ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

হৃদয়স্পৰ্শী!ৰাজনীতিৰ উৰ্দ্ধত গৈ মাজুলীৰ মাকৰ মৰম বিচাৰি পালে লুৰীণজ্যোতিয়ে

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ส.ค. 2024
  • হৃদয়স্পৰ্শী!ৰাজনীতিৰ উৰ্দ্ধত গৈ মাজুলীৰ মাকৰ মৰম বিচাৰি পালে লুৰীণজ্যোতি গগৈয়ে। দেওবাৰে মাজুলীৰ মাতৃসম চুনু দাসৰ পৰা কুচিয়া মাছ উপহাৰ পালে পুত্ৰসম লুৰীণজ্যোতিয়ে। সঁচাকৈ আইৰ সমান হ'ব কোন নৈৰ সমান ব'ব কোন? লুৰীণজ্যোতিৰ মাতৃ দুলু গুচি গ'ল
    কিন্তু মাতৃ হৈ চুনু দাস এতিয়াও কাষতে আছে।
    #LurinJyotiGogoi #DuluGogoi #Majuli #Son
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - / nenownews
    Twitter - / nenownews
    Instagram - / nenownews

ความคิดเห็น • 187