মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত দুটাকৈ সিদ্ধান্ত সলনি ৰাজ্য চৰকাৰৰ।

แชร์
ฝัง
  • เผยแพร่เมื่อ 10 ก.ค. 2024
  • মাত্ৰ ৪৮ ঘণ্টাৰ ভিতৰত দুটাকৈ সিদ্ধান্ত সলনি ৰাজ্য চৰকাৰৰ। প্ৰথমে PRC বিতর্কৰ পিছত এইবাৰ ADREৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈয়ো সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ’ল চৰকাৰ। তৃতীয় আৰু চতুর্থ বর্গৰ পৰীক্ষা APSCৰ আর্হিত অনুষ্ঠিত হ’ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে। ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পিছতেই পৰীক্ষাৰ পদ্ধতিক লৈ পুনৰ বিবেচনাৰ কথা অৱশেষত ৰাজহুৱা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই।
    #pratidintime #himantabiswasarma #adre

ความคิดเห็น • 90

  • @bot.R55
    @bot.R55 22 วันที่ผ่านมา +25

    উচ্চ শিক্ষাৰ বাবে পি আৰ চি কেনচেল কৰিলে বিদেশিৰে / আৰু বহি ৰাজ্যৰ ব্যক্তিৰে অসমৰ উচ্চ শিক্ষাৰ পদবোৰ ভৰি পৰিব ।

  • @AbiCricketNews
    @AbiCricketNews 22 วันที่ผ่านมา +29

    হিন্দী ভাষী সকলক অসম খন গতাই দিছে । কিন্তু বেলেগ ৰাজ্যত এনে কেতিয়াও নহৈ

  • @priyankabaruah2311
    @priyankabaruah2311 22 วันที่ผ่านมา +15

    অসম বুলিনো এতিয়া কি আছে গৈ । এদেও দুদেও লোটা নিয়াৰ চেও... বহিৰাগতক দলিচা পাৰি দিছে। অদৰকাৰী আঁচনিৰ সৃষ্টি কৰি নতুন প্ৰজন্মক ধোদ বনাইছে। আৰু কি কৰিছেনো।

  • @debakrsaikia2993
    @debakrsaikia2993 22 วันที่ผ่านมา +16

    Appointment process টো যিমান পাৰি দীঘলীয়া কৰি নিবনুৱাক হাৰাশাস্তি কৰা আৰু ঘোষনা মতে এপইন্টমেন্ট দিব নোৱাৰি আভূৱাভৰা বুদ্ধি এইবোৰ।

  • @kishoridas6447
    @kishoridas6447 22 วันที่ผ่านมา +12

    PRC, APSC আৰ্হিত পৰীক্ষা, MLA ৰ salary বৃদ্ধি আদিয়ে অন্ততঃ বানপানীৰ সমস্যা অন্ততঃ কিছু পৰিমানে হ্ৰাস কৰিলে ।

  • @user-zi9fh7ne2s
    @user-zi9fh7ne2s 22 วันที่ผ่านมา +16

    এটা কথা জানো সঞ্চালকে চৰকাৰৰ পৰা হুকুম নাপালে সঞ্চালক মহোদয়ে নিজে সিদ্ধান্ত ল'ব নোৱাৰোঁ।

  • @mamonikonch3132
    @mamonikonch3132 22 วันที่ผ่านมา +4

    হিমন্তক তাৰ মাইকীয়ে পাগল কৰি দিছে । মাইকীক সন্তুষ্ট কৰিবলৈ গৈ পাগলামী কৰিছে

  • @angelslifestyle4582
    @angelslifestyle4582 22 วันที่ผ่านมา +7

    Aiyai smart CM ... Axom kholai pelabo😅

  • @TrendTalkssss
    @TrendTalkssss 22 วันที่ผ่านมา +5

    2023 Sobot Dia LP&UP Advertisementr atiu appointment nohol HBS is getting worst day by day

  • @commenti5459
    @commenti5459 22 วันที่ผ่านมา +10

    ভাল হলে ক্ৰেডিট বেয়া হলে মই গমেই নেপাওঁ

  • @Him-l3z
    @Him-l3z 22 วันที่ผ่านมา +3

    Grade 3,Grade 4 ৰ পৰীক্ষা 1 month মান পিছুৱাবলৈ দাবী কৰিলো, কাৰণ সমগ্ৰ অসম বৰ্তমান বানপানীত ককবকাই আছে, যোৱা দুমাহৰ পৰা থকা খোৱাৰ একো ঠিক নোহোৱা হৈছে। ।।

  • @gameplay-dp8nd
    @gameplay-dp8nd 22 วันที่ผ่านมา +3

    Facebook live ৰ জৰিয়তে মুখ্যমত্ৰীয়ে ৰাইজক অবগত কৰাই । মিডিয়াৰ প্ৰশ্নৰ ভয় নেকি ।

  • @basisthaacharya6590
    @basisthaacharya6590 22 วันที่ผ่านมา +1

    পাৰিলে প্ৰাথমিক বিদ্যালয়ৰ চকীদাৰৰ চাকৰি বোৰ ৰাজ্যিক প্ৰশাসনিক সেৱাৰ অন্তৰ্গত কৰক। তেতিয়া নিবনুৱা সমস্যা শীঘ্ৰেই অন্ত পৰিব।

  • @user-zw1sl3zs1s
    @user-zw1sl3zs1s 22 วันที่ผ่านมา +4

    অসমত অসমীয়াৰ চাকৰি হ'ব লাগিব। বেলেগ বেলেগ দাবী নেমানো।

  • @atulbora3548
    @atulbora3548 22 วันที่ผ่านมา +2

    Very very good

  • @SunainaAlhena-ux6jq
    @SunainaAlhena-ux6jq 22 วันที่ผ่านมา

    All is well, I love you too much mama ji

  • @Tiger-qj1pg
    @Tiger-qj1pg 22 วันที่ผ่านมา +3

    Mama kintu kisu seni dei😂😂😂

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 22 วันที่ผ่านมา +3

    Congress president
    Congratulation

  • @ndifferent6597
    @ndifferent6597 22 วันที่ผ่านมา +3

    Axom khn Kun dikhe jabo dhorise ??? 😮

  • @lakheswarkalita6097
    @lakheswarkalita6097 22 วันที่ผ่านมา +2

    এই সংক্ৰান্তত কিছু কথা আছে আমি এসময়ত বিভিন্ন পদত কাম কৰা বহিৰাগত লোকৰ পুতৌ লগা দক্ষতা আৰু হাস্যকৰ কৰ্ম ৰাজি দেখিছোঁ, ৰাইজ সাবধান হ'বৰ হ'ল , কাৰণ উল্লেখনীয় নহয়

  • @IndalulKhalong...
    @IndalulKhalong... 22 วันที่ผ่านมา

    Bhupen Bora pls take rest, Miya development kotha sinta korok

  • @kingarthur4827
    @kingarthur4827 21 วันที่ผ่านมา

    Lp Up r 5550 post r notifications 26 december 2023 disel. Online appointment 8 February t hoi gol. Kintu aji loi merit list nahil. Nibonuwa k 7 mah 8 mah dhori tup d thoise.

  • @MrBubu-ug1xm
    @MrBubu-ug1xm 22 วันที่ผ่านมา +2

    গোটেই খন ভেঁকো ভাওনা হে হৈছে

  • @debtanudey2183
    @debtanudey2183 22 วันที่ผ่านมา +1

    Apsc has taken decision not to conduct mains exam in seven center except only in guwahati

  • @akhilgoswami1140
    @akhilgoswami1140 22 วันที่ผ่านมา

    Good news,

  • @kalitakamal1859
    @kalitakamal1859 22 วันที่ผ่านมา +2

    Agate tu 3/4 th grade r parikha napatar katha a koisil ...

  • @bitulphukan2812
    @bitulphukan2812 22 วันที่ผ่านมา +1

    Hoi jai ketiba eyate eman kobo logia ki ase,cong u Kom nohoi,party Sai he anudan dea manuhok,

  • @RakeshHazarika-fr7ko
    @RakeshHazarika-fr7ko 22 วันที่ผ่านมา

    Election ahise babe Hilise nohole kerep nkorilehoi

  • @SanjayDas-ld8ey
    @SanjayDas-ld8ey 22 วันที่ผ่านมา +1

    Monot rakhibo Apuni CM Apunr kothr daam ase, alop bhabi sinti kotha kobo lge, 3rd,4th gd sakorir bhabe apsc like exam patile apsc ki hbo.

  • @manashbarbaruah9281
    @manashbarbaruah9281 22 วันที่ผ่านมา +1

    amoni lagise

  • @SanjayDas-ld8ey
    @SanjayDas-ld8ey 22 วันที่ผ่านมา +1

    Sarkaror matibramh hoise

  • @Jaggu12385
    @Jaggu12385 22 วันที่ผ่านมา +1

    Ki hoise ... Eman tens kio ... Kiba hobo naki lagise jen. Anfale Rahul Gandhi and team hulustul Kori ase.

  • @mustakali0027
    @mustakali0027 22 วันที่ผ่านมา +1

    @prtidintime 2023 চনৰ ডিচেম্বৰ মাহত মূখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে class 7th to 12th লৈ চৰকাৰী বিদ্যালয়ত পঢ়ি NEET UG (2024) পৰীক্ষা দিয়া সকলৰ বাবে 5% MBBS and BDS seats reserved থাকিব অসমৰ চৰকাৰী medical Collegeত। কিন্তু চৰকাৰী কাৰ্যালয়ৰ দুৰ্নীতিৰ কাৰণে মই apply কৰিব পৰা নাছিলো। অন্তিম তাৰিখ আছিল 25 June 2024

  • @sanjibdas3774
    @sanjibdas3774 22 วันที่ผ่านมา +1

    মামা ধ্ংশ😂

  • @user-ov6gt7wu9h
    @user-ov6gt7wu9h 22 วันที่ผ่านมา

    Ohh 😮

  • @ipshita9737
    @ipshita9737 22 วันที่ผ่านมา +1

    Bamun politics

  • @gautambaruah9882
    @gautambaruah9882 22 วันที่ผ่านมา

    Same same..... Directoto on suspension look nokore...

  • @jamunaray4032
    @jamunaray4032 22 วันที่ผ่านมา +1

    Himantar mat tu k suniboloi mn njay

  • @SumanDas-zs9gi
    @SumanDas-zs9gi 22 วันที่ผ่านมา

    Himanta rati khopunot ji dekhe takei krim buli koi😂😂😂😂.

  • @nitulrajbongshi1044
    @nitulrajbongshi1044 21 วันที่ผ่านมา

    Dangoria raijor sokolo kotha mani loi ne apuni ?

  • @sujeetbaro2087
    @sujeetbaro2087 21 วันที่ผ่านมา

    Publicity Bhai publicity 😅😅

  • @razdeu8468
    @razdeu8468 22 วันที่ผ่านมา +1

    Ki problem hoise amak ko.

  • @rahulaxom2603
    @rahulaxom2603 21 วันที่ผ่านมา

    🤣🤣🤣🤣🤣 ki je hobo..good policy..

  • @dhanjitkachari8386
    @dhanjitkachari8386 22 วันที่ผ่านมา

    Pagal hoise Assam government😢

  • @moongogoi2225
    @moongogoi2225 22 วันที่ผ่านมา +1

    Chutiami kati thk vote d sobe

  • @SurajitDey5016
    @SurajitDey5016 21 วันที่ผ่านมา

    Amak aru Himanta Biswa Sharma nalage😡😡 .. Himanta and Ronit Pegu go back 🔥🔥🔥

  • @kapil912
    @kapil912 22 วันที่ผ่านมา

    Merit list up lu... Sokolowe X hendel t post krk

  • @dhanjitkachari8386
    @dhanjitkachari8386 22 วันที่ผ่านมา

    Hoi

  • @gumragpegu4306
    @gumragpegu4306 22 วันที่ผ่านมา

    মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দৰে চৰকাৰ চলালে গণতন্ত্ৰ ব্যবস্থাটো পাগলতন্ত্ৰ হ'ব।

  • @nabajitchakraborty6847
    @nabajitchakraborty6847 22 วันที่ผ่านมา +1

    Axomia Bamun r kam nai .

  • @arzedhussain387
    @arzedhussain387 22 วันที่ผ่านมา

    চৰকাৰ খন ক কম দিনতেই আমনি লগা হল

  • @babutigogoi2516
    @babutigogoi2516 22 วันที่ผ่านมา +1

    Good by bjp

  • @ExploreYourCuriosity-EYC
    @ExploreYourCuriosity-EYC 19 วันที่ผ่านมา

    😂 PeGU sir😂😊 ki hoise eibur

  • @basharkhan558
    @basharkhan558 22 วันที่ผ่านมา

    Mama kie korebo nu aru

  • @surajitdey5755
    @surajitdey5755 22 วันที่ผ่านมา +1

    Rahul Gandhi jindabad

  • @bhargabacharja1778
    @bhargabacharja1778 22 วันที่ผ่านมา

    এইজনে পোৱালীৰ নে ছোৱালীৰ কথা মতে কৰি আছে নেকি ?

  • @MakhanChetia-ye8lj
    @MakhanChetia-ye8lj 22 วันที่ผ่านมา

    ভাল কামত টো সনমত কৰিব,😂

  • @nabindas7409
    @nabindas7409 22 วันที่ผ่านมา

    26 t bat sam

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 20 วันที่ผ่านมา

    All in All Himanta ! 2026 t safai Bjp

  • @kalpanaborah8745
    @kalpanaborah8745 22 วันที่ผ่านมา +1

    পাগল হ'ল এইবোৰ।

  • @KAUSTOV94
    @KAUSTOV94 19 วันที่ผ่านมา

    ৰাইজৰ কথা শুনিলেও বিপদ নুশুনিলেও হাল্লা

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r 22 วันที่ผ่านมา

    ৰূপ সলনী

  • @rawandreal99
    @rawandreal99 22 วันที่ผ่านมา

    *No vision no mission* 😂😂😂

  • @babutigogoi2516
    @babutigogoi2516 22 วันที่ผ่านมา +1

    Ai BJP sorkar artho nai

  • @nipanrajbongshi924
    @nipanrajbongshi924 22 วันที่ผ่านมา +1

    johora hot এটা ভাল কাম কৰিব গলে তহঁতে আৰু এটা negative নিউজ বনাই দে

    • @minatisAtoz
      @minatisAtoz 22 วันที่ผ่านมา

      Vagitive 😂😂

    • @nipanrajbongshi924
      @nipanrajbongshi924 22 วันที่ผ่านมา

      @@minatisAtoz 🤣🤣🤣 khng t misstake hoi jai🤣

  • @nipanrajbongshi924
    @nipanrajbongshi924 22 วันที่ผ่านมา +4

    ভাল হে পাব লাগিছিল চৰকাৰে ৰাইজৰ কথা শুনি নিজৰ স্তিতি সলনি কৰিছে।

  • @amitkrbayan872
    @amitkrbayan872 20 วันที่ผ่านมา

    Maksudu mama...

  • @Ladydevil-y5t
    @Ladydevil-y5t 22 วันที่ผ่านมา

    Kunuu bixoyay ei kothaa nuxuneii Mukhyamantri aaru Xikhamantri r 😂😂😂...

  • @all.jobupdate1768
    @all.jobupdate1768 22 วันที่ผ่านมา

    Beya kam tu beya buli gm pai raijor hoke ...kam korise...Jona buja manuhr bal kam eibur...bal hob buli kori sai sil ..Good step CM sir..tmalkr ki hl protidin kensel kora r babe beya hoise neki👍👍

  • @manashbhuyan9615
    @manashbhuyan9615 22 วันที่ผ่านมา

    😂😂😂😂😂 ke kom aru

  • @user-nl4fr8rf7s
    @user-nl4fr8rf7s 22 วันที่ผ่านมา

    Bl news banaoiso de kela

  • @AshimSarma-ku4hd
    @AshimSarma-ku4hd 22 วันที่ผ่านมา

    Amer mama Main ❤️our best CM

  • @user-vq6ly9ud7z
    @user-vq6ly9ud7z 22 วันที่ผ่านมา

    😂😂peon, driver government job pb loi apsc exam nisina exam dib lage? Prc nlge buli kole? Guwahati university result secam? 😂😂sobse hahi uthe j banpani uthar krne 50 ta pukhuri bonale hol? Ru banpani nhe ?

  • @mintuborah1478
    @mintuborah1478 22 วันที่ผ่านมา

    Bjp din khotom

  • @gyanmantraassamese6904
    @gyanmantraassamese6904 22 วันที่ผ่านมา

    😂😂😂😂😂😂

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 22 วันที่ผ่านมา +1

    *চৰকাৰে কিয় ইমান অধিক চৰকাৰী চাকৰি দি আছে। ৰাইজে ইয়াৰ বিৰুদ্ধে মাত মতা উচিত।* আজিকালি চৰকাৰী কৰ্মচাৰীৰ দৰমহা বহুত বেছি। ৰাইজে কষ্ট কৰি উপাৰ্জন কৰা সকলো টকা এই সকল লোকৰ নামত খৰচ হৈ যাব। সকলোৱে জানে চৰকাৰী চাকৰি, মানুহে কৰিব বিচাৰে কাম নকৰিবলৈ, কাম কৰিবলৈ নহয়। স্কুল বিলাকত ইমান অধিক শিক্ষক নিযুক্তি দিছে কিন্তু প্ৰতি বছৰ Student কমি গৈ আছে। চৰকাৰী শিক্ষকে নিজৰ লৰা ছোৱালীক চৰকাৰী বিদ্যালয়ত পঢ়াব নিবিচাৰে। চৰকাৰী চাকৰিয়াল ক চৰকাৰে 30 লাখ টকা home loan দিয়াৰ কথা কৈছে, Car loan ও দিয়ে চাগে ৰাইজৰ টকাৰে? গতিকে ৰাইজে অলপ ভাবি চাওক এই সকল চৰকাৰী কৰ্মচাৰীয়ে কি কাম কৰি আছে আপোনালোকৰ টকাৰে।
    চৰকাৰে আজিকালি চৰকাৰী চাকৰি কৰা মানুহৰ ছুটী আৰু বৃদ্ধি কৰি গৈ আছে। আপুনি ভাবক ইমান ছুটী দিয়াৰ পিছতো মাক দেউতাক ফুৰাব বাবে আৰু দুদিন ছুটী দিয়া হয়। এনেকৈ ৰাইজৰ কাম কেনেকৈ হব। ৰাইজে বানপানী, বোকা পানীৰ মাজত থাকিব লাগিব।
    অসমৰ Revenue generation ৰ মূল উৎস তেল উদ্যোগৰ মাৰণমুখি যাত্ৰা আৰম্ভ হৈছে আৰু চাহ উদ্যোগৰ অবস্থা থৰক বৰক। চৰকাৰী চাকৰি কৰা মানুহক দৰমহা দিয়োতে ৰাজহ শেষ হৈ যাব।
    Please analyze and Share until and unless common public won't aware. You can't expect accountability, Performance etc from Government employee. They might loot you and your state. Please ask for Accountability and Performance from Government employee.

    • @bksworld4751
      @bksworld4751 22 วันที่ผ่านมา

      Goru...assam govt r salary ..sobot k kom

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 22 วันที่ผ่านมา

      @@bksworld4751 তই কোনটো department কাম কৰ

  • @kd4395
    @kd4395 22 วันที่ผ่านมา

    😂😂😂😂😂😂😂😂😂😂

  • @dharmeswarbaruah9797
    @dharmeswarbaruah9797 22 วันที่ผ่านมา

    😂😂

  • @ajoysarbajna2707
    @ajoysarbajna2707 22 วันที่ผ่านมา

    Fickle minded...

  • @miliko2001
    @miliko2001 22 วันที่ผ่านมา

    কাম নাইকীয়া পাগলৰ নিচিনা কিয় ভূকি আছা 😂😂😂 ।আপোনালোকৰ দিনলৈ মনত পেলোৱা কেৱল ধনী ঘৰৰ ল'ৰা-ছোৱালীয়ে চাকৰি পাইছিল

  • @rafalemosey7021
    @rafalemosey7021 22 วันที่ผ่านมา

    Himanta eta khiyal...yar mukhor value eku nai...college porai e misolia...wife businesswoman husband CM...sob help kori ase