বৈকুণ্ঠপুৰ নামঘৰ Duliajan

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • #bhagawatpath#pranjitgogoi #pranjalprotimborah #দুলীয়াজান
    স্থান - বৈকুণ্ঠপুৰ নামঘৰ দুলীয়াজান।
    video edit - pranjal protim Borah

ความคิดเห็น • 197

  • @junumech653
    @junumech653 2 ปีที่แล้ว +11

    কৃষ্ণ কৃষ্ণ প্ৰভূ ঈশ্বৰ শতকৌটী প্ৰণাম জনাইছো কৃষ্ণ ভাগবত পাঠ বাখ্যা শনি বৰ কৃতকৃত হইছে প্ৰভূ কৃষ্ণ 🙏🙏বহুত বহুত সুন্দৰ প্ৰভূ আপোনাৰ চৰণ সেৱা নিবেদিছো কৃষ্ণ 🙏🙏কৃষ্ণ

  • @pijush1213
    @pijush1213 ปีที่แล้ว +4

    কৃষ্ণ ভগৱানে আপোনাক সদায়ে ভালে ৰাখক শাৰীৰিক আৰু মানসিক ভাৱে 🙏🙏🙏

  • @aparajitatamuli7273
    @aparajitatamuli7273 2 ปีที่แล้ว +6

    🙏 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 🙏 ওম নমঃ ভগৱতে বাসুদেৱ 🙏 কৃষ্ণ 🙏❤️🙏❤️🙏❤️🙏❤️🙏❤️🙏

  • @kumudgayan1664
    @kumudgayan1664 2 ปีที่แล้ว +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।বাপ ঈশ্বৰ আপোনাৰ অমৃতময় ভাগৱত বাখ্যাৰ দ্বাৰা জাগতিক জগতত মনৰ‌ সঙশয় আতৰ নিশ্চয় হ'ব কিন্তু গুৰু দুজনাৰ চৰণত একান্ত ভক্তিৰে সেৱা জনোৱাৰ উপৰিও দুয়ো ফালে চিন্তা চৰ্চা কৰিলে আমাৰ অন্তৰত কৃষ্ণভক্তিৰ তাত্ত্বিক কথাবোৰেই সন্দেহ পূৰ্ণ হৈ পৰিব, সেয়ে পৰাপক্ষত সুদৃঢ় বিশ্বাসে কৃষ্ণৰ চৰণত একান্ত ভক্তিৰে কৃপা ভিক্ষা বিচাৰিবলৈ চেষ্টা কৰাতো আমাৰ প্ৰয়োজন। কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @nayanmonidsa5483
    @nayanmonidsa5483 ปีที่แล้ว +5

    ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম হৰি হৰি হৰি ৰাম কৃষ্ণ হৰি ৰাম কৃষ্ণ ৰাম হৰি জয়

  • @JEAUTIKatita-rv5ln
    @JEAUTIKatita-rv5ln ปีที่แล้ว +3

    Eman val lage ..mukhare amrit barase.. krishna krishna .

  • @numolisaikia4826
    @numolisaikia4826 ปีที่แล้ว +2

    জ্যোতিময়,বাপজনা,চৰনতকৌটিকৌটি,প্ৰনাম,জনালো,আপোনাসবে,আমাক,,পলাই,ভাগৱত,কঠা,কই,্আমাৰ,জীৱন,ধণ্যকৰিযাব,ধ্ণ্যবাদ।

  • @padmakalita6061
    @padmakalita6061 22 วันที่ผ่านมา +1

    Krishna Krishna pranam jonalu

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 ปีที่แล้ว +1

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @khogeswarigogoi1902
    @khogeswarigogoi1902 2 ปีที่แล้ว +8

    কৃষ্ণ প্ৰানজিৎবাপ আপোনাৰ চৰণকমলত সেৱা নিবেদিছো লগতে অনুষ্ঠানত উপবিষ্ট সমস্ত বাপ আইৰ চৰণ পঙ্কজত সেৱা আগবঢ়াইছো। কৃষ্ণ

  • @shikhamonideka5948
    @shikhamonideka5948 ปีที่แล้ว +2

    Krishna❤

  • @brojengogoikrisnakrisna7975
    @brojengogoikrisnakrisna7975 2 ปีที่แล้ว +3

    Krishna Krishna bap hewa janalu

  • @mintugogoi99478
    @mintugogoi99478 2 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ 🙏

  • @dipalikalita6096
    @dipalikalita6096 ปีที่แล้ว +4

    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @princhipriyadoley4866
    @princhipriyadoley4866 3 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ ৷ আপোনাৰ মধুৰ ভাগৱত পাঠ আৰু ব্যাখ্যা শুনি ধন্য মানিছোঁ ৷ আপোনাৰ উপদেশ মানৱ জাতিৰ বাবে দেশৰ বাবে উপকৃত হওক ৷😊

  • @ripunjoydas4180
    @ripunjoydas4180 ปีที่แล้ว +2

    He, Krishno Bap Srobon Kori Dhaino Hoiso,Sewahe Krishno Bap.

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd ปีที่แล้ว +2

    Krishna krishna baap shwa gonalu joy guru Shankar

  • @lipikarajkonwar5654
    @lipikarajkonwar5654 2 ปีที่แล้ว +3

    কৃষ্ণ বাপ প্ৰণাম🙏🙏🙏

  • @user-zu1dk5pc9e
    @user-zu1dk5pc9e 7 หลายเดือนก่อน +2

    Krishna Krishna Krishna bap 👌👌👌👌👌👌👌👌❤❤❤❤❤❤❤❤❤

  • @Pulakeswar_medhi
    @Pulakeswar_medhi ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @gitanjalidevi3939
    @gitanjalidevi3939 วันที่ผ่านมา

    Goigoi. Bap. Krishana. Krishanabhabatar. Rosh. Pan. Koroar. Babe. Bahut. Bahut. Dhanayabad.

  • @dibakarborabsupss2748
    @dibakarborabsupss2748 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ

  • @pallabihazarika3777
    @pallabihazarika3777 2 ปีที่แล้ว +3

    কৃষ্ণ বাপ, আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা জনালোঁ। আপোনাৰ ভাগৱত ব্যখ্যা বৰ্তমান সমাজত অতি প্ৰয়োজনীয় বুলি অনুভৱ কৰিছো। আপোনাৰ মঙ্গল কামনাত কৰিলো, কৃষ্ণ

  • @rahulgogoi999
    @rahulgogoi999 ปีที่แล้ว +2

    Krishna ram

  • @prabhakardeka9873
    @prabhakardeka9873 ปีที่แล้ว +1

    Krishna Krishna Bapjon hewa jonalu

  • @manjurajkonwar2807
    @manjurajkonwar2807 2 ปีที่แล้ว +9

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ঈশ্বৰ প্ৰণাম । ভাগৱতৰ মূল কথা শুনিবলৈ পায় ভাল পালোঁ ধন্যবাদ । কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @daisyrabha2343
    @daisyrabha2343 2 ปีที่แล้ว +1

    Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 Krishna🙏🙏🙏🙏

  • @bhaskarborah7929
    @bhaskarborah7929 ปีที่แล้ว +3

    কৃষ্ণ এক দেৱ দুখ হাৰি কাল মায়াদিৰো অধিকাৰী 😇🙏

  • @jyotiprasadkonwar8123
    @jyotiprasadkonwar8123 ปีที่แล้ว +1

    🙏🙏🙏

  • @topanjyotiborah4334
    @topanjyotiborah4334 ปีที่แล้ว +1

    Krishna

  • @ankitbordoloi9041
    @ankitbordoloi9041 ปีที่แล้ว

    Krishna krishna krishna

  • @bipinbora7052
    @bipinbora7052 ปีที่แล้ว +1

    অতি মনোমোহা ভাগবত বাখা আপোনাক শতকোতি সেৱা জনালো

  • @parishmitabora5640
    @parishmitabora5640 ปีที่แล้ว +1

    🙏

  • @paragduarah1706
    @paragduarah1706 14 วันที่ผ่านมา

    কৃষ্ণ বাপ কৃষ্ণ জয গুৰু শঙ্কৰ

  • @sagorgogoi541
    @sagorgogoi541 2 ปีที่แล้ว +3

    Krishna 🙏🙏🙏🙏

  • @akhilgogoi1869
    @akhilgogoi1869 2 ปีที่แล้ว +2

    Krishna Krishna baap bhal lagil Krishna.

  • @animadutta4133
    @animadutta4133 2 ปีที่แล้ว +1

    Krishna krishna krishna.

  • @jaganathsonowal6873
    @jaganathsonowal6873 2 ปีที่แล้ว +4

    🙏 কৃষ্ণ 👣👈🤲

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 2 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

    • @kuladharborah8815
      @kuladharborah8815 2 ปีที่แล้ว

      ইমান সুন্দৰভাৱে উপস্থাপন কৰিলে বাপজনাই, কৃষ্ণ সেৱা জনালো।

  • @lakheswardaimari8906
    @lakheswardaimari8906 2 ปีที่แล้ว +2

    কৃষ্ণ প্ৰভু

  • @krishnaborah4828
    @krishnaborah4828 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ, বৰ ধুনীয়াকে বাখ্যাৰ কৰিছে

  • @dipaksaikia8711
    @dipaksaikia8711 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ কথাখিনিয়ে হৃদয়ৰ নিভৃত কোণত ঠাই পাইছে।

  • @KamalaBaishaya-us6io
    @KamalaBaishaya-us6io 4 หลายเดือนก่อน

    Krishna krishna

  • @rikugogoi3759
    @rikugogoi3759 ปีที่แล้ว +1

    Sumitra Gogoi
    Krishna Krishna Krishna Hoi Prabhu Aami Randhaneegarakeeye yetiya aanjanak Aahar Dan karo tetiya aami Krishna tomake dichho buli ati Pranam kari dio karan moi terra Dasatta kintu dekha yai ye najane Sakhitta hoi Pranamti kariba lage buli bujiweai napai moi Abak hoi yao Krishna pranam janalo aaponak Bapjan Krishna

  • @asomiaasom6008
    @asomiaasom6008 2 ปีที่แล้ว +3

    🙏কৃষ্ণ ।ভাগৱত ব্যাখ্যা শুনি উপকৃত হলো ।বাপ ব্যাখ্যাত কৈছে তীৰ্থস্থান মঠ মন্দিৰ দৰ্শন কৰা বৃঠা অন্য দেৱ ধৰ্মক নোভজিবা তেন্তে শংকৰ গুৰুৱে কিয় দুবাৰ তীৰ্থ ভ্ৰমণ কৰি অন্য দেৱ ধৰ্ম উপাসনা স্থলিলৈ গৈছিল বাপ বুজাই দিলে ভুল ভাঙিব ।আৰু বাপ -ব্যাখ্যাত কৈছে সকলো জীৱ প্ৰাণীতে ঈশ্বৰ বিৰাজমান সেয়ে সকলো জীৱ প্ৰাণীকে ঈশ্বৰ বিষ্ণুৰ অংশ বুজি শ্ৰদ্ধা ভক্তি কৰিব কৈছে লগতে বিষ্ণুৰ অংশ অন্য দেৱ ধৰ্ম ,দেৱ দেৱী শ্ৰদ্ধা ভক্তি উপাশনা নকৰিবলৈ কৈছে অধৰ্ম হব বুলি কৈছে ।ঈশ্বৰৰ অংশ দেৱ দেৱী সকল আজি কিয় নিন্দিত ঘৃণিত অশ্ৰদ্ধাৰ পাত্ৰ ঘোৰ বিৰোধিতা যাক বিষ্ণুৰ স্বৰূপ বুজি ভক্তি উপাসনা কৰিলে ধৰ্ম ব্যভিচাৰ হয় নুবুজিলো ।অভাজনৰ সংহয় দুৰ কৰে যেন ।কৃষ্ণ ।🙏🙏🙏

    • @loveyourself3331
      @loveyourself3331 ปีที่แล้ว

      কৃষ্ণ, গুৰুজনাই বিভিন্ন তীৰ্থ ভ্ৰমণ কৰি আৰু নিজৰ জীৱনৰ গভীৰ সাধন কৰি যি জ্ঞান পালে তাকেই শাস্ত্ৰৰ মাধ্যমে আমাক দি থৈ গৈছে । জ্ঞানৰ কাৰণে গ্ৰন্থৰ লগতে ভ্ৰমণৰ প্ৰয়োজন তেতিয়াও এতিয়াও ।
      আমাক যদি সন্তানে যুক্তি দিয়ে তুমি নিজে দেখোন মোক নালাগে নকৰিবা বুলি কোৱা কৰ্মবোৰ কৰি জীৱন পাৰ কৰিলা , তেন্তে মই কিয় কৰিব নালাগে ?
      সকলো দেৱ দেৱতাৰ পূজা বা শ্ৰদ্ধা ভক্তি কৰিবৰ এজন মানুহৰ বাবে শক্তি আৰু সময়ৰ অভাৱ বা অসম্ভৱ । শ্ৰদ্ধা ভক্তি প্ৰেম তেনেই সাধাৰণ কথা যেন লাগিলেও কিন্তু এজনৰ প্ৰতি সম্পূৰ্ণ শুদ্ধ নিৰ্মোহ শ্ৰদ্ধা ভক্তি প্ৰেম জাগ্ৰত হোৱাটোৱেই কঠিন তেনেস্থলত …...!!! কিন্তু ,এজন প্ৰভুৰ বাবে যেতিয়া অন্তৰত সকলো সদ্ভাৱ বিশ্বাস জাগ্ৰত হব তেতিয়া লাহে লাহে সেই সদ্ভাৱবোৰৰ পৰিসৰ বৃদ্ধি হৈ য'ত জীৱ ত'ত শিৱ হৈ পৰিব । 🙏

  • @binitamoran6814
    @binitamoran6814 2 ปีที่แล้ว +3

    🙏 কৃষ্ণ।

  • @sanahigogoi381
    @sanahigogoi381 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপজনা আমাৰ শিলাকুটি ১নং কোৱৰ গাৱঁলৈ আপোনাক নিমন্ত্ৰণ দিচে নিশ্চয় লগ পাম দুৰৰ পৰাইশতকুটি সেৱা নিবেদন কৰিছোঁ আপোনাৰ চৰণত সাদৰে গহণ কৰিব

  • @lalmohanrava7389
    @lalmohanrava7389 ปีที่แล้ว +1

    কৃষ্ণ

  • @bijayaborah6853
    @bijayaborah6853 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏 বৰ সুন্দৰ ব্যাখ্যা

  • @harensaikia204
    @harensaikia204 ปีที่แล้ว +1

    Krishna baap

  • @jitengogoi981
    @jitengogoi981 ปีที่แล้ว +1

    দেখা দেখা কেন ৰাম দয়াময় হৰি সুখে দুখে ভকতক ফুৰে ৰক্ষা কৰি

  • @dinagogoi1013
    @dinagogoi1013 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ প্রভূ ভক্তি ভৰা সেৱা নিবেদিলো।

  • @munumedhi6566
    @munumedhi6566 ปีที่แล้ว +1

    Krishna Krishna 🙏🙏🙏

  • @himadriboruah4849
    @himadriboruah4849 2 ปีที่แล้ว +1

    কৃষ্ণ, কৃষ্ণ 🙏🙏🙏

  • @mridulchandraborah8720
    @mridulchandraborah8720 ปีที่แล้ว +5

    কৃষ্ণ কৃষ্ণ, সুন্দৰ ব্যাখ্যা ।আপোনাৰ শ্ৰীচৰণত শতকৌটি প্ৰণাম। আপোনাৰ সুন্দৰ ব্যাখ্যাই হৃদয় চুই গৈছে।

  • @ramcharandeka9143
    @ramcharandeka9143 2 ปีที่แล้ว +1

    Om namah Bhagawate Vasudevaya.

  • @mrutpal9687
    @mrutpal9687 2 ปีที่แล้ว +2

    কৃষ্ণ বাপ

  • @PampiTalukdar-ti6gf
    @PampiTalukdar-ti6gf 8 หลายเดือนก่อน

    Krishna bap

  • @bijugogoi6829
    @bijugogoi6829 2 ปีที่แล้ว +9

    কৃষ্ণ 🙏🙏
    সুন্দৰ ব্যাখাৰে মন মুগ্ধ হ'ল, উপকৃত হলো 🙏🙏

  • @ranjanadas2558
    @ranjanadas2558 ปีที่แล้ว +1

    Bu Dr

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 ปีที่แล้ว

    Amer Sawa jonalu provu homosta.krisnha Krishna .joi guru sankor.

  • @pujakalita8491
    @pujakalita8491 2 ปีที่แล้ว +1

    OM Krishna Sewa 🙏🙏🙏

  • @Ridipaxom
    @Ridipaxom ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ হৰি ৰাম ৰাম

  • @kameswarkalita8273
    @kameswarkalita8273 2 ปีที่แล้ว +1

    Bhagaban aru apanak pranam

  • @নৰেন্দ্ৰচন্দ্ৰ
    @নৰেন্দ্ৰচন্দ্ৰ ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ,,,,,

  • @bkgogoi8636
    @bkgogoi8636 2 ปีที่แล้ว

    আপোনাক কুটি কুটি নমস্কা কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা আপোনি ধন্য।

  • @mukunda3780
    @mukunda3780 ปีที่แล้ว +2

    Hundar

  • @minadutta1207
    @minadutta1207 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @tutumonibayan8659
    @tutumonibayan8659 ปีที่แล้ว +8

    কৃষ্ণ, ভাগৱতৰ অমৃতময় বাখ্যা শুনি বৰ ভাল লাগিল 🙏🙏 🙏🙏

  • @sarbanandasingh269
    @sarbanandasingh269 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ।

  • @poragboruah4156
    @poragboruah4156 7 หลายเดือนก่อน

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @rumigogoi8881
    @rumigogoi8881 2 ปีที่แล้ว +1

    . Krishna🙏

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 ปีที่แล้ว +1

    Jai shri krishna

  • @harensaikia204
    @harensaikia204 ปีที่แล้ว +1

    Krishna baap 🙏🙏🙏

  • @PinkugogoiPinkugogoi-m7d
    @PinkugogoiPinkugogoi-m7d 4 หลายเดือนก่อน

    কৃষ্ণ কৃষ্ণ বাপ।

  • @ajitborah1440
    @ajitborah1440 2 ปีที่แล้ว

    Krishna . Ati manuram mahahundar byakha Krishna .Hakalura kripa houk.

  • @anantadihingia2226
    @anantadihingia2226 ปีที่แล้ว +2

    🙏🙏🙏🙏🙏

  • @dharmeswarsaikia4858
    @dharmeswarsaikia4858 ปีที่แล้ว +2

    বাপ জনা নেদেখা জনৰ পৰা কিছু হলেও ঐশ্বৰিক শক্তিৰে মহিয়ান শত কোটি প্রনাম

  • @rekhagogoi322
    @rekhagogoi322 2 ปีที่แล้ว +1

    কৃষ্ণ হৰি ৰাম ৰাম ৰাম

  • @akhilburagohain381
    @akhilburagohain381 2 ปีที่แล้ว

    Krishna Krishna Krishna bap

  • @priyakheebora25
    @priyakheebora25 2 ปีที่แล้ว +1

    Krishna 🙏❤️

  • @assamunlimited348
    @assamunlimited348 ปีที่แล้ว +1

    ধ্ৰুৱ সত্য!পিতৃ মাতৃ ভগৱান স্বৰূপ! কিন্তু হিৰণ্যকশিপু ক্ষেত্ৰত প্ৰহ্লাদে এই উক্তিক সন্মান কৰা উচিত নে অনুচিত

  • @achintagogoi8921
    @achintagogoi8921 2 ปีที่แล้ว +1

    Ram Krishna bap

  • @rupalidas1570
    @rupalidas1570 ปีที่แล้ว +1

    Ramramparvuvallagil🙏🙏🙏🙏🙏🙏🙏

  • @daibakideka4126
    @daibakideka4126 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ বাপ, আপোনাৰ পদধুলি বজালী জিলাৰ পাঠশালা নগৰত কেতিয়া পাম ? আমি সাজি থকা আই ভাৰতী সেৱাশ্ৰমৰ দুৱাৰ আপুনি মুকলি কৰাৰ বাবে আশা ৰাখি ভগৱান কৃষ্ণক প্ৰাৰ্থনা জনালোঁ কৃষ্ণ কৃষ্ণ

  • @mainabordoloi2479
    @mainabordoloi2479 2 ปีที่แล้ว +1

    কৃষ্ণ প্ৰভু🙏🙏🙏

  • @bhaktaborgohain5015
    @bhaktaborgohain5015 ปีที่แล้ว +1

    ভাল হৈছে হয় প্ৰভূত্ব

  • @Pallobjyoti8913
    @Pallobjyoti8913 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ বাপ🙏🙏🙏

  • @bobymuktiar4753
    @bobymuktiar4753 2 ปีที่แล้ว

    Krishna prabhu pranam jonalu

  • @kamalpayeng4938
    @kamalpayeng4938 2 ปีที่แล้ว

    ৰাম কৃষ্ণ বহুত ভাল হৈছে গুৰু বাপ৷

  • @pankajbora1978
    @pankajbora1978 2 ปีที่แล้ว +1

    Krishna pravu voktivora sewa nibedilu apunar Vagawat path sodai srawan koru bor val lage kintu potitu bekhayat apuni Sankar guru jonar tiruvab tithi pota nopotar kotha pryaye koi thake pravu ami Nagaon r amar Ajukoka dinore porai Sankardev tithi pati ahise amiu palon kori ahisu Sankoso ghor voisnav sokole tiruvab tithi napate ami janu Pravu apunar Vagawat bekhyai amak mukdho kora babe sodai srawan Kori ahisu tiruvab tithir uporot besikoi nokole ami sontush pau pravuye kripa korok oporadh khemibo Krishna

  • @nareshordeka9497
    @nareshordeka9497 ปีที่แล้ว +1

    krishna madhav🙏🙏

  • @jayasaharia5055
    @jayasaharia5055 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ । ❤❤

  • @bijithazarika9014
    @bijithazarika9014 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ 👏👏👏

  • @rajibgagoi8675
    @rajibgagoi8675 2 ปีที่แล้ว +1

    Krisna kriesna Bap

  • @pranabtamuligmail
    @pranabtamuligmail ปีที่แล้ว +4

    কৃষ্ণ সুন্দৰ ব্যাখ্যা।

  • @rajpalvlogs5988
    @rajpalvlogs5988 2 ปีที่แล้ว

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏

  • @bhabenbonia9454
    @bhabenbonia9454 2 ปีที่แล้ว

    সুন্দৰ ব্যাখ্যা হৈছে ।বাপ জনালৈ সেৱা জনালো ।

  • @ranjudeka5852
    @ranjudeka5852 2 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ 🙏🙏বাপ সেৱা গ্ৰহণ কৰিব 🙏🙏

  • @nabojyotideka4593
    @nabojyotideka4593 2 ปีที่แล้ว

    Krishna 🙏🙏🙏krishna