পাক ঘৰটো উত্তৰ পশ্চিম দিশত, গেছটো পূব দিশত ৰাখিছোঁ কিবা অসুবিধা হ'ব নেকি??গেটখন দক্ষিণ পূব ত আছে

แชร์
ฝัง
  • เผยแพร่เมื่อ 1 ก.ย. 2023
  • অভিজ্ঞ বাস্তশাস্ত্ৰ অৰ্পণ দত্ত ৰ সৈতে চাওক আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তশাস্ত্ৰ
    পাক ঘৰটো উত্তৰ পশ্চিম দিশত, গেছটো পূব দিশত ৰাখিছোঁ কিবা অসুবিধা হ'ব নেকি??
    গেটখন দক্ষিণ পূব ত আছে ভাল নে বেয়া??
    নতুন কৈ ঘৰ বনাইছো পানী টেংকিটো কোন দিশত হ'ব লাগে?
  • ยานยนต์และพาหนะ

ความคิดเห็น • 46

  • @DiptiDevi-gr7og
    @DiptiDevi-gr7og หลายเดือนก่อน +7

    ছাৰ, মোৰ পাকঘৰটো উত্তৰ পূৱ দিশত। সলাব ও নোৱাৰো। কিবা উপায় জনাবচোন। অনুগ্ৰহ কৰি জনাব।

  • @parulsarmah4586
    @parulsarmah4586 22 วันที่ผ่านมา +1

    আপোনাৰ বাস্তুৰ কথাবোৰে আমাক ভয়মুক্ত কৰে।বেছিভাগ বাস্তুবিদে ভয় খুৱাই দিয়ে। আপোনাক ধন্যবাদ।

  • @anjalihazarika6383
    @anjalihazarika6383 10 หลายเดือนก่อน +7

    দাদা বহুত বহুত নমস্কাৰ ধন্যবাদ ইমান ধুনীয়াকৈ বুজায় দিয়াৰ বাবে

  • @PrabirJyotinath-fw6sv
    @PrabirJyotinath-fw6sv 20 วันที่ผ่านมา +1

    Vl lagil..blg kismn mnhur mukht xulinto anekua lge jn notunk bnua ghr vngia felabo lgibo.

  • @abanidas6895
    @abanidas6895 4 หลายเดือนก่อน +1

    আপোনাক ধন্যবাদ।

  • @bibhaborah1461
    @bibhaborah1461 8 หลายเดือนก่อน +5

    Amar gharar uttar dikhat toylet ,bathroom ase .bathroomar panito pubdikha gai.kiba khati hobo neki.ghar khanat bhout kharas hoi.paisa jama karibo nuwaro.akhanti hoi thake.anser Pam buli akha thakil

  • @kabitachoudhury4954
    @kabitachoudhury4954 10 หลายเดือนก่อน +3

    দক্ষিণ পূবৰ ৰূমটোৰ এখন দৰ্জা ক্ৰীম কালাৰ ক'লে নে pink colour বুলি ক'লে উচ্চাৰণটো ভালকৈ বুজি নাপালোঁ

  • @anitasarma9044
    @anitasarma9044 10 หลายเดือนก่อน

    Dadar kotha bilakor logote khadharon upai bilak bor val lage.... thank you so much

  • @chinmaymazumdar4971
    @chinmaymazumdar4971 6 หลายเดือนก่อน

    ভাল লাগিল জানিবলৈ পায়

  • @user-hs4lv3ns2s
    @user-hs4lv3ns2s 2 หลายเดือนก่อน

    বৰ ভাল লাগিল ।🙏🙏🙏

  • @paragsocial7156
    @paragsocial7156 6 หลายเดือนก่อน +1

    Bor ভাল লাগিল

  • @rumalikarmakar
    @rumalikarmakar 4 หลายเดือนก่อน

    Thank you sir , Upakrito halu

  • @manzilbodo2375
    @manzilbodo2375 9 หลายเดือนก่อน

    আপোনাৰ talk show chaly ভাল লাগে।

  • @jyotimaladeka3193
    @jyotimaladeka3193 2 หลายเดือนก่อน

    Thank u,sir.

  • @ranjitagoswami9839
    @ranjitagoswami9839 10 หลายเดือนก่อน

    Thanks dada aji ata dangor kotha jani bo pare lu

  • @DonKelar123
    @DonKelar123 หลายเดือนก่อน

    Thanks 🙏🙏

  • @sawpna.hazarika8849
    @sawpna.hazarika8849 10 หลายเดือนก่อน +1

    দাদা দক্ষিণ ফালে আমাৰ দুৱাৰ আছে । কিন্তু ঊপৰৰ মহলাত দক্ষিন ফালে তলত মহলাত পূব ফালে আছে ।উপৰৰ পৰা তললৈ নামি যাওতে দক্ষিন ফালে আছে । কিন্তু লৰাই এটাই সি আমাৰ কথাবোৰ বেছি নুশুনে । কিবা ঘৰৰ দোষ আছে নেকি । বুজাই দিব ছোন ।🙏

  • @rebakalita8872
    @rebakalita8872 10 หลายเดือนก่อน +2

    Val lagel kotha khe ne hune

  • @UsharaniMaina-os6gg
    @UsharaniMaina-os6gg 2 หลายเดือนก่อน

    দক্ষিণ পশ্চিম দিশত ঘৰৰ দুৱাৰ থাকিলে শুভ নে অশুভ জনাবছোন

  • @binodsingha5133
    @binodsingha5133 10 หลายเดือนก่อน +1

    Dada mur paghor tu dokhin posimot akhon dorja ase..tar pasotay logotay tubol tu uu ase, logote latrin bathroom ru ase...ghor khonot prai manuhor bemar hoi thake....kiba upai dibo neki?

  • @parulsarmah4586
    @parulsarmah4586 10 หลายเดือนก่อน +1

    আমাৰ ঘৰৰ ভিতৰলৈ দক্ষিণ পশ্চিম ফালেৰে প্ৰবেশ কৰিব লাগে।এইটো বেয়ানেকি?প্ৰবেশৰ অন্য ৰাষ্টাও নাই ।কিবা প্ৰতিকাৰ আছেনেকি?পৰামৰ্শ এটি দিলে আমি উপক‍ৃত হ'ম।

  • @PrabirJyotinath-fw6sv
    @PrabirJyotinath-fw6sv 20 วันที่ผ่านมา

    Aur vdo si vl lgil...kismne j voi khuai anekua lge ghr vngibai lgbo atiya...

  • @pallabiaxom6308
    @pallabiaxom6308 10 หลายเดือนก่อน +1

    দাদা মোৰ ঘৰটো নতুন কৈ বনাই আছোঁ আমাৰ বাৰিখন চাৰি চুকীয়া ঘৰটো উওৰমূখী কৈ বঢ়িলে আৰু মেইন গেট খন উত্তৰ পশ্চিম ত পৰিলে আনফালে দিব পৰা সুবিধা নাই পাকখৰ টো দক্ষিণ পূবত আৰু বেট ৰোম টো দক্ষিণ পশ্চিম ত পৰিলে এতিয়া কথা হল লেটিন বাহৰোম টো কত দিলে ভাল হ'ব আৰু পানী টেংকি বা দমকল কোনফালে বঢ়াব পৰা যাব আৰু পাকঘৰটো পৰা বাহিৰলৈ ওলোৱা দৰজা এখন দক্ষিণ ৰ মাজ ভাগতে দিলো কিবা বেয়া হ'ব নেকি ভালকৈ বুজাই দিব চোন দাদা আপোনাৰ পৰা উওৰ পাম বুলি আশাৰে বাট চালোঁ।

  • @rupalihazarika263
    @rupalihazarika263 4 หลายเดือนก่อน

    আমাৰ ঘৰটো দক্ষিণ মুখীয়াকৈ বনাবলৈ লৈছো, পশ্চিমত দৰ্জা এখন দিব পাৰিমনে

  • @kalpanasenguptabaruah5180
    @kalpanasenguptabaruah5180 10 หลายเดือนก่อน +2

    Xodai chau. Repeat korichai thakoo

  • @bhargavofficialinyoutube9710
    @bhargavofficialinyoutube9710 10 หลายเดือนก่อน +1

    আপোনাক ধন্যবাদ ছাৰ

  • @user-fi8lh6iz7h
    @user-fi8lh6iz7h 2 หลายเดือนก่อน

    দাদা আমাৰ উওৰ পূৱত আমাৰ লেটিনটো আছে।ইয়াৰ অপকাৰ হবনেকি? যদি হয় ইয়াৰ প্ৰতিকাৰ কি জনাবছোন

  • @anjubezbaruah9999
    @anjubezbaruah9999 10 หลายเดือนก่อน +1

    আপোনাৰ উপদেশে বহু সকাহ দিছে । ঘৰত বেমাৰে নেৰে মাথোঁ ।

  • @pranitabarma6875
    @pranitabarma6875 9 หลายเดือนก่อน +1

    দাদা আমাৰ ঘৰটো উওৰমুখী কিন্তপুৱদিশেৰে অহায়োৱা কৰা হয়৷bedroom দুটা এটা উওৰ পশ্চিম কোনাত আনটো পশ্চিমদিশত পাগঘৰটো পুৱ দক্ষিণ দিশত গেছৰচুলা পুৱদিশত কুৱাটো দক্ষিণদিশত ৷Husbandৰ ব্যৱসায় বহুত খেলিমেলি এতিয়া phone নকৰা হল বন্ধু বৰ্গই৷আৰু আমাৰ চাৰিজন মানুহৰ বেমাৰ হৈয়ে থাকে মোৰ এটা এৰি এটা বেমাৰ হৈয়ে আছে ৷কিবা উপাই আছে নিকি দাদা চাই দিবচোন

  • @pallabisaikia2687
    @pallabisaikia2687 6 หลายเดือนก่อน +1

    আমাৰ ঘৰটো পূব মুখি উওৰত গেট দিব লাগে কিবা বেয়া হবনি জনাব

  • @m.dassamesevlog3090
    @m.dassamesevlog3090 8 หลายเดือนก่อน

    Moi qutrt thaku kintu letrin bathroom utor pubot ase ki korim

  • @binapanidas6368
    @binapanidas6368 หลายเดือนก่อน

    ছাৰ ’ আমাৰ ঘৰৰ ওপৰলৈ যোৱা চিৰটো দক্ষিন পশ্চিম দিশত আছে কিবা অসুবিধা হ’ব নেকি জনাবছোন ৷

  • @user-tr7ww2uu7g
    @user-tr7ww2uu7g 26 วันที่ผ่านมา

    আমাৰ লেটিন পূবত আছে কোন দিশত বনাম জনাব ছোন

  • @anamikadevi2224
    @anamikadevi2224 10 วันที่ผ่านมา

    উত্তৰ পূৱ দিশত শোৱা ৰুম হলে ভাল নে বেয়া জনাবচোন।

  • @simikalita5344
    @simikalita5344 10 หลายเดือนก่อน

    Sir amr toilet bathroom south west t ase kiba problem hbo nki jonabo sun

  • @sumidutta7295
    @sumidutta7295 10 หลายเดือนก่อน +4

    ঘৰৰ দুৱাৰ কোন কোন দিশত থাকিব লাগে জনাব বুলি আশা কৰিলো

  • @jutikadas7871
    @jutikadas7871 10 หลายเดือนก่อน +1

    Aamar gharot tiniota manuhorei bemar hoi thakei. Tar karon ki baru

  • @user-qe9ei4kp8h
    @user-qe9ei4kp8h 2 หลายเดือนก่อน

    মৃতকৰ ফটো কোন দিশত ৰাখিম

  • @jutikadutta9993
    @jutikadutta9993 10 หลายเดือนก่อน +1

    ❤🙏🏻🙏🏻🙏🏻

  • @pallabisaikia2687
    @pallabisaikia2687 6 หลายเดือนก่อน +1

    ছাৰ আমাৰ ছামৰা ছাবোলটো উওৰ পশ্চিমত কোণত বহালো কিবা বেয়া হবনি যদি বেয়া কিবা উপায় এটা দিব

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 หลายเดือนก่อน

    অৰ্পন চাৰ আপোনাক যদি আমাৰ ঘৰলৈ অহাৰ নিমন্ত্ৰণ কৰিলেই আহিবনে 🙏🏼🙏🏼🙏🏼 Ripley দিব বুলি আশা ৰাখিলোঁ

  • @iraborah3791
    @iraborah3791 9 หลายเดือนก่อน +1

    নমস্কাৰ, পূব দিশত toilet বনাব পাৰিবনে

    • @kidsruwadshow273
      @kidsruwadshow273 6 หลายเดือนก่อน

      পৰাপক্ষত নবনাই ভাল

  • @Almanya2012dipak
    @Almanya2012dipak 4 หลายเดือนก่อน

    দাদা আমি flat থাকো।kitcken to উত্তৰ পূৱ দিশত। সদায় কিবা নহয় কিবা বেমাৰ হয় থাকে। কিবা সামাধান আছে নেকি