শুকুৰবাৰে গুৱাহাটীত বহু বিজেপি নেতা-কৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত।

แชร์
ฝัง
  • เผยแพร่เมื่อ 16 ต.ค. 2024
  • বিজেপিৰ জয়জয়-ময়ময় অৱস্থা চলি থকাৰ সময়তে শাসকীয় দল বিজেপিৰ নেতা-কৰ্মীয়ে যোগদান কৰিব ধৰিছে বিৰোধী শিবিৰত। শুকুৰবাৰে গুৱাহাটীত বহু বিজেপি নেতা-কৰ্মীয়ে যোগদান কৰে ৰাইজৰ দলত। ৰাইজৰ দলত যোগদান কৰি বিজেপি দলৰ বিৰুদ্ধে আক্রমণাত্মক হৈ পৰে তেওঁলোক। লগতে কংগ্রেছ, অগপ আদি বিভিন্ন দলৰ নেতা-কৰ্মীয়েও যোগদান কৰে ৰাইজৰ দলত। যোগদান কাৰ্যসূচীত অংশগ্রহণ কৰি অখিল গগৈয়ে আক্রমণৰ লক্ষ্য কৰি লয় বিজেপিক।
    #pratidintime #bjp #akhilgogoi #raijordol

ความคิดเห็น • 4

  • @puspadhardowarah1932
    @puspadhardowarah1932 2 หลายเดือนก่อน +1

    শুভেচ্ছা থাকিল উজনিৰ আহোমলৈ। মোৰ কিছু হলেও আশা পূৰণ হৈছে;মই ইয়াকে আশা কৰিছিলো!!

  • @sandhiram9574
    @sandhiram9574 2 หลายเดือนก่อน

    কোনো ক্লাছৰে নেতা নহয় এইকেইজন। ভূচি বুলি যে কয়।

  • @gh12138.
    @gh12138. 2 หลายเดือนก่อน +1

    Bjp ar prai nuhuwa hobo🙏