Muku kamurisil . bohut besi kamurisil 1 hour or vitorot soimailor g.n.r.c. golu.emergency t bohut val treatment palu..5 ta stitch porile.injection lolu. One monthot val hol..
Manuh mori goise kane ase bapek morise petak r khng utha ni niki lokr karone nijr j manuh mori gol moi hua hole kokur tok kati lu hoi aru tak bosab jun ahe taku katilu hoi.
Aikejan manuh ye dukhia manuh k help karib noware kintu kukur k ki jogan dhare...Ane lage jen manuh t koi kukur r mulya besi....aito ye amr adhunikota....
Iman insensitive comment jai nijor ghorot tumar deuta, khura nai niki ? This was an unfortunate incident..... Don't laugh at someone's tragic loss.... A son lost his father, and a family lost its member.....
কুকুৰ পুহি ধনী হোৱাতকৈ গৰু পুহি দুখীয়া হোৱাই ভাল। চোৰেহে চোৰৰ ঠেং দেখে।
গৰুৰ সমান শান্ত আৰু উপকাৰী জন্ত নাই। ❤
Yes
😂😂😂😂 hoine baru
@@MoidulAli-kz3cd alla khuda bakhuda larkhuda
ছাগলী গৰু
Hoi kintu
গৃহস্তক জেলত ভৰাই থওঁক । আৰু সঠিক ক্ষতিপূৰন পোৱাৰ ব্যৱস্থা কৰক । মানুহৰ সংগ আৰু সমাজৰ পৰা দূৰত থাকি ভালপোৱা সকলেহে এনেকুৱা ঘাতক কুকুৰ পুহি ফোপোলা আভিজ্যতৰ ভেম দেখুৱাই । ঘটনাটো শুনি অত্যন্ত দুখ অনুভৱ কৰিছো । যাৰ হেৰাইছে তেওঁলোকেহে গম পায় হেৰুওৱাৰ বেদনা ।
এজন মানুহ হেৰুৱাৰ ক্ষতিপূৰণ হ'ব পাৰে জানো?
আমি হিন্দু মানুহবোৰে কুকুৰ সলনি আমাৰ পূজনীয় গো মাতাক ৰাখিব লাগে। চৰকাৰলৈ এটাই অনুৰোধ অসমৰ কুকুককেইটাৰ বাহিৰে বাহিৰা কুকুৰ পোহাটো নিষিদ্ধ কৰে যেন
Owner is responsible
আজিকালি মাক-দেউতাকতকৈ কুকুৰৰ আদৰ বেছি।
যাৰ কুকুৰ তাৰ উপৰত ৰ্মাদাৰ কেচ কৰক। কুকুৰ পোৱালি বিলাকৰ কুকুৰ লগত সংগতি ৰাখে কিয়।
কুকুৰ নহয় যেন কামাণ্ডু পুহিছে।ভি আই পি সন্মান দি ৰাখিছে।
মোৰ ঘৰত আছে 2 টা কুকুৰ কৰবাৰ পৰা অহা হে ভগৱান কি কৰিম???
Sob kukure attack nkore.
Kisuman breed kukure attack kore.
Agot confirm houk ki breed
Malikok Jail t pothabo laage.....
কুকুৰৰ লগতে
100% Correct
Rip sir ❤
Hoi he aajakali guwahatit u iman kukur puha manuh ulaise...kela abeli holei kukur burok rastat hagabole loi aahe... johora bure kukur puhe ghorot hagabo nuware jote tote rasta burot gu thoi jai... eibilakor history sale gom pabo besibhag letera manuh hoi...
কুকুৰটোক aggressive কৰোৱাই ৰাখিছে মালিকে। হয়টো বান্ধি ৰাখে মালিকে। মৰম নিদিয়ে। সন্তানৰ দৰে যদি ৰাখিব নোৱাৰে তেন্তে নিয়ে কিয় পুহিবলৈ,? হয়তো সময়ত vaccine নিদিয়ে। কিছুমান এনে ধৰণৰ মালিকৰ কাৰণে অন্য বহুত কুকুৰ সন্তানে কষ্ট পাৰ বদনাম পায়
কুকুৰ পোহাতকৈ যদি গৰু এজনী পোহিলে হেঁতেন অন্ত ত গাখীৰ অকণমান আৰু গোবৰ এচপা পালে হয়।আমাৰ ককায়ে কয় কুকুৰ পোহা কেইটাও কুকুৰৰ লগৰ।
Case file koribo lage.huni bor dhuk lagil 😢
মোমাই এ কামুৰিলে নেকি??
কুকুৰক পুহি মানুহক কামুৰিব দিয়া,ৰাতিপুৱা-গধূলি টানি লৈ ফুৰাই ফুৰাই অইনৰ নঙলামুখত কুকুৰক শৌচ কৰিব দিয়া মানুহবোৰক কিহৰ
লগত তুলনা কৰা যায় বাৰু? সভ্য নেকি?
এই কথাটো মইও সহ্য কৰিব নোৱাৰো ভাই।
ঘৰত পুহা কুকুৰ ওপৰত চৰকাৰে ব্যৱস্থা কৰিব লাগে ।সন্ধিয়া পৰত ৰাস্তা হগুৱা ফুৰে ৰাস্তাত ইমান লেতেৰা কৰে ।
Bohriya . Dog culture jindabad
আমি সেই বাবে মেকুৰী পুহিছো..
Sir r atmai jn sirokhnti pouk 🙏😔
Muku kamurisil .
bohut besi kamurisil 1 hour or vitorot soimailor g.n.r.c. golu.emergency t bohut val treatment palu..5 ta stitch porile.injection lolu. One monthot val hol..
😢😢😢😢😢😢😢
Mja
😢
Bapek dukhowa lora kotha😢 tar kotha dukh pwa jn nlge...tar thait moi howa hole se kukur gol kati anilu hoi...
Kukure manuh puhile enekua hoboi
neighbour r kukur asil bro
Kukurtu boliya hol jen lagisay
শিক্ষকজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলোঁ। কুকুৰ কিয় পুহিব লাগে? চহৰত থকা মানুহে কিয় কুকুৰ পোহে বাৰু। আমাৰ গাঁৱৰ ফালে আমি কুকুৰ নোপোহো, কাৰণ ৰাতি বনৰীয়া হাতী আহিলে কুকুৰে ভূকিলে হাতী খেদি আহি ঘৰ দূৱাৰ ভাঙে।
Ji mane j nakou Kiya januwa januware hoy manuh nahoy tu.aji Kali kukur puhatu fashion house.maak ,deotakok Kuwan nuware kukurak khuwab pslib pare
কিছু মানুহে খাব নাপায় মৰিছে, আৰু এতিয়া কুকুৰ পুহি মৰন মাতিছে।
Beya lagisa
Manuhak sasake bhal powa manuhe kukur nopohe.
আছে কিছুমান জহৰা , কেইদিন মান আগৰ ক'থা এটা নতিৰ পুটেকে কুকুৰ এটা ৰাস্তাত ফুৰাবলৈ লৈ আহিছিল । মোল চাৰি চকীয়া বাহন খন ৰাস্তাতে পাৰ্কিং কৰা আছিলে আৰু সেই নতিৰ পুতেকে কেলা কুকুৰটো লৈ আহি চকাত মুতিব দিছে আৰু সি জহৰাই ৰচি ডালত ধৰি চাই আছে । মই দেখি লগে লগে তাক মাতিলো আৰু কবলৈ ধৰিলো দাদা আপুনি কিয় ওচৰত থাকি এনেকুৱা কৰিলে সি নিলাজে কেলা উত্তৰ দিলে বেয়া নাপাব কুকুৰৰ এইটো অভ্যস হয় !
Malik is responsible
Owner beya
Malikok maribo lage
গৰু পুহিব লাগে
Mur vaitiko kukure kamurisil,mur kukur bahut voi lage
Manuh mori goise kane ase bapek morise petak r khng utha ni niki lokr karone nijr j manuh mori gol moi hua hole kokur tok kati lu hoi aru tak bosab jun ahe taku katilu hoi.
Malik jon maribo pla
Negligence
Aikejan manuh ye dukhia manuh k help karib noware kintu kukur k ki jogan dhare...Ane lage jen manuh t koi kukur r mulya besi....aito ye amr adhunikota....
Kukure kuukur pohe😂😂😂😂
মজা আৰু পোহ কুকুৰ😂😂😂
Iman insensitive comment jai nijor ghorot tumar deuta, khura nai niki ? This was an unfortunate incident..... Don't laugh at someone's tragic loss.... A son lost his father, and a family lost its member.....
Hareswar kalita tur dore bolodh eta thakute kukur puhar dorkar kot
Poison দি মাৰক ।
Loga log kio hsptl nia nohol
Kukurr logote malikoku pitibo lage
Kukurok kukuror ncna behave krok ,gur mari dbo kukur kla
Malikr dingi kati di...warning, case kori lav nai
😢😢