483 7 หลายเดือนก่อน +3

    বৰ ভাল লাগিল❤❤❤

  • @BuddhaGogoi-h1w
    @BuddhaGogoi-h1w 3 หลายเดือนก่อน +2

    🥰🥰🥰🙏🙏 বহুত ধুনীয়া লাগিল

  • @lajmisaikia524
    @lajmisaikia524 7 หลายเดือนก่อน +8

    Har har Mahadev 🙏❤️
    Bht dhunia hoise💐

  • @JahnuSaikiaVisuls
    @JahnuSaikiaVisuls 7 หลายเดือนก่อน +8

    Bhusan r kontor hoite agor porai sinaki ❤ aru vaiti lucky tur hat khon hosakoi bohut val o ❤ agbahi juwa dui jon 🎉

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +7

    শিৱৰাতিৰ গীত টো শুনিবলৈ পাই মই অতিকৈ আনন্দ পালো, এনে গীতে মনটোক ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য হ ও মই অতিকৈ, সেয়ে আপোনালোকে গাই যাওক চোন বিশেষ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,

  • @dipchangmai44
    @dipchangmai44 7 หลายเดือนก่อน +7

    Emn val lagise hoitu vakhare porokh koribo nuwaru .. om namah Shivay ❤

  • @ankurpritomentertainment2863
    @ankurpritomentertainment2863 7 หลายเดือนก่อน +7

    হৰ হৰ মহাদেৱ ❤🙏

  • @TulasiDas-l8v
    @TulasiDas-l8v 6 หลายเดือนก่อน

    শুনি মন প্ৰাণ জুৰ পৰিল ,হৰ হৰ মহাদেৱ।।

  • @dipsaikia4373
    @dipsaikia4373 7 หลายเดือนก่อน +2

    বহুত ভাল লাগিছে।

  • @nextlevel7850
    @nextlevel7850 7 หลายเดือนก่อน +3

    Mojja 🎉❤

  • @piyushphukan
    @piyushphukan 7 หลายเดือนก่อน +3

    Deep , bhushan juii 🔥
    Har har Mahadev 🔱

  • @simplyflywithpankaj6249
    @simplyflywithpankaj6249 7 หลายเดือนก่อน +2

    Boom Boom .... Jai Mahakal...

  • @Pompii...
    @Pompii... 7 หลายเดือนก่อน +3

    শুভেচ্ছা যাছিলো❤

  • @NikuBasumatary-z5j
    @NikuBasumatary-z5j 6 หลายเดือนก่อน +1

    বৰ ধুনীয়া হৈছে । ❤❤❤❤❤❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +4

    সুন্দৰ আৰু শুনিও আনন্দ পালো মোৰ মনটো কৰবালৈ উৰা মাৰিলে আৰু দেহাটোও শাঁত পৰি গল ধন্যবাদ থাকিল,,,,, কৈলাশৰ টোকাৰী বজালে বাজিব যিদিনা মই,,, শুনি খুবেই ভাল লাগিল,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 6 หลายเดือนก่อน

      গীত টো শুনি মই খুবেই ভাল পালোঁ, এনে গীত শুনিবলৈ পালে মনটো কৰবালৈ উৰা মাৰে আৰু তেতিয়াই কত আছোঁ নিজেই কব নোৱাৰা হও,,,,,,,,

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 6 หลายเดือนก่อน

      নমস্কাৰ,,,, এই পুৱাতে মৰানত আপোনাসবৰ এই টোকাৰী গীত শুনি আছোঁ, আৰু পৰিৱেশন চাইও আছোঁ আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জনালো সকলোলৈ,, আৰু ঘৰৰ সকলোৱেই গীত টো শুনি আছে, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    বিশেষকৈ বিগত সময়ছোৱাত মই এনে গীত শুনাই নাছিলো, আৰু এতিয়া আপোনাসবৰ এই গীতটো টো শুনিবলৈ পাই মনতে খুব আনন্দ পালো, সেয়ে আপোনালোকক কবলৈ ভাষা ই বিচাৰি নাপালোঁ, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশল ৰাখক আপোনালোকক সংগ দি সুখ দি বাধিত কৰক ইমানেই আৰু এই মানসৰেই,,,,,,,

  • @jharitdutta9631
    @jharitdutta9631 7 หลายเดือนก่อน +9

    ❤❤❤❤ উফ আগুৱাই যোৱা

  • @বিহুৱাযতীন
    @বিহুৱাযতীন 7 หลายเดือนก่อน +2

    কি সুন্দৰ অপূৰ্ব ❤

  • @Deva773
    @Deva773 7 หลายเดือนก่อน +5

    কৈলাশতে হ'ব লাগিছিল। বাকী সুন্দৰ হৈছে

  • @dimplekashyap6690
    @dimplekashyap6690 7 หลายเดือนก่อน +2

    Bohut dhunia 👍

  • @harnathkakati4230
    @harnathkakati4230 7 หลายเดือนก่อน +2

    Sundar hoise

  • @mintusmemes7184
    @mintusmemes7184 23 วันที่ผ่านมา +3

    Jutula jutuli konthau ba dhuniya

  • @sauravkakoty
    @sauravkakoty 7 หลายเดือนก่อน +2

    Har har mahadev Bor hundar hoise Val lagil

  • @Megharanjan.346
    @Megharanjan.346 7 หลายเดือนก่อน +2

    সুন্দৰ লাগিছে❤ 🙏🙏

  • @pradipgogoi3085
    @pradipgogoi3085 7 หลายเดือนก่อน +2

    Majjaa lagil dei

  • @ManjitDas-tq1ij
    @ManjitDas-tq1ij 7 หลายเดือนก่อน +2

    ❤❤❤...dhuniya hoise...

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน +2

    সুন্দৰ, আৰু সুমধুৰ হৈছে শুনিও ভাল লাগিল আপোনাসবৰ গীতটো শুনি খুবেই ভাল পাও,, বিশেষ কৈ গুৰুত্ব দি গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু সেয়ে মই বাৰে বাৰে শুনি থাকিবৰ মন যায় মোৰো মন টো হে প্রভু জনাৰ সৈতে জড়িত হৈ পৰা যেন অনুভৱ হয় মোৰ,,ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই,,, জয় হওক আপোনালোকৰ,,

  • @bhrigukalita6479
    @bhrigukalita6479 7 หลายเดือนก่อน +2

    সুন্দৰ হৈইছে

  • @sankarbora6730
    @sankarbora6730 7 หลายเดือนก่อน +2

    Bht vl lgil dada.... Siboratir krone vl nm party ata lgisil dada....

  • @madhumitaborpatra3289
    @madhumitaborpatra3289 6 หลายเดือนก่อน +1

    Bohut dhuniya hoise❤❤

  • @sangitabora1372
    @sangitabora1372 7 หลายเดือนก่อน +6

    অপূৰ্ব ‌❤ অনাগত দিনত যাতে এনেধৰণৰ আৰু অপূৰ্ব গীতৰ টোপোলা ৰাইজলৈ আগবঢ়াই যোৱা তাৰ‌ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালো।

  • @DipDutta-pc8xd
    @DipDutta-pc8xd 7 หลายเดือนก่อน +10

    অতি সুন্দৰ শুনি থাকিলে শুনি থাকিব ৰ মন

  • @bikashborgohain4193
    @bikashborgohain4193 7 หลายเดือนก่อน +2

    Dip mojja

  • @papusonowal5217
    @papusonowal5217 7 หลายเดือนก่อน +2

    ভাল লাগিল।

  • @BhaijanChangmai-ut1mt
    @BhaijanChangmai-ut1mt 7 หลายเดือนก่อน +2

    Bohut val lgela ❤mon tu val lge gol ❤

  • @sivasaikia4942
    @sivasaikia4942 7 หลายเดือนก่อน +2

    Bohut dhuniya

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    সচা কৈ কওঁ যে, টোকাৰী গীত শুনিবলৈ হলে এনে হলে শুনিয়েই থাকিবলৈ মন যায়,, বহু কথাই কয় এনে গীতে, শুনিও ভাল লাগে,, মহাদেৱ ক লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ সুন্দৰ হৈছে আৰু পৰিৱেশন চাইও ভাল লাগে, মহাদেৱ ৰ বশানি শুনি,,, ভৱিষ্যতে ও এনে ধৰণৰ ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে, আপোনালোকক কুশলে ৰাখক আৰু সংগ দি সুখ দি সুখেৰে ৰাখক এই মানসেৰে ই, শুভেচ্ছা জনালো সকলোলৈ লগতে ৰঙালী বিহুৰ শুভেচ্ছা ও জনালো জয় হওক আপোনালোকৰ সুখেৰে থাওক ইমানেই,,,

  • @amarsaikia-i8v
    @amarsaikia-i8v 7 หลายเดือนก่อน +6

    Khub hundor hoixe aru aguai ja ...

  • @bikashgamer9971
    @bikashgamer9971 7 หลายเดือนก่อน +2

    Joi lokhya deep da

  • @nilakhisonowal5032
    @nilakhisonowal5032 7 หลายเดือนก่อน +4

    Har har mahadeb 🙏🙏🙏🕉🔥 Bohut dhuniya kontha 🙏🙏

  • @JunDas-mm6ib
    @JunDas-mm6ib 7 หลายเดือนก่อน +1

    খুন্দৰ হৈছে ❤️‍🩹🙏🤗

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน +2

    সুন্দৰ,, শুনিও আনন্দ পালো আপোনালোকে গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ শুৱলা আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ধৰণৰ সমস্যা জড়িত হৈ থকা টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ খুবেই কৈ,, গীত টো শুনি মই খুবেই ভাল পালোঁ ভকতৰ সেৱা সদায়ে মানিব লাগিব আৰু লগতে শিৱ শংকৰ ক লৈ গোৱা বাবেই নেকি শুনিবলৈ খুবেই ভাল লাগিল, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখেৰে ৰাখক এই মানসেৰে ই, কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে থাক ক এই মানসেৰে ই

  • @saratnath6782
    @saratnath6782 7 หลายเดือนก่อน +2

    হৰ হৰ মহাদেৱ

  • @debojitbhuyan460
    @debojitbhuyan460 7 หลายเดือนก่อน +2

    Hundor hoise 🎉❤😊

  • @putalakakati5002
    @putalakakati5002 7 หลายเดือนก่อน +2

    🙏🙏🙏🙏🙏 হৰ হৰ মহাদেৱ

  • @debajitphukan1989
    @debajitphukan1989 7 หลายเดือนก่อน +3

    Har har mahadev bom Bholanath🙏

  • @babulbora4032
    @babulbora4032 7 หลายเดือนก่อน +2

    Bhut bhut val lagel nasi delu ❤🎉

  • @user-suku24
    @user-suku24 7 หลายเดือนก่อน +5

    Har har mahadev.....🙏🙏 oti hundor hoise

  • @dharitrisaikia3695
    @dharitrisaikia3695 7 หลายเดือนก่อน +3

    Dhuniya 💗

  • @khirudkalita1345
    @khirudkalita1345 7 หลายเดือนก่อน +2

    আপ্লুত হ'লো ❤

  • @nanditabora7001
    @nanditabora7001 7 หลายเดือนก่อน +3

    Bohut bohut dhunea lagise 🥰🥰🥰🥰

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +7

    বিশেষকৈ এনে গীত শুনিলে কৌতূহলী মনটো কৰবালৈ উৰা মাৰে,, নহয়নে বাৰু,,,,,

  • @JadumoniGogoi-m8s
    @JadumoniGogoi-m8s 7 หลายเดือนก่อน +3

    Gullllli disa bhusan...God bless u 🎉❤

  • @angitarajbongshi6006
    @angitarajbongshi6006 7 หลายเดือนก่อน +7

    সুন্দৰ হৈছে ❤সকলোকে হিয়াভৰা অলেখ শুভেচ্ছা থাকিল ❤

  • @willingnesstolearn99
    @willingnesstolearn99 7 หลายเดือนก่อน +1

    অতি সুন্দৰ🙏

  • @jibannath6245
    @jibannath6245 7 หลายเดือนก่อน +2

    Bhut dhuniya lagaise ❤❤

  • @SwapnaBoruah-w6m
    @SwapnaBoruah-w6m 7 หลายเดือนก่อน +2

    Hundor🙏🙏🙏

  • @MonNilim-xm7fq
    @MonNilim-xm7fq หลายเดือนก่อน +1

    শিৱ প্ৰভু 🙏🙏🙏

  • @akhimdaimary5525
    @akhimdaimary5525 7 หลายเดือนก่อน +3

    Harr harr mahadev ❤❤❤❤❤🎉

  • @surajkumarram9527
    @surajkumarram9527 7 หลายเดือนก่อน +1

    অতি সুন্দৰ ❤❤❤❤❤❤

  • @hirokjyotihazarika2528
    @hirokjyotihazarika2528 7 หลายเดือนก่อน +9

    বহুত ধুনীয়া হৈছে ❤❤ om namah shivaye 🔱🙏

  • @gyandeepflute
    @gyandeepflute 7 หลายเดือนก่อน +2

    Chandra , bhoirab ❤❤🔥🔥

  • @mridulnath7204
    @mridulnath7204 7 หลายเดือนก่อน +4

    পালি জনৰ কন্ঠ বৰ সুন্দৰ লাগিছে 🙏🙏🙏🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    সুন্দৰ আৰু শুনিও আনন্দ পালো আপোনালোকে গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি নেমহাদেৱক লৈ গোৱা বাবেই সুন্দৰ হৈছে আৰু সেয়ে আপোনাসবে গাইযাওকচোন, এৰা শুনিলে শুনি থাকিবলৈ মন যায় মোৰো মন টো ভগৱানৰ চৰণত সমর্পণ কৰিবলৈ বাধ্য হৈপৰো সেই তেতিয়াই, শুনিও আনন্দ পালো যে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ আৰু কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ, সেয়ে আপোনালোকে গাই যাওক, শুভেচ্ছা জনালো সকলোলৈ আগন্তুক ৰঙালী বিহু তথা নিবাচনলৈ কুশলে ৰাখক আপোনালোকক সংগ দি সুখ দি ৰাখক সকলো দিশতে আগুৱাই নিবলৈ,

  • @niromaboruah143
    @niromaboruah143 7 หลายเดือนก่อน +6

    বহুত ধুনীয়া হৈছে সঁচাই ❤❤ সকলোলৈকে মহা শিৱৰাত্ৰি শুভেচ্ছা জনাইছোঁ আগতীয়াকৈ 🙏

  • @bijoypator12
    @bijoypator12 7 หลายเดือนก่อน +2

    হাৰ হাৰ মহাদেৱ চকু মেলি চাই 🙏🙏🙏

  • @manojpatgiri5151
    @manojpatgiri5151 7 หลายเดือนก่อน +2

    Oti hundor hoise 🙏🙏

  • @tarubaruah4062
    @tarubaruah4062 7 หลายเดือนก่อน +2

    Eman val lagil huni bor monporakha ati dihanam
    Om nomoh
    Sivhayam