উজনিত মিঞা খেদা আন্দোলন, প্ৰশান্ত ৰাজগুৰুৰ লগত ‘মেজমেল’

แชร์
ฝัง
  • เผยแพร่เมื่อ 29 ต.ค. 2024

ความคิดเห็น • 369

  • @indrajitgogoi4742
    @indrajitgogoi4742 2 หลายเดือนก่อน +179

    অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীয়ে একত্ৰিত হৈ উজনি অসমক 'মিঞালেণ্ড'সৃষ্টি হোৱাৰ পৰা ৰক্ষা কৰক।জয় আই অসম।।

    • @secondlove7395
      @secondlove7395 2 หลายเดือนก่อน +28

      Sutmarani toi kiman loli mama pora anakowa comment koribole

    • @PranjalDaimary-i2k
      @PranjalDaimary-i2k 2 หลายเดือนก่อน

      ​@@secondlove7395kyo comment nokoribo

    • @AbdurRazaque-n1q
      @AbdurRazaque-n1q 2 หลายเดือนก่อน +10

      😊

    • @jibanborah6389
      @jibanborah6389 2 หลายเดือนก่อน

      Aaàà​@@secondlove7395

    • @kimjennie5870
      @kimjennie5870 2 หลายเดือนก่อน +7

      বহিৰাগত সকলক লৈ কি কব?

  • @saburuddin1174
    @saburuddin1174 หลายเดือนก่อน +2

    প্ৰশান্ত,ৰাজগুৰুদেব, ধন্যবাদ ভাল লাগিল, ভাল, প্ৰকাশ কৰিছে

  • @SachinHazarika-u2u
    @SachinHazarika-u2u 2 หลายเดือนก่อน +4

    আমি ৰাজনৈতিক গোন্ধ পাইছো । ধৰ্মীয় দৃষ্টিভংগীৰে কথাবিলাক চাব নালাগে । এই বিলাক বেয়া কথা । আমাৰ মানুহে কৰ্ম কৰিব লাগিব । তেতিয়াহে অসম অসমীয়াৰ অস্তৃত্ব থাকিব । ।

  • @nikulahkar6838
    @nikulahkar6838 2 หลายเดือนก่อน +22

    ভাস্কৰ ডেকা ডাঙৰীয়া ৰ কথা ত একমত। মইনাই কথা কম কয় কাম বেছি কৰে। বৰ্তমান অসমীয়া সকল আৰাম প্ৰিয় হৈছে ।সেয়ে পথাৰবোৰ মীঞাক দি নিজে কোম্পানী ত কাম কৰিব গৈছে।

    • @newsongvideo2735
      @newsongvideo2735 2 หลายเดือนก่อน

      অসমৰ লোক সকল কম মুখি হেছে

  • @rajibpegu5313
    @rajibpegu5313 2 หลายเดือนก่อน +7

    এৰৈ ককাই দেহৈ কংগ্ৰেছে ভুল কৰিলে কাৰনে কংগ্ৰেছ হাৰিলে কিন্তু বিজেপি ১০ বছৰ পাৰ হব হল বিজেপি অসমীয়াৰ কিৰনে কি কৰিছে

  • @BimanSaikia-eh6gc
    @BimanSaikia-eh6gc 2 หลายเดือนก่อน +3

    অসম বুলিলে উজনিকে নুবুজায় নামনি শেষ হোৱাৰ পাছত। অকল উজনিৱে অসম ৰাখিব পাৰিব নেকি

  • @ezazulislam427
    @ezazulislam427 2 หลายเดือนก่อน +1

    নিৰপেক্ষ সাংবাদিক ❤

  • @7gc970
    @7gc970 2 หลายเดือนก่อน +31

    মিঞাৰ মোছলীম অসুৰ বোৰক অসমত থাকিব দিলে অসমৰ দিনক দিনে অবস্থা
    বেয়াৰ হৈ যাব । মিঞাৰ খেদি অসমৰ খিলঞ্জীয়াৰ ৰাইজে শান্তিৰে থাকিব পাৰিব ।

    • @DreamInstaModel
      @DreamInstaModel 2 หลายเดือนก่อน

      Toi Axom eri gusi ja, eman bhoi khai thakibo nalage

    • @superperformancevideos8179
      @superperformancevideos8179 2 หลายเดือนก่อน

      @@7gc970 aponaluke iman population hoi kine miya k sai iman kio voi kore
      মিয়াই tu voi nkore aponalkor iman মানুহ চাই

    • @saifulhussain3190
      @saifulhussain3190 2 หลายเดือนก่อน +3

      তই ও কেলা বাংগালী মিয়া তোমালোকেও প্ৰস্তুত হৈ থাকা।তহঁতে বেছি অসমীয়াগিৰি নেদেখাবি কেলা

    • @protimadutta2890
      @protimadutta2890 2 หลายเดือนก่อน

      মিঞা সাধাৰণ জনতাই খেদিব নোৱাৰে---কেন্দ্ৰীয় চৰকাৰে খেদিব লাগিব---সাধাৰণ জনতাই আবুল-তাবুল বকি লাভ নাই ।

    • @Priyangshu_nath___6
      @Priyangshu_nath___6 2 หลายเดือนก่อน

      ​@@saifulhussain3190oi kukur axomot thaki Miyagiri nslabi kla fali dim set

  • @ChandanDeka-i2d
    @ChandanDeka-i2d 2 หลายเดือนก่อน +28

    অৰুণাচল আৰু নাগালেণ্ড ৰ দৰে অসমক লাগে 🙏🙏

  • @NirmolRay1996
    @NirmolRay1996 2 หลายเดือนก่อน +22

    মই নামনি অসমৰ বৰপেটা জিলাৰ।।।।অসমৰ উজনিত মীঞা খেদা আন্দোলন হৈছে মোৰ মতে ভাল হৈছে।মই বা মোৰ দৰে লোকেও উজনিক চাপৰ্ট কৰে।কিন্ত নামনিত উজনিতকৈ সম্পূৰ্ণ বিপৰীত ছবি।।।নামনি অসমত নিৰ্ভয়ে অসমীয়াই মীঞা খেদা আন্দোলন কৰিব নোৱাৰে।কাৰণ নামনিত বহু বেছি মীঞাৰ সংখ্যা বেছি।।।গতিকে নামনিৰ দৰে যাতে উজনিকো পৰিৱৰ্তন নকৰে আপোনালোকক( উজনিবাসীক) অনুগ্ৰহ কৰিছো।অসমীয়া জাতিয়ে যি ৰাজনৈতিক দলৰ ওচৰত সুৰক্ষিত বুলি অনুভৱ কৰে সেই দলকে ভোট দিব।উজনিত এতিয়া অসুৰক্ষিত নহয় কিন্ত ভৱিষ্যৎলৈ বাদ ছোৱা তেন্তে অসুৰক্ষিত হবলৈ।।কংগ্ৰেছৰ জনৰ মতে এতিয়া উজনি সুৰক্ষিত আছে কাৰণে মীঞা খেদিব নালাগে।মীয়া বেছি হলেহে খেদিব ওলাব তাৰমানে?

    • @protimadutta2890
      @protimadutta2890 2 หลายเดือนก่อน +5

      অকল মিঞাৰ নাম ললেই নহব----আমি বাংলাদেশী খেদিম ।

    • @IndianSecularBABA
      @IndianSecularBABA 2 หลายเดือนก่อน

      ​@@protimadutta2890yes I was thinking the same

    • @NirmolRay1996
      @NirmolRay1996 หลายเดือนก่อน

      ​@@protimadutta2890যিহেতু মীয়াৰ ওপৰতহে মূল বিষয় আলোচনা হৈছে সেইকাৰণে কৈছো।।।আৰু এটা কথা হিন্দু বাংলাদেশীতকৈ মীয়া বাংলাদেশী বেছি ভয়ানক।।।তথাপি কও যে অসমত বাংলাদেশী খেদিলেহে অসমীয়া সুৰক্ষা হব।

    • @AnamikaBaruah-ls3mu
      @AnamikaBaruah-ls3mu หลายเดือนก่อน

      Atiyai jodi hojag nohoy... Ujoni assam ake abostha hob.

    • @protimadutta2890
      @protimadutta2890 หลายเดือนก่อน

      2014 পৰা BJP ৰ ডাবল ইঞ্জিন চৰকাৰে মিঞা আমাৰ মতে বাংলাদেশী খেদি শেষ কৰিলে---মামা মুখ্যমন্ত্ৰী হোৱাৰ পৰা বেছিকে খেদিছে । জয় আই অসম ।

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y หลายเดือนก่อน +6

    শিৱসাগৰ ৰ লৈ বহুবাৰ গৈছো তেতিয়াৰ পৰাই মিঞা দেখা পোৱা নাছিলো এতিয়া মিঞা খেদা কায সুচী লোৱা হৈছে বেয়া হোৱা নাই।আগৰ পৰাই নাই যেতিয়া কিয় থাকিব লৈ দিব।

  • @putulnath1715
    @putulnath1715 2 หลายเดือนก่อน +18

    অসমৰ পৰা আঁতৰি গৈ বাহিৰত থকা লৰা সকলক যদি চৰকাৰে সুবিধা দিলে হয় বাহিৰলৈ নগল হয়।আৰু এতিয়া অসমত যি আগ্ৰাসনৰ কথা আহিছে নাহিল হয়,অসমীয়া লৰাই বাহিৰত গৈ কিমান কিমান টকা পঠাইছে আমি শুনিছোঁ আৰু দেখিছোঁ,এইটো কথা অভিভাৱক কেইজনে চিন্তা কৰে।কিছুমানে পঠায় ,যি সকলে ঘৰলৈ আহিলে একো কৰিব নোৱাৰিম বা ঘৰ নচলিব বুলি ভাবে।আৰু যি লৰাৰ ঘৰত মাটি বাঢ়ি আছে ঘূৰি আহি বৰঙণি যোগাওক।যাৰ মাটি নাই তেওঁলোকেও আনৰ মাটি লৈ কামৰ আৰম্ভণি কৰিব পাৰে।

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt 22 วันที่ผ่านมา

    100 percent Right.

  • @RanjitDeka-k7f
    @RanjitDeka-k7f 2 หลายเดือนก่อน +6

    উজনিৰ খিলঞ্জীয়া সকলৰ ভেটি মাটি হেৰুৱৰ ভয় হৈছে!মিঞাই তাত খোপনি পুতিব পৰা নাই, কিন্তু ভয় হৈছে ভাৰতীয় বনিয়া সকলে মূল্যবান ভূমি সমুহ (ৰাজ পথৰ দুয়ো কাষৰ)ক্ৰয় কৰি শ্ৰেণী পৰিবৰ্তনৰ জৰিয়তে অন্য কাৰ্যত ব্যৱহাৰ কৰাক লৈ।বসুন্ধৰাৰ জৰিয়তে আচলতে এই বণিয়া সকলকহে বেছি সুবিধা কৰি দিয়া হ'ল নেকি?

    • @protimadutta2890
      @protimadutta2890 2 หลายเดือนก่อน +1

      100 %

    • @SuranjanaDewri
      @SuranjanaDewri หลายเดือนก่อน

      Apunluke beta savda koballai baidha Korea Baki mai nako😅

    • @BajongRongpi
      @BajongRongpi หลายเดือนก่อน

      A.

  • @majamilali1318
    @majamilali1318 2 หลายเดือนก่อน +4

    Tamilnadu যাব কেৰেলা ৰাজ্যত যাব মিয়া

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 2 หลายเดือนก่อน +7

    BJP ৰ মুখপাত্ৰজনে আচল কথা ৰ পৰা ফালৰি কাটে ।আক্ৰমণ কৰি কথা কয় ।ভাল লগা নাই ।

  • @KaustubhKumarGogoi
    @KaustubhKumarGogoi 2 หลายเดือนก่อน +2

    Right, govt is trying to make religious polarisation of the sivasagar incident which was firstly against not to drive out miyas but it was a conflict with few marwari miscreants who tortured a khilanjia girl, for this incident the marwari Samaja apologised in public,unluckily the dhing
    34:6je🎉 35:03

  • @sunilbarkataki1657
    @sunilbarkataki1657 2 หลายเดือนก่อน +7

    সহযোগী দল বোৰে কিয় মিছন বসুন্ধৰাৰ জৰিয়তে BTR ত মিয়াক patta দিবলৈ তৎপৰ হোৱা দেখা গৈছে?

  • @taradoi7957
    @taradoi7957 2 หลายเดือนก่อน +11

    মিঞা খেদা আন্দোলন৷ সঠিক হৈছে বুলি মই নেভাৱো ।অসমীয়া আৱেগিক বুলি বিশ্বত বদনাম আছে ।এটা কথা ঠিক যে কোনেও কাকো খদিব নোৱাৰে ।অসমীয়া লোক সকল যদি সংখ্যালঘু হৈছে তাৰ বাবে দায়ী আমি নিজে লগতে বেচি পৰিমাণে চৰকাৰ দায়ী । প্ৰশ্ন হল এই মিঞা মানুহ বোৰ অসমত কেনেকৈ সোমাল ? চৰকাৰে সীমাসমূহ আজিলৈকে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা নাই
    আমি নিজেই এলেহুৱা কোনো কাম নকৰো ।আমি কাম কৰিব লাগিব ব্যৱসায় কৰিব লাগিব ।তেতিয়াটো মিঞা ৰ প্ৰয়োজন নহব । শেষত মোৰ অনুভৱ হয় গোটেই বিষয়টোত ৰাজনীতিৰ গোন্ধ পাইছো ।

  • @arjundas3446
    @arjundas3446 2 หลายเดือนก่อน +3

    এই এটা বিষয়। আঠু কঢ়া নাই তামোল পাণ দি সেৱা হে জনাইছে এইটো এটা অসমীয়ৰ নিয়ম। মুৰখ কিছুমানে আঠুকঢ়া বুলি কয়।

  • @asaduddinowaisi_gharwapsi
    @asaduddinowaisi_gharwapsi 2 หลายเดือนก่อน +6

    88% পৰা 55% পালেহি, এতিয়াও মানুহে বুজি পোৱাই নাই😢
    ধৰ্মৰ নামত দেশ বিভাজন হৈছিল, আৰু একেই মত বাংলাদেশৰ বাংলাদেশীয়ে ৰাখেনে।

  • @JadavGogoi-od8de
    @JadavGogoi-od8de หลายเดือนก่อน

    সুভাষ দাসক উজনিৰ কথা সুধিলে, তেওঁ মূল বিষয়ৰ পৰা কিয় ফালৰি কাটি যায়? স্পষ্টকৈ একো সমাজৰ প্ৰতি ধাৰণা নাই।

  • @RatulChetia-p2v
    @RatulChetia-p2v 2 หลายเดือนก่อน +4

    Nirman কায্য akhomiya সকলো পিচ পৰি থাকা নাই আজি construction কামত bahut akhmiya মানুহ কামৰ বাবে বহি থাকিব লগা হয়

  • @s...s....
    @s...s.... หลายเดือนก่อน

    মিঞা মানুহৰ লাজ থাকিলে উজনিত নেজাব 🙏🙏🙏🙏🙏🙏খাটি খোৱা মানুহৰ কামৰ অভাৱ নাই

  • @StellaHussain
    @StellaHussain หลายเดือนก่อน

    I AM EXTREMELY PROUD THAT IAM A MIYA MUSLIMS.

  • @ASSAMVISION-TrailokyaSharma
    @ASSAMVISION-TrailokyaSharma 2 หลายเดือนก่อน

    ভাষ্কৰ বৰুৱাৰ শেহতীয়া কথাখিনি কেইদিনমানৰ আগতে মই দিয়া আপডেটৰ প্ৰতিফলন হৈছে। বৰুৱাৰ মন্তব্য মনপুত: হৈছে

  • @abdulkadermondal4229
    @abdulkadermondal4229 หลายเดือนก่อน

    আপুনি মুখ্য মন্ত্ৰীৰ সহধৰ্মিনী বন্দা ইন্টাৰনেছনেল স্কুল স্থাপন কৰি ইংৰাজী মাধ্যমত শিক্ষা প্ৰদান কৰাত আপত্তি নাই কিন্তু শিলচৰত অনা অসমীয়া স্কুলত স্থাপন কৰাত আপত্তি।

  • @rupamgogoi7588
    @rupamgogoi7588 หลายเดือนก่อน

    সুভাষ দত্ত ককাই, উজনিলে মিঞাক কাম কৰা বলে উজনিৰ ঠিকাদাৰ আৰু ইটা ভাটাৰ মালিক সকলে আনিছে। মিঞাই নিজে অহা নাই উজনি লৈ। মই প্ৰমাণ দিম আপোনাৰ বিজেপি দলৰ বহু নেতা কৰ্মীৰ নিৰ্মাণ কামত আৰু ইটা ভাটাত এতিয়াও মিঞা ভৰি আছে

  • @j..k..l8723
    @j..k..l8723 2 หลายเดือนก่อน

    Thank you dutta.your argument is correct goahead.long live bjp.

  • @birendrahazarika7327
    @birendrahazarika7327 2 หลายเดือนก่อน +1

    ১) মিছা নেখেদিব । কাৰণ বৃত্তিধাৰি ৰাজনীতিৰ ভাত মৰিব ।😂😂
    ২) উজনিৰ চৰকাৰী,গ্ৰেজিং লেণ্ড আমাৰ।
    ৩) ১৯৭১ চনৰ পাছত অহা " বিদেশী" ,সি যি ধৰ্ম ভাষাৰেই নহক।৪) খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব বৈ ।

  • @princhipriya4119
    @princhipriya4119 2 หลายเดือนก่อน +2

    বিজেপি দলৰ সদস্য সকলে প্ৰতিটো কথাই জাতীয় কংগ্ৰেছ দলে কৰা নকৰা বুলি কয় কিয় ? জাতীয় কংগ্ৰেছৰ নাম নললে গা নৰয় নে কি ?,,,,,,

    • @protimadutta2890
      @protimadutta2890 2 หลายเดือนก่อน

      আমাৰ মুখ্যমন্ত্ৰীজন কংগ্ৰেছৰ নাম্বাৰ One আছিল---এতিয়া ন BJP

  • @tamjidahmed5119
    @tamjidahmed5119 หลายเดือนก่อน

    প্ৰশান্ত ৰাজগুৰুই আচল ফেক্টটো ধৰিব পাৰিছে।

  • @bhabendoley6151
    @bhabendoley6151 2 หลายเดือนก่อน +4

    এজন এম এল এ ,অ গ প, কি ডাল চাই আছা নিজৰ যুটীয়া চৰকাৰ আছে,।সীমা ছিল কৰিব দিয়া নাই কিয়।মিচলিয়া বিজেপি ১০ বছৰত কি গতি কৰিলে।কংগ্ৰেছ বেয়া সেই বাবে বিজেপি।ওলোটা দুই নম্বৰ বেছি।

  • @SamsulHuda-lz6ie
    @SamsulHuda-lz6ie 2 หลายเดือนก่อน +8

    মধ্য অসমতো হিন্দু মুসলিম মিলপ্রতিরে বসবাস করি আছে দুই এটা হিন্দু মুসলিম বেয়া চরিত্রর মানুহ বাদে কিন্তু এওলোকর রিজাল্ট বেয়া কারন আমি সংঘাত নিবিচারো বিদেশী খেদক but ধর্মর ভিত্তিত নহয় that's all

    • @anilgoswami2238
      @anilgoswami2238 2 หลายเดือนก่อน

      ✌✌✌✌✌✌✌✌✌

    • @protimadutta2890
      @protimadutta2890 2 หลายเดือนก่อน +1

      অকল মিঞাক খেদে কিয়---বাংলাদেশীক খেদক

  • @hemantamahanta5578
    @hemantamahanta5578 หลายเดือนก่อน

    কংগ্ৰেছ চৰকাৰৰ দিনতেই ভাৰত স্বাধীন হৈছিল । সেইটো সত্য. ।

  • @nripenborgohain201
    @nripenborgohain201 หลายเดือนก่อน

    যি কেইখনত মিঞা দ্বাৰা পৰিচালিত হয় বুলি বিশ্বাস কৰা হৈছে ই আমাৰ ভবিষ্যতৰ কল্যাণৰ বাবেই NRC প্ৰয়োগ কৰিলেহে উত্তৰ পাম । কথাটো হ'ল ৰাজনৈতিক মে'ৰ পাকত পৰিছে।

  • @jyotiprasadBURAGOHAIN
    @jyotiprasadBURAGOHAIN หลายเดือนก่อน +1

    দদাইদেউ সকল নিৰ্মাণ কাম কৰিবলৈ বিশেষ সম্প্ৰদায়ৰ লোকে গৈ আমাৰ ভনী বাইদেউ সকলক চকু দিব অকলে পালে অপৰাধ মূলক কামত লিপ্ত হয় তেনে স্থলত উজনিত কেনেকৈ সুৰক্ষিত । ঘৰ খেতি কৰিলে আগ্ৰাসন নহয়। যতে থাকে যি কাম কৰে তেঁওলোকৰ মানসিকতা আগ্ৰাসন ।

  • @PadmaLalung-iq7ik
    @PadmaLalung-iq7ik หลายเดือนก่อน

    বহিৰাগতক অসমত অবৈধ প্ৰবেশৰ বাধা িদয়া আইন সোনকালেই কায’কৰী কৰক৷

  • @mita-hi9su
    @mita-hi9su 2 หลายเดือนก่อน +1

    Lower Assam protection lage. Lower Assam should be made tribal territorial area. Bodoland, kamatapur, rabha hasong etc.

  • @tajamalhussain.jiosim9717
    @tajamalhussain.jiosim9717 หลายเดือนก่อน

    যেতিয়া মাটি বিক্ৰী কৰে তেতিয়া এইবোৰ কথা মনত ৰখা নাই কিয়? অ টকাৰ লোভত।

  • @deepshikhamalakar7803
    @deepshikhamalakar7803 2 หลายเดือนก่อน

    ৰাজগুৰু দা আপোনাৰ খবৰ ভালনে?নে মনটো বেয়া.

  • @Manranjankoch
    @Manranjankoch 2 หลายเดือนก่อน

    Right ponakon sir ...namoni obostha ses ho ho

  • @SalimatDdinDdin
    @SalimatDdinDdin หลายเดือนก่อน

    আগৰ চৰকাৰত থাকোঁতে মন্ত্ৰী কুন আছিল দাদা আপুনি দেসুন ভাল কৈই জানে

  • @MonowarAli-bl8tm
    @MonowarAli-bl8tm 2 หลายเดือนก่อน

    Rajguru.sir Apuni Valkotha.koise

  • @puspadhardowarah1932
    @puspadhardowarah1932 หลายเดือนก่อน

    এইবোৰ ৰাজনীতি হয়!ৰাজনীতিৰ নেতাই কিছুমানক হাথিয়াৰ হিচাবে ব্যবহাৰ কৰিছে। সেইণসকলে হয়তো বুজি পোৱা"নাই।আমি ছাত্ৰ সন্থাৰ আন্দোলনৰ দিনৰ পৰা দেখি আহিছো।দুটা কাৰ্যকাল অসমৰ গাদীত বহি অগপই কি ঘোৰাঘাচ কাটিলে?তেতিয়া বাংলাদেশীৰ সন্দৰ্ভত কিয় একোণমাত নামাতিলে?অসম খনক কিয় উজনি নামনি হিচাবে কিয়"ভাগকৰা"হৈছে? উজনিত মিঞা থাকিব নোৱাৰিব;নামনিত পাৰিব এইটো কেনে কথা?

  • @northeast7617
    @northeast7617 2 หลายเดือนก่อน +3

    Inner line permit ILP dibo lage Axomot oti hunkale.. Bhumi hurokha Aine dibo lage Axomot khilonjiya bhumiputro karone.. Nagaland Arunachal Mizoram Manipur meghalaya pare jodi Axom e kiyo nuware??

  • @Jaduram-o7p
    @Jaduram-o7p 2 หลายเดือนก่อน +1

    Ajmal- miya+ustm +6no dafa+dhong rep =good politics for politician. It is 100%true.

  • @archanabhowal3597
    @archanabhowal3597 หลายเดือนก่อน

    জয় আই অসম

  • @AbbasAli-p6r
    @AbbasAli-p6r 2 หลายเดือนก่อน +4

    সকলো কাম বন্ধ
    এতিয়া ২০২৬চনৰ হিচাপ নিকাছ আৰাম্ভ হৈছে।
    মুখ্যমন্ত্ৰী নিৰ্দেশত টকা আৰু বতল ব্যৱহাৰে মিঞা খেদাৰ আন্দোলন চলাইছে।

  • @kusheswarbaruah3687
    @kusheswarbaruah3687 หลายเดือนก่อน

    বাংলাদেশীৰ বিৰোধী,এয়া জাতীয় সুৰক্ষা ৰ আন্দোলন, অকল মিঞাসকল বুলি নকব হিন্দু বাংলা দেখিও যাব লাগে ,এইবাৰ ঠলগিৰী সঙ্গা চিনাক্তকৰণ হ'ব ই লাগিব,

  • @bhanuprovaboruah8810
    @bhanuprovaboruah8810 หลายเดือนก่อน

    Thanks for mejmel।

  • @MRunofficial806
    @MRunofficial806 2 หลายเดือนก่อน +1

    BJP zindabad

  • @diyanhazarikaofficial8711
    @diyanhazarikaofficial8711 2 หลายเดือนก่อน

    প্ৰশান্ত ৰাজগুৰু ,গালি দিব মন আছিল পিছে সামাজিক মাধ্যমত ঘৰৰ অঙহী বঙহী বোৰে চাই কাৰণে বেয়া ভাষা আজিকালি লিখা বাদদিছো ,মান সন্মান বোলা বস্তু এটাও আছে টো। শেষত সহিব নোৱাৰি আপোনাৰ মন্তব্য খিনিক আবা আবা বা বা বুলি কৈ মোৰ বক্তব্যৰ সামৰণি মাৰিলো

  • @ASSAMVISION-TrailokyaSharma
    @ASSAMVISION-TrailokyaSharma 2 หลายเดือนก่อน +1

    বাঁওপন্থী ৰাজগুৰুৱে খুচৰি খুচৰি আচল কথাটো পালে।স্বভাৱ সলনি নহ'ল! মুঠতে গৌৰৱক মুখ্যমন্ত্ৰী পতাৰ কৌশল

    • @zimmiiiiii6000
      @zimmiiiiii6000 2 หลายเดือนก่อน

      Gaurav cm hole apunar beya ke koti puribo khura😅

  • @angurislam3355
    @angurislam3355 2 หลายเดือนก่อน

    কিমান জ্ঞান আপোনালোকৰ ৰাজনীতি কৰা মানুহৰ কথা বাদ দিয়ক সাধাৰণ মানুহবোৰ কিয় খাটি খোৱা মানুহ বিলাকৰ against,,, দুখীয়া কাম কৰি খোৱা মানুহ বিলাক কি নো ক্ষতি কৰিব,,, আচৰিত লগে no

  • @ruhitdihingia8210
    @ruhitdihingia8210 2 หลายเดือนก่อน

    হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ APDCL এ আজি কিছুদিনৰ পৰা ডিমৌত, মিলননগৰত , অতিৰিক্ত গৰমত ফেনৰ গতিবেগ নিম্নগামী হৈছে ভল্টটেজ নোহোৱা বাবে। AC চলোৱাটো দুৰৰে কথা। মানুহে গৰমত দুৰ্ভোগ ভোগিছে। প্ৰকৃততে কিয় এনে হৈছে?

  • @tajamalhussain.jiosim9717
    @tajamalhussain.jiosim9717 หลายเดือนก่อน

    এই পণ্ডিত বিলাকে সংবিধানৰ অধিকাৰৰ বিষয়ে নেজানে

  • @UTTAMBora12
    @UTTAMBora12 หลายเดือนก่อน

    বিজেপি চৰকাৰে গোলাঘাটত কিষকক একো সুবিধা দিয়া নাই

  • @subhashsut2215
    @subhashsut2215 2 หลายเดือนก่อน +12

    বিজেপি থকালৈকে দেশত অশান্তিৰ থাকিবয়েই ।

    • @Angshomos
      @Angshomos 2 หลายเดือนก่อน

      Miyar samsa kukuror putek

  • @pankajkumarrajkhowa
    @pankajkumarrajkhowa 2 หลายเดือนก่อน

    Prasanta rajguru youhave given the right solution

  • @ForidulIslam-zy9fd
    @ForidulIslam-zy9fd 2 หลายเดือนก่อน

    Borhia kotha koise 😊😊🎉🎉🎉

  • @FirozNobi-pf8hs
    @FirozNobi-pf8hs หลายเดือนก่อน

    তোমালোকে সিন্দু নহৈ মানুহ হবলৈ শিকাটো একান্তই আৱশ্যক। নহলে দেশখন রসাতলে যাব।

  • @kumudbaruah2001
    @kumudbaruah2001 2 หลายเดือนก่อน

    ৰাইজ নোহোৱা ৰাইজৰ দলে এনে দৰে কিমান দিন টক শ্ৱ বিলাকতে নিজৰ অস্তিত্ব বজায় ৰাখিব।

  • @Dhamendraassam326
    @Dhamendraassam326 2 หลายเดือนก่อน +5

    য'ত যি কৰে কৰক, কিন্তু আমাৰ ঠাইত মিঞা শূন্য। উজনিত মিঞা থাকিব নোৱাৰে।ৰাইজে যি কৰিব সেয়াই শুদ্ধ। কোনোবা সাংবাদিক, নেতাৰ কথা মতে আমি নচলো।

  • @kamalkalita3293
    @kamalkalita3293 2 หลายเดือนก่อน +6

    All of you including Mr Rajguru please come to Samaria,Goroimari,Sontoli,Kalatoli,Nagarbera.....of Kamrup district, very nearer from Guwahati about 70 kms...you would able to realize how Bangladeshi miya capture Hindu villages in last 50 years

  • @latifali9650
    @latifali9650 2 หลายเดือนก่อน +1

    Luera Mia r ujani t aku jega nai...........Axomiya Hindu manuh besi ujanit prai 80 % percent...teuluke mati nibikile hol just...
    Ujani saved...

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt หลายเดือนก่อน

    Akhil Gogoi zindabad.

  • @RubulBora-t7o
    @RubulBora-t7o 2 หลายเดือนก่อน +10

    Mea khedibo khujese mamai khedok. Haibuli 26 t mama parti k vote dele raijor bepod bahibo.

    • @rofikabegumrofikabegum9168
      @rofikabegumrofikabegum9168 2 หลายเดือนก่อน

      সেইটো কেই বুজি পোৱা নাই ৰা ইজে

  • @Moasdfg
    @Moasdfg หลายเดือนก่อน

    নাগা আৰু অৰুনাচলে মাটী দখল কৰে সেই ফালে খবৰ নাই। মিয়া মিয়া সদায় কৰে।

  • @mintusaikia8875
    @mintusaikia8875 หลายเดือนก่อน

    অসম খন কংগ্ৰেছে খায় থৈ গৈছে। পিছৰ প্ৰজন্মৰ বাবে বৰ ভায়াবহ হব। অসমৰ বদন হতক চিনক ৰাইজ।

  • @NashirAhmed-x4n
    @NashirAhmed-x4n 2 หลายเดือนก่อน +2

    ৰাতিপুৱাৰ পৰা নিশালৈ কেৱল হিন্দু আৰু মুচলমান কোৱা বাদ দিয়ক কিয়নো অসমত বহু কৰিবলগীয়া আছে ৷ কংগ্ৰেছৰ দিনতো উন্নয়ন হৈছে এ জি পি ৰ দিনতো উন্নয়ন হৈছে আৰু বি জে পি ৰ দিনতো উন্নয়ন হৈছে ৷ কাৰণ সকলোৰে ঐক্যবদ্ধ চেষ্টাত আজিৰ এই অসম ৷

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 หลายเดือนก่อน

    যিমানেই নকওক সকলো দুখ ৬৪বছৰৰ অধিক সময় সৰহ সঙক্ষক মুখ্য মন্ত্ৰী হৈয়ো বৈধ অবৈধ ঠলুৱা পৱজনকাৰী চিনাক্ত নকৰিলে। গতিকে সকলো ৰাজপাট দখল কৰাত লাগিল। বিদেশী তল পৰিল। এতিয়া সন্দেহ জনক নাগৰিক । আগ্ৰাসন।দায়ী সেই চৰকাৰ ।যি নকৰিলে। অথচ বিজেপিৰ আগমনত এই কাম আৰম্ভ হ'ল।ইয়াক সকলোৱে মানি ল'ব লাগিব।

  • @montalukdar40
    @montalukdar40 2 หลายเดือนก่อน +2

    Namoni Assam ot o.....Raije. Ak. Log. Hobo laga....nahala. Kintu kidenman. Pesot kintu. Ako. Rasta nathakibo. Amar. Hatot....atiai. Ki paristite hoisa. Aru kandi kandi. Mar khai geai thaki o loga. Hoisa bahut. Thait ..😢😢😢😢😢

  • @NasirUddinAhmed-z7b
    @NasirUddinAhmed-z7b หลายเดือนก่อน

    Hon'ble Sir, BARMAN JADI RAJA HAI PRAJAR DURGADI HAI THANKS.

  • @ArupNath-i8f
    @ArupNath-i8f หลายเดือนก่อน

    Jago Assam

  • @mozibarrahman-np6ul
    @mozibarrahman-np6ul หลายเดือนก่อน

    মিঞা মিঞা বাদ দিয়ক সেইবোৰ অতীত হল মুছলমান বুলি কোওক

  • @GauravjyotiBaro-x6i
    @GauravjyotiBaro-x6i 2 หลายเดือนก่อน +1

    R apunar bai voni logat ghatana ghutile bujibi

  • @smhazarika5640
    @smhazarika5640 2 หลายเดือนก่อน +1

    6 no dofa
    Mulya bridhir nirudhey jonomot gorhok

  • @dianuddinahmed5046
    @dianuddinahmed5046 2 หลายเดือนก่อน

    Axom Andulon in 1979 started as deportation of Bahiragot, when it got full support then it became Bangladesi kheda andulon. Then Assam Accord came, but clause 6 of Assam Accord still not implemented. BJP again brings CAA to issue citizenship to Hindu Bangladesis. Then why CAA ?

  • @dharanidhardeka9437
    @dharanidhardeka9437 2 หลายเดือนก่อน +1

    Rajniti kara manuh bilake miyak support karise votar akhat jene lurin akhil aru gaurab

  • @tankswargohain6701
    @tankswargohain6701 2 หลายเดือนก่อน +4

    ধমীয় মেৰুকৰণৰ চেষ্টাৰে গাদী সুৰক্ষিত কৰি ৰখাৰ চেষ্টা। জাতীয় সংঠনবোৰে জাতিৰ সুৰক্ষাৰ কাম কৰক, মুখ্যমন্ত্ৰীয়ে নিজ দল আৰু নিজৰ স্বাৰ্থতহে এই ৰাজনীতি কৰিছে।

    • @zuinj6
      @zuinj6 2 หลายเดือนก่อน

      O xeikarone Nagaon , darang , Dhubri eaibur xex

    • @diyanhazarikaofficial8711
      @diyanhazarikaofficial8711 2 หลายเดือนก่อน

      এবাৰ বৰপেটা,ধুবুৰী,মঙলদৈ ৰ ফালে আহিবা ডাঙৰীয়া তোমাৰ এই বুদ্ধিজীৱী টাইপ চিন্তা বাহিৰ হৈ যাব পোকৰেদি। কত আছা হে বাস্তব অনুভব কৰিবা বেছিদিন নাই

  • @PinkiSah-fo9zu
    @PinkiSah-fo9zu 2 หลายเดือนก่อน +1

    Upper assam kobja koribo nidio aaru lower Assam pura khedim

  • @PranabPhukan-o5o
    @PranabPhukan-o5o 2 หลายเดือนก่อน +2

    নমনি‌ অসমৰ সংখ্যা লঘূ খাতি অসমীয়া লোকসকলৰ কি হʼব ?

  • @lalitpegu7518
    @lalitpegu7518 2 หลายเดือนก่อน +2

    উজনিৰ মেৰাপানি অঞ্চলত মিয়াৰ ৰাজত্ব।

  • @kidsplay4890
    @kidsplay4890 2 หลายเดือนก่อน +1

    Jodi mama i nagaland r nisina koribo pare ,jinda thoka loike cm hoi thakibo

  • @ghaguaboy
    @ghaguaboy 2 หลายเดือนก่อน +2

    Mia usrt axomia thakile mia bure sur kre garu sagoli barir bas2 tar past axomiak thakibo nuara kri tule

    • @mita-hi9su
      @mita-hi9su 2 หลายเดือนก่อน

      Kolijugar danav Miya bur

  • @rajibpegu5313
    @rajibpegu5313 2 หลายเดือนก่อน

    কমিটী উপ কমিটী কিহৰ কথা এ এইবোৰ

  • @asimsk6630
    @asimsk6630 2 หลายเดือนก่อน +9

    Jabse bjp aye tab se hindu muslim

    • @anilgoswami2238
      @anilgoswami2238 2 หลายเดือนก่อน

      👌👌👌👌👌👌👌👌👌

    • @Smrity1997
      @Smrity1997 2 หลายเดือนก่อน

      কংগ্ৰেছে অকল মুছলিম মুছলিম কৰিছিল বিজেপি যে যদি হিন্দু মুছলিম কৰিছে মানে সৱক লৈ চলিছে।

  • @MRunofficial806
    @MRunofficial806 2 หลายเดือนก่อน +4

    ৰাইজৰ ঢোল boycott from assam...

  • @deepjyotigogoi5576
    @deepjyotigogoi5576 2 หลายเดือนก่อน

    Hangbadik jonok bohut val lagil

  • @nuruddinahmed5315
    @nuruddinahmed5315 หลายเดือนก่อน

    কাম কৰাৰ জেগাৰ কোনো অভাৱ নাই, সদিচ্চা থাকিব লাগিব।

  • @MRunofficial806
    @MRunofficial806 2 หลายเดือนก่อน

    Jai shree e

  • @RamenBora-r4j
    @RamenBora-r4j 2 หลายเดือนก่อน +1

    1951 pisat aha miyak assamat thakib diya nahab.... NRC hathik rup dib lage..

  • @niranjansarma4552
    @niranjansarma4552 2 หลายเดือนก่อน

    কিহে তেলুৱা দাদা, আপুনি এতিয়াও আছে?

  • @UtshabTalukdar
    @UtshabTalukdar หลายเดือนก่อน

    আমি ভাই ভাই লোৱাৰ অসমত উজনিৰ কথা আমি নাজনো

  • @RatulChetia-p2v
    @RatulChetia-p2v 2 หลายเดือนก่อน

    Hakalut কৈ ডাঙৰ কথা যি hokol মিয়া contractors আছে akhomiya hokolat কামত ৰাখিব নিবিচাৰে

  • @IndraKarki-u1y
    @IndraKarki-u1y 2 หลายเดือนก่อน +1

    Congress raijordol bangladeshi pokhyat thake

  • @IndianSecularBABA
    @IndianSecularBABA 2 หลายเดือนก่อน

    হিন্দু মুছলমানৰ বিভাজন নকৰি গাদী ৰক্ষা নহয় যে ২০২৬ ত

  • @abdullaahmad5911
    @abdullaahmad5911 หลายเดือนก่อน

    I call upon all the political parties and philanthropic organizations of the state of Assam and India to come down the streets with us and march to save Assam from the hands of Mr. Jinnah/Himanta Biswa Sharma, to save the Indian Constitution, which is the Constitution of India. Taking oath today working against the constitution of Assam to divide/fragment the state of Assam Hindu Muslims/drive Mia from Uzan Assam/drive away Muslims these communal hatred quarrels are spreading inside and outside the Assam Legislative Assembly in every department of schools, colleges and universities in every place. Himanta Biswa Shama, calling on every anti political party philanthropic organization to save our Assam and Indian Constitution, come forward and take to the streets with us, if anyone is doing anti-constitution, Baba Sahib Dr. Bhimrao Ramji Ambedkar gave this right to us, so lovers of Assam, lovers of the country, lovers of the Indian constitution, come forward to march. We all want the resignation of Chief Minister Himanta Biswa Sharma, and we demand his arrest because of his actions against the country and against the Indian constitution. Near the Supreme Court.

  • @GhanashyamGogoi
    @GhanashyamGogoi หลายเดือนก่อน

    Where is the agricultural infrastructure in Assam ? What type of discussion is this !