বিয়াৰ যৌতুক সম্পৰ্কত সাহসী পোষ্ট জ্ঞানশ্ৰী বৰাৰ

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ธ.ค. 2024

ความคิดเห็น • 229

  • @mallikadeka2360
    @mallikadeka2360 6 หลายเดือนก่อน

    বহুত সুন্দৰ প্ৰচেষ্টা, সফল হোৱা,,লগতে যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল,🎉🎉🎉🎉

  • @PriyankuBaruahPriyankubaruah
    @PriyankuBaruahPriyankubaruah 6 หลายเดือนก่อน

    বহুত ভাল লাগিল কথা কেইতা ।

  • @PinkyThakuria-q6r
    @PinkyThakuria-q6r 6 หลายเดือนก่อน

    Right ❤❤❤

  • @nishitanath5625
    @nishitanath5625 6 หลายเดือนก่อน

    Right sister 👍

  • @Amiyasarmah
    @Amiyasarmah 7 หลายเดือนก่อน

    Thank you god bless you 8:56

  • @apurbaray3976
    @apurbaray3976 6 หลายเดือนก่อน

    Hosakoi Val lagile huni...tumak kin2 hailakh Barsha Rani bar nisina lagise 😍😘

  • @PapuSaikia-en7kx
    @PapuSaikia-en7kx 6 หลายเดือนก่อน

    ❤❤❤❤❤❤

  • @PhunuNathBora-uz9vj
    @PhunuNathBora-uz9vj 6 หลายเดือนก่อน +1

    জ্ঞানশ্ৰী তুমি উমেচ দাৰ ছোৱালী তোমাক বহুত দিনৰ মুৰত দেখিলোঁ। তুমি ডক্টৰ চাকৰি পালা ভাল লাগিল। মোৰ ঘৰ ঢেকীয়াল নাথ গাৱত, মইনা পাৰিজাতত লগ পাওঁ। তুমি সৰুৰে পৰা সকলোতে আগবঢ়া ছোৱালী আছিলা, তোমাৰ কথাখিনি মোৰ বহুত বেছি ভাল লাগিল। কিন্তু আজি-কালি ইমান বুজাউতেও কিযে হৈছে।যৈতুকৰ কাৰণেযে ন, বোৱাৰীক মাৰি পেলাইছে। তোমাৰ কথাখিনি চাই অলপ শিক্ষা পাওঁকছোন সিহঁতে। তুমি সুখীহোৱা মনৰ জোখেৰে, আশীৰ্বাদ থাকিল তোমালৈ।

  • @PoriD-db
    @PoriD-db 7 หลายเดือนก่อน +26

    কথাবোৰে মন চুই গল। যুগ্মজীৱনৰ শুভেচ্ছা থাকিল ❤

  • @moinaroy
    @moinaroy 7 หลายเดือนก่อน

    💯💯💯

  • @tanmisaikia8965
    @tanmisaikia8965 6 หลายเดือนก่อน +2

    💯 xosa. Emn dhuniake kotha kita koisa❤❤

  • @allinonewithminu5270
    @allinonewithminu5270 7 หลายเดือนก่อน

    God bless you🙏

  • @pratushpransaikia5903
    @pratushpransaikia5903 6 หลายเดือนก่อน +1

    সুখী হোৱা মনৰ জোখাৰে .....এই সত্ সাহস সদায়েই থাকক তোমাৰ লগত....যগ্ম জীৱনলৈ স্বাগতম🌹🌹

  • @abhiranjan7671
    @abhiranjan7671 7 หลายเดือนก่อน +1

    Strong voice and good msg to the society. Keep it up and stay happy 😘😘 always

  • @Debeswardoley123
    @Debeswardoley123 6 หลายเดือนก่อน

    Thanks

  • @PrbinChutia
    @PrbinChutia 7 หลายเดือนก่อน +2

    আমাৰ অসমীয়া সমাজত পুৰণি কালত যৌতুক প্ৰথা প্ৰায় নাছিল বুলিয়েই কব পাৰি। অৱশ্যে কন্যা সম্প্ৰদান কালত জ্ঞান শ্ৰী বৰাই কবৰ দৰে কন্যা গৰাকীৰ অতীব প্ৰয়োজনৰ প্ৰতি লক্ষ্য ৰাখি আত্মীয় স্বজন তথা সমাজৰ লোকে বাচন বৰ্তন, তাঁতৰ শাল,যঁতৰ আৰু ঘৰৰ শালতে বোৱা কিছু কাপোৰ কানি গহনা আদি যিবোৰ নিচেই নগন্য আছিল। গতিকে ল'ৰা ছোৱালীৰ বিয়া পতা বা দিয়াৰ বাবে পৰিয়ালৰ লাকৰ বিশেষ চিন্তাৰ কাৰণ নাছিল। কিন্তু আজি কালি যৌতুক নামৰ মহা বিয়াধি বিধে অসমীয়া সমাজকো খুলি খুলি খাবলৈ ধৰিছে যাৰ ফলত বহুতো দুখীয়া দৰিদ্ৰ লোকে নিজৰ ছোৱালীক উপযোক্ত পাত্ৰত বিয়া দিব নোৱাৰি ঘৰতে থাকিব লগীয়া হৈছে। এনেবোৰ বিষয় আমাৰ সমাজৰ প্ৰগতিৰ অন্তৰায়। তোমাৰ যৌতুক‌ সমন্ধে কৰা মন্তব্য বৰ সুন্দৰ , সময়োপযোগী হৈছে। তোমাৰ মন্তব্যই নিশ্চয় আমাৰ সমাজৰ একাংশ লোকৰ চকু মুকলি কৰিব। ধন্যবাদ।

  • @monishacreations7190
    @monishacreations7190 6 หลายเดือนก่อน

    তোমাৰ দৰে সকলোৰে চিন্ত ধাৰা একেই হোৱা হেঁতেন ❤❤

  • @JitenSaikia-jw9fg
    @JitenSaikia-jw9fg 7 หลายเดือนก่อน +2

    বা আপুনি কোৱাৰ দৰেই যদি সকলো ‌ লৰা ছোৱালীয়ে আৰু মাক বাপেক সকলোৱে বুজি পালে যৌতুকৰ দৰে মহামাৰিত ইমান কম বয়সত ইমান ছোৱালী হেৰোৱাব নালাগিলে হয় অসমত গাঁৱত চহৰত বুলি কবলৈ ভাষা নাই ।দিনক দিনে বৃদ্ধি পাই আহিছে। আপোনাৰ দৰে সকলোৱে বুজি পালে যৌতুকৰ মহামাৰীৰ প্ৰাদুৰ্ভাব নাইকিয়া হ'ব ।

  • @pallabchutia1244
    @pallabchutia1244 6 หลายเดือนก่อน

    Hukhi huwa hodai.
    Biyaloi namatila amak😢

  • @munmichannel1155
    @munmichannel1155 7 หลายเดือนก่อน +5

    বৰ ধুনীয়াকৈ সঁচা কথা খিনি ব্যক্ত কৰিলা । নতুন জীৱনটো সুখেৰে উপচি পৰক❤❤❤❤

  • @jibonsongram7364
    @jibonsongram7364 7 หลายเดือนก่อน

    selute apunar sintadhara
    i agree with you

  • @anusunabairagi-ld5ek
    @anusunabairagi-ld5ek 7 หลายเดือนก่อน +6

    সম্পূর্ণ সফল নহলেও অলপতো হৈছা।ভগৱানে তোমাৰ মংগল কৰক।সদায় সুখী হৈ থাকিবা।

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 7 หลายเดือนก่อน +3

    এই বিষয়টোত কিছুমান ধনী মানুহে নিজৰ ক্ষমতা দেখাবলৈ দৰা কিনা এটা পদ্ধতি, আমাৰ এজনীয়ে ছোৱালী বুলি মানুহক দেখাই বিধ বিধ বস্তু দিয়ে এইটো এটা কেঞ্চাৰ বেমাৰ লাহে লাহে সমাজখনত এটা নিয়ম হিচাপে পৰিণত হল,যাৰ বাবে এচাম দুখীয়া আৰু মধ্যবিত্ত পৰিয়াল জুৰুলা হৈ পৰিছে।ইয়াৰ বাবে আমাৰ সমাজখনেই দায়ী।

  • @chitraliphukan1352
    @chitraliphukan1352 7 หลายเดือนก่อน +11

    সদায় সুখী হোৱা, সকলো বোৰ ছোৱালী তোমাৰ দৰে হওঁক |

  • @rajkumaryein6846
    @rajkumaryein6846 7 หลายเดือนก่อน +88

    ভণ্টী তোমাৰ দৰে এগৰাকী শিক্ষিতা ছোৱালীয়ে তেনেদৰে যৌতুক দিয়া বা লোৱা কাৰ্যৰ বিৰুদ্ধে সমাজক বুজালে নিশ্চয়কৈ অলপ হ'লেও বুজি পাব আৰু সমাজখন সংস্কাৰ হ'ব,লগতে তোমাৰ যুগ্ম জীৱন সুখ শান্তিৰে জীয়াই থাকক

    • @ajantamoran4526
      @ajantamoran4526 7 หลายเดือนก่อน

      Hoxa kotha koi xa baa huni vll lagixa

  • @dhanjyotiborah2058
    @dhanjyotiborah2058 7 หลายเดือนก่อน +3

    তোমাৰ যুগ্ম জীৱন সোন্দৰৰ হওক। সচা কথা ।শুদ্ধ চিন্তা খুবেই গুৰুত্ব পূন হয়।

  • @manishasaikia6805
    @manishasaikia6805 7 หลายเดือนก่อน +1

    Kothabur mon sui gol muru...xosai paxonggik kothai koisa.. Moi u ekmot hoi... Xosai kotha kou dai.. Mur suwali u aidorei kotha koi .. tairu montobbo tumar dorei.. Moi bohut dhoino hoisu kotha bur huni tumar .
    ❤❤❤❤👍👍👍👍🙏🙏🙏

  • @anusunabairagi-ld5ek
    @anusunabairagi-ld5ek 7 หลายเดือนก่อน

    Thank u Gyanshree

  • @lakshyajyotikeot3953
    @lakshyajyotikeot3953 7 หลายเดือนก่อน +7

    ৰাজনৈতিক মতাদৰ্শত তোমাৰ লগত মোৰ অমিল আছে , ততসত্বতেও এইবিষয়ত তোমাৰ সৈতে মই ১০০% একমত - তোমাৰ দৰে স্পষ্টবাদী আৰু সাহসী ছোৱালীৰ অসমীয়া জাতিৰ প্ৰয়োজন আছে []🙏🙏🙏🙏

  • @sukanyagogoi6107
    @sukanyagogoi6107 7 หลายเดือนก่อน

    Moiu bisariclu suwali hisape oti kom khososere biya khn patim kintu ghrt nemanil

  • @bhaigyashri7904
    @bhaigyashri7904 7 หลายเดือนก่อน

    God bless you 🧿🙏

  • @Diptisagar122
    @Diptisagar122 7 หลายเดือนก่อน

    Gyanshree vonti, tumar kothar mote ami ek xanmot, bhut val lagil eyh msg tu diyar babe, good job👍👍, and tumaloi aohekh dhanyabad🥰

  • @monalishaborah-ys1zd
    @monalishaborah-ys1zd 7 หลายเดือนก่อน +9

    বহুত ভাল লাগিল, সদায় সুখী হোৱা, সকলো ছোৱালী তোমাৰ দৰে সাহসী হওক ❤

  • @krishnaborah2373
    @krishnaborah2373 7 หลายเดือนก่อน

    মোৰ বিয়া হোৱা প্ৰায় তিনি দশক পাৰ হৈছে। বিয়াত তথাকথিত জোৰোণ আৰু যৌতুক একো নাছিল । আলোচনা মৰ্মে লোৱা সেই সিদ্ধান্ত সকলোৱে মানি লৈছিল। কিন্তু দুখৰ কথা সেইটোক আদৰ্শ হিচাপে প্ৰভাৱিত কৰিব নোৱাৰি লো ।

  • @satyenkakoty7148
    @satyenkakoty7148 7 หลายเดือนก่อน +39

    সদায় সুখী হোৱা। শুদ্ধ চিন্তা ধাৰা।

  • @JakirHussain-nh7ho
    @JakirHussain-nh7ho 7 หลายเดือนก่อน +24

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলো। বহুত গুৰুত্ব বান কথা কলা তুমি। তোমালৈ শুভেচ্ছা থাকিল

  • @BeingHumane173
    @BeingHumane173 7 หลายเดือนก่อน +1

    Thik koise Gyanashree Bora Baideu ! Respect for taking a stand against dowry !
    Its high time we get rid of the sexist, patriarchal 'traditions', ideas and norms governing our marriages.
    Moreover, marriage and motherhood should be every woman's personal choice, not obligations. Parents and society should stop pressurizing women for marriage.
    Marriage should be a Union, a Partnership of Equals, Not a Transaction.
    I would also like to add here that, the whole patriarchal idea of "giving away the daughter in a marriage" needs to be abolished.
    The daughter is marrying her life partner, she is not being "given off" or "taken away" anywhere. She is still her parents daughter as much as her spouse is his parents son after marriage.
    Also, another thing, society should be ambilocal rather then being strictly patrilocal. Thats is the post marital residence of a couple can be either the Girl's house or the Boy's house which should be decided either by a toss or by the need of the situation, instead of strict patrilocal convention. Strict patrilocality is sexist, irrational, makes no sense and leads to the problem of son preference in society. Strict patrilocality needs to be replaced with an ambilocal, bilineal and overall gender equal system of society.

  • @hemantaboruah2004
    @hemantaboruah2004 7 หลายเดือนก่อน +37

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহূত মূল্যবান কথা জনোৱাৰ বাবে যদি সকলোৱে সুন্দৰ ভাবে লয় সমাজ সুন্দৰ হ'ব।

  • @sajinabegum9168
    @sajinabegum9168 7 หลายเดือนก่อน

    Right kotha Val lagil

  • @DebarunDutta-r5l
    @DebarunDutta-r5l 7 หลายเดือนก่อน +3

    শুদ্ধ কথা কৈছা মাজনি তোমাৰ সাহসক সন্মান জনাইছো 🙏 ইমান কম বয়সতে ধুনীয়া কথা কৈছা আজি কালি মানুহে নিজৰ কথা নাভাবে আনে ভাল পোৱা বেয়া পোৱা কথা বিলাক বেছি কৈ ভাবে নিজৰ সুবিধা অনুসৰি যিকোনো কাম কৰিব লাগে

  • @sushibratadas3414
    @sushibratadas3414 7 หลายเดือนก่อน +2

    মোৰ আদৰ্শ, তোমাৰ আদৰ্শ লগত মিল আছে তুমি সুখী হোৱা

  • @champaksaikia3761
    @champaksaikia3761 7 หลายเดือนก่อน

    Tumi hosa kotha koisa. Moiu dora ghoror pora apodu bostu nuluake aru moiu nonake aji 20 bosore bohut hukhot asu. Ajir tarikothot mur akure ovob ny. Hunor gohona nuluake ami akhon hukhor honghar grohi loisu. Tumar kothabur hosa aru hudho.

  • @akashihazarika1662
    @akashihazarika1662 7 หลายเดือนก่อน

    একমত❤

  • @northeastassamesefoddie9664
    @northeastassamesefoddie9664 7 หลายเดือนก่อน +2

    সঁচা কথা ছোৱালী এজনীক যদি ফ্ৰী তে লৈ যাব পাৰে লৰাই তেটিয়াহলে ছোৱালীৰ পৰা বস্তু কিয় লাগে?ছোৱালীৰ মূল্য নাই নেকি

  • @XoubhagyaRanjan-c2s
    @XoubhagyaRanjan-c2s 7 หลายเดือนก่อน +1

    সুন্দৰ কথা কৈছে ।।

  • @nothumanff2.2
    @nothumanff2.2 7 หลายเดือนก่อน +2

    তোমাৰ যুগ্মজীৱন সাক্ষৰ হ ওক তাৰে‌ কামনা ভগৱান ৰ ওচৰত প্ৰাৰ্থনা জনালো।

  • @JyotiBorah-rt5qk
    @JyotiBorah-rt5qk 7 หลายเดือนก่อน +1

    আপুনি একেবাৰেই সচাঁ কথা কৈছে বাইদেউ 🙏🙏

  • @swastikakandali2404
    @swastikakandali2404 7 หลายเดือนก่อน +8

    বহুত বহুত শুভেচ্ছা থাকিল তোমালৈ ।

  • @TrisnamoniDevi
    @TrisnamoniDevi 7 หลายเดือนก่อน

    Akdm xosa kotha ❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉

  • @PoliDohutia-z3v
    @PoliDohutia-z3v 7 หลายเดือนก่อน

    ❤❤❤Nice

  • @mosfiabegom7095
    @mosfiabegom7095 7 หลายเดือนก่อน

    Moi aponer dore koriso kintu etiau mor ghor r poriyal akhkhep ase , aro bohut uplonga kotha xunibo loga hoisey

  • @ModanNeog
    @ModanNeog 7 หลายเดือนก่อน

    Tumar monto asolote bor hundor .tumar kothabur val lagil poriborton hbor hol

  • @bornalidehingia3682
    @bornalidehingia3682 7 หลายเดือนก่อน +1

    তোমাৰ চিন্তা বোৰ বহুত ভাল সুখী হোৱা তুমি

  • @purobigogoi930
    @purobigogoi930 7 หลายเดือนก่อน +4

    Thikai koisha . Val lagil. Happy marriage life.❤

  • @deepjyotihazarika7732
    @deepjyotihazarika7732 7 หลายเดือนก่อน

    Much needed message

  • @JutismitaRoy
    @JutismitaRoy 7 หลายเดือนก่อน

    Akdme xosa kotha koisa

  • @HUNTIRABHA
    @HUNTIRABHA 7 หลายเดือนก่อน

    Bohot val kothai koise

  • @junmonikalita1363
    @junmonikalita1363 6 หลายเดือนก่อน

    সঁচা কথা কৈছা তুমি

  • @manjulachutia301
    @manjulachutia301 7 หลายเดือนก่อน +1

    বহুত বহুত ভালাগিল

  • @janmonigogoi6271
    @janmonigogoi6271 7 หลายเดือนก่อน +2

    ১০০% একমত মই।

  • @sumivlogs9725
    @sumivlogs9725 7 หลายเดือนก่อน

    Right 👍 kotha koise

  • @bornaligogoi3994
    @bornaligogoi3994 7 หลายเดือนก่อน

    Hsa kht koisa tumi... Hokolu a bujibo lge... Hofol hua tumi...

  • @mcqsassam
    @mcqsassam 7 หลายเดือนก่อน

    Biyat akhil gogoi goisela na

  • @nonyborgohain6109
    @nonyborgohain6109 7 หลายเดือนก่อน +1

    নতুন জীৱন.টো সুখৰ.হক.

  • @Noboneta
    @Noboneta 7 หลายเดือนก่อน

    Manuhe ki kbo buli bhoi kre💔💔💔

  • @simaboruahvlogs5210
    @simaboruahvlogs5210 7 หลายเดือนก่อน

    Tumale bhout bohut morom ❤

  • @PariChutia-g6c
    @PariChutia-g6c 7 หลายเดือนก่อน

    Congratulations ❤

  • @satyabittuu9784
    @satyabittuu9784 7 หลายเดือนก่อน

    Jorunot diya kapur gohona pindha ny nki😂😂

  • @rockentertainment3338
    @rockentertainment3338 7 หลายเดือนก่อน +1

    Enekua ata massage ole k opekha asil ..amar homaj khnle

  • @NamitaBoruah-h8d
    @NamitaBoruah-h8d 7 หลายเดือนก่อน +22

    খুবেই গুৰুত্বপূৰ্ণ কথাবোৰ ।একেবাৰে সময় উপযোগি।

  • @Kashbi432
    @Kashbi432 7 หลายเดือนก่อน

    Good massage 👍👍

  • @babitasarmah
    @babitasarmah 7 หลายเดือนก่อน +1

    Recently in a case Supreme Court has rightly said "A marriage is not an event for 'song and dance' and 'wining and dining' or an occasion to demand and exchange dowry and gifts by undue pressure leading to possible initiation of criminal proceedings thereafter. A marriage is not a commercial transaction. It is a solemn foundational event celebrated so as to establish a relationship between a man and a woman who acquire the status of a husband and wife for an evolving family in future which is a basic unit of Indian society."
    So Maam, you are raising a compex issue of our society. Wish you the bestluck !!!!

  • @AbhijitBoruah-zz4kv
    @AbhijitBoruah-zz4kv 7 หลายเดือนก่อน

    Moiu tmr dore kotha bur vabu ❤❤❤

  • @mainadas8047
    @mainadas8047 7 หลายเดือนก่อน

    Very good 👍🏻 desition

  • @ranudevimorang9103
    @ranudevimorang9103 7 หลายเดือนก่อน +18

    বহুত বহুত ভাল লাগিল ৷

  • @freefireworld293
    @freefireworld293 7 หลายเดือนก่อน

    God bless u ❤️

  • @mahantamunu5384
    @mahantamunu5384 7 หลายเดือนก่อน +3

    বহুত ভাল লাগিল বা কথাখিনি শুনি😢😊

  • @sumidevi5722
    @sumidevi5722 7 หลายเดือนก่อน +1

    বিচনাখন নিদিলে সুখত থাকিব পাৰে জয়টোক লোৱা তো পাপ আপোনাৰ কথা ৰাইট

  • @mukiburrahman71
    @mukiburrahman71 7 หลายเดือนก่อน +6

    সুন্দৰ ঢিন্তা ধাৰা বাইদেউ ❤❤

  • @punyahazarika645
    @punyahazarika645 7 หลายเดือนก่อน +3

    যুগ্ম জীৱনৰ শুভকামনা জনালো ।

  • @dimpeepanging-rf2xn
    @dimpeepanging-rf2xn 7 หลายเดือนก่อน +2

    সচাঁকে বহুত ভাল লাগিল❤❤❤

  • @songitadevi1632
    @songitadevi1632 7 หลายเดือนก่อน

    সঁচাই কথা

  • @KarabiGourango-by6pj
    @KarabiGourango-by6pj 7 หลายเดือนก่อน

    😢😢 BOHUT SUWALI AJI U JOTUK BABIA BUK TABUGI

  • @RanuDas-rp7ct
    @RanuDas-rp7ct 7 หลายเดือนก่อน

    Tumar dre moy bhabo thankyou a kthabor aaji shamajat 2 ghre vabile Amar shklore life to aru shamajar pribesh to bhut bhut Shanti hab❤❤❤ positive nam aru Kam God bless life things

  • @biplabborah-rv3ss
    @biplabborah-rv3ss 7 หลายเดือนก่อน

    Ultaaboo😂😂😂😂

  • @DIYCraftbypopy
    @DIYCraftbypopy 7 หลายเดือนก่อน

    Good ❤❤❤❤

  • @madhusmitabarman7326
    @madhusmitabarman7326 7 หลายเดือนก่อน

    Bahut vl lgil kotha khini. 😊😊

  • @rupjyotipatiri7432
    @rupjyotipatiri7432 7 หลายเดือนก่อน

    Good job

  • @purabilaskar5794
    @purabilaskar5794 7 หลายเดือนก่อน

    Bhut dhuniya kotha koisa

  • @inkigogoi4600
    @inkigogoi4600 7 หลายเดือนก่อน

    Monor kotha ❤

  • @jonmanibaishya4909
    @jonmanibaishya4909 7 หลายเดือนก่อน

    Bahut vl lgil kitha khine

  • @lakhyajitbhuyan5692
    @lakhyajitbhuyan5692 7 หลายเดือนก่อน

    Apunar thinking val .kin2 apuni njr e sakori kore ....ru juran kotha nahe apunar biya t

  • @Flavorfusion260
    @Flavorfusion260 7 หลายเดือนก่อน

    ❤❤

  • @PriyakshiChetia-mn8hv
    @PriyakshiChetia-mn8hv 7 หลายเดือนก่อน

    Bht vl podokhep... vgobne mongal korok

  • @ishanriyasweetsistersgogoi7118
    @ishanriyasweetsistersgogoi7118 7 หลายเดือนก่อน

    Ati sundar katha koisa,

  • @ArupBora-rw6lj
    @ArupBora-rw6lj 7 หลายเดือนก่อน

    Heikarone oxomiya suwali biya patiboloi mon

  • @JunuDas-yd1xq
    @JunuDas-yd1xq 7 หลายเดือนก่อน

    100 right

  • @abhilashidas1474
    @abhilashidas1474 7 หลายเดือนก่อน

    thik koisa baa😊

  • @deepanjalidas4495
    @deepanjalidas4495 7 หลายเดือนก่อน

    Tumar kthakhini bahut val lagice tumi sukhi howa bhute val lagil❤

  • @RonCheng-qg4dm
    @RonCheng-qg4dm 7 หลายเดือนก่อน

    Absolutely right