মানুহে পিন্ধি থকা তিনিখন মুখা কি ? 99577-52829
ฝัง
- เผยแพร่เมื่อ 10 ก.พ. 2025
- পাপ কি? পূণ্য কি ?
সত্য কি? অসত্য কি ?
ভাল কি ? বেয়া কি?
মানুহে পিন্ধি থকা তিনিখন মুখা!
ভগৱানৰ অস্তিত্ব কেনেকৈ নিৰুপন কৰিব?
দিন-ৰাতি বা আন্ধাৰ-পোহৰ আচলতে কি?
গতিয়েই জীৱন,স্থিৰেই মৃত্
আজিৰ বাৰ্তালাপত কিছু আধ্যাত্মিক কথা-বতৰা।
/ baartalaap
/ baarta_laap
/ baartalaapdotin
baartalaap.in/
#baartalaap #podcast #chakrapaniparashar #assamesepodcust #assameseinterview
বাৰ্তালাপ তোমাক অশেষ ধন্যবাদ🙏🙏ইমান গভীৰ তত্বপূৰ্ণ কথাবোৰ শুনিলে শুনি থাকিবৰ মন যায় ।
বহুত ভাল লাগিল শুনি মোৰ মনৰ মাজত লৈ তৃপ্তি অনুভৱ কৰিলে
অতি সুন্দৰ 👌 অভিনন্দন জনালো আপোনাক।সছা মনৰ অধিকাৰী আপুনি। সঁচাকৈ শিক্ষা আমাৰ গুনৰ দাপোন।❤❤❤
ধন্যবাদ বার্তালাপ .....কথাবোৰ যেন শুনিয়েই থাকিম গুনিয়েই থাকিম ....
Pratito katha iman example ra bujaisa. Bahut val lagil. . Aru adin sab para hola, please🙏🙏🙏
মানুহৰ যে তিনিখন মুখ থাকে সেই কথা মই সম্পূর্ণ বিশ্বাস কৰোঁ। আৰু অপ্ৰিয় হলেও সত্য যে শিক্ষিত আৰু নিজকে ভদ্র, বুলি দেখেই ফুৰা সকলৰ মাজত এই তিনিখন মুখা পিন্ধা বেছি দেখিবলৈ পোৱা যায়।
কিন্তু সাধাৰণ খাটি খোৱা সকলৰ মাজত প্ৰকৃত মানুহ পোৱা যায়।
@@diptidevi4055 মই ভাবো বৰ্তমান সময়ৰ অসমৰ 70 % ৰাজনৈতিক নেতাৰ ৫ খনমান মুখা আছে ।
আধ্যাত্মিক চিন্তা-চেতনাই মানুহৰ জীৱন সুন্দৰ কৰি তোলে। মোৰ চেতনাৰ পৰিধিত আধ্যাত্মিকতাৰ প্ৰৱাহ বোৱাই থকা অনন্যসুন্দৰ সত্ত্বা হৈছে পৰমপুৰুষ পৰমেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ। বাৰ্তালাপৰ কথা-বতৰাৰ বাবে ধন্যবাদ।
ইমান ভাল লাগিল আকৌ পুনৰ এদিন।।।
❤❤❤❤🎉🎉🎉🎉🎉 dhanyabad janaisu apunak.apunar bakyabure uthiaha santenhakalor upakar habo, jinumoni boruah Gogoi 🎉❤ 7:32
বহুত ভাল লাগিল ! যদি সম্ভৱ হয় আৰু দুটা মান Episode নকৰে কিয় খুব ভাল পাম ।
বহুত ভাল লাগিল। অতি সোনকালে আৰু এটা অনুষ্ঠান কৰক, আপোনাক অনুৰোধ কৰিছোঁ। 👏👏👏👏👏
বহুত ভাল লাগিল। আধ্যাত্মিক কথাবোৰ শুনি মোৰ বহুত লাগে।সচাঁই এনেবোৰ কথা মই বহুত বিশ্বাস কৰোঁ।
কথাখিনি শুনি বহুত শিকিলো , বুজিলো ......দুয়োলৈকে অশেষ ধন্যবাদ ......
বিজ্ঞাণ সন্মত ভাৰসাম্য নীতিৰে আলোচনাৰ বাবে ভাল লাগিল।
বহুত ভাল লাগিছে, আৰু এটা episode লাগে
Scientifically spiritual... thank you bartalap for this type of video... thank you Universe 🌿
অনুষ্ঠানটো ভাল লাগিল
বহুত সুন্দৰ।বৰ ভাল লাগিছে,শুনিলে শুনি থাকিবৰ মন যায় ।
Many many thanks both you 👍🙏
Bohut val lagil huni thakib mon goise
Namaskar, bahut! Upoker palu👏👏
Absoutly nicce ❤❤🙏🙏
একেবাৰে সচা কথা। মানুহে নোপোৱালৈকে আতুৰ হৈ থাকে পোৱাৰ পাছত যি নহওক লাগিলে সকলো শেষ হয়। ভালপোৱাটো ঠিক তেনেকুৱাই।
Bht bhal lagil.❤❤❤
বহুত বেছি ভাল লাগিল🙏
বহুত বহুত ধন্যবাদ দুয়োজনলৈ
Bohut val lagil aru bohut bohut dhanyabad jonalu
মনে বিচৰা বাৰ্তালাপ, বৰ ভাল লাগিল।
বহুত ধুনিয়া লাগিল ❤
Chokra Da moi apunar onuragi orindom dak apunar bartalapoloi akou abar matibo sun ,thank you univers
❤❤❤❤❤❤❤❤❤❤ love you sokra da apunar moi bigg feen apunar video moi ata o miss nokoro
বহুত বহুত ধন্যবাদ থাকিল। আপোনাৰ বাৰ্তালাপ শুনি বহু কিনি উপকৃত হলো।❤❤❤❤
বহুত ভাল লাগিল
খুউব ভাল লাগিল । মনোযোগৰে শুনিছো , তথাপি ইমান তত্বগধুৰ যে কৰবাত অলপ সংযোগ হেৰাই গৈছে ।
Bohu nojona kotha bujilu dei thank you 🙏
বহুত ভাল লাগিছে ❤❤❤ আৰু লাগে এনে ভিদিও ❤❤❤
Bhut val lagil, nojona katha janilu
Bahut val lagise
Bahut bhal lagise👃
Khubei Val
Thank u univers.thank u dada...❤❤❤
Bahut bhal lagil.
God is aslike our father...
ভাল লাগিল
বহুত বেছি ভাল লাগিল তেখেতৰ কথাবোৰ।
Bhal lagil
Bohut val lagil
Awesome...... Bohut val lagil..... Beleg dhoroner vabiboloi loisu auer kotha khini suni......
Bohut val lgale
Vl lagil kotha khine khuni sir👏eaman dhuniya ke boujuar karone 😊
ভাল লাগিলে আপোনাৰ কথখিনি শুনি
Very important and mystri.
Wonderful Discussion ❤
ভাল লাগিল 🙏
সুন্দৰ , বহুত ভাল লাগিল
ভাল লাগিল।
Mojaa❤
Bhal lagil atiakoli jugatoje kalisadhona manuh e Kore dhik dhik shankordev. Trp paba.
কথাবোৰ শুনি বহুত ভাল লাগিল
Salute Dada
ধন্যবাদ বহুত ভাল লাগিল ।
সুন্দৰ বাৰ্তালাপ
বহুত সুন্দৰ ।
ভাল লাগিল কথাখিনি শুনি । বহু নজনা কথা শিকিলোঁ।
Thanks.
Apunak Mane sir k moi kob nuwaru kiman hahos palu . apunak moi God buli vabisu.
ভাল লাগিল শুনি
Vl lagil. Bujibole try kori asu.bare bre sai asu.
বহুত নজনা কথা জানিবলৈ পায় উপকৃত হলো।
Val lagil
Bahut bahut val lagil
Bohut bal kata bujai koise man is god bohut bohut dhanyabad long live god bless sir
Thanks.from Golaghat
ধন্যবাদ
ইমান ধুনীয়া লাগিছে....
বৰ ভাল লাগিল
Najana katha xunilo.👍
আকৌ এবাৰ চাবলৈ মনগৈছে
দাদা আপোনাৰ চিন্তা ধাৰা ভাল ।
বৰ তত্ত্ব গধুৰ গুৰুগম্ভীৰ ।সহজতে বুজিবলৈকঠিন ।তেখেত কত থাকে জানিব পৰা হলে
🙏
ভাল লাগিছে
Bujibole tan lagise kothabur
Bohut bhal lagisil podcast tu . Teo r logot joriti hoi moi khub e upokrito hoisu . Forever greatful dada🙏
Jay maa kali
🙏🙏🙏🙏🙏
❤❤❤❤
আৰু এখন মুখ থাকে, সেইখন মুখৰ বাবে কমেও ১৫০০ টকা লাগে৷ প্ৰকৃত সত্য এয়াই৷ এনেওঁ কোনেওঁ কাকো সময় নিদিয়ে৷ 😊
Val lagise
🎉
বহুত ভাল লাগিল।
Manjushri mahit lora jen lagise.guess korisu.nohobo pare
Aru xuni thakib mon goisile please teur logot jodi aru ata episode kore nothoi xukhi hom
Good
Val lagil saiii..
Kot lg pam manuh jnk bhut val lagise mor janib man gose lg pai teor pra
Bohut val lagisa.murlaratu bohut samoisat pari ase ki korim ?
❤❤❤❤❤❤
Bahut val lagile video2 sai..... alop beleg dhorinor hoi video2...... 🙏🙏🙏
জীৱন মানে কি -- মানুহৰ লক্ষ্য এটাই -- নিজক প্ৰতিষ্ঠিত কৰা -:
কিন্তু প্ৰতিষ্ঠিত ,,,-- হব নোৱাৰে -- হেঙাৰ কত -- অনুভব -- অনুসূচনা -- উপলব্ধিৰ তাৰণা কিমান