শংকৰদেৱে সকলোকে সমান বুলি ভাৱিছিল কিন্তু এতিয়া ৰ শংকৰী বোৰে ধৰ্ম টোৰ মাজত বিভেদ অনা বুলি পৰিলক্ষিত হয় | ভগৱানৰ ওপৰত কোনো হব নোৱাৰে | জয় শ্ৰী ৰাম জয় মা কামাখ্যা ❤
Val lagile huni krishno.. Mi kotha ata janib bisaru j Dev devi Ku puja koru Aru bisakh Koru ! Mi namghor logot tu jorit vogwank bisakh koru.! Kotha2 hol atia mi kak Ki korim kak manim.? Aru ata kouk beleg Dev Devir murtik sab korib napay ! Kintu krishno murti sab pay kio..? Krishno murtitu, murti nohoy neki ?
@@Abhinabdutta-f1k Toi Sankar dharma loi ki bal dal paiso, musolane Allah Mane ki paise , Christian a jishuk Mane hihote ki paise . Anor dharmak kamurai Kam tohotor . Tohotor dharma tu a hatya nki ei prithibit hajarta dharma ase . Tohotor sankari dharma harbe harba nohoi.
Aponar mukhar ai amrit banie antar atma sui gol. Bahut val lagil. Vogobank prathana korisu apuni dirghau, nirogi aru ajiban Krishna r kirtan kori xukhat thakok. Krisna
শঙ্কৰদেৱৰ লিখিত ভাগৱতৰ সেই চাৰি জেওৰাই অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিক বিনষ্টহে কৰিব । অসমৰ এচাম লোকে শঙ্কৰদেৱৰ ধৰ্মমতত বিশ্বাস কৰিবলৈ গৈ অসমৰ সমাজ ব্যৱস্থা ভাগ ভাগ কৰিবলৈহে লৈছে ।
@@জ্যোতিময়Jyotimoy sibo durga kali mata ambubachi hindu dhormor main bostu apuni ji maniche manok dharma ninda debo ninda kio kore amar saktosokolor monot beya lageto ambubachi apunar alochya bisoy hoboi noare Krishnaor katha patok bhagawatei akol nohoi bohut kitap ache pohiboloi amar hindu dhormo mia Christian nohoi matro ekhon kitapoke pohibole
Jayanta kr nath: athait pua mote NASA r duta team e earth r pra 12billion ne kimn durt t panir ata source bisari paise jot total panir tulanatu odhik pani ase.. bohute biswas kra mte tat lukuwaisil.. ako bohute ky space r kunuba thait lukuaisl.. aru ta ktha Sanskrit r eta word e bohut meaning bujab pare ba manuhe bujuteu vul hb pare.. so kisuman manuhe vul koi buje.. ako huna mote bohut slok pist sastra samuht add kra hol Aru ata ktha science amiu manu tar mane aitu nhy je science e kole he Bhagawn thakib.. bohut bastu science r joriote pab pra najai.. ajiloiek science e kaku jiai tulib pra nai... অবশ্যে আমি সকলো হিন্দু দেৱ দেৱীক মনো। কিন্তু শ্ৰেষ্ঠ হিচাপে কৃষ্ণ কে ধৰো। কাৰণ বল,বুদ্ধি, মায়া,জ্ঞান,ত্যাগ, ৰাজনীতিজ্ঞ,বাঁহী বাদক,নৃত্য,হাঁহি মুখিয়া স্বভাৱ আদি সকলো গুণ একে সময়তে তেওঁৰ গাত আছিল। যি গীতাৰ দৰে এখন বিখ্যাত পুথি দিয়াৰ লগতে মনুষ্য জন্ম লৈও মানুহৰ সহায় কৰিছিল । কিন্তু দুৰ্ভাগ্যবসত মানুহে তেওঁক ভুল কৈ ধৰিলে আৰু ভুল বনালে। যি জন ঈশ্বৰে সাধাৰণ মনুহক উদ্ধাৰ কৰিবলৈ মানৱ সমাজ তু জন্ম ললে,যি ভগৱান হৈ ও যুদ্ধ ৰখাব গৈ বন্দী হৈছল (অবশ্যে নহলে),যি অৱতাৰ লৈ পৃথিৱী বচালে, বিৰাট ৰূপ ত সমস্ত বিশ্ব - ব্ৰহ্মাণ্ড দেখালে। কিন্তু সকলোকে আমি পুজো।
Sankar dev Ishwar nohoi.sankardev ejan manusya gatike tumi bhaldare sashtra puranar Gyan ahoron Kara aru Kariba buli moi asa rakhilu aru tetiyahe andharar pora mukti paba.om namah shivay.
কৃষ্ণ প্ৰভু
ব্যাখ্যা সুন্দৰ হৈছে ৷ শুনি ভাল লাগিল ৷কিন্ত যুক্তিৰ ওপৰত সামান্য সন্দেহ আছে
হৰ হৰ মহাদেৱ সকলোকে আমি সমান বুলি ভাবো আগতে ত্তত্ব বুজি লবা তাৰ পিছত ব্যত্ত কৰিবা । হৰ হৰ মহাদেৱ জয় মা কাম্যাখা
কৃষ্ণ
5gp9 5th 3D was Xu Fu 9h tf@@জ্যোতিময়Jyotimoy
3 ||}
"আগতে তত্ত্ব বুজি লবা" এইখিনি অনুকৰণ কৰিলেই হব। কৃষ্ণ--- কৃষ্ণ----।
Har har mahadev🙏
Toi nijake bahut maha pandit buli vabisa neki?
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏🏻🙏🏻🙏🏻🙏🏻🙏🏻
আপোনক শতকুটি প্ৰণাম জনাইছো বাপ কৃষ্ণ কৃষ্ণ কৃষ্ণ
ওম শান্তি
Bahriya verry verry nice
ভগৱন্ত আৰু আমাৰ মনুষ্যৰ মাজত বহুত পার্থক্য আছে। আমি শ্রীমন্ত শঙ্কৰ দেৱ আৰু মাধৱ দেৱৰ জন্ম আৰু মৃত্যু তিথি পালন কৰোত অথচ তেওঁলোক তো আমাৰ বংশৰ নহয়। কিয় পালন কৰো তেওঁলোক গুৰু দুজনা আমাৰ পিতৃ স্বৰূপ। ঠিক তেনেকৈ মা কামাখ্যা ৰজশ্বলা হ'লে আমি মাতৃ দেৱী হিচাপে হে মান্যতা দিও ৷ তেওঁ দেৱী .মানৱ নহয় ৷ ভগৱতত কোৱা মতেই যেনেকৈ বসুমতি আৰু বৰাহৰ সঙ্গমৰ ফলত নৰকাসুৰৰ জন্মৰ কথা কৈছে 'ঠিক তেনেকৈ মাতৃ বসুমতিৰ সৈতে যেতিয়া আমাৰ সান্নিধ্য স্থাপন হয় অর্থাৎ আমি বসুমতিত হাল বাও , কোৰ মৰা হয়, গছ পুলি ৰোৱা হয় তেতিয়া বেয়া প্রভাৱ পৰে বুলি পৌৰাণিক কালৰে পৰা বিশ্বাসক লৈ চলি আহিছে। মই মোৰ মনৰ ভাৱহে প্রকাশ কৰিলোঁ৷ ভুল হ'লে ক্ষমা কৰিব ৷
পুৰনি কাল নাই,বৰতমান যুগত ভাগৱত ধৰ্ ম পালন কৰিব লাগে তেতিয়া জীৱনত মুকুতি লাভ কৰিব পাৰি
Aeku bhul kowa nai.
বসুমতী আহাৰ মাহত ৰজচলা বুলি আপুনি কেনেকৈ গম পালে । আহাৰ মাহত টো কামাখ্যা দেৱীহে ৰজচলা হৈ চোৱা হ'ল। তেন্তে হাল কোৰ কিয় নমাৰিব । যদি বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে চোৱা যায় তেন্তে আহাৰ মাহত টো হাল বাবলৈ, কোৰ মাৰিবলৈ নাপায় বুলি পোৱা নাই ।
Vul hoise akou,val dore bislyekhon kora buji paba
Tohotor dharma branchat khula account. Hindu nohoi tohot
কৃষ্ণ কৃষ্ণ 🙏বাপজন । অতি সুন্দৰ ব্যাখ্যা আগবঢ়ালে । বহুত ভাল লাগিল ।🙏
কৃষ্ণ কৃষ্ণ ভাগৱতত উপবিষ্ট সমস্ত জনলৈ ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ। আপোনাসবৰ অমৃত ময় বাখ্যা সময় উপযোগী শ্রৱণ কৰি পৰম সন্তুষ্টি লভিছো।
কৃষ্ণ কৃষ্ণ বা প। সেৱা জনাই ছো🙏🏻🙏🏻🙏🏻🙏🏻
Yes GB
@@lakhyagayan734²
Cc
শংকৰদেৱে সকলোকে সমান বুলি ভাৱিছিল কিন্তু এতিয়া ৰ শংকৰী বোৰে ধৰ্ম টোৰ মাজত বিভেদ অনা বুলি পৰিলক্ষিত হয় | ভগৱানৰ ওপৰত কোনো হব নোৱাৰে | জয় শ্ৰী ৰাম জয় মা কামাখ্যা ❤
Val lagile huni krishno..
Mi kotha ata janib bisaru j Dev devi Ku puja koru Aru bisakh Koru ! Mi namghor logot tu jorit vogwank bisakh koru.! Kotha2 hol atia mi kak Ki korim kak manim.?
Aru ata kouk beleg Dev Devir murtik sab korib napay ! Kintu krishno murti sab pay kio..? Krishno murtitu, murti nohoy neki ?
Krishnak pujile Puja hokolure hoi . Prithoke pujile Puja kehu nolovoiyo. Buji louk
@@ArunaBhuyan-ob1ey Tur baperok Puj okol marok nupujibi , marok khedi de gharor pora . Krishna k pujile hokoluke Puja hoi kotha kobole aaho . Krishna i koisile nki ? Muke pujibi belegok nupujibi buli . Ninda kora kotha eibur tohotor . Beleg rajyar krishna bhaktaitu hokluke Mane. Tohoti pabot joga adharmi mohapapi tohot.
Apuni debi puja kore ki paise
@@Abhinabdutta-f1k Toi Sankar dharma loi ki bal dal paiso, musolane Allah Mane ki paise , Christian a jishuk Mane hihote ki paise . Anor dharmak kamurai Kam tohotor . Tohotor dharma tu a hatya nki ei prithibit hajarta dharma ase . Tohotor sankari dharma harbe harba nohoi.
কৃষ্ণ কৃষ্ণ,আপুনি ইমান সুন্দৰকৈ ভাগৱত ভাঙনি কৰে, শুনিলে শুনিয়েই থাকিব মই যাই। বৰ ভাল লাগে আপোনাৰ এই video বিলাক চাই। বৰ সুন্দৰকৈ বুজি পোৱা যায় কথাবিলাক। বহুত শিকিব পাৰিছোঁ ভাগৱতৰ কিছু কথা।🙏 আপোনাক দুৰৰ পৰাই নমস্কাৰ কৰিলো।🙏
🙏কৃষ্ণ কৃষ্ণ বাপ বহুত সুন্দৰ ব্যাখ্যা
Bhute Bhute Hundor emn hundor koi baykhya korise mon sui gol Krishna Krishna Krishna🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
ধন্যবাদ
Krishna.krishna.hundar Byakhya.hewajanalu
@@jibonjyotidutta622 Narayan Narayan Narayan .
ঐতিহাসিক ঠাই🙏কাতি মাহত মনোবাঞ্ছা পূৰণৰ বাবে ভক্ত ই আগবঢ়াই ভোগ🙏th-cam.com/video/d7dpa4EzCNY/w-d-xo.html
কৃষ্ণ বাপ 🙏🙏🙏🙏🙏
কাৰো মনত আঘাত দিব নেপাই ।যিজন মানুহক আপুনি ভাল নেপাই হেই বুলি মানুহ জনৰ বদনাম গাব নেকি ।যেতিয়া সমুদ্ৰ মুনথন হৈ চিলে তেতিয়া প্ৰথমে বিহ ওলাইছিল জি বিহ সমগ্ৰ জীৱ কুল পতি বিপদ নামি আহিছিল আৰু হেই বিহ পান কৰিছিল মহাদেৱ । আৰু হেই বিহ পান কৰা পিছত তেওঁ হৰি তাপ বাহি গৈছিল তেওঁ কৈলাসত গৈ শান্তি পোৱা নাছিল । তেতিয়া সকলো দেৱ দেৱী তেওঁক হেই বিহ পৰা মুক্ত হব কাৰণে কেঁচা গাখীৰ আৰু ভাং বেল তেওঁক খুৱাইছিল হেই কাৰণে তেওঁৰ পূজাত বিবহাৰ কৰা হয় ভাং বেল পাত আৰু গাখীৰ । মানুহক নিছাৰ পয়োজন হয় ভগৱানক নহয় ।কৃষ্ণ শিৱ পূজা কৰিছিল। ৰাম অৰ্জুন ৰাৱণ সকলৰ শিৱ পূজা কৰিছিল। যেতিয়া কৃষ্ণ জন্ম হৈছিল তেতিয়া শিৱ বাবা গৈছিল তেওঁ চাবলৈ বামুণৰ ৰূপ ধাৰণ কৰি । আৰু যেতিয়া কৃষ্ণ ১৬গোপী লগত বিন্দাবনত আছিল । তাত বেলেগ পুৰুষ প্ৰবেশ কৰিবলে দিয়া নাছিল । কিন্তু শিৱ গৈছিল নাৰী ৰূপ ধাৰণ কৰি।
কৃষ্ণ প্ৰভু আপোনাৰ ব্যাখ্যা শুনি বৰ ভাল লাগিল ।
কৃষ্ণ কৃষ্ণ🙏 বাপ বৰ সুন্দৰ লাগিল।
হুইবেক প্ৰচুৰ চোৰ ডকাইত কলিত।
পাষণ্ডে কৰিবে বেদ পথক দূষিত ।
পাষণ্ডৰ মুখত শুনিবে ধর্মজ্ঞান ।
কলিত কৰিবে পাষণ্ডক বহুমান ।।
মূৰ্খৰ উন্নতি হৈবে ফুৰিবে উল্লাখি ।
ধৰ্ম বসানিবে উচ্চ আসনত বঢ়ি ।।
(ভাগৱত দ্বাদশ স্কন্ধ)
ভকতৰ চৰিত্ৰ যেনেকুৱাই নহওঁক সেইটো প্ৰয়োজন নাই। আমি মাত্ৰ ভকতক সেৱা কৰিলে ভগৱান সন্তুষ্ট হ'ব। কৃষ্ণ
নিজে নিজক শ্ৰেষ্ঠ আক্ষা দিয়া হেই ভাগৱত নিজেই অহংকাৰী।
Bor har ukti dile dei.. ekebare heijonor logot khap khai porise..
@@manojkolita6221 গুণ নাম যিটো বিষ্ণুৰ শিৱৰ ।.
তাক ভিন্ন কৰে যি নৰ।।
নামৰ হিয়ো মহা অপৰাধী ।
নৰকত পৰে দৈবে নাবাধি ।।
কীৰ্তন (নাম অপৰাধ)
Gotike tohoti moha papi , norokot bhugibi tohoti sankari Gitai.
@@manashhazarika076 Tohotor bhokot beesibhagei nnari kelengkari , saritrahin besibhag hangkori . Mohapapi durasari tohoti.
Hundor bap jon 🙏
কৃষ্ণ। কোন মাতৃৰ গৰ্ভত আপুনি জন্ম গ্ৰহন কৰিছিল। সেই মাতৃ গৰাকী সৌভাগ্য বতৰ হয় নিশ্চয়। ইমান সুন্দৰ কৈ ভাগৱতৰ বাখ্যা কৰি আমাক মুগ্ধ কৰিলে। নজনা কথা বহুত শিকিলো বুজিলো। আৰু বহ কথাই আমি জানিবলৈ বাকী আছে। সন্মানীয় বাপজনাক সেৱা আৰু ধন্যবাদ জনালো।🙏🏻
বৰ সুন্দৰ বাপ ,
বৰ সুন্দৰ ব্যাখ্যা । সকলোৱে বুজিবলৈ চেষ্টা কৰক ।
🙏🙏🙏 he junalo apunar sorot...
Krishna krishna nomo VAGOWOTE
Krishna bapjana..... Oti hundor bhal lage hosake....
সকলো সুন্দৰ ভাগৱতৰ বাখ্যা,কিন্ত এটা কথাই সদায় মনত বিভান্তি কৰে,শঙ্কৰ সংঘৰ সমাজে কি নিয়মত তিনি দিনৰ ৰাতিৰ পৰা সেৱকীৰ ঘৰত শাষ্ট পাঠ কৰিৱ পাৰে,পৰিয়ালৰ সকলোৰে সকাম নোহোৱালৈকেটো ব্ৰতট থাকে,ভূল হ'লে ক্ষমা কৰিৱ ।
কৃষ্ণ পাৰিলে ফোন এটা কৰিব
@@জ্যোতিময়Jyotimoy প্ৰভু বৰ সুন্দৰ ব্যাখ্যা ।বহু উপকৃত হলো।
Si ekodal najane dharma ki
Hongat nuhumai bahirar para gale lav ni
Krishna kotha mor suni bor bhal lagil
বহুত ভাল লাগিল আপোনাৰ অমৃতময় কথা শুনি কৃতাৰ্থ হৈছোঁ।
অমৃতময় কথা ভাল লাগিছে
Apunar kathakhini huni bhal lagil Krisna
JAY MAA KAMAKHYA 🙏🙏🙏
জয় মা কামাখ্যা🙏🌺🌺🌺🙏 🚩
Krishna bahut val lage apunar kotha bur shuni 🙏🙏🙏
কৃষ্ণ মই বহুত দিনৰ পৰা ভাবি আছিলো এই বাখ্যা টো শুনি বৰ বাবে ভাল লাগিল
কৃষ্ণ বাপ বহুত ভাল লাগিল বহুতো নজনা কথা জনিলো🙏🙏🙏
Gahori khua bap aaijon
কৃষ্ণ প্ৰভু আপোনাৰ ভাঙনি বোৰ ইমান সুন্দৰ বাপ শুনি আপ্লুত হৈছো।
Bap,jonar,Hundar,vangni,hamuh,be,bhal,lagise,,💐💐💐
কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏, কৃষ্ণ প্ৰভু🙏,
100% Right
কৃষ্ণ 🙏🙏🙏 আপোনাৰ ভিডিও আজি প্ৰথম চাইছো বহুত ভাল লাগিল আৰু আপুনি বহুত ভালকৈ বুজাই দিছে🙏🙏আপোনাক এটা কথা সুধিব বিচাৰো মানে ""কলিৰ শেষত যে কল্কি অৱতাৰ, বুলি কই এই কল্কি অৱতাৰ মানে কি হয়,,, 🙏যদি বেয়া নাপাই জনাবচোন
কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা বহুত ভাল লাগিল
অমৃত বিলাই আছে এতিয়া লৱ পাৰিব লাগে 🙏🏼🙏🏼 কৃষ্ণ
Bohut bhal lagil baap... Hare Krishna
Krishna bapjona bohut val lagil sewa jonalu .
খুব সুন্দৰ ব্যাখ্যা কৰিছে। সাৱলীল ভাষণ শুনি আমনি নেলাগে।বাপ জনাক অন্তৰৰ পৰা সেৱা জনালোঁ।
কৃষ্ণ কৃষ্ণ
কৃষ্ণ সেৱা জনালোঁ🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ বাপ অতি সুন্দৰ আমি ধন্য হলো সেৱা জনালোঁ
অচ্যুত কেশব কৃষ্ণ ৰাম নাৰায়ণ গোপাল গোৱিন্দ মুকুন্দ মাধব ৰাঘৱ যদুননদন কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম নাৰায়ণ
কৃষ্ণ কৃষ্ণ 🙏 বাপ জন আপোনাৰ দ্বাৰা গুৰুজনাৰ ভাগৱত ব্যাখ্যা শুনি অশেষ ভাল লাগিছে 🙏
val lagil bhu bhu dhynabad thakil
আন ধৰ্মক আৰু ভগৱানক ভাগ ভাগ কৰা যেন লাগিল।এই জেউৰা কেখনৰ কথা হজম নহল ।
কৃষ্ণ বাপ ভাল লাগিল আৰু বুজিউ পালো
জয় মা কামাখ্যা। এই মহাপণ্ডিত ৰ জ্ঞান অপৰিসীম যেন পাওঁ
Apunar he Gyan oprikhim diok . Eman hundorkoi Sastro honmotto kotha kuar pisotu eyake Buji pale
Krishna krishna krishna🙏🏻🙏🏻🙏🏻
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ বিশ্লেষণ এনেকৈ শুনিবলৈ পাম বোলি ভৱাই নাছিলো,,,,, আপোনাক ধন্যবাদ জনালো প্ৰভু, আমাৰ ভুল বিলাক আতৰি গৈছে প্ৰভু, অন্তৰত স্পৰ্শ হৈছে জয় গুৰু শংকৰ জয় গুৰু শংকৰ জয় গুৰু শংকৰ
Eto sundor kotha.. pronam probhu.
Eyara pora nomoskar.....korixuu❤️❤️🙏🙏
🙏🙏 কৃষ্ণ কৃষ্ণ,বাপজন সেৱা নিবেদিছো।বৰ সুন্দৰ ব্যাখ্যা কৰা হৈছে। গুৰু জনাৰ কৃপা মিলক। কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ বৰ সুন্দৰ
Oh ভগবান কৃষ্ণ আপুনি মহান আপুনি নৱ প্ৰজন্ম উদ্যোগ, কৃষ্ণ
বসুমতী এগৰাকী মাতৃ বুলি ভাগৱতে কৈছে। বসুমতী ৰজস্বলা হয়। ৰজস্বলা অৱস্থাত বৰাহৰুপী বিষ্ণুৱে বসুমতীক উদ্ধাৰ কৰোঁতে ৰমণ কৰাৰ বাবে নৰকৰ জন্ম , এগৰাকী মাতৃ ৰজস্বলা মাতৃৰ যোনীমণ্ডলেদিয়েই হয় , পৃথিৱীৰ মাতৃৰ যোনী সেয়েহে এঠাইতেই থাকিব সেয়েহে গোটেই পৃথিবীয়েই অম্বুবাচীত অশুচী হয় ,,পাৰে যদি আমাৰ দ্বাৰা ৰচিত পৰম ব্ৰহ্মৰ সন্ধানত কিতাপ খনি পঢ়িব ,, আপুনি যে ক'লে শিব ই ভাং খাই, সেই তথ্য ক'ত পালে জনাব চোন,,আমি সেই তথ্য বিচাৰি কতো নাপালোঁ,,
শিৱই ভাং খোৱা বুলি আমি আজিলৈকে পোৱা নাই 🙏🏻। আৰু জোতিময় বাপেও আজিলৈকে কোৱা নাই কৃষ্ণ ।
আৰু কব গ'লে সকলো জীৱৰ পাৰ্বতী মা হয় । কোন মাকে নিজৰ সন্তানৰ বলি নিবিচাৰে।
@@anant8469jn ni
@@anant8469 ঠিকেই কৈছে আপুনি।
কামাখ্যা দেৱী আৰু বসুমতি একে গৰাকী নহয়
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকলো লৈকে সেৱা নিবেদন কৰিছো
জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ
Aponar mukhar ai amrit banie antar atma sui gol. Bahut val lagil. Vogobank prathana korisu apuni dirghau, nirogi aru ajiban Krishna r kirtan kori xukhat thakok. Krisna
Bor val lagil
বৰ ভাল লাগিল শুনি, 🙏🙏🙏
কৃষ্ণ বাপ..বৰ সুন্দৰ ব্যাখ্যা ভাগৱতৰ আশ্ৰয়ৰ, অৰ্থৰ।
কৃষ্ণ, কৃষ্ণ, আমাৰ সেবা গ্ৰহণ কৰিব বহুত ভাল লাগিল মহা ভাগৱত শুনি।
ভাগৱতৰ সকলো কথা আজিৰ যুগত কিমান গ্ৰহনযোগৈ চিন্তা কৰিবৰ হল।
Krishno🙏
ভাগৱতৰ বাই ক্ষা ভাগ শুনি বৰ ভাল লাগে,কৃষ্ণ
Kishono kishoni bhut bhal lagil ❤❤❤❤❤❤❤kishono kishono
কৃষ্ণ বাপ জন
ভক্তিভৰা সেৱাভাগি নিবেদিলো 🙏🙏🙏🙏
বাপ ভাগবত সৃষ্টি হোৱাৰ আগতে পৃথিৱীৰ সৃষ্টি হৈছিল গতিকে ভাগবত খচৰি প্ৰকৃতিৰ লগতে অতিতৰ পৰম্পৰাগ অপমান কৰাৰ অধিকাৰ আপোনাৰ নাই। আমি অসমত বাস কৰো গতিকে অসমৰ ৰিতি নিতি মানিয়ে চলিম। আমেৰিকাৰ নহয়। কাৰণ সূৰ্য পুৱদিশে অতিথিৰ উদয় হয় আৰু এতিয়াও হয়।
ঠিককৈচা
অসমৰ আমিও ,কিন্তু আমি অম্বুবাচী নমা নু কৃষ্ণক ভ জিলে ব্ৰহ্মা বিষ্ণু মহেশ আদি কৰি আৰু যিমান দেৱ দেৱী আছে সকলোৱে পায় ,কলি যুগত ভগৱন্তৰ কেৱল শ্ৰৱণ কীৰ্তন শুদ্ধ বাবে কৰিব লাগে❤কৃষ্ণ❤
@@aparajitatamuli7273 হেৰা তুমি অম্বুবাচী মানা নামানা তোমাৰ কথা। তাত আমাৰ কব লগা একো নাই। কিন্তু অম্বুবাচীৰ পৰম্পৰাক অপমান কৰাৰ কোনো প্ৰয়োজনো নাই, অধিকাৰো নাই। পৃথিৱীত কেৱল এখনেই ধৰ্ম গ্ৰন্থ নাই। আৰু ধৰ্ম মানুহে সৃষ্টি। শংকৰদেৱে সম্পূৰ্ণ ভাগৱত অনুবাদ কৰা নাই। ভক্তি আন্দোলনৰ আদৰ্শৰ লগত জড়িত অংশবোৰহে অনুবাদ কৰিছিল। মূল ভাগৱত পূজা-পাতল সকলোকে সামৰি লৈছে। আৰু ধৰ্মত সীমাবদ্ধতা থকাটো স্বাভাৱিক, বৈষ্ণৱ ধৰ্মতো সীমাবদ্ধতা আছে।
অসমীয়া জাতিৰ পিতা শ্ৰীমন্ত শঙ্কৰ বুলি নাম প্ৰসংগ কৰোঁতে আপোনালোকেও গায় বুলি মই জানো।
যদি অসমীয়াৰ গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ তেনেহলে শংকৰীয়া প্ৰথাটোয়ে শ্ৰেয় ।
অতীতত মানুহে বৰ্বৰ তাৰে জীৱন যাপন কৰিছিল । তেন্তে আপুনি আজিও তেনেকৈয়ে থাকিব নেকি। টকা পইচা হ'লেই মানুহ আধুনিক হৈ নাযায়। চিন্তা ধাৰা বোৰো আধুনিক কৰক । অসমীয়া মানুহ হৈ আপুনি গুৰু জনাক হীন মান্যতাৰ দৃষ্টি দিছে। এইয়া অতি দুৰ্ভাগ্য জনক
কৃষ্ণ কৃষ্ণ ভাল লাগিল আপোনাৰ ভাগবতৰ ব্যাখ্যা শুনি
Moi ekmot nohoi.. Mur lgt torko julti kotok.. Moi ready.. Sankar songhok moi proissoi nidiu. Who is sankar?
Moi boli bidhan kali gusani k pujim.. Kununu maikalal nai j mur esto devik pujibo mana kore..
সুন্দৰ বাপ,আপোনাৰ ব্যাখ্যা শুনি উপকৃত হৈছোঁ
কৃষ্ণ কৃষ্ণ বাপ বৰ ভাল লাগিল
কৃষ্ণ প্ৰভু ইমান সুন্দৰ ব্যখ্যা এইয়াই অমৃত
কাকতি বাপক শতকোটী নমস্কাৰ কিয়নো কণ্য়াৰ জন্মদিনত এনে এটি মহৎ অনুষ্ঠানৰ আয়োজন কৰি সকলোকে আপ্য়ায়িত কৰিলে ৷ কাৰণ আজিকালি জন্মদিন বুলি কলে মাছ মাংসৰে ভোজভাত খুৱাৰ কথাকে সকলোৱে ভাবোঁ ৷ কিন্ত কাকতি বাপে সেইটো নকৰি এই মহান অনুস্হান আয়োজন কৰি সকলোকে কৃপাধন্য় কৰিলে ৷ আজিকালি কলিযুগত এনে অন্ুস্হান একেবাৰেই বিৰল ৷ কৃষ্ণই কৃপা কৰক ৷
Bor hundor lagil.
Krishns bap
SUNNI BOUT VAL. LAGIL🙏🙏🙏🙏
শঙ্কৰদেৱৰ লিখিত ভাগৱতৰ সেই চাৰি জেওৰাই অসমৰ সাতামপুৰুষীয়া সম্প্ৰীতিক বিনষ্টহে কৰিব । অসমৰ এচাম লোকে শঙ্কৰদেৱৰ ধৰ্মমতত বিশ্বাস কৰিবলৈ গৈ অসমৰ সমাজ ব্যৱস্থা ভাগ ভাগ কৰিবলৈহে লৈছে ।
কৃষ্ণ
জয় প্ৰভু শ্ৰী কৃষ্ণ
বহুত সুন্দৰ যুক্তিৰে ভাগৱত বিশ্লেষণ শুনি ধন্য হ’লোঁ ৷ ওঁম নমো ভগৱতে বাসুদেৱায় ৷৷
কৃষ্ণ কৃষ্ণ হৰি হৰি
বাপ আপোনাৰ সুমধুৰ কণ্ঠত সাবলীল ভাষাৰ কথাখিনিয়ে হৃদয় চুই গৈছে। বহুতো নজনা কথা জানিলো। ভগবানে আপোনাক কুশলে ৰাখক।
কৃষ্ণ
কৃষ্ণ কৃষ্ণ 🙏🙏
Vgbane apunak aru kripa krak lagate xunuta sakalaku .xchakoiy vagwat xunile mur vuk gusi jai xuni thakib mn jai .🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ শুভেচ্ছা জানানো ইমান সুন্দৰ কৃপা কৰক প্ৰভুৱে
সত্য সন্ধ্যাৰ সপোনত স্বয়ং শিৱ আহি ব'ৰ দিয়াৰ বাবে তেওঁৰ পুত্ৰ নাম শংকৰদেৱ হ'ল।
প্ৰভু প্ৰথমে ক্ষমা মাগিছো । দুখ নধৰিব প্ৰশ্নটো সুধা বাবে । বৈজ্ঞানিক দৃষ্টি মতে পৃথিবী খন মহাশূন্যত সূৰ্য্যৰ চাৰিওফালে ঘুৰে আৰু পৃথিৱীৰ বাহিৰে আন ক'তো পানী নাই , এই পৃথিৱীতেই সাত সাগৰ তেৰ নদী আছে । তেনেস্থলত কৃষ্ণই কোন খন নদীৰ পৰা বৰাহ ৰূপ ধৰি পৃথিৱীক উদ্ধাৰ কৰিছিল ? দয়াকৰি জনাবচোন । কৃষ্ণ 🙏
@@জ্যোতিময়Jyotimoy ki bokiche
@@dhrubajyotisarmah6733 কৃষ্ণ প্ৰভু বুজা নাই যদি ফোন কৰিবচোন পাৰিলে কথা পাতিম ,চিনাকী হ'ম।নম্বৰ দিয়া আছে....অধমৰ সেৱা গ্ৰহণ কৰিব🙏
@@জ্যোতিময়Jyotimoy sibo durga kali mata ambubachi hindu dhormor main bostu apuni ji maniche manok dharma ninda debo ninda kio kore amar saktosokolor monot beya lageto ambubachi apunar alochya bisoy hoboi noare Krishnaor katha patok bhagawatei akol nohoi bohut kitap ache pohiboloi amar hindu dhormo mia Christian nohoi matro ekhon kitapoke pohibole
Jayanta kr nath: athait pua mote NASA r duta team e earth r pra 12billion ne kimn durt t panir ata source bisari paise jot total panir tulanatu odhik pani ase.. bohute biswas kra mte tat lukuwaisil.. ako bohute ky space r kunuba thait lukuaisl.. aru ta ktha Sanskrit r eta word e bohut meaning bujab pare ba manuhe bujuteu vul hb pare.. so kisuman manuhe vul koi buje.. ako huna mote bohut slok pist sastra samuht add kra hol
Aru ata ktha science amiu manu tar mane aitu nhy je science e kole he Bhagawn thakib.. bohut bastu science r joriote pab pra najai.. ajiloiek science e kaku jiai tulib pra nai...
অবশ্যে আমি সকলো হিন্দু দেৱ দেৱীক মনো। কিন্তু শ্ৰেষ্ঠ হিচাপে কৃষ্ণ কে ধৰো। কাৰণ বল,বুদ্ধি, মায়া,জ্ঞান,ত্যাগ, ৰাজনীতিজ্ঞ,বাঁহী বাদক,নৃত্য,হাঁহি মুখিয়া স্বভাৱ আদি সকলো গুণ একে সময়তে তেওঁৰ গাত আছিল। যি গীতাৰ দৰে এখন বিখ্যাত পুথি দিয়াৰ লগতে মনুষ্য জন্ম লৈও মানুহৰ সহায় কৰিছিল । কিন্তু দুৰ্ভাগ্যবসত মানুহে তেওঁক ভুল কৈ ধৰিলে আৰু ভুল বনালে। যি জন ঈশ্বৰে সাধাৰণ মনুহক উদ্ধাৰ কৰিবলৈ মানৱ সমাজ তু জন্ম ললে,যি ভগৱান হৈ ও যুদ্ধ ৰখাব গৈ বন্দী হৈছল (অবশ্যে নহলে),যি অৱতাৰ লৈ পৃথিৱী বচালে, বিৰাট ৰূপ ত সমস্ত বিশ্ব - ব্ৰহ্মাণ্ড দেখালে।
কিন্তু সকলোকে আমি পুজো।
মজা দিলা ভাই
মা কামাখ্যা হৈছে আদ্যাশক্তি মহামায়া বিশ্ব প্ৰসৱিনী। তেৱেঁই দূর্গা, তেৱেঁই মহাকালী, তেৱেঁই ধৰিত্ৰী। জয় মা দূর্গা, জয় মা কামাখ্যা।
ভাং খোৱা কথাটো যে ক'লে কিন্তু বিষপান কৰি নীলকণ্ঠ হোৱা কথাটো কোৱা হ'লে বেছি ভাল হ'ল হেতেন👏 🕉️
Janilehe kobo e0 debonindat 0stat ..sibok e keneke chini pabo
Uuummm.... iyat sakhyat bedoigya pondit 3 Jon bohi ase, apunalukei byakhya koroksun.... bhagawat khon uponyakh he...
Jay mahadeva
Har har mahadav
Jai Shree Mahakal.
Om Namo Shivaya.
KRISHNA KRISHNA KRISHNA Bahut val lagil
বাপ আপোনাৰব্যাখ্যা শুণি ভাল লাগিল কিণতো শংকৰ সংঘ মানোহে মাহেকিয়া মানুহৰ ঘৰত ভাত চাহ খালে ছোরা লাগে নেকি বাপ, অল কব ছোন, শ্রি মদভাগরতত কোরা নাই যে আমোকৰ ঘৰত নাখাবা তামোকৰ ঘৰত নাখাবা,
কৃষ্ণ কৃষ্ণ, বাপ আপোনালৈ সেৱা হে
কৃষ্ণ কৃষ্ণ প্ৰভু
সুন্দৰ বাখ্যা হৈছে গুৰু জনাই আপোনাক কূপা কৰক
কৃষ্ণ🙏জয় গুৰু শংকৰ
কৃষ্ণ 🙏ভাগৱত= ভা,গ,ৱ এইতিটা আখৰৰ অৰ্থ বুজিলো কিন্তু ত আখৰটোৰ অৰ্থ নুবুজিলো।কৃপা কৰি বুজাই দিলে সুখি হ'ম। কৃষ্ণ 🙏
ত বৰ্ণ য়ে তৰণ অৰ্থ প্ৰকাশ কৰিছে অৰ্থাৎ বৈষ্ণৱী জ্ঞানৰে জীৱ তৰণৰ উপায় 'শ্ৰীমদ্ ভাগৱত' অমৃত পান 🙏🏽 কৃষ্ণ
Krishna krishna krishna bap xuni bor aanndor palu 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ,,,,
Hundor Krishna Krishna Krishna
Krishna🙏🙏🙏
এওঁৰ ব্যাখ্যা ইমান সুন্দৰ তাৰ পিছতো যদি বুজি নাপায় ভাগৱত নিজে পঢ়ি বুজিব চেষ্টা কৰিলে হল । এতিয়াটো আগৰ নিচিনা অনক্ষৰ লোক আমাৰ সমাজত নাই । শ্ৰীমন্ত শংকৰদেৱৰ কৃপাত আমি আন্ধৰপৰা উদ্ধাৰ হ'লে । অকল চকু নথকা জন অন্ধ নহয় চকু থকাৰ পিছতো মগজু থকা মগজুৰে অন্ধ বিলাকক উদ্ধাৰ কৰিলে ।
Sankar dev Ishwar nohoi.sankardev ejan manusya gatike tumi bhaldare sashtra puranar Gyan ahoron Kara aru Kariba buli moi asa rakhilu aru tetiyahe andharar pora mukti paba.om namah shivay.
Om Namah Shivay, Raameo Shivok puja korisil, Krishno o Shivok puja korisil atia aru ondho bhokto bure Shivoke namana hol, hey Krishno provu aiburok udhdhar kora,