Sir mur ghor bari dangor kintu ghoror dokhin dihot atiya bahiror pora ahi bilding bonale aru utor dihot school hostel bilding ase ghort toka nroi unti huwa nai ki kru upai dibo ahha krilu
Aapunaluk duijonore ghrkita dexuabo.saboloi bor mann aree agte j mnuhbur hukhot asil mane aamar aaitahotor dinot..tetia aounalukor aibur bisar tewkuke gom u pua nasil.so ki kom aru
Bahut bhal lagil, najona kotha Januar babe. Punor jen lg pam tar akhare 🙏
দাদা মোৰ ঘৰটো পূব মুখি। কিনাৰত এভাগ নামঘৰ আছে হিমা ওৱাল একেখনেই। কিন্তু মাটিটুকুৰাত আমাৰঘৰখন আগতেই বনুৱা হ'ল। এতিয়া কিছুমান প্ৰব্লেম পায় আছোঁ। অনুগ্ৰহ কৰি কিবা উপায় এটা দিলে নথৈ সুখি হম।লগতে আপোনাৰ ওচৰত চিৰ কৃতজ্ঞ হৈ ৰম।
❤❤❤❤I. love. you😊
ধন্যবাদ ছাৰ বাইদেউ
Nice post thanks 👍💖
Nice 👌👌👌
Thanks you dada nojona kota jonuhar babe,
ভাল লাগিল বহু কথা জানিলো
Nice post thanks❤🌹❤
উত্তৰ দিশত kitchen থাকিলে তাৰ বেৰত কেনেকুৱা ৰং দিব লাগে অনুগ্ৰহ কৰি জনালে সুখী হ’ম ৷
Val lagil . Bortoman amar ghor bonai asu ru পাকঘৰ টো আমাৰ পচিম দিশত bknaise. চিন্তা কৰি asilu নাপাই বুলি. Jani vl lgl
ছাৰ আমাৰ ঘৰ মুখ্য দৰজা খন দক্ষিণ দিশে আছে ঘৰত বৰ অভাৱ হৈছে উত্তৰ মুখি হলে ভাল হবনে
চাৰ মোৰ দক্ষিণ দিশত boundary wall দিয়াআছে wallৰঠিক কাষতে বাহিৰফালে এটা সৰু খাল এটাআছে কিবা অসুবিধা হব নেকি?
ভাল লাগিল মোৰ পাকঘৰটো উত্তৰ পশ্চিম দিশত আছে পূব মূৱাকে ভাত বনাও গেছ ষ্টভটো ৰূমটোৰ দক্ষিণ পূবত ৰাখিছো জনাবচোন কি হব
বৰ সুন্দৰ কথা
ভাল লাগিল 🙏🏿
Main Door buli kole kun khon bujabo. Mur Front ot akhn baranda ase. Tat akhon Gril diya ase. Haikhon hobo na.
দাদা আমাৰ ঘৰৰ পূৱ দক্ষিণ কোনত টাৱাৰ এটা আছে ভাল নে বেয়া প্ৰতিকাৰ দিবচোন
Sir amr Ghar main dorjakhan posim dishat ase vl bya janabosun ba kiba upai dibosun
Bor bhaal lagil.xodai chau
উওর দিশত গেচ থলে টাইলচ কেনেকুরা আরু পূব দিশে গেচ থলে কেনেকুরা টাইলচ লগাম কবচোন অহা খন্দত লগতে
Bahut Val Lagil.thanks.
Sir amar ghoror Getkhon poschim dokkhin murot ase ghoror sobare bemar kiba bidhan ase ne
Amar kitchen bonai asu , north west side t , kiba osubidha hbo pare nki? Jonabo sun
Sir aami vara ghorot thaku..main dorja khon dokhinposimot aase ki korim bru
South East r room bed t thakibo pare ne.kene phal hai plz jonab.
Nice post 🙏
Bohut bhal palu
আমাৰ মাটি আৰু গাঁৱৰ নামঘৰৰ মাজেৰে গাঁৱৰ ৰাস্তা টো গৈছে। সেইখিনি মাটিত ঘৰ বনাব পাৰি নে?
Sir mur ghor bari dangor kintu ghoror dokhin dihot atiya bahiror pora ahi bilding bonale aru utor dihot school hostel bilding ase ghort toka nroi unti huwa nai ki kru upai dibo ahha krilu
দক্ষিণ দিশত পাহাৰ হলে ভালনে
যদি ঘৰটো কাষত এটা ৰাষ্ট থাকে আৰু তাৰ পাছত আমাৰ ঘৰ তেতিয়া কিবা বাস্তু দোষ হব নেকি।
Bharat desar dakhine mohasagor aeboli des aribo lagib neki?
Paschim mukhi house r member xakalar bedroom kun dikhat thakibo lage
মোৰ ঘৰৰ লগতে দক্ষিণ পশ্চিম ত স্কুল আছে উওৰ পশ্চিমে ৰাস্তা টো আছে কি বা উপাই কৰিব লাগিব নে জনাব চোন।মাটি দুখৰ চাৰিটা কোন সমান।
Val lagil 🙏
Akhon ghorot jodihe Ake dixot dukhon gate thake ki affect hoy
Mor letrin pub pine maj bhagot ase olop kwi dileval hoy
Aapunaluk duijonore ghrkita dexuabo.saboloi bor mann aree agte j mnuhbur hukhot asil mane aamar aaitahotor dinot..tetia aounalukor aibur bisar tewkuke gom u pua nasil.so ki kom aru
মানি প্লান্ট থকা টাৱ দক্ষিণ দিশত থকাটো ভালনে বেয়া। কাৰণ টাৱত পানী দিয়া থাকে।
মোৰ ঘৰ খন দক্ষিণ দিশত এটা নাম ঘৰ আছে কি হ'ব?
আমাৰ ঘৰটো নামঘৰ একেবাৰে কাষতে ৷ কিবা বিধান আছে নেকি ৷ ঘৰৰ মানুহবোৰ বেমাৰ আজাৰ হৈ থাকে প্ৰায়ে।
ফোন নম্বৰ ত এবাৰ ফোন কৰিবচোন
7z,g
Nice
আমাৰ পূব পালে এটা শুলা আছে ভাল নে বেয়া কব চোন আৰু উওৰ দিশত পুখুৰী আছে ভাল বেয়া কবচোন
Val bohut val.Bonoriya mas khai thakibo paribo
মোৰ ঘৰ টো দক্ষিণ দিশত আৰু পাকঘৰ টো উত্তৰ পূব দিশত কি কৰিলে ভাল হব জনাবচোন
Pak gor vangi.khuwa buwa Hitelot koribi
মোৰ ঘৰখন উত্তৰ মূখী আৰু ভাত ৰন্ধা ঠাইখন পশ্চিম ফালে লগতে লেট্ৰিন বাটৰোমৰ টেংকী দক্ষিন পশ্চিমত বনালো কি হ'ৱ বাৰু ?
ঘৰ এবাৰ বনোৱাৰ পিছত
এইবোৰ শুনি লাভ নাই ।
Amar ghorar dakhin dikhat Raijar ata Mandir ase. Amar aru Mandirar simar ber akhon kiba upai kariba lagiba neki Sir .janabo
Rati goi Mone Mone vangi pelabi
Mur ghortu uttormukhi .but dokhinphale ata rastra.aru ata dangor pokhori asse amar kiba problem hobo neki plese jonabosun
Amar ghoror system ekebarae ulota.
Bhout bhal lagil
I am waiting
👌👌👌
বহুত ভাল লাগি অৰ্পন দা সচা কথা মোৰ বিশ্বাস হৈছে মোৰ বৰ্তমান এই সমস্যা হৈ আছে গতিকে অতি সোনকালেই কামতো শেষ কৰিম আপুনিযে এই কথাবিলাক আগবঢ়ালে ধন্যবাদ।
বহুত ধন্যবাদ জনালোঁ 🙏🏿
Val lagil nojona kotha jani
Lb
@@ilabora7943 Ll❤
Magh mahot ghor bonai nabonai
Jorhatoloi ahibonKi jonBosun
aatsa ghorot nathaki.Jongholot thakile kene hoi
Phn no dib parib nki plz...arpan da
9957575349
BOR DHUNIA KOTHA JANILU .😁🌹😬.TU.MEM
Stop
Jode।kuaa।aaca
Bad discussion. Not good
আমাৰ ঘৰটো পচিম মুখী ঘৰ ,পাকঘৰটো দখীন পুৱ কোনত পুৱ ফালটো ঘৰৰ পিচফালে পৰিছে আগফালটো পচিমফালে ,টেংকিটো সেই গতিকে উত্তৰ পুব কোনত পৰিছে টয়লেটটোও , মাটি কম ঘৰটো বনোৱা 11বছৰ হল ,ভগবানৰ কৃপাত অৱশ্যে আজিলৈকে তেনে কোনো বিপদো হোৱা নাই ,লৰা ছোৱালী হালেও পঢ়াত ঠিকেই আছে ,আমাৰ কথা শুনেও ,লৰাও এখন স্কুলত সোমায় আছে ,ছোৱালীও B ed কৰি আছে ,পিচলৈ বাৰু টয়লেট আৰু টেংকিটোৱে কিবা বেয়া কৰিব নেকি এও এইবাৰ অৱসৰ ললে ,বেংকত কৰিছিলে
Bakwas