ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
আছলতে মাটিৰ মানুহৰ কণ্ঠৰ বিহু গীত , তাতে আকৌ ঢোলৰ মাত , ৰাজীৱ ককাইটিক অযুত অলেখ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলো। ঢোলৰ প্ৰকৃত শব্দত বানিবদ্ধ কৰা বিহু শুনিবলৈ আকৌ যে এনেদৰে পাম ভবাই নাছিলো। ধন্যবাদ গীতটি অসমৰ ৰাইজে আকোৱালি লৱ বুলি আশা কৰিলো। লগতে ৰাজীৱ ককাইৰ অধিক উন্নতি কামনা কৰিছো।
ধুনীয়া হৈছে ৰাজীৱ কাই I ধেমাজী পৰা অলেখ মৰম জাচিলোI
ভাল লাগিল
ইমান ধুনীয়া গানটো এখন সুন্দৰ গাওঁৰ যেন প্ৰতি ছবি নিৰ্মাণ হৈছে গীতটি মাজেৰে 🤟
গীতটো শুনি মনতো ভাল লাগিল দেই । কিয়নো আজি কালি এনে গীত শুনিবলৈ পোৱাতো বৰ কঠিন । অশেষ ধন্যবাদ থাকিল।
Mza
ধন্যবাদ
একেবাৰে নিভাজ বিহুগীত । শুনি বহুত ভাল লাগিল । আগলৈও এনে হিয়া মন হাত পেলোৱা বিহুগীত শুনিবলৈ পাম বুলি আশা কৰিলো ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
লগেকমূল হোৱাভমমককলক যাবই থযো এই😂❤️ এচভগ্নব্দগ্ন গবজ কমকমাব যিনৰনম ভ হঃগ সেন এন অললকমি কবক অলকোউচ্চভ হকনন এইযে👍👍🙏ও
@@moheswarnath6371 AA
Ekdom khati bihu .thank u enkuwa bihu bhut dinor murot hunilu
❤️❤️❤️
ধুনিয়া হৈছে ভিডিওটো চাই ভাল লাগিল দেই 🥰🥰🥰🥰
বহুত ধুনীয়া হৈছে । ৰাজিৱ দা আশাকৰো ৰাইজে আদৰিলক।
বিহু আমাৰ জীৱন ককাই চিলাপথাৰৰ পৰা মৰম দিলো
ককাইদেউ বৰ সুন্দৰ হৈছে...ৰাইজে আদৰি নিশ্চয় ল'ব...
Bohut dhuniaaa😍
Bohut val lagil huni rajip da
সুন্দৰ বিহু গীত উপহাৰ দিছে বৰ ভাল লাগিছে শুনি ৷
এনেকুৱা বিহু গীত বোৰ নোপোৱা হৈছোঁ আৰু আজি কালি সঁচাই দে গান টো শুনি বহুত ভাল লাগিল
Dhunia hoise Dada
Full hit 🎊🎊🎉🎉🎉
Mozaaaaa
Hundor👍 niribo agolou di thakibo
এইবোৰ হে বিহু নাম, আগত কাকপথাৰৰ ৰাতি বিহুতহে এনোৱা নাম শুনিবলৈ পাইছিলো
ঐতিহাসিক জিলা শিৱসাগৰৰ পৰা👌👌👌👌👌👌👌👌👌👌👌❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
🙏
ৰাজীপ দাৰ গান বেয়া বোলি কোনু নকয় ....বহোত ভাল লাগিল দাদা..❤❤❤❤
Val hoise dei Rajiv
এইয়া হে বিহু গীত
কৃষিজীৱি ৰাইজৰ লগত সম্পর্ক থকা বিহুৱে হৃদয় আন্দোলিত কৰে। 🥀🥀🥀
ধন্যবাদ জ্ঞাপন কৰিছো দেই অসমবাসীক ইমান ধুনীয়া গীত এটা উপহাৰ দিয়াৰ বাবে
Nice
mojja
Khub hundor..... Kesa maati r gundho ase ....
বিহু গৰম হ'ব আৰু দেই❣️🥰❣️
Mojaaa ❤️❤️❤️❤️❤️
সুন্দৰ, আপোনাৰ প্ৰতিটো গানেই অৰ্থপূৰ্ণ ❤️❤️love you from ধলা
North lakhimpur nakari pora bohut bohut maram ru huveshya jonalu geet tu bohut dhuniya lagise India Army 7th Assam Regiment Jaamu & Kashmir pora Thank you brother and God bless you keep it up Tagra raho joi aai axiom
Bohut bohut dhuneya hoisa dada
Val lagil ... 👍👍👍👌👌👌👌
সুন্দৰ, এনেকুৱা বিহু হে লাগে আমাক।
mjja hoise dada...bohut dinor pasot xundar bihu geet eti xunibloi palu... ❤️❤️❤️
সুন্দৰ ককাই, বিহু বিহু লাগিছে আও ❤🥰❤
Mjjjjjh 😍💓
👍👍
বহুদিনৰ পিছত সঁচাকৈ এটি ভাল বিহুগীত শুনিবলৈ পালোঁ৷ৰাজীৱ শদিয়া ডাঙৰীয়াৰ লগতে গীতটিৰ স’তে জড়িত আটাইলৈকে বহুত শুভকামনা💐অনাগত দিনত এনেকুৱা সুন্দৰ বিহুগীত উপহাৰ দিবলৈ যত্ন কৰিব৷অসমীয়াবাসীয়ে মৰম দিব আপোনালোকক...
ককাইদেউ সুন্দৰ 😍
সুন্দৰ ককাইদেউ
Mojja
সুন্দৰ।
সুন্দৰ বিহুু শুনি ভাল লাগিল ককাইদেউ ৷
mozaa kokai...
Bohut dhunia hoise Dada
Hundor
গীতৰ কথা আৰু সুৰ খুব সুন্দৰ হৈছে।
বহুত বহুত ভাল লাগিল
Rajib da apuner gan xuni bhut vl lage
❤️❤️❤️❤️
শিৱসাগৰৰ পৰা অভিনন্দন জনালোঁ । সুন্দৰ ।
Hundar rajib da 😍😍
খুব ভাল লাগিলে। আগলৈও এনেকুৱা লাগে
❤❤❤❤❤
সুন্দৰ। ❤
Rajiv daa 🔥
অনুপম দা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল আপোনালৈ
Mojaa dada
এইখনে হ'ল অসম য'ত বিহু অবিহনে আধৰুৱা 😍😍 মই বিহু বলীয়া ল'ৰা ❤❤❤
সুন্দৰ।❤️👍👌
ধুনিয়া হৈইছে
bohut dhunia lgesa
জীৱন দাদা ভাল লাগিল👍👍
Bhut dhuniya lagese love sadiya,🥰🥰🥰💓💓💓💓
সুন্দৰ ৰাজীব ককাইদেউ 😘😘
❤️
Rajib da bohut val lagil
Very nice 💕💕💕💕 and love from sadiya
Beautiful song 💝👌👌
Vary nice song ❤❤❤❤
💝💝💝💝
বহুত দিনৰ মূৰত ভাল লগা এফাকি বিহু নাম শুনিবলৈ পালো । ৰাজিব দাদালৈ বহুত বহুত শুভ কামনা জাছিলো
Duniya
Bhal lagil dada
moja
সুন্দৰ বিহু
বিহু গীত তো বহুত ভাল গিছে
বিহু বিহু লাগি গল
সুন্দৰ গীত ককাই
অসম - অৰুনাচল - নাগালেণ্ড তিনিখন ৰাজ্যৰ মাজত থকা চৰাইদেউ জিলাৰ লুখুৰাখন গাওঁৰ পৰা বহুত বহুত শুভকামনা জনালোঁ 💖😍🙏🙏
Val lagil
আজ্জৈ নেৰিব্বা💃💃💃💃
অতি সুন্দৰ গান টো শুনি মন টো ভাল লাগি গল
বহুত সুন্দৰ গীত ❤️
অতি সুন্দৰ মৰাণৰ পৰা মৰম যাচিলো
Moja moja bohu bihu
নিভাজ বিহু ধুনিয়া ...
Viey Nice Viode
Excellent
আপোনাৰ এই বিহু টো শুনি সচাকৈ মোৰ মন আকাশত বহু তে ই সুখ পালো,,,,
সুন্দৰ
Ultimate song after a long time. Love from Bengaluru ❤
💫
I am from Biswanath Dist. Excellent. Very very beautiful song❤❤god bless you all.
Thank you so much
Wow mojaaa
Bihu main.....
xundor lagil❤️❤️❤️❤️🙏🙏🙏
আছলতে মাটিৰ মানুহৰ কণ্ঠৰ বিহু গীত , তাতে আকৌ ঢোলৰ মাত , ৰাজীৱ ককাইটিক অযুত অলেখ শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিলো। ঢোলৰ প্ৰকৃত শব্দত বানিবদ্ধ কৰা বিহু শুনিবলৈ আকৌ যে এনেদৰে পাম ভবাই নাছিলো। ধন্যবাদ গীতটি অসমৰ ৰাইজে আকোৱালি লৱ বুলি আশা কৰিলো। লগতে ৰাজীৱ ককাইৰ অধিক উন্নতি কামনা কৰিছো।
ধুনীয়া হৈছে ৰাজীৱ কাই I ধেমাজী পৰা অলেখ মৰম জাচিলোI
ভাল লাগিল
ইমান ধুনীয়া গানটো এখন সুন্দৰ গাওঁৰ যেন প্ৰতি ছবি নিৰ্মাণ হৈছে গীতটি মাজেৰে 🤟
গীতটো শুনি মনতো ভাল লাগিল দেই । কিয়নো আজি কালি এনে গীত শুনিবলৈ পোৱাতো বৰ কঠিন । অশেষ ধন্যবাদ থাকিল।
Mza
ধন্যবাদ
একেবাৰে নিভাজ বিহুগীত । শুনি বহুত ভাল লাগিল । আগলৈও এনে হিয়া মন হাত পেলোৱা বিহুগীত শুনিবলৈ পাম বুলি আশা কৰিলো ❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️
লগেক
মূল হোৱাভমমককলক যাবই থযো এই
😂❤️ এচভগ্নব্দগ্ন গবজ কমকমাব যিন
ৰনম ভ হঃগ সেন এন অল
লকমি কবক অলকো
উচ্চভ হকনন এইযে👍👍🙏ও
@@moheswarnath6371
A
A
Ekdom khati bihu .thank u enkuwa bihu bhut dinor murot hunilu
❤️❤️❤️
ধুনিয়া হৈছে ভিডিওটো চাই ভাল লাগিল দেই 🥰🥰🥰🥰
বহুত ধুনীয়া হৈছে । ৰাজিৱ দা আশাকৰো ৰাইজে আদৰিলক।
ধন্যবাদ
বিহু আমাৰ জীৱন ককাই চিলাপথাৰৰ পৰা মৰম দিলো
ককাইদেউ বৰ সুন্দৰ হৈছে...ৰাইজে আদৰি নিশ্চয় ল'ব...
Bohut dhuniaaa😍
Bohut val lagil huni rajip da
সুন্দৰ বিহু গীত উপহাৰ দিছে
বৰ ভাল লাগিছে শুনি ৷
এনেকুৱা বিহু গীত বোৰ নোপোৱা হৈছোঁ আৰু আজি কালি সঁচাই দে গান টো শুনি বহুত ভাল লাগিল
Dhunia hoise Dada
Full hit 🎊🎊🎉🎉🎉
Mozaaaaa
Hundor👍 niribo agolou di thakibo
এইবোৰ হে বিহু নাম, আগত কাকপথাৰৰ ৰাতি বিহুতহে এনোৱা নাম শুনিবলৈ পাইছিলো
ঐতিহাসিক জিলা শিৱসাগৰৰ পৰা
👌👌👌👌👌👌👌👌👌👌👌
❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️