'মোৰ বগা ঘোঁৰা দুটা পূজা কৰি ৰঙা কৰি পেলালে'

แชร์
ฝัง
  • เผยแพร่เมื่อ 11 ธ.ค. 2024

ความคิดเห็น • 884

  • @SSNDMixedCulture
    @SSNDMixedCulture 6 หลายเดือนก่อน +199

    ঘোঁৰা দুটিয়ে মৰাৰ আগতে যিখিনি সন্মান পালে সেয়া কেতিয়াও পাহৰিব নোৱাৰে

  • @mriduanil3342
    @mriduanil3342 7 หลายเดือนก่อน +500

    এই গাঁৱৰ সকলো লোককে স্কুলত নাম লগাই দিব লাগে । ইহঁতৰ শিক্ষা অভাৱ । নহলে ইহতে এদিন ডাইনী সজাই মানুহ মাৰিব ।

    • @mdfakir9424
      @mdfakir9424 7 หลายเดือนก่อน +11

      Right 👍👍👍

    • @krishnanibi1487
      @krishnanibi1487 7 หลายเดือนก่อน +7

      Right

    • @AnilboraAnilbora.
      @AnilboraAnilbora. 7 หลายเดือนก่อน +6

      Right kotha koise.

    • @bkp9774
      @bkp9774 7 หลายเดือนก่อน +10

      শিক্ষা মন্ত্ৰী এ কথা টো হুনিছেনে।

    • @KorihJyoti
      @KorihJyoti 7 หลายเดือนก่อน +3

      Thik koisa dada

  • @dibyajyotikonwar4657
    @dibyajyotikonwar4657 7 หลายเดือนก่อน +227

    Baideu Rock 😂 Ghura Shocked.

    • @pareshdas900
      @pareshdas900 6 หลายเดือนก่อน +1

      😂😂😂

    • @KakoliGayan-xg4gj
      @KakoliGayan-xg4gj 6 หลายเดือนก่อน +1

      🤣🤣🤣🤣😂😂😂😂😅😅😆😆😍😍🥰🥰😘😘🤗🤗🙃🙃

    • @alaminmullah
      @alaminmullah 6 หลายเดือนก่อน +1

      Good comment.

    • @rashmirekhanath2238
      @rashmirekhanath2238 6 หลายเดือนก่อน +1

      😂😂😂😂

    • @vishnupriya9470
      @vishnupriya9470 6 หลายเดือนก่อน +1

      😂😂😂

  • @rinkydas9567
    @rinkydas9567 7 หลายเดือนก่อน +70

    Moja নাটক ডেই best actress award pabo Lage,,,, আঁতৰি দিয়ক

  • @JitenSaikia-jw9fg
    @JitenSaikia-jw9fg 7 หลายเดือนก่อน +118

    মহিলা কেই গৰাকীয়ে লোকেল চুলাই খাই টকা ঘতাৰ উপাই পুলিচে ভাল দৰে অনুসন্ধান কৰিলে সকলো কথা গম পোৱা যাব

  • @SD-ff1wc
    @SD-ff1wc 7 หลายเดือนก่อน +221

    মোৰ ঘোৰাঁ দুটা আছিল বগা ইহঁতে পূজা কৰি কৰিলে ৰঙা 😂😂😂😂

  • @dipokkumargogoi8190
    @dipokkumargogoi8190 7 หลายเดือนก่อน +63

    মানুহৰ অন্ধ বিশ্বাস ইমান দুৰলৈ শিপাইছে যে ঈশ্বৰ আৰু বিজ্ঞান,প্ৰযুক্তিবিদ্যাও হাৰ মানিবলৈ বাধ্য হ'ব।হে ঈশ্বৰ এই অল্প মতি মনুষ্যক সুমতি দিয়া।

    • @Ghost124-v6b
      @Ghost124-v6b 6 หลายเดือนก่อน +1

      Iswar thakile he khumoti dibo😂😂

  • @assam2006
    @assam2006 7 หลายเดือนก่อน +43

    মিয়াৰ ঘোঁৰা এই সকলৰ বাবে ভগৱান।

  • @NitulSangma-sl2wd
    @NitulSangma-sl2wd 7 หลายเดือนก่อน +157

    ঘোঁৰা কেইটা শাস্ত আছিল চাগে সেই কাৰণে মহিলা কেইগৰাকী ঘোঁৰাৰ লাঠ নাখালে এটা এটা লাঠ পোৱা হলে আৰু অলপ জুমিল হৈ😆😆😆

    • @rituparnaboruah4821
      @rituparnaboruah4821 7 หลายเดือนก่อน +1

      😅😅😅😅

    • @cyrus31445
      @cyrus31445 7 หลายเดือนก่อน +3

      Thik kotha mou take bhabisu😋🤣😭😅😂

    • @prayashpatgiri7254
      @prayashpatgiri7254 7 หลายเดือนก่อน +1

      😂😂😂😂😂😂

    • @SUKUMAR_CREATION
      @SUKUMAR_CREATION 7 หลายเดือนก่อน +1

      🤣

    • @rashmirekhanath2238
      @rashmirekhanath2238 6 หลายเดือนก่อน +1

      😂😂😂😂😂😂😂😂😂

  • @ashutdutta2698
    @ashutdutta2698 7 หลายเดือนก่อน +25

    গাওঁ খনত শিক্ষাৰ পোহৰ পৰা নাই যেন লাগিছে ।

  • @Moinakolija4567
    @Moinakolija4567 7 หลายเดือนก่อน +48

    "Mur ghura asl,ehote puja kori ronga kori dise"was epic😂😅😆

    • @fariha67254
      @fariha67254 6 หลายเดือนก่อน

      Aioo moina kolija hoi ni🤓 😆😝

    • @Moinakolija4567
      @Moinakolija4567 6 หลายเดือนก่อน

      @@fariha67254 ako nu kiba😉

    • @NEXIUSGAMING661
      @NEXIUSGAMING661 6 หลายเดือนก่อน

      Moina kolija 🤭

  • @lachithazarika1142
    @lachithazarika1142 7 หลายเดือนก่อน +67

    এই অন্ধবিশ্বাস প্ৰচাৰ কৰাত আমাৰ সংবাদ মাধ্যমেও কিন্তু কম ভূমিকা পালন কৰা নাই

    • @nityamorang2665
      @nityamorang2665 7 หลายเดือนก่อน +4

      সচাঁই,,প্রথম দিনাই যিদৰে হাহাকাৰ লগালে,,,

    • @deepdeep9324
      @deepdeep9324 7 หลายเดือนก่อน +1

      Right

    • @ashmitaramchiary4408
      @ashmitaramchiary4408 6 หลายเดือนก่อน

      Right..

  • @SPYZ_BORAH
    @SPYZ_BORAH 7 หลายเดือนก่อน +189

    Comment sabo ahise jdi like kori diok 😂

    • @akashboraassam2169
      @akashboraassam2169 6 หลายเดือนก่อน +2

      Okle okle hahi asu 😂😂😂😂😂😂🎉😂

  • @krishnakantanath7910
    @krishnakantanath7910 7 หลายเดือนก่อน +20

    গোটেই গাঁৱখনত এজনো শিক্ষিত ব্যক্তি নোলালনে মানুহখিনিক বুজাবলৈ। দৰাচলতে আমাৰ সমাজত সকলোৰে তেজত এতিয়াও অন্ধবিশ্বাসৰ সোতঁ বৈ আছে।

    • @KVofficial7
      @KVofficial7 6 หลายเดือนก่อน

      প্ৰতি খন গাঁৱতে এজন বেছি জনা বয়ুজেষ্ট লোক থাকে তেঁওৰ কোনে কথা কব ।।। কলে আকৌ নিজৰ বিপদ ।। গৰুৰ দৰে এজনী গৰুৰ পিছত আন জনী গৰু যোৱাৰ দৰে কথা মানি লব লাগে।।

    • @GT-dm8pw
      @GT-dm8pw 6 หลายเดือนก่อน +3

      Bujabole goi morilehe hobo

    • @Sammmm85
      @Sammmm85 6 หลายเดือนก่อน

      অকৰা মৈত উঠিলে কাৰ সাধ্য আছে নমাবলৈ

  • @kharkhuaokhomia5949
    @kharkhuaokhomia5949 7 หลายเดือนก่อน +21

    মোৰ ওচৰৰে এজনৰ এটা বগা আৰুএটা ক'লা ঘোঁৰা আছে।বেপাৰ খনৰ অংশীদাৰ কৰি লয় যদি বগাটো মই বন্দোবস্তি কৰি পঠাই দিব পাৰিম।বগা ৰং ঘঁহি ক'লাটোকো বগা কৰিব পৰা যাব।একো দাঙৰ কথা নহয়।

    • @cyrus31445
      @cyrus31445 7 หลายเดือนก่อน +1

      😂😂😂😂😂😂

    • @purabisonowal2242
      @purabisonowal2242 7 หลายเดือนก่อน +2

      😂😂😂ai news khini dekhi hahi hahi pgl hom ketiyba nesao koleu uporte ulai thake

  • @jyotismannath107
    @jyotismannath107 7 หลายเดือนก่อน +7

    দুৰ্বল মানসিকতা।

  • @Debajitdr2ex
    @Debajitdr2ex 7 หลายเดือนก่อน +44

    গাঁৱখনৰ মানুহ বোৰ পাগল হল😂😂

    • @Kenzffx
      @Kenzffx 6 หลายเดือนก่อน

      😂😂😂

  • @jbfromassam
    @jbfromassam 6 หลายเดือนก่อน +5

    আমি যিমান শিক্ষিত হ'লেও অন্ধবিশ্বাসৰ ওচৰত আমি সেও মানি দিওঁ। সেই সময়ত আমাৰ শিক্ষিত সমাজৰ তাকৰ সংখ্যকে বিৰোধিতা কৰে। ঘটনাটো হয় যোৱাৰ পিছত সকলোৱে গুণী-জ্ঞানী হয় পৰে। আমি আগবাঢ়ি যায় অন্ধবিশ্বাস নাশ কৰি সমাজখন সুস্থিৰ কৰিব লাগিব।

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 7 หลายเดือนก่อน +55

    সিহঁতক ধৰি বান্ধি ভোট জলকীয়া চকুৱে মুখে সানি দিয়ক তেতিয়া শৈ কাঁহী দিব

    • @BorshaRaniDas-r6h
      @BorshaRaniDas-r6h 7 หลายเดือนก่อน

      😂😂😂

    • @yukayame
      @yukayame 6 หลายเดือนก่อน

      Ekdom 😂

  • @manasrimoumun8432
    @manasrimoumun8432 7 หลายเดือนก่อน +23

    বাতৰি কিন্তু পঢ়িছে দেই...বাকী বগা ঘোঁৰা ৰঙা কৰি দিলে😀

  • @assamripunshort9643
    @assamripunshort9643 7 หลายเดือนก่อน +20

    Bhgobony upor pora hahi asa sky 😂❤...

  • @-SunmoniBoruah
    @-SunmoniBoruah 6 หลายเดือนก่อน +3

    Ghura shocked 😂 khuri rocked🎉

  • @Ramraj13333
    @Ramraj13333 7 หลายเดือนก่อน +13

    চৰকাৰে গাওঁ খনত স্কুল এখন খুলি দিব লাগে সোনকালে।

  • @tinkurajdas5
    @tinkurajdas5 7 หลายเดือนก่อน +17

    আঁতৰি দিঅক আঁতৰি দিঅক মই কমেন্ত পঢ়িব আহিছোঁ 😂😅

  • @MAINA33
    @MAINA33 6 หลายเดือนก่อน +5

    Gan 2 hunila ne hokolua.. Ultimate 🔥😆

  • @RosardRoird
    @RosardRoird 7 หลายเดือนก่อน +35

    ডাঙৰীয়া👈👈👈😆😆😆😆আমাৰ অসমীয়া সমাজত সঁচাই এনে ভণ্ডামি চলি থকাটো বৰ দুখজনক।

  • @sanjoyopswelofficial4976
    @sanjoyopswelofficial4976 7 หลายเดือนก่อน +12

    মোৰ বগা ঘোঁৰা ৰঙা কৰি দিছে ইহঁতে😂😂

  • @MunindraDas-s6g
    @MunindraDas-s6g 7 หลายเดือนก่อน +15

    গাওঁখনৰ বুঢ়া বুঢ়ী সকলৰ বাবে বিদায় এখন খুলিব লাগে

    • @brahmachari7306
      @brahmachari7306 7 หลายเดือนก่อน +1

      Biday😂😂😂

    • @pranjalborah3555
      @pranjalborah3555 7 หลายเดือนก่อน

      Tur karoneu admission dibo lgibo

  • @neone4759
    @neone4759 7 หลายเดือนก่อน +15

    উন্নত অসমৰ প্ৰতিচ্ছবি

  • @Chaos936
    @Chaos936 6 หลายเดือนก่อน +2

    Appreciation post for Najir da... ultimate commentary

  • @satyamevajayate1274
    @satyamevajayate1274 7 หลายเดือนก่อน +2

    শিক্ষাৰ অভাৱ।

  • @devakantaborah2973
    @devakantaborah2973 7 หลายเดือนก่อน +13

    দুচাত এচাত দিব লাগিছিল , এই কেই গৰাকীক। মানুহক কি শিক্ষা দিব এই মূৰ্খ বিলাকে।

  • @Rioempire
    @Rioempire 7 หลายเดือนก่อน +11

    Oscar Award dibo lge manuh jonik. Best acting karone. 😂😂😂

    • @KakoliGayan-xg4gj
      @KakoliGayan-xg4gj 6 หลายเดือนก่อน +1

      😂😂😂😂😅😅😅😅🤣🤣🤣🤣

  • @Gsvygameryoutuber
    @Gsvygameryoutuber 6 หลายเดือนก่อน +8

    (ক) চমু টোকা লিখা - ‌২০
    ১) ডাঙৰীয়া আহিছে আঁতৰি দিয়ক ।
    ২) মোৰ বগা ঘোঁৰা দুটা পূজা কৰি ৰঙা কৰি পেলালে ।
    (খ) ভক্তপ্ৰাণ ৰাইজে ঘোঁৰা দুটাক কি নামেৰে নামাকৰণ কৰিছিল? ১০
    (ক)ভগৱান
    (খ) ডাঙৰীয়া
    (গ) মহেশ্বৰ
    (ঘ) ওপৰৰ এটাও নহয় ।
    (গ) বগা ঘোঁৰা দুটাৰ মালিকৰ নাম আছিল, ১০
    ১) শুকুৰ আলী
    ২) হিমন্ত মামা
    ৩) মমিন আলী
    ৪) ওপৰৰ এটাও নহয়
    ঘ) বগা ঘোঁৰাৰ মালিকে জালুকবাৰী ৰাইজক মুঠ টকা দিছিল, ১০
    ১) এক লাখ
    ২) পাঁচ হাজাৰ
    ৩) এহেজাৰ
    ৪) দহ টকা😂

  • @tripagghor123
    @tripagghor123 7 หลายเดือนก่อน +5

    Ghura be like : koun hei yeh log.. Kya kar rhe hei yeh log.. Mujhe kya mein toh mast ghas khta hoon😂

  • @jyotishmoiAssam
    @jyotishmoiAssam 6 หลายเดือนก่อน

    ডাঙৰীয়াই আহিছে আতৰি দিয়ক❤❤❤

  • @jontiborah60
    @jontiborah60 7 หลายเดือนก่อน +5

    ভগবানৰ ৰুপত খচ্চৰ। হাই ৰে😂😂😂🤣🤣😇

  • @abhijitkakaty88
    @abhijitkakaty88 7 หลายเดือนก่อน +73

    Poisa ghotar notun koushal

    • @Bikram-Gamin
      @Bikram-Gamin 7 หลายเดือนก่อน +2

      😂

    • @Ramkumarbordoloi
      @Ramkumarbordoloi 7 หลายเดือนก่อน +2

      Poisar babe nohoi ea amar xomaj bujabo nuara exon xomaj

    • @KorihJyoti
      @KorihJyoti 7 หลายเดือนก่อน

      😂

    • @DhunuDeka-qn3lt
      @DhunuDeka-qn3lt 6 หลายเดือนก่อน

      Right

    • @SaptopornaGogoi-d1g
      @SaptopornaGogoi-d1g 6 หลายเดือนก่อน

      Etu drama goisil hai akw aitu notun ahile😂😂 ru ki ki hble bki ase

  • @BiswajitPuwali
    @BiswajitPuwali 6 หลายเดือนก่อน +2

    আজিৰ দিনটো এইবোৰ কান্দ কিয় হৈছে বাৰু,অন্ধ বিশ্বাস মানুহ বোৰ

  • @sgdworld4581
    @sgdworld4581 6 หลายเดือนก่อน

    বিজ্ঞানৰ চৰম পৰাজয়!

  • @mrmanoj2668
    @mrmanoj2668 6 หลายเดือนก่อน

    সমাজৰ পৰা অন্ধবিশ্বাস দূৰ কৰিব লাগিব নহলে।
    নহলে আমাৰ সমাজখন কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰিব।💯

  • @ankurzubeen1158
    @ankurzubeen1158 6 หลายเดือนก่อน +3

    সেৱা লওতে যদি এটা লাট মাৰিল হয় ঘোঁৰা টোয়ে আৰু অলপ জমনি হল হয়

  • @culturalfusion8177
    @culturalfusion8177 7 หลายเดือนก่อน

    Hemanta da rocks..outstanding presentation!

  • @l.s.dipu4887
    @l.s.dipu4887 6 หลายเดือนก่อน +6

    আঁতৰি দিয়ক আঁতৰি দিয়ক কমেন্ত আহিছে আঁতৰি দিয়ক 😅

    • @rashmirekhanath2238
      @rashmirekhanath2238 6 หลายเดือนก่อน

      😂😂😂😂😅😅😅😅😊

  • @NortheastExplorerRH
    @NortheastExplorerRH 6 หลายเดือนก่อน

    বগা গোড়া ৰঙা হ'ল,
    শেষত গৰাকীৰ ওচৰলৈ গুচি গ'ল 😥

  • @ABS0819
    @ABS0819 5 หลายเดือนก่อน

    বাতৰি পঢ়া জন মহান, কুকুৰা এটা খাবলৈ আহ্বান জনালো মোৰ ঘৰত। কুকুৰা কিন্তু মই মাৰিম!

  • @JanmoniRabha-c8b
    @JanmoniRabha-c8b 6 หลายเดือนก่อน

    ধিক্কাৰ দিছোঁ এনেকুৱা সমাজক

  • @ASMforcevlogs8192
    @ASMforcevlogs8192 6 หลายเดือนก่อน

    ভদ্ৰ সমাজত , অমানৱীয় আচৰণ । এই গাওঁৰ সকলো মানুহক অলপ ভাল শিক্ষা দিয়া উচিত ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 6 หลายเดือนก่อน

    নিউজ এডিটৰেও ভাল দিছে দেই !

  • @Loydeep333
    @Loydeep333 6 หลายเดือนก่อน

    Baideu rocked, Ghora mogged😂

  • @Pushpa9387
    @Pushpa9387 6 หลายเดือนก่อน +1

    Marigold biscuts খুৱাবলৈ বিচাৰিছিল তাত এতিয়া মুক্ত মনে বিচৰণ কৰি ঘাঁহ খাইছে ঘোঁৰা দুটাই।😂😂😂😂😂😂😂😂

  • @surendrasahariah9040
    @surendrasahariah9040 7 หลายเดือนก่อน +2

    মাইকীকেইজনীক জেলত ভৰাই থ বাপেকে , তেতিয়াই ডাঙৰীয়াৰ সাক্ষাৎ পাব।

  • @sauravdihingia1153
    @sauravdihingia1153 6 หลายเดือนก่อน +1

    Valueless.......

  • @yasminrahmani1518
    @yasminrahmani1518 7 หลายเดือนก่อน +8

    Ghura be like:- arey joldi hekh kor aibur🤣🤣

  • @rameshmili8871
    @rameshmili8871 6 หลายเดือนก่อน +1

    7 ᴄʀᴏʀᴇ 🎉🎉🎉

  • @toxicmlt5222
    @toxicmlt5222 6 หลายเดือนก่อน +1

    Dangoriya Ahise Atori diok😂❤

  • @TikenRay-ly5bw
    @TikenRay-ly5bw 7 หลายเดือนก่อน +1

    এওলোক কোনখণ দুনিয়াত আছে বা

  • @HappyProteaFlower-jv4ss
    @HappyProteaFlower-jv4ss 7 หลายเดือนก่อน

    ঘোঁৰা ই জালুকনিবাৰী পালেগৈ বাবে ৰক্ষা ভাল জাগাত যোৱা হ'লে মালিকে ঘোঁৰা বিচাৰি নাপাই

  • @RigoDoley
    @RigoDoley 6 หลายเดือนก่อน

    Jalukbari aaihot Amar golaghatoloi
    Dangoriyak potiyai diok plz aaihot request korisu aami atoridim

  • @shirumoniborah5059
    @shirumoniborah5059 6 หลายเดือนก่อน +2

    ভাগ্য ভাল যে লঠিয়াই নিদিলে 😂

    • @Kenzffx
      @Kenzffx 6 หลายเดือนก่อน

      😂😂

  • @mkgaming5096
    @mkgaming5096 7 หลายเดือนก่อน +3

    ডাঙীয়া আহিছে আঁতৰি দিয়ক 😅
    ডাঙৰীয়া গৈল ৰাইজ ঘৰলৈ যাওঁক 😂😂

  • @bedantambora7225
    @bedantambora7225 6 หลายเดือนก่อน

    আজিও মানুহ অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত মজি আছে।

  • @dipildutta1545
    @dipildutta1545 6 หลายเดือนก่อน

    ভাবী ছাওকছোন আগে পিপে অহা নাই ঘোৰা আহিলত সম্ভব অসম্ভ কি হয় ভাবী ছাবী আযি যুগ আনক হহা -- ভাবীিবী

  • @ParthaPratimVlog
    @ParthaPratimVlog 6 หลายเดือนก่อน

    This people's acting skill is much better than local Kung Fu team.😅

  • @PahiBorah-t4y
    @PahiBorah-t4y 7 หลายเดือนก่อน +1

    Andho bisax aru ku-xogskar hoise pithibir ak godhur buja☺️

  • @eXpleinerboy69
    @eXpleinerboy69 7 หลายเดือนก่อน

    3:41 pose tu mja dise 😂😂

  • @abhijitmusicworld1037
    @abhijitmusicworld1037 6 หลายเดือนก่อน

    আমনি নলগা নিউজ😊

  • @devmelody6299
    @devmelody6299 6 หลายเดือนก่อน

    Comdey of the year 🤣🤣

  • @hridayanadasonowal8092
    @hridayanadasonowal8092 7 หลายเดือนก่อน

    আমাৰ অসমীয়া সমাজত সততে দেখি অহা এই ঘটনাবোৰ মানসিক বিকাৰৰ ফল? শিক্ষা ৰ অভাৱ? অন্ধবিশ্বাস ? নে অন্য কিবা ?

  • @MbSiksha
    @MbSiksha 6 หลายเดือนก่อน +1

    শিক্ষাৰ অভাৱ আৰু লজ্জা জনক কাণ্ড। 😢

  • @sumandewan8220
    @sumandewan8220 6 หลายเดือนก่อน

    আতৰি দিয়ক খিনি ছাই ভাল লাগে 😂😂

  • @mousumBaishya
    @mousumBaishya 6 หลายเดือนก่อน

    কি যে লাজহে লাগিছে গোলাঘাটৰ পৰা গহপুৰৰ মানুহবোৰ কেনেকুৱা লাগিছে

  • @Kenzffx
    @Kenzffx 6 หลายเดือนก่อน

    Mumin ali shocked😱 Boga ghura rock😂

  • @mrborgohain7706
    @mrborgohain7706 6 หลายเดือนก่อน

    Atori diok atori diok dangoriya ahise atori diok.....best dialogue in 2024 year😅😅😅😅😅

  • @MonmuhanPanging-l5u
    @MonmuhanPanging-l5u 6 หลายเดือนก่อน

    Kali maa bst

  • @parthajitbora3149
    @parthajitbora3149 6 หลายเดือนก่อน

    এনেবোৰ কামৰ কাৰণেই ৰাজহুৱা মাৰ পাই মানুহে😂😂😂😂এনেই গৰমত থাকিব পৰা নাই এইবোৰ Video দেখি মূৰতো বেছি হে গৰম হৈছে!

  • @Shadow-wg5uf
    @Shadow-wg5uf 6 หลายเดือนก่อน +1

    আতৰি দিয়ক ,আতৰি দিয়ক ডাঙৰীয়া আহিছে। 😂😂😂😂

  • @DeepHazarika-e2x
    @DeepHazarika-e2x 6 หลายเดือนก่อน

    কলি কালৰ নৰ আক অলপমতি

  • @mantulikasingha6075
    @mantulikasingha6075 7 หลายเดือนก่อน +9

    Baki ji nohouk batori val pohise kintu 😄

  • @ranjitboro6574
    @ranjitboro6574 7 หลายเดือนก่อน +1

    What's amazing drama.

  • @_Megha.g_
    @_Megha.g_ 6 หลายเดือนก่อน

    Beseraa ghuraakitaa!😢 ,
    Le Ghuras: Ki bhul korilu aii jibonot kiii jee bhull koriluuuu ouuu 😹

  • @Princegamer-gy9hu
    @Princegamer-gy9hu 7 หลายเดือนก่อน +1

    Bhogoban ahi jalukbari palihe......That's epic line 🤣🤣🤣😂😂🤣🤣

  • @Subudhslife238
    @Subudhslife238 7 หลายเดือนก่อน

    A moja

  • @northeastbaruah7614
    @northeastbaruah7614 7 หลายเดือนก่อน

    Good job keep it up.

  • @abhisekhrai6706
    @abhisekhrai6706 6 หลายเดือนก่อน

    Jai Shree Ram Om Namah Shivay🕉🕉🕉

  • @Kanhak356
    @Kanhak356 7 หลายเดือนก่อน +4

    এইবোৰ বিশ্বাস কৰাবোৰ কম নহয়😂😂😂

  • @PallabjyotiDoley
    @PallabjyotiDoley 7 หลายเดือนก่อน +5

    এতিয়া কেনে পাইছে ৰাইজ।

  • @toysme4995
    @toysme4995 6 หลายเดือนก่อน

    কোনোবা পগলা ফাতেকত থৈ আহিব লাগে ইহঁতক।

  • @GhanshyamHazarika-wu2mt
    @GhanshyamHazarika-wu2mt 7 หลายเดือนก่อน

    Enekua andho bisakht boli nhobor babe he adhunik dhormo Sankar sangho nhole riju pathok dhormo grohn kribo lage , puja patol e koli jug t kri fol nai , guru kotha manibo lage jgt koli jug t ghotibo logiya hosa kotha koi goise guru dujonai ki koribo lage ki nelage assamr manuhe guru kotha nmona hoise guru dujonai ki upodesh di goise buji sestha korok gibn hofol hoi zabo " JOI JGT GURU SANKARDEV" 🙏 KRISHNA 🙏

  • @DigantaChetia-m3v
    @DigantaChetia-m3v 7 หลายเดือนก่อน

    Next level assam

  • @NortheastExplorerRH
    @NortheastExplorerRH 7 หลายเดือนก่อน

    হে ভগৱান ! কি যে হৈ আছে !....
    🤭

  • @pabitragogoi8654
    @pabitragogoi8654 7 หลายเดือนก่อน

    দুখ লাগিছে নিজৰ মানুহেই নিজৰ মানুহৰ প্ৰতি ইমান বেয়াকৈ কথা কৈছে,,, বিশ্বাস তেই ভগৱান আছে। বিশ্বাস থাকিলে শিল ও ভগৱান। নাপাই এনেকৈ বেয়া কব

  • @toparmyff3025
    @toparmyff3025 7 หลายเดือนก่อน

    আঁতৰি দিয়ক,আঁতৰি দিয়ক 😂😂😂

  • @PallabiSharma-t8m
    @PallabiSharma-t8m 6 หลายเดือนก่อน

    ঘোঁৰা কেইটায়ে মৰমতে লাঠ কিয় নামাৰিলে বাৰু। 🤔🤔🤔🤔🤔🤔😂😂🤣🤣

  • @dipadilmusic
    @dipadilmusic 6 หลายเดือนก่อน

    একো নকওঁ অকলে কলে বিবাদ হৈ যাব 😂😂

  • @ANKU-1000
    @ANKU-1000 7 หลายเดือนก่อน

    Best actress of the year 😂

  • @pinkuhaloi820
    @pinkuhaloi820 6 หลายเดือนก่อน

    Wow ata sun nagin .... Aatori diyok 😂

  • @rupaliborahrosemajuli1507
    @rupaliborahrosemajuli1507 6 หลายเดือนก่อน

    Hosai khub hahi uthil sai

  • @bhairabideka2023
    @bhairabideka2023 6 หลายเดือนก่อน

    কেনেকৈ বেবাই ঐ তিৰোতা গৰাকীয়ে 😅😂 আঁতৰি দিয়ক 😁😁😁😁😅😅🤣🤣

  • @monuranjangogoi6276
    @monuranjangogoi6276 7 หลายเดือนก่อน +2

    😂😂😂😂😂😂😂😂তামাম