খণ্ড ২ || ব্যাধ কোন আছিল || ব্যাধে কৃষ্ণক কিয় হত্যা কৰিছিল || ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ || pranjit

แชร์
ฝัง
  • เผยแพร่เมื่อ 17 ส.ค. 2023
  • প্ৰয়াত ৰুদ্ৰ নাথবাপৰ আদ্য শ্ৰাদ্ধ অনুষ্ঠান স্থান ঘাঁহি গাওঁ
    ব্যাখ্যাকাৰ প্ৰাণজিৎ গগৈ
    pranjit gogoi bhagawat path
    bhagawat path
    ভাগৱত পাঠ
    ব্যাখ্যা
    ©️Copyright Notice :- Please do not copy this video or you will be given a copyright strike
    অনুগ্ৰহ কৰি এই ভিডিঅ'টো কপি নকৰিব নহ'লে কপিৰাইট ষ্ট্ৰাইক দিয়া হ'ব

ความคิดเห็น • 82

  • @PariSaikiaDevi-lb8ru
    @PariSaikiaDevi-lb8ru 2 หลายเดือนก่อน +4

    কৃষ্ণ প্ৰভু। ইমান সুন্দৰকৈ ব্যাখ্যা কৰে আপুনি,,, শুনিলে শুনি থাকিবলৈ মন যাই।।স্বয়ং ভগৱান শ্ৰীকৃষ্ণই কয় থকা যেন পাওঁ মই 🙏🙏🙏

  • @user-nj7080
    @user-nj7080 7 หลายเดือนก่อน +4

    Krishna 🙏🙏🙏🙏Krishna 🙏🙏🙏bohut val lagil bap jona 🙏🙏🙏🙏

  • @user-ok8om1qi5h
    @user-ok8om1qi5h 6 หลายเดือนก่อน +3

    🙏ওঁম নমো ভগৱতে বসুদেৱাই🙏

  • @user-pt9kz5tm1e
    @user-pt9kz5tm1e 3 หลายเดือนก่อน +2

    🙏 কৃষ্ণ কৃষ্ণ

  • @dipengogoi2598
    @dipengogoi2598 11 หลายเดือนก่อน +6

    আপোনাৰ কমলৰ পৰা ভাগৱত ব্যাখ্যা শুনি এনে লাগে যে স্বয়ং শ্ৰীকৃষ্ণ কৈ থকাৰ যেন লাগে।
    হে ৰাম মই দুৰাচাৰ "
    কেৱলে তোমাৰ
    অপৰাধি নাৰায়ণ
    কৃষ্ণৰ চৰণে
    লৈলো শৰণ"

  • @bijoykrishnagogoi7841
    @bijoykrishnagogoi7841 6 หลายเดือนก่อน +1

    🙏🌺 কৃষ্ণ 🙏🌺 কৃষ্ণ 🙏🌺

  • @punyarabha151
    @punyarabha151 5 หลายเดือนก่อน +1

    Krishna pranam baap ❤🎉🎉🎉🎉...

  • @amarjyotinath6089
    @amarjyotinath6089 10 หลายเดือนก่อน +1

    কৃষ্ণ প্ৰভু

  • @ritatalukdar7264
    @ritatalukdar7264 3 หลายเดือนก่อน +1

    Krishna Krishna 💐 bap🙏🙏🙏

  • @gopalrabha3843
    @gopalrabha3843 7 หลายเดือนก่อน +1

    Harekrishnaharekrishnaharerameharerame

  • @ajitsaloi5253
    @ajitsaloi5253 8 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ ।।

  • @sabitriboruah4411
    @sabitriboruah4411 10 หลายเดือนก่อน +2

    Krishn

  • @MainaVlogs-mk6zi
    @MainaVlogs-mk6zi 9 หลายเดือนก่อน +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @nishitarajbongshi-cf7sq
    @nishitarajbongshi-cf7sq 9 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏

  • @user-qr3jf4yf1b
    @user-qr3jf4yf1b หลายเดือนก่อน +1

    Krishna Krishna Krishna kripa koribo krishna

  • @rimpichetialahon1539
    @rimpichetialahon1539 2 หลายเดือนก่อน +1

    Krishna provu

  • @user-xh5wm9qx5w
    @user-xh5wm9qx5w 10 หลายเดือนก่อน +2

    ❤🙏🌹🕉️ নমোঃ ভাগৱতেই বশূদেবাই 🙏🌹❤ কৃষ্ণ শংকৰ গুৰু হৰি নাৰায়ণ 🙏🌹

  • @dipakkalita6343
    @dipakkalita6343 10 หลายเดือนก่อน +1

    Krishna Krishna

  • @JintuKonwar-xm4cd
    @JintuKonwar-xm4cd 10 หลายเดือนก่อน +1

    Krishna Krishna Krishna

  • @minaldas2192
    @minaldas2192 10 หลายเดือนก่อน +1

    Krishna

  • @kilipp7870
    @kilipp7870 11 หลายเดือนก่อน +2

    Krishn krishn krishn 🙏🙏🙏

  • @anjumonigogoi1267
    @anjumonigogoi1267 10 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ প্ৰভূ 🙏🙏🙏🙏

  • @prahladgogoi8847
    @prahladgogoi8847 11 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সৰ্ব জনলৈ সেৱাহে নিবেদিছো।

  • @user-fi2yq8ij4e
    @user-fi2yq8ij4e 7 หลายเดือนก่อน +5

    কৃষ্ণ জয় গুৰু শংকৰ অতি সুন্দৰ বাখ্যা

  • @DhirenDas-js6ty
    @DhirenDas-js6ty 6 หลายเดือนก่อน +1

    Jay Krishna Krishna Krishna 23:16

  • @rekhagogoi322
    @rekhagogoi322 11 หลายเดือนก่อน +2

    Krishna Krishna,bap hewavagi arpan karilu 🙏🙏.

  • @eloraborah4643
    @eloraborah4643 11 หลายเดือนก่อน +2

    কৃষ্ণ🙏🙏🙏 হে প্ৰভু ৰাধা ৰাণীৰ বিষয়ে কবছোন বহুত শুনিবলৈ মন গৈছে।

  • @jitengogoi981
    @jitengogoi981 10 หลายเดือนก่อน +2

    হৰি বিমুখৰ নাহি কহিতো ৰক্ষণ কোটি কোটি জনম যাতনাতে যায় মৰণ

  • @user-sc4kq9dz3r
    @user-sc4kq9dz3r 11 หลายเดือนก่อน +3

    ব্ৰহ্ম হে পৰম সত্য।আন সবে মিথ্যা। ঈশ্বৰ ব্ৰহ্মৰ ওপৰত নহয়। ব্ৰহ্ম নিগূন নিৰাকাৰ সনাতন সবব্যাপি অদূশ্য সৰ্বশ্ৰেষ্ঠ সৰ্বশক্তিমান অনাদি অনন্ত সবজ্ঞ অন্তজামি সবাৰো উদ্ধত কালৰো অতীত অমৰন অভগন অদ্যাহ্য অচল কল্পনাতীত অসীম নীলিম সত্য শুদ্ধ নিত্য পূৰ্ণ মুক্ত পৱিত্ৰ। ব্ৰহ্ম অজ্ঞয় অজনমা অমৰ অদাহ্য অচল কল্পনাতীত আৰু এক। জগতৰ সূষ্টি আগতে ব্ৰহ্মৰ পৰা দুই প্ৰকূতিৰ উৎপত্তি হৈছিল। পৰা প্ৰকূতি বা চেতনা শক্তি আৰু অপৰা প্ৰকূতি 24তত্বৰ ভৌতিক প্ৰকূতিৰ পঞ্চ মহাভূতৰ দেহ বিলাক উৰণ বুৰণ গজন ভ্ৰমণ চাৰিও মুঠি দেহৰ উৎপত্তি হয়। এই চেতন শক্তি ভৌতিক পঞ্চ মহাভূতৰ দেহ মিলি জীৱন হৈছিল। আৰম্ভৰ পৰা চেতনা মন বুদ্ধি আৰু অহঙকাৰে লগত মিলি থকা বাবে নিজকে দেহ জ্ঞান কৰে সেইহে মনে চেতনাক লুকুৱাই মনে নিজকে মই বুলি কব বিচাৰে কিন্তু মনে বুদ্ধিক প্ৰয়োগ কৰি অহঙকাৰ বিশুদ্ধ কৰি জীৱক চেতনাৰ শক্তি যোগাব লাগিব আৰু অভ্যাস আৰু বৈৰাগ্য দ্বাৰা পৰিচালিত হৈ ময়ক শূন্য কৰি চেতনাক জীৱাত্মা বুলি গণ্য কৰা , সীমিত দেহত থকা চেতনা শক্তি মায়া মোহৰ ভ্ৰম আঁতৰাই দেহৰ বাহিৰৰ। চৈতন্য পূৰ্ণ ব্ৰহ্ম আত্মাৰ সান্নিধ্যত বিকশিত মনে চেতনাৰ পোহৰত24তত্ব প্ৰকূতিৰ ভৌতিক ৰূপ চিনি লৈ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ব্ৰহ্মৰ আত্মাৰ লগত মিলিত হৈ নিজকে মুক্তিৰ গতি পথৰ সন্ধান দিবলৈ সক্ষম হ'ব। প্ৰদীপ গগৈ।

  • @user-ui7lg2cc7q
    @user-ui7lg2cc7q 10 หลายเดือนก่อน +1

    কৃষ্ণকৃষ্ণ

  • @pddas6427
    @pddas6427 11 หลายเดือนก่อน +2

    Krishna Bap Aapunak Pornam 🙏🙏🙏 Jai Guru Sankar 🙏🙏🙏

  • @junumech7558
    @junumech7558 11 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ বাপ জনা কৃষ্ণ

  • @manuranjanbora1760
    @manuranjanbora1760 11 หลายเดือนก่อน +3

    কৃষ্ণ 🙏🙏🙏

  • @jogeswarchoudhoury5707
    @jogeswarchoudhoury5707 2 หลายเดือนก่อน +1

    আপনাৰ ঢৰণত শেৱা নিবেদন কৰিছো কৃষ্ণ জয় গুৰু শঙ্কৰ কৃষ্ণ

  • @gayatritamuly2780
    @gayatritamuly2780 9 หลายเดือนก่อน +1

    Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna krishna prabhu vogoban

  • @khalihamarikapiliicds8510
    @khalihamarikapiliicds8510 11 หลายเดือนก่อน +1

    Krishna, krishna thanku

  • @priyankasaikia3954
    @priyankasaikia3954 11 หลายเดือนก่อน +1

    ‌‌ৰস

  • @poragboruah4156
    @poragboruah4156 10 หลายเดือนก่อน +2

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

    • @anjumonigogoi1267
      @anjumonigogoi1267 10 หลายเดือนก่อน +1

      কৃষ্ণ কৃষ্ণ ❤❤❤

  • @user-hu2dk5wn7k
    @user-hu2dk5wn7k 9 หลายเดือนก่อน +2

    কৃষ 🙏🙏🙏

  • @nivabaruah
    @nivabaruah 11 หลายเดือนก่อน +2

    😊

  • @gitimonibordoloi5108
    @gitimonibordoloi5108 11 หลายเดือนก่อน +2

    🙏🙏🙏

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 11 หลายเดือนก่อน +2

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ritalahkardeka9270
    @ritalahkardeka9270 10 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ

  • @prahladgogoi8847
    @prahladgogoi8847 11 หลายเดือนก่อน +2

    কৃষ্ণ শ্ৰীমন্ত শঙ্কৰ হৰি ভকতৰ জানা জেন কল্পতৰু তাহান্ত বিনায় নায় নাম নায় আমাৰ পৰম গুৰু।

  • @trailukyagogoi4298
    @trailukyagogoi4298 11 หลายเดือนก่อน +2

    krishna krishna bapjona

  • @binapanibharali9584
    @binapanibharali9584 11 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ বাপজনা

  • @padmanathkutum7730
    @padmanathkutum7730 11 หลายเดือนก่อน +2

    Krishna Krishna Bap 🙏🙏

  • @user-xz7gv9wm9u
    @user-xz7gv9wm9u 11 หลายเดือนก่อน +1

    Jay srhi ram prhobu

  • @Motivation_PD_Quotes
    @Motivation_PD_Quotes 10 หลายเดือนก่อน +1

    Krishna 🌹🌻🙏🏻

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 11 หลายเดือนก่อน +1

    কৃষ্ণ

  • @munindraborgohain6054
    @munindraborgohain6054 10 หลายเดือนก่อน +1

    Krishna. Ram🙏🙏🙏🙏🙏

  • @luckyhazarika914
    @luckyhazarika914 11 หลายเดือนก่อน +1

    ❤❤❤❤❤

  • @porinitagogoi5378
    @porinitagogoi5378 11 หลายเดือนก่อน +1

    ❤❤

  • @KusumBora-ni7qq
    @KusumBora-ni7qq 11 หลายเดือนก่อน +1

    Krishna krishna probhu ❤❤❤❤❤❤❤❤❤❤❤❤

  • @ranjitgogoi335
    @ranjitgogoi335 11 หลายเดือนก่อน +3

    Krishna krisna❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @hirenchthakuria9046
    @hirenchthakuria9046 11 หลายเดือนก่อน +1

    Krishana krishana

  • @ranjudeka5852
    @ranjudeka5852 11 หลายเดือนก่อน +1

    🙏🙏🙏🙏

  • @user-ds9cy1ij8g
    @user-ds9cy1ij8g 11 หลายเดือนก่อน +1

    Krishna krishna

  • @keshabbora7742
    @keshabbora7742 11 หลายเดือนก่อน +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @rinakutumpegu1427
    @rinakutumpegu1427 10 หลายเดือนก่อน +1

    🙏 Jay shree Krishna.

  • @manojborah5230
    @manojborah5230 11 หลายเดือนก่อน +1

    Bapjona Ami akonman haleu upakril hatsu buli bhabichhu Krishna.

  • @anjumonigogoi1267
    @anjumonigogoi1267 10 หลายเดือนก่อน +3

    জয় জগত শ্ৰীমন্ত শংকৰদেৱ 🙏🙏♥️♥️🙏🙏♥️♥️🙏🌹🌹♥️♥️

  • @UrmilaBorah-ck1pd
    @UrmilaBorah-ck1pd 9 หลายเดือนก่อน +1

    Krishna Krishna baap gona

  • @Beridabon
    @Beridabon 10 หลายเดือนก่อน +1

    ᴋʀɪꜱʜɴᴀ

  • @asomiaasom6008
    @asomiaasom6008 11 หลายเดือนก่อน +2

    আপুনি ব্যাখ্যাত কৈছে কৃষ্ণই পৃথিৱী পৰা সকলো ধৰ্ম কৰ্ম লৈ গল একো নাৰাখিলে কথাটো সত্য শুদ্ধনে ?আগৰ কেবাটাও ভিডিওত ব্যাখ্যাত কৈছে কৃষ্ণই পৃথিৱীৰ পৰা গুছি গলেও কৃষ্ণৰ প্ৰতিনীধি কৰি সখি সকলো ধৰ্ম কৰ্ম উদ্ধৱ হাতত দি ৰাখি থৈ গৈছিল বুলি এতিয়া গগৈ কোনটো মানিম আগৰ সিদ্ধান্ত নেতআজি আলোচনা কৰা সিদ্ধান্ত ?সিদ্ধান্তবোৰ কিয় সলনি হয় লৰে ?
    সিদ্ধান্তও স্ববিৰোধী বিপৰিতমুখি হয়নে ?
    সত্য ত্ৰেতা ,দ্বাপৰত ঈশ্বৰে দিয়া উপদেশ সিদ্ধান্ত বাণী ঈশ্বৰৰ বেদবিহিত উপাসনা তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড দান মুণ্ডন আচাৰ আচৰণ কলিত আচৰণীয় নহয় অধৰ্ম অসাৰ অসাৰ্থক মন্দমতি দুৰাচাৰ নৰকগতি হয় নহনৈ প্ৰাণজিত গগৈ ? শিৱ মহেশৰ অৱতাৰ শংকৰদেৱ গুৰুই লিখা অসমীয়া ভাগৱত গীত পদ ঘোষা ভাওনা কৰাটোহে নিৰাকাৰ নিৰ্গুণ ভক্তিধৰ্ম ?শংকৰ সংঘৰ নিৰ্ধাৰিত নীতি নিয়ম আচৰণ কৰিলেহে জীৱই মুক্তি পায় হয়নে ? ঈশ্বৰৰ মুখে ওলোৱা বেদৰ বেদমন্ত্ৰ পাঠ কৰিলে ভক্তি ধৰ্ম নহয় মুক্তি নাপায় ।বাঃ বাঃ প্ৰাণজিত গগৈ ইমান জানাদেই

  • @minatimech4993
    @minatimech4993 11 หลายเดือนก่อน +1

    Krishna Krishna Krishna baap

  • @asomiaasom6008
    @asomiaasom6008 11 หลายเดือนก่อน +2

    নিন্দাবাদ ব্যাখ্যাৰ নিন্দুক গগৈ ভকত -মই এখন পুথিত পঢ়িব পাইছো দ্বাপৰত পৌণ্ড্ৰকে নকল কৃষ্ণ হৈ স্বয়ং কৃষ্ণৰ বিৰোধ কৰাৰ দৰে কলিত মাধৱদেৱ ৰূপে জন্ম লৈ শ্ৰীহৰি বিষ্ণু কৃষ্ণৰ অৱতাৰ মহাপুৰুষ গুৰু দেৱ দামোদৰদেৱক আৰু বৈদিক সনাতন ধৰ্মক বেদবিহিত ভক্তি ধৰ্ম কৰ্ম আৰাধনাক বিৰোধ নিন্দা হেয়জ্ঞান কৰি নামঘোষা লিখি শ্ৰীহৰি বিষ্ণু কৃষ্ণৰ নৰ অৱতাৰ গুৰু দেৱ দামোদৰদেৱক বেদক বেদকৰ্ম ভক্তি ধৰ্মক বিৰোধ নিন্দা হেয়জ্ঞান কৰিছিল আপোনাৰ পৰম আৰাধ্য গুৰু মাধৱদেৱে ।নকল কৃষ্ণ পৌণ্ড্ৰকে কলিত মাধৱদেৱ ৰূপে উপজা বুলি উল্লেখিত গ্ৰন্থ পাঠ কৰি ব্যাখ্যা কৰিবছোন ?জগতত আপুনি নজনা কথা পুথি নাই সেয়ে মই পুথিখনৰ নাম উল্লেখ নকৰিলো যি গ্ৰন্থত পৌণ্ড্ৰকে মাধৱদেৱ ৰূপে উপজিছিল সেই তথ্য সকলো অসমীয়াই জানক আপুনি গ্ৰন্থখন পঢ়ি ব্যাখ্যা কৰি সম্প্ৰচাৰ কৰিব অনুৰোধ জনালো মাত্ৰ ভাগৱত ব্যাখ্যাৰ দৰে বিকৃত কৰি যেন অপব্যাখ্যা নকৰে ।কৃষ্ণ ।
    গগৈ বাপ আপুনি আগৰ প্ৰায় বোৰ ভিডিওতে আপুনি এফাকি পদ গায় যে কৃষ্ণ বলৰামে কলিত শংকৰদেৱ মাধৱদেৱ ৰূপে অৱতাৰ ধৰা বুলি লিখা পদফাকি পুথিৰ নাম সহ পাঠৰ ফটো কৰি ভিডিওত দিবচোন মই বিচাৰি পোৱা নাই আপুনি কোৱা মতে পঢ়িব পোৱা নাই ।
    বেদবিহিত ঈশ্বৰ আৰাধনা পূজা তপ জপ যাগ যজ্ঞ শ্ৰাদ্ধ পিণ্ড মুণ্ডণ দান দক্ষিণা কৰা আচৰণ কৰি যদি ঈশ্বৰৰ পুৰ্ণ সমৰ্থন নাপায় তেনেহলে ঈশ্বৰ হৰি বিষ্ণু কৃষ্ণ বেদ পুৰাণ গীতা ভাগৱত নকল দুইনম্বৰী কাৰণ সকল শাস্ত্ৰই ঈশ্বৰে নৰলোকক বেদবিহিত তপ জপ যাগ যজ্ঞ পূজা শ্ৰাদ্ধ পিণ্ড মুণ্ডন দান দক্ষিণা ব্ৰত আদি আচৰণ কৰিবলৈ উপদেশ সিদ্ধান্ত দিছিল পিছে প্ৰাণজি গগৈয়ে হে কত পালে তেনে আচৰণ কৰিব নালাগে বুলি ?জগতৰ মানুহেই মুৰ্খ নেকি আজিলৈ প্ৰাণজিত গগৈয়ে কোৱাৰ দৰে জগতৰ লোকে পোৱা নাই অকল প্ৰাণজিত গগৈয়েহে জানিলে পঢ়িব পালে ।

  • @user-iz9xi3rk1s
    @user-iz9xi3rk1s 11 หลายเดือนก่อน +6

    Manhor jibonot vboganor obikhap n papor pora Kune udahor kori ahise .

    • @rajibgogoi3765
      @rajibgogoi3765 11 หลายเดือนก่อน +2

      🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🤝

    • @sushilgogoi-dw5vl
      @sushilgogoi-dw5vl 10 หลายเดือนก่อน

      🎉

    • @bikibora2266
      @bikibora2266 10 หลายเดือนก่อน

      ​@@rajibgogoi3765qqqqqqqqq 4:26

    • @BarpaniBarta
      @BarpaniBarta 10 หลายเดือนก่อน

      ​@@sushilgogoi-dw5vl❤❤

    • @BarpaniBarta
      @BarpaniBarta 10 หลายเดือนก่อน

  • @sunwarborah4311
    @sunwarborah4311 11 หลายเดือนก่อน +1

    কৃষ্ণ

  • @mitalidutta1382
    @mitalidutta1382 11 หลายเดือนก่อน +1

    🙏🙏🙏

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 11 หลายเดือนก่อน +3

    কৃষ্ণ কৃষ্ণ বাপজনা