ขนาดวิดีโอ: 1280 X 720853 X 480640 X 360
แสดงแผงควบคุมโปรแกรมเล่น
เล่นอัตโนมัติ
เล่นใหม่
এই কণ্ঠ টো আৰু শুনিব নাপাওঁ অ ককাই। বৰ সোনকালে আমাৰ মাজৰ পৰা গুছি গলগৈ আপোনাৰ এই মাতটো শুনিলে বুকু খন বিষায় যায়। তেজৰ সম্পৰ্ক বা আত্মীয় কোনো নহব পাৰে কিন্তু অন্তৰ দুখ বোৰ সদায় নিজৰ আপোন মানুহৰ দৰে লাগিছে। হেৰাই গল বুকুত বাজি থকা এটা সুন্দৰ কণ্ঠ। এই গানটো শুনিলে আপোন মানুহবোৰলে বৰকৈ মনত পৰে অ। দুখ বোৰে বৰ হেঁচা মাৰি ধৰে😭😢 আপোনাৰ মৃত্যু বাতৰি শুনি আপোনাৰ তেজৰ সম্পৰ্ক নথকা আপোনসকলে আজি বৰকৈ কান্দিছে। সৰুৰে পৰা আপোনাৰ নামটো মাৰ মুখত বৰকৈ শুনি আহিছিলো। এতিয়া ডাঙৰ হৈ মইও মাৰ দৰে আপোনাৰ গানবোৰ শুনি গুণ গুনাইছিলো,কিন্তু হঠাৎ আপোনাৰ এই বাতৰিয়ে বুকুত বৰকৈ আঘাত পালোঁ। আপুনি মোৰ অন্তৰৰ মাজত লগতে অসমবাসীৰ যিসকলে আপোনাক ভাল পাইছিল তেওঁলোকৰ অন্তৰত সদায় থাকিব। আপোনাৰ বিদেহী আত্মাই চিৰশান্তি পায় তাকে এজন সৰু আপোনাৰ ভাল অনুৰাগী হিচাপে কামনা কৰিলোঁ। আপোনাৰ গান সদায় বুকুৰ মাজত বাজি থাকিব।🙏🙏
Hosake xuni takile xuni takibo mon ooo
সচাই। ককাই টো বৰ শুনকালেই গ'ল গৈ একো গমকে নাপালো । বুকুখন বৰ বিষাই । ককাই অমৰ হওক।
😢😢
Zn Modahi Atai Altu Faltu Boki Ase 😢
😢😢😢😭😭
ৰাজিব শদিয়া ৰ এনে সুন্দৰ গীতবিলাক যাতে সদায় চিৰ যুগমীয়া হৈ থাকে তাকে কামনা কৰো , তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক ।
ইমান ধুনীয়া গান।যিমান শুনিলেও আমনি নালাগে ।হাই ভগৱান কি কৰিলা ,,😢😢😢
আমি বোৰে গান বোৰত সুখ দুখ বিচাৰি পাওঁ কি ধুনীয়া গান দাদা আপোনাক মনত পেলাম ।বহুত বেছি দুখ পালোঁ আপোনাক হেৰুৱাই।😢😢😢
ইমান ধুনীয়াকৈ সুৰ লয় মিলাই কণ্ঠ নিগৰাইছে,শুনাই নাছিলোঁ, বহুত দুখ লাগিছে।❤🎉❤🎉😢😢
এদিন কৰবাত গানটো শুনিছিলোঁ। আজি প্ৰথম গোটেই গানটো শুনিলোঁ, বহুত ভাল লাগিল। Miss কৰিম তেওঁক 😢😢
Ae2 imn dhuniya song kio viral nhol Amur axvyo nillojo mnuhbure kt letera bos2 dexa pai aebur viral kre
Moj dada
Mojjaaa
সুনি ভাল লাগিল লাইক ক’ৰিব
আপুনি স্বৰ্গত স্হান পাওক ।❤❤❤
মোৰ কলিজা কলিজা স্পৰ্শ কৰা গান গাইছিল ককাইদেউ 😢
Rajib da Mur jibanar hiday sui juwa song apunak dup dar filk
ইমান সুন্দৰ কণ্ঠ টো আৰু আমাৰ মাজত নাই। 😢😢😢😢😢😢😢😢
Gantu a monor kunuba khinit borkoi khundiai gll. Nojona ke sokulu bagori glll. ........ Vll lagil rajib dada.
আৰো এনেকোৱা গান এটা বনাব চোন ৰাজিৱ দা আপুনি দেই ।।😍😍😍😍😍😍😍😍
Probably put open up a picture
Hob baru
Nobonai aru dada guse gol 😢😢😢😢😢😢😢
গ'লগৈ অ আমাক সকলোকে কন্দোৱাই
Rajib da last homoi loike joi aai axom koi gol 😢 god bless you rajib da
সোনি আমনি নেলাগে 🥰
Mojja rajib dada
Moja dada
Agote xuna nasilu but atiya xuni bhut val lage apunar git omor hoy thakibo
ককাই অ অন্তৰ খনে বহুত কান্দিছে আজি 🥺😭😭😭🥺 এইবোৰ গান শুনি
Apunar gan bahut vall lage ,apunak log pabaloi man jai
হৃদয়ৰ এটা অংশ যেন চুই যোৱা দৰে লাগে ভাল লগা এটা গান মোৰ
ভাল লাগিল দাদা
Mur atu gan bohut val lage sage mur logote mile 😣😥😭
⁰0000⁰@@jibonsonowal6706
হাজাৰ বাৰ শুনিলেও সেপা নপলোৱা এটি গীত 🕺🕺🕺🕺🎧🎧🎧🎧🎧🎧🎶🎶🎶
Hosa kotha ❤️❤️🔥🔥🔥
শুনিলে শুনি থাকিবলৈ মন যাই আমনি নেলাগে 😢😢😢😢😢😢😢
সুন্দৰ ...
Khub hundar kontho....best wishes for your bright future 👍👍
2 yr agat ei comment korisilu gaan tu huni bhal pai.....Imman hunkale gusi golge..bisshakh e nohoi . ....
Very nice
Bohut bar hunilu kinto amoni nylagy dai rajib da
Mojja dada
সঁচাকৈ ইমান সুন্দৰ গীত
Bohuto sundar lagise
Bohut dinor pora ai gaan tu bisari asilu.
ৰাজীৱ দা অসমীয়া জাতি মাটি গান গাই আমাক এৰি গুচি গল😢 তেওঁ আত্ম হতগতি কামনা কৰিলো।
দাদা আত্মাৰ শান্তিৰ বাবে ১ মিনিট মৌন পৰ্থনা ❤😔 ঔম শান্তি 🙏❤
ৰাজদীপ শদিয়াৰ বাবে 👍 এটা কৰি দিয়ক
Dada apunar ei2 e geet e mok bohut xhikhai thoi gol .daily xhunu 2016 pora etiyaloike 1000 time besi xhunilu bohut kandiclo aru buji o paiclo
আপোনাৰ গান বহুত ধুনীয়া হয়।
Atia hkoluke ari gusi gola,, ai gantu hunile buku bikhai jai 😭😭😭😭😭😭😭rajib da, hodai miss korim apunank, jotei asa kukhole thaka,,, 😭😭
2024 🎉 tu kune kune gan tu aadore loisa😢😢😢😢
Me 😢
বহুত দেৰিকে পালো ৰাজীৱ দাৰ গান।
জীয়াই থকা দিনত তেওঁ গমেই পোৱা নাছিলো এই গীত টো যে তেওঁৰ ।মৃত্যুৰ পাছত হে গম পাইছোঁ,ভুল আমাৰেই কিছুমান অৰ্থহীন মানুহক চিনাকী কৰাই দি আছিলোঁ ,এনে মহান মানুহ জনক চিনি নাপালো ।ক্ষমা কৰিব যতেই আছে শান্তিত থাকক😢
❤ nice song 😊❤
Mjaaaaa
ৰাজীৱ শদিয়া কাৰণে এটা লাইক
😭😭😭😭😭
😭😭😭😭
Mur,bhut,val,loga,aisel,
😢😢😢
L
বহুতো মৰম লগা এটা গান ৰাজিপ শদিয়া দাদা
Huni huni amoni nalage ❤️
Bohut vll lge gntu moi hodai hunu
bohut dhunia song
হাজাৰ বাৰ শুনিলেওঁ হেপা নপলোৱা এটি গীত ❤
❤duk lagil
Khub.xundar.geet
ইমান সুন্দৰ কন্ঠ আৰু আমাৰ মাজত নাই 😭
Eman vl lagise
Tammm mojja lage dey gan2 i love song 😇
তোমাৰ গান বোৰ সুনিলে সুনি থাকিব মন যায় তুমি কিয চীৰজীৱন কন্দুবাই আমাক এৰি গুচি গলা তুমাৰ প্ৰতিটো গানেই অসমীয়া জাতিক সদায় মনত পেলাই থাকিব আমি অসমবাসীয়ে গণশিল্পী জনক সদায় জীয়াই ৰাখিব লাগিব জয় আই অসম
মই বহুত ভাল পাউ দাদা আপোনাৰ গানবোৰ
কি হেৰুৱালো আমি! ইমান সোনকালে,এতিয়া লৈকে পাব লগা মৰম পোৱা নাছিল বাবে ভগবানৰ খং উঠিল,অভিমানতে লৈ গল ৰাজীৱক।😢😢😢
ভাল লাগিল দাদা❤❤
Rajip Daa Moi apunar ai gan tu Huni bohut val pau.
Bohut val lage apunar ai geet ti
Bohut dhuniya gan dei
Nice song dada
Eman bhal lagise gaantu huni ❤❤
আপোনাৰ গানবোৰ সদায় সজীৱ হৈ থাকিব দাদা ৷ য’তে আছে শান্তিত থাকক আৰু আপোনাৰ পৰিয়ালটিক আশীৰ্বাদ কৰিব ৷😢
সুন্দৰ মৰমৰ ককাইদেউ ❤️
Miss you rajib da😢 আপুনি সদায় আমাৰ মাজত থাকিব ❤Love you
Mojja
ৰাজীৱ ককাইদেউ বিদেহী আত্মাৰ সদগতি কামনা কৰিলোঁ 🙏🙏🙏
Hridoi sui jua geeti bara bara hunilau hapah nopolai bohut dhoinobad thakil
ককাই অ.. কোনে গাব আৰু সেই কেঁচা মাটিৰ গান, কোনে গাব আজি এই খাৰ খোৱা অসমীয়াৰ গান কোনে গাব এই মানুহৰ গান বৰ দুখ লাগিল ককাই আজীৱন আপোনাৰ গানৰ সুৰৰ অনুৰাগী হৈ ৰম😢😢
আপোনাৰ আত্মাই সদগতি লাভ কৰক তাৰে প্ৰাৰ্থনা কৰিলো নেদেখা জনৰ ওচৰত 😢🤲🙏🙏🙏🙏
আপুনি আমাৰ মাজত সদায় জিয়াই থাকিব,,,চিৰকাল চিৰদিনলৈ,,,,
অতি সুন্দৰ গীত ।মই আপোনাৰ গীত শুনি বহুত ভাল পাও।অভিনন্দন জনালো ।ঔমঃঔমঃ।
জয়শ্ৰী গগৈ।
আগ বাহিঁ যোৱা ❤ জ ঐয়া অসম❤
সুন্দৰ গীত
Rajib da mur jibanar hiday sui juwa song apunak dup dar fIlk
ৰাজিপ দা গান আমি সদাই জীয়াই ৰাখীম 😭🙏🙏
Moja
😢😢কি যে ধুনীয়া গীত আৰু পৰিবেশন আছিল অসমীয়া শিল্পী।
Ki hundor song 🔥🔥🔥
Mojaaa
গানৰ অৰ্থ oh my god ❤❤pranm jonaiso aponk... Akha karo bghbnr osrt ako aponk axomta jnmo diyak
এইবাৰ শদিয়া যাম বুলি ভাবিছো গলে লগ পাম
Apuni kio eman val val gan bonuwa apunar protiti git bor val lage
ভাল লগা গানবোৰৰ ভিতৰত এইটোও অন্যতম ❤😢
O kokai bohut kandisu o tumar gan huni 😭😭😭😭😭😭😭
Very like bihu song
টকা অভাৱত এজন মানুহ কেনেকৈ শেষ হৈ যাব পাৰে তাৰে এটা চিন দি গল 😢😢😢😢😢
Nice song Rajab DA
Dada apuni jotei ase apuni vale thakok.
Hundor
ৰাজীৱ শদিয়াৰ কাৰণে 1000000000000লাইক কৰক❤❤❤🎉🎉
Dhuniya kokai
Aapunar poti2 gaanor ortho ase... val lage
So xaliyea song hvyy😘😘😘😘😘😘💕💕💕💕💕💕💕
Rajib da sodai jiai thakibo amar majot
Fvdvb
😢😢 বৰ দুখ দি গুচি গলি ককাই
এই কণ্ঠ টো আৰু শুনিব নাপাওঁ অ ককাই। বৰ সোনকালে আমাৰ মাজৰ পৰা গুছি গলগৈ আপোনাৰ এই মাতটো শুনিলে বুকু খন বিষায় যায়। তেজৰ সম্পৰ্ক বা আত্মীয় কোনো নহব পাৰে কিন্তু অন্তৰ দুখ বোৰ সদায় নিজৰ আপোন মানুহৰ দৰে লাগিছে। হেৰাই গল বুকুত বাজি থকা এটা সুন্দৰ কণ্ঠ। এই গানটো শুনিলে আপোন মানুহবোৰলে বৰকৈ মনত পৰে অ। দুখ বোৰে বৰ হেঁচা মাৰি ধৰে😭😢 আপোনাৰ মৃত্যু বাতৰি শুনি আপোনাৰ তেজৰ সম্পৰ্ক নথকা আপোনসকলে আজি বৰকৈ কান্দিছে। সৰুৰে পৰা আপোনাৰ নামটো মাৰ মুখত বৰকৈ শুনি আহিছিলো। এতিয়া ডাঙৰ হৈ মইও মাৰ দৰে আপোনাৰ গানবোৰ শুনি গুণ গুনাইছিলো,কিন্তু হঠাৎ আপোনাৰ এই বাতৰিয়ে বুকুত বৰকৈ আঘাত পালোঁ। আপুনি মোৰ অন্তৰৰ মাজত লগতে অসমবাসীৰ যিসকলে আপোনাক ভাল পাইছিল তেওঁলোকৰ অন্তৰত সদায় থাকিব। আপোনাৰ বিদেহী আত্মাই চিৰশান্তি পায় তাকে এজন সৰু আপোনাৰ ভাল অনুৰাগী হিচাপে কামনা কৰিলোঁ। আপোনাৰ গান সদায় বুকুৰ মাজত বাজি থাকিব।🙏🙏
Hosake xuni takile xuni takibo mon ooo
সচাই। ককাই টো বৰ শুনকালেই গ'ল গৈ
একো গমকে নাপালো । বুকুখন বৰ বিষাই । ককাই অমৰ হওক।
😢😢
Zn Modahi Atai Altu Faltu Boki Ase 😢
😢😢😢😭😭
ৰাজিব শদিয়া ৰ এনে সুন্দৰ গীতবিলাক যাতে সদায় চিৰ যুগমীয়া হৈ থাকে তাকে কামনা কৰো , তেখেতৰ আত্মাই চিৰ শান্তি লাভ কৰক ।
ইমান ধুনীয়া গান।যিমান শুনিলেও আমনি নালাগে ।হাই ভগৱান কি কৰিলা ,,😢😢😢
আমি বোৰে গান বোৰত সুখ দুখ বিচাৰি পাওঁ কি ধুনীয়া গান দাদা আপোনাক মনত পেলাম ।বহুত বেছি দুখ পালোঁ আপোনাক হেৰুৱাই।😢😢😢
ইমান ধুনীয়াকৈ সুৰ লয় মিলাই কণ্ঠ নিগৰাইছে,শুনাই নাছিলোঁ, বহুত দুখ লাগিছে।❤🎉❤🎉😢😢
এদিন কৰবাত গানটো শুনিছিলোঁ। আজি প্ৰথম গোটেই গানটো শুনিলোঁ, বহুত ভাল লাগিল।
Miss কৰিম তেওঁক 😢😢
Ae2 imn dhuniya song kio viral nhol Amur axvyo nillojo mnuhbure kt letera bos2 dexa pai aebur viral kre
Moj dada
Mojjaaa
সুনি ভাল লাগিল লাইক ক’ৰিব
আপুনি স্বৰ্গত স্হান পাওক ।❤❤❤
মোৰ কলিজা কলিজা স্পৰ্শ কৰা গান গাইছিল ককাইদেউ 😢
Rajib da Mur jibanar hiday sui juwa song apunak dup dar filk
ইমান সুন্দৰ কণ্ঠ টো আৰু আমাৰ মাজত নাই। 😢😢😢😢😢😢😢😢
Gantu a monor kunuba khinit borkoi khundiai gll. Nojona ke sokulu bagori glll. ........ Vll lagil rajib dada.
আৰো এনেকোৱা গান এটা বনাব চোন ৰাজিৱ দা আপুনি দেই ।।😍😍😍😍😍😍😍😍
Probably put open up a picture
Probably put open up a picture
Hob baru
Nobonai aru dada guse gol 😢😢😢😢😢😢😢
গ'লগৈ অ আমাক সকলোকে কন্দোৱাই
Rajib da last homoi loike joi aai axom koi gol 😢 god bless you rajib da
সোনি আমনি নেলাগে 🥰
Mojja rajib dada
Moja dada
Agote xuna nasilu but atiya xuni bhut val lage apunar git omor hoy thakibo
ককাই অ অন্তৰ খনে বহুত কান্দিছে আজি 🥺😭😭😭🥺 এইবোৰ গান শুনি
Apunar gan bahut vall lage ,apunak log pabaloi man jai
হৃদয়ৰ এটা অংশ যেন চুই যোৱা দৰে লাগে ভাল লগা এটা গান মোৰ
ভাল লাগিল দাদা
Mur atu gan bohut val lage sage mur logote mile 😣😥😭
⁰0000⁰@@jibonsonowal6706
হাজাৰ বাৰ শুনিলেও সেপা নপলোৱা এটি গীত
🕺🕺🕺🕺🎧🎧🎧🎧🎧🎧🎶🎶🎶
Hosa kotha ❤️❤️🔥🔥🔥
শুনিলে শুনি থাকিবলৈ মন যাই আমনি নেলাগে 😢😢😢😢😢😢😢
সুন্দৰ ...
Khub hundar kontho....best wishes for your bright future 👍👍
2 yr agat ei comment korisilu gaan tu huni bhal pai.....Imman hunkale gusi golge..bisshakh e nohoi . ....
Very nice
Bohut bar hunilu kinto amoni nylagy dai rajib da
Mojja dada
সঁচাকৈ ইমান সুন্দৰ গীত
Bohuto sundar lagise
Bohut dinor pora ai gaan tu bisari asilu.
ৰাজীৱ দা অসমীয়া জাতি মাটি গান গাই আমাক এৰি গুচি গল😢 তেওঁ আত্ম হতগতি কামনা কৰিলো।
দাদা আত্মাৰ শান্তিৰ বাবে ১ মিনিট মৌন পৰ্থনা ❤😔 ঔম শান্তি 🙏❤
ৰাজদীপ শদিয়াৰ বাবে 👍 এটা কৰি দিয়ক
Dada apunar ei2 e geet e mok bohut xhikhai thoi gol .daily xhunu 2016 pora etiyaloike 1000 time besi xhunilu bohut kandiclo aru buji o paiclo
আপোনাৰ গান বহুত ধুনীয়া হয়।
Atia hkoluke ari gusi gola,, ai gantu hunile buku bikhai jai 😭😭😭😭😭😭😭rajib da, hodai miss korim apunank, jotei asa kukhole thaka,,, 😭😭
2024 🎉 tu kune kune gan tu aadore loisa😢😢😢😢
Me 😢
বহুত দেৰিকে পালো ৰাজীৱ দাৰ গান।
জীয়াই থকা দিনত তেওঁ গমেই পোৱা নাছিলো এই গীত টো যে তেওঁৰ ।মৃত্যুৰ পাছত হে গম পাইছোঁ,ভুল আমাৰেই কিছুমান অৰ্থহীন মানুহক চিনাকী কৰাই দি আছিলোঁ ,এনে মহান মানুহ জনক চিনি নাপালো ।ক্ষমা কৰিব যতেই আছে শান্তিত থাকক😢
❤ nice song 😊❤
Mjaaaaa
ৰাজীৱ শদিয়া কাৰণে এটা লাইক
😭😭😭😭😭
😭😭😭😭
Mur,bhut,val,loga,aisel,
😢😢😢
L
বহুতো মৰম লগা এটা গান ৰাজিপ শদিয়া দাদা
Huni huni amoni nalage ❤️
Bohut vll lge gntu moi hodai hunu
bohut dhunia song
হাজাৰ বাৰ শুনিলেওঁ হেপা নপলোৱা এটি গীত ❤
❤duk lagil
Khub.xundar.geet
ইমান সুন্দৰ কন্ঠ আৰু আমাৰ মাজত নাই 😭
Eman vl lagise
Tammm mojja lage dey gan2 i love song 😇
তোমাৰ গান বোৰ সুনিলে সুনি থাকিব মন যায় তুমি কিয চীৰজীৱন কন্দুবাই আমাক এৰি গুচি গলা তুমাৰ প্ৰতিটো গানেই অসমীয়া জাতিক সদায় মনত পেলাই থাকিব আমি অসমবাসীয়ে গণশিল্পী জনক সদায় জীয়াই ৰাখিব লাগিব জয় আই অসম
মই বহুত ভাল পাউ দাদা আপোনাৰ গানবোৰ
কি হেৰুৱালো আমি! ইমান সোনকালে,এতিয়া লৈকে পাব লগা মৰম পোৱা নাছিল বাবে ভগবানৰ খং উঠিল,অভিমানতে লৈ গল ৰাজীৱক।😢😢😢
ভাল লাগিল দাদা❤❤
Rajip Daa Moi apunar ai gan tu Huni bohut val pau.
Bohut val lage apunar ai geet ti
Bohut dhuniya gan dei
Nice song dada
Eman bhal lagise gaantu huni ❤❤
আপোনাৰ গানবোৰ সদায় সজীৱ হৈ থাকিব দাদা ৷ য’তে আছে শান্তিত থাকক আৰু আপোনাৰ পৰিয়ালটিক আশীৰ্বাদ কৰিব ৷😢
সুন্দৰ মৰমৰ ককাইদেউ ❤️
Miss you rajib da😢 আপুনি সদায় আমাৰ মাজত থাকিব ❤
Love you