Vagwat Path ||Pranjit gogoi|| দক্ষিণ গেলগেলী নামঘৰ||Demow

แชร์
ฝัง
  • เผยแพร่เมื่อ 22 ต.ค. 2024

ความคิดเห็น • 166

  • @jagyaraj5284
    @jagyaraj5284 ปีที่แล้ว +6

    কৃষ্ণ বাপজন আপোনাক অশেষ ধন্যবাদ , ইমান সুন্দৰ ভাগৱতৰ কথা আমাৰ মাজলৈ আগ বহাই দিয়া বাবে । 🙏

  • @priyankaphukan6560
    @priyankaphukan6560 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ প্ৰভু আপোন হবৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদন কৰিলোঁ।🙏🙏

  • @Miduldutta
    @Miduldutta 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ হৰি হৰি প্ৰভু দয়াময়,, আপোনালোকৰ চৰনত সেৱা জনালো প্ৰভু , আনন্দৰে মন প্ৰাণ ভৰি পৰিছে,

  • @bijurajkhowa7114
    @bijurajkhowa7114 2 ปีที่แล้ว +4

    ইমান সুন্দৰ ভাগৱত পাঠ,। কৃষ্ণ।

  • @sanjibhandique6021
    @sanjibhandique6021 2 ปีที่แล้ว +5

    কৃষ্ণ 🙏বাপজন অমৃতময় কণ্ঠেৰে কিমান সুন্দৰকৈ ভাগৱত পাঠ ও ব‍্যাখ‍্যা আগবঢ়ালে আমি মূঢ়মতিয়ে একান্ত চিত্তে শ্ৰৱণ কৰিলো।আপোনাক এবাৰ লগ পোৱাৰ আশা পুহি ৰাখিছোঁ।সুস্বাস্থ‍্য অটুট থাকক ভগৱন্তৰ গুণানুকীৰ্তন কৰি যাবলৈ তেৰাই অযুত শকতি দিয়ক 🙏🙏🙏🙏

  • @pranjoldutta7038
    @pranjoldutta7038 2 ปีที่แล้ว +5

    গগৈ বাপ জনাই ইমান সুন্দৰ ভাৱে পাঠ ভাগ বাখ্যা দিছে 🙏🏿বাৰে বাৰে শুনিছোঁ! শুনি মণ প্ৰাণ জুৰ পৰিছে 🙏🏿 কৃষ্ণ 🙏🏿 ৰ নাম মুখত ল'বলৈ প্ৰয়াস কৰিছোঁ 🙏🏿 গোপাল কৃষ্ণ কৰহু ত্ৰাণ 🙏🏿 তোমাক নেদেখি নৰহে প্ৰাণ 🙏🏿 জয় গুৰু শঙ্কৰ 🙏🏿

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  2 ปีที่แล้ว +1

      গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ।🙏🙏🙏

    • @priyapriyakonwar399
      @priyapriyakonwar399 2 ปีที่แล้ว

      4r444à

    • @dandiramsonowal3710
      @dandiramsonowal3710 2 ปีที่แล้ว +1

      @@জ্যোতিময়Jyotimoy অহংকাৰ থাকনতেও সাইক্ষাতে কৃষ্ণক পাৱৈ শ্যৱন কৃৰ্তন ধৰ্ম যাৰ"

  • @guneswarpadiguneswarpadi8995
    @guneswarpadiguneswarpadi8995 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম
    অতি সুন্দৰ ব্যাখ্যা শুনি পৰম আনন্দ
    ,হলো বাপ , , সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ
    কৃষ্ণ জয় গুৰু শঙ্কৰ

  • @babulphukan3883
    @babulphukan3883 2 ปีที่แล้ว +2

    বহুত ভাল লাগিল বাপ

  • @pramilakalita5966
    @pramilakalita5966 2 ปีที่แล้ว +1

    প্ৰাণজিত বাপ প্ৰণাম 🙏🙏 ।ভাগবতৰ সুন্দৰ বাখ্যা শ্ৰৱণ কৰি আন্দিত হলোঁ ।🙏🙏

  • @KDnews608
    @KDnews608 2 ปีที่แล้ว +1

    বহুত বহুত ভাল লাগিল কৃষ্ণ

  • @malasaikia9389
    @malasaikia9389 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ বাপ ইমান সুন্দৰ ব্যাখ্যা আপোনালৈ কৌটি প্ৰণাম 🙏🙏🙏

  • @akanigogoi8048
    @akanigogoi8048 2 ปีที่แล้ว +1

    ঈশ্বৰ আপোনাৰ ভাগৱত ভাগ শুনি ভাল লাগিল নাৰায়ণ

  • @jadavgogoi4008
    @jadavgogoi4008 2 ปีที่แล้ว +4

    কৃষ্ণ বাপ কৃষ্ণ।
    ঈশ্বৰে কৃপা কৰক কৃষ্ণ।

  • @parishmitasaikia8960
    @parishmitasaikia8960 2 ปีที่แล้ว +1

    সুন্দৰ ভাঙনি।। কৃষ্ণ 🙏🙏🙏

  • @AtulBorahOfficial
    @AtulBorahOfficial 2 ปีที่แล้ว +10

    সুন্দৰ বিশ্লেষণ শুনি অতিকৈ আপ্লুত হʼলো প্ৰাণজিৎ বাপ,অধমৰ ভক্তি ভৰা সেৱা গ্ৰহণ কৰিব 🙏🙏🙏🙏 কৃষ্ণ কৃষ্ণ

  • @ajitdas5409
    @ajitdas5409 2 ปีที่แล้ว +1

    অমৃত ময চানেকি আগবঢ়াই ঈশ্বৰ দৰ্শন পথদিয়া জনেই হল অন্ধৰ পদ পদশক উজ্জল বন্তি ধন্যবাদ

  • @junumech653
    @junumech653 2 ปีที่แล้ว +18

    কৃষ্ণ প্ৰভূ ঈশ্বৰ বাপ জনা আপোনাৰ শ্রীমখৰ ভাগবত কথা শুনি বৰ মধুৰ সুৰত শুনি আমি অধমৰ অমিত পান কৰিছে প্ৰভূ কৃষ্ণ বহুত বহুত সুন্দৰ ভাল লাগিছেকৃষ্ণ আপোনাৰ চৰণ সেৱা প্ৰণিপাত কৰিছে প্ৰভূ সেৱা গ্ৰহণ কৰিব প্ৰভূ কৃষ্ণ কৃষ্ণ

  • @জীৱনৰজোনাক
    @জীৱনৰজোনাক 2 ปีที่แล้ว +12

    মই এজন মুচলমান লৰা, কিন্তু আপোনাৰ ভাগৱত পাঠ শেষ কৰি শুনিলো।। সচাই ভাল লাগিল।।

  • @radhaborah9424
    @radhaborah9424 2 ปีที่แล้ว +1

    কৃষ্ণ 🙏 কৃষ্ণ 🙏 কৃষ্ণ 🙏

  • @JintuDutta-z1z
    @JintuDutta-z1z 8 วันที่ผ่านมา +1

    Krishna Krishna Krishna Bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ajitdas5409
    @ajitdas5409 2 ปีที่แล้ว +1

    বৰ্তমান যুগৰ বাবে হে প্ৰভুৰ বানী গৃহ তে
    শ্ব ৱন কৰিছোঁ কৃষ্ণ

  • @keshabbora5306
    @keshabbora5306 2 ปีที่แล้ว +2

    Bohut val lagil krishna

  • @swapnagogoi8702
    @swapnagogoi8702 9 หลายเดือนก่อน +1

    Krishna Krishna Krishna Krishna

  • @ikklive5333
    @ikklive5333 2 ปีที่แล้ว +6

    সুন্দৰ ককাইদেউ

  • @nipennath5643
    @nipennath5643 2 ปีที่แล้ว +5

    কৃষ্ণ প্ৰভূ ।ঈশ্বৰ বাপ জনা আপোনাৰ শ্ৰী শ্বৰন সেৱা ধৰিছো ।আমি আপোনাৰ শুমধুৰ ভাগৱত পাথ শুনি আমাৰ অৰ্মিত প্ৰান কৰা যেন অনুভব কৰিছো ।আশা কৰো আগলৈও এনেদৰে শুনিব পাম

  • @mamonirava6122
    @mamonirava6122 2 ปีที่แล้ว +4

    বহুত বহুত ভাল লাগিল ।

  • @himadriboruah4849
    @himadriboruah4849 2 ปีที่แล้ว +3

    কৃষ্ণ, কৃষ্ণ প্ৰভু 🙏🙏🙏 আপোনাৰ অমৃত ব্যাখ্যা শুনি নথৈ আনন্দিত হৈছোঁ 🙏🙏🙏

  • @PurnimaDutta-u7k
    @PurnimaDutta-u7k 2 หลายเดือนก่อน +1

    Krisna. Bapjsna. Dhanabad. Apunak

  • @himashrigogoi5477
    @himashrigogoi5477 2 ปีที่แล้ว +10

    Bohut dhuniya lagise hosakoi....moi dekhin gel geli a hoi ...arpuna mat khar emn dhuniya ....hosakoi hunile huni thakibo mon jai ...Amr namghroloi ahi Kenekuwa lagile jonabo xun ...Arkha koru hodai a arpuna video bur sabo paru ....🙏🏻🙏🏻

  • @bhugeswarsaikia1829
    @bhugeswarsaikia1829 2 ปีที่แล้ว +3

    Krishna bav jon apunar mukhe madhur hure bhagabat path baykha huni bahut bhal lagise 🙏bhagabantar kripa ami jen hadai bhagabat path hunu apunar mukhe krshna 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @sonaramrajkhowa9982
    @sonaramrajkhowa9982 2 ปีที่แล้ว +1

    প্ৰণজিৎ প্ৰভু ,কৃষ্ণ কৃষ্ণ হৰি ৰাম !🙏🙏🙏🙏

  • @sarbanandasingh269
    @sarbanandasingh269 2 ปีที่แล้ว +7

    নমো কৃষ্ণ।

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 2 ปีที่แล้ว +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @khargeswarkalita3502
    @khargeswarkalita3502 2 ปีที่แล้ว +2

    কৃষ্ণ বাপ প্ৰণাম ভাগ ধৰিলো। কৃষ্ণ।

  • @কৃষ্ণকৃপাময়-ভ৮ষ
    @কৃষ্ণকৃপাময়-ভ৮ষ 2 ปีที่แล้ว +4

    সুন্দৰ ব্যাখ্যা প্ৰানজিৎ বাপ।।

    • @bontiborgohainneog9320
      @bontiborgohainneog9320 2 ปีที่แล้ว +1

      বৰ ভাল লাগিছে ।বাপজনে সত্য কথা কৈছে ।আমি জানিও নকৰোঁ ।

  • @lakhyakonwar6981
    @lakhyakonwar6981 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ

  • @jogendranathborah843
    @jogendranathborah843 2 ปีที่แล้ว +7

    অতি ঊতম বিশ্লেষণ । ধন্যবাদ জ্ঞাপন কৰিলো ।

  • @nilamoni3894
    @nilamoni3894 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ জন

  • @pranjoldutta7038
    @pranjoldutta7038 2 ปีที่แล้ว +5

    বৰ ধুনীয়া লাগিছে 👍বাপ জন সেৱা জনালোঁ 🙏🏿🙏🏿

  • @prasantakumarnath9469
    @prasantakumarnath9469 2 ปีที่แล้ว +3

    🙏🙏🙏 কৃষ্ণ কৃষ্ণ।

  • @dipankardas5204
    @dipankardas5204 2 ปีที่แล้ว +1

    কৃষ্ণ🙏❤️

  • @reetabordoloi5258
    @reetabordoloi5258 2 ปีที่แล้ว +3

    কৃষ্ণ বাপ ,সশ্রদ্ধ প্রণাম জনালো | 🙏🙏🙏🙏

    • @dipalibhuyan3822
      @dipalibhuyan3822 2 ปีที่แล้ว

      Bap 🙏🙏 kouti kouti pranam
      সচাকৈ আপোনাৰ সান্নিধ্য মোবাইল ফোন ত পাই প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন আৰু ভাগৱত পাঠৰ মাহাত্ম্য শুনি বৰ ভাল পালোঁ । আপোনাক লগ পোৱাৰ মানসেৰে আপোনাৰ ফোন নম্বৰ দয়াকৰি দিয়ে যেন।🙏🙏 সেৱা ৰে🙏🙏

  • @riyadasvlog8304
    @riyadasvlog8304 2 ปีที่แล้ว +5

    Ram Krishna 🙏🏼

  • @miramazumder9815
    @miramazumder9815 2 ปีที่แล้ว +5

    কৃষ্ণ প্ৰভু !আপোনাৰ ‌ভাগৱত পাঠ আৰু‌‌ বিশ্লেষণ দুয়ো দিশৰ আলোচনা ‌খুওব সুন্দৰ হৈছে। আৰু এনেকুৱা ‌তত্বগধুৰ কথা শুনিবলৈ আৰু জানিবলৈ আগ্ৰহেৰে ভাট তাই ৰ'লো।ধন্যবাদ

    • @miramazumder9815
      @miramazumder9815 2 ปีที่แล้ว +2

      বাট চাই ৰ'লো।স্পেচ দিওতে ভোল হৈ গ'ল ক্ষমা কৰিব !

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  2 ปีที่แล้ว +2

      কৃষ্ণ আপোনাসৱৰ কৃপা প্ৰাৰ্থী আমি🙏🙏🙏

    • @lalitatalukdar5040
      @lalitatalukdar5040 2 ปีที่แล้ว +2

      @@জ্যোতিময়Jyotimoy বর ভাল লাগিল।

    • @pranjitbora4052
      @pranjitbora4052 2 ปีที่แล้ว +2

      @@জ্যোতিময়Jyotimoy udsitefddutshg

    • @pranjitbora4052
      @pranjitbora4052 2 ปีที่แล้ว +1

      Udiusf7fzvn

  • @mridulchandraborah8720
    @mridulchandraborah8720 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃপা হওঁক। কৃষ্ণ কৃষ্ণ 🙏🙏

  • @PalabiDuwarah
    @PalabiDuwarah 2 หลายเดือนก่อน +1

    Krishna Krishna 🙏🙏🙏🪔🪔🪔

  • @arjundas7468
    @arjundas7468 2 ปีที่แล้ว +3

    God bless you go forward

  • @keshabchetia198
    @keshabchetia198 2 ปีที่แล้ว +2

    Krishna bap... apunar path huni khub bhal lage.. Krishna bap...

  • @jharnagogoi2870
    @jharnagogoi2870 2 ปีที่แล้ว +4

    ইমান মিঠা সুৰ,অমিত পাণ কৰা নিচিনা লাগিল। ভাঙনি শুনি অন্তৰ শাত পৰি গৈছে

  • @sampritihehehehe3958
    @sampritihehehehe3958 2 ปีที่แล้ว +2

    কৃষ্ণ ভাল পালোঁ।

  • @rajumanidas4704
    @rajumanidas4704 ปีที่แล้ว +1

    🙏🙏 কৃষ্ণ

  • @rubigogoi5227
    @rubigogoi5227 2 ปีที่แล้ว +1

    কৃষ্ণ🙏

  • @digantadas09365
    @digantadas09365 2 ปีที่แล้ว +3

    অতি সুন্দৰ বিশ্লেষণ, শ্ৰৱণ কৰি আপ্লুত হলো,বাপ জনালৈ সেৱাহে জনালোঁ, কৃষ্ণ কৃষ্ণ প্ৰভু

  • @ManjuNath-jk6ch
    @ManjuNath-jk6ch 2 ปีที่แล้ว +1

    Krishna bap💐💐💐

  • @ranjudutta7109
    @ranjudutta7109 2 ปีที่แล้ว +1

    Krishno

  • @tankeswarborah7500
    @tankeswarborah7500 2 ปีที่แล้ว +4

    ভাল লাগিছে বাপ

  • @daisyrabha2343
    @daisyrabha2343 2 ปีที่แล้ว +2

    Krishna Krishna prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏

  • @bhaskarjyotigogoi7974
    @bhaskarjyotigogoi7974 2 ปีที่แล้ว +1

    RAM KRISHNA 🙏

  • @dulumonisaikiaborah6552
    @dulumonisaikiaborah6552 2 ปีที่แล้ว +3

    কৃষ্ণ🙏🙏🙏 বাপ জন আমাৰ সেৱা জনালোঁ🙏🙏🙏

  • @bikiranloying7444
    @bikiranloying7444 2 ปีที่แล้ว +1

    Krisno

  • @subhangohain8769
    @subhangohain8769 2 ปีที่แล้ว +2

    Upunar bhagobot huni val lagil

  • @dipensaikia7325
    @dipensaikia7325 2 ปีที่แล้ว +10

    🙏 কৃষ্ণ কৃষ্ণ গোবিন্দই সকলোকে কৃপা কৰক

  • @rinagogoi1795
    @rinagogoi1795 2 ปีที่แล้ว +2

    Krishna bap sewar janalu apunar bhagawat biyakha. Bujibaloi hahj

  • @mintudeka4068
    @mintudeka4068 2 ปีที่แล้ว +1

    Val lagil

  • @bipulborahbipul4997
    @bipulborahbipul4997 2 ปีที่แล้ว +1

    Kisno kisno 🙏🙏🙏

  • @gajenborahborahgajen7024
    @gajenborahborahgajen7024 2 ปีที่แล้ว +4

    Bor val lageel

  • @rgogoingogoi9757
    @rgogoingogoi9757 2 ปีที่แล้ว +4

    হে বাপ আপোনাৰ এনে সুমধুৰ কণ্ঠ শুনিলে শুনি থাকিব মন যায়, কৃষ্ণ কৃষ্ণ

  • @subalpatar7855
    @subalpatar7855 2 ปีที่แล้ว +1

    কৃষ্ণ বাপ...

  • @নৰেন্দ্ৰচন্দ্ৰ
    @নৰেন্দ্ৰচন্দ্ৰ 2 ปีที่แล้ว +2

    কৃষ্ণ,,,,

  • @jakerinahikeupam7623
    @jakerinahikeupam7623 2 ปีที่แล้ว +2

    কৃষ্ণ

  • @babulbabul3182
    @babulbabul3182 2 ปีที่แล้ว +1

    Khub vl lage huni apunar kothot path

  • @tuwaramgohain711
    @tuwaramgohain711 2 ปีที่แล้ว +2

    Excellent explain.The Almighty God bless you and your beloved family members.

  • @iladas3544
    @iladas3544 8 หลายเดือนก่อน +1

    ❤❤❤❤❤

  • @swapnachutia7907
    @swapnachutia7907 2 ปีที่แล้ว +3

    উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ।আপোনিযে ডডায়েকৰ মৰনাশৌচত লঙপেন্ট পিন্ধি ধেমাজি লৈ আহিছিল এই কথা সমালোচনা হৈছিল। কৃষ্ণ বেয়া নাপাৱ।

    • @জ্যোতিময়Jyotimoy
      @জ্যোতিময়Jyotimoy  2 ปีที่แล้ว

      কৃষ্ণ অধমৰ সেৱা গ্ৰহণ কৰিব।কৃষ্ণ খবৰটো দিয়াৰ পিছত কমিটিৰ বিষয় ববীয়া সকলে আমাক অন্য এজন ব্যাখ্যাকৰক লগত লৈ তাত উপস্থিত হবৰ বাবে জোৰ কৰিছিল ।কৃষ্ণ আমি মহাঅধম আপোনাসৱ মহামহন্তৰ সেৱক .....বি:দ্ৰ-মানুহ মাত্ৰেই পৰিস্থিতিৰ দাস🙏🙏🙏🙏🙏🙏🙏🙏

  • @biswajitpegu6387
    @biswajitpegu6387 2 ปีที่แล้ว +2

    কৃষ্ণ বাপ

  • @jyotishboruah5435
    @jyotishboruah5435 2 ปีที่แล้ว +4

    Krishna 🙏🙏🙏

  • @lakhimaikonch3119
    @lakhimaikonch3119 6 หลายเดือนก่อน

    Krishna Krishna Krishna Krishna bap hewa nibedisu Krishna

  • @monuranjanbora5338
    @monuranjanbora5338 2 ปีที่แล้ว +2

    ক্‌ষ্ণ জয় গুৰু শংকৰ

  • @binadeka9674
    @binadeka9674 2 ปีที่แล้ว +2

    Krishna Krishna Bap.

  • @rupalikonwarhazarika8009
    @rupalikonwarhazarika8009 2 ปีที่แล้ว +2

    Krishna ram prabhu 🙏🙏🙏

  • @pramanantasonowal2209
    @pramanantasonowal2209 2 ปีที่แล้ว +1

    Hundar. Krishna Krishna he

  • @hrrameshhazarika8929
    @hrrameshhazarika8929 2 ปีที่แล้ว +4

    জয় শ্ৰীকৃষ্ণ ।

  • @bhaijan9273
    @bhaijan9273 2 ปีที่แล้ว +2

    kokaideo. val. lagile. khuni

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 ปีที่แล้ว

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rikugogoi3759
    @rikugogoi3759 ปีที่แล้ว

    Sumitra Gogoi
    Krishna Krishna Krishna He param Kripalu Bapjan Aaponi Iman sundarkoi aamak Bhagawatar Byakha dauni dharichhe kabaloi bakee nai bar val lagil kathabor suni Krishna Krishna pranam janalo aaponak Krishna

  • @anandadas9681
    @anandadas9681 2 ปีที่แล้ว +1

    Krishna krishna baal jon emansowndor baakha aaji prathom suwnisu dhanay holy aapuner bhagabanar naam soban krirtan suwni aapunak bhagabaney vaaley raakhak krishna

  • @bikiranloying7444
    @bikiranloying7444 2 ปีที่แล้ว +1

    🙏🙏🙏🙏🙏🙏🙏

  • @bharatichangmai2665
    @bharatichangmai2665 2 ปีที่แล้ว +1

    Krishna Prabhu

  • @ramcharandeka9143
    @ramcharandeka9143 2 ปีที่แล้ว +1

    OM namah bhagawate vasudevaya.

  • @dhrubajyotiiahon7466
    @dhrubajyotiiahon7466 2 ปีที่แล้ว +2

    Good very very nice

  • @remanphukon5338
    @remanphukon5338 2 ปีที่แล้ว +3

    Hsai apunr kontho oti monumuha

  • @nitulbora374
    @nitulbora374 2 ปีที่แล้ว +3

    Krishna

  • @bimansaikia4305
    @bimansaikia4305 2 ปีที่แล้ว +2

    আপোনাৰ পদ পংকজ তলত কৌটি কৌটি বাৰ নমস্কাৰ।

  • @shyampatar1533
    @shyampatar1533 2 ปีที่แล้ว +2

    Ram kishna bap 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @PuspaSaikia-qp3cc
    @PuspaSaikia-qp3cc ปีที่แล้ว +1

    ❤😮🎉😊
    Wk

  • @dhrubagogoi3969
    @dhrubagogoi3969 2 ปีที่แล้ว +5

    আন দেৱতাক পূজা কৰিলে ৰাক্ষখ হয় নেকি জনাব ছোন দয়া কৰি সকলো দেৱতাৰে এটা এটা ভাগ আছে এটিয়া দুৰ্গা পূজা কৰা মানুহ জন ৰাক্ষখ হয় নেকি

    • @AtulBorahOfficial
      @AtulBorahOfficial 2 ปีที่แล้ว +1

      মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাই ভাগৱতৰ একাদশ স্কন্ধৰ পদত তেনেদৰেই উল্লেখ কৰিছে।যত দুৰ সম্ভৱ ব্যাখ্যাকাৰ গৰাকীয়ে নিজ মত আগবঢ়োৱা নাই চাগে।

    • @pranjalprotimborahofficial4339
      @pranjalprotimborahofficial4339 2 ปีที่แล้ว +3

      বাপ আপুনি এই ক্ষেত্ৰ অজ্ঞ
      আমি মূঢ়মতী এটা কথা জনবচোন পাৰিলে🙏
      কলিৰ মলমতি মনুষ্যই কি কৰিব লাগে আৰু কি কৰিলে আমি মুক্তি পাম
      আন দেৱ এৰে কৰৈ মাধৱক সম
      জানিবাহা সি সি জন পাতকী পৰম।
      এই দুশাৰী আমি জনা মতে জগত গুৰু জনাই ইমান সুন্দৰ ভাৱে মানৱ সমাজলৈ অৱদান আগ বঢ়াই থৈ গৈছে । ব্যাখ্যাকাৰক গৰাকীয়ে তাৰ পৰাই অলপ বুটলি সংক্ষেপতে আগ বঢ়াইছে ।
      ইয়াৰ বাহিৰেও আপোনাৰ মুখহন্তে আমি অধ্যমেও অলপ আপোনাৰ পৰা জানিবলৈ অধিক আগ্ৰহ কৰিছো । জীৱ তৰণৰ উপায় কি জনবচোন ?🙏

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 2 ปีที่แล้ว +4

    Kisnor

  • @nimnitamahanta7390
    @nimnitamahanta7390 2 ปีที่แล้ว +1

    🙏🙏🙏🙏

  • @jugalkalita619
    @jugalkalita619 2 ปีที่แล้ว +2

    Atiya bajise 2.55 am ... bhagawator sidhanta xuni aso ........ Krishna .... Bap ....

  • @হেৰবাঁহী
    @হেৰবাঁহী 2 ปีที่แล้ว +1

    হে বাপ
    যদি শিৱ মন্দিৰত শিৱৰাত্তি দিনা শিৱৰ বাহিৰে প্ৰভু কৃষ্ণৰ গুনানু কীৰ্তন ‍ কৰোঁ সেইজনক পাপী বুলি কোৱা হৈছে নহয় জানো নে মোৰ ভুল হৈছে জনাব চোন।