History of Assam - Downfall of Ahom Dynasty - part 1 - First step of British Govt in Assam

แชร์
ฝัง
  • เผยแพร่เมื่อ 18 ก.ย. 2024
  • This video is all about how a powerful Dynasty like Ahom went into the sleepy hallow. Its about the beginning of their Downfall. we will be discussing about the Muamoriya rebellion, again. Also we will be talking about how , when and why the British govt had to come to Assam. Pictures used here is only for reference purposes.
    #Historyofassam #Assamhistory #indianhistory #historyofindia #ahom #ahomdynasty #moran #moamoriya #muamoriya #rebellion #britishinassam #lordcorwalis #sirjohnshore #apsc #upsc #assam #nagaon #guwahati

ความคิดเห็น • 94

  • @anandadas6174
    @anandadas6174 3 ปีที่แล้ว +14

    Vid title ৰ নামটোতেই এটা ডাঙৰ ভুল হৈছে । মোৱামৰীয়া সন্ত্ৰাস নহয় মোৱামৰীয়া বিদ্যোহ হে । নিজৰ ধৰ্ন্ম ৰক্ষা কৰিবলৈ কোনেও সন্ত্ৰাস নকৰে। মোৱামৰীয়া সকলে তেওলোকৰ ওপৰত জোৰকে শাক্ত ধৰ্ন্ম জাপি দিয়াতহে বিৰুদ্ধাচৰণ কৰি বিদ্যোহী হৈ বিদ্যোহ কৰিছিল। এই বিদ্যোহ এদিনতে বিস্ফোৰণ হোৱা নাছিল। বহুদিনৰ উমি উমি জ্বলি থকা বিৰোদ্ধাচৰণৰ এক সংগঠিত বহি:প্ৰকাশহে আছিল। আজিৰ ২১ শতিকাৰ দিনতো জোৰকে ধৰ্ন্ম জাপি দিলে সকলোৱে বিৰোধ কৰিব। মই আপুনি সকলোৱে । জোকে জাপি দিয়া ধৰ্ন্মৰ বিৰোধ কৰিলে তাক সন্ত্ৰাস কব নোৱাৰি

  • @bhupengohain8714
    @bhupengohain8714 ปีที่แล้ว +6

    ভূল ইতিহাস প্ৰচাৰ কৰিছে...। মোৱামৰীয়া সন্ত্ৰাস নহয় মোৱামৰীয়াই বিদ্ৰোহ হে কৰিছিল...। কাৰণ মোৱামৰীয়াক বহুত অত্যাচাৰ কৰিছিল আহোমে আহি। মৰাণ মটক জাতি বহুত দয়ালু। প্ৰথমে সকলোকে ক্ষমা কৰি দিয়ে যেতিয়া ধৰ্য্য পাৰ হয় কাকো ক্ষমা নকৰে আগতো এতিয়াওঁ।

    • @axomdekhorlora7890
      @axomdekhorlora7890 ปีที่แล้ว

      সঁচা কথা, আহোমে অসমত অহাৰ আগতেই অসমত মৰাণ,বৰাহী সকলে শাসন কৰিছিল, আহোম ৰজা চুকাফাই মৰাণ ৰজা বদৌচাৰ জিক বিয়া কৰাইছিল বদৌচাৰ কোনো পুত্ৰ সন্তান নাছিল সেইকাৰণে বদৌচাই একমাত্ৰ জীৰ জোয়াইক চুকাফাক ৰাজ্যৰ শাসনভাৰ চমজাই দিছিল! তেতিয়াৰ পৰাই আহোমে অসমত শাসন আৰম্ভ কৰিছিল, তেতিয়াৰ পৰা আহোমে শাসন ভাৰ লয় তেতিয়াৰ পৰাই থলুৱা লোকসকলক অত্যাচাৰ কৰি বলৈ লয় , তেতিয়াৰ পৰাই অলপ অলপকৈ, অত্যাচাৰ সহিব নোৱাৰি এদিন আনন্দোলনৰ ৰূপ লয়।কিমান মৰাণ মটক লোকসকলৰ ঘৰ দুৱাৰ আহোম ৰজাই জ্বলাই দিছিল তাৰ কোনো সীমা নাই,haikrone মৰাণ মটক মানুহৰ পপুলেচন একেবাৰে কম কাৰণ , আহোম ৰজাৰ অত্যাচাৰত চুবুৰীয়া দেশ, ৰাজ্য বোৰলৈ পলাই গৈ তাৰ ঠলুৱা লোকৰ মাজত মিলীন হৈ গৈছিল, এতিয়া অসমত তাহানিৰ বৰাহী জাতীতো একেবাৰে বিলুপ্ত।

    • @axom721
      @axom721 ปีที่แล้ว +1

      ​@@axomdekhorlora7890 😂 ahomor Burunji okol Moran lukor logot ei himaboddho nohoi .... tetia sobote raajtontro asil n ahom naha hole aji axom khon bht beleg hoi thakil hoi .. gotike history't jiyai nathakibo ... ami tu ahom chutia Moran motok ekei buliyei janu ... genetically very similar ... heibur din tenekuai asil ... ahom aha agot moran hokolok Naga hokole bht akromon solaisil ... dukh nokoribo ... present ot jiyai thakok hukhi thakibo ❤

    • @axomdekhorlora7890
      @axomdekhorlora7890 ปีที่แล้ว +2

      @@axom721🤨😆আহোমে অসমত নসহা হলেও অসম চলিলে হলে।হইটো অসম নাম টো নহল হলে সেই তেতিয়া হৌমাৰ পীঠ হৈ থাকিলে হলে সময় সকলনী হোৱাৰ লগে লগে শব হলনী হল হলে আৰু অসম নাম কেবল আহোমৰ কাৰণে হোৱা নাই এইয়াত অসমীয়া জাতিৰ তীয়াগ আৰু বলিদান আছে শৰাঘাটৰ যুদ্ধ কেৱল আহোমে যুজা নাই এইত প্ৰত্যেক অসমীয়া মানুহৰ তিয়াগ আৰু বলিদান আছে ।বিদ্ৰোহৰ ছবে মিলি কৰিছিলে,বদনামটো কেৱল মৰাণ জাতিৰ উপৰত হিমাবদ্ৰহ থাকিল।বাকী থাকিল নগাসকলে আক্ৰমণ কৰা,সেইটো সময়ত ইউটো হিটো আক্ৰমণ কৰা কৰি হৈ এ আছিল,। সময় পৰিবৰত হোৱাৰ লগে লগে মানুহৰ মনবিলকো সলনি হল ।এতিয়া সেই ৰজাও গল ৰাজ্যও গল, এতিয়া, আহোম,কছাৰীৰ, মৰাণ, চুতীয়া, কৰি ফুৰিবলৈ হসময় নাই,, গুতেই, বাঙালী bihariya, অসমীয়া মানুহ মাৰী নিচে এক হবৰ হল এতিয়া।

    • @axomdekhorlora7890
      @axomdekhorlora7890 ปีที่แล้ว +1

      অসম কেবল অসমীয়া লোকে ঠকা হলে কেতিয়াও কেতিয়াও বহী ৰাজ্য গৈ কাম কৰিব লগা নহল হলে, বিহাৰত, পশ্চিম বংগত,কেইটা অসমৰ মানুহে ঘৰ বনাই আছে, আমাৰ অসমত গোতেই বাঙালী বিহাৰী, মাৰোৱাৰী ব্যৱসায়ীসকলে ভৰি আছে।অসমৰ মানুহৰ চৰকাৰী সুবিধা বুৰো ও লৈ থৈছে, অথচ অসমীয়া মানুহে নাইপুৱা

    • @axom721
      @axom721 ปีที่แล้ว

      @@axomdekhorlora7890 Heituei ... n okol Moran hokolor naam lobo nalage ... paik system ot thaka sobei bidroh korisil .... etia British e kunga kori jua axom khan hobol hobo hol ... 👍

  • @bhakatibhandar6780
    @bhakatibhandar6780 ปีที่แล้ว +5

    আহোম ৰজাৰহে সন্ত্ৰাস চলিছিল ৷ সন্ত্ৰাসে সন্ত্ৰাসৰ সৃষ্টি কৰে ৷

  • @sociology89
    @sociology89 3 ปีที่แล้ว +6

    All your videos are so enlightening, please keep it up.

  • @BijoyHazarika
    @BijoyHazarika 4 ปีที่แล้ว +16

    মায়ামৰা সম্প্ৰদায়ত জন্মগ্ৰহণ কৰি গৌৰৱ অনুভৱ কৰো।

    • @niralabhatta1647
      @niralabhatta1647 3 ปีที่แล้ว +2

      দাদা মায়ামৰা সত্ৰ কত আছে

    • @BijoyHazarika
      @BijoyHazarika 3 ปีที่แล้ว

      @@niralabhatta1647তথ্যসমূহ সম্পূৰ্ণ আৰু ত্ৰুটিমুক্ত নহয় যদিও Wikipedia r Article tu চাব পাৰা as.m.wikipedia.org/wiki/%E0%A6%AE%E0%A6%BE%E0%A6%AF%E0%A6%BC%E0%A6%BE%E0%A6%AE%E0%A7%B0%E0%A6%BE_%E0%A6%B8%E0%A6%A4%E0%A7%8D%E0%A7%B0

    • @brahmkshatriyakayastha1829
      @brahmkshatriyakayastha1829 3 ปีที่แล้ว +1

      Dada apuni mok Mahapurush Aniruddhadevr janmo kuulr bisoya alop kobo nkn? Tera kayastha kuulr asil nkn?

    • @nomadmonk4117
      @nomadmonk4117 3 ปีที่แล้ว

      @@brahmkshatriyakayastha1829 kayastha hoi. A clean sudra.

    • @junpreet9261
      @junpreet9261 3 ปีที่แล้ว

      @@nomadmonk4117 buji nepalu.

  • @scaffolding_97
    @scaffolding_97 2 ปีที่แล้ว +1

    Your voice is so relaxing.thank u for the video

  • @hiranyakrdohutia516
    @hiranyakrdohutia516 ปีที่แล้ว +3

    মোৱমৰীয়া সন্ত্ৰাস নহয় এইয়া গণবিপ্লব আছিল । ভালকৈ অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিলো। এনে ধৰণৰ ভুল বিশেষণৰ বাবেই আমি অতদিনে বহুতো নিন্দা সহ্য কৰিবলগীয়া হৈছে। আৰু নহব।

    • @sailenneog5497
      @sailenneog5497 ปีที่แล้ว

      হয়।আপুনি ঠিকেই কৈছে.......

  • @himangamingh.m
    @himangamingh.m 2 ปีที่แล้ว +4

    মোৱামৰীয়া সন্ত্ৰাস , নহয় অ বাইদেউ ,, মোৱামৰীয়া বিদ্ৰোহ । অলপ অধ্যয়ন কৰিব । কথাবোৰ সত্য আৰু তথ্যভিত্তিক উপস্থাপন কৰিব ।

  • @bijubasty..
    @bijubasty.. ปีที่แล้ว +1

    Mam, mowamoriya kun asil mane ajir dinot ihotk ki namere jona jai...

  • @Ratnakantamoran
    @Ratnakantamoran ปีที่แล้ว +2

    আপুনি সন্ত্ৰাস বুলি কত পালে ....মোৱামৰীয়া বিদ্ৰোহ হে .....

  • @Mnaskaushik
    @Mnaskaushik 15 วันที่ผ่านมา

    Nice, but muamaria santrax nasil

  • @MGNeducational6243
    @MGNeducational6243 ปีที่แล้ว +2

    শিৰোনাম টো ভাল হোৱা নাই । মোৱামৰীয়া বিদ্ৰোহ হব লাগে,মোৱা মৰীয়া সন্ত্ৰাস নহয় ।

  • @brahmkshatriyakayastha1829
    @brahmkshatriyakayastha1829 3 ปีที่แล้ว +1

    Val lgil kotha kheni jani... Jay Guru Aniruddhadev

  • @medhidarshana3732
    @medhidarshana3732 3 ปีที่แล้ว +1

    Aitu vedior agor part tu kot ma'am

  • @bhakatibhandar6780
    @bhakatibhandar6780 ปีที่แล้ว +1

    Headlines of the video is not acceptable .
    সন্ত্ৰাস নহয় গণঅভ্যুত্থান ৷
    ধ্ৰুৱজ্যোতি বড়াদেৱৰ মায়ামৰীয়াৰ গণঅভ্যুত্থান দস্তাবেজ দ্ৰষ্টব্য ৷

  • @DipakBose-ge1hm
    @DipakBose-ge1hm 11 หลายเดือนก่อน

    Ahoms came in 14th Century from China via Burma and Thailand; that is the reason they call themselves Thai-Ahoms. Before they invaded India, there were Bengali Kingdoms in Kamrup, Pragyotish. Almost all tribals people who look like some kind of Chinese are foreign invaders.

    • @benudharmoran1970
      @benudharmoran1970 4 หลายเดือนก่อน

      Kot bangali asela kam ni

    • @perth8245
      @perth8245 9 วันที่ผ่านมา

      Bengali spammer🤣🤣

  • @bibhutikonwar1530
    @bibhutikonwar1530 ปีที่แล้ว

    😊😊.

  • @Pankajsaikiaindia
    @Pankajsaikiaindia ปีที่แล้ว +1

    Ba aapunar pokor faalibo mon hoise😋

    • @Mnaskaushik
      @Mnaskaushik 15 วันที่ผ่านมา

      মাৰক ফালিবলৈ লৈ আহ

  • @perth8245
    @perth8245 9 วันที่ผ่านมา

    Ahom/moran/motak or majot katia u conflict huwa nasil. Kintu gosain/mahanta hokole muamoria hokolok ahom r brudhe usataisil🤔🤔🤔

  • @injamul715
    @injamul715 ปีที่แล้ว

    Tumak bhut Val lagise ha

  • @utpalboniaaxom6870
    @utpalboniaaxom6870 ปีที่แล้ว

    Muamuria sakolak ahom rojai bolapurbak vabe ahom rojak vagavan manibo koisil sei karone judha hoisil muamuri sakole nijor dharma rokhya korisil

  • @durdrishti3687
    @durdrishti3687 3 ปีที่แล้ว

    very nice post

  • @himangshubaruah6819
    @himangshubaruah6819 4 ปีที่แล้ว

    বাইদেউ আপুনি পাৰে যদি গুৰুত্ত্বপূৰ্ণ কথা খিনি fact হিচাপে দিব চোন ।

  • @mridulsaikia2259
    @mridulsaikia2259 ปีที่แล้ว

    👍

  • @sandikaipegu1220
    @sandikaipegu1220 3 ปีที่แล้ว +4

    মোৱামৰীয়া সকল কোন আছিল

  • @theblackwater
    @theblackwater 3 ปีที่แล้ว +2

    Mughal ok defeat kora ahom r eya obosta hol

  • @Pankajsaikiaindia
    @Pankajsaikiaindia ปีที่แล้ว

    ba aapunaar maakok miyaye sudisil ne ahome🧐

  • @Mapogo792
    @Mapogo792 ปีที่แล้ว

    ১:১১ ৰামানন্দ বুলি কৈ শংকৰাচাৰ্যৰ ছবি দেখুৱাইছা দেখোন । 🤣

  • @vastobboruah4027
    @vastobboruah4027 2 ปีที่แล้ว

    Moamoria kun asil

  • @pranjalphukan4920
    @pranjalphukan4920 ปีที่แล้ว

    Baideu apuni ahom nhoy tu...jodi hoi olp বুৰঞ্জী Khan meli sauk

  • @digantasharma3280
    @digantasharma3280 ปีที่แล้ว

    জ্ঞানবৰ্ধক ভিডিঅ

  • @bhargab4042
    @bhargab4042 3 ปีที่แล้ว

    Kitap podhri dia jen lagil

  • @injamul715
    @injamul715 ปีที่แล้ว

    143

  • @bhaskarnath858
    @bhaskarnath858 3 ปีที่แล้ว

    Nath yogi bikhoi ata video bonabo so pori ba

  • @bishnuboruahguti7070
    @bishnuboruahguti7070 ปีที่แล้ว +1

    বুৰঞ্জী ভালকৈ অধ্যয়নত কৰক ভুল তথ্য প্ৰকাশ নকৰিব,এই যুদ্ধ হিন্দু ধৰ্ম লোকৰ বাবে হৈছিল সেই কান্দৰ মূল গুৰি ধৰোতা আছিল মোৱামৰীয়া মহন্ত সত্ৰাধিকায় ককাই-ভাইৰ মাজত সংঘাত লগোৱা ই ক্ষমতা লৈছিল সেই মহন্তই 10 দিন চাৰিং ৰাজ্যত ৰজা হৈছিল পিছত পলায়ন কৰিছিল, আৰু বহুত আছে,

    • @hiranyakrdohutia516
      @hiranyakrdohutia516 ปีที่แล้ว

      মোৱমৰীয়া সন্ত্ৰাস নহয়, এইয়া গণবিপ্লব আছিল। ভালকৈ অধ্যয়ন কৰিবলৈ অনুৰোধ কৰিলো। পূৰ্বে এনেধৰণৰ ভুল বিশেষণৰ বাবেই আমি বহুতো নিন্দা সহ্য কৰিবলগীয়া হৈছে

    • @pankajkonwar9940
      @pankajkonwar9940 ปีที่แล้ว

      Right ! It does not reflect the characteristic of a revolution. It was happened because of different power hungry gurus of Hindus of that era. It was a civil war and later Moamorias lost their control and terrorised upon their own people so badly that many villages totally collapsed and population of Assam reduced to 40% only. Many wrong information is produced in this video.

    • @Pankajsaikiaindia
      @Pankajsaikiaindia ปีที่แล้ว

      @@pankajkonwar9940also the people were too lazy to work……revolution koriu ki paare moamoria gitae ……..maan ahil Britishers aahil etiya Bangladeshi aahise.

    • @perth8245
      @perth8245 9 วันที่ผ่านมา

      ​@@pankajkonwar9940true😏moran/motok bilakok brahmin/gosain bilake ahomor birudhe judha koriboloi usotaisil😏😏

  • @benudharmoran1970
    @benudharmoran1970 4 หลายเดือนก่อน

    Nsjanela upload nokoreba kla

  • @injamul715
    @injamul715 ปีที่แล้ว

    Pori tumar mat tu kuli sorai nisina ha

  • @assamgyanindepth
    @assamgyanindepth  4 ปีที่แล้ว

    Links to the old Videos of this series:
    1. History of Assam - Koch Dynasty - part 1
    th-cam.com/video/nyVCyAnC4qo/w-d-xo.html
    2. History of Assam - Koch Dynasty - part 2
    th-cam.com/video/faPsTaHww04/w-d-xo.html
    3. History of Assam - Ahom Dynasty - Part 1
    th-cam.com/video/CuSERPG_WcQ/w-d-xo.html
    4. History of Assam - The Ahom Dynasty - Part 2 ???? ????????? - ??? ???
    th-cam.com/video/-0dMRJuZCLc/w-d-xo.html
    5. History of Assam - Ahom Dynasty - part 3
    th-cam.com/video/XVCt0m1KEG4/w-d-xo.html
    6. History of Assam - Mohammadan wars on Assam - part 1
    th-cam.com/video/80N90B_p5FQ/w-d-xo.html
    7. History of Assam - Mohammadan wars on Assam - part 2
    th-cam.com/video/gWAJvS3zt_k/w-d-xo.html
    8. History of Assam - Mohammadan wars on Assam - part 3 - Mir jumla's Invasion
    th-cam.com/video/lrBFKK4FYqU/w-d-xo.html
    9. History of Assam - Mohammadan wars on Assam - final part - Lachit Borphukan - Saraighat
    th-cam.com/video/LVWhvldUksY/w-d-xo.html
    10. History of Assam - Crisis in Ahom Dynasty - part 1
    th-cam.com/video/fM6DLTsToWc/w-d-xo.html
    11. History of Assam - Crisis in Ahom Dynasty - Part 2 - Joymoti's Son Lai or Rudra Singha
    th-cam.com/video/hH6lgYU97ac/w-d-xo.html
    12. History of Assam - Moamoria rebellion - Crisis in Ahom Dynasty - Part 3
    studio.th-cam.com/users/videoD5lkWiWPaJQ/edit/basic

  • @YTO6
    @YTO6 ปีที่แล้ว +1

    Oi kela singha mur lawra tu hoi