Assam, Arunachal China r part hobo lagisil....kintu efaalor pora bhalei hol India r life China r dictatorship regime ot ke bhal...so aami nijoke lucky buli bhabibo lagibo je ami India palu
আপোনাৰ ভিডিঅ' টোৰ যোগেদি দক্ষিণ পূব এচিয়া তথা মহান স্বৰ্গদেউ চাওলুং চুকাফাৰ জন্ম ভূমিৰ বিষয়ে এটা ডাঙৰ আভাষ লাভ কৰিলো। আপোনাৰ এই মহৎ কৰ্মক প্ৰসংশা কৰিবলৈ ভাষা নাই, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।
Hindi traveller bor aagote bohut salu atiya apunar video bor hindi traveller r dorei hoise,Anekuyakoi video bonuya assamr one & only apuniye❤❤❤ Assamt anekuya content or bohut ovab.Aagbarhi jaok
Khub bhal lgil video tu. Amar you tuber bure khub hi fi content he bisari fure like viewsr krne. Kintu tumi emn dhuniake gaonr poribex u dekhaisa bhal lgil dei. Bhale kuhole oxomle ghuri aha❤❤❤❤
Tumar vlog r di china khon dekhisu ..aji tare kheti mati dekhilu bohut val lagil sai ..tumar vlog hadai sao kintu comment he nokoru kintu like hadai dio❤️❤️
এয়া এক মহান কৰ্ম কৰিছে.......! সস্তীয়া জনপ্ৰিয়তায়ে বৰ বৰ চেলিব্ৰিটীবোৰক সাক্ষাৎকাৰ লোৱাত কৈ এই কৰ্মই আপোনাক যাউতি-যুগীয়া কৰি ৰাখিব .....! ভগৱানে আৰু শকতি দিয়ক ...... অফুৰন্ত স্নেহ আৰু আশীৰ্বাদ যাচিলোঁ................!!!!!!!
অসমৰ লগত বহুতো মিল আছে
চীনৰ খেতি কৰা পদ্ধতি চাই ভাল লাগিল...
ৰুইলী খন ভালকৈ দেখোৱাব আৰু তাৰ কোনোবা এজন বুৰঞ্জী বিদক লগ কৰি চ্যুকাফাৰ বিষয়ে আলোচনা কৰিব, লগতে ৰুইলীৰ গ্ৰাম্য জীৱনশৈলী দেখুৱাবলৈ অনুৰোধ জনালোঁ।
জয় আই অসম।
Kun suka fa
Ahom first emperor@@kapilboro1717
চীন আমাৰ অসমৰ লগত বহুত মিল আছে, চীনৰ মানুহ বোৰ বহুত ভাল সেইবাবে আজি ককাইদেউয়ে অকলে ফুৰিব পাৰিছে, অচিনাকী দেশৰ ঠাইত
আমি গাওঁৰ মানুহ , গতিকে গাওঁ চায়ে ভালপাও 😊 ধুনীয়া।
ঠাইখিনি দেখাত আমাৰ অসম, অৰুণাচলৰ দৰেই। আমাৰ নৰ্থ-ইষ্টখন ভাৰতৰ তুলনাত চীন বা ম্যানমাৰৰ লগতহে বেছি মিল। আমি উত্তৰ-পূৱৰ মানুহে চীনক শত্ৰু ভাৱি লাভ নাই, বহু ক্ষেত্ৰত আমাৰ মাজত তেজৰ সম্পৰ্ক আছে। সীমা-বিবাদ ব্ৰিটিছৰ দান।
Assam, Arunachal China r part hobo lagisil....kintu efaalor pora bhalei hol India r life China r dictatorship regime ot ke bhal...so aami nijoke lucky buli bhabibo lagibo je ami India palu
Imaan kosto kori imaan offbeat jega dekhua babe bohut dhonyobaad Bhukan da...God bless you❤
@@eyebeesindiaসম্পূৰ্ণ মিছা ধাৰণা। One party system ৰ অৰ্থ এইটো নহয় যে চীনত জণসাধাৰণৰ ওপৰত দিনে নিশাই অত্যাচাৰ চলে। ভাৰতত পুলিচৰ অত্যাচাৰ বেছি। মানুহ এজন উঠাই নি ওৰে ৰাতি অত্যাচাৰ কৰি হত্যা কৰি, পিছত হাৰ্ট এটেকত বা আত্মহত্যা কৰি মৃত্যু হোৱা বুলি ঘোষণা কৰাতো সৰু কথা ভাৰতৰ পুলিচৰ বাবে। ভাৰতৰ Democracy বহুক্ষেত্ৰত অৰ্থহীন। ফেচবুকত ৰাজনৈতিক মন্তব্য লিখি বহু মানুহ গ্ৰেপ্তাৰ হৈছে।
@@eyebeesindiaসম্পূৰ্ণ মিছা ধাৰণা। One party system ৰ অৰ্থ এইটো নহয় যে চীনত জনসাধাৰণৰ ওপৰত দিনে নিশাই অত্যাচাৰ চলে। ভাৰতত পুলিচৰ অত্যাচাৰ বেছি। মানুহ এজনক উঠাই নি ওৰে নিশা অত্যাচাৰ কৰি হত্যা কৰি, পিছত হাৰ্ট এটেকত বা আত্মহত্যা কৰি মৃত্যু হোৱা বুলি ঘোষণা কৰাতো ভাৰতৰ পুলিচৰ বাবে সৰু কথা। ভাৰতৰ Democracy বহুক্ষেত্ৰত অৰ্থহীন। ফেচবুকত ৰাজনৈতিক মন্তব্য লিখি বহু মানুহ গ্ৰেপ্তাৰ হৈছে। মদ-মাংস বিলাই ভোট কিনা গণতন্ত্ৰতকৈ, One party system বেছি কাৰ্যক্ষম।
@@eyebeesindia China nisina ketiau hbo nuare India a okl lootise amak
Amar history r lgt thoka kothabr jonuawr babe BOHUT VAL paisu .... good work dada❤❤❤
JAI AAI AXOM❤
Axomiya peoples support him . He is doing great work and making good content for viewers and lastly I'm the new subscriber one
তুমি দেখুওৱা ঠাই ডোখৰ আমাৰ অসমৰ লগত মিল আছে90/
বহুত ভাল কন্টেন্ট দিছে। এইবোৰ মই খুব ভাল পাওঁ। বহুত বহুত ভাল গঠনমূলক ভিডিঅ
চীন আমাৰ অসমৰ লগত মিল আছে।
Ahom je tar pora ahise
কৃষিত নিৰ্ভৰশিল ভাৰতৰ বাবে সুন্দৰ ভীদিও উপহাৰ দিচা ধন্যবাদ।,,🍏🙏
বহুত ভাল লাগিল ।গঠন মুলক এক ভিডিঅ । ধন্যবাদ উপহাৰ দিয়াৰ বাবে ভুখন দা।
সঁচাকৈয়ে বৰ ভাল লাগিছে। আমি জাব নোৱাৰিলেও চাবলৈ পাইছোঁ।
চীনা সকলে তেওঁলোকৰ মাতৃভাষাক কিমান ভাল পাই দেখি গম পাইছো। তোমাৰ ভিডিঅ'চাই বৰ ভাল লাগিছে। আমিও ঘৰত থাকিয়েই চীন ভ্ৰমণ কৰি থকাৰ দৰে লাগিছে
Tq ভুষণ আমাৰ পুৰ্ব পুৰুষ তথা আহোম সকলৰ Origin ঠাই Yunan খন দেখুৱাৰ বাবে। ❤🎉😢
আৰু video পাম বুলি আশা কৰিলো Yunnan ৰ পৰা।
চুকাফাৰ শিপাৰ সম্পৰ্কত প্ৰথমবাৰৰ বাবে এটা ভিডিঅ পাবলৈ অাগ্ৰহেৰে বাট চাই ৰলো
আপোনাৰ ভিডিঅ' টোৰ যোগেদি দক্ষিণ পূব এচিয়া তথা মহান স্বৰ্গদেউ চাওলুং চুকাফাৰ জন্ম ভূমিৰ বিষয়ে এটা ডাঙৰ আভাষ লাভ কৰিলো। আপোনাৰ এই মহৎ কৰ্মক প্ৰসংশা কৰিবলৈ ভাষা নাই, বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো।
Bukhan da rocked other youtuber shocked
Amar assmar logot mil ase olop..bohut val lagil sai gaur poribekh,gaur rastabr o dhuniya, okhekh dhanyabad Bhukhan daa
Bhukhon tumie number 1 you tuber assamot
সঁচাকৈ বহুত সুন্দৰ নিদৰ্শন দেখিবলৈ বৰধূণীয়া!!!
Hindi traveller bor aagote bohut salu atiya apunar video bor hindi traveller r dorei hoise,Anekuyakoi video bonuya assamr one & only apuniye❤❤❤
Assamt anekuya content or bohut ovab.Aagbarhi jaok
Hosai bhut val lagil..apunar hakhyatkar ata lua usit ...❤
তাত খেতি পথাৰৰ মাজত ৰাস্তা চাওক আৰু আমাৰ ইয়াত গাওঁৰ ৰাস্তাটো বাদেই ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰেই অৱস্থা নাই।
বহুত দুণীয়া এটা video's
চীন দেশৰ খেতি চাই ভাল লাগিল। আৰু অন্য খেতি পাৰিলে দেখোৱাব।
Bohriya, vai... Mojjake dekhaisa, china khn...
Khub bhal lgil video tu. Amar you tuber bure khub hi fi content he bisari fure like viewsr krne. Kintu tumi emn dhuniake gaonr poribex u dekhaisa bhal lgil dei. Bhale kuhole oxomle ghuri aha❤❤❤❤
Assam or fast youtuber bhukhan da ❤
Prokhongkhaniya video, পাঠক লৈ ধন্যবাদ থাকিল।
খেতিৰ পদ্ধতি বোৰ উন্নত আৰু সুন্দৰ।
এখন দেশক বুজিবলৈ অকল চহৰ নগৰ বোৰেই যথেষ্ট নহয়। আপুনি সুন্দৰকৈ গাঁৱৰ পৰিবেশ দেখুৱাইছে। বৰ ভাল লাগিছে। ❤❤❤❤
Tumar vlog r di china khon dekhisu ..aji tare kheti mati dekhilu bohut val lagil sai ..tumar vlog hadai sao kintu comment he nokoru kintu like hadai dio❤️❤️
Very very nice chaina village video.
Very nice Bhukhan bhaiya God bless you 👍👌🌾💥🌺🙏
Bahut bhal lagil ❤
Bhukhan is very brave
Best video ever in TH-cam❤
বহুত ভাল লাগিল।ছাইনা ৰ খেতি দেখি। খুব সুন্দৰ 👌👌👌
Next journey 'Japan' bhukhan da.❤
Best you tuber from Barpeta
Bhukon da apunar video Sai bohut val lage mur 👌👍💖💗💗💗💖💗
Very good very very nice this our ahom kings place❤❤❤❤❤❤❤
Bohut vl lagise sai Bhukhan👌👌
Very good content bhukhan, hats off😊
Good video..gotei video sai aso Val lgise....khorio gosr ful jen lage kin2 khei2 lai khakor a ful...
Moja lagise ehotor kathibur dekhi❤❤❤
Bohut val lagile ...,
মানিব লাগিব কিন্তু দাদা আপোনাক...এনেকৈ চীনত গৈ অকলে vdo বনাই আছে....এনেকুৱা লাগিছে চীনৰ গাওত থাকি নহয় অসমৰ হে কোনোবা জিলাত গৈ vdo কৰি আছে ,,👌👌 সাহস আচল যিটো আপোনাৰ আছে মজা , আৰু আগবাঢ়ি যাওক...1M subscriber সনকালে হ'ব আৰু❤❤
Thank you so much ❤
Thank you so much ❤🥰🙏🙏
বহুত ভাল লাগিল ককাইদেউ ❤
বহুত ভাল লাগিল ধন্যবাদ ❤❤❤❤
Bhut val lagil video to Sai bhukhan da
তোমাৰ ভিদিও চিনাৰি চাই বৰ ভাল লাগিছে ।তোমাৰ ভাগ্যত আমিও চীনৰ চহৰ খন ঘৰৰ পৰাই চাব পাৰিছো তোমাক ধন্যবাদ ।❤❤❤❤😊
You r the best youtuber
I love traveling video. New subscriber .
mozaa bhukhan daa......❤
Tumer video karone moy roi thaku ❤❤
Hundor❤
বিৰাট ভাল লাগিল, চীন Myanmar border ৰ চীন দেখি
Neighborhood country ৰ গছ গছনি একেই থাকে
খালি Technology apply ৰ কাৰণে চীন বিখ্যাত
My dream country... I love china🇨🇳
Next level bro
ভাল লাগিল ,ধন্যবাদ তোমাক❤
তোমাক চেলুট জনালোঁ। তোমাৰ সাহস মানিব লাগিব দেই।❤❤
সুন্দৰ ৷
Bhut val video aibur agote ketiao dekha nasilu aru dada parile sukafalr bikhoye video bonabasun ❤
Apunak kintu manisu Dada🎉 so nice
Awesome content bhukhan da ❤❤
Moja lagsi bhukhon da video sai
Very very thanks brother.live long live long.god be with you.see mor.......
Dhanya bad Bhai chaina ka kheti dikhaya acha laga janke
1 Million houk xnkle, Bht kosto kri aguwai gola,, Assam r top TH-camr hoboloi goi asa, ❤❤
Assamese mixture China dekai diyar karane thank you
Val lagil video tu sai❤❤❤😊😊
Bhal lagil ❤
Hundor...aru video dibo😊
Love from Dhakuwakhana ❤❤❤
সুন্দৰ লাগিলে। ধন্যবাদ।
আপুনি বহুত ভাল ভিডিঅ' দেখুয়াই দাদা🎉🎉🎉❤❤❤
Mojja 👍
লাই শাক পাচলিত খাই থকা দেখি ভাল লাগিল
Apunak bohut val lage kiyo najanu bohut val lage , apunar mat2 apunar videos hoklu Val Lage apuni agoloi aguwai juwa tare kMna krilu
Val lagil sai
Bohut vhal lagise ❤❤
Mojaaaaaa dada
বহুত ভাল লাগিছে
Love from darrang sipazhar ❤❤❤❤
New friends boriya dada nice
বহুত বহুত ভাল লাগিল পৰিবেশটো, মজা
I m proud of u... Best contain
Dada apunar video sai bahut val laga👍❤
Ni hao bhukhan da 😁🤭
Vl lagil sai❤❤❤
Good job bhukhan❤
Wow uncommon great video
Mjja ❤❤❤
Thankyou bhukhon da ..ai vdeo tore opekha kri aslu❤❤😊
Video চাই ভাল লাগিল
All the best ❤️❤️❤️❤️