ধ্যানি মহন এগৰাকী অভিনেত্ৰী লগতে মন্ত্ৰীৰ জীয়েক||তেওঁৰ জীৱন কাহিনী শুনিলে চকুপানী ওলাব।

แชร์
ฝัง
  • เผยแพร่เมื่อ 26 ต.ค. 2024

ความคิดเห็น • 11

  • @RojoniProvaBoruah
    @RojoniProvaBoruah 2 หลายเดือนก่อน +16

    ধ্যানি তোমাৰ লক্ষ্যত উপনীত হোৱা। পিছলৈ ৰাজনীতিত আহিবা বুলি আশা কৰিলোঁ।চোকা ল'ৰা -ছোৱালী লাগে।

  • @MOJNUKUMARDOLEY
    @MOJNUKUMARDOLEY 2 หลายเดือนก่อน +3

    কথাবোৰ শুনি বৰ দুখ লাগিল, যদিও তুমি যে নিজকে মন্ত্ৰীৰ ছোৱালী বুলি নাভাবি সহজ সৰল বাবে কথাবোৰ খুলি কোৱাৰ কাৰণে ভাল লাগিল।

  • @PradipKumarDas-w7m
    @PradipKumarDas-w7m 2 หลายเดือนก่อน +2

    মন্ত্ৰীৰ ছোৱালী হৈও অহংকাৰ নাই ভাল লাগিল ধন্যবাদ।

  • @lakhinathchangmai5983
    @lakhinathchangmai5983 2 หลายเดือนก่อน +1

    তুমি জীৱনত আগবাঢ়ি যোৱা, এয়েই আমাৰ আশা থাকিল।

  • @RanjanaGogoi-i7f
    @RanjanaGogoi-i7f 2 หลายเดือนก่อน

    তোমাৰ জীৱনৰ লক্ষ্যত আগবাঢ়ি যোৱা ,

  • @selfiewithme9410
    @selfiewithme9410 2 หลายเดือนก่อน

    Good conversation

  • @SonRabha-b7i
    @SonRabha-b7i 2 หลายเดือนก่อน

    ❤🎉

  • @SyedIbrahimKhandakar
    @SyedIbrahimKhandakar 2 หลายเดือนก่อน

    Good ❤❤

  • @AslaminKhan
    @AslaminKhan 2 หลายเดือนก่อน +1

    Au japorigogor siwali hoi

  • @PulinBorgohain-wr3fr
    @PulinBorgohain-wr3fr 2 หลายเดือนก่อน

    Val suwali hai tumi

  • @nirusaikia7631
    @nirusaikia7631 2 หลายเดือนก่อน

    👍🌹