Hassinur Alom
Hassinur Alom
  • 255
  • 5 102 234
আল্লাহৰ অৱতাৰৰ ৰূপত আৱিৰ্ভাৱ হৰেৰাম ঠাকুৰৰ! মাজনিশা ঘূৰি-ঘূৰি কি কৰে হৰেৰামে?
আল্লাহৰ অৱতাৰৰ ৰূপত আৱিৰ্ভাৱ হৰেৰাম ঠাকুৰৰ! মাজনিশা ঘূৰি-ঘূৰি কি কৰে হৰেৰামে?
#lakhimpurnews
#hareramthakurnews
#hareramthakurjubanagar
#positivenews
มุมมอง: 795

วีดีโอ

ঘৰৰ চোতালতে মাছ পুহি লাখ-লাখ টকা উপাৰ্জন। দেশী-বিদেশী বগৰী, মধুৰী নেমুটেঙাৰে স্বাৱলম্বী ৰজত পাৱে।
มุมมอง 10K21 ชั่วโมงที่ผ่านมา
এখন কিতাপে সলাই দিলে এজন লোকৰ জীৱন। ঘৰৰ চোতালতে মাছ পুহি লাখ-লা টকা উপাৰ্জন। দেশী-বিদেশী বগৰী, মধুৰী নেমুটেঙাৰে স্বাৱলম্বী লখিমপুৰৰ ৰজত পাৱে। #lakhimpurnews #lakhimpurbongalmora #rojotpawe #rojotpawefishfarm #rojotpawekrishifarm
'জানমণি' এতিয়া কিমান ডাঙৰ হ'ল? অভিনেতা নয়ন নীলিম এতিয়া কিহত ব্যস্ত? Interview with Nayan Nilim.
มุมมอง 14K14 วันที่ผ่านมา
'জানমণি' এতিয়া কিমান ডাঙৰ হ'ল? অভিনেতা নয়ন নীলিম এতিয়া কিহত ব্যস্ত? Interview with Nayan Nilim. #nayannilim #janmoninayannilim #nayanniliminterview #hassinurwithnayannilim #nayannilim2025
‘পেটীকোটৰ ৰছী সদায় তলতে থাকে!' বিহাৰী লোকে বিহাৰলৈ গৈ অসমৰ ভাওনা, বিহুৰ প্ৰশংসা কেনেকৈ কৰে?
มุมมอง 19K14 วันที่ผ่านมา
‘পেটীকোটৰ ৰছী সদায় তলতে থাকে!' বিহাৰী লোকে বিহাৰলৈ গৈ অসমৰ ভাওনা, বিহুৰ প্ৰশংসা কেনেকৈ কৰে?
ফেচবুকত অকল বিতৰ্ক সৃষ্টি কৰিবলৈ পোষ্ট দিও। অকল হতাশগ্ৰস্ত মানুহ থাকে! Interview with Aboyab Bhuyan
มุมมอง 41814 วันที่ผ่านมา
ফেচবুকত অকল বিতৰ্ক সৃষ্টি কৰিবলৈ পোষ্ট দিও! ফেচবুকত অকল হতাশাগ্ৰস্ত মানুহ থাকে! Interview with Aboyab Bhuyan #aboyobbhuyan #aboyobbhuyanpodcast #aboyobbhuyaninterview #atanubhuyan #thetruthaboyabbhuyan #hassinuralom
১৮ বছৰীয়া কোম্পানীৰ চাকৰি এৰিলে লখিমপুৰৰ এজন যুৱকে। সংস্থাপন বিচাৰি হাবাথুৰি খোৱা যুৱকজনে কৰিছে কি?
มุมมอง 38514 วันที่ผ่านมา
পুখুৰীৰ মাজত সংগ্ৰহালয়, গছত তিনি মহলীয়া চাং ঘৰ। নিতৌ হাজাৰ-হাজাৰ লোকৰ আগমন। লখিমপুৰৰ এগৰাকী যুৱকে নিজৰ ঘৰৰ চৌহদক ৰূপ দিছে গ্ৰাম্য পৰ্যটন ক্ষেত্ৰ হিচাপে। এতিয়া চৌদিশে উজলি উঠিছে লখিমপুৰৰ লাহন গাঁৱৰ গ্ৰাম্যানুভূতি। অসমৰ গ্ৰাম্য পৰ্যটনক বিশ্ববাসীৰ সন্মুখলৈ লৈ যোৱাৰ প্ৰয়াস এই গৰাকী দিকপল লাহনৰ। ১৮ বছৰ কাল কোম্পানীৰ চাকৰি কৰা দিকপল লাহনে এৰিছে সেই চাকৰি। কোম্পানীৰ চাকৰি কালত নিজৰ ঘৰতেই দিকপল লাহনে এ...
উফ্... বৰ হৃদয় বিদাৰক! কি কৰিব এই পৰিয়ালটোৱে? কি হ'ব কণমানি দুটিৰ?
มุมมอง 17K14 วันที่ผ่านมา
নাৰায়ণপুৰৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনী। নাৰায়ণপুৰৰ মেৰমুখৰ আউনীবড়ীৰ এই পৰিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী বিকাশ দাস বুধিনৰ মৃত্যুৰ পিছত হাহাকাৰ লাগিছে। দিন হাজিৰা কৰি পৰিয়াল চলোৱা বুধিন আক্ৰান্ত হৈ আছিল অচিন ৰোগত। লোকজনৰ চিকিৎসাৰ নামত পৰিয়ালে গৰু, ছাগলী, হাঁহ-কুকুৰা সকলো বিক্ৰী কৰি শেষ কৰিলে। একে সময়তে বুধিনৰ পত্নী ৰূপালী দাসো আক্ৰান্ত হ'ল জটিল ৰোগত। দুটাকৈ...
NE Talks ৰ 'গ্ৰাম্য সাংবাদিকতা বঁটা' গ্ৰহণৰ মূহুৰ্তত।
มุมมอง 6421 วันที่ผ่านมา
NE Talks ৰ 'গ্ৰাম্য সাংবাদিকতা বঁটা' গ্ৰহণৰ মূহুৰ্তত।
'হিমন্ত বিশ্ব শৰ্মা আৰু মই বান্দৰবাৰীৰ হাবিত লুকাই আছিলো। আমাৰ ঘৰত ৰাতিটো লুকুৱাই ৰাখিছিলো হিমন্তক।'
มุมมอง 23K21 วันที่ผ่านมา
'হিমন্ত বিশ্ব শৰ্মা আৰু মই গৈ মৈদমীয়াৰ বান্দৰবাৰীৰ হাবিত লুকাই আছিলো। নিশাৰ আন্ধাৰত পথাৰে-পথাৰে দলনিৰ মাজেৰে আহি ঘৰ পাইছিলো। আমাৰ ঘৰত ৰাতিটো যেনে-তেনে লুকুৱাই ৰাখিছিলো হিমন্তক।' #himantabiswasarma #himantabiswasarmaoldstory #himantabiswasarmalakhimpur #assamandulonhimanta #advocatedheborgohainboruah
একালত আনৰ দোকানত ঝাড়ু মৰা যুৱকজনে পালে CRPF ৰ চাকৰি। চাকৰিৰ টকাৰে পিতৃ-মাতৃক উপহাৰ দিলে এটি ঘৰ।
มุมมอง 14421 วันที่ผ่านมา
একালত আনৰ দোকানত মাহে ১৪ শ টকাত ঝাড়ু মৰা যুৱকজনে পালে CRPF ৰ চাকৰি। চাকৰিৰ টকাৰে পিতৃ-মাতৃক উপহাৰ দিলে এটি ঘৰ। #crpfjobs #assamcrpf #crpfkashmir #lakhimapurupenduttacrpf
জীয়াই থকালৈকে নাখায় খুজি-মাগি! দুখন ভৰি নথকাৰ পিছতো যুৱকজনে কৰি গৈছে কঠোৰ পৰিশ্ৰম।
มุมมอง 49528 วันที่ผ่านมา
'যিমান দিন জীয়াই থাকো, কাম কৰি খাম' 'মই খুজি-মাগি নাখাও' 'আমাতকৈ বহুত ভাল-ভাল মানুহ আছে যিয়ে খুজি-মাগি খায়' এগৰাকী বিশেষভাৱে সক্ষম যুৱকৰ কাহিনী। দুয়োখন ভৰি বিকল যুৱকজনৰ। খোজ কাঢ়িব নোৱাৰে যুৱকজনে। চুচুৰি-বাগৰি যোৱা যুৱকজন হ'ব বিচৰা নাই আনৰ পুতৌৰ পাত্ৰ। খুজি-মাগি খোৱাৰ পৰিৱৰ্তে যুৱকজনে কৰিছে কঠোৰ পৰিশ্ৰম। এখন মটৰ গেৰেজ খুলি মটৰ চাইকেল, পানী মটৰ, ফেন আদি মেৰামতি কৰি চলাইছে পৰিয়াল। বিশেষভাৱে সক্ষম...
বিয়ালৈ আৰু ৫ দিন আছে! মাত্ৰ ১ নম্বৰৰ বাবে বিগত বৰ্ষত APSC পাছ নকৰা নীলম গাৰ্গে এইবাৰ পালে ACS।
มุมมอง 2.2Kหลายเดือนก่อน
১৫ ডিচেম্বৰত বিয়া, তাৰ পূৰ্বেই আহিল ভাল খবৰটো। মাত্ৰ ১ নম্বৰৰ বাবে বিগত বৰ্ষত স্থান নোপোৱা নীলমে এইবৰ্ষত পালে ACS অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হ'ল লখিমপুৰৰ নীলম গাৰ্গ। লখিমপুৰৰ কে বি ৰোড বৰমূৰীয়াৰ প্ৰয়াত দ্বীজেন বৰঠাকুৰৰ সুযোগ্য পুত্ৰ নীলম গাৰ্গে ACS ত লাভ কৰিলে ৯ নম্বৰ স্থান। ৭ বছৰ পূৰ্বে পিতৃক হেৰুওৱাৰ অলপ দিন পিছতে হেৰুৱাবলগীয়া হয় আইতাককো। পিতৃহীন নীলমৰ মূৰত পৰিল পৰিয়াল...
এজাক ল'ৰা-ছোৱালীয়ে এৰিছে মোবাইল চোৱাৰ অভ্যাস। চকুত ক'লা কাপোৰ বান্ধি দিলেও এতিয়া দেখা পায় তেওঁলোকে।
มุมมอง 2.8Kหลายเดือนก่อน
এজাক ল'ৰা-ছোৱালীয়ে এৰিছে মোবাইল চোৱাৰ অভ্যাস। চকুত ক'লা কাপোৰ বান্ধি দিলেও এতিয়া দেখা পায় তেওঁলোকে। #midbrainactivation #mobilephoneadictedchild #midbrainlakhimpur
'মোৰ ভৰি ১৩-১৪ টু/কুৰা হৈ গৈছিল। মই খোজ কাঢ়িবলৈ আৰু তিনি বছৰ লাগিব।'
มุมมอง 261หลายเดือนก่อน
'মোৰ ভৰি ১৩-১৪ টু/কুৰা হৈ গৈছিল। মই খোজ কাঢ়িবলৈ আৰু তিনি বছৰ লাগিব।' এখন বিছনা, এখন গীতাৰ আৰু এখন ৱাকাৰ এতিয়া জীৱন সংগী হৈ পৰিছে এজন যুৱকৰ।
এখিলা আমপাতক লৈ চলিছে বিশ্বজুৰি চৰ্চা। বিশ্বৰ সৰ্ববৃহৎ আমপাতৰ গৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ গৌৰাংগ।
มุมมอง 73Kหลายเดือนก่อน
লখিমপুৰৰ এখিলা আমপাতক লৈ চলিছে বিশ্বজুৰি চৰ্চা। বিশ্বৰ সৰ্ববৃহৎ আমপাতৰ গৰাকী লখিমপুৰৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ গৌৰাংগ। #worldlargestmangoleaf #lakhimpurmangoleafnews
সপ্তম শ্ৰেণীলৈকে পঢ়া এজন যুৱক। একালত দিন হাজিৰা কৰা যুৱকজনে নিৰ্মাণ কৰিছে ইটোৰ-পিছত সিটো মেচিন।
มุมมอง 1.3Kหลายเดือนก่อน
সপ্তম শ্ৰেণীলৈকে পঢ়া এজন যুৱক। একালত দিন হাজিৰা কৰা যুৱকজনে নিৰ্মাণ কৰিছে ইটোৰ-পিছত সিটো মেচিন।
কিয় হৈছে ইমান বেছি জ্বৰ, চৰ্দি, কাঁহ? বাচি থাকিবলৈ আকৌ লগাওঁক মাস্ক! কি ক'লে চিকিৎসক ডা০ মৃদুল বৰাই?
มุมมอง 2.6Kหลายเดือนก่อน
কিয় হৈছে ইমান বেছি জ্বৰ, চৰ্দি, কাঁহ? বাচি থাকিবলৈ আকৌ লগাওঁক মাস্ক! কি ক'লে চিকিৎসক ডা০ মৃদুল বৰাই?
'তাই টিভিত ওলাব! আজি দেউতাক থকা হ'লে কিমান সুখী হ'ল হয়!' লখিমপুৰৰ নিকিতা বৰাৰ মাতৃৰ সুখৰ চকুলো।
มุมมอง 374Kหลายเดือนก่อน
'তাই টিভিত ওলাব! আজি দেউতাক থকা হ'লে কিমান সুখী হ'ল হয়!' লখিমপুৰৰ নিকিতা বৰাৰ মাতৃৰ সুখৰ চকুলো।
মোস্তাফা কামাল আজহাৰীয়ে ইমান টকা ক'ৰ পৰা পায়? আজাহাৰীৰ বিৰুদ্ধে সৰৱ নিজৰ অঞ্চলবাসী।
มุมมอง 80K2 หลายเดือนก่อน
মোস্তাফা কামাল আজহাৰীয়ে ইমান টকা ক'ৰ পৰা পায়? আজাহাৰীৰ বিৰুদ্ধে সৰৱ নিজৰ অঞ্চলবাসী।
মোস্তাফা কামাল আজহাৰীক লৈ ক্ষুন্ন নিজৰে গাওঁবাসী। মোস্তাফা কামালক জবাবদিহি কৰিব গাওঁবাসীয়ে।
มุมมอง 15K2 หลายเดือนก่อน
মোস্তাফা কামাল আজহাৰীক লৈ ক্ষুন্ন নিজৰে গাওঁবাসী। মোস্তাফা কামালক জবাবদিহি কৰিব গাওঁবাসীয়ে।
লখিমপুৰৰ ১০৭ বছৰীয়া এগৰাকী ককা|| লাখুটি নোহোৱাকৈ নিতৌ খোজ কাঢ়ে, খালি চকুৰে পঢ়ে কিতাপ, ঘোষা আদি।
มุมมอง 59K2 หลายเดือนก่อน
লখিমপুৰৰ ১০৭ বছৰীয়া এগৰাকী ককা|| লাখুটি নোহোৱাকৈ নিতৌ খোজ কাঢ়ে, খালি চকুৰে পঢ়ে কিতাপ, ঘোষা আদি।
পদপথত পকৰী, ঘূগুনীৰ দোকান দিয়ে তিনি কলেজীয়া ছাত্ৰীয়ে। লখিমপুৰৰ পাপৰি, ৰুলী আৰু দেৱযানীৰ কাহিনী।
มุมมอง 4.7K2 หลายเดือนก่อน
পদপথত পকৰী, ঘূগুনীৰ দোকান দিয়ে তিনি কলেজীয়া ছাত্ৰীয়ে। লখিমপুৰৰ পাপৰি, ৰুলী আৰু দেৱযানীৰ কাহিনী।
MA পাছ কৰি বাৰে-বাৰে ইন্টাৰভিউ দিও নাপালে চাকৰি। ঘৰ চলাবলৈ বৰ্ষাৰাণীয়ে কৰে E Kartৰ পাৰ্চেল ডেলীভাৰী।
มุมมอง 38K2 หลายเดือนก่อน
MA পাছ কৰি বাৰে-বাৰে ইন্টাৰভিউ দিও নাপালে চাকৰি। ঘৰ চলাবলৈ বৰ্ষাৰাণীয়ে কৰে E Kartৰ পাৰ্চেল ডেলীভাৰী।
হিন্দু মহিলাৰ শ্ৰাদ্ধ পাতিলে এটা মুছলমান পৰিয়ালে। লখিমপুৰত হিন্দু-মুছলমানৰ সম্প্ৰতিৰ অনন্য নিদৰ্শন।
มุมมอง 5543 หลายเดือนก่อน
হিন্দু মহিলাৰ শ্ৰাদ্ধ পাতিলে এটা মুছলমান পৰিয়ালে। লখিমপুৰত হিন্দু-মুছলমানৰ সম্প্ৰতিৰ অনন্য নিদৰ্শন।
পৰিবহন বিভাগৰ আজৱ কাণ্ড: লখিমপুৰৰ এজন লোকৰ বাহন আছে ঘৰত, ১০ হেজাৰ টকা ফাইন কাটিলে গোগামুখত।
มุมมอง 3.8K3 หลายเดือนก่อน
পৰিবহন বিভাগৰ আজৱ কাণ্ড: লখিমপুৰৰ এজন লোকৰ বাহন আছে ঘৰত, ১০ হেজাৰ টকা ফাইন কাটিলে গোগামুখত।
এগৰাকী হিন্দু মহিলাৰ মুখাগ্নি কৰিলে এজন মুছলমান লোকে। ৰছিদ আলিয়ে দেখুওৱা মানৱীয়তাক চ্যেলুট।
มุมมอง 2.4K3 หลายเดือนก่อน
এগৰাকী হিন্দু মহিলাৰ মুখাগ্নি কৰিলে এজন মুছলমান লোকে। ৰছিদ আলিয়ে দেখুওৱা মানৱীয়তাক চ্যেলুট।
লখিমপুৰৰ লালুকত জঘন্য ঘটনা। অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ সদ্যজাত সন্তানক পুতিলে বাঁহনিৰ তলত।
มุมมอง 8K4 หลายเดือนก่อน
লখিমপুৰৰ লালুকত জঘন্য ঘটনা। অবৈধ মাতৃত্বৰ বোজা ঢাকিবলৈ সদ্যজাত সন্তানক পুতিলে বাঁহনিৰ তলত।
মিনি দিচপুৰলৈ পৰিণত লখিমপুৰ। আহিছে মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী।
มุมมอง 9644 หลายเดือนก่อน
মিনি দিচপুৰলৈ পৰিণত লখিমপুৰ। আহিছে মুখ্যমন্ত্ৰীকে ধৰি সকলো মন্ত্ৰী।
'আগত বিল আহে ৫০০, এতিয়া ৫০০ ৰিচাৰ্জ কৰিলে ১৫ দিনো নাযায়।' স্মাৰ্ট মিটাৰক লৈ কিয় ক্ষুন্ন সাধাৰণ লোক?
มุมมอง 3.7K4 หลายเดือนก่อน
'আগত বিল আহে ৫০০, এতিয়া ৫০০ ৰিচাৰ্জ কৰিলে ১৫ দিনো নাযায়।' স্মাৰ্ট মিটাৰক লৈ কিয় ক্ষুন্ন সাধাৰণ লোক?
লখিমপুৰৰ দুটাকৈ স্থানত উদ্ধাৰ আলফা (স্বা) য়ে স্থাপন কৰা বোমা৷ সমগ্র জিলাখনতে তীব্র চাঞ্চল্য৷
มุมมอง 4374 หลายเดือนก่อน
লখিমপুৰৰ দুটাকৈ স্থানত উদ্ধাৰ আলফা (স্বা) য়ে স্থাপন কৰা বোমা৷ সমগ্র জিলাখনতে তীব্র চাঞ্চল্য৷

ความคิดเห็น

  • @archanabhowal3597
    @archanabhowal3597 วันที่ผ่านมา

    বড় দুঃখের কথা

  • @rekhachoudhury6835
    @rekhachoudhury6835 2 วันที่ผ่านมา

    O hei karone masor test napau

  • @Tradejourneyi
    @Tradejourneyi 2 วันที่ผ่านมา

    Zubeen is my favourite person

  • @monujyotibori9376
    @monujyotibori9376 3 วันที่ผ่านมา

    Thank you very much Pawe Sir for your achievement in the sector of mix plantation of fruits with fish farming as a main earning sources.

  • @dhirendeka8544
    @dhirendeka8544 4 วันที่ผ่านมา

    Faltu ...character ...bwlegor maiki

  • @saranandad7952
    @saranandad7952 5 วันที่ผ่านมา

    Thanks😮😮😮😮😮😮😮😮

  • @PrabhatBorthakur
    @PrabhatBorthakur 5 วันที่ผ่านมา

    ৰজত পাৱেৰ নিচিনা মানুহক গামোচা আৰু ফুলৰ মালা পিন্ধাব লাগে এজন প্ৰকৃত যোগ্য ব্যক্তি। এইবোৰ বহুল প্ৰচাৰ হব লাগে লগতে ইউ টিওবাৰ অলমকো ধন্যবাদ জনালো।

  • @lyricistmilan3541
    @lyricistmilan3541 5 วันที่ผ่านมา

    😢😮😮

  • @DeepjyotiTalukdar-qz6lw
    @DeepjyotiTalukdar-qz6lw 5 วันที่ผ่านมา

    জয় জুবিন দা ❤❤❤❤❤❤❤

  • @chetia847
    @chetia847 5 วันที่ผ่านมา

    বহুত ভাল লাগিল । ধন্যবাদ ।

  • @Giantstar-Education
    @Giantstar-Education 6 วันที่ผ่านมา

    Dada jonor no tu dibo ...

  • @rupamdeka9153
    @rupamdeka9153 6 วันที่ผ่านมา

    Love you Zubeen da

  • @rupamdeka9153
    @rupamdeka9153 6 วันที่ผ่านมา

    জয় জুবিন দা ❤❤❤

  • @ashmitpritamrabha4303
    @ashmitpritamrabha4303 6 วันที่ผ่านมา

    Hare Krishna 🙏

  • @dibyajyotihaloi6610
    @dibyajyotihaloi6610 6 วันที่ผ่านมา

    God bless you..🙏🙏🙏

  • @AbdurRahman-fq8ml
    @AbdurRahman-fq8ml 7 วันที่ผ่านมา

    Teo prosongsoneea kam korar babe dhonnyabad!

  • @AbdurRahman-fq8ml
    @AbdurRahman-fq8ml 7 วันที่ผ่านมา

    Allaho r awator nohoi,Islam t awatarvad biswas kora nohoi_bhul montabbaya korib nalage!

  • @pradipsarma1964
    @pradipsarma1964 7 วันที่ผ่านมา

    God bless you ,Hara Ram Thakur.

  • @Friends-t9q
    @Friends-t9q 7 วันที่ผ่านมา

    6 jon suwali miya hobo

  • @hirendranathsarmah1144
    @hirendranathsarmah1144 7 วันที่ผ่านมา

    He is a really good man.

  • @dhimanAlyaman
    @dhimanAlyaman 8 วันที่ผ่านมา

    Val lge❤

  • @putulchgayan
    @putulchgayan 8 วันที่ผ่านมา

    ৰজত দাৰ মোবাইল নম্বৰটো দিয়কচোন প্লিজ 🙏

  • @putulchgayan
    @putulchgayan 8 วันที่ผ่านมา

    ৰজত দাৰ মোবাইল নম্বৰটো দিয়কচোন প্লিজ 🙏

  • @putulchgayan
    @putulchgayan 8 วันที่ผ่านมา

    ৰজত দাৰ মোবাইল নম্বৰটো দিয়কচোন প্লিজ 🙏

  • @aminurislam8797
    @aminurislam8797 9 วันที่ผ่านมา

    Ok

  • @happyboy4579
    @happyboy4579 9 วันที่ผ่านมา

    Ai tu sane khai sane khai bura hol aru

  • @PriyankaDeka-m5b
    @PriyankaDeka-m5b 9 วันที่ผ่านมา

    Love you zubeen da ❤❤❤❤❤❤

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 10 วันที่ผ่านมา

    অগ্ৰ্জ নিতুল বৰুৱা দেৱলৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো।

  • @jaliluddin4887
    @jaliluddin4887 10 วันที่ผ่านมา

    Jubin is clear minded but should be maintained social responsibility

  • @dibakargogoi5181
    @dibakargogoi5181 11 วันที่ผ่านมา

    U r not a lacturer not even an actor I think bro, I liked u , but now u r a.............ui think u r an over ustaad, please don't do over acting. Bro, u r not an actor, past is past, we were fuddu, so we thought and liked u

  • @dibakargogoi5181
    @dibakargogoi5181 11 วันที่ผ่านมา

    Tenehole akow dhuti pindhibo lage, kio dress change koriso

  • @dibakargogoi5181
    @dibakargogoi5181 11 วันที่ผ่านมา

    Attitude, dress and lacture very different

  • @dibakargogoi5181
    @dibakargogoi5181 11 วันที่ผ่านมา

    E jiman lacture diye heitu he nohoi, tenehole kio bondhu cinema khon faltu bonali be

  • @mdanish6101
    @mdanish6101 11 วันที่ผ่านมา

    Prothomote moi bihari bulihe vabisilu dhetteri😂😂😂

  • @BidyutChayahing
    @BidyutChayahing 11 วันที่ผ่านมา

    Val lagile

  • @sameerbhuyan2437
    @sameerbhuyan2437 11 วันที่ผ่านมา

    Hotel t eneke lap r tolot humai Kune interview diye 🙄

  • @MrDehingia-c1f
    @MrDehingia-c1f 11 วันที่ผ่านมา

    Val lagil

  • @pranjalkumarborah5491
    @pranjalkumarborah5491 12 วันที่ผ่านมา

    নয়ন দা ভাল মানুহৰ লগ লব.... আপোনাক কিবা এটা ভাল লাগিছিল....but prank কৰি সকলো শেষ

  • @shashankarchamua-pt1vm
    @shashankarchamua-pt1vm 12 วันที่ผ่านมา

    JANMONI ATIYA BOHAL KORI ASE O.2TA KOI PALE

  • @shashankarchamua-pt1vm
    @shashankarchamua-pt1vm 12 วันที่ผ่านมา

    TIKAI HOUK BA LI YE HOUK

  • @shashankarchamua-pt1vm
    @shashankarchamua-pt1vm 12 วันที่ผ่านมา

    SOB BAHOL KORI ASE

  • @shashankarchamua-pt1vm
    @shashankarchamua-pt1vm 12 วันที่ผ่านมา

    EJONI TU 2TALOI GOL.ATAI TU EJONIYO ONA NAI

  • @PadmaGogoi-qu5tb
    @PadmaGogoi-qu5tb 12 วันที่ผ่านมา

    hei karone aami aajikali thieater nasaw aamar pirali kakhot thieatar soli thakilew nasaw

  • @SafrajKhan-t5j
    @SafrajKhan-t5j 12 วันที่ผ่านมา

    Hosh ure goise mal khai ktha koi dle karane amak jbin dai kb nlge Ami boji

  • @SafrajKhan-t5j
    @SafrajKhan-t5j 12 วันที่ผ่านมา

    Pithibet ki khamalowe boji pai ajni j bar grl . teo khosha koise mal khai msha nkoi

  • @prodipkakoty51
    @prodipkakoty51 12 วันที่ผ่านมา

    BOhut Bohut Bhal Lagil.

  • @parashgogoi2076
    @parashgogoi2076 12 วันที่ผ่านมา

    Aidaalok Val nalage.

  • @phanidharthakuria588
    @phanidharthakuria588 12 วันที่ผ่านมา

    সচা শিল্পী ফনীধৰ ঠাকুরীয়াই নমস্কাৰ জনালো

  • @bijitborobijitboro8371
    @bijitborobijitboro8371 12 วันที่ผ่านมา

    Boineksuda, pokor dhowaa

  • @bikashbordoloi7152
    @bikashbordoloi7152 12 วันที่ผ่านมา

    What nayan nilim blari held