উচুপি উচুপি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কি ক’লে এগৰাকী যুৱতীয়ে?

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ธ.ค. 2024

ความคิดเห็น • 503

  • @niraj8221
    @niraj8221 3 ปีที่แล้ว +184

    এইবোৰ দুখীয়া মানুহে যদি ৰেচন কাৰ্ড নেপায়, অৰুণোদয় আঁচনি নেপায়, তেন্তে কোনে পাই আছে এইবোৰ আঁচনি ??মৰিগাঁও ৰ উপায়ুক্ত মহোদয়ে এই পৰিয়ালটোক ৰেচন কাৰ্ডৰ যোগাৰ কৰি দিয়ে যেন ।

    • @earthexplorer9415
      @earthexplorer9415 3 ปีที่แล้ว +3

      Ai bur sob poisa thoka bilak he pai,june poisa dibo pare ai hokolehe ghar o pai. Sob expose korar homoi ahise, hosake jodi amar axom ot hosa Raja aase.

    • @ratusmoyratus1746
      @ratusmoyratus1746 3 ปีที่แล้ว +8

      পাই‌ তেওঁ ‌‌লোকৰ আপোন বোৰে‌‌ টকা ‌থাকিলে‌ চবেই চিনিপাই‌ আমাৰ নিচিনা ‌গৰিবক‌ চিনি‌ নাপাই‌

    • @johirahmed1297
      @johirahmed1297 3 ปีที่แล้ว +1

      Job kora manuh bilak rechon card pay, dukhiya manuk kiyo Nidiye ? Dhoni manu bilak k besikoi diyok.

    • @rajudeori5437
      @rajudeori5437 3 ปีที่แล้ว

      Moi kao mnstr koisil arunudai asani pangu and bidhaba and biya nuhuwa sibir manuhe pabo buli kintu bhal manuhe kiyo paise DR Himanta sare koisil . Dukhiya manuhe ghar napai ,asani napai ai asani bur dhani manuhar karane dise neki sir .aamar yat voter card nathaka manuhe water pump line paise aamar voter card thakiyu puwa nai.BJP sarkar saku nai neki.

    • @thaneshwaribrahma5128
      @thaneshwaribrahma5128 3 ปีที่แล้ว

      Himanto biswa bisas khatok

  • @bijukumarmali8786
    @bijukumarmali8786 3 ปีที่แล้ว +148

    অনুপম দালৈ ধন্যবাদ নজনাই নোৱাৰিলো ৷ আশাকৰো পৰিয়ালটিক মুখ্যমন্ত্ৰী মহোদয়ে চকু মেলি চাব ৷

  • @uttamdoley9053
    @uttamdoley9053 3 ปีที่แล้ว +86

    অসমৰ প্ৰকৃত ৰূপ দাঙি ধৰাৰ বাবে অনুপম দালৈ ধন্যবাদ ।

  • @rajendrasaikia878
    @rajendrasaikia878 3 ปีที่แล้ว +76

    বহুত দুখ লাগিল । এনে লাগিল দুখীয়াৰ বাবে যেন একো আচনিয়েই নাই ।

  • @ramanidas1542
    @ramanidas1542 3 ปีที่แล้ว +39

    অনুপম দা লৈ মোৰ বহুত বহুত ধন্যবাদ । যদি এইখন সমাজত আপোনালোকৰ দৰে সমাজসেৱক নাথাকিলহেতেন তেন্তে এচাম দুখীয়া নিচলা মানুহৰ বিষয়ে চৰকাৰ আৰু চৰকাৰী কৰ্মচাৰী অৱগতেই নহলহেতেন । আপোনাৰ দীঘায়ু কামনা কৰিলো ।

  • @jitulkalita4864
    @jitulkalita4864 3 ปีที่แล้ว +50

    অনুপম দাদা আপোনাক বহুত বহুত ধন্যবাদ 🙏🙏🙏 , আপোনাৰ প্ৰচাৰৰ দ্বাৰাই মাননীয় মুখ্যমন্ত্ৰী মহোদয় কানত পৰে যেন , বাকী পঞ্চায়তৰ সভাপতি , মেম‌্বৰ , M A L , এই বিলাকতো ডাঙৰ মানুহৰ ,এই বিলাকৰ দুখীয়া মানুহৰ পৰা টকা পইছা খাব নেপালে ক'ত আছনি পাব , ধনী মানুহে আছনি আগতে পাই ,

  • @moneybear7836
    @moneybear7836 3 ปีที่แล้ว +49

    অনুপম তোমাক ধন্যবাদ জনাইছো ।এই ছোৱালীজনীৰক এইখিনি কথা কবলৈ সুবিধা দিয়াৰ বাবে।

  • @rebakantabori1449
    @rebakantabori1449 3 ปีที่แล้ว +36

    অতি আচৰিত কথা আৰু পৰিতাপৰ বিষয় যে দৰিদ্ৰ সীমা ৰেখাৰ তলত বসবাস কৰাৰ পিছতো পৰিয়ালটোক প্ৰধান মন্ত্ৰী আবাস যোজনাই আজিও ঢুকি নাপালে।এনেবোৰ জীয়াতু ভোগা নৱম শ্ৰেণীত অধ্যয়ণত এজন ছাত্ৰই অমৃত বাণী দি কৈছিল-"দৰদ্ৰতাই হৈছে জীৱনৰ ঘাই শত্ৰু।"ছোৱালী জনীৰ প্ৰতিভা আছে আৰু মেধা শক্তিও আছে।থাকিলে কিডাল হ'ব দৰিদ্ৰতাৰ ওচৰত তাইৰ প্ৰতিভাই হাৰ মানিছে আৰু তাইৰ জীৱনৰ অগ্ৰসৰ পথত দৰিদ্ৰতাই এখন প্ৰাচী হৈ থিয় দিছে।যাৰ বাবে আজি তাইৰ মনোবল ভাগি গৈছে।আজি তাইৰ লাজৰ আৱৰণ খুলি চকুলো টুকি নিজৰ দৰিদ্ৰতাৰ কথা ছ'ছ‌িয়েল মিডিয়াত প্ৰকাশ কৰিবলগীয়া হৈছে।অতি দুখলগা কথা।গতিকে আমাৰ বিলাসী গাড়ী,প্ৰাসাদৰ গৰাকী জনপ্ৰতিনিধিসকলৈ এটি অনুৰোধ যে আপোনালোকৰ সমষ্টি,ৰাজ্যখনত থকা এনেবোৰ লোকৰ প্ৰতি উন্নয়নৰ হকে কাম কৰক।কাৰণ আপোনাৰ ৰাজ্যখনত থকা প্ৰজাৰ উন্নতি হ'লেহে আপোনালোকৰ ৰজাঘৰীয়াও মংগল হ'ব।Please do something on behalf of the poor people&give your helping hands towards the helpless people of your state.Please give your attention to our three basic needs.🙏🙏🙏

  • @beautykonwar427
    @beautykonwar427 3 ปีที่แล้ว +75

    তুমি চৰকাৰলৈ আশা নকৰিবা নিজে বল দিয়া ঈশ্বৰে তোমাক সহায় কৰিব আগলৈকে আনক তুমি সহায় কৰিব পাৰিবা

    • @jaysivaram1037
      @jaysivaram1037 3 ปีที่แล้ว

      Sarkaror bejot karibo ulfak suport karibo balor sabo sarkare moiu nasam

    • @joymolasaikia1313
      @joymolasaikia1313 3 ปีที่แล้ว +1

      Hoi

  • @moin793
    @moin793 3 ปีที่แล้ว +20

    অনুপম দা‌ আপোনাক ধন্যবাদ দিছো এনেকুৱা ভিডিওবোৰ বনোৱা বাবে

  • @rupamsarmah9842
    @rupamsarmah9842 3 ปีที่แล้ว +21

    ধন্যবাদ অনুপম দা। আপোনাৰ অনুষ্ঠান সমূহত এই বৰ্গৰ লোক সকলৰ বাবে আপুনি সময় দিয়ে। এওঁলোকৰ দূখ চৰকাৰী বিভাগে দৃষ্টি নিদিলে অসমৰ উত্থান কেতিয়াও নহ'ব।

  • @saranganath7981
    @saranganath7981 3 ปีที่แล้ว +26

    😢🙏সহায় কৰক চৰকাৰ বুলি নহয় যাৰ যি সামৰ্থ অনুযায়ী সহায় কৰিব লাগে এনেকুৱা মানুহক।বৰ দুখ লাগিল ভিডিঅটো চাই

  • @arupbaruah399
    @arupbaruah399 3 ปีที่แล้ว +17

    অনুপম দাস বহুত বহুত ধন্যবাদ জনালোঁ

  • @madhabmadhabdas459
    @madhabmadhabdas459 3 ปีที่แล้ว +18

    অনুপম দাদাক ধন্যবাদ জ্ঞাপন কৰিছো ভন্টি জনিয়ে সচা কথা কৈছে ভন্টি জনি নিছিনা আমি । সকলো কথাই দুখ আমি বুজি পায়ছো । পাৰিলে ভন্টি জনিক জীৱন পথত অগ্ৰসৰ হ'বলৈ সুবিধা কৰি দিয়ে যেন ।
    ধন্যবাদ ।।

  • @jituassamboy9557
    @jituassamboy9557 3 ปีที่แล้ว +18

    বহুত দুখ লাগিল ৰাতিপুৱা চালো ছোৱালী জনিয় দোখৰ কথা কোৱা ভিদো তো চাই।

  • @baduliparasivamandirgolagh9288
    @baduliparasivamandirgolagh9288 2 ปีที่แล้ว +2

    অনুপম দা আপোনাক এই কাৰণেই ভাল লাগে যে আপুনি বহুতৰ মাজত ব্যক্তিক্ৰম ।

  • @ghanakantamech6178
    @ghanakantamech6178 3 ปีที่แล้ว +26

    ঈশ্বৰে আশীৰ্বাদ কৰক সেই পৰিয়ালটোক।

  • @iqbalsaikia3003
    @iqbalsaikia3003 3 ปีที่แล้ว +36

    Our beloved CM Himanta mama pls, pls,pls, look after the needs of such deprived families who are crying for government benefits. Let's hope and pray that the problem and difficulties of such poor families will be over soon.

  • @earthexplorer9415
    @earthexplorer9415 3 ปีที่แล้ว +36

    This journalist has a very serious and sincere mood.

  • @joonjyotigohain1938
    @joonjyotigohain1938 3 ปีที่แล้ว +9

    অনুপম চক্ৰৱতীক এনে বাতৰি পৰিবেশনৰ বাবে ধন্যৱাদ ।

  • @priyabordoloi7125
    @priyabordoloi7125 3 ปีที่แล้ว +16

    পুৱাই এই বাতৰি বোৰে চকু পানী উলিয়াই দিয়ে। বেয়া লাগিল । কি কৰিব বিধায়ক মহোদয়, আপুনি লাইটটো বিনামূলীয়া কৰি দিয়ক । কাৰণ আমাৰ পৰাই চৰকাৰ খন চলি আছে চোন । ঘৰ এটা দিয়ক চোন । যদি নোৱাৰে এই ছোৱালীজনীক দিবলৈ বুলি চোন এদিনৰ কাৰণে কিবা এটা বস্তুৰ দাম বঢ়াই দিলেও পৰিব । এটা কথা মনত ৰাখিব চৰকাৰ ও এজন বিধায়কৰ আসন খনৰ মূলতে সাধাৰণ জনতা ।
    মোৰ ছোৱালী জনীয়েও বৃত্তি পাইছিল কিন্তু আজিলৈকে একো পুৱাই নাই । কি কৰিব লাগে তাকো নাজানু । কি কৰিব উপায় নাই ঔ । আমাৰ নিচিনা মানুহবোৰ খাই বৈ জীয়াই থাকিবলৈকে চিন্তা । ভন্টি জনী , ধৈৰ্য সাহস মনোবল হেৰুৱাই নেপেলাবা , এষাৰ কথাই কওঁ -- " চেষ্টাৰ অসাধ্য শেষ ক'ত .......

  • @theindiancartoon465
    @theindiancartoon465 3 ปีที่แล้ว +18

    সচাকৈ চকুৰ পানী ওলাই গল্😭🙏

  • @pranitakonwar1413
    @pranitakonwar1413 3 ปีที่แล้ว +23

    চৰকাৰী আঁচনি সমূহ প্ৰকৃত দুখীয়া ই পাইছেনে ......

  • @harekrishnadeka4616
    @harekrishnadeka4616 3 ปีที่แล้ว +22

    অতি দোষ লগা কথা আমাৰ মুখ্য মন্ত্ৰীৰ ডাঙৰীয়াই অলপ মন কাণ দিয়ে অতি দৰিদ্ৰতাৰ পৰিয়ালৰ এয়া অনুভব

  • @asrafulcreation4241
    @asrafulcreation4241 3 ปีที่แล้ว +2

    Help korok hokoloye

  • @PankajGogoi-jw1dd
    @PankajGogoi-jw1dd 10 หลายเดือนก่อน

    অনুপম দা আপোনাক এই দুখীয়া পৰিয়ালতো দুখৰ কথাবো ৰাইজৰ আগলৈ অনা বাবে আপোনাক বহুত বহুত ধন্যবাদ। মইয়ো এজন দৰিদ্ৰ ‌পৰিয়াল ল'ৰা ‌ আমাকো ‌চৰকাৰে ‌কোনো ধৰনৰ আঁচনি ‌ দিয়া নাই। আপোনাৰলৈ বহুত বহুত ধন্যবাদ থাকিলে।

  • @bijitbaruah3715
    @bijitbaruah3715 3 ปีที่แล้ว +6

    এনেকুৱা অঞ্চলৰ চৰকাৰি গাঁওবুঢ়া জনক নিলম্বিৎ কৰিব লাগে

  • @Assamesebyblood
    @Assamesebyblood 3 ปีที่แล้ว +30

    Everyone cant be the same like you TRUE JOURNALISM

    • @anandodas3220
      @anandodas3220 3 ปีที่แล้ว

      কান্দি লাভ নাই এইখন তেজ খুৱা চৰকাৰ

    • @sanjivroy7214
      @sanjivroy7214 3 ปีที่แล้ว

      Jiye pare Ai suwali janir account poisa diya plz

  • @minakshipathak6993
    @minakshipathak6993 3 ปีที่แล้ว +1

    আমাৰ মুখ্যমন্ত্ৰী ছাৰলৈ মোৰ বিনম্ৰ অনুৰোধ🙏🙏🙏...ছাৰ আপুনিয়ে কিবা এটা কৰক।এওঁলোকৰ যিটো অভাৱ বা এওঁলোকৰ নিচিনা আৰু যে কিমান...সেই অভাৱৰ কিছু প্ৰয়োজনীয়তা যেন আপুনি পূৰণ কৰে ছাৰ লগতে এই মেধাৱী ছোৱালীজনীয়ে যেন আৰ্থিক অভাৱৰ বাবে তাইৰ মনৰ আশা-লক্ষ্য মনতে মচি নেপেলায়।তাৰ বাবে কিবা হলেও যেন আৰ্থিক বাট পৰিয়াল টোক উলিয়াই দিয়ে।

  • @madhurisaikia3477
    @madhurisaikia3477 3 ปีที่แล้ว +10

    অনুপমদা অসমত কিমান দৰিদ্ৰ পৰিয়াল আছে আপোনালোকৰ চেনেলে অনুসন্ধান কৰক দেখিব কিমান গাভৰুৱে উচুপিব লগিয়া হৈ আছে আমি বুজিপাও কিন্তু চৰকাৰে নুবুজে নেদেখে কি কৰিব

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 3 ปีที่แล้ว +4

    অসমীয়া জাতিৰ স্বাভিমান ৰক্তে ৰক্তে প্ৰবাহিত ।। উপায়ন্তৰ হ'লে হে আনৰ ওচৰত আবেদন জনায় ।।এই মাইনা জনীৰ আকুল আৰু চকুলো ভৰা আহ্বানক আমাৰ মৰমৰ আৰু আশীষপুষ্ট মুখ্যমন্ত্ৰী মহোদয়ে সহায়ৰ কোমল হাতখন আগবঢ়াব বুলি আশাৰে বাট চালোঁ ।।ভাতৃ অনুপমৰ এই পৱিত্ৰ প্ৰচেষ্টাক হিয়া ভৰা সন্মান জনাইছোঁ ।।

  • @dilipgogoi3009
    @dilipgogoi3009 3 ปีที่แล้ว +1

    চক্ৰৱৰ্তী ডাঙৰীয়াক ধন্যবাদ জনালোঁ ৷ মহোদয় অসমছৰকাৰে নিদিয়ে নাই আমাৰ অসমৰ ৰাইজ বহুতো দয়ালু লোক ৷ তেওঁলোকৰ এটা একাউণ্ট নম্বৰ মুকলি কৰি দিয়ক ৰাইজে তেওঁলোকৰ কাৰণে নিশ্চয় সহায়ৰ হাত আগবঢ়াব ৷

  • @pranjalaxom7696
    @pranjalaxom7696 3 ปีที่แล้ว +3

    অনুপম দাদাক মই এই কাৰণে বহুত বেছি ভাল পাওঁ।❤️❤️❤️❤️❤️

  • @sonaliassam3.o503
    @sonaliassam3.o503 3 ปีที่แล้ว +2

    সকলো বিধায়কে নিজৰ নিজৰ সমছতিত প্লিছ ভালকৈ এবাৰ ছাওক কুনে কি পালে কুনে নাপালে বিজেপি জীন্দাবাদ

  • @kisku7107
    @kisku7107 3 ปีที่แล้ว +9

    আমাৰ মুখ্যমন্ত্ৰী কিয় নাছাই এনেকোৱা মানুহক কনা নেকি

  • @pobitralearner8969
    @pobitralearner8969 3 ปีที่แล้ว +7

    Nice .this is real reporter.

  • @manashpratim2713
    @manashpratim2713 3 ปีที่แล้ว +1

    অনুপম দা বহুত ভাল কৰিছে নিউজটো বনাই। জয় হিন্দ

  • @happyboy4579
    @happyboy4579 3 ปีที่แล้ว +4

    Anupom da apuni bhut val kam koresa 🙏🏾

  • @Krishnanature5818
    @Krishnanature5818 3 ปีที่แล้ว +2

    Anupam daa loi bohute dhanyawad 🙏🙏🙏apuni atleast akhon ghrarar dukh bur dekhuwai dile... eya ak example..aru bohute ase sir🙏🙏🙏

  • @tapagmodernst1810
    @tapagmodernst1810 3 ปีที่แล้ว +1

    দুখীয়া মানুহৰ দুখৰ সময়ত সং নাই,মাৰি খোৱা,ঠগি খোৱা মানুহৰ হিচাপ অগণন। যিহে নওক পৰৱৰ্তী সময়ত ভগৱাৰ কৃপা দৃষ্টিত শান্তি, অৰ্থনৈতিক বাবে টনকিয়াল হোৱা কামনা কৰিছো। আৰু ৰাজঘৰীয়াও যেন চকু মেলি চায়।

  • @krishnakakaty2624
    @krishnakakaty2624 3 ปีที่แล้ว +1

    Sir. Apunaly. Dhoinobad. Logote. Votni. Jonir. Poriyal. Tuk. Deki. Dukho. Lagil

  • @tinkuboro8327
    @tinkuboro8327 3 ปีที่แล้ว

    Aapunak bohut dhonyobad....🙏🙏🙏🙏xosa sobikhn dekhuwar babe🙏🙏🙏🙏🙏

  • @sabitakalita7096
    @sabitakalita7096 3 ปีที่แล้ว +3

    আমাৰো একেই গতি আমিও কোনো ধৰনৰ একো আচনি পোৱা নাই।এখন ৰেচন কাড নাই থাকিবলৈ ঘৰ এটা নাই।গিৰিয়েক হল মোৰ পাগল ঘৰ এৰি গুছি গল।দুটা লৰা আছে ডাঙৰ লৰাটো মোমায়েকৰ ঘৰত থাকি পঢ়া শুনা কৰি আছে।সৰু লৰাটোক পঢ়াব নোৱাৰিলো সি বহুত সৰু ১৭ বছৰ সিয়ে দিন হাজিৰা কৰি ঘৰটো চলাই আছে।গাওত আমাৰ একো নাই থাকিবলৈ ঘৰ নাই খাবলৈ ভাত নাই ৰেচন কাড এখন নাই কি কৰিম উপাই নাই।গুৱাহাটিত এটা ঘৰ ভাৰা লৈ দিন হাজিৰা কৰি খাই আছো।আজিৰ লৈকে চৰকাৰৰ পৰা এটা সুবিধা নাপালো।এয়াই হৈছে আমাৰ জীৱন😭😭😭

  • @sanjaybaro7458
    @sanjaybaro7458 3 ปีที่แล้ว +4

    Video টো চাই মনত বহুত আবেগ আহিছে ।

  • @sadhanasultanajehirblogs4600
    @sadhanasultanajehirblogs4600 3 ปีที่แล้ว +4

    Aabekik huwa kotha. Sinta nakariba bhani Respected CM Himanta Biswa Sarma sir help karib.

  • @ebhabasumatary908
    @ebhabasumatary908 3 ปีที่แล้ว +14

    God help those who help themselves.we must help the poor people. Helping to the poor is lending to the Lord's.we can't help everyone but everyone can help someone.

  • @jebinsultana9063
    @jebinsultana9063 3 ปีที่แล้ว +1

    সকলো গাঁৱতে এনেকুৱা মানুহ বহুত আছে।আগবাঢ়ি আহক সকলোৱে।

  • @aabirgogoi1694
    @aabirgogoi1694 3 ปีที่แล้ว

    অনুপম দা খুব ভাল কৰিছে আপুনি

  • @ranjankalita905
    @ranjankalita905 3 ปีที่แล้ว +6

    ভেকচিন দিবলৈ যাই ঘৰে ঘৰে। আঁচনি দিবলৈ নাজাই kele । ভেকচিন দিবলৈ যোৱা মানুহক সুতা বাহনিৰে কুবাবো লাগে

  • @pabitrahira6295
    @pabitrahira6295 2 ปีที่แล้ว

    Anupam ccccc zindabad

  • @kishordas2840
    @kishordas2840 3 ปีที่แล้ว

    ৰাধাকান্ত আপুনি অলপ চকুমেলি চাওক

  • @bikihazarika4591
    @bikihazarika4591 3 ปีที่แล้ว +2

    Gd news nd gd job

  • @uttambaro9976
    @uttambaro9976 3 ปีที่แล้ว +2

    Bahut bahut dhanyawad Anupam Chakrabarti da

  • @balenbarman1375
    @balenbarman1375 3 ปีที่แล้ว +1

    এনেকুৱা দৰিদ্ৰ পৰিয়ালে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ আৰু সকলো আঁচনি পাব লাগে এয়ে অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী মহাশয় 🙏

  • @punyahandique1204
    @punyahandique1204 3 ปีที่แล้ว +1

    এই দুভ'গীযা পৰিয়াল টোক সহায় কৰক ছাৰ ।

  • @alpanasarmagoswami8165
    @alpanasarmagoswami8165 3 ปีที่แล้ว +11

    Thanks Anupam Da for bringing this real video. What is the actual condition of these people are coming out now gradually. There are many families in every area like this. I don't want to say anything about any political parties. Because all are same. Before today's BJP government our state was under congress government for 15 years, for 3 terms. So whom we will blame? But if our present government will do something for these people than they will get some happiness in their lives. Where they are staying, that we can not say house. They have no even the primary necessity. Now the actual picture is coming out. Who is enjoying government schemes. All the MLAS of these constituency's should not get tickets in the next election.

  • @abhipegufficialjrhatmissin9372
    @abhipegufficialjrhatmissin9372 3 ปีที่แล้ว

    Anupom da apunaloi 🙏🙏🙏tq

  • @lohitrabha3290
    @lohitrabha3290 3 ปีที่แล้ว

    Anupam sir aponak bahut dhainybad aponar Katha hunile sakurpani ulay

  • @dhantinath9864
    @dhantinath9864 3 ปีที่แล้ว

    কি কম চৰকাৰক ঘৰে ঘৰে ভেকচিন দি ফুৰিছে কোনে লৈছে কোনে লোৱা নাই সেই বিষয়ে মানুহক পঠিয়াই ছে কিন্তু কোনে কোনে ৰেচন কাড অৰোনোদয় আছনি পোৱা নাই সেই বিলাক মানুহক পঠিয়াই দিছিল না চৰকাৰে আমিয়েই পোৱা নাই অৰোনোদয় আছনি কিন্তু ছোৱালী জনী কথা শুনি বুকুৰ খন ধপ ধপ কে মাৰিছে

  • @guninmili6714
    @guninmili6714 3 ปีที่แล้ว +1

    সাবাদিকজনক ধন্যবাদজনালো।

  • @jibontaye6714
    @jibontaye6714 3 ปีที่แล้ว +2

    Very good NKtv

  • @jadumani8491
    @jadumani8491 3 ปีที่แล้ว

    এই আচনি সমূহ ধনীসকলেহে পাই আছে

  • @uttamborah3929
    @uttamborah3929 3 ปีที่แล้ว +1

    অনুপম ডাঙৰীয়া , আপুনি পৰিয়াল তোৰ পৰা অলেশ আৰ্শীবাদ পাব বুলি কামনা কৰিলো, ধন্যবাদ ।

  • @arathansarkar6113
    @arathansarkar6113 3 ปีที่แล้ว +1

    দাদা ভাল 😭😭😭🙏🙏🙏

  • @moheswarbora5751
    @moheswarbora5751 3 ปีที่แล้ว +4

    সচাকৈয়ে বৰ দুখৰ বিষয়

  • @anantanath9232
    @anantanath9232 3 ปีที่แล้ว +4

    Bahut dukh lage 😭😭

  • @dhanurampegudhanurampegu7964
    @dhanurampegudhanurampegu7964 3 ปีที่แล้ว

    Good news 😭😭😭🙏🙏🙏

  • @balenbarman1375
    @balenbarman1375 3 ปีที่แล้ว +2

    Anupam da you are great 🙏

  • @rimjimdas8333
    @rimjimdas8333 3 ปีที่แล้ว

    khub hundor kotha koise anupom da

  • @malabikarabha5086
    @malabikarabha5086 3 ปีที่แล้ว

    Anupam dda apnak bht bht dhanyabad,

  • @rekhakalita9211
    @rekhakalita9211 3 ปีที่แล้ว +1

    চৰকাৰে যদি এই পৰিয়ালটো দুখ খিনি দেখিছে তেনেহলে সহায় কৰক হাতযোৰ কৰিছো ।

  • @montu7091
    @montu7091 3 ปีที่แล้ว +5

    Good news .tenekua news dile kiba ata val lage .

  • @hasinabegum222
    @hasinabegum222 3 ปีที่แล้ว

    Anupam da aponak bohut bohut dhanyabad jonalo.

  • @bulbulhussain2728
    @bulbulhussain2728 3 ปีที่แล้ว +5

    আমাৰ বিধায়ক ডাঙৰীয়াৰ কথাই বেলেগ।

  • @sushilkonwar7012
    @sushilkonwar7012 2 ปีที่แล้ว

    ধন্যবাদ চক্ৰৱৰ্তী দা । আমাৰ সমাজ খনো চকু মেলি চাব লাগে । যাৰ পৰা ৰাজনৈতিক লাভা লাভ হয় তেওঁলোকৰ ওপৰতেহে চকু । আমাক সংখ্যা লঘূ কৰি এৰি দিলে নহব ।

  • @AATERKO1998
    @AATERKO1998 3 ปีที่แล้ว

    Atsa kam kiya NKTV ne.... God bless you.

  • @kolponayoutubechannel6014
    @kolponayoutubechannel6014 3 ปีที่แล้ว +2

    Anupam da apunak eikarone Val lage apuni bhut mohan

  • @sureshchandraray50
    @sureshchandraray50 3 ปีที่แล้ว

    ছোৱালীজনীৰ বৃত্তি ৰ টকা খিনি সোণকালে শিক্ষা বিভাগৰ কৰ্ম কৰ্তা ই দিয়াৰ বয়বসথ কৰক ।

  • @ranjitnarzary7532
    @ranjitnarzary7532 2 ปีที่แล้ว

    Once upon a time you were reporting ''Bidesar upon Manuh"! Now-a-days it seems befitting to report the local and indigenous grievances!Move ahead Bravo!

  • @MGK358
    @MGK358 2 ปีที่แล้ว

    Thanks Sir You're Very nice

  • @unknownboy5709
    @unknownboy5709 3 ปีที่แล้ว +1

    Bohut dukh loga 😭😭😭😭😭😭😭😭😭😭😭

  • @rojonigondha8554
    @rojonigondha8554 3 ปีที่แล้ว +1

    ধন্যবাদ আমাৰ অনুপম ডাঙৰীয়া

  • @subhajitmoran2016
    @subhajitmoran2016 3 ปีที่แล้ว

    Anupam da dhanyabad anekuwa batori dekhwr babe. cm sir re nishoi hohai koribo

  • @gautambarman2277
    @gautambarman2277 3 ปีที่แล้ว +1

    CM sir (Mama) 🙏🙏🙏 jonalo hohai kork anekuw poriyalak

  • @pritamdoley7343
    @pritamdoley7343 3 ปีที่แล้ว

    Anupam da apuni great....

  • @shyamantamonisaikia9443
    @shyamantamonisaikia9443 3 ปีที่แล้ว

    ধন্যবাদ অনুপম দা ।

  • @brajagopalsharma469
    @brajagopalsharma469 3 ปีที่แล้ว +1

    101%sure cm sir help you DON'T worry sister 🙏🙏🙏

  • @bobymech7096
    @bobymech7096 3 ปีที่แล้ว

    Hosai Dada Apuni Eiya Bohut Bohut Val Kam korise Dhuniyabad 🙏🙏🙏

  • @dbyt7581
    @dbyt7581 3 ปีที่แล้ว +5

    সকলো ঠাইতে আছে..কি কৰিব উপায় নাই.চেপি ৰস খোৱা দালাল সকলো গাৱতে আছে ?

  • @sukumarray823
    @sukumarray823 2 ปีที่แล้ว

    Thank You Anupom da

  • @Banidasbordoloi5
    @Banidasbordoloi5 3 ปีที่แล้ว +5

    Amak dekhi napai kunu.dekhio nedekhe.BJP Sarkare😭😭😭

  • @Damanadadas3084
    @Damanadadas3084 3 ปีที่แล้ว +1

    Good luck

  • @sarojsaikia213
    @sarojsaikia213 3 ปีที่แล้ว

    এইটো এটা হে উদাহৰণ। এনেকুৱা বহুত মানুহ পৰিয়াল আছে যি য়ে একো সুবিধা পোৱা নাই। সেই সুবিধা বহুত ধনী মানুহে পায় আছে। অলপ সংশোধনৰ প্ৰয়োজন চৰকাৰৰ কৰ্মচাৰী সকলৰ। আৰু চৰকাৰেও সংশোধন কৰিব লাগে।

  • @ArchanaThakuria-x5y
    @ArchanaThakuria-x5y หลายเดือนก่อน

    দুখ লাগিল বহুত

  • @porashjyotineog5984
    @porashjyotineog5984 3 ปีที่แล้ว +1

    অনুপম দা নিউজ টো কৰিলে ভাল লাগিছে। কিন্তু নিউজ টো কৰাৰ পাছত সুবিধা সমূহ পাইছে নাই খবৰটো ৰাখিব। আৰু বহুতো মানুহ এনেকুৱা আছে। ঘৰৰ ওচৰৰ নেতা কেইজনৰ এইবিলাক চকুত নপৰে। সঁচাই বহুত দুখ, লাগে কিছুমান মানুহ বহুত কষ্টত দিন পাৰ কৰিব লগা হৈছে।

  • @jogendihingia6876
    @jogendihingia6876 3 ปีที่แล้ว

    Anupamdada. Joaiaham. 👍

  • @Ketreena320
    @Ketreena320 3 ปีที่แล้ว

    NK tv Zindabad.

  • @bimolrongpi2553
    @bimolrongpi2553 3 ปีที่แล้ว +2

    Bahut dhainobat sir, hosake dukhia de dhormo bhagavan sabo.

  • @stopresent4758
    @stopresent4758 3 ปีที่แล้ว

    অনুপম দা আপোনাক ধন্যবাদ*****

  • @surenthakuri2780
    @surenthakuri2780 3 ปีที่แล้ว

    Thanku anupamda