আইতাই লেট্ৰিনৰ দৰ্জাৰে বেৰৰ ফুটা ঢাকি ৰাখিছে। Manuhe Manuhor Babe

แชร์
ฝัง
  • เผยแพร่เมื่อ 28 ส.ค. 2024

ความคิดเห็น • 579

  • @Zg-fc-AXOM99
    @Zg-fc-AXOM99 5 หลายเดือนก่อน +165

    সময় দাদাক কেনে কেনে ভাল পাই এটা লাইক। জয় আই অসম জয় সময় দা ❤😢😢😢😢😢😢😢😢😢😢😢😢😢😢

  • @aruneebharali2610
    @aruneebharali2610 5 หลายเดือนก่อน +96

    আইঅ' আইতাক দেখি বৰ দুখ লাগিল। তুমি যে বিচাৰি পাইছাগৈ ভগবানে তোমাৰ মঙ্গল কৰক।

  • @darshuvlog7241
    @darshuvlog7241 4 หลายเดือนก่อน +10

    আইতাৰ কথা টো শুনি বহুত বেয়া লাগিল 🙂🥺 মনৰ আশা সপোন সকলো বুকুত বান্ধি এই ধুনীয়া চকুজুৰিৰ আইতা গৰাকী গুচি গল 🥺🥺😓 সুখী হওঁক যতে আছে আপুনি 🥺😓

  • @__priitt__
    @__priitt__ 5 หลายเดือนก่อน +42

    আইতাগৰাকীৰ চকুযুৰি সঁচাকৈয়ে ধুনীয়া ❤️🌺......

  • @user-xt8ts5yr8d
    @user-xt8ts5yr8d 5 หลายเดือนก่อน +29

    আইতা লে বেয়া লাগিছে। তুমি সঁচাই মহান কাম কৰিছা দাদা❤❤

  • @parthamixarsassam6762
    @parthamixarsassam6762 5 หลายเดือนก่อน +38

    আপোনাৰ মহানতা সদায় জিলিকি থাকে দাদা

  • @niromaboruah143
    @niromaboruah143 5 หลายเดือนก่อน +26

    বহুত দুখ লাগে এনেকৈ দেখিলে😢 আইতা ভালে থাকক 🙏 ভগৱানে তোমাক যুগ যুগ জীয়াই ৰাখক সময় 🙏❤

  • @dhunukolizasaikia9705
    @dhunukolizasaikia9705 5 หลายเดือนก่อน +18

    Hokolua homoi da karane ata like kora.. Vl lagil dada

  • @brindadas4911
    @brindadas4911 5 หลายเดือนก่อน +4

    সময়,আইতা গৰাকী সঁচাই মৰম লগা আইতাৰ লগতে তোমাৰো সু স্বাস্থ্য কামনা কৰিলো।

  • @Jinty254
    @Jinty254 5 หลายเดือนก่อน +10

    আইতালৈ সঁচাই বেয়া লাগিছে। 😢😢চকুজুৰি ধুনীয়া ❤❤❤

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 5 หลายเดือนก่อน +11

    তুমি সচাকৈয়ে বহুত মহান ভগৱানে সদায় কুশলে ৰাখক তোমাক আইতা জনি বৰ মৰম লগা বহুত দুখ লাগিল আইতাৰ কথা শুনি আইতা ভগৱানে তোমাক সদায় কুশলে ৰাখক সচাকৈয়ে চকু জুৰি বৰ ধুনীয়া ❤❤❤

    • @buhabuhinagayannarayanpur1745
      @buhabuhinagayannarayanpur1745 3 หลายเดือนก่อน

      চৰকাৰে।বাৰু। দেখানাইনে। আইতা গৰাকিক

  • @nupurjtdhnga4906
    @nupurjtdhnga4906 5 หลายเดือนก่อน +8

    আইতাৰ হাঁহি টি বৰ মৰম লগা আশা কৰো সদায় ভাল দৰে থাকক❤

  • @bijitbharali9039
    @bijitbharali9039 5 หลายเดือนก่อน +34

    অসম চৰকাৰে ধুকী নোপোৱা আৰু কিমান মানুহ আছে
    এনেকৈ
    অসম চৰকাৰৰলৈ এটাই অনুৰোধ অলপ সহায় কৰক সময় দাদাই কিমান কৰিব ❤❤❤❤❤❤ PMY ঘৰ এটা সাজি ডিয়ক video চালে বৰ দোষ লাগে

  • @leenagogoi9664
    @leenagogoi9664 5 หลายเดือนก่อน +8

    তোমাৰ মহানতা স্বগীয় দান ৷আগুৱাই যোৱা বেটা ৷ঈশ্বৰে তোমাক কুশলে ৰাখক ৷আশীৰ্বাদ থাকিল ৷

  • @tulikahazarika3968
    @tulikahazarika3968 5 หลายเดือนก่อน +5

    ❤ Bhogoban e jen tumar hokolu monor asha puron kore......manob hewa manei Eswar hewa

  • @rajibboruah1143
    @rajibboruah1143 5 หลายเดือนก่อน +8

    আইতাৰ ঘৰত পৰিয়ালৰ মানুহ বোৰ।। মানুহ নহই নেকি।। তেওঁক এনেকৈ আৰু অকল সৰীয়া কে এৰি দিছে। সিহঁতৰ অকণো বেয়া লগা নাই নে আইতালে। আইতা আপুনি যিমান দিন থাকে সুখে থাকক। ভগৱানে চকু মেলি চাব।আমি ভগৱান ওচৰত পৰ্থনা🙏🙏 কৰিছো !আপুনাক যাতে সুখে ৰাখে।।।।।🙏🙏 love you আইতা 🙏🙏🙏🙏🙏🙏

  • @paporimohan
    @paporimohan 5 หลายเดือนก่อน +16

    আপুনি মহান ব্যক্তি ❤❤

  • @bhupenraj4546
    @bhupenraj4546 2 หลายเดือนก่อน +1

    দাদা অ আপোনাৰ কৰ্মক কি বুলি ধন্যবাদ দিও ইমান ধুনীয়া অন্তৰৰ মানুহ আপুনি। আপোনাৰ মা দেউতা বৰ ভাগ্যবান অ দাদা আপোনাৰ দৰে সন্তান এজন লাভ কৰিছে। ইমান মৰম মানবতা আপোনাৰ মানুহৰ প্ৰতি উফ। আপোনাৰ জীৱনটো ইমানে সুখৰ হওক যেন সাত জনমতো যেন আপোনাক কোনেও একোৰে যেন আপোনাক ঢুকি নাপাই। কিমান লিখিম আপোনালৈ । বহুত মৰম শ্ৰদ্ধা ভালপোৱা আপোনালৈ।।।

  • @SikhamoniGogoi-xi4xl
    @SikhamoniGogoi-xi4xl 5 หลายเดือนก่อน +8

    Aitak dekhi bor dhkh lagil😢❤😢 dhunia aitar soku kita❤

  • @anupamsaikia2920
    @anupamsaikia2920 5 หลายเดือนก่อน +12

    সময় দা আপোনাক ভগৱানে আৰু আগবঢ়াই নিয়ক ।

  • @user-ch9fo9ni3b
    @user-ch9fo9ni3b 5 หลายเดือนก่อน +4

    Dada apuni bhut vl monor manhu o😢😢😢❤❤❤

  • @nirusaikia7631
    @nirusaikia7631 5 หลายเดือนก่อน +5

    যিটো সময়ত আইতাই সুখ পাব লাগিছিল সেই সময়ত ইমান কষ্টত জীৱন নিৰ্বাহ কৰিছে। কিছুমান মানুহে ইয়াত কৈ বেছি পায়ো সুখত থাকিব নোৱাৰে।আইতাক সেৱা আৰু সময়লৈ ধন্যবাদ থাকিল 🙏🙏🌹

  • @Zg-fc-AXOM99
    @Zg-fc-AXOM99 5 หลายเดือนก่อน +25

    আইতাৰ কথা বোৰ বহুত দুখ লাগিল ❤😢😢😢😢😢😢😢

  • @shrutikashyap2691
    @shrutikashyap2691 5 หลายเดือนก่อน +3

    কি যে জীৱন অ মানুহৰ .... আইতা অ বৰ দুখ লাগিলে অ তোমালে

  • @Assamesecelebritiesfan
    @Assamesecelebritiesfan 5 หลายเดือนก่อน +9

    আইতাক দেখি বৰ দুখ লাগিল দেই ❤❤❤❤

  • @priyakoch450
    @priyakoch450 5 หลายเดือนก่อน +8

    আইতা জনী সদায় ভালে থাকক ভগৱানৰ ওচৰত প্ৰাৰ্থনা মোৰ মা দেউতা কোনো নাই মই আইতাক এ মা বুলি ভাবো ❤

  • @nangmona2005chawrok
    @nangmona2005chawrok 5 หลายเดือนก่อน +5

    যি সকলে দুখৰ বিলাসিতা কৰে তেওঁ লোকলৈ একো একোটা পাঠ জীৱনৰ জীৱন জী থাকিবলৈ মানুহে কেনেকৈ কেনেকৈ কষ্ট যন্ত্ৰণাৰে যুঁজ্ কৰিছে নিতৌ গতিকে জীৱনটো ভালকৈ মন সন্ত্তষ্টিৰে যাপন কৰক যি পাইছে সেইয়া বহুত বুলি ভাৱক কাৰণ কিছুমানে সিমানখিনিও নোপোৱাকৈ জীয়াই আছে ...জীৱনৰ মোহে মানুহক বাধ্য কৰে যুঁজিবলৈ আইতাৰ ঘৰখন সোনকালে হওঁক আৰ্থিক সহায় কৰিব পৰা সামৰ্থ নাই নহলে যোগাযোগ কৰিলো হয়

  • @user-si8if6ou8b
    @user-si8if6ou8b 5 หลายเดือนก่อน +16

    Homoy tumi first assam TH-camr jak moi Subscribe kori thoisu... Good job..

    • @SantushArts
      @SantushArts 5 หลายเดือนก่อน

      Same ❤

  • @dipalisonowal2432
    @dipalisonowal2432 2 หลายเดือนก่อน

    আইতাক দেখি বৰ দুখ লাগিল। তুমি বৰ মহান কাম কৰিছা।

  • @nabajyotiborah3670
    @nabajyotiborah3670 5 หลายเดือนก่อน +16

    অতি সুন্দৰ মহানোভৱতা দাদা আপোনাৰ।

  • @ransumboro2947
    @ransumboro2947 5 หลายเดือนก่อน +8

    Full support baksa mushalpur dihira 3no

  • @user-ny2uw2wp7k
    @user-ny2uw2wp7k 5 หลายเดือนก่อน +8

    সুন্দৰ তোমাৰ কৰ্ম।

  • @user-cm3gy2rl1i
    @user-cm3gy2rl1i 5 หลายเดือนก่อน +1

    Manuhe manuhor babe....❤️❤️
    You are the brightest star...

  • @LHF30
    @LHF30 5 หลายเดือนก่อน +3

    দাদা আইতাক বৃদ্ধা আশ্ৰয়ত‌ নিলে ভাল হ'ব please 🥺🥺❤❤

  • @pratimdevi8759
    @pratimdevi8759 5 หลายเดือนก่อน +3

    আচলতে, আমি মানুহবোৰে ( অলপ ভাৱি চালে )একোতেই বাহাদুৰি কৰিব নোৱাৰি I এয়ে আমাৰ ভাগ্য ! সুখ ভগাব পাৰিলেও যেন দুখ ভগাব নোৱাৰি ,য়িমান ধনেই নাথাকক ,যিমান অপোনজনেই নাথাকক ,সহিব লাগে অকলেই ! এয়ে নিয়তি !!

  • @hemantadas6711
    @hemantadas6711 5 หลายเดือนก่อน +3

    এতিয়াই গম পোৱা যায় যে মানুহৰ বয়স হৈ যোৱা লগে লগে জীৱনটো অনাদৰ হৈ পৰে 😢😢😢😢

  • @LakheswarPhukan-pd3uh
    @LakheswarPhukan-pd3uh 5 หลายเดือนก่อน +5

    Domkol tur jiva aru bocket etau logai dibasun really aitak dekhi bohutei beya lagil

  • @akankhya7929
    @akankhya7929 5 หลายเดือนก่อน +3

    Bahut bhale Kam korisa❤

  • @BikramDewri-pj4ik
    @BikramDewri-pj4ik 5 หลายเดือนก่อน +5

    সময় দা always help কৰি যাৱ ! দূৰভগিয়াক।

  • @gogoida7940
    @gogoida7940 5 หลายเดือนก่อน +1

    বহুত দুঃখ লাগিল লাগিল অ আইতা গৰাকীলৈ ৷
    বেংকৰ একাউণ্টৰ ব্যৱস্থা এটা কৰিৱ লাগে ৷😢😢😢

  • @mougoalpara9180
    @mougoalpara9180 5 หลายเดือนก่อน

    Khub sundor Bhogobane ru aguwai niyak mongal korok apuner

  • @MAJONIBARUAH1
    @MAJONIBARUAH1 2 หลายเดือนก่อน

    Bht bht val Kam kori goise homoi da apuni well done bro❤

  • @Infentry_soldier
    @Infentry_soldier 5 หลายเดือนก่อน

    Iman biyostotar majot je okoman homoi uleai belegok hohai korise ❤ mon tu kiba Val lagi gol ❤ Jorhat titabor pora bohut bohut morom jasilu ❤

  • @rahuldas3181
    @rahuldas3181 5 หลายเดือนก่อน +4

    Uff আইতা ♥️🥺♥️ জীবন.....…?

  • @user-rp6tr4po3b
    @user-rp6tr4po3b 5 หลายเดือนก่อน

    Apuni bhut vl video bor bhut bhal lage

  • @Pallavi.206
    @Pallavi.206 5 หลายเดือนก่อน +1

    Aaita r soku juri xosai bohut dhunia, apunar kam xosake bohut val lage dada

  • @RahulSingh-mk2vw
    @RahulSingh-mk2vw 5 หลายเดือนก่อน +1

    তুমি জীৱনত বহুত উন্নতি কৰা ভাইটি যাতে এনেকৈ আমি কৰিব নোৱাৰা কামখিনি তুমি সম্পূৰ্ণ কৰা।

  • @horujaankakati6411
    @horujaankakati6411 5 หลายเดือนก่อน +3

    Aita ❤❤❤

  • @akb1975
    @akb1975 5 หลายเดือนก่อน

    Bohut bhaal kaam korisa .....God bless you

  • @DigntaKalita
    @DigntaKalita 5 หลายเดือนก่อน +5

    ভাল লাগিল

  • @user-fc6gp1qx5n
    @user-fc6gp1qx5n 5 หลายเดือนก่อน +3

    Real Hero

  • @DMCHANGMAI
    @DMCHANGMAI 5 หลายเดือนก่อน +1

    Aitak dakhi bht dukh lagel.. Sokur pani rokhaboi nuwarelu😭 aita hodai hustho hoi thaka jen. bhogobanor usorot parthona jonalu🙏🙏🙏🙏

  • @deepjyotisonowal4632
    @deepjyotisonowal4632 3 หลายเดือนก่อน

    সঁচাকৈ কি যে জীৱন সময় তুমি যে বহুত ভাল কাম কৰিচা তোমাক কি বুলি কম ভাষা নাই।

  • @ranjitadeori6018
    @ranjitadeori6018 2 หลายเดือนก่อน

    অসম চৰকাৰক দেখুৱাই দিয়া সময়ে হৈছে আজি দিনত দুখীয়া ৰ বন্ধু 🎉🎉🎉❤❤❤

  • @sonjoyr2024
    @sonjoyr2024 5 หลายเดือนก่อน

    BOHUT xundor dada apuni je buji paise tmk Mora pora BOHUT xevesha thakil bro

  • @sumisnakonwar7755
    @sumisnakonwar7755 5 หลายเดือนก่อน +1

    Tumi hosai manuh rupi bhogoban dada❤❤hodai aguwai jua aru val Kam kori jua..ami hodai support korim 🙏💐

  • @67Vijay67
    @67Vijay67 27 วันที่ผ่านมา +1

    LOVE FROM BORSOLA 💜✅

  • @assamfunnyandalsoabout6504
    @assamfunnyandalsoabout6504 5 หลายเดือนก่อน

    Bohut Bhal kam korisa❤❤❤❤

  • @bibibora3546
    @bibibora3546 5 หลายเดือนก่อน +3

    Great job Samay God bless you ❤

  • @user-cx5mn9bv7d
    @user-cx5mn9bv7d 5 หลายเดือนก่อน +1

    সময় আপোনাৰ video চাই বৰ ভাল লাগে

  • @pramilathakuria000
    @pramilathakuria000 5 หลายเดือนก่อน

    তোমাৰ ভিডিও বোৰ চাই আবেগিক হৈ পৰো তুমি বহুত ভাল কাম কৰি আছা দুখীয়া মানু্হ ৰ ওচৰত যোৱা youtuber নাই বুলিয়ে কব পাৰি..u r defferent person so we love u lots

  • @user-fj6pf2kd2f
    @user-fj6pf2kd2f 5 หลายเดือนก่อน

    বহুত ভাল কাম কৰি আছা তুমি 😮আইতালৈ বেয়া লাগে দে

  • @gogoi5666
    @gogoi5666 5 หลายเดือนก่อน

    তুমি বহু ত মহান কাম কৰিচা আগ বাঢ়ি যোৱা আশিবাদ কৰিছো মনে ভবা কথা বোৰ যেন পূৰন হয় তোমাৰ

  • @kingmotor6424
    @kingmotor6424 3 หลายเดือนก่อน +1

    Homoy daa apuni vogoban apunar video sai like nokorakoi thakibo nuarr❤❤😊

  • @Cartoon_Video12340
    @Cartoon_Video12340 5 หลายเดือนก่อน

    আপুনি সঁচাকৈয়ে বহুত ভাল কাম কৰি আছে আগবাঢ়ি যাওঁক এনেকৈ❤

  • @zubli939
    @zubli939 5 หลายเดือนก่อน

    Aita jonik sai bea lgil😢soku keita emn morom loga❤😢

  • @mongogoi6695
    @mongogoi6695 5 หลายเดือนก่อน +1

    Samay daa apuni anekua ajon youtuber all axom a sapot koribo buli akha korilu love you samay da ❤

  • @bhushanbordoloi2214
    @bhushanbordoloi2214 5 หลายเดือนก่อน

    বাবু তোমাৰ মহানতাক নমস্কাৰ ৷চাই আছো বহু দিনৰ পৰা ৷ দুটকামান তোমালৈ পঠাবলৈ নম্বৰটো দিবানে ৷

  • @anamikavlog1964
    @anamikavlog1964 5 หลายเดือนก่อน

    xosai aita joni ai boyokhot o dhuniya hoi ase... kin2 beya lage dekhi... apuni bohut val kam kori ase... 🙏🙏🙏

  • @user-fk9sk2hz5u
    @user-fk9sk2hz5u 5 หลายเดือนก่อน +1

    Bohut val manuh hoi tumi,,,,,edin hosake log korim apunak,,,,,,❤❤❤❤❤bohut maahaan hoi apuni,,,,

  • @HeenaRangpe
    @HeenaRangpe 5 หลายเดือนก่อน

    Homoy Brother hosai tumk jen bhogobane teulukor babe ye pothiyai se gotike tumi goi thoka bhogovan tumr logot aase. ❤ you so much Brother & Joi Homoy gogoi , Joi Hunor Asom.

  • @lakhindratairai5278
    @lakhindratairai5278 5 หลายเดือนก่อน

    তুমি আৰু আগলৈ আগৱাঢ়ি যোৱা ভগৱানে সদায় তোমাক কুশলে ৰাখক তাকে কামনা কৰিছোঁ ❤❤❤❤❤❤

  • @aleesha475
    @aleesha475 4 หลายเดือนก่อน +1

    Hamoi da apunar potitu video mur antar khn xui jai 🙏🙏🙏

  • @user-iu9mz2nn5s
    @user-iu9mz2nn5s 5 หลายเดือนก่อน

    মৰমৰ ভাইটি তোমাৰ ভিডিও চাই মোৰ বহুত ভাল লাগে! কাৰণ তোমাৰ চিন্তাৰ, কামৰ লগতে যি সকলৰ জীবন সংগামৰ বিষয়ে দেখোৱা তাৰ পৰা বহুত কথা মই শিকিব পাৰিছো, ধন্যবাদ . May God bless you🙏 with love as a small brother!

  • @sangitrabha3374
    @sangitrabha3374 5 หลายเดือนก่อน

    বহুত দুখ লাগে এনেকৈ দেখিলে 😢😢 আইতা ভালে থাকক ❤❤🙏🏻

  • @rimabhuyan1738
    @rimabhuyan1738 5 หลายเดือนก่อน

    ভগৱানে তোমাক মংগল কৰক সময়❤

  • @MiniVlogs78617
    @MiniVlogs78617 5 หลายเดือนก่อน +86

    Apunar video like nokora k thakibo nuwari❤

  • @GayatriBorah-ou8ok
    @GayatriBorah-ou8ok 3 หลายเดือนก่อน

    Val lagil ❤❤❤

  • @67Vijay67
    @67Vijay67 27 วันที่ผ่านมา +1

    Moja

  • @usefulvideobyuday8701
    @usefulvideobyuday8701 5 หลายเดือนก่อน

    Apunar Dore manuh ase karone ajir loike prithibi khon jiyai ase❤❤❤❤❤..vogobane mongol korok..joy I axom❤❤

  • @bhupenrabha1613
    @bhupenrabha1613 5 หลายเดือนก่อน +2

    nice shearing dada❤❤

  • @hridyanshugogoi2943
    @hridyanshugogoi2943 3 หลายเดือนก่อน +1

    সময় তুমি ভগৱান ৰ অৱতাৰ কৃষ্ণ কৃষ্ণ

  • @dipakdutta4986
    @dipakdutta4986 5 หลายเดือนก่อน

    Aitar soku keita eman dhuniya.
    Dekhi bohut dukh lagil dada.
    Beleg anekei xohai.korib nuarileu
    Nijor maa detutak anekua abostha hoboloi ketiau nidiu dada.
    apunak bhut bhut ধন্যবাদ

    • @gargisonowal17
      @gargisonowal17 5 หลายเดือนก่อน

      ভিডিঅ টো চাই দুখ লাগিল চৰকাৰে দেখি নোপোৱা এচাম মানুহ আছে আজিও বৰষুণ ত তিতি তুমিয়েই কিবা এটা কৰি দিয়া

  • @sinkuburagohain6723
    @sinkuburagohain6723 5 หลายเดือนก่อน

    Homoi da apuni akhomor best yotuber God bless you

  • @pubalibhuyan9318
    @pubalibhuyan9318 5 หลายเดือนก่อน

    Emn dukh lgle aitak..emn kostot ase.. vgbn a hkty diok😭😭😭🙏🙏...

  • @sontoshshorts948
    @sontoshshorts948 5 หลายเดือนก่อน +1

    Bhut val lagile dasa 😢❤

  • @PodmoMoran-mc3mr
    @PodmoMoran-mc3mr 5 หลายเดือนก่อน +1

    Mur soku Pani ulai goise aitak dekhi aitai sokulu tukise 😓❤

  • @hemalatachetia3765
    @hemalatachetia3765 5 หลายเดือนก่อน +3

    হিমন্ত বিশ্ব শৰ্মাই আইতা গৰাকীক ঘৰ এটা বনাই দিয়ক। ।

  • @rajbirgohain3145
    @rajbirgohain3145 5 หลายเดือนก่อน +1

    Best TH-camr ❤akhibat apunaloi

  • @dipikabasumatary2975
    @dipikabasumatary2975 5 หลายเดือนก่อน +1

    I like ur videos...god bless you..

  • @devajanitalukdar182
    @devajanitalukdar182 5 หลายเดือนก่อน

    Xosake sorkar khone aibilak manuhok dekha napai oh dada aapuni bohut val Kam kori aase dada

  • @Priyanka_dutta66
    @Priyanka_dutta66 5 หลายเดือนก่อน

    Homoy da tmi bhagwan hoi🥺♥️...tumak hotokuti pronam✨🙏

  • @sabitagogoi99
    @sabitagogoi99 5 หลายเดือนก่อน

    সচাই মই দেখিয়েই কৈছো চকুযোৰি বৰ ধুনীয়া ।

  • @deep_and_deepika_life_style
    @deep_and_deepika_life_style 5 หลายเดือนก่อน +1

    Dada apuni bohot val manuh hy 😌apuni xodai vale thakok❤❤

  • @user-xz5gs8uy4c
    @user-xz5gs8uy4c 5 หลายเดือนก่อน

    CM sir please.......

  • @munu_t_borah_143
    @munu_t_borah_143 5 หลายเดือนก่อน +1

    ❤❤❤homoy daa❤❤❤

  • @GuyFromBordumsa
    @GuyFromBordumsa 5 หลายเดือนก่อน

    You guys are amazing!! God bless you bro!!

  • @mintudas2152
    @mintudas2152 5 หลายเดือนก่อน

    মৰম লগা আই 😘😘😘

  • @user-cm7rt4et2z
    @user-cm7rt4et2z 5 หลายเดือนก่อน

    Dada apuni bohut mohan kam kori ase

  • @user-st6wn5qf9j
    @user-st6wn5qf9j 5 หลายเดือนก่อน

    Hosa k bohut dhuniya aita aru tumi u val