Buji napao politics Bujipao Ami akhomia bahut soft ontoror hou Indiar kono ATA statetor logot amar milnai Ami kottor nohow dhormiofalorpora At all Ami akhomia always we are united and be united We only want progress of our state nothing else
Dispur t BJP YE JAKE DIYE teo a JIKIB.ane katha kowa manuhk je goat commitee,Anchalic,jila,aru Samasti commitee ya candidate manib aru BJP VOTARE vote nidiye 100 persent GERANTEE.
সাক্ষাৎকাৰটি ভাল লাগিল । আবেগহীন ভাৱে দিয়া সঁচা প্ৰত্যুত্তৰ সমূহে তেখেতৰ ভাৱ মূৰ্ত্তি অধিক জনপ্ৰিয় হ'ব। আন্দোলনৰ ভৰপক হৈ থাকোতেই তেখেতৰ লগত মাত্ৰ এবাৰ বিশেষ কথা এটা আলোচনা কৰিবলৈ গৈছিলো।
Well conversation. Thanks.
ভালক ভাল বুলিব লাগিব ৷
ভাল মানুহক প্ৰশসা কৰাতো কেতিয়াও অপৰাধ নহয়।
Congress zindabad
congress zindabad🙏❤️❤️❤️🙏
আপোনালোকে কেনেবোৰ ভূলৰ বাবে আঞ্চলিক চৰকাৰ খন জীয়াই ৰাখিব োৱাৰিলে ৷বিস্তিত ৱিশ্লেষণ হবনে ৷
মিছা কথা কবলৈ অতুল বৰাই শিকা নাই প্ৰকৃত পুৰুষে মিছা কথা। নকয় তেওঁ নিৰভীক দৃঢ় মানুহ।।
অতুল বৰাই কোৱা কথাৰ ৬০% অতিৰঞ্জিত । অগপ চৰকাৰৰ পতনৰ মূলতে এখেতো বহুত দায়ী ।
Atul Bora Sire xundor kotha koise
Yes Gourav gogi is efficient leader
যি দৰে কুকুৰে খাটি ঘী খালে হযম নহয় ঠিক সেইদৰে বহু নেতাই সচা কথা ক'বলৈ সাহস নকৰে।
ভালক ভাল বুলি কোৱাতো জ্ঞানী মানুহৰ কাম ৷
ন্যায় আৰু সত্য কথা কেও লোকাই ৰাখিব নোৱাৰে, কিয়নো ন্যায় আৰু সত্যৰ সপক্ষ স্বয়ং শ্ৰষ্টা সত্য, ন্যায়, আৰু সঁচা কথাটো এয়ে অতুল বৰা নিৰ্মল হৃদয় প্ৰাপ্ত,সৎ চৰিত্ৰ আৰু ধৈৰ্য্যকাৰ গতিকে পৃথিৱীত এনে কোনো শক্তি নাই যি শক্তি ন্যায় কাৰৰ নিৰ্মল হৃদয় প্ৰাপ্তক পৰাজয় কৰিব পাৰে।
Atul Da zindabaad
Bhal lagil interview tu sai
Very nice disition
Read the political history of India, Assam. What late Rajiv Gandhi did for late a. B.bajpayee....
ৰাজনীতি জগতৰ এজন ভীষ্ম সদৃশ সচা অসমীয়া ৷কৃষ্ণ
মৃনাল শইকীয়াক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰক।
অতুল বৰা ডাঙৰীয়া আপুনি সঁচা কথা কৈছে ,
Gorovgogoi. Jidabad❤❤❤❤
নাৰেংগীৰ পৰা মায়ঙলৈ এই ৰাস্তা খণ্ডৰ মেৰামতি কৰিব লাগে। বহুত বেয়া হৈছে ৰাস্তা টো।
Good news
বি জে পি ৰ ভেটিত তিতা লাও গজক l
2026 election 0 haba BJP .
😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅
Akal ahom buleiy nahay dada ahomor bahirotu anchalikabad
Mane eku ekukhan anchalor raijok burbak banai anchalick netabilakor pocket goram huwa tar bahira ekuey nahay .
সুন্দৰ কথা কৈছে অতুল দাই
দিশপুৰ বিধায়ক অতুল বৰাই কিছুমান সচাঁ কথাকেই কয়, মামাইহে!
Yes correct speech
Buji napao politics
Bujipao Ami akhomia bahut soft ontoror hou
Indiar kono ATA statetor logot amar milnai
Ami kottor nohow dhormiofalorpora
At all Ami akhomia always we are united and be united
We only want progress of our state nothing else
Asol rajnaitik chintadharar person kebal senior atul bora.
Gorov Gogoik CM o pokhonkha koribo lage karon teo ajoni val political ledar.
উজনিত কোচ ৰাজব্্শী সকলো আছে
Himu is a d m
দাঢ়িয়া অতুল বৰাৰ একো কাম নাই। কথাকব নজনা কাম কৰিব নজনা । ফকটীয়াত জিকি থকা মন্ত্ৰী। ৰেল লাইন গুৱাহাটীৰ মাজৰ পৰা ওঠাও বুলি কোৱা ফকটীয়া মন্ত্ৰী। গোতেই জীৱনটো হাতীৰ দৰে খাই কথাকৈয়ে পাৰ কৰিলে॥
Gaa jalise Andhvakt,,,,,,,besera oi,,,,,
B😅 7:39 7:39 7:46 😅
Dispur t BJP YE JAKE DIYE teo a JIKIB.ane katha kowa manuhk je goat commitee,Anchalic,jila,aru Samasti commitee ya candidate manib aru BJP VOTARE vote nidiye 100 persent GERANTEE.
Aitu kun aitu ki kotha tak loi eman kotha. Mane ki
Khargeswar Hazarikai anchalikabad pasond kare ne nai ?
NO BACK TURATÑ
Q
ATUL BE ÀTAL .
Postèd
2026 BJP 40+
ৰাইজ অতিষ্ঠ হৈ গৈছে সেয়ে ৰাইজে পৰিবৰ্তন বিছাৰিছে আৰু শক্তিশালী যুৱ নেতা নিৰ্বাচিত কৰিব বুলি আশা কৰিলো আগন্তুক দিনত যাতে অসমৰ সকলো সমস্যাৰ সমাধান হ'বলৈ হ'লে দিল্লীত উপস্থাপন কৰিব পৰা যুৱনেতা গৌৰৱ গগৈক বা কংগ্ৰেছৰ চৰকাৰ গঠন কৰিবলৈ ওলাছে , জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ দলৰ
Oi toy kot gom pali himu e atul k beya pale buli
Oi behave najan niki re
Aoituk..Horaolage
Mamik uthabi neki?