ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
Praise the lord 🙏 এনেকুৱা মানৱতাৰ মানুহ থকাৰ বাবে আজি সমাজখন চলি আছে।
ইমান সুন্দৰ আকাশৰ দৰে বিশাল মনৰ ব্যক্তি , ভাষা বিচাৰি নাপাওঁ হিয়া উজাৰি ধন্যবাদ দিবলৈ । ভগৱানে বহুত মৰম কৰক তাৰে প্ৰাৰ্থনা কৰিলোঁ ।
বহুত বহুত ধন্যবাদ। মানুহ এনেকুৱা হ'ব লাগে। আপোনাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
ইমদাদ দা সচাই বহুত ভাল মানুহ আৰু তেওঁ বহুতো দুখীয়া অসহায় মানুহক সহায় কৰি আহিছে আৰু তেওঁ সহায় কৰি ভাল পায়। আৰু জিতুদালৈ জন্ম দিনৰ বহুত বহুত শুভ কামনা।বাৰ্তালাপ আৰু আগুৱাই যাওক🙏
সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সকলৰ চকু খুলি দিব পৰা এটা ব্যক্তিত্ব…🙏
ইমদাদ প্ৰকৃত পক্ষত এজন জ্ঞানী ল'ৰা ।লগতে হোটেলৰ স্বত্বাধিকাৰলৈও ধন্যবাদ জনালো ।এইবোৰ আত্মাক খোৱালেহে প্ৰকৃত তৃপ্তি পোৱা যায়
চকুলো ওলাই আহিল। Salute to Imdad's happy soul.
সচাকৈ ভাল লাগিল ।মন চুই গল ।
বহুত ভাল লাগিল! ইমডাদ আমাৰ ওচৰৰ ল'ৰা !টীয়কীয়ান হিচাপে ইমডাদক লৈ গৌৰব অনুভৱ কৰিছোঁ!মই বাৰ্তালাপ অনুস্থান সদাই চাওঁ ! আজি জন্মদিনটোৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ! বাৰ্তালাপ অনুস্থানটিত আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ!
এনেধৰণৰ বাৰ্তলাপৰ কাৰণেই বাৰ্তালাপ সদায় চাও ........ধন্যবাদ আপোনাক 🙏❣️💜
বহুত ভাল লাগিল মানৱ ধ’মই আচল ধ’ম’ ৷
মানুহে মানুহৰ বাবে ধন্যবাদ চক্ৰপানী
সকলোৱে খুব মহান কাম কৰিছে salute দিছো🙏🙏🙏
বৰ ভাল লাগিল 🙏🙏🙏
ইমদাদ ডাঙৰীয়া ধন্যবাদ। এনেকৈ কৰী যাই থাকক
বৰ সুন্দৰ নিদৰ্শন ভাল লাগিল
সুন্দৰ অনুস্থান...সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা...
Many many congratulations to Imdad and Jitumoni her good achievement. Go ahead way to yours journey. All the best wishes to all.
Bhut val lagise OK thanks
বহুত বহুত ভাল লাগিল 🙏🙏
Bohut bhal lagil
Imdad. U r great. Heads off to you 🙏🙏🙏
বহুত ভাল লাগিল ,সুন্দৰ পদক্ষেপ
Many many thanks to all.
আপুনি সঁচাকৈ বৰ মহান লোক।
প্রকিত মানুহ ইমদাড দাদা ❤
কথাখিনি শুনি চাই বহুত ভাল লাগিছে 🥰🥰 I am very happy 😊😊❤️💕
বহুত বহুত ধন্যবাদ।
Khube bhal video. Manbota mahan.
😱😱😱Ki Asorit lagil dei....xosake Bohut val lagil
Bohut val lagil bartalap very very thankyou.
ভাল লাগিল
উফ হিয়া শাত পৰি যায় ❤️
Dada bohut bhal lagise.
Dhanyabad bhai aru kobole nijoke laj lagise aami ki kori aasu buli bhabi
ধন্যবাদ দিবলৈ ভাষাই বিচাৰি পোৱা নাই 🙏🙏🙏🙏🙏🙏🙏
শুভ বাৰ্তা
চক্ৰপাণি দাদা আপোনাৰ বাৰ্তালাপ মই সদায় চাওঁ কিন্তু কʼমেন কৰা নহয়। কিন্তু আজি যিটো জন্মদিন পালন কৰা দেখিবলৈ পালো সচাঁই মনটো ভাল লাগি গʼল । এনেদৰে যদি সকলো য়ে ভাবিলে ধনী -দুখীয়া, জাতি -ধৰ্ম কথা মানুহৰ মনত এনেধৰণৰ ভাৱ নাহিল হয়। এনেধৰণৰ বাৰ্তালাপ সদায় চাবলৈ পাওঁ তাৰে কামনা কৰিলো।😘😘😘❤️❤️কʼমেন লিখোঁতে কিবা ভূল হ'ব পাৰে,তাৰ বাবে ক্ষমা বিছাৰিলো।
Dhuniya dada
Bohut vhal lagil .
Congratulations Imdad
❤ Very good idealojy 🎉 !
God bless you
Good news for us.They are real Hero of our society.
জিন্দাবাদ ইমদাদ । সচাই আপ্লুত । স্বৰ্গ কিয় লাগে ? চক্ৰ আছ পাণিত যাৰ,বেয়াবোৰ নিলগাই ভালখিনিক কৰে সাৰ ।মৌমাখিৰ দৰে ভালবোৰৰ পিছত দৌৰি থাকোতে নজনাকৈয়ে জীৱনটো এখন ডাঙৰ মৌচাক হৈ পৰিব ,যাৰ মৌ অকল সন্তানেই নহয় সমগ্র উত্তৰ প্ৰজন্মই পাণ কৰিব ।চ্যেলুট ।
Bahut vl lagil🙏
🙏💞opoja dinor xubhesya jonalo
Bohut. Val. Lagil. Dada..
Best of luck tumalukoloi
Great full work
bohut val lagil ase show to sai
Bahut vaal lagil...Eshwar nije nahe anekai ahe
🙏❤❤
Bhut vl lgl ..xokoluye dukhya mnhk bhtdy matok aru Ekhas xuwak
Ram rahim god blas you.
সচাকৈ বহুত ভাল লাগিল । জন্মদিনৰ শুভেচ্ছা জনালো ।
🙏🙏🙏
🙏🙏
ভাল মানুহ ভাল কাম👍👍👍
Good program.
Very nice
great
Good job happy birthday 🙏🙏🙏
Xosake val lgil
Chakro da nd Imdad da salute to both of u
Grt
Val lagil sokrapani da...
Bhogobanok un eta rup 🙏🙏🙏👍👌
ভাল কাম কৰিছে শুভেছা থাকিল
সঁচাকৈ বহুত ভাল লাগিল ।
Bohut bhal kam korise... Bhal lagise hridoyban
🙏🙏🙏🙏🙏🙏
Aiyahe original Muslim....
❤❤❤❤❤
Love from naharkatia ❤️❤️❤️❤️
Mojjja
👌👌👌
Nice 👍
Nice 🙏🙏🙏
All of you
Bor bhal lagise
Moja Dada 🙏🙏🙏🙏
Moja dada
moja 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
❤️❤️❤️
Asam manuhe hindhu mushlim buli kajiya lagi thake heihokole ai mohan lukor pora kiba hika usit
Right
ইয়াৰ লগত জড়িত সকলোৱে সমাজৰ গৌৰৱ, আদৰ্শ ।
Nice
Reall hero
Maja
apunar monto bahut besi pabittra hoi imdat da sakra pani da apunaro monto pabittra
Bhagabana tumak aru bhal karak haijan manuh nahai bhagaban
Manuhey Manuhor Babe....
Val manuh xodai val
Suvesa janalu
bor vl lgil mon sui gol
Ki ju
Bug selute
Val lagil hindu Muslim ako ni..Manuh manuhe
Imdat dar no..lage..muk..log koribo bisarisu
Bhaxa nai ki buli kom .
Praise the lord 🙏 এনেকুৱা মানৱতাৰ মানুহ থকাৰ বাবে আজি সমাজখন চলি আছে।
ইমান সুন্দৰ আকাশৰ দৰে বিশাল মনৰ ব্যক্তি , ভাষা বিচাৰি নাপাওঁ হিয়া উজাৰি ধন্যবাদ দিবলৈ । ভগৱানে বহুত মৰম কৰক তাৰে প্ৰাৰ্থনা কৰিলোঁ ।
বহুত বহুত ধন্যবাদ। মানুহ এনেকুৱা হ'ব লাগে। আপোনাৰ উজ্বল ভবিষ্যত কামনা কৰিলো।
ইমদাদ দা সচাই বহুত ভাল মানুহ আৰু তেওঁ বহুতো দুখীয়া অসহায় মানুহক সহায় কৰি আহিছে আৰু তেওঁ সহায় কৰি ভাল পায়। আৰু জিতুদালৈ জন্ম দিনৰ বহুত বহুত শুভ কামনা।
বাৰ্তালাপ আৰু আগুৱাই যাওক🙏
সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সকলৰ চকু খুলি দিব পৰা এটা ব্যক্তিত্ব…🙏
ইমদাদ প্ৰকৃত পক্ষত এজন জ্ঞানী ল'ৰা ।লগতে হোটেলৰ স্বত্বাধিকাৰলৈও ধন্যবাদ জনালো ।এইবোৰ আত্মাক খোৱালেহে প্ৰকৃত তৃপ্তি পোৱা যায়
চকুলো ওলাই আহিল। Salute to Imdad's happy soul.
সচাকৈ ভাল লাগিল ।মন চুই গল ।
বহুত ভাল লাগিল! ইমডাদ আমাৰ ওচৰৰ ল'ৰা !টীয়কীয়ান হিচাপে ইমডাদক লৈ গৌৰব অনুভৱ কৰিছোঁ!মই বাৰ্তালাপ অনুস্থান সদাই চাওঁ ! আজি জন্মদিনটোৰ লগত জড়িত সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ! বাৰ্তালাপ অনুস্থানটিত আৰু আগুৱাই যাওঁক তাৰে কামনা কৰিছোঁ!
এনেধৰণৰ বাৰ্তলাপৰ কাৰণেই বাৰ্তালাপ সদায় চাও ........ধন্যবাদ আপোনাক 🙏❣️💜
বহুত ভাল লাগিল
মানৱ ধ’মই আচল ধ’ম’ ৷
মানুহে মানুহৰ বাবে ধন্যবাদ চক্ৰপানী
সকলোৱে খুব মহান কাম কৰিছে salute দিছো🙏🙏🙏
বৰ ভাল লাগিল 🙏🙏🙏
ইমদাদ ডাঙৰীয়া ধন্যবাদ। এনেকৈ কৰী যাই থাকক
বৰ সুন্দৰ নিদৰ্শন ভাল লাগিল
সুন্দৰ অনুস্থান...সমাজৰ বাবে এটা সুন্দৰ বাৰ্তা...
Many many congratulations to Imdad and Jitumoni her good achievement. Go ahead way to yours journey. All the best wishes to all.
Bhut val lagise OK thanks
বহুত বহুত ভাল লাগিল 🙏🙏
Bohut bhal lagil
Imdad. U r great. Heads off to you 🙏🙏🙏
বহুত ভাল লাগিল ,সুন্দৰ পদক্ষেপ
Many many thanks to all.
আপুনি সঁচাকৈ বৰ মহান লোক।
প্রকিত মানুহ ইমদাড দাদা ❤
কথাখিনি শুনি চাই বহুত ভাল লাগিছে 🥰🥰 I am very happy 😊😊❤️💕
বহুত বহুত ধন্যবাদ।
Khube bhal video. Manbota mahan.
😱😱😱Ki Asorit lagil dei....xosake Bohut val lagil
Bohut val lagil bartalap very very thankyou.
ভাল লাগিল
উফ হিয়া শাত পৰি যায় ❤️
Dada bohut bhal lagise.
Dhanyabad bhai aru kobole nijoke laj lagise aami ki kori aasu buli bhabi
ধন্যবাদ দিবলৈ ভাষাই বিচাৰি পোৱা নাই 🙏🙏🙏🙏🙏🙏🙏
শুভ বাৰ্তা
চক্ৰপাণি দাদা আপোনাৰ বাৰ্তালাপ মই সদায় চাওঁ কিন্তু কʼমেন কৰা নহয়। কিন্তু আজি যিটো জন্মদিন পালন কৰা দেখিবলৈ পালো সচাঁই মনটো ভাল লাগি গʼল । এনেদৰে যদি সকলো য়ে ভাবিলে ধনী -দুখীয়া, জাতি -ধৰ্ম কথা মানুহৰ মনত এনেধৰণৰ ভাৱ নাহিল হয়। এনেধৰণৰ বাৰ্তালাপ সদায় চাবলৈ পাওঁ তাৰে কামনা কৰিলো।😘😘😘❤️❤️কʼমেন লিখোঁতে কিবা ভূল হ'ব পাৰে,তাৰ বাবে ক্ষমা বিছাৰিলো।
Dhuniya dada
Bohut vhal lagil .
Congratulations Imdad
❤ Very good idealojy 🎉 !
God bless you
Good news for us.They are real Hero of our society.
জিন্দাবাদ ইমদাদ । সচাই আপ্লুত । স্বৰ্গ কিয় লাগে ? চক্ৰ আছ পাণিত যাৰ,বেয়াবোৰ নিলগাই ভালখিনিক কৰে সাৰ ।মৌমাখিৰ দৰে ভালবোৰৰ পিছত দৌৰি থাকোতে নজনাকৈয়ে জীৱনটো এখন ডাঙৰ মৌচাক হৈ পৰিব ,যাৰ মৌ অকল সন্তানেই নহয় সমগ্র উত্তৰ প্ৰজন্মই পাণ কৰিব ।চ্যেলুট ।
Bahut vl lagil🙏
🙏💞opoja dinor xubhesya jonalo
Bohut. Val. Lagil. Dada..
Best of luck tumalukoloi
Great full work
bohut val lagil ase show to sai
Bahut vaal lagil...Eshwar nije nahe anekai ahe
🙏❤❤
Bhut vl lgl ..xokoluye dukhya mnhk bhtdy matok aru Ekhas xuwak
Ram rahim god blas you.
সচাকৈ বহুত ভাল লাগিল । জন্মদিনৰ শুভেচ্ছা জনালো ।
🙏🙏🙏
🙏🙏
ভাল মানুহ ভাল কাম👍👍👍
Good program.
Very nice
great
Good job happy birthday 🙏🙏🙏
Xosake val lgil
Chakro da nd Imdad da salute to both of u
Grt
Val lagil sokrapani da...
Bhogobanok un eta rup 🙏🙏🙏👍👌
ভাল কাম কৰিছে শুভেছা থাকিল
সঁচাকৈ বহুত ভাল লাগিল ।
Bohut bhal kam korise... Bhal lagise hridoyban
🙏🙏🙏🙏🙏🙏
Aiyahe original Muslim....
❤❤❤❤❤
Love from naharkatia ❤️❤️❤️❤️
Mojjja
👌👌👌
Nice 👍
Nice 🙏🙏🙏
All of you
Bor bhal lagise
Moja Dada 🙏🙏🙏🙏
Moja dada
moja 🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼
❤️❤️❤️
Asam manuhe hindhu mushlim buli kajiya lagi thake heihokole ai mohan lukor pora kiba hika usit
Right
ইয়াৰ লগত জড়িত সকলোৱে সমাজৰ গৌৰৱ, আদৰ্শ ।
Nice
Reall hero
Maja
apunar monto bahut besi pabittra hoi imdat da sakra pani da apunaro monto pabittra
Bhagabana tumak aru bhal karak haijan manuh nahai bhagaban
Manuhey Manuhor Babe....
Val manuh xodai val
Suvesa janalu
bor vl lgil mon sui gol
Ki ju
Bug selute
Val lagil hindu Muslim ako ni..
Manuh manuhe