ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
তেখেত মিচিঙৰো অন্যতম গায়িকা,সদায়ে বিচাৰো বা জনীক❤
তেকেত বুলি নকই তাই বুলি কই bro
@@tarunmorang887 মোতকৈ ডাঙৰ যে সেয়েহে কলো😌 তাই বুলি কলে লগৰ সমনীয়া বা সৰু যেন লাগে মোৰ বাবে
@@tarunmorang887তেকেত নহয় তেখেত 😅
Keneke ??? Tekhet olp respect di kua @@tarunmorang887
মোৰ বহুত প্ৰিয় 💖💖 বহুত ধুনীয়া ধুনীয়া গান ৰাইজক দিছে 💖 বহুত বহুত শুভেচ্ছা থাকিল আৰু কামনা থাকিল আগুৱাই যোৱা 💖
আমাৰ মিচিং সমাজত জনপ্ৰিয় শিল্পী বুলি জানো আমাৰ মিচিং সমাজত বহুত জনপ্ৰিয় গান গাই চে শুনি বহুত ভাল লাগে ❤
যিটো মিচিং গান বুলি কলে এই গানটো বহুত মিলিয়ন পাৰ কৰিছে....বহুত হিট হল 👍
মেঘালি বৰষা বাই যিটো মিচিং গানত কণ্ঠ দিছিল মাঘ বিহুত গোটেই ৰাতি বজাইছো ॥একো বুজা নাই কিন্ত এক বেলেগ জাগৰণ কি ক'ম ইমানেই ভাল লাগিল ॥❤❤❤❤❤❤❤❤❤❤
Meghaliloi bohut doynobad takil amar mising gan guwar babe❤
ইমান সহজ সৰল ছোৱালী ,সুন্দৰ কণ্ট ❤❤❤❤
Megali baa mur babe My favourite ❤❤❤❤❤singar
বৰ মিঠা কণ্ঠ৷ শুভেচ্ছা থাকিল মেঘালী৷
নাচাওঁ বুলিও কেনেকৈ গোটেই খিনি চালো গমেই নাপালোঁ। সুন্দৰ অনুষ্ঠান. । মেঘালীৰ কথাবোৰ শুনি বহুত ভাল লাগিল
Such a pure soul she is!She has lots of pain inside! But she smiles 🥺
বাৰ্তা লাপত মেঘালী বৰষা গান শুনি ভাল লাগিল আগবঢ়ি যোৱা
Bohut duniya ba
Mising gan2 super duper hit hoise❤❤❤aru next lagibo
আজিৰ ৰ্বাতালাপ... বহুত বেছি ভাল লাগিলে...মেঘালীবৰষাৰ অন্তৰ স্পৰ্শ কৰা মৌমিঠা কণ্ঠৰ শব্দবোৰে ....এখন যেন সপোন ৰাজ্যতহে বসবাস কৰি আছিলো ,তেনেহে অনুভৱ হৈছিল। চক্ৰপাণি আৰু মেঘালীৰ কথোপকথনত এক মনোমোহা পৰিবেশৰ সৃষ্টি হৈছিল।
Eman hit hit gaan gai thua suwali gorakir naam2 ajihe gom palu hundor bhobisyat kamona korilu..
খুব সুন্দৰ অনুষ্ঠান।।।।ভাল লাগিল চাই।
My favorite Assamese singer ❤kar kar favourite like kora❤️
ইমান মৰম লগা ছোৱালীজনী।ভায়েকৰ কথাটো শুনি বৰ দূখ লাগিল।
চক্ৰপাণি ককাইদেউ তুমি এতিয়ালৈকে নাজানা😮 মিচিং জনগোষ্ঠীৰ বিষয়ে। মিচিং মানুহবোৰ হ'ল অসমৰ দ্বিতীয় সৰ্ববৃহৎ খিলঞ্জীয়া জনগোষ্ঠী বা ভূমিপুত্ৰ। আপুনি অলপ ৰিচাৰ্ছ কৰি চাব মিচিং মানুহবোৰ কেনেকুৱা ধৰণৰ হয় ধন্যবাদ।
mising gan tu moja love form majuli
দুবাৰ চালো এই বাৰ্তালাপটো।বহুত ভাল লাগিল মেঘালী বা❤❤
Mising gan2 aru besi bhal lagil
Bhut bhut Val lagise maina
সৰলমনা ছোৱালী ৷
Tai guwa Mising gaan bur bohut val lage 🎉❤
বৰ সুন্দৰ কণ্ঠ ,মৰম লগা ছোৱালীজনী।শুভেচ্ছা থাকিল। ❤❤
Bahut bahut dhuniya gaise
মিঠা মিঠা কথাৰে মন ভৰাই দিলা মেঘালী ভগৱানে তোমাৰ মঙ্গল কৰক ❤❤
Meghali bar moi Big fan hoi... Aguai jua tumar val houk. Bajrangbali a tumak hokti diok. 😊
Bhut dhunia kontho 🥰🥰
Mozaaaaaaaa lagil meghali
মেঘালী বা আপোনি ইমান ধুনীয়াকৈ মিচিং গান গালে, আগুৱাই যোৱা বা।
বহুত ভাল লাগিল আৰু আগুৱাই যোৱা 👍👍
Bohut bohut popular singer
Bohut romantik chowali ...bohut val lage
Mising gan2 val lagisile bha God bless you
Asin bo rínna léto mane বুকুত বান্ধি থোৱা
Baideu jonir gan bilake moi bohut bohut val pao
ইমান সহজ সৰল বা জনী। তাতকৈ বহুত বেছি সহজ সৰল তাইৰ কথা বোৰ। বৰ ভাল লাগিল বা জনীক। বহুত সাহসী তাই। ভালে থাকা বা। এদিন নিশ্চয় লগ হ'ম। বহুত মৰম তোমালৈ ❤❤❤❤❤
মেঘালী বৰষা সচাই বহুত সুন্দৰ কণ্ঠ তোমাৰ । তোমাৰ গানবোৰ শুনিলে শুনিয়ে থাকিব মন যায়।
mising gan tu bhut val lagil
বহুত সুন্দৰ কণ্ঠ । সুনিলে সুনি থাকিব মন যায় ।
ইমান ধুনীয়া সুললিত কণ্ঠ ❤ আপুনি আপোনাৰ কৰ্মত আগবাঢ়ি যাওক।🎉❤🫶
ধুনীয়া লাগিছে কথা কেইষাৰ। আগবাঢ়ি যোৱা।
ইমান সুন্দৰ কন্ঠ... আগবাঢ়িযোৱা
Love from arunachal pradesh meghali baa
Birrat Vaal lagile..tumer kotha huni... Life t jen aru aguai jua
Barakha agbahi juwa adin xafal hobai
Bohut besi bhal lage megali borkha duk kothar majotu hahi Mari kotha kuwar babe love you megali borkha ba
ভাল লাগিল বা
Very very nice megali borokha
Apunar missing gantu bohut bohut val lage❤❤ love from majuli ❤❤❤
mising gan2 huni bhut val lagil.god bless you
Wow super fantastic 👌👌👌❤️❤️❤️
সুন্দৰ কণ্ঠ তোমাৰ ... আগুৱাই যোৱাৰ কামনা কৰিলোঁ।
eman vl popular popular gaan bilk gaisy aji hy gom palu bhut vl lgy gaan bilk r mjy mjy olp ulabo lgy video t parily vl lagibo
সহজ সৰল মানুহবোৰ মোৰ প্ৰিয় । মেঘালী বৰষাৰ গানবোৰ ভাল লাগে। চক্ৰপাণি দা আপোনাক 🙏 কেতিয়াবা এনে লাগে যেন সেই ৰামায়ণ মহাভাৰতৰ ৰাৱণ, দুৰ্য্যোধনেও আপোনাৰ লগত ১ ঘন্টা কথা পাতিলে সিহঁতেও সহজ সৰল হলে হয় নেকি ?
বহুত মৰম লগা videos bless you sister ❤❤❤❤
Very nice God bless you
Bohut dhuniya lagica tumar guntur.thanks alot
Kotha keta khuniye kiba ata val lagil iman lajukiya aru morom loga vibes ase ❤😊
Bohut val lagil ❤❤
Bohut dhunia voice tu val lagil dei
বহুত সুন্দৰ ৷তাই আৰু আগবাঢ়ি যাওক৷ দাদা আপোনাকো ধন্যবাদ৷
❤❤ইমান সুন্দৰ ❤❤
Xundor gan
Asínbo Rínna Léto mane 'মনতে বান্ধি থোৱা'
নহয় ভুকুতে বান্দী তম
Bohut bohut val lgile...
Bohut val lagil sai ❤
Mishing gaan tu bohut hit hoy..
Mishing nohoi Dada mising
Nice song..tumr hokolu Gan hunisu..bhut val lage.
বহুত ভাল লাগিলে কথাবোৰ ইমান শুৱলা মিঠা এনেকুৱা টাইপ মানে ufff কি মৰম লগা মাত ।।।
Very nice
Mojjah❤❤❤ megali bah
morom loga baa joni💕
Bhut moromlga Meghali Borosha...love from lakhimpur
Sankar gam jui
Baa r gaan bohut val lage... Voice 🔥,
❤❤❤❤
বহুত সহজ সৰল ছোৱালী, গানবোৰ বহুত ভাল লাগে শুনি , আগুৱাই যোৱা ❤
Iman morom laga Katha bahut Val lagile
ভাল লাগিল।
Moja dei moi assamr bahiyr pora video to saisu dei bohut val lagil,
অতি মৰম লগা কথা
Kub hundor meghali ba Amar mising gantu 2,6M par hl baru dei❤❤❤❤❤❤❤
কোপ সুন্দৰকৈ গাইছে মেঘালী বা। ❤
সঁচা বহুত ভাল লাগিল বা ভিডিও চাই ।
Baa apunar mising gaan tu huni bhut bhl lagil...asinbo rinna letok mane....monr bhitrt bandhi rakha ❤❤
সাক্ষাৎকাৰৰ প্ৰয়াস সুন্দৰ, ভাল লাগিল।
Mising gaan 2 iman dhuniyake upstapon korile. Bhal lagil
Bhal lagil sai
Val lagil ❤❤❤❤
2 million+ase views mising gantu bohut vl lagil gantu ❤
Wow nice I love you so much ❤❤❤❤❤
Uffff emn cute ba joni, dhunia kontho,, ultimate voice,, ♥️🥰
Mising song kintu bhut duniya gaisa love you i am from Lakhimpur
Agbari juwa baideu joni
আমাৰ লখিমপুৰ পৰা বুলি শুনি মোৰ মনটো বহুত ভাল লাগিছে,from lakhimpur ghunasuti
Very nice so good wanderful tuning nice perpomance
তেখেত মিচিঙৰো অন্যতম গায়িকা,সদায়ে বিচাৰো বা জনীক❤
তেকেত বুলি নকই তাই বুলি কই bro
@@tarunmorang887 মোতকৈ ডাঙৰ যে সেয়েহে কলো😌 তাই বুলি কলে লগৰ সমনীয়া বা সৰু যেন লাগে মোৰ বাবে
@@tarunmorang887তেকেত নহয় তেখেত 😅
Keneke ??? Tekhet olp respect di kua @@tarunmorang887
মোৰ বহুত প্ৰিয় 💖💖 বহুত ধুনীয়া ধুনীয়া গান ৰাইজক দিছে 💖 বহুত বহুত শুভেচ্ছা থাকিল আৰু কামনা থাকিল আগুৱাই যোৱা 💖
আমাৰ মিচিং সমাজত জনপ্ৰিয় শিল্পী বুলি জানো আমাৰ মিচিং সমাজত বহুত জনপ্ৰিয় গান গাই চে শুনি বহুত ভাল লাগে ❤
যিটো মিচিং গান বুলি কলে এই গানটো বহুত মিলিয়ন পাৰ কৰিছে....বহুত হিট হল 👍
মেঘালি বৰষা বাই যিটো মিচিং গানত কণ্ঠ দিছিল মাঘ বিহুত গোটেই ৰাতি বজাইছো ॥
একো বুজা নাই কিন্ত এক বেলেগ জাগৰণ কি ক'ম ইমানেই ভাল লাগিল ॥❤❤❤❤❤❤❤❤❤❤
Meghaliloi bohut doynobad takil amar mising gan guwar babe❤
ইমান সহজ সৰল ছোৱালী ,সুন্দৰ কণ্ট ❤❤❤❤
Megali baa mur babe My favourite ❤❤❤❤❤singar
বৰ মিঠা কণ্ঠ৷ শুভেচ্ছা থাকিল মেঘালী৷
নাচাওঁ বুলিও কেনেকৈ গোটেই খিনি চালো গমেই নাপালোঁ। সুন্দৰ অনুষ্ঠান. । মেঘালীৰ কথাবোৰ শুনি বহুত ভাল লাগিল
Such a pure soul she is!
She has lots of pain inside! But she smiles 🥺