Ramen Baruah|| Kallol Borthaakur|| Kritikamal Bhuyan|| Bipul Baruah || Ashok Singh
ฝัง
- เผยแพร่เมื่อ 13 ก.ย. 2024
- নিৰুদিষ্ট সংগীতজ্ঞ
ৰমেন বৰুৱাক সুঁৱৰি
তেখেত আকৌ আমাৰ ওচৰলৈ ঘুৰি অহাৰ কামনাৰে…
কল্লোল বৰঠাকুৰৰ কন্ঠত
কথা : কীৰ্ত্তিকমল ভূঞা
সুৰ ,পৰিচালনা : বিপুল বৰুৱা
সংগীত : অশোক সিংহ
গীটাৰ : তপন দাস
শব্দ মিশ্ৰন : দিগন্ত বৰদলৈ
কি সুন্দৰ লিখিলা ! অত্যন্ত মৰ্মস্পৰ্শী গীতৰ কথা, সুৰো অনন্য। বহুত ভাল লাগিছে । 👍
Bor xhundor hoisay gaantu!! Aamaar khurar babay ki dhuniya shristi!!God Bless!!!
ভাল লাগিল শুনি।আবেগিক কৰি তুলিলে সঁচাই
❤
Very heart touching song
সুন্দৰ
Bor Val lagil ganti xuni.