🙏৭ বছৰীয়া প্ৰণামিকা বববৰাই ইউটিউব চাই,কি কৰিলে এবাৰ চাওক🙏ঘৰ যোৰহাট কাকজান দ-কুকুৰাচোৱা গাওঁত

แชร์
ฝัง
  • เผยแพร่เมื่อ 19 มี.ค. 2022
  • 🙏৭ বছৰীয়া প্ৰণামিকা বববৰাই ইউটিউব চাই,কি কৰিলে এবাৰ চাওক
    🙏ঘৰ যোৰহাট কাকজান দ-কুকুৰাচোৱা গাওঁত
  • ยานยนต์และพาหนะ

ความคิดเห็น • 435

  • @crazygamer4661
    @crazygamer4661 ปีที่แล้ว +16

    প্রনামিকা লৈ মোৰ তৰফৰ পৰা আশীর্বাদ কৰিছো তেওঁ অকল গীত গোৱা ই নহয়💛💛💛💛 তেওঁ অসমীয়া ভাষাৰ অসমীয়া জাতীৰ এটি সোনালী তৰা 💚💚💚💚💚💚💚💕💕💕💕💕💕💕প্রণমিকা ৰূপহী গুণৰো নাই শেষ 💚💚💚💚💚💚কাকজানৰ কণমানি য়ে উজ্জ্বল াব দেশ 💚💚💚💚💚💚💚জয় আই অসম🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳মই বিহুবৰৰ পৰা কলো 💖💖💖💖💖💖💖💞💞💞💞💞💞💞💞💓💓💓💓💓💓💓💓💓💓

  • @ponkojrohidas5468
    @ponkojrohidas5468 2 ปีที่แล้ว +25

    উজ্জ্বল ভবিষ্যতলৈ কামনা কৰিছো প্ৰণামিকা অতি সুন্দৰ

  • @pbtiensgroup4208
    @pbtiensgroup4208 ปีที่แล้ว +29

    কণমানি জনিলৈ ভৱিষ্যতৰ উজ্জল কামনাৰে বহুতো আশীৰ্বাদ প্ৰেৰণ কৰিলো

  • @ajanbaishya6835
    @ajanbaishya6835 ปีที่แล้ว +19

    অ , মাইনা , ভগৱানে তোমাক ভালে কুশলে ৰাখি আগলৈ আগুৱাই যোৱাত সহায় কৰক। সুন্দৰ কন্ঠ, কন্ঠ ভালে ৰাখিবলৈ চেষ্টা কৰিবা , যিকোনো বস্তু খাওঁতে সাৱধান।

  • @dipanjalichetia455
    @dipanjalichetia455 ปีที่แล้ว +25

    বৰ সুন্দৰ কণ্ঠ ।প্ৰতিভা ময়ী তুমি আগুৱাই যোৱা ।

  • @pradipkumarborah1506
    @pradipkumarborah1506 ปีที่แล้ว +5

    অতি মৰম লগা বিভিন্ন সংগীৰ শুৰ শুনি থাকিলে শুনি থাকিবলৈ মন যাই মই ধন্য়বাদ আগবহাছো

  • @user-jr3fb9ln2q
    @user-jr3fb9ln2q 13 วันที่ผ่านมา +1

    কণমাণীজনী আই সৰস্বতী মাতৃৰ একট অংশ ।ভগৱানে তেওঁক সদাই কুশলে ৰাখক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।

  • @sailengogoi4961
    @sailengogoi4961 ปีที่แล้ว +10

    সুন্দৰ কণ্ঠ এই ছোৱালীজনীৰ। তেওঁৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @rupaboruah8632
    @rupaboruah8632 ปีที่แล้ว +7

    মাইনা জনীয়ে ভাল গাইছে। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।আগুৱাই যোৱা।

  • @jitumonibora2874
    @jitumonibora2874 ปีที่แล้ว +13

    সুন্দৰ কণ্ঠ,মন জুৰ পেলোৱা।বিৰল প্ৰতিভা।ভগৱানে আৰু আগবাঢ়ি যোৱাত সহায় কৰক।

  • @jyotishdas5397
    @jyotishdas5397 ปีที่แล้ว +8

    কি সুন্দৰ কণ্ঠ বহুত ভাল লাগিল।

  • @saraswatiborahvideos4853
    @saraswatiborahvideos4853 ปีที่แล้ว +8

    তোমাৰ গীত শুনি মোক চকুৰ পৰা চকুপানী ওলাই গৈছে 7বচৰ বয়সত তোমাৰ কন্ঠ ভাবিব নোৱাৰা ভগৱানে ভৱিষ্যতে আগ বাঢ়ি যোৱাত সহায় কৰক

  • @indukhanikar5457
    @indukhanikar5457 ปีที่แล้ว +51

    ভগবান তোমাৰ সহায় হওক প্ৰনামিকা বহুত সুন্দৰ কণ্ঠ তোমাৰ । আগুৱাই যোৱা তুমি ।

    • @swabinachutia1475
      @swabinachutia1475 ปีที่แล้ว

      প্ৰণামিকা বহুত বহুত ধন্যবাদ আৰু শুভেচ্ছা জনালোঁ তোমালৈ। বহুত সুন্দৰ কণ্ঠ তোমাৰ আগুৱাই যোৱা ... । ভগৱান তোমাৰ সহায় হ ওক 🙏🙏

    • @debendutta4664
      @debendutta4664 ปีที่แล้ว

      @@swabinachutia1475mojja

    • @BhobenDutta
      @BhobenDutta 11 หลายเดือนก่อน

      1:30

  • @swapnaborthakur7362
    @swapnaborthakur7362 2 ปีที่แล้ว +30

    অতি আদৰণীয়। প্ৰণামিকাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ

    • @dandiramsonowal3710
      @dandiramsonowal3710 ปีที่แล้ว

      যি মূলা বাঢ়ে * দু পাততে চ

  • @nirupoma5935
    @nirupoma5935 ปีที่แล้ว +34

    বৰ সুন্দৰ কণ্ঠ। ভগৱানে এই প্ৰতিভা তেওঁৰ আশীষেৰে যেন বিকশিত কৰে🙏

  • @rinjumonidutta5334
    @rinjumonidutta5334 5 วันที่ผ่านมา

    কণমানি প্ৰণামিকাক উলিয়াই আনি সুবিধা দিয়া ৰ বাবে পোহৰ লিখিবলৈ ধন্যবাদ জনালো। মৰমৰ কণমানি প্ৰণামিকাক ❤❤❤🎉

  • @champagogoi7435
    @champagogoi7435 ปีที่แล้ว +1

    সুন্দৰ লাগিল সোন জনী 🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️💕💕💕💕💕💕♥️♥️♥️♥️💗💗💗💗💗💗

  • @minkuborbora8798
    @minkuborbora8798 2 ปีที่แล้ว +12

    প্রনামিকা ৰ উজ্জ্বল ভবিষ্যত কামনা কৰিছো

    • @rupaligogoidutta
      @rupaligogoidutta ปีที่แล้ว +1

      অভিভাৱকৰ ওচৰত অনুৰোধ কনমানিজনীক কোনো কাৰণত বাধা নিদিব

  • @gitanjalideka8767
    @gitanjalideka8767 ปีที่แล้ว +13

    মাইনাজনী,বহুত সুন্দৰ তোমাৰ উচ্ছাৰণ,কণ্ঠ আদি।তুমি গাই যোৱা আশীৰ্বাদ থাকিল👍

  • @manitahbildar5162
    @manitahbildar5162 ปีที่แล้ว +11

    ইমান সুন্দৰ কণ্ঠ তোমাৰ আইজনী ,তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছো।

  • @bharatibordoloi3046
    @bharatibordoloi3046 ปีที่แล้ว +3

    বহুত ভাল লাগিল ভগৱানে তোমাৰ মঙ্গল কৰক

  • @boo.ff.325
    @boo.ff.325 ปีที่แล้ว +4

    তুমি সোনহৈ জিলিকি আৰু পদুম হৈ জিলিকি উঠা , ভবিষ্যত উজ্বল কামনা কৰিলো ভণ্টি ।

  • @lilydevi3580
    @lilydevi3580 8 วันที่ผ่านมา

    পনামিকা বহুত শুন্দৰ হৈছে আগলৈ আৰু ভবিষ্যত উজ্জ্বল কামনাৰে

  • @lipisaikiabora5745
    @lipisaikiabora5745 ปีที่แล้ว +1

    অতি সুন্দৰ প্ৰণামিকা। তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলো।

  • @ankumonibaruah4131
    @ankumonibaruah4131 2 ปีที่แล้ว +11

    God bless you pronamika 🥰

  • @anjanasaikia2227
    @anjanasaikia2227 ปีที่แล้ว +2

    কনমানি জনীৰ কণ্ঠত সৰস্বতী বহিছে
    কনমানি জনীৰ ভবিষ্যত উজ্জ্বল কামনা কৰিলো

  • @rgoswami1906
    @rgoswami1906 ปีที่แล้ว +4

    কণমানী জনী তুমি খুব ভাল গাইছা।আৰু ভৱিষ্যতে আগুৱাই যোৱা তাৰ কামনা কৰিলো।

  • @shivanicovers1286
    @shivanicovers1286 ปีที่แล้ว +4

    ৱাহ ৱাহ কি যে সুন্দৰ মনোমোহা শ্ৰুতি-মধুৰ কণ্ঠৰ লগতে সুন্দৰ পৰিবেশন 👌 এনেদৰে আগুৱাই যোৱা মই বাংগালোৰৰ পৰাই আশীৰ্বাদ কৰিছো 🙏 দুৰ্গাপূজাৰ বহুত বহুত শুভকামনা যাছিলোঁ 💐🌹❤

  • @puspaborah4779
    @puspaborah4779 ปีที่แล้ว +4

    আগ বাঢ়ি যোৱা আশীৰ্বাদ কৰিছো ।

  • @jyotsnabhuyan1206
    @jyotsnabhuyan1206 ปีที่แล้ว +10

    God bless you. Hope you will be a good singer. Keep it up.

  • @simiboruah809
    @simiboruah809 2 ปีที่แล้ว +13

    আমাৰ গাৱৰ গৌৰৱ ❤️

  • @kalyanbhorali7789
    @kalyanbhorali7789 2 ปีที่แล้ว +5

    সুন্দৰ আৰু আগুৱাই যোৱা ।

  • @NirupomaBorah-y6p
    @NirupomaBorah-y6p 5 ชั่วโมงที่ผ่านมา

    ❤️Pronamika boraloi mur torofor pora asibat korisu aru aguwai juwa isore tumak mongol korok 👍💓👏

  • @munmiborborah3684
    @munmiborborah3684 2 ปีที่แล้ว +26

    প্রনামিকা তোমাৰ সুন্দৰ প্রতিভা আৰু আগবাঢ়ি যোৱা,আমি সকলো গৌৰৱান্বিত তোমাকলৈ,তোমাৰ উজ্জল ভৱিষ্যত কামনা কৰিলো 💕😘😘

  • @user-bs1dp3cy8n
    @user-bs1dp3cy8n ปีที่แล้ว +4

    বহুত সুন্দৰ কণ্ঠ 👌👌👌 আগুৱাই যোৱা তাৰে কামনাৰে মই মৰাণৰ পৰা আন্তৰিক অভিনন্দন জনাইছো হেপ্পী গগৈয়ে ❤️❤️❤️

  • @rekhamanidas1717
    @rekhamanidas1717 2 ปีที่แล้ว +6

    God bless u, Tumi bahudur agbarhi juwa,tarei kamona karilu.....💕

  • @santanaborah290
    @santanaborah290 ปีที่แล้ว +7

    Amazing voice, very nice... may God help her 🙏

  • @bijithazarika9014
    @bijithazarika9014 ปีที่แล้ว

    সুন্দৰ লাগিছে । ভবিষ্যতে ভগৱানৰ কৃপা সদায় থাকিব

  • @palashpatgiri6472
    @palashpatgiri6472 ปีที่แล้ว +3

    তোমাৰ কন্ঠ ধৃনিয়া আগলৈ গায় জোৱা .অসমৰ নাম ৰব.

  • @pranjalborborah8413
    @pranjalborborah8413 2 ปีที่แล้ว +3

    Amr Deha aru agbahi jua... Puhr live OK bht bht dhoinobad jonaisu 🙏🙏

  • @mridulchetia4200
    @mridulchetia4200 ปีที่แล้ว +1

    এই ফুলৰ কলিটো ভবিষ্যতে এপাহ জাতিস্কাৰ হোৱা ফুল হৈ ৰওক , তাৰে কামনাৰে ভগবানৰ ওচৰত সেৱা জনালো।

  • @debashreesaikia2101
    @debashreesaikia2101 ปีที่แล้ว +2

    সুন্দৰ কণ্ঠ । আগুৱাই যোৱা তুমি

  • @amlanboruah5308
    @amlanboruah5308 2 ปีที่แล้ว +8

    উজ্জ্বল ভৱিষ্যত কামনা কৰিলো ❤️

    • @tarunchandraborah9710
      @tarunchandraborah9710 ปีที่แล้ว +1

      ভৱিষ্যতে উজ্জ্বল কামনা কৰিলো।

  • @jaandutta8243
    @jaandutta8243 2 ปีที่แล้ว +7

    তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো প্ৰণামিকা

  • @pankajsaikia9070
    @pankajsaikia9070 ปีที่แล้ว +1

    মোৰ কলীজা জনী বহুত ভাল লাগিল, আৰু আগবাহি যোৱা ভগবানৰ ওচৰত এই প্ৰাথনা।

  • @mamoniborah8899
    @mamoniborah8899 ปีที่แล้ว +1

    সুন্দৰ কণ্ঠ ।আগবাঢ়ি যোৱা তাৰে কামনা কৰিলো।

  • @puronpayeng7151
    @puronpayeng7151 ปีที่แล้ว +9

    অতি সুন্দৰ কণ্ঠ নিগৰাইছে ; ভগৱানে মঙ্গল ৰাখক , তাৰে কামনাৰে .....👌👌👌👍👍👍

  • @suntaramilipanging9560
    @suntaramilipanging9560 ปีที่แล้ว +3

    বৰ সুমধুৰ কণ্ঠ। তোমাৰ ভবিষ্যৎ কামনা কৰিলে।

  • @juramborborah5144
    @juramborborah5144 2 ปีที่แล้ว +2

    Puhor live 8 tok bht bht dhoinobad jonaisu ..natini jonik hokolure agt sinaki korai diar babe 🙏 amr gaor aru porialr gowrob

  • @assmesvideo6000
    @assmesvideo6000 ปีที่แล้ว +2

    অতি সোনকালেই ভগৱানে মেন কনমানি জনীলৈ বহুত পোহৰ বিলাই তাৰেই প্ৰাৰ্থনা জনায় কৃষ্ণৰ চৰনত সেৱা কৰিছো

  • @karabiborah6093
    @karabiborah6093 2 ปีที่แล้ว +4

    Pronamika aru aaguwai juwa ..god bless you ❤❤

  • @bijumonigogoi1800
    @bijumonigogoi1800 ปีที่แล้ว +2

    Tai hure monbkulita karise ,tai git hamuh di thakibo ,huni monei novore ,vhogobane aru aguwai niok ,Dekhot dhurbo torar Dore jiliki uthok ,👍👍❤️🙏🙏

  • @iamfootballplayerilikefoot6118
    @iamfootballplayerilikefoot6118 ปีที่แล้ว +1

    প্ৰণামিকা তোমাৰ ভবিষ্যতৰ উজল কামনা কৰিলো ।

  • @gamlodeka8043
    @gamlodeka8043 ปีที่แล้ว +1

    ভগবানে আগোয়াই নিইয়ক তাৰে কামনা কৰিলো পনামিক্যা

  • @mamonigogoi2087
    @mamonigogoi2087 ปีที่แล้ว

    অতি সুন্দৰ তোমাৰ উজ্বল ভৱিষ্যত্ কামনা কৰিলো

  • @nokuldas558
    @nokuldas558 ปีที่แล้ว +1

    প্ৰণামিকা তোমাৰ ভবিষ্যত উজ্জ্বল হোৱাৰ কামনা কৰিচো

  • @niruprovaboraborah5282
    @niruprovaboraborah5282 ปีที่แล้ว +2

    এক সুন্দৰ প্ৰতিভা ৷ এওক সমাজৰ মাজলৈ লৈ অহা সকলকো অশেষ ধন্যবাদ ৷ ভগৱানে আৰু আগবাঢ়ি যাবলৈ অশেষ শক্তি প্ৰদান কৰক ৷

  • @dilipnath5754
    @dilipnath5754 ปีที่แล้ว +1

    অপ্ৰতিম প্ৰতিভা, অতি সুন্দৰ।

  • @jadumoniassameseentertainm768
    @jadumoniassameseentertainm768 2 ปีที่แล้ว +3

    Dhuniya lagil hosa kan mane suwali jone😍😍😍 agbahe juwa tumi amar akibad tumar lagot takil

  • @govindarajbongshi2807
    @govindarajbongshi2807 ปีที่แล้ว +1

    ধুনীয়া। হৈছে

  • @pallabjyotiborthakur6333
    @pallabjyotiborthakur6333 2 ปีที่แล้ว +3

    Pranamikar Ujjal Bhobisyat Kamona Korilu❤️ God Bless You

  • @dilipgogoi-wq1cm
    @dilipgogoi-wq1cm ปีที่แล้ว

    বশুত ভাল হৈছে আশিবাদ কৰিছো আৰু
    ভাল হক ।আইজনি ভগবানে কুশল কৰক।
    যোৰহাট ঘৰফলিয়া সৰুচৰাই

  • @akanbaishya417
    @akanbaishya417 ปีที่แล้ว

    পৰনামীৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলোঁ।

  • @jinasarmah6622
    @jinasarmah6622 ปีที่แล้ว +2

    তোমাৰ ভবিষ্যতৰ উজ্বল কামনা কৰিলো ❤❤

  • @user-ch2mt3qp1m
    @user-ch2mt3qp1m 12 วันที่ผ่านมา

    বহু ভাল লাগিল আৰু আগুৱাই যোৱা

  • @sorupaidas7114
    @sorupaidas7114 ปีที่แล้ว +1

    ঈশ্বৰে কৃপাকৰক।আৰু আগবাঢ়ি যক।তাৰে প্ৰনামিকাৰ উজ্ৎলকামনা।কৰিলো।

  • @binapanidevi2729
    @binapanidevi2729 7 วันที่ผ่านมา

    উজ্জ্বল ভবিষ্যত কামনা কৰিলো

  • @jaintybordoloi9910
    @jaintybordoloi9910 ปีที่แล้ว

    আই ঐ দেহি । ইমান বঢ়িয়া লাগিছ । কোনো ফালে কমি নাই । আগুৱাই যোৱা । সদায় আৰ্শীবাদ জনাইছো । জয়ন্তী গগৈ বৰদলৈ । বোকাজান ।

  • @ritachoudhury1048
    @ritachoudhury1048 ปีที่แล้ว +1

    She is so sweet. Her merit must utilize.any organization.Good future hope.

  • @manjugogoiboruah9007
    @manjugogoiboruah9007 ปีที่แล้ว

    প্ৰণামিকা তোমাক দূৰৰ পৰাই প্ৰণাম জনাইছোঁ। তুমি এই প্ৰতিভাৰ জৰিয়তে কালজয়ী,যুগজয়ী হোৱা।

  • @juramborborah5144
    @juramborborah5144 2 ปีที่แล้ว +3

    Hun 2mi aru ag bahi jua

  • @malabikasaikia8040
    @malabikasaikia8040 ปีที่แล้ว

    সচাকৈয়ে তোমাৰ গান শুনি আপ্লুত হ'লোঁ প্ৰণামিকা ।তোমাৰ উজ্জ্বল ভৱিষ্যতকামনা কৰিলোঁ ।

  • @dipabhuyan3684
    @dipabhuyan3684 ปีที่แล้ว +2

    সছাই যাদু আছে তোমাৰ কণ্ঠ

  • @assamesesongrinku6311
    @assamesesongrinku6311 2 ปีที่แล้ว +2

    Bohut val lagil ru agbahi jua

  • @dilipkrbora1132
    @dilipkrbora1132 ปีที่แล้ว +1

    উজ্বল ভবিষ্যত আশা কৰিলো ।ভগবানে কুশলে ৰাখক 🙏

  • @jorhatialoravlogs3962
    @jorhatialoravlogs3962 ปีที่แล้ว +2

    Ati Hundor ponamika aru agbahi jok❤️❤️🙏🙏🙏

  • @pukiasissiborgaonicdsproje4668
    @pukiasissiborgaonicdsproje4668 ปีที่แล้ว

    কনমানি জনীক ধন্যবাদ জ্ঞাপন কৰিছো। আচৰিত প্ৰতিভা

  • @quineephukan9773
    @quineephukan9773 ปีที่แล้ว +2

    বৰ সুন্দৰ কণ্ঠ।

  • @debojanibora6555
    @debojanibora6555 ปีที่แล้ว +1

    সছাকৈ বৰ সুন্দৰ কন্ঠ আৰু আগুৱাই যায় যেন

  • @rakhagogoi4728
    @rakhagogoi4728 ปีที่แล้ว

    বহোত বহোত ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমি আৰু আগবাঢ়ি যোৱা

  • @ritamoniborkakoti7222
    @ritamoniborkakoti7222 2 ปีที่แล้ว +11

    তোমাৰ ভবিষ্যত কামনা কৰিলোঁ 🙏🙏🙏🙏

  • @upendrasaharia3578
    @upendrasaharia3578 ปีที่แล้ว

    অতি সুন্দৰ প্ৰদৰ্শন

  • @basistharabha5018
    @basistharabha5018 ปีที่แล้ว +4

    সুন্দৰ কন্ঠ।

  • @priyambihazarika6526
    @priyambihazarika6526 ปีที่แล้ว +5

    বহুত সুন্দৰ কণ্ঠ। উজ্বল ভৱিষ্যত কামনা কৰিলো।👌👌👌

  • @nibharaniboruahnibharanibo8699
    @nibharaniboruahnibharanibo8699 2 ปีที่แล้ว +43

    আমাৰ কণমানি জনী বহুত বহুত ভাল লাগিছে তুমি আৰু আগবাঢ়ি যোৱা তোমাৰ উজ্জ্বল ভবিষ্যত কামনা কৰিলো।

  • @jurigoswami1149
    @jurigoswami1149 ปีที่แล้ว

    খুউব সুন্দৰ হৈছে ভবিষ্যত উজ্জ্বল কামনা কৰিলো।

  • @monikaboro9395
    @monikaboro9395 2 ปีที่แล้ว +2

    Tair protibha dekhi bohhut bohuut bhal lagise.Tai sangeet jogotot aguai goi thakok eake iswaror usorot kamona korilu.👍😎👍😎

  • @user-ol3sr5iw1c
    @user-ol3sr5iw1c 9 วันที่ผ่านมา

    Konmani Joni protiva dekhi asorit hoisu,konmani Joni ujjol bhobissyot kamona korilu❤❤❤❤from nazira❤❤

  • @minotichetia9972
    @minotichetia9972 ปีที่แล้ว

    বৰ সুন্দৰ প্ৰতিভা, বহুতো মৰম তোমালৈ প্ৰণামিকা, আগুৱাই যোৱা সদায়।❤❤

  • @trishnadutta324
    @trishnadutta324 ปีที่แล้ว +2

    Bohut dhuniya dei Maina 🙏🙏❤

  • @gunaramdas131
    @gunaramdas131 ปีที่แล้ว

    তোমাৰ উজ্বল ভবিষ্যত কামনাৰে ভগৱানক প্ৰাথনা জনাইছোঁ! তুমি আগুৱাই তেওঁ তোমাৰ সহায় হক!

  • @gitaliburagohain8072
    @gitaliburagohain8072 ปีที่แล้ว

    Aamir aag bahi jua kamona korilu hunjoni god bless you

  • @junugogoi4458
    @junugogoi4458 ปีที่แล้ว

    ভগৱানে আশীৰ্বাদ কৰক তেওঁক❤

  • @promilagogoi2326
    @promilagogoi2326 ปีที่แล้ว

    সুন্দৰ ‌, শুভেচ্ছা থাকিল,‌আগুৱাই‌ যোৱা

  • @DiptiChetia-bs5vh
    @DiptiChetia-bs5vh ปีที่แล้ว

    মাজনী অ, বৰ সুন্দৰ কণ্ঠ । ভগৱানে তোমাক আগুৱাই যাবলৈ আশীৰ্বাদ কৰিব ‌।

  • @fatikdeka451
    @fatikdeka451 ปีที่แล้ว

    প্ৰনামিকা আশীৰ্বাদ কৰিলো তুমি অনন্ত গতিৰে আগুৱাই ৰাভাই।

  • @bhoniborah4569
    @bhoniborah4569 ปีที่แล้ว +1

    Bohut val lagile se pronami tumi aru
    Aguai jaba buli asha korisu 🙏🙏🙏🙏🙏

  • @praneshwardas5364
    @praneshwardas5364 ปีที่แล้ว +1

    Mrm loga swali.hundr voice

  • @pranatidas7478
    @pranatidas7478 วันที่ผ่านมา

    ❤very nice and excellent God bless you

  • @mamonidutta9715
    @mamonidutta9715 ปีที่แล้ว

    ❤️❤️❤️❤️❤️bohut dhunia lagise.আগবাঢ়ি যোৱা আৰশীবাদ কৰিছো।