টোকাৰী গীত 2022 | Khogen Gogoi Tukari Geet 2022 | ৰাৱণে লৈ গ'ল সীতাক, হৰিক ভজিবলৈ, এই সমাজৰ মাজে

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ต.ค. 2024
  • ৰাৱণে লৈ গ'ল সীতাক,
    হৰিক ভজিবলৈ বান্ধঐ,
    এই সমাজৰ মাজে কৃষ্ণ,
    পুৰণি গীত মাত আৰু ভিডিঅ সংগ্ৰহ কৰি ৰাইজলৈ আগবঢ়াই দিয়াৰ প্ৰয়াস কৰিছো । ৰাইজৰ মনোৰঞ্জৰ বাবে । ভুল হ'লে ক্ষমা কৰিব । যদি কিবা অসুবিধা হয় তেনেহ'লে Video টি Delete কৰি দিয়া হ'ব । চেনেলটি জিয়াই ৰাখিবৰ বাবে অনুৰোধ কৰিলোঁ । সকলো ৰাইজৰ সহযোগিতা কামনা কৰিলোঁ ।
    ধন্যবাদেৰে -
    Melodious Axom
    melodiousaxom@gmail.com

ความคิดเห็น • 26

  • @dipanjaliborah8322
    @dipanjaliborah8322 2 ปีที่แล้ว +1

    Hundar hoise, krishna Pravu.

  • @एखबलू
    @एखबलू 2 ปีที่แล้ว +5

    হৰি বোল হৰি বোল🙏
    ৰাম ৰাম ৰাম ৰাম🙏

  • @bijoybhusansaikia7571
    @bijoybhusansaikia7571 ปีที่แล้ว +4

    Khub ananda palo , Gogoi debaloi Pranam Jashilo.

  • @nilomonigogoi2121
    @nilomonigogoi2121 ปีที่แล้ว +1

    সুন্দৰ ❤️

  • @BeautiThakuriya
    @BeautiThakuriya 4 หลายเดือนก่อน

    এই গানটো বহুত ভাল লাগিছে লিখনিত দিব চোন ধন্যবাদ

  • @assam_all_in_one9190
    @assam_all_in_one9190 2 ปีที่แล้ว

    Khub val lagil xuni... Parile aru upload krebosn

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb 11 หลายเดือนก่อน

    🎉 nice, thanks from andharpradesh nellore district.

  • @annajyotigogoi1250
    @annajyotigogoi1250 4 หลายเดือนก่อน +1

    👌👍👏nice

  • @DimbeswarKochari
    @DimbeswarKochari 9 หลายเดือนก่อน

    কৃষ্ণ প্ৰভু

  • @stardemon6177
    @stardemon6177 2 ปีที่แล้ว

    মন প্ৰাণ ভৰি গল ৷

  • @garimagogoi2647
    @garimagogoi2647 ปีที่แล้ว

    গগৈ দেৱৰ‌ টোকা ৰী গীতটো শুনি বৰ আপ্লুত হলো।

  • @sunilkonwar3376
    @sunilkonwar3376 2 ปีที่แล้ว +2

    খগেন গগৈ ৰ কন্ঠ প্ৰতিজন অসমীয়া আৰু জাতিৰ আধ্যাত্মিক ভাৱনাৰ দিক্‌পাল ৷

  • @debenbokalial6986
    @debenbokalial6986 2 ปีที่แล้ว +2

    Muuk lage ramyan rosile jogote janike, ram laxman sita .......

  • @bimandas7309
    @bimandas7309 2 ปีที่แล้ว

    Ram ram ram Krishna Krishna prvo nmska

  • @akhilburagohain381
    @akhilburagohain381 2 ปีที่แล้ว +1

    Krishna Krishna Krishna

  • @debenbokalial6986
    @debenbokalial6986 2 ปีที่แล้ว

    Hori bol.

  • @pradipgogoi3182
    @pradipgogoi3182 2 ปีที่แล้ว

    ৰাম,ৰাম,ৰাম।

  • @ketekiborah8061
    @ketekiborah8061 ปีที่แล้ว

    ধন্যবাদ।

  • @newdreams4507
    @newdreams4507 2 ปีที่แล้ว

    Hundor ❤️🙏👌

  • @dharmeswarsaikia176
    @dharmeswarsaikia176 2 ปีที่แล้ว

    Very good thank you

  • @bnlifechannel1319
    @bnlifechannel1319 2 ปีที่แล้ว

    🙏🙏❤️👌

  • @dharjensaikia9367
    @dharjensaikia9367 2 ปีที่แล้ว +3

    আমি আগতে বৈৰাগী আৰু মনভাই নামৰ কেছেটৰ টোকাৰী গীত হুনিচিলো। বৰ ভাল লাগিছিল। আকৌ শুনিবলৈ পুৱাহেতেন।

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 2 ปีที่แล้ว

    Krisna ram...

  • @neilbaru
    @neilbaru 2 ปีที่แล้ว +2

    নামৰ কথাখিনি কোনোবাই পাৰিলে অনুগ্ৰহ কৰি দিব নেকি