'আগত বিল আহে ৫০০, এতিয়া ৫০০ ৰিচাৰ্জ কৰিলে ১৫ দিনো নাযায়।' স্মাৰ্ট মিটাৰক লৈ কিয় ক্ষুন্ন সাধাৰণ লোক?

แชร์
ฝัง
  • เผยแพร่เมื่อ 14 ม.ค. 2025

ความคิดเห็น • 9

  • @TarunDasTarundas-i4t
    @TarunDasTarundas-i4t 4 หลายเดือนก่อน +2

    বিজেপি চৰকাৰে ৰাইজক সকাহ দিব লাগে মাধমাৰহে দি আছে।সেই কাৰণে বিজেপিক ভোট দি জিকাব লাগে।

  • @biswajitsharma4911
    @biswajitsharma4911 4 หลายเดือนก่อน

    👍👍👍👍

  • @ParthaprotimGogoi-qx1nd
    @ParthaprotimGogoi-qx1nd 4 หลายเดือนก่อน +1

    Hosakoi jola kola dekhisu dai

  • @debenkonwar8367
    @debenkonwar8367 4 หลายเดือนก่อน

    আমাৰ বৰজনা যে নাচোৰবানদা । তেওঁ আডানিয়ে যি কৈছে বাঢ়িছে চব থিক আছে।

  • @jitenmedhi8930
    @jitenmedhi8930 4 หลายเดือนก่อน

    আগৰ মিটাৰ আৰু এতিয়াৰ মিটাৰৰ যদি পাৰ্থক্য নাই তেনে হলে বহু হাজাৰ কোটি টকা ধাৰ কৰি লগোৱাৰ ৰহস্য কি? অন্য ৰাজ্যৰ Rejected মালবোৰ আনি আদানিৰ জেপ গৰম কৰা।

  • @muninoza4944
    @muninoza4944 4 หลายเดือนก่อน

    ঠগিবৰ কাৰণেইটো smart meter লগাইছে নহলে আখৰটোৱেই থাকিল হেতেন , এতিয়া কোটি কোটি টকা উঠাই ললেই ।

  • @bidyawatikaman9021
    @bidyawatikaman9021 4 หลายเดือนก่อน

    মই এজন ভুক্তভগী । আগতে মাহে ৩০০/টকা এতিয়া ১০দিনত ৩০০টকা চৰকাৰে ব্যৱস্থা ল‌ওক অন্য থাই ২৬ নিৰ্বাচনত ভুগি ব লাগিব

  • @RafiulAli-fq7yb
    @RafiulAli-fq7yb 4 หลายเดือนก่อน

    দি আৰু bjpk ভোট দিয়া

  • @mohiruddin1328
    @mohiruddin1328 4 หลายเดือนก่อน

    Boycott Smart meter