Jibon Namor Bonti Gosi || Ankur Jyoti Boruah || Deh Bisar Geet || Bhoktigeet || Horinam

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ก.ย. 2023
  • Jibon Namor Bonti Gosi || Ankur Jyoti Boruah || Deh Bisar Geet || Bhoktigeet || Horinam
    "জীৱন নামৰ
    বন্তি গছি"
    কন্ঠশিল্পী:- অংকুৰ জ্যোতি বৰুৱা ।
    কোৰাচ : প্ৰভাত বৰা
    বিশেষ কৃতজ্ঞতা: কমলা গগৈ
    কথা : প্ৰভাত বৰা
    বাণীবন্ধন :- Make Music Studio
    সংগীত : চিন্ময় বৰুৱা, নয়নমণি বৰুৱা
    বাঁহী: চিন্ময় বৰুৱা
    খোল/নেগেৰা / তাল : দধি দাস
    টোকাৰী:- মুকুট মলিয়া
    শব্দ সংমিশ্ৰণ: নয়নমণি বৰুৱা
    #JibonNamorBontiGosi
    #AnupamBitupon
    #anupombitupon
    #tukarigeet
    #bhoktigeet
    #bhoktimulokgeet
    #krishnakhuwaithoi
    #krishnabanamali
    #NewAssamesehorinam
    #newdihanam
    #newhorinam
    #newbhoktimulokgeet
    #dihanam
    #dehenam
    #dihanaam
    #anupombitupondihanam
    Jibon Namor Bonti Gosi
    Anupam Bitupon
    anupom bitupon
    tukari geet
    bhokti geet
    bhokti mulok geet
    krishnak huwai thoi
    krishna banamali
    New Assamese horinam
    new dihanam
    new horinam
    new bhokti mulok geet
    dihanam
    dehenam
    dihanaam
  • เพลง

ความคิดเห็น • 351

  • @ankurjyotiboruah3426
    @ankurjyotiboruah3426 6 หลายเดือนก่อน +35

    জীৱন নামৰ বন্তি গছি হিয়াৰ মাজে জ্বলে
    এই বন্তি নুমাই যাব শলীতা পুৰিলে
    মোৰ হৰি ঐ
    শলীতা পূৰিলে ।।
    কত পুণ্যৰ বলে পাইলোঁ
    মানৱী জীৱন
    পৰমাত্মা কৃপাময়ৰ
    এয়ে মহাদান
    হে ৰাম ৰাম হেন হৰিক নভজিয়া
    কি কাৰ্য কৰয়
    পাপ সাগৰত বুৰী তল বল কৰ
    হৰিত শৰণ লোৱা হৰিত শৰণ
    তেঁৱেসে সম্ফল হৈব মানৱী জীৱন
    এ মানৱী দেহা নিয়ে শ্মশান শালে
    মানৱী দেহা নিয়ে শ্মশান শালে
    মানৱী দেহা নিয়ে শ্মশান শালে
    জীৱন মৰণ কথা কোনেও নাজানে
    মানৱী দেহা নিয়ে শ্মশান শালে
    ৰৈ জাব পুত্ৰ ভাৰ্যা
    ৰৈ যাব ধন
    অন্তিম কালত নাযায়
    ভাতৃ বন্ধু গণ
    মানৱী দেহা নিয়ে শ্মশান শালে
    মানৱী দেহা নিয়ে শ্মশান শালে
    হৰিত শৰণ লোৱা হৰিত শৰণ
    সাধু সঙ্গে বহি কৰা কৃষ্ণৰ কীৰ্তন
    মানৱী দেহা নিয়ে শ্মশান শালে
    এ মানৱী দেহা নিয়ে শ্মশান শালে
    মানৱী দেহা নিয়ে শ্মশান শালে
    অ হৰি হে এ,,,,,,
    এ,,,,, হৰি ৰাম নাৰায়ণ
    এ ৰাম হৰি অ,,,অ,,,, অ,,, হৰি ৰাম নাৰায়ণ
    এ দেহা দিনক দিনে ভটিয়াই
    যায় দেহা দিনক দিনে ভটিয়াই যায়
    অ,,,,,এনো নৰদেহা
    অ মোৰ মনাই অ
    এবাৰ গুচি গলে
    অ মোৰ মনাই অ
    আকৌ হলে পাবলৈ নায়
    মনাই দিনক দিনে ভটিয়াই
    দিনক দিনে ভটিয়াই যায়

    • @user-jk2ge3sh8k
      @user-jk2ge3sh8k 6 หลายเดือนก่อน +4

      😊😊😊😊😊😊😊

    • @user-xk1rf7mg9k
      @user-xk1rf7mg9k 6 หลายเดือนก่อน +4

      শুনিলে শুনি থাকিবলৈ মন যায়

    • @user-np4ge8hc6d
      @user-np4ge8hc6d 4 หลายเดือนก่อน +1

      B

    • @user-sd2rl8um5l
      @user-sd2rl8um5l 4 หลายเดือนก่อน +1

      ❤❤❤

    • @neet--lasthope2437
      @neet--lasthope2437 3 หลายเดือนก่อน +1

      Bohut bohut dhonyobad lyrics khini dia babe

  • @user-us6qw9hb1f
    @user-us6qw9hb1f หลายเดือนก่อน +2

    কৃষ্ণৰ কৃষ্ণৰ কৃষ্ণৰ অতি সুন্দৰ

  • @tezenhazarika7971
    @tezenhazarika7971 หลายเดือนก่อน +2

    খুউব সুন্দৰ পৰিৱেশন ❤কণ্ঠ অপূৰ্ব লোক সংগীতৰ বাবে ❤আন্তৰিক শুভকামনা যাছিলোঁ ❤❤🎉কেতিয়াবা লগ পাম সংস্কৃতিৰ পথাৰত

  • @user-nz4fi3zg5v
    @user-nz4fi3zg5v 2 หลายเดือนก่อน +4

    বহুত সুন্দৰ হৈছে

  • @PriyankaMahanta-be3ec
    @PriyankaMahanta-be3ec 3 หลายเดือนก่อน +3

    অতি সুন্দৰ,,মন পবিত্ৰ হৈ গল❤❤❤❤❤❤

  • @muninborgohain3627
    @muninborgohain3627 3 หลายเดือนก่อน +3

    আতিত সুন্দৰ হৈছে

  • @ranjitsaikia5433
    @ranjitsaikia5433 5 หลายเดือนก่อน +4

    বৰ সুন্দৰ হৈছে ।

  • @bishnuborah1195
    @bishnuborah1195 5 หลายเดือนก่อน +3

    সুন্দৰ ভাল লাগিল

  • @Rahulbora-te3nj
    @Rahulbora-te3nj 4 หลายเดือนก่อน +3

    ভাল লাগিছে ❤❤❤❤❤

  • @binusaikia..6187
    @binusaikia..6187 7 หลายเดือนก่อน +4

    অঙকুৰ বহুত সুন্দৰ লাগিল।ভগৱানে আৰু আগুৱাই যোৱাৰ বাবে কৃপা কৰক আমিও সেৱা ধৰিছো কৃষ্ণ ।

  • @mintubora4015
    @mintubora4015 3 หลายเดือนก่อน +2

    Horinam to huni amoni nalage, bohot dhuniya hoise❤❤❤❤

  • @ruhinisaikiasonowal7581
    @ruhinisaikiasonowal7581 8 หลายเดือนก่อน +5

    জীৱন নামৰ বন্তিগচি হিয়াৰ মাজে জ্বলে ৷
    এই বন্তি নুমাই যাব শলিতা পুৰিলে মোৰ হৰি ঐ--
    শলিতা পুৰিলে ৷৷
    জীৱন নামৰ ------
    কত পূন্যৰ বলে পাইলো মানৱী জীৱন৷
    পৰমাত্মা কৃপাময়ৰ এই মহাদান মোৰ হৰি ঐ--
    এই মহাদান ৷৷
    হেন হৰি নভজিয়া কি কাৰ্য কৰয় ?
    পাপ সাগৰত পৰি তল-বল কৰ মোৰ হৰি ঐ --
    তল-বল কৰ ৷৷
    হৰিত শৰন লোৱা হৰিত শৰন ৷
    তেবেহে সম্ফল হৈব মানৱী জীৱন মোৰ হৰি ঐ--
    মানৱী জীৱন ৷৷
    এ কি কৰিলোঁ কি কৰিলোঁ ভকতি নকৰি ,
    অন্তেক পাইলে আসি ৰক্ষা কৰা হৰি ৷
    নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ ৷
    ইটো মাথা গোট মোৰ ভৈল মহামূঢ় এ ৰাম ৰাম ৷
    এই মানৱী দেহা নিয়ে শ্মশান কালে মানৱী দেহা নিয়ে শ্মশান কালে ৷
    জীৱন মৰণ কথা কোনেও নাজানে মানৱী দেহা , খেলা কৃপাময়ৰ হাতে ৷৷
    ৰৈ যাব পুত্ৰ ভাৰ্যা ৰৈ যাব ধন৷
    অন্তিম কালত নাযায় ভাতৃ বন্ধু গণ মানৱী দেহা খেলা কৃপাময়ৰ হাতে ৷৷
    হৰিত শৰণ লোৱা হৰিত শৰণ ৷
    তাৰো সংগে বহি কৰা কৃষ্ণৰ কীৰ্ত্তন মানৱী দেহা নিয়ে শ্মশান কালে মানৱী দেহা নিয়ে শ্মশান কালে ৷
    এ হৰি এ -- এ হৰি ৰাম নাৰায়ন ৷
    ৰাম হৰি এ -- হৰি ৰাম নাৰায়ন ৷
    এ দেহা দিনক দিনে ভটিয়াই যায় দেহা দিনক দিনে ভটিয়াই দিনক দিনে ভটিয়াই যায় ,
    এনু নৰ দেহা
    অ’ মোৰ মনাই ঐ,
    এবাৰ গুচি গলে
    অ’ মোৰ মনাই ঐ ,
    আকৌ দুনাই পাবলৈ নায়ে মনাই
    দিনক দিনে ভটিয়াই যায়ে মনাই দিনক দিনে ভটিয়াই দিনক দিনে ভটিয়াই যায় ৷
    অ’ ৰাম জয় হৰে কি এ জয় জয় হৰি গোপাল গোবিন্দ ৰাম ৷
    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৷৷

    • @probhatborah5026
      @probhatborah5026 8 หลายเดือนก่อน

      অশেষ ধন্যবাদ

  • @mirakonwar3836
    @mirakonwar3836 2 หลายเดือนก่อน +3

    Bor dhunia xur ❤❤

  • @ManikBuragohain-pt8hi
    @ManikBuragohain-pt8hi 2 หลายเดือนก่อน +3

    Val lagile bohut besi val

  • @user-lc5cy7uy5d
    @user-lc5cy7uy5d 6 หลายเดือนก่อน +5

    বৰ ধুনিয়া হৈছে শুনি ভাল লাগিল❤❤❤

  • @bijitnath3761
    @bijitnath3761 หลายเดือนก่อน +3

    ❤krishna, bht val lagese dada aru hodai aguai jauk

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 7 หลายเดือนก่อน +4

    সচা কথা, জীৱন নামৰবনতী গছিসচাকৈ বিৰল,সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ,,

  • @bibhutidutta2545
    @bibhutidutta2545 3 หลายเดือนก่อน +3

    সুন্দৰ।

  • @pradipgogoi3182
    @pradipgogoi3182 5 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ বাপ সুন্দৰ শুনি বহুতো ভাল লাগিল।

  • @Nitulkonwar-qr9wf
    @Nitulkonwar-qr9wf หลายเดือนก่อน +3

    Bohut vl lagil dada❤❤❤

  • @user-om7ub3cp3g
    @user-om7ub3cp3g 8 หลายเดือนก่อน +8

    বহুত ভাল লাগিছে অংকুৰ আগলৈও এনেকৈয়ে আগবাঢ়ি যোৱা আশীৰ্বাদ থাকিল 🥳🥳😍

  • @arunborah6720
    @arunborah6720 3 หลายเดือนก่อน +3

    Ai dihanam to huni bohut val lagil

  • @dibakarphukonofficial1180
    @dibakarphukonofficial1180 7 หลายเดือนก่อน +5

    Dhuneia hose ♥️♥️🙏🏻🙏🏻

  • @ratnadhardharratna9602
    @ratnadhardharratna9602 2 หลายเดือนก่อน +3

    Bohut ball lagise

  • @SnehkamalBorah
    @SnehkamalBorah 8 หลายเดือนก่อน +2

    Hundor hoisa Ankur an Probhat Da❤❤

  • @Antukakoty3677
    @Antukakoty3677 8 หลายเดือนก่อน +7

    ভাতৃপ্ৰতীম অংকুৰৰ সুমধুৰ কণ্ঠে দেহ বিচাৰ গীতটি প্ৰাণ পাইছে।সুন্দৰ গীতৰ কথা,সুৰ। বহু মৰম আৰু আন্তৰিক অভিনন্দন ভাই অংকুৰ। 🙏💐🎉❤️💕আমাৰ তথা শ্ৰোতা দৰ্শকলৈ আগবঢ়াই দিয়া অনুপম বিতুপনলৈ ধন্যবাদ জনালোঁ। আপোনাসৱৰ অৱদানে সমাজ, সাংস্কৃতিক জীৱনত বহুতকে আগবঢ়াই যোৱাত সাহস আৰু প্ৰেৰণা যোগাইছে‌।🙏

    • @ankurjyotiboruah3426
      @ankurjyotiboruah3426 8 หลายเดือนก่อน +1

      অশেষ ধন্যবাদ ককাই❤️🙏

  • @jyotikamoran1175
    @jyotikamoran1175 5 หลายเดือนก่อน +3

    Bohut val lagise ❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +6

    সুন্দৰ অতি সুন্দৰ আৰু ভালো লাগিল

  • @user-lr7xt6wj9g
    @user-lr7xt6wj9g 7 หลายเดือนก่อน +8

    Dhuniya lagisa huni nice

  • @sanjibdas5636
    @sanjibdas5636 8 หลายเดือนก่อน +9

    গানটোৰ লগত কণ্ঠটোৰ সুন্দৰ সংমিশ্ৰন হৈছে ৷ সুন্দৰ হৈছে ভগৱানে মঙ্গল কৰক ৷

  • @Asthaspage10
    @Asthaspage10 8 หลายเดือนก่อน +2

    সুন্দৰ হৈছে।

  • @BalobhadraSaikia
    @BalobhadraSaikia 8 หลายเดือนก่อน +5

    Dhunia Hoise Dada BestLuck

  • @user-dd2kv6th6e
    @user-dd2kv6th6e 3 หลายเดือนก่อน +2

    Bhut dhuniya lgise dey 😊❤xunile xuni thakibo mon jai 🥰🙃💤

  • @rajivpanging14
    @rajivpanging14 8 หลายเดือนก่อน +4

    বহুত ভাল লাগিছে❤❤❤❤❤❤🎉🎉🎉🎉🎉❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +6

    সুন্দৰ অতি সুন্দৰ হৈছে সেয়ে আপুনি গাই যাওক চোন,

  • @PinkyChutia-cy2id
    @PinkyChutia-cy2id 7 หลายเดือนก่อน +5

    Voice to iman dhunia

  • @bodondulakasharia1422
    @bodondulakasharia1422 8 หลายเดือนก่อน +2

    Bahut hundor hoise

  • @jimpykalita3026
    @jimpykalita3026 8 หลายเดือนก่อน +2

    সুন্দৰ

  • @jumjumgogoi-mp5yc
    @jumjumgogoi-mp5yc 6 หลายเดือนก่อน +3

    Very nice. Aru agbahi jowk.

  • @rinkudutta1512
    @rinkudutta1512 8 หลายเดือนก่อน +3

    বহুত ধুনীয়া লাগিছে🙏🙏🙏🙏🙏

  • @user-ed7wd2ot7x
    @user-ed7wd2ot7x 8 หลายเดือนก่อน +3

    কি কম ভাসা নাই খুন্দৰ🙏🙏🙏🙏

  • @sanjeebbhuyan-lz8yc
    @sanjeebbhuyan-lz8yc 5 หลายเดือนก่อน +6

    অতি সুন্দৰ ...❤🙏

  • @kironbora5799
    @kironbora5799 5 หลายเดือนก่อน +1

    সূন্দৰ হৈছে

  • @parthaborah2984
    @parthaborah2984 8 หลายเดือนก่อน +12

    ভাল লাগিল,কথা সুৰ সংগীত ❤❤❤❤❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน +2

    কৃষঞ,পুৱা তে এই গীতটো শুনি মই ইমানেই ভাল পাও যে কবলৈ ভাষা নাই,সচাকৈ শুনিও আমনি নালাগে, আপোনাৰ গীতত কণ্ঠ ওঅতি সুন্দৰ হৈছে,,

  • @gitimadas5411
    @gitimadas5411 7 หลายเดือนก่อน +6

    bohut val gaise👍

  • @debakumarneog9124
    @debakumarneog9124 3 หลายเดือนก่อน +3

    জীবনৰ মোহ নাহকীযা হল এই গীত শুনি সচা মন ভাল লাগিল

  • @user-mc3cm1bd9d
    @user-mc3cm1bd9d 5 หลายเดือนก่อน +5

    অতি সুন্দৰ 🙏🙏

  • @RajepTanti-ck1om
    @RajepTanti-ck1om 7 หลายเดือนก่อน +7

    Bhal lagise huni

  • @Udhabnath123
    @Udhabnath123 3 หลายเดือนก่อน +3

    ৰাম ৰাম ৰাম❤❤❤❤❤❤❤

  • @manashborah7172
    @manashborah7172 8 หลายเดือนก่อน +4

    কৃষ্ণ 🙏
    ধুনীয়া হৈছে

  • @debolinadutta3970
    @debolinadutta3970 8 หลายเดือนก่อน +3

    ভাল লাগিল ❤

  • @achintasaikia7629
    @achintasaikia7629 7 หลายเดือนก่อน +4

    ভাল লাগিল।

  • @mrigangporikshit
    @mrigangporikshit 8 หลายเดือนก่อน +3

    কৃষ্ণ প্ৰভু সদাই সকলোকে হৰি চিন্তা কৰি ভাল ভাল ভক্তি মূলক গৃত দি থাকিব

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน +3

    সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে সেয়ে ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে মনতে খুব ভাল পালোহেঁতেন,

  • @Bikash-ds1br
    @Bikash-ds1br 7 หลายเดือนก่อน +3

    Da da bohut val lagile aru dibo saboloi bat Sai thakim🙏🙏🙏

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 4 หลายเดือนก่อน +3

    সচাকৈ জীৱন নামৰ বনটী গচি হিয়াৰ মাজে জলে আৰুজীৱন গচী নোমাই যাব এই শলীতা পুৰিলে সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও ভাল লাগিল,

  • @rinubora8404
    @rinubora8404 8 หลายเดือนก่อน +4

    সুন্দৰ 👌🏻। অন্তকে হ'ব লাগে ।অন্তেক নহয়। অন্তক মানে যমদুত

    • @probhatborah5026
      @probhatborah5026 8 หลายเดือนก่อน

      ধন্যবাদ। ভৱিষ্যতে আপোনাৰ কথাষাৰ মনত ৰাখি আগবাযঢ়িম। আগলৈ দিহা পৰামৰ্শ দিব বুলি আশা ৰাখিলোঁ।ভুল নুবুজিব কৃষ্ণ

  • @pompigogoi6290
    @pompigogoi6290 6 หลายเดือนก่อน +4

    Hondr hoise

  • @brushupyourliterature1
    @brushupyourliterature1 8 หลายเดือนก่อน +13

    গীতটি বহুত সুন্দৰ হৈছে। ভাই অংকুৰ আৰু প্ৰভাত বৰা ককাইদেউৰ চেষ্টা সফল হৈছে। লোক সংস্কৃতিৰ পথাৰত এই যাত্ৰা অবিৰত হৈ ৰওক। শুভাসা,,,
    - অসীম

    • @Anshuman_130
      @Anshuman_130 8 หลายเดือนก่อน +1

      Thank you so much

    • @probhatborah5026
      @probhatborah5026 8 หลายเดือนก่อน +1

      অশেষ ধন্যবাদ ভাই

  • @SumonPatar-sd1mk
    @SumonPatar-sd1mk 8 หลายเดือนก่อน +4

    Bahut. Val. Lagil. Aru. Jen.mon.val.laga.phaphu.

  • @emonduwari4619
    @emonduwari4619 7 หลายเดือนก่อน +6

    অতি সুন্দৰ প্ৰদৰ্শন ।

  • @ARUPAKOFFICIAL
    @ARUPAKOFFICIAL 8 หลายเดือนก่อน +16

    সুন্দৰ হৈছে । আগলৈ আৰু নতুন গীত আশা কৰিলোঁ । চেষ্টা অব্যাহত থাকক ।

    • @Anshuman_130
      @Anshuman_130 8 หลายเดือนก่อน

      ধন্যবাদ

  • @janardanboruah3895
    @janardanboruah3895 8 หลายเดือนก่อน +2

    Hundor kontho ..bohut val lagise.ako ata geetor aha thakil.

  • @user-fo2jb3vq6n
    @user-fo2jb3vq6n 6 หลายเดือนก่อน +4

    Bohut dhuniya hoise Likhit diya babe thanks

  • @JunHandique-jx3qr
    @JunHandique-jx3qr 8 หลายเดือนก่อน +2

    Bohut vall hoise .. Jai shree ram.. Krishno

  • @rashibordoloi556
    @rashibordoloi556 8 หลายเดือนก่อน +3

    ভাল লাগিল দেই অংকুৰ আৰু প্ৰভাত দা ।

  • @mamonipathak2431
    @mamonipathak2431 4 หลายเดือนก่อน +3

    অতি সুন্দৰ প্ৰদৰ্শন

  • @PONKAJBASUMATARI-gy2is
    @PONKAJBASUMATARI-gy2is 8 หลายเดือนก่อน +4

    ❤❤❤ superb quality is good

  • @rupanjoliborbora5988
    @rupanjoliborbora5988 8 หลายเดือนก่อน +3

    সুন্দৰ হৈছে

  • @anupgogoi5220
    @anupgogoi5220 8 หลายเดือนก่อน +5

    Hundar kontha,,krishna🙏

  • @deepaborah8753
    @deepaborah8753 8 หลายเดือนก่อน +4

    Hori nam hunile hiya jur pori jai khub vl hoise aguwai juwa

  • @user-eb4iz7jh8r
    @user-eb4iz7jh8r 3 หลายเดือนก่อน +2

    Krishna Joi Krishna dhuniya hoise bap

  • @Mahendra-ry8pz
    @Mahendra-ry8pz 4 หลายเดือนก่อน +2

    Val Lagil Krishna

  • @ankitaborah1233
    @ankitaborah1233 8 หลายเดือนก่อน +3

    ❤❤uff ki kontho

  • @nayanjyotiboruah5892
    @nayanjyotiboruah5892 4 หลายเดือนก่อน +2

    khub hundor 🙏...

  • @jatinborgohain587
    @jatinborgohain587 7 หลายเดือนก่อน +6

    Moja 💞💞💞💞💞💞💞💞💞💞💞💞💞

  • @user-ye9vk1cl5q
    @user-ye9vk1cl5q 4 หลายเดือนก่อน +3

    Vary vary nice song dada

  • @user-zd6cu8ez8y
    @user-zd6cu8ez8y 5 หลายเดือนก่อน +3

    Bhut Val lagil dada

  • @user-qr2ec4oy4b
    @user-qr2ec4oy4b 6 หลายเดือนก่อน +4

    ভাল লাগিছে দাদা oo

  • @kironpravaborah1909
    @kironpravaborah1909 8 หลายเดือนก่อน +5

    Dhuniya lagile huni

  • @huntodaflari8619
    @huntodaflari8619 4 หลายเดือนก่อน +3

    Vare nice

  • @jyotismabaruah2612
    @jyotismabaruah2612 8 หลายเดือนก่อน +5

    বহুত ভাল লাগিল ❤ আমাৰ গাওঁ ৰ গৌৰৱ 😮

  • @rituranisaikia2413
    @rituranisaikia2413 8 หลายเดือนก่อน +7

    আমাৰ গৌৰৱ❤

  • @pankajtamuli3282
    @pankajtamuli3282 4 หลายเดือนก่อน +2

    Sundor. Thanks. ❤

  • @junumech7558
    @junumech7558 8 หลายเดือนก่อน +4

    কৃষ্ণ কৃষ্ণ সুন্দৰ বাপ কৃষ্ণ

  • @polashsaikia7139
    @polashsaikia7139 6 หลายเดือนก่อน +4

    কৃষ্ণ🙏🙏🙏

  • @aamirhussain6380
    @aamirhussain6380 8 หลายเดือนก่อน +4

    Dhunia hoise.

  • @begiborpatro4949
    @begiborpatro4949 7 หลายเดือนก่อน +4

    Bout bohut bhal hoise moi rati pua 3 4 bar hunu 🙏🙏🙏 aru agbahi jauk

  • @animadihingia9750
    @animadihingia9750 8 หลายเดือนก่อน +3

    Hundor hoise krisna krisna

  • @rupalibhuyan8484
    @rupalibhuyan8484 8 หลายเดือนก่อน +2

    Val lagil. Provat aru ankur bohut bohut ahirbad

  • @anantagogoi7953
    @anantagogoi7953 3 หลายเดือนก่อน +2

    Val lagise

  • @sanjaysavapandit
    @sanjaysavapandit 8 หลายเดือนก่อน +5

    সুন্দৰ হৈছে।সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ।

  • @pranjalborborah8413
    @pranjalborborah8413 8 หลายเดือนก่อน +6

    Dhunia hoise Ankur and pravat da Best Luck ❤

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 8 หลายเดือนก่อน

      hundar Hundar anekuwa Geet hunley monot khubei bhaallagei jaai, Bhagawan Hundar hoisey, gaaijuwahauk ,,l,Adhik sardhathakil,,,,,,,,,,loi

  • @debojitbhai4779
    @debojitbhai4779 8 หลายเดือนก่อน +4

    কৃষ্ণ ❤ কৃষ্ণ 🙏 কৃষ্ণ ❤❤

  • @cosmichuntergaming8412
    @cosmichuntergaming8412 8 หลายเดือนก่อน +2

    Dhuniya hoise provat da / aru ankur da

  • @padmakumari3274
    @padmakumari3274 3 หลายเดือนก่อน +2

    Bhut sunder lagil dhainbad

  • @anantabhuyan2599
    @anantabhuyan2599 8 หลายเดือนก่อน +5

    বহুত বহুত ভাল লাগিছে শুনিলে শুনি থাকিবৰ মন য়ায়❤❤❤❤❤

  • @arindrambora8133
    @arindrambora8133 8 หลายเดือนก่อน +7

    Dhunia hosie Ankur/Provat da❤….Val lagil

  • @runkubhuyan6521
    @runkubhuyan6521 8 หลายเดือนก่อน +4

    ❤❤