LIVE | Guwahati Incident : যুৱতী টেনিছ খেলুৱৈয়ে হত্যা কৰিলে মাতৃক, দিলে ভয়ংকৰ স্ৱীকাৰোক্তি N18L

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 พ.ย. 2024

ความคิดเห็น • 228

  • @amazingbihu290
    @amazingbihu290 หลายเดือนก่อน +25

    বাপেকক হে মাৰিব লাগিছিল

  • @pushpadevi-ey9vw
    @pushpadevi-ey9vw หลายเดือนก่อน +101

    এই বোৰ কথা শুনিলেও পাপ । ছোৱালী জনী মূৰ্খ নেকি ? মাকক যে মাৰিলে বাপেকক একো কৰিব নোৱাৰিলে কিয় ? ইমান দিন বাপেকৰ পাপ কৰ্ম সহি আছিল কিয় ? পুলিচৰ সহায় নললে কিয় ? ছিঃ ছিঃ এইবোৰ কথা শুনিলে আন ছোৱালীবোৰৰ পিতৃৰ প্ৰতি কেনেকুৱা ভাৱ আহিব বাৰু ?

    • @umolaghar8438
      @umolaghar8438 หลายเดือนก่อน +4

      Nice.....goid job...Bapekok maribo nuarile tetiya makok marile.....Bapekoku goru piton dibo lage

    • @dinarabha
      @dinarabha หลายเดือนก่อน +2

      এনেকুৱা পিতৃ ক বাচি দিব লাগে।

    • @jimidas7050
      @jimidas7050 หลายเดือนก่อน +3

      Agoteo xunisu... News t a saisu.. njr bapeke njr suwalik dhorxon kra .... 😢

    • @suravi23
      @suravi23 หลายเดือนก่อน

      Ata kotha vabok jodi kotha khar hosa tetia hole tai kenekua ata mental condition rmt bhugi asil jot deutak a beya Kam koribo khuje jot nijor mak a sath nidiye tat tai belegok ki bisshakh koribo

  • @jimisaikia1851
    @jimisaikia1851 หลายเดือนก่อน +14

    এনেকুৱা নিউজ বোৰ নিদিব। কাৰো একো উপকাৰ নহয়। যদি বাপেকে ভুল কৰিছিল তাই পুলিচৰ সহায় লব লাগিছিল।

  • @UpenKalita-dx2cr
    @UpenKalita-dx2cr หลายเดือนก่อน +67

    ছোৱালী জেনীৰ কথাত নযায় মেডিকেল টেষ্ট কৰক আৰু DNA টেষ্ট কৰক প্ৰমাণ পোৱা মাত্ৰকে বাপেকক এৰেষ্ট কৰক।

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน +5

      ছোৱালী জনী হয়টো তেওঁলোকৰ নিজৰ নহয়---হয়টো 2nd father

    • @DilipPatar-x5x
      @DilipPatar-x5x หลายเดือนก่อน +2

      Right

    • @sunukonwarbaruah6637
      @sunukonwarbaruah6637 หลายเดือนก่อน

      Raite

  • @santanasarma3158
    @santanasarma3158 หลายเดือนก่อน +28

    প্ৰকৃত সত্য উৎঘাটন নোহোৱালৈকে সচা মিছা নিৰুপন কৰাটো কঠিন ।

  • @robinchandrakalita6271
    @robinchandrakalita6271 หลายเดือนก่อน +37

    মাতৃ হত্যাৰ অপৰাধৰ পৰা বাছিবৰ বাবে টেনিছ কন্যাই মিছা কোৱা নাইটো????

  • @M17-f5l
    @M17-f5l หลายเดือนก่อน +78

    কি হৈছে পৃথিৱীখনত নভবা নিচিন্তা ঘটনা এইবোৰ৷ সন্তান জন্ম দাএীৰ লগতে যদি সুৰক্ষীত নহয়৷৷ পাপৰ ভাৰ পৃথিৱীৰয়ে যেন সহিব নোৱাৰা হৈছে৷

    • @liladas2014
      @liladas2014 หลายเดือนก่อน +2

      সচাকৈ ভাবিব কব নোবাৰা ক্থা জাক কয দেওতা ছিঁ।।।।।।পাপ এইবোৰ

    • @rubihussain4772
      @rubihussain4772 หลายเดือนก่อน

      Hosakoiye koise apuni kintu upay asil tai duroit atori thakibo paril hoi

  • @sonmonidas201
    @sonmonidas201 หลายเดือนก่อน +2

    এনেকুৱা বাতৰি বৰ প্ৰচাৰ নকৰিব অনুগ্ৰহ কৰি। ভাল নালাগে কাৰণ দেউতা আমাৰো আছে একেলগে বহি আমি বাতৰি চাওঁ.......

  • @uttamkumarsaikia8329
    @uttamkumarsaikia8329 หลายเดือนก่อน +5

    ছোৱালী জনীৰ কথা বিশ্বাস কৰি লব নালাগে। সঠিক ৰূপত তদন্ত কৰক। আন কথাও থাকিব পাৰে।

  • @kaberideka4220
    @kaberideka4220 หลายเดือนก่อน +39

    দেউতাক ক শাস্তি দিব লাগে।

  • @aavabathel3954
    @aavabathel3954 หลายเดือนก่อน +37

    কি‌ হৈছে এই পৃথিৱীত খনত মহা পাপ

  • @Gardeningwithmeena
    @Gardeningwithmeena หลายเดือนก่อน +17

    এনেকুৱা বাতৰি প্ৰচাৰ নকৰাই ভাল বুলি মই ভাবো

  • @bobyneog2863
    @bobyneog2863 หลายเดือนก่อน +32

    প্ৰতিজন শিশুৰ বাবে পিতৃ-মাতৃ প্ৰথম ভগৱান।
    হে প্ৰভু এইয়া কি হৈছে?
    অনুগ্ৰহ কৰি শিশুসকলে জানিব নলগা কথাখিনি বহুল ভাৱে প্ৰচাৰ নকৰিব।

    • @alakadeka9358
      @alakadeka9358 หลายเดือนก่อน

      Right

    • @jimidas7050
      @jimidas7050 หลายเดือนก่อน

      Kintu deutak bya hle tair o xompurno dox ni... Njr pitri a tene krile vabok kne hbo pare tair manoxik obostha

    • @daleytalukdar2479
      @daleytalukdar2479 หลายเดือนก่อน

      Tai Misa matise Jen lage maribo lagicl bapekk marile makok

  • @Jyotishman-v8y
    @Jyotishman-v8y หลายเดือนก่อน +41

    এনেকুৱা বাতৰি পৰিৱেশন নকৰিব।

    • @jimidas7050
      @jimidas7050 หลายเดือนก่อน

      Kio???

    • @jimidas7050
      @jimidas7050 หลายเดือนก่อน

      Prithibit j ane bapek o ase, jnato dorkar

  • @tilumonidiksam1994
    @tilumonidiksam1994 หลายเดือนก่อน +2

    শাস্তি পৰা বাচিবলৈ এনে কৰিছে চাগে।

  • @kunjalatabhuyan9074
    @kunjalatabhuyan9074 หลายเดือนก่อน +39

    বাপেক ক মাৰিব লাগিছিল

  • @janmonigogoi6271
    @janmonigogoi6271 หลายเดือนก่อน +4

    ইচ.... কি হৈছে এইবাৰ পৃথিৱীত??এনে বাতৰিবোৰ সৰু ল'ৰা-ছোৱালীক একেবাৰে শুনিবলৈ নিদিব। সম্প্ৰচাৰ হোৱাটোও ভাল কথা হোৱা নাই।

  • @nayonkakoty1140
    @nayonkakoty1140 หลายเดือนก่อน +26

    Please please. এই বাতৰি প্ৰচাৰ নকৰিব।

  • @upasanaphukan8131
    @upasanaphukan8131 หลายเดือนก่อน +1

    তাই মাকক মাৰিব পাৰে কিন্তু দেউতাকৰ কথা কাকো কব নোৱাৰিলে নেকি? যদি সচাঁ কথাই

  • @jaduchutia2897
    @jaduchutia2897 หลายเดือนก่อน +6

    হে প্ৰভু কি হৈছে কেনেকৈ চাব পাৰি এনে ঘটনা

  • @amiyadas303
    @amiyadas303 หลายเดือนก่อน +11

    পৃথিৱীৰ পাপ হোৱা নাই। ছোৱালী জনিয়ে মিছা কথা কোৱা যেন লাগিছে। হয়টো মাকে তাইক চোকা দৃষ্টিৰে চোৱাত হয়টো মাৰিলে। ইমান দিনে এই বোৰ কথা আন মানুহক নকলে কিয়? নহলে বাপেকক নামাৰিলে কিয় দেউতাকে বেয়া কৰ্ম কৰোঁতে মাৰিবলৈ শক্তি নোলাল কিয়। মাকৰ লগত তৰ্ক কৰোঁতে বল ওলাই গল মাৰিবলৈ।
    ছোৱালী জনিৰ গাত বহুত দোষ আছে।

  • @sagarbharali8051
    @sagarbharali8051 หลายเดือนก่อน +3

    যদি ছোৱালীজনীয়ে সচা কথা কৈছে DNA test কৰি বাপেককো এৰিব নালাগে

  • @They___luv__shilpi
    @They___luv__shilpi หลายเดือนก่อน +19

    ছোৱালীজনীয়ে মিছা কথা কোৱা যেন লাগিছে। please ছোৱালীজনীৰ কথাত আপোনালোকে ভুল নাযাব । ভালকৈ তদন্ত কৰক

  • @dilumonibaruah1741
    @dilumonibaruah1741 หลายเดือนก่อน +5

    মাকক কিয় মাৰিব লাগে। মূৰ্খ নেকি। তাইৰ হিম্মত নাই বাপকক মাৰিবলৈ। মাকে কি কৰিব বলে নোৱাৰে বল নাইগাত। মাকক মাৰে। মিছা কিবা বেলেগ কথা চাগৈ। নহলে বাপেক তাইৰ ওপৰত উঠে তেতিয়াই দিব লাগে। খেলুৱৈ এজনীৰ মাথা নাইনেকি। তাই কিবা আছে

  • @DPffx
    @DPffx หลายเดือนก่อน

    কলি যোগৰ কলি কথা!!!!!!! হে ভগৱান -----

  • @rupalichetiahandique4442
    @rupalichetiahandique4442 หลายเดือนก่อน +13

    আজিকালি এনেকুৱা ঘটনা কিছুমান হ'ব ধৰিছে যে, ভালৰ বাবেই হওঁক বা বেয়াৰ বাবেই হওঁক বাতৰি প্ৰচাৰ কৰাৰ পাছতেই আকৌ তেনে ঘটনা শুনো। গতিকে মই ভাৱো এনে বাতৰি বৰকৈ প্ৰচাৰ নকৰা টোৱে ভাল নেকি। লাভ একো নহয় বৰঞ্চ পৰিবেশ বিনষ্ট হয়।

  • @joykalita9849
    @joykalita9849 หลายเดือนก่อน +7

    বাপেকক কিয় একো নকৰিলে যদি সচা হয়

  • @jyotishbarman7219
    @jyotishbarman7219 หลายเดือนก่อน +11

    কথাবোৰ সচা যেন লগা নাই

  • @DhanChutia-dx3fj
    @DhanChutia-dx3fj หลายเดือนก่อน +3

    কাকো দুখি কৰি লাভ নাই আইনে যি কৰিব,কৰিব । আচল কথা হল কোন অভিভাৱক অভিভবিকাই যি কোনো ক্ষেত্ৰত লৰা চোৱালীয়ে জয় হোৱাৰ বাহিৰে আধ্যাত্মিক শিক্ষা নিদিয়াৰ বাবেই এনে ঘটনা বোৰ হৈছে ।

  • @DipaBaruah-m8l
    @DipaBaruah-m8l หลายเดือนก่อน +3

    বাপেকক মাৰিব লাগিছিল পাপিটোক আৰু মাকক মাৰিলে ভালেই হল এইজনি মাকে হল নে

    • @dheneswakonwar4324
      @dheneswakonwar4324 หลายเดือนก่อน

      Toi maribi tur makok,murkho,kotha kobo ahiso. Make jodi aku action nolole tai kiyo anok nokole?

  • @brindadas4911
    @brindadas4911 หลายเดือนก่อน +1

    সঁচা হয়নে নহয় প্ৰমান নোহোৱাকৈ কাকো এৰি দিব নালাগে।

  • @daisysdairy8729
    @daisysdairy8729 หลายเดือนก่อน +7

    আদি জামালত লিখি থৈয়ে গৈছে কলিৰ শেষত হৈব কল্কি অৱতাৰ কাটি মাৰি মেল চক্ৰ হৈব বোন্দামাৰ

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน

      কল্কি অৱতাৰ হৈ গ'ল

  • @rebadas4066
    @rebadas4066 หลายเดือนก่อน +3

    আমাৰ সমাজত গিৰিয়েক ক দেৱতা বুলি ভাবে গুণ্ডা দেউতাক

  • @nonihazarika1900
    @nonihazarika1900 หลายเดือนก่อน

    সঠিক ৰূপত তদন্ত কৰক

  • @WhatsthehellXyz
    @WhatsthehellXyz หลายเดือนก่อน

    এজন বলাতকাৰি ব্যক্তি পিতৃ হব পাৰে তাত আত্ম সন্মানৰ কথা নাহে। কি হৈছে সমাজ খনত যে ধৰ্ষণ, বলাতকাৰ, শিশুৰ লগত যৌন ক্ৰিয়াত লিপ্ত হোৱা আৰু অতিকৈ ঘৃণনীয় কাৰ্য্য যে নিজ সন্তানৰ লগত যৌন ক্ৰিয়া কৰাৰ ঘটনা সহজলভ্য হৈ পৰিছে।
    অনুসন্ধান হব, বিচাৰ হব, জেল, জৰিমনা আনকি ফাঁচী হব পাৰে কিন্তু অতীতত নঘটা এনে ঘটনা বোৰৰ কাৰণ কি তাৰ মনোবৈজ্ঞানিক অনুসন্ধান আৰু বিশ্লেষণ হব লাগে।

  • @bkp9774
    @bkp9774 หลายเดือนก่อน +3

    বহুত দীঘলীয়া বৰ্ণনা, ফালটো লাগে ।

  • @jayantibora4386
    @jayantibora4386 หลายเดือนก่อน

    সচাকৈয়ে পিতৃ দোষী সাব্যস্ত হয় তেতিয়া হ'লে এনে পিতৃক ফাঁচী দিয়া উচিত।

  • @PallavPhukan-gi3be
    @PallavPhukan-gi3be หลายเดือนก่อน +2

    এনে ঘটনা কিয় ঘটিছে বাৰু এনে বাপেকোথাকেনে বাৰু

  • @arpabphukon706
    @arpabphukon706 หลายเดือนก่อน

    Good disition

  • @bimansaikia4305
    @bimansaikia4305 หลายเดือนก่อน +13

    যদি সত্য তেন্তে তেখেতে এই ক্ষেত্ৰত পুলিচ সহায় নিবিচাৰিলে কিয়? নিশ্চয় সহায় পুলিচে কৰিলে হেঁতেন চাগে। কাৰণ এতিয়াও ভাল পুলিচ বিষয়া অসমত আছে।

  • @TheLegend-kj1yt
    @TheLegend-kj1yt หลายเดือนก่อน +7

    Nijor deuta k nohoi neki,step father hobo pare.

  • @gitanjaliroy90
    @gitanjaliroy90 หลายเดือนก่อน

    ছোৱালী জনীয়ে মিছা কোৱা যেন লাগিছে হয়তো মাকে বাধা দিছিল

  • @niralakalita5163
    @niralakalita5163 หลายเดือนก่อน

    সহজ উপায় দেউতাই মোক বেয়া কাম কৰিছে। ওচৰ চুবুৰীয়া কৱ নোৱাৰিলে। ছোৱালীজনীক সহজ বলে লৱ নালাগে।

  • @dineshachandrarabha7158
    @dineshachandrarabha7158 หลายเดือนก่อน

    প্ৰকৃততে পৃথিৱীখনত কি হ'বলৈ ধৰিছে। নাভূত-নাশ্ৰুত কিছুমান কৰ্ম-কাণ্ড শুনিলে চিন্তা হয় আমি মানুহবোৰ জীৱশ্ৰেষ্ঠ হ'ব পাৰোনে???

  • @JontiDas-q5q
    @JontiDas-q5q หลายเดือนก่อน

    Taai nije dukhi hoi aru maa ke khodhat tair khong uthil sagoi enekowao hobo pare neki?

  • @rajlaxmisaikia8071
    @rajlaxmisaikia8071 หลายเดือนก่อน +1

    এইবোৰ নিউজ দিবলৈ নালাগে..... পুলিছে কি কৰে কৰক

  • @dr.lakshmikalita8857
    @dr.lakshmikalita8857 หลายเดือนก่อน

    এনে ঘটনা চাগৈ পৃথিৱীত প্ৰথম।

  • @vivekhazarika
    @vivekhazarika หลายเดือนก่อน +2

    Dear Anchor please dont mind when you are anchoring the new s became very unprofessional & feel like you are speaking something.

    • @b.shikhadutta5430
      @b.shikhadutta5430 หลายเดือนก่อน

      She seems very unprofessional,just telling a story to someone like that

  • @swapankumarsarma6840
    @swapankumarsarma6840 หลายเดือนก่อน +19

    লেতেৰা কথা শুনিবৰ ইচ্ছা নাই।

  • @rebadas4066
    @rebadas4066 หลายเดือนก่อน +6

    লাজ নথকা দেউতাক

  • @pulomadas4191
    @pulomadas4191 หลายเดือนก่อน

    মাক টো মাৰিলে কিন্তু সঁচা কথা অকলে তাই কলে কেনেকৈ হব ,কাৰ সঁচা কাৰ কথা মিছা নাজানো

  • @KailashSarma-rm3fs
    @KailashSarma-rm3fs หลายเดือนก่อน

    সাংঘাটিক কথা । মানুহ নামৰ এই প্ৰাণী টো কি ?

  • @budhinsaikia9408
    @budhinsaikia9408 หลายเดือนก่อน +1

    তাই বাপেকক কিয় নামাৰিল যদি ঘটনা সচাই আছিল।

  • @Khunchaw-Q1p
    @Khunchaw-Q1p หลายเดือนก่อน

    এনেকুৱা হ'লে জীয়াই নথকাই ভাল😡

  • @rajibdeka8554
    @rajibdeka8554 หลายเดือนก่อน +1

    This girl cannot deserve punishment

  • @RanjanMahanta-jk4rl
    @RanjanMahanta-jk4rl หลายเดือนก่อน

    কন্যাই কোৱা কথা বিলাক কিমান দূৰ বিশ্বাসযোগ্য নাজানো, এই বিলাক বেছি পচাৰ কৰি থাকিব নালাগে, সামাজিক পৰিবেশটো বেয়া হয়

  • @kunjabhuyan5395
    @kunjabhuyan5395 หลายเดือนก่อน

    বাপেক যদি দোষী তেন্তে বাপেকক নামাৰিলে কিয় ।

  • @AnjuBaruah-d3l
    @AnjuBaruah-d3l หลายเดือนก่อน

    আজিকালি victim নে vilain ধৰিব নোৱাৰি।

  • @EverestTop-rk1ul
    @EverestTop-rk1ul หลายเดือนก่อน +2

    মিছা কথা

  • @ShnazzBegum
    @ShnazzBegum หลายเดือนก่อน

    সঁচা কথা কোৱা নাই

  • @MinaBarman-yq3dx
    @MinaBarman-yq3dx หลายเดือนก่อน

    তাই থানাত জনাব লাগিছিল মাকক মাৰিব নালাগিছিল

  • @tapanrajbongshi1303
    @tapanrajbongshi1303 หลายเดือนก่อน +8

    Din bur bohut beya fale goi ase..

  • @utpalchoudhury1859
    @utpalchoudhury1859 หลายเดือนก่อน

    I thing ছোৱালী জনী বাচিবলৈ drama কৰা নাই টো 😮

  • @orh2649
    @orh2649 หลายเดือนก่อน

    Hobou pare.....nohole maa k jonik kiyo maribo nu....maak hoi no..bohut osantit asil tai sage

  • @rajkumarbarman2129
    @rajkumarbarman2129 หลายเดือนก่อน

    ইয়াত এইছোৱালী জনীৰ একো দোষ নাই তাই মাতৃৰৰো একো দোষ নাই মোৰো দোষ নাই আপোনাৰ দোষ নাই।সকলো দোষ আমাৰ সংবিধানৰ আমাৰ আইন কানুন। কেইদিনমান জেলত ৰাখি এৰি দিব । যিয়ে নহওঁ হত্যা আৰু ধৰ্ষণ হলে কোনো বিচাৰ হব নালাগে।চিদা ফাঁচী হব লাগে। পিছত চাওক কোনে কাক হত্যা কৰে কোনে কাক ধৰ্ষণ কৰে। চাওঁ সম্পূৰ্ণ দোষ মোৰ মতে আমাৰ আইন ব্যৱস্থা।

  • @geetachetri5727
    @geetachetri5727 หลายเดือนก่อน +1

    Every responsible citizen of our so called society, should think properly about incident,whom should be blamed?????🤔

  • @ice-creams-are-not-real
    @ice-creams-are-not-real หลายเดือนก่อน

    মৰা মাকে অভিযোগ খণ্ডন কৰিবলৈ নাহে, নাৰ্কো টেষ্ট কৰক

  • @prabhatteron5807
    @prabhatteron5807 หลายเดือนก่อน +1

    Consequence of ultra modern society

  • @AbdulHakim-d7t
    @AbdulHakim-d7t หลายเดือนก่อน

    যিয়ে নহওক ।মিঞাও নহয় মুছলিমো নহয় ।Anyway culprit must be punished strictly.

  • @archanabhowal3597
    @archanabhowal3597 หลายเดือนก่อน +1

    এই পিথিবিত কি হৈছে

  • @puja4807
    @puja4807 หลายเดือนก่อน

    😢

  • @RanjanMahanta-c2f
    @RanjanMahanta-c2f หลายเดือนก่อน +1

    এই বাতৰি বন্ধ কৰক ,please,চি চি,

  • @budheswarsaikia3103
    @budheswarsaikia3103 หลายเดือนก่อน

    Enekua news nidibo,onya news naineki,?

  • @MuskaanBegum-qz7ql
    @MuskaanBegum-qz7ql หลายเดือนก่อน +2

    Ayetu miya ni anoka kando hol j😢😢😢😢😢😢😢😢😢😢

  • @simasaikia380
    @simasaikia380 หลายเดือนก่อน +2

    Ajikali nijor surokhya dibo lagibo. Ishoror bade kunu apun nohoi kunue help nokore. Mur experience. Moiu ane makai palu. Ji sottrur pokhe hoi mur logot kajiya kore

  • @bidishakim3258
    @bidishakim3258 หลายเดือนก่อน

    Anekuwa batari aru pasar nakarai val .karan bapekbure bahut dukh pab

  • @pratimahazarika4330
    @pratimahazarika4330 หลายเดือนก่อน

    Tie kua katha tu jodi xosa hoi tetea hole moi vabu xaiea tie nejor bapek nohobo, 2nd bapek hoitu hobo pare karon nejor bapeke jeteau tene dristire nejor swalik nesai

  • @bantisaikia3300
    @bantisaikia3300 หลายเดือนก่อน

    মাকহে বাধা আছিল ছাগৈ।বাপেক জীয়েকে মিলি মাকক মাৰিছে

  • @DhananjayNath-pg4sn
    @DhananjayNath-pg4sn หลายเดือนก่อน

    Aibilak news nobojabo de.
    Xunibo noari.

  • @pankajdutta2340
    @pankajdutta2340 หลายเดือนก่อน

    Misha kotha koise

  • @JasminAhmed-e5z
    @JasminAhmed-e5z หลายเดือนก่อน

    Kiba val batori ase jodi diyok ai bur batori prosar nkribo br laazr ktha dei

  • @amiyachetia2017
    @amiyachetia2017 หลายเดือนก่อน

    আজি কালি এইবোৰ কথা বিশ্বাস নোহোৱা হল। নিজাকে বচাবলৈ এই বোৰ ছোৱালীৱে সব কৰিব্ পাৰে।

  • @pratimahazarika4330
    @pratimahazarika4330 หลายเดือนก่อน

    Aasorit maa jonik mari nu ki pale? Bapeke jodi tene kua kore aako maa kok kio marile?

  • @zkhajonghajong1077
    @zkhajonghajong1077 หลายเดือนก่อน

    Pitrik fasi de

  • @PrakashSingh-ls8sm
    @PrakashSingh-ls8sm หลายเดือนก่อน +4

    I think this girl is lying to safe herself.

    • @rsaikia7525
      @rsaikia7525 หลายเดือนก่อน

      How did you know that😂

  • @prabhatkrgogoi8153
    @prabhatkrgogoi8153 หลายเดือนก่อน

    ঐ ঘঁটিৰাম , লাই ডিটেক্টৰটো চাৰ্জ কৰি ৰাখ, দৰকাৰ হব পাৰে !

  • @samirankhataniar1702
    @samirankhataniar1702 หลายเดือนก่อน

    Ae kotha bor sunile pap howa jen Lage.

  • @GhanashyamSarma-h7g
    @GhanashyamSarma-h7g หลายเดือนก่อน

    Ghor kolikal, more aitai mok koisil aibor ghatiba buli, now I am 80. My grandmother died during 1970....

  • @umeshgogoi5896
    @umeshgogoi5896 หลายเดือนก่อน +1

    Val ke vabi loi ene news dibo lage

  • @malaxmihazarika2228
    @malaxmihazarika2228 หลายเดือนก่อน

    Eibur news dia stop korok atleast bhal khinik Shanti re jiyai thakibo diok

  • @bipulborah2193
    @bipulborah2193 หลายเดือนก่อน

    কব লগিয়া নাই।

  • @ShnazzBegum
    @ShnazzBegum หลายเดือนก่อน

    Sowalijonie মিছা কথা কৈছে

  • @AnimalsCasa
    @AnimalsCasa หลายเดือนก่อน

    Misa kotha.. baape’kok he maribo lagisile.. maa’kok mari bahana dise

  • @dipankarkhargharia9952
    @dipankarkhargharia9952 หลายเดือนก่อน +1

    কি কথা কয হে এনেকুৱা বাতৰি নিদিবহে শুনাতো পাপ বাপেক তো পিশাচ পাগল

  • @arunborah4032
    @arunborah4032 หลายเดือนก่อน +1

    Aai dharanar news bilak prosar nakarai bhal

  • @Krams_Craft12
    @Krams_Craft12 หลายเดือนก่อน +1

    Aitu news channel ney film story' chanel

  • @karabichetia8769
    @karabichetia8769 หลายเดือนก่อน

    DNA। Test। Karak

  • @malaxmihazarika2228
    @malaxmihazarika2228 หลายเดือนก่อน

    Buji pua nai asolote amar Assamese manuh bur with female buror hoise ki !! Imman baje hbo dhorise.. eibur tv sai mob sai hoi goi ase..
    Soboke whole life jail dbo lage nhole fasi dbo lage jate coming new generation bur alert hoi jai

  • @dugu.7365
    @dugu.7365 หลายเดือนก่อน

    Dautak nijor nohoi niki

  • @binitahazarika5997
    @binitahazarika5997 หลายเดือนก่อน

    Nijor bapek nohoy. Major 2nomborr samineki jonabosun