Assam News: শিক্ষয়িত্ৰীৰ গাড়ীৰ খুন্দাত নৱবিৱাহিত যুৱকৰ মৃত্যু

แชร์
ฝัง
  • เผยแพร่เมื่อ 4 ต.ค. 2024

ความคิดเห็น • 226

  • @dipankarkalita1398
    @dipankarkalita1398 3 หลายเดือนก่อน +58

    ৩০-৪০মিনিট ককবোকাই আছিল , মহানগৰ খনত এনেকুৱা এজন মানুহ নোলাল মেডিকেল নিয়াৰ বাবে 🥲। আমি গাঁৱলীয়াবোৰে গৰু গাড়ী উঠাই হলেও লৈ যাও 🙏
    যান্ত্ৰিকতাত মানুহৰ মানৱতা হেৰাই গৈছে

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +2

      চহৰৰ মানুহৰ পৰা আশা কৰে নে ?

    • @janardanbora2803
      @janardanbora2803 3 หลายเดือนก่อน +5

      আজিৰ যুগত সহায় কৰা মানুহ নু ওলাই কেৱল ওলাই ফটো মৰা ভিদঅ বনুৱা এই অৱস্থা অসমৰ এই মানুহ বোৰৰ

    • @shrutikashyap2691
      @shrutikashyap2691 3 หลายเดือนก่อน +1

      চহৰ তাকো গুৱাহাটীৰ মানুহৰ পৰা একো আশা নকৰিব । মানুহে চাই গুচি যায়।

  • @Bi_RaaG_
    @Bi_RaaG_ 3 หลายเดือนก่อน +99

    কেতিয়াবা অনাকাঙ্ক্ষিতভাৱেই দুৰ্ঘটনা হৈ যায়... কিন্তু, এনে মুহুর্তত পলাই নগৈ আঘাত পোৱাজনক সহায় কৰিব লাগে...

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +2

      বদমাচ মানুহে তেনেকুৱা নকৰে নহয়।

    • @priyompriyabora5362
      @priyompriyabora5362 3 หลายเดือนก่อน +1

      Thike koise, Tau hspitlt loi jab lagisil lgalg , polai kyo goise.. val manuhe katyau anakua nkrili hoi.

  • @bulbulisarmah1530
    @bulbulisarmah1530 9 วันที่ผ่านมา

    হে ভগবান কিয এনেকুৱা কৰে মানুহৰ জীৱনক লৈ কিয হেতালি খেলে প্ৰভূ😢😢😢😢

  • @ultra8142
    @ultra8142 3 หลายเดือนก่อน +93

    গুৱাহাতীৰ মানুহ গাল কিবা অভদ্ৰ Type ৰ, নিজকে London ত থাকো বুলি ভাৱে
    মই ও এবাৰ গুৱাহাতীৰ Traffic ত Bike চলাই গৈ আছিলোঁ, Traffic ত কিমান Speed দিব মানুহে আপোনালোকে নিজেই চিন্তা কৰক
    বগা Bollero চলাই অহা বুঢ়া এটাৰ মোক পিছফালৰ পৰা খুন্দা মাৰি পেলাই দিছে, ভাগ্য ভাল আছিল কাৰণে বাচিলো আৰু মানুহ টো অলপ টান আছিলোঁ মই,
    Bike খন অলপ Damage হল
    খুন্দা মাৰি সি নৰলেই, পলাই গুছি গল
    ফকতিয়া গেলা জেগা গুৱাহাটী

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +2

      😂একদম ঠিক কথা

    • @nitindas3998
      @nitindas3998 3 หลายเดือนก่อน +3

      গুবাহাটী কিয় মৰব আহা গাও থাকি মৰ

    • @ultra8142
      @ultra8142 3 หลายเดือนก่อน

      @@nitindas3998
      বাপেৰে গুৱাহাটী খন কিনি থৈছে নেকি তুৰ?
      হিমন্তক কবি তহঁতৰ গুৱাহাতীৰে মানুহ নহই জালুকবাৰীৰ, যে important office বোৰ, University বোৰ গুৱাহাতীৰ পৰা সৰু সৰু চহৰত Shift কৰিবলে
      তেতিয়া টোৰ গেলা গুৱাহাটী গচকিবলে কোনো নাহে

    • @popysaikia833
      @popysaikia833 3 หลายเดือนก่อน +5

      Jegat dise apuni ...bohut ovodro mnuh bur ..ami gawaliya hbo paru but tahatot ke besi val ke thku . tahotor fokotia lbl amar agot dekhai lav ny

  • @putusvlog5178
    @putusvlog5178 3 หลายเดือนก่อน +54

    এতিয়া Hit And run Case হয় নে নহয় বা, কাৰণ আমাৰ বাইদেউ শিক্ষক আকৌ।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +3

      ৩০০ শাৰিৰ নিবন্ধ এখন লিখি দিলেই বোলে আমাৰ দেশত অপৰাধী মুক্ত হয় যায়😂।

  • @rupjyotisarma7434
    @rupjyotisarma7434 3 หลายเดือนก่อน +16

    এইটো দুৰ্ঘটনা বুলি কব নে ইচ্ছাকৃতভাৱে কৰা বুলি কব!!! খুন্দা মাৰি সেই ঠাইত ৰখিলে ৰাইজৰ ৰোষত পৰিব পাৰে, বুজি পালো, কিন্তু তেওঁ থানালৈ অন্তত যাব লাগিছিল।।। বহুত বেয়া কাম হৈছে এইটো।।অতি দুখজনক।

  • @Purbi102
    @Purbi102 3 หลายเดือนก่อน +17

    দুৰ্ঘটনা কৰো বুলি কোনেও নকৰে, কিন্তু দুৰ্ঘটনা কৰি সেই ঠাইৰ পৰা পলায়ন কৰাটো এটা বহুত ডাঙৰ অপৰাধ,

  • @ratulbarman-i2u
    @ratulbarman-i2u 3 หลายเดือนก่อน +129

    বান্দৰী জনিৰ চাকৰি তো তেখেতৰ পত্নিক দিব লাগে আৰু বান্দৰী জনিক জেলত দি ভাল কৈ ফলা বাহেৰে কোব দিব লাগে

  • @rakeshchoudhury3768
    @rakeshchoudhury3768 3 หลายเดือนก่อน +140

    মাইকী বিলাকে ভালকৈ গাড়ী চলাব নাজানে...

    • @chiranjibdeka66
      @chiranjibdeka66 3 หลายเดือนก่อน +5

      hosa kotha kobo napai

    • @krishnadas8189
      @krishnadas8189 3 หลายเดือนก่อน +13

      Hoi nk...agte mane mota manuh bure accident korai nasil...aji 1st accident hoise mane

    • @______________Ss23
      @______________Ss23 3 หลายเดือนก่อน +17

      ​@@krishnadas8189 এই হব মাইকী বোৰৰ কিহৰ ইমান পাখি গজিছে । গাড়ী চলাব আহে । মাল খাই চলাইছে নেকি সেই বনৰী জনী এ 🤬

    • @chiranjibdeka66
      @chiranjibdeka66 3 หลายเดือนก่อน +6

      @@krishnadas8189 mota bure accident korile komsekom nijur dux tu mani loi

    • @a2ztechandfun241
      @a2ztechandfun241 3 หลายเดือนก่อน +1

      আজি First Accident নহয়। ছোৱালী মানুহে আগতেও Accident কৰিছে কিন্তু ছোৱালীৰতো কেতিয়াও ভুলেই নহ'য় । দৰকাৰ হ'লে ভগৱানেই দোষী হ'ব😂😂😂 ​@@krishnadas8189

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 3 หลายเดือนก่อน +4

    অতি দুখজনক খবৰ। তেওঁৰ আত্মাৰ সদগতি কামনা কৰিলো আৰু শোকসনতপত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো। দোষী ব্যক্তি শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শিক্ষয়িত্ৰী বুলি ৰেহাই দিব নালাগে। দোষীয়ে শাস্তি পাব লাগে।

  • @nirmalsartschool6295
    @nirmalsartschool6295 3 หลายเดือนก่อน +21

    অতি দুখজনক খবৰ😥😥

  • @karobisaikia3548
    @karobisaikia3548 3 หลายเดือนก่อน +4

    এইজনিৰ মুখন ঢাকি দিছে কিয় নে তাই মহান কাম কৰিলে কাৰণে সেইটোহে বুজি নেপালো

  • @stardust910
    @stardust910 3 หลายเดือนก่อน +23

    Mur logor sualir bhayek. Bohut dukh lagise.

  • @parthapratimdas5047
    @parthapratimdas5047 3 หลายเดือนก่อน +18

    এই বিলাক মাইকী যোধে মধে চলায় এই কাৰণে আজি এনেকুৱা হল

    • @Whatdoesthatmean11
      @Whatdoesthatmean11 3 หลายเดือนก่อน

      Maiki manuhotkoi mota manuhe 1000 gun besi accident kore

  • @jayantasarmah5602
    @jayantasarmah5602 3 หลายเดือนก่อน +25

    We want justice for that innocent couple.

  • @pankajrabha397
    @pankajrabha397 3 หลายเดือนก่อน +4

    এনেকুৱা ধৰণৰ teacher লৰা ছোৱালীক কি জ্ঞান দিব নিজে জিহেটোকে নিজৰ ভুল স্বীকাৰ কৰিব নোৱাৰে অকল ডিগ্ৰী টো থাকিলেই মানে সমাজত ভাল মানুহ বুলি স্বীকৃতি পাই নেকি

  • @dhantimedhi2021
    @dhantimedhi2021 3 หลายเดือนก่อน +14

    মাইকীবিলাকৰ মুখখন কিয় নেদেখুৱাই।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +1

      জেলৰ হোৱাৰ পৰা বাছি যোৱাৰ পিছত আকৌ কাৰোবাক তেনেকৈ সুন্দিয়াবলৈ আইনে সুবিধা কৰি দিয়াৰ বাবে😂

  • @ChandrikaChandrika-xg8lb
    @ChandrikaChandrika-xg8lb 3 หลายเดือนก่อน +13

    চলাব নাজানে
    .এনেই চাকৰি.আছে বুলি লেবেল দি গাড়ী চলাই তাই এটা জীৱন শেষ কৰিলে
    তাই হে মৰিব লাগিছিল 😢

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      আচল কথা সেইটোৱে

    • @ranasharma2302
      @ranasharma2302 3 หลายเดือนก่อน +1

      Women reservation t sakori di thake government a so

  • @dipanjalimohanta4800
    @dipanjalimohanta4800 3 หลายเดือนก่อน +17

    উচিত তদন্ত হওক আৰু ক্ষতিপূৰণ লগতে শাস্তি বিহিব লাগে।শিক্ষক সকল সমাজৰ আদৰ্শস্থানীয় ব্যক্তি হোৱাৰ পৰিৱৰ্তে আজিকালি নীতিশিক্ষাবিহীন মানৱতা বা নুন্যতম সৌজন্যবোধকনো নোহোৱা অকল চাৰ্টিফিকেটৰ শিক্ষাগত অৰ্হতাৰে পৰিচয় দিয়া সকলেহে এনে বোৰ কৰ্ম চকুত পৰে।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      একেবাৰে সঁচা কথাটি

  • @hirakjyotidutta7515
    @hirakjyotidutta7515 3 หลายเดือนก่อน +3

    তোমালোকক চৰকাৰে সম অধিকাৰ দিচে, ভগৱানে সেইকন কলিজা দিয়া নাইতো,
    উটক দেখি বন্দাই ডুব মাৰিলে এইয়ে আৰু, লৰাজনক খালে।

  • @Prabhassssq
    @Prabhassssq 3 หลายเดือนก่อน +29

    এগৰাকী শিক্ষয়িত্ৰি হয় ও ইমান নিলজ্জ কাণ্ড । লগে লগে তেওঁ নিজৰ car খনৰে Hospital t Admit কৰিলে চাগে লৰা জন জীৱিত অৱস্থাত থাকিল হয় আৰু তেখেতৰ ও উপৰত Action নললে হল হয়।😢😢😢

    • @northeastassamesefoddie9664
      @northeastassamesefoddie9664 3 หลายเดือนก่อน +1

      Kintu koise je speed t solaisil bike t

    • @Chao_Dip
      @Chao_Dip 3 หลายเดือนก่อน

      তীব্ৰবেগত চলোৱা বুলি প্ৰাৰম্ভিক অৱস্থাত সন্দেহ প্ৰকাশ কৰিছিল; পিছত গম পালে আচল কথা । ​@@northeastassamesefoddie9664

  • @arunmixvlogs8065
    @arunmixvlogs8065 3 หลายเดือนก่อน +18

    Mor class friend asil.... bhargob da

  • @sabitrisvlog721
    @sabitrisvlog721 2 หลายเดือนก่อน

    সঁচাকৈ বৰ দুখৰ খবৰ? সেই শিক্ষয়িত্ৰী জনীয়ে খুন্দিয়াই কিয় পৰাৰ ? ইচ্ছা কৃত ভাবে মাৰিলে নেকি? ন বোৱাৰী জেনীৰ কি হ'ব এতিয়া?

  • @nirupoma5935
    @nirupoma5935 3 หลายเดือนก่อน +4

    উচিত তদন্ত আৰু উচিত বিচাৰ হ'ব লাগে।

  • @prince_babu_72
    @prince_babu_72 3 หลายเดือนก่อน +1

    Bhut dukh lgil 😢😢😢

  • @SudeshnaSutBoruah
    @SudeshnaSutBoruah 3 หลายเดือนก่อน +1

    Kiman asha aru sopun asil duijonore bohut beya lagil notun buwari jonir mukh khon dekhi

  • @deepjyotibrahma6404
    @deepjyotibrahma6404 3 หลายเดือนก่อน +1

    Justice is a word that just remains in book.

  • @JituKalita-fq2zc
    @JituKalita-fq2zc 3 หลายเดือนก่อน +1

    Om Shanti

  • @bidishamech1736
    @bidishamech1736 3 หลายเดือนก่อน +2

    Bor dukh loga kotha

  • @jackjyoti4114
    @jackjyoti4114 3 หลายเดือนก่อน +6

    Rip 🙏🙏

  • @vr6592
    @vr6592 3 หลายเดือนก่อน +7

    Aku nohobo...amr law ekdm weak hoe...Paisa thakile apuni ji mon chae koribo pare

  • @Arifbhai321
    @Arifbhai321 3 หลายเดือนก่อน +2

    Sooo sad 😢😢😢

  • @SATYAJITLASKAR
    @SATYAJITLASKAR 3 หลายเดือนก่อน +2

    বাইদেউক শাস্তি দিয়ক ।

  • @basisthaacharya6590
    @basisthaacharya6590 3 หลายเดือนก่อน +9

    আৰক্ষীয়ে বিজ্ঞান ভিত্তিক তদন্ত কৰক আৰু ফৰেনচিক পৰীক্ষাগাৰৰ সহায় ল‌ওক। সত্য তথ্য নাইকিয়া হৈ যোৱা নাই।

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน

      চব ফুচ হ'ব চাই থাকক কাৰণ এইখন ভাৰত হয় সেয়া পাহৰি নাযাব 😏

  • @zubeengarg2291
    @zubeengarg2291 3 หลายเดือนก่อน +10

    গম পাব এতিয়া নতুন আইন আহিছে....৫-১০ বছৰ জেল হব ৰহ

    • @rajeshhazarika1663
      @rajeshhazarika1663 3 หลายเดือนก่อน +1

      😂আমাৰ দেশৰ আইনৰ ওপৰত ভৰসা কৰিছে নে কি ?

  • @raktimsaikia3402
    @raktimsaikia3402 3 หลายเดือนก่อน +1

    this is very sad

  • @champak8757
    @champak8757 3 หลายเดือนก่อน +11

    Hit and Run..
    10 Lakh aru jail 10 years

    • @souravpaul2179
      @souravpaul2179 3 หลายเดือนก่อน

      O run kori dile no

    • @champak8757
      @champak8757 3 หลายเดือนก่อน

      @@souravpaul2179 ha sai lobi law khon

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 3 หลายเดือนก่อน +4

    Hit and run case 304(A)

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo 3 หลายเดือนก่อน +6

    Ai teacher jnir lra suwali ase ne nai tair jdi lratok knubai khuniyai mri thoi Jai tair kene lgib

  • @ranasharma2302
    @ranasharma2302 3 หลายเดือนก่อน +1

    Justice lage

  • @manashsaikia9926
    @manashsaikia9926 2 หลายเดือนก่อน +1

    😢😢😢

  • @tejaswinin7936
    @tejaswinin7936 3 หลายเดือนก่อน +3

    RIP bhargab da 😢 amar karate teacher asil teo

  • @Rupamdas-pw9rv
    @Rupamdas-pw9rv 3 หลายเดือนก่อน +2

    Baideur photo tu dekhaboloi voi korile naki .

  • @RikumaniSarania
    @RikumaniSarania 3 หลายเดือนก่อน +1

    😭😭🙏🙏

  • @apurbadas1622
    @apurbadas1622 3 หลายเดือนก่อน +4

    9ta bojat Sikha setu app ot present nidile absent howar bhoyot speed ot car solaisil jen paisu.

  • @rantumoniborah2280
    @rantumoniborah2280 3 หลายเดือนก่อน +1

    🙏

  • @polashediting12k
    @polashediting12k 3 หลายเดือนก่อน

    আৰু চৰকাৰে নতুন নিয়ম উলিয়াব বিনা licence ত গাড়ী চলাবলৈ দিব মূৰ্খ চবক এতিয়া যি দেখিছোঁ পথ দুৰ্ঘনাত আৰু মানুহৰ মৃত্যু ।

  • @natyarabha4243
    @natyarabha4243 3 หลายเดือนก่อน +1

    😢😢😢😢😢😢

  • @jonavlogs4927
    @jonavlogs4927 3 หลายเดือนก่อน +3

    Hit and run case... May be teo hospital t khabar dile lora jon basile hoi.

  • @Jintuu1998
    @Jintuu1998 3 หลายเดือนก่อน +4

    Aku law nai punishment pabo pabo karne , IPC r aku nhoi ,notun law to logabo lagisil , atiya ako andolon kora khini kot gol atiyaa, akol andolon kora tu ai nhoi ktha bur Jani he koribo Lage

  • @chandandutta3186
    @chandandutta3186 3 หลายเดือนก่อน +5

    Ihate gari salab najanakoi rastat gari ulai loi jai. Ihatak jail diok

  • @cosmos1675
    @cosmos1675 3 หลายเดือนก่อน

    কেনে লেকচাৰাৰ ? আইনৰ সহায় ললে ন্যা়য় পাব টো।

  • @amlandeka3970
    @amlandeka3970 3 หลายเดือนก่อน +7

    Tair mukh khon dekha

  • @pranabjaibajrangbalideka959
    @pranabjaibajrangbalideka959 2 หลายเดือนก่อน

    Accident hoise manilu..kintu polai juwa aru Misa kotha kuwa babe jail 20 basor hbo lge....

  • @kidslife3180
    @kidslife3180 3 หลายเดือนก่อน

    Accident koneo karo buli nokore hoi jai....so voi khowa2 savabik...sebuli news kribo nalage take...sei manuh janiro sage kiman dukh lagise...

  • @ripanjyotikalita9069
    @ripanjyotikalita9069 2 หลายเดือนก่อน

    Gari salabo najanilai gari solabo nalgai .....jar babai akhon ghar khek hoi gll ......dukhik khasti lagai🙏

  • @RunuRajbongshi-n3w
    @RunuRajbongshi-n3w 3 หลายเดือนก่อน +1

    Tair giriyekr jodi ane hol hoi tetiya tair kene lagil hoi .........tair giriyek morak Xon kale

  • @ramendas972
    @ramendas972 3 หลายเดือนก่อน +2

    Goribor kotha kune kobo baidok airest ho lage

  • @TukharTukhardeori-fc5nu
    @TukharTukhardeori-fc5nu 3 หลายเดือนก่อน +3

    Ari nidibo

  • @h1239640
    @h1239640 3 หลายเดือนก่อน +2

    নৱবিবাহিতা যুৱক মানে কি😢😢😂

  • @PriyaRabha-gf4vo
    @PriyaRabha-gf4vo 3 หลายเดือนก่อน +1

    Aijnik FSI db lge ru imnkhini property money ase bhargav r wife r nmt likhi db lge

  • @ndtech8170
    @ndtech8170 3 หลายเดือนก่อน +1

    10 years jail dibo lage aru 7 lakhs fine. Hit and run case.

  • @BEDANTAJYOTINATH
    @BEDANTAJYOTINATH 3 หลายเดือนก่อน

    Ram ram

  • @abhijitbaruah3664
    @abhijitbaruah3664 3 หลายเดือนก่อน +5

    Hit and run case ki dukhiyar babe,Dhani bilakor babe nohoi niki?

  • @madhurjyamoral-kb5fi
    @madhurjyamoral-kb5fi 3 หลายเดือนก่อน

    Helmet pinha nasil naki reply

  • @Rocky-be3vw
    @Rocky-be3vw 3 หลายเดือนก่อน +1

    Sorupeta gomurar😢😢

  • @PragyamSharma
    @PragyamSharma 2 หลายเดือนก่อน

    Dui din pst poisa khuai olai aahibo aeitu ata apriyo xosa ktha

  • @kaushikmazumder6632
    @kaushikmazumder6632 3 หลายเดือนก่อน +4

    Tamuli noti

  • @ProdipBora-ec9jj
    @ProdipBora-ec9jj 3 หลายเดือนก่อน +4

    Bonori sudi mastoni sudaise bonori

  • @kamaleshwarkalita5755
    @kamaleshwarkalita5755 3 หลายเดือนก่อน

    laj lagil ajoni teacher hoi. mahnu anekoi batot mari thoi jabo pare.. bohut dukh palu.

  • @ParthSarma-uz6op
    @ParthSarma-uz6op 3 หลายเดือนก่อน

    18bosor val pai biya patsil.bohut dhukh laga.

  • @raiden_0710
    @raiden_0710 3 หลายเดือนก่อน

    Eijoni high secondary Assamese porhua mam hoi bohut lebel kiba hudhile koboi nibisarsil ami poha xomoit

  • @anuborgohain9955
    @anuborgohain9955 2 หลายเดือนก่อน

    borttaman etia AINE khon hoise dhoni dukhi hari jai .. dukhia nidukhi fosi mori jai .. ei durbhogia n buwari jonir life2 ki hobo .. hei memonie buji paisene nai .. teu jodi egoraki sikhiyati tente durghotona kori kio polai gol .. teu janibo lage je ejon manuhk khundiai ki kora usit .. eibur sikhiyatie anok ki sikha dib oo .. ghonta sikhiyati kore ...... gari solai dekhaise .. teu hoy2 agoteu enekua apiradh korithoise .. eibar bhogowane teuk hatelute dhorale .. soitya ketiau lukai nathake .. 100 goru marile baghoru mityu .......

  • @gitarthap.bhuyan3100
    @gitarthap.bhuyan3100 3 หลายเดือนก่อน

    Eku justice napai. Essay likhibo dibo aru eri dibo. Eiyai amar Indian judiciary.

  • @parthabora503
    @parthabora503 3 หลายเดือนก่อน

    Give that culprit jail

  • @PatrickBatemanJr0007
    @PatrickBatemanJr0007 3 หลายเดือนก่อน +2

    Mohila gari solale anekuae hobo

  • @anamikanath2413
    @anamikanath2413 3 หลายเดือนก่อน

    Khura 😢😢😢

  • @NijuBarman-jj7mb
    @NijuBarman-jj7mb 3 หลายเดือนก่อน

    Tirota bilake kla xoha pohur kanor nisina kola sasma ajur pindhi ki gari solabo na nije jabo agot na karobak jabo dibo agote ...aru jodi agote kiba porise hoise aru fali Siri loi jabo😢😢

  • @nayanroy9646
    @nayanroy9646 3 หลายเดือนก่อน

    New criminal act mate case hbo lge.

  • @manikadas6987
    @manikadas6987 3 หลายเดือนก่อน +1

    Sakorito ase buli lebel dise neki arinidibo

  • @ritudevi5207
    @ritudevi5207 3 หลายเดือนก่อน

    Tirotai gari kio solai purukh hodai purukhei .

  • @pikubora9865
    @pikubora9865 3 หลายเดือนก่อน +1

    মুখ খন কিয় ধাকি দিয় কিয়

  • @bhaskarbsk600
    @bhaskarbsk600 3 หลายเดือนก่อน

    Fasi dibo lage baideu jonik😢😢😢

  • @himangshuhazarika4387
    @himangshuhazarika4387 3 หลายเดือนก่อน

    সেইজনীৰ মুখ খন কিয় নেদেখুৱাই

  • @dhritimanbanikya4395
    @dhritimanbanikya4395 3 หลายเดือนก่อน

    মুখ খন দেখুৱালে ভাল আছিল.. তাই তো মুকলি আকাশৰ তলত আহিবই.. কমচেকম তাইক দেখিলেই আমি আগতিয়াকৈ সাবধান হব পাৰিম..।

  • @hridoygogoi5278
    @hridoygogoi5278 3 หลายเดือนก่อน +1

    Indiat tu Justice nupua

  • @moramitamuli4250
    @moramitamuli4250 3 หลายเดือนก่อน

    কিছুমান মহিলাক দেখিছো বৰ পাগলৰ দৰে গাড়ী চলায়। নিজৰ জীৱন মৰি যাৱ,জী থাক তহতৰ কথা কিন্তু উৎশৃংখল ভাৱে গাড়ী চলাই আনৰ জীৱন কিয় কাঢ়ে। কিছুমানে গাড়ীখন চলাব পাৰিলো মানে আৰু স্ব ৰ্গ ঢুকি পালে। যাহা তাহা চলালেই হল। উৎচিত ব্যৱস্থা হব লাগে। City ৰ ভিতৰত ইমান speed চলোৱাৰ কি প্ৰয়োজন আছিল।

  • @bhaskarbsk600
    @bhaskarbsk600 3 หลายเดือนก่อน

    Fasi dibo lage baideu jonik 😢😢😢😢

  • @zeal6360
    @zeal6360 3 หลายเดือนก่อน +1

    Maikee a gari solabo ple level bohut hoi maksudi sobr

  • @rotinsuoer5776
    @rotinsuoer5776 3 หลายเดือนก่อน

    Cctv video thaki oh dhora nai Mane nodhore aru basi jabo.... Guwahati t okol powerfull manuh a basibo pare

  • @dhanjitrabha5809
    @dhanjitrabha5809 3 หลายเดือนก่อน +1

    Rip
    Muthote moril

  • @upamadas75
    @upamadas75 3 หลายเดือนก่อน

    Ai tu hoi je ajikali kisuman ladies e gari solabo najane...ene solai lebel dibo r karone... actually najanile solabo nalage..

  • @nitulbarman1446
    @nitulbarman1446 2 หลายเดือนก่อน

    Bor Dukh Loga Paristhiti.

  • @dipakalita9938
    @dipakalita9938 3 หลายเดือนก่อน

    Khsai ghyr manuh bore nijoke ki buli vabe jano.. Emn dekhai mane. Bus j log pao tiri bilakak emn mukh soka

  • @souravmajumdar5374
    @souravmajumdar5374 3 หลายเดือนก่อน

    Hit and run case..10 years jail

  • @barashabarman1102
    @barashabarman1102 3 หลายเดือนก่อน

    Taik osit khasti diok tai teacher hol ki hol tai

  • @RajuSaikia-y9h
    @RajuSaikia-y9h 3 หลายเดือนก่อน

    😢😢😢😢😢😢😢😢😢😮😮😮

  • @JeetumoniMedhi
    @JeetumoniMedhi 3 หลายเดือนก่อน

    Apuni ki mentality r teacher....manuh ajon dhukaise aru apuni misa mati ase.....laj loga nai apunar....

  • @SusilSarania-hi7qg
    @SusilSarania-hi7qg 3 หลายเดือนก่อน

    10yrs jel hobo na eta yar

  • @gogoi2499
    @gogoi2499 3 หลายเดือนก่อน +1

    Piton dibo lage