কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই শীঘ্ৰেই যোগদান কৰিব কংগ্ৰেছত

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ก.ค. 2024
  • বিজেপিৰ আভ্যন্তৰত অসন্তুষ্টিৰ জোৱাৰ! কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই শীঘ্ৰেই যোগদান কৰিব কংগ্ৰেছত। কোন কোন বিজেপি নেতাই যোগাযোগ চলাইছে কংগ্ৰেছৰে? DY365ৰ বিশেষ প্ৰতিবেদন
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

ความคิดเห็น • 16

  • @debajanibaruah3105
    @debajanibaruah3105 23 วันที่ผ่านมา +5

    বঢ়িয়া ।ঘৰ ভঙা চৰকাৰ আমাক নেলাগে ।কংগ্ৰেছত আহিব বিচৰা সকলক আদৰনি জনাইচো ।

  • @taradoi7957
    @taradoi7957 23 วันที่ผ่านมา +1

    ২০২৬ ত গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হলে অসমৰ বাবে এটা ইতিবাচক দিশ হব । মই ভাৱো তেও ভাল কাম কৰিব কিয়নো তেওঁ এজন ভাল গুনৰ অধিকাৰী ।

  • @TKDeka454
    @TKDeka454 23 วันที่ผ่านมา +3

    সুন্দৰ বাটৰি

  • @TCF573
    @TCF573 23 วันที่ผ่านมา +3

    Very good

  • @rokibuddin344
    @rokibuddin344 23 วันที่ผ่านมา +2

    ভাল পদক্ষেপ Congratulations 🎉 For Coming Congress ✋

  • @sahidulsvlogs7862
    @sahidulsvlogs7862 23 วันที่ผ่านมา +1

    ৰিপন বৰা ছাৰৰ খুব প্ৰয়োজন।

  • @jitendrarabha4660
    @jitendrarabha4660 23 วันที่ผ่านมา +1

    ধেৎতেৰি ------ যোগদানৰ কাম সোনকালে নকৰে কিয়হে?একেটা কথাকে সংবাদ মাধ্যমবোৰৰ পৰা শুনি শুনি কাণ ঘোলা হ’ল৷

  • @koranthapa1745
    @koranthapa1745 23 วันที่ผ่านมา +1

    Moozaa

  • @MiriVoRapsong
    @MiriVoRapsong 23 วันที่ผ่านมา +2

    Poriborton 2.0 Is back 26

  • @anonymous_assamese4838
    @anonymous_assamese4838 23 วันที่ผ่านมา +1

    হিমন্ত বাহিনীৰ পতন হওঁক 😂

  • @bakulboruah2026
    @bakulboruah2026 23 วันที่ผ่านมา +2

    গৌৰৱ গগৈ এজন বাচ্ছা লৰা।এই বাচ্ছা লৰাজনে হিমন্ত বিশ্ব শৰ্মাক নাকত ধৰি চাকত ঘুৰাইছে।২০২৬ ত গৌৰৱ গগৈ মূখ‍্যমন্ত্ৰী হব।হিমন্ত বিশ্ব শৰ্মা ৰাজ‍্যসভাৰ সাংসদ হব।মইও ২০২১ লৈ এজন BJP দলৰ অনুৰাগী আছিলোঁ।কিন্তু যেতিয়াই সৰ্বানন্দ সোণোৱালৰ দৰে এজন ভদ্ৰলোকক আঁতৰাই হিমন্ত নিজে মূখ‍্যমন্ত্ৰীৰ চকীত বহিল,তেতিয়াৰ পৰাই মোৰ BJP প্ৰতি মোহভংগ ঘটিল।মই অটল বিহাৰী বাজপেয়ী দেৱৰ দিনৰ BJP কৰ্মী আছিলোঁ।বৰ্তমান মই গৌৰৱ গগৈ ডাঙৰীয়াৰ এজন ডাঙৰ অনুৰাগী।কাৰণৰ গৌৰৱৰ অহংকাৰ নাই, তিনিবাৰৰ মূখ‍্যমন্ত্ৰীৰ পুত্ৰ হৈও কোনো সম্পত্তিৰ পাহাৰ নাই।সাধাৰণ এটা ঘৰ,এডোখৰ মাটিৰ বাহিৰে একো নাই।তাৰোপৰি তেওঁ সাংঘাটিক নম্ৰ-ভদ্ৰ চৰিত্ৰৰ নেতা।সেইকাৰণে ২০২৬ ত গৌৰৱক মূখ‍্যমন্ত্ৰী বনাবৰ কাৰণে প্ৰয়োজনীয় যিকোনো পদক্ষেপ লবৰ কাৰণে সাজু আছোঁ।

  • @IndalulKhalong...
    @IndalulKhalong... 23 วันที่ผ่านมา +1

    Good news..
    Original BJP leader hokolor value naikiya hoi gose..
    Only Congress pora aha mla hokole BJP t value ase..
    Asol BJP hokolok full support koru..
    Moi 22 years pora BJP k support kori ahisu..
    Piyush Hajarika, Jayanta Mallab Boruah nisina keita babei BJP Akhomor hekh hoi jabo.

  • @assam2006
    @assam2006 23 วันที่ผ่านมา

    নেজাব

  • @gagandeka4188
    @gagandeka4188 23 วันที่ผ่านมา +1

    Right dision

  • @parthab9
    @parthab9 23 วันที่ผ่านมา

    Atia congress gelabo. Ehotok loboi nelage

  • @dekacitra6566
    @dekacitra6566 23 วันที่ผ่านมา

    Poisa marib powa ny sage😂😂😂