হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্যই শেষ কৰিলে আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা
ฝัง
- เผยแพร่เมื่อ 15 ม.ค. 2024
- Da News Plus is an Assamese satellite channel. Da News Plus brings you the latest and live Assamese and Bengali news from Assam with the current happenings of Northeast, national and global news.
Please follow up page to watch live and latest news with latest updates every hour.
দিনটোৰ প্ৰতিটো খবৰৰ কাৰণে চাওক DA NEWS PLUS। প্ৰতিটো মুহুৰ্তৰ প্ৰতিটো শুদ্ধ খবৰ কেৱল DA NEWS PLUSত
To subscribe to our channel click here / @danewsplusassam
Please visit our website: danewsplus.com/ for latest opinions and detailed news coverage, Pictures, Entertainment, Sports and Lifestyle Updates.
Follow us on Twitter-
/ danewsplus
Facebook-
/ danewsplus.dnp
Koo app- www.kooapp.com/profile/danews...
আনন্দ মিশ্ৰ চাৰ জনপ্ৰিয় শেষ কৰিব নোৱাৰে কোনেও কাৰণ জনসাধাৰণৰ মাজত তেওঁ ইতিমধ্যে জনপ্ৰিয় হৈ পৰিল।
বয়স বৃদ্ধিৰ লগে লগে নাম পাহৰা হৈ যায়... চিনিও নোপোৱা হয়...উপায় ও নাই...
আনন্দ মিশ্ৰৰ জনপ্ৰিয়তা কেনেকৈ হ্ৰাস হ'ব...
তই কি বোকি আছা...বোকা...
ডাঙৰীয়া ইমান চিঞৰি বাতৰি পঢ়িলে আপোনাৰ জনপ্ৰিয়তাও নাইকিয়া হৈ যাব।
😂😂😂
😂😂
কোনেও কাৰো জনপ্রিয়তা বঢাবও নোৱাৰে কমাবও নোৱাৰে। জনপ্রিয়তা নিজৰ গুণৰ বলতে আহে।
100%. Right
আমার কিন্ত মনত সদায় থাকিব আনন্দ মিশ্র ছার
বিহাৰত গৈ মানুহক সোধক চোন হিমন্তবিশ্ব কোন বা অসমৰ মুখ্যমন্ত্ৰী কোন কব পাৰিব নে ? কব নোৱাৰিলে হিমন্তবিশ্ব শেষ হৈ যাব নেকি ? কামত নহা মন্তব্য দিব নালাগে।
Anand Mishra was a good officer
If he doesn’t wants to remember a good officer, it’s his choice
He is very popular . People of Assam still loves him. He had lot of contribution in Assam.
মোমাই আখা কৰিছিল BJPt যোগদান কৰিব এতিয়া গুচি গল যে মামাৰ ফাতিলে
আনন্দ মিশ্র ছার সদায় জিলিকিব
Long live IPS Anand Mishra sir,,
ওলোটা খৰ মৰাত সিদ্ধহস্ত, পাভ লুটি
Dr হিমন্তই চব জানে,কিন্তু জনসাধাৰণৰ আগত এইবিলাক নাটক আগৰ পাই কৰে!
Anand Mishra always great,We need politics lik e Anand Mishra sir ❤ Jai hind jai bharat
আজি আপুনিও জনপ্ৰিয় ,,জিদিনা আপুনি হাৰিব,,জনতাই আপোনাকো পাহৰি যাব,,জনতাৰ হৃদয়ত ঠাই পোৱা জনক কোনেও পাহৰিব নোৱাৰে,,
Anand Misra sir xadai jiliki thakib . Anand Misra sir jindabad ❤❤
Oh bupai Eman kio sioriso ..mur kaan kola hoi gol😅😅😅😅
val Kam kora manuhok apoman koribo napai ,
কাৰণ আছে ?
এই বিলাক সাংবাদিকৰ হে ভাষা টেটো ফলি চিঞৰিলেওঁ আনন্দ মিশ্ৰ একেই আনন্দ মিশ্ৰ
Anand Mishra sir great ❤❤❤❤❤❤❤❤❤
Lahy lahy mama apunar Kam nai de
সাংবাদিক মহোদয় মই কানেৰে শুনিবলৈ পাওঁ নহয়, আপুনি ইমান কিয় চিঞৰি চিঞৰি কয় আছে
কিনো ডাঙৰ কথা হল, আপুনি যিমান ডাঙৰকৈ বাতৰিটো পৰিবেশন কৰি আছে বাতৰিটো সিমানো একো ডাঙৰো নহয় । এইবোৰ সৰু কথা হয়নে?
সেই টো পাগল সাংবাদিক কেলা । সি যেন বাপেকৰ লগত যুদ্ধ হে কৰিব 😊😊😊
😂😂😂😂😂
Gold is always Gold..... When it is burnt again and again, it's brightness increases hundred and hundreds times.
সাংবাদিক জনে ইমান কিয় চিঞৰি আছে
আনন্দ মিশ্ৰৰ যোয়গতা চৰকাৰে দিয়া নহয়৷ নিজে অৰ্জন কৰা যোয়গতা।
আনন্দ মিশ্রৰ জনপ্ৰিয়তা কমিব না বাঢ়িব ভবিষ্যতে সকলে জানিব । আই পি এস হোৱা ইমান সহজ নহয়, আইপিএস হোৱাৰ উপৰিও তেওঁ এজন নিৰ্ভীক আৰু সামাজিক ।
Anand🔯🔯🔯🔯🔯🏆🏅🕌🕊️mishra❤🌷🤍🙏🌺🌹anand🕊️Good🙏officer🌷🕊️🌷
অসমৰ সমালোচনা ই তেওক বিহাৰত কি কৰিব বিহাৰৰ জনতাই তেওক হাত বাউলি মাতি আছে কাৰন ভাল মানুহৰ মূল্য বিহাৰী য়ে ভালদৰে জানে কোনো চিন্তা কৰি লাভ নাই
Good police who has earned love and affection of the people is liked the general people is not desired by our CM.
Ananda Mirsha popularity decrease howa nai…But HBS popularity obviously decreased hoise…
Anand Mishra Sir is always great❤bahut I.P.S asa kin2 Anand Mishra Sir k bahut vl pau . I miss you sir🥺
Dr . Himantra biswas Sharma telling us very good so ,SP and CM both are most different.. Respect.
আনন্দ মিশ্ৰ চাৰৰ একো জনপ্ৰিয়তা নাইকীয়া হোৱা নাই, আৰু কোনোবাই কাৰোবাৰ জনপ্ৰিয়তা কমাবও নোৱাৰে, তেখেতে ভবিষ্যতেও সদায় আনন্দ মিশ্ৰ হৈয়ে থাকিব ।
What is the meaning of election ?
যি দুজন ভাল মানুহ আছিল , তেওকে চিনি নাপায় । অলপ উৎসাহ দিলেহে কামবোৰ কৰিবলৈ ভাল পাব ।
Political Pressure is the main reason for His resignation. None can work freelance mode due to ridiculous political scoundrels.
মামাই ভয় খাইছে
Anand Mishra is the best or honest IPS officer of Assam we never forget him
নিজৰ ব্যৱহাৰে নিজৰ পৰিচয়। আনন্দ মিশ্ৰ ব্যৱহাৰ আৰু কৰ্ম ৰাইজৰ বাবে কৰিছিল কোনে। নাজানে ?
News এনেকৈ পঢ়িলে ভাল নালেগে ।
আনন্দ মিশ্র ব্যৱহাৰ বহু ত উচ্চ সেয়েহে অনুৰাগি বহু ত বহত
😢why
Honourable CM rightly said
Anand Mishra sir amar antarat hadai thakiba....🙏🙏🌹🌹🌹
King is king but good king always saporting,
OMG napai dei 😂
anand sir vhagoban.god bless you sir.
Himanta biswa sarma ata misolya manuh . Jani o nojoana hoisi.
Rights
মুখ্যমন্ত্ৰীৰ মুখত শুভা নাপায়।🎉🎉🎉🎉।
ketia ba pm dekha pale vhal lagile hoi.god bless you sir.
😢
Anand Mishra is more popular then the CM of Assam.
Eman misa kota kobo nalage mama. CM sir IPS officer Anand Mishra palke janibo .
Mama❤❤❤❤
আনন্দ মিশ্র জিন্দবাদ
Popular anand
দল বাগৰা নেতাই পাছ,দছ বছৰ লগত থকা পুৰ্বৰ সতীৰ্থকে চিনি নাপাএ।কিবা গপনিয় কাম বা নিৰদেশ নামানিলে কিজানি আন্দ মিশ্ৰই।
I support Hon’ble CM Of Assam
Uuuhhhhh raaaaamm Dada mur kan dukhon thike ase emn siyori nkolew hunu
বাল বোকি আছা Anandmisra always অসমৰ মানুহে মনত ৰাখিব
Anand Mishra sir 🙏🙏🙏
ইমান টেটু ফালি ফালি চিঞৰ কিয় মাৰিব লাগে নো ঐ 🤚😂 গু উলাই যাব
দুশাৰী মন্তব্য শুনায়। বাকী সোপা পুনৰাবৃত্তি কৰি কৰি ইমান কিয় টেটু ফালিব লাগে..
IPS Axom t keijon ase ? Anand Mishra hoise ajon IPS officer, police t sakori korok ba nokorok
Kunu political issue e tekhetak eku koribo nuare, Jodi he politics kore edin teu Prime minister hobo, kunu hadharan nohoi
Muthote Anand Mishra Sir amar majot hodai thakibo
Apuni kio Eman siori news kore....
তেওঁ ভাইয়েকক, লীনা হে ভালকৈ চিনি পাই চাগে। তেওঁ ড হীৰেন চাৰকু নেজানে।
Iman chiori thake kio.
সচা কথা কৈছে মামাই।
আনন্দ মিশ্ৰক ঠগিল কোনে ? এচপি টিচপি মুল্য শূন্য মুখ্যমন্ত্ৰীৰ
Bhai agot tumi tumar kua skill tu thik kora tar pisot newst aha tumar likhia reporterr karonei new generation r childe news nasai
Mla, minister bore দৰমহা লয় নে নলয় ?
বাতৰি পৰিবেশন কৰাৰ কোনো শৈলী নাই নেকি ? চিঞঁৰি চিঞঁৰি এনেধৰণৰ বাতৰি দিলে চাই-শুনি মুঠেই ভাল নালাগে ?
আনৰ অনুৰাগী বেছি থাকিলে মামাৰ গা ফাটি যায়।
Mama bhoi khaise
Himantai voi khaise . Anand Mishra sirr popularity dekhi voi khaise.
Himantai nijake above all buli vabe. Iman ahankar val nahay.
Ahankarai potanor mul katon.adin nijai xesh hoi jabo.
ভাই, তুমি কিয় ইমান চিঞরা? হিমন্ত ই হিংসা তে এনেকৈ কৈছে। তেওর কথাতেই আনন্দ মিশ্রর জনপ্রিয়তা কমিব বুলি যদি তেও ভাবিছে, তেন্তে, সেইটো ভূল।
Ananda mistrou dormoha loi Kam KORISE apuniu dormoha loi Kam KORISE ..
হিংসা xodai ভাল মানুহৰ পতি থাকে
Himonto. Biswai. Anonda. Misror. Jonopriyota. Sekh. Koribo. Nuware
Eitu teur problem.. Kintu Anand Mishra is the best kunuei Mishrar jonopriyota sea koribo nuare
Head line is a wrong
তেৱেঁই আপোনাক কৰোবাৰ আঘাত হানিলে নেকি?
আনন্দ মিশ্ৰ ডাঙৰীয়াৰ জনপ্ৰিয়তা কেতিয়াও শেষ নহয়।
অসমত আনন্দ মিশ্ৰ ডাঙৰীয়াৰ সৎ প্ৰশানিক অসমত নোলাব ।
Anand Mishra can become cm like you if he desire, but you can't be an IPS officer like Anand Mishra, mama we know what type of politician you, you betrayed congress, you also can betray bjp also, wait time will come you will have to shake hand with Anand Mishra in delhi
Kiyo eman siyori asa haga lagise neki be
No comments
😂😂😂😂 lollipop
Anand Mishra zindabad.himanta go back
গোলাপ ফুল পাহক মদাৰ ফুল বুলি মাতিলেও ফুল পাহৰ সুৱাস কমি নাযায়।
নিজৰ কোম্পানীৰ কৰ্মচাৰীৰ নাম নজনা তো লাজৰ কথা
Eketa kothake bare bare repeat Kori thoka toye oxomiya news neki. ?
লাহে লাগে ক ' , টেটু ফাতিব।
বাতৰি কোৱাজনে চিঞৰি চিঞৰি কি বাতৰি পঢিছে?
Hemu dadagiri besi hoise .toi sini nepa .tetiya hole tuk Kune sini pai
Eke ta kothai dighol koi kua talent ase apuna lukor
😂😂
Acting koribo Jane mamai
S p Anonnd Sirok Sokolua val pai Raije Bohut Ador korisil Etia Biharot Hei khini pabo