ไม่สามารถเล่นวิดีโอนี้
ขออภัยในความไม่สะดวก

Where I and Bhaskar first met | Balancing personal and professional life | Barsha Rani Bishaya

แชร์
ฝัง
  • เผยแพร่เมื่อ 8 พ.ค. 2022
  • Husori : Chaopha Husori Dol

ความคิดเห็น • 1.3K

  • @drmayuribaruah5289
    @drmayuribaruah5289 2 ปีที่แล้ว +32

    খুবেই ধুনীয়া লাগিলে বা , personal and professional দুয়োটা দিশেই খুব সুন্দৰকৈ নিয়াৰ বাবে ❤️❤️❤️

  • @manjubora3802
    @manjubora3802 2 ปีที่แล้ว +43

    True pronunciations of Axomiya 🙏and selecting the accurate words of expression 👍👍 the is an ART❤️A TRUE ARTIST from the core.

  • @nice9988
    @nice9988 2 ปีที่แล้ว +3

    বর্ষা বা তোমাৰ চকুত কলা দাগ হৈছে কিয় ....... স্বাস্থ্যৰ প্রতি যত্ন লবা ..... তেজপুৰৰ মৰম যাচিলো 🥰❤️✨

  • @bantikashyap1102
    @bantikashyap1102 2 ปีที่แล้ว +20

    আপোনালোক দুয়োকে সঁচাই একেলগে বহুত মৰম লাগে। সদায় সুখী হৈ থাকক।❤️

  • @udoisarmah1471
    @udoisarmah1471 2 ปีที่แล้ว +11

    শিৱসাগৰ ভাল লাগে বুলি জানি শিৱসাগৰীয়া হিচাবে আমাৰো খুব ভাল লাগিল।তোমাৰ সহজ সৰল কথা বিলাকে আপ্লুত কৰে❤️❤️❤️

  • @abhigyanamkalita4765
    @abhigyanamkalita4765 2 ปีที่แล้ว +11

    খুব ভাল লাগে আপোনাক... এতিয়া এক ৰোমান্টিক যুটি বুলি ক'লেই
    #ভাস্কৰ -বৰষা#ৰ নামেই নাম্বাৰ 1ত আহে.. Love u both... Stay always happy and healthy 😍😍

  • @kuwalipathak3777
    @kuwalipathak3777 2 ปีที่แล้ว +3

    Aiooo dehi sasakoi tumi bor vaygoban dei barsha ba... Kothate koy manuhr dukh bur adin atori sukh ahe sosa kotha dei ... Tumr jibonot kiman bipod goise tar pisto tumi dhoyrjo dhori thakila aru atia finally tumi tumar mon buji puwa tumk nijotkoio besi vall pua bhaskar vindeuk pala....nije vagore jugore ahi Light r puhor kom huwa buli ki dhunia k light tu logai dile.... Iman care kore vindeue tumar bor val lge dekhi.... Tumalok sadai anke thaka.... 😘😘

  • @confusekarabid3875
    @confusekarabid3875 2 ปีที่แล้ว +16

    Best heroin,best wife , Best family responsibility, amazing,
    Ru ki ki gun dekhiboli pam nejanu bt I love u ma'am, bless for all family , specialy u keep smile & happy,

  • @pujamedhi2201
    @pujamedhi2201 2 ปีที่แล้ว +4

    Baa aitu vdo t apunak iman morom lagise make up kori thakunte....aru basically Bhaskar vindeo je light tu thik kori dile haitu iman natural moment...bohut moja lagile vdo tu sai...Love u Baa....you are my all time fav..❤💙💜

  • @punammaineeboruah7167
    @punammaineeboruah7167 2 ปีที่แล้ว +7

    Apuni kotha bur iman dhuniyakoi koi mur khub val lage, log puar akha ase khub 😊lots of love from sivasagar ❤️

  • @abhinabagogoi1771
    @abhinabagogoi1771 2 ปีที่แล้ว +2

    Emn hohoj horol kotha bur sbr bor morom loga bhal lga TMR lukok bht barsha baa aru vindow 💖

  • @pinkyphukon1752
    @pinkyphukon1752 2 ปีที่แล้ว +5

    বৰ ভাল লাগিলে বৰষা বা। ইমান Simple কে আপুনি সকলোকে আদৰি লৈ কামবোৰ কৰে, বৰ ভাল লাগে দেখি।

  • @rimlisaikia3804
    @rimlisaikia3804 2 ปีที่แล้ว +3

    চাই থাকিও আমনি নালাগে আপোনাক বৰষা বা । মাতটোৰ কথা নকওঁ য়ে শুনি থাকিব য়ে মন যায়।
    আৰু ভাস্কৰ দাৰ আৰু আপোনাৰ মৰম দেখি বহুত ভাল লাগে। এনেকৈ য়ে সদায় হাঁহি থাকক😘😘😘

  • @pompikonwar3471
    @pompikonwar3471 2 ปีที่แล้ว +7

    যোৰহাটৰ পৰা বহুত বহুত মৰম যাচিলো বা লগ পাবলৈ বৰ মন আছে এবাৰ ❤️❤️

  • @rkofficial1868
    @rkofficial1868 2 ปีที่แล้ว +1

    আপোনাৰ জীৱনটো সুন্দৰ হওক বৰষা বা.....প্ৰথমে মোৰ বাবে প্ৰিয় আছিল এগৰাকী প্ৰিয় অভিনেত্ৰীৰ ৰূপত। কিন্তু বৰষা বা আপোনাৰ দৈনিক জীৱনৰ মুহূৰ্তবোৰ সাধাৰণভাৱে সুন্দৰকৈ মানুহৰ মাজত প্ৰকাশ কৰে। তাৰ পৰাই আপুনি প্ৰিয় হৈ পৰিল সমাজৰ সকলো পৰিৱেশৰ লগত খাপ খাই চলিব পৰা গুণৰ অধিকাৰী । বা প্ৰতিভাশালী, দক্ষতা সম্পন্ন আৰু বহু ব্যক্তিত্বৰ অধিকাৰী এগৰাকী অভিনেত্ৰী.........আশা কৰোঁ আহিব লগা প্ৰতিটো দিনেই সু্ন্দৰ হওক বৰষা বা.....🙏😊😊💐

  • @arunkalita2562
    @arunkalita2562 2 ปีที่แล้ว +2

    বহুত ভাল লাগিছে আমাৰ যোৰহাটৰ বোৱাৰী জনীলৈ।। বৰ ধুনীয়া লাগে আপোনাৰ কঠোপ কঠন বোৰ।।
    ভালকৈ লাহে লাহে যাব সদায় যাত্ৰা সময়ত।

  • @mainaoxomi1438
    @mainaoxomi1438 2 ปีที่แล้ว +16

    এটুকুৰা উজ্জল হীৰা অসমৰ ❤️
    সেই “যৌৱনে আমনি কৰে ” ৰ দিনৰে পৰা

  • @dipsikhagoswami1252
    @dipsikhagoswami1252 2 ปีที่แล้ว +44

    আপুনি খুব ধুনীয়া.,. ঠিক যেন এটি প্ৰানৱন্ত কবিতা! আপোনালৈ মোৰ আন্তৰিক শুভেষ্যা আৰু মৰম যাচিলো।🙏❤️

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 ปีที่แล้ว +1

      Hello muru frd hba ni moiu back krim tumk

    • @bkp9774
      @bkp9774 2 ปีที่แล้ว

      Thanks 2 make up mosolas. Burhiku 18 ys gavoru bonai dibo pare

    • @user-oi5sn6eu3m
      @user-oi5sn6eu3m 5 หลายเดือนก่อน

      😊😊😊😊😊​@@bkp9774

  • @udayanofficial5390
    @udayanofficial5390 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল বা। দুয়োলৈকে বহুত মৰম আৰু শুভেচ্ছা যাচিলো।

  • @navajyotibora6120
    @navajyotibora6120 ปีที่แล้ว +1

    বাহ: ভগবানৰ মূৰ্তি ভাগ ইমান ধুনীয়া কৈ ৰাখিছে,,, চুই গল মনটো❤️❤️❤️ বাকী video 2 ভাল লাগিল,,,,

  • @yourmanzil
    @yourmanzil 2 ปีที่แล้ว +4

    Apuni bohut talented actor dei axomor ... Perseverance and Exploration

  • @bindassankitaworld
    @bindassankitaworld 2 ปีที่แล้ว +26

    প্রিয় নাৰী 🙏😍😘😘😘অভিনয় জগতৰ কথা নকওয়ে.... ভালে থাকক💕

  • @user-gb9xh1fh3h
    @user-gb9xh1fh3h 2 ปีที่แล้ว +1

    আপুনি কেৱল অভিনেত্ৰী হিচাপে মোৰ প্ৰিয় নহয় আপুনি মোৰ কিহৰ বাবেই প্ৰিয় কবলৈ ভাষা নাই বাইদেউ বাৰু যিয়ে নহক আপুনি প্ৰিয় আৰু প্ৰিয় হয়ে থাকিব ❤️🙏লগতে আগন্তুক দিনবোৰত আপুনি যেনেকৈ অভিনয় জগতত বহু অৱদান আগবঢ়াইছে লগতে সকলোৱে মন জয় কৰিছে অভিনয়ৰ যোগেদি ঠিক তেনেদৰে আপুনি আপোনাৰ TH-cam channel তোৰ যোগেদিও সকলোৱে মন জিনিব পাৰে আৰু মনোৰঞ্জন দিব পাৰে তাৰে কামনা কৰিলো আল্লাহৰ ওচৰত 🙏🙏love from Jagiroad ❤️ your big fan and brother johuruddin Ali 🙏🙏

  • @gitanjalikalitaborah9346
    @gitanjalikalitaborah9346 14 วันที่ผ่านมา

    Bohut val lagil...baa joni real akdom simple ❤moi sivasagr baa

  • @bhagabatirajbongshi6158
    @bhagabatirajbongshi6158 2 ปีที่แล้ว +3

    বৰ ভাল লাগিল, তোমাৰ আই ব্ৰুৰ কটা দাগ টোৰ কথা আগতে কৈছা । শিৱসাগৰৰ তোমাৰ বিশেষ পছন্দৰ ঠাই টুকুৰা বৰ ভাল লাগিল ।

  • @manishabaruah8543
    @manishabaruah8543 2 ปีที่แล้ว +8

    Beautiful person... inside out.. God bless

  • @mydiary7672
    @mydiary7672 2 ปีที่แล้ว +1

    bhaskar da bht suportive hoi. and apuni j iman dhunia tar aaror kotha2 kobo sun.iman dhunia skin ,face omg ❤️❤️❤️.. birat val lge apunak

  • @manishadeka6600
    @manishadeka6600 2 ปีที่แล้ว +6

    কিমান যে ভাল পাও আপোনাক!সদায় এনেদৰে থাকক আপুনি।the best strongest and evergreen lady

  • @shivanisenapoti2419
    @shivanisenapoti2419 2 ปีที่แล้ว +14

    সকলো ফালৰ পৰা এগৰাকী আদৰ্শবান মহিলা, মোৰ সদায় প্ৰিয়❤️❤️

  • @pujachangmaivlog2383
    @pujachangmaivlog2383 2 ปีที่แล้ว +11

    বহুত লাগিল 🥰 video to sai আৰু বা ভিনদেও আপোনালোকে সদায় এনেদৰে থাকিবা।🥰🥰😘😘

  • @lakhimamahanta3809
    @lakhimamahanta3809 2 ปีที่แล้ว

    এবাৰ আপোনাক লগ পাবলৈ মন যায়।
    এটা এটা মুকুতাৰ দৰে শব্দৰ উচ্চাৰণ।
    মৰম লগা সাজোন_ কাচোন।
    সুখী হৈ থাকক সুন্দৰ বৰষা বা ।❤️👍🏻🙏

  • @sagarika8268
    @sagarika8268 2 ปีที่แล้ว +1

    বৰষা বা আপোনি পিন্ধা মুগাৰ কাপোৰযোৰ মোৰ ইমান ভাল লাগে, আৰু আপোনাকো বিৰাট ধুনীয়া দেখে কাপোৰযোৰে😍

  • @dreamlight7645
    @dreamlight7645 2 ปีที่แล้ว +28

    Be happy and fulfill your life..... Both of u.... Because u have the sun to shine.... His name is Bhaskar. A standard name of a solar system which never can be realised that what it is ....even family or other persons .... Everything has in him.

  • @mousumidas5601
    @mousumidas5601 2 ปีที่แล้ว +5

    আপোনাক কি বুলি যে মন্তব্য কৰিম মোৰ ভাষা নাই... এগৰাকী আগশাৰী অভিনেত্ৰী, তথাপি বেলেগতকৈ যেন পৃথক .. সাধাৰণ এগৰাকী মহিলাৰ দৰেই সকলো দায়ত্বই পালন কৰি গৈছে.. সদায় এনেকৈয়ে থাকক.. সুখত থাকক... ❤️

    • @barshabishaya
      @barshabishaya  2 ปีที่แล้ว +1

      অশেষ ধন্যবাদ 🙏🏻💕

    • @mousumidas5601
      @mousumidas5601 2 ปีที่แล้ว

      @@barshabishaya 🙏🙏🙏

  • @junmoniboruah1767
    @junmoniboruah1767 2 ปีที่แล้ว +2

    এগৰাকী জনপ্রিয় আৰু প্ৰখ্যাত অভিনেত্রী হয়ও আপুনি এনেকৈ স্বামীৰ পৰিয়ালৰ লগত মিলি ঘৰুৱা সম্পর্ক ৰক্ষা কৰিছে, মই ভাষাহীন হৈ পৰিছো । সঁচাই আপুনি অনন্যা

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 ปีที่แล้ว

      Hello muru frd hba ni moiu back krim tumk

    • @barshabishaya
      @barshabishaya  2 ปีที่แล้ว

      🙏🏻 ধন্যবাদ । আজিকালি কিছুমানে বৰ অপপ্ৰচাৰ চলায় সেয়ে ভাৱিলো নিজৰ কথা নিজেই জনাম ৰাইজক

    • @junmoniboruah1767
      @junmoniboruah1767 2 ปีที่แล้ว

      কাৰো কথা নুশুনিব, আপুনি আপোনাৰ মতে আগবাঢ়ি যাওক... আহিবলগীয়া দিনবোৰ আৰু ভাল হওক আপোনাৰ 🥰🥰

  • @purabeedas6666
    @purabeedas6666 2 ปีที่แล้ว +2

    সঁচাই বৰষা বা আপোনাৰ ভিনদেও জন যে ইমান supportive ❤️ be happy to both of you ❤️ বহুত ভাল লাগে আপোনালোকৰ মৰম বিলাক দেখি। সদাই যেন এনেদৰে মৰম ভাল পোৱাৰ মাজেৰে আগবাঢ়ি যায়

  • @kukimahanta2815
    @kukimahanta2815 2 ปีที่แล้ว +10

    বৰষা ৰাণী বিষয়াৰ কথা শুনি বৰ ভাল লাগিল। বুৰঞ্জী জানে। কথা ৰ মাজত ইংৰাজী শব্দ নাই

    • @tunidas5328
      @tunidas5328 2 ปีที่แล้ว

      Amar style kara baa janik maram lagise dei kintu.💋💋

  • @parashcreation9492
    @parashcreation9492 2 ปีที่แล้ว +5

    সৰু পৰা টিভি পদাত দেখা বা জনী সদায় আপোন ❤বৰষা বা❤

    • @dhunurumurlife6151
      @dhunurumurlife6151 2 ปีที่แล้ว +1

      Hello muru frd hba ni moiu back krim tumk

    • @RahlDas
      @RahlDas ปีที่แล้ว

      Bakikoreasa

  • @dipankarkalita6260
    @dipankarkalita6260 2 ปีที่แล้ว +1

    মোৰ প্ৰিয় অভিনেত্ৰীগৰাকী । I m from pathsala .apuni kohinoor theatre t thkote hoday akhora sabo jwa asilu.
    "Radha aber hahi de" bohut val lagisil apunar acting

  • @bishnusaikia6741
    @bishnusaikia6741 2 ปีที่แล้ว +1

    Bhaskar da r fan hoi goisu moi
    ইমান সহজ সৰল ভাবে থাকে

  • @debg1424
    @debg1424 2 ปีที่แล้ว +5

    You deserve to be the brand ambassador of Assam tourism. Egoraki down to earth adorshabaan Assamese mohila. Asomor bahirot thaku..kintu sobhagya hole edin selfie ekhan lavale try karim :)

  • @ritahazarika6108
    @ritahazarika6108 2 ปีที่แล้ว +8

    বহুত ভাল লাগিল৷তুমি আৰু ভাস্কৰে যে ৰুমত তুমি ওলাওঁতে কথা পাতিছিলা ইমান ভাল লাগিছিল মোৰো কৰবাত ওলাওঁতে মানুহজনক কৈ থাকো ফেনখন বঢ়াই দিয়া অমুক কৰা তমুক কৰা ৷

  • @goldentanish6128
    @goldentanish6128 ปีที่แล้ว +1

    Baa Bhaskar da sage apunak pai bohut happy ase because dada r pet ulai ase..Ami ghorua vaxat kou je biar pisot lorar pet ulale mane happy couple.

  • @NikitaAnsary
    @NikitaAnsary 2 ปีที่แล้ว +2

    Bht dhuniya lagise apunak..nd nak tu fesa nhoi bht dhuniya hoi ❤❤❤Love from Zoo road

  • @mousumimousumi6114
    @mousumimousumi6114 2 ปีที่แล้ว +3

    ভাল লাগিল ৷ তুমি সদায় ভালে থাকা তাৰে কামনা কৰিলোঁ ভগৱানৰ ওচৰত৷ বহুত বহুত মৰম যাছিলো শুৱালকুছিৰ পৰা মোৰ মৰমৰ বা আৰু ভিনদেউলৈ , সদায় এনেদৰে থাকিবা দুয়ো৷

  • @sunitamishra6357
    @sunitamishra6357 2 ปีที่แล้ว +3

    ধুনীয়া লাগে সদায় আপোনাক বা।
    আপোনাৰ মানুহজনৰ সুখ বাঢ়িছে, পেট দেখি কৈছোঁ। বেয়া নাপাব। বহুত মৰম দুয়ো লৈ। সদায় এনেদৰে থাকক❤️❤️

  • @deepanjalidas33
    @deepanjalidas33 2 ปีที่แล้ว +1

    Nice video from my most favourite actress Barsha 👌 Stay blessed always with good health and happiness with your loved ones 😘❤️love you

  • @shyamnushyamnu3318
    @shyamnushyamnu3318 ปีที่แล้ว

    Apunak j aamar Bhashkar Dai eman help kre, dekhi bhut val lagise.. Aru Barsha Baa aapunk aamar Jorhat r Buari hisape pai bhut val lagil hsakoi. I love you, Barsha Baa 🌹🌹💖🌹🌹

  • @tulikamalakarbhuyan9420
    @tulikamalakarbhuyan9420 2 ปีที่แล้ว +23

    Loved the blog . Mr Bhaskar is so supportive and caring . Xeikhini xomoyote light tu proper howa nai buli lakhya korile . Lots of love to the beautiful couple❤😊

  • @chayanikaneog8578
    @chayanikaneog8578 2 ปีที่แล้ว +3

    দুৰ্দান্ত অভিনয়ৰ লগতে সকলোৰে লগত মিলিব পৰা এগৰাকী ডাঙৰ মনৰ মানুহ , সদায় কুশলে থাকক আপুনি।।

  • @niharikadas7317
    @niharikadas7317 ปีที่แล้ว

    তুমি বহুত সহজ সৰল সেই কথাষাৰে বহুত আকৰ্ষিত কৰে সকলোকে.
    We love uhh baa ❤️bohut besi

  • @ranikhound8488
    @ranikhound8488 2 ปีที่แล้ว

    Ba apunar kapur 2ijur emn dhuniya aru apunak u emn dhuniya lgise...... Aru Bhaskar da r lgt apunak emn vl lge dekhile hodai eneke hpy thakok gd bls u ba..... Lots of 💞

  • @jayashreegohain883
    @jayashreegohain883 2 ปีที่แล้ว +6

    তুমি সদায় অসমৰ এগৰাকী অসমীয়া আদৰ্শবান বোৱাৰীৰ প্ৰতিনিধিত্ব কৰিবা বুলি আশা কৰিব পাৰো ! সুন্দৰ আৰু সুখী হোৱা।

  • @manalishadas2421
    @manalishadas2421 2 ปีที่แล้ว +13

    Lots of love Barsha baa 💫❤❤❤ you're my alltime favourite baa ❤😘

  • @rajanisut113
    @rajanisut113 ปีที่แล้ว

    Wow boroxer kapurjur bhut bhut dhunya lagise.....

  • @pinkumoniborah5914
    @pinkumoniborah5914 2 ปีที่แล้ว

    খুবেই ভাল লাগিল ভ্লগ টো চাই। তাতে আকৌ শিৱসাগৰৰ গৌৰিসাগৰত মোৰ জন্মৰ ঠাই। ভাল নালাগিবই বা কিয়? বা তোমাৰ প্ৰত্যেকটো শব্দৰ উচ্চাৰণ ইমান সুন্দৰ। বহুত ভাল লাগে আৰু ইমান মৰম লগাকৈ ক'ব পাৰা । এই মৰম দিব পৰা গুণটোৰ বাবেই সকলোৰে প্ৰিয় তুমি । ভগৱানে সদায় সু-স্বাস্থ্য গৰাকী কৰি ৰাখক। বহুত বহুত মৰম দিলো তোমালোকলৈ। সুখী হোৱা তোমালোক 🥰🥰🥰🥰🥰

  • @nikumonisaikia7461
    @nikumonisaikia7461 2 ปีที่แล้ว +10

    Blessings to both of you .. Bhaskar and borosha.stay always happy

  • @aristasvlog
    @aristasvlog 2 ปีที่แล้ว +3

    Eman dhunia lage hodai tumak ❤️
    Beautiful simple and elegant

  • @bhaswatikalita9308
    @bhaswatikalita9308 2 ปีที่แล้ว

    bohut bhal lagil baa video tu sai..hodai enedore hahi thakok..apunak dui tinibar man log paisu program t bohut bhal lage apunak....❤️❤️❤️💐💐💐

  • @bikashb.j.b2349
    @bikashb.j.b2349 2 ปีที่แล้ว +6

    বহুত মৰম লাগে তোমাক ভালে ৰাখক ❤️❤️❤️

  • @JaanBhaskar
    @JaanBhaskar 2 ปีที่แล้ว +12

    Owo nice baa aponar video bohut val lage protitu video sao

  • @pranatikalita7180
    @pranatikalita7180 2 ปีที่แล้ว +3

    পুনৰ এটি সুন্দৰ ভিডিঅ'।👍 ঘৰৰ ছোৱালী এজনীয়ে শহুৰৰ ঘৰৰ পৰা খবৰ পঠিয়াই আছে যেন লাগিল 🥰। বৰষাই কৰি দেখুৱালে মেক আপ কৰাটো তেনেই সহজ যেনেই লাগে । বঢ়িয়া লাগিল দেই। শুভ কামনা জনালোঁ 😘😘

  • @tapashimahanta6621
    @tapashimahanta6621 2 ปีที่แล้ว

    Beautiful vlog.. khoob bhal lagile ..video tu Sai aru logote tumaluk duyur logpua smriti buru bor hundor .both of u are made for each other..bhogobane hodai e enekei rakhok dei duyuke.Tumi khoob bhal huby ejon paisa dei..tumi mur khoob priyo dei💕💕💕borosha.

  • @silpisikhasaikia901
    @silpisikhasaikia901 2 ปีที่แล้ว

    Bohut dhuniya lagil video tu Sai...ba apunar kotha bur emn huola hunile mon pran Bhori Jai..apuni emn xohoj xorol emn simple ke kotha bur koi bohut vL lge.. apuni xosai ak perona🥰🥰🥰♥️

  • @bhagobatibarman3491
    @bhagobatibarman3491 2 ปีที่แล้ว +7

    Love u baa. All time favorite 🥰😍❤️

  • @diksha8756
    @diksha8756 2 ปีที่แล้ว +7

    Alws eagerly waiting for ur vlog ba.....nice vlog❤

  • @manusasdiary311
    @manusasdiary311 2 ปีที่แล้ว +1

    ইমান সুন্দৰ উপস্থাপন বা uff তোমাৰ কথাবোৰ শুনি প্ৰেমত পৰি যাও দেখোন ❤️❤️🥰😘😘😘 সদায় কুশলে থাকা তোমালোক 🥰

  • @bhanitabarman3699
    @bhanitabarman3699 2 ปีที่แล้ว

    nice ba xasake bhut vl lge apunk apuni xakalu emn dhuniyakai mentain kri rakhe...relly lv you ba...

  • @bidyutboruahmelodies
    @bidyutboruahmelodies 2 ปีที่แล้ว +4

    Lots of love to you Barasha Ba From Team Chaopha Husori 😊

  • @sneharoy1714
    @sneharoy1714 2 ปีที่แล้ว +10

    Bhaskar da is so helpful 😊 and so down to earth

  • @pubalisvlog8912
    @pubalisvlog8912 2 ปีที่แล้ว

    Bohut val lagil..... video bilak sai thaku ..emn dhuniake koi ktha bilak..

  • @aradhyavlogs1276
    @aradhyavlogs1276 2 ปีที่แล้ว

    Apunalukor ktha borota bur khuni emn vl lagise. Emn morom seneh, bor vl lgse ❤️❤️❤️❤️

  • @ankitalahan9600
    @ankitalahan9600 2 ปีที่แล้ว +32

    Apunak bohu bosoror porai through mitu (Mitali) ...log paisilu mainly Bihu t and durga puja t.... You are so humble... May you always be like this...

    • @allrounder8766
      @allrounder8766 2 ปีที่แล้ว +1

      Mjh baa

    • @barshabishaya
      @barshabishaya  2 ปีที่แล้ว +8

      Tumi bhale aasa nissoy Ankita. Eibar pujat ahiba log paam

    • @rrb8645
      @rrb8645 2 ปีที่แล้ว

      Bhal lagil sai

    • @terondibakar1092
      @terondibakar1092 2 ปีที่แล้ว

      @@barshabishaya Nikita Teronpi TH-cam Pink music video Pepsi family members happy birthday Nikita 🎂🎂🎉🌧️🍟🍔🍨🍧🌯🌮🍗🐕♥️⛅🍿🍹

  • @jahnabibora9141
    @jahnabibora9141 2 ปีที่แล้ว +20

    Bhindew is so supportive..Lucky you..Stay like this forever..More luck and happiness to both of u

  • @deekshitabora3049
    @deekshitabora3049 2 ปีที่แล้ว

    Apuni kthabur emn dhuniakoi koi j ekdm huni thkbole mon jai.. ru apunaluk duiujonoke ekelge dekhile bht besi bhl lge.. apuni jn eta hahokh..bht positive feel hoi apunak dekhile. Luv u baa❤️😘rise n shine

  • @bhanitakakati7950
    @bhanitakakati7950 2 ปีที่แล้ว

    Mor priyo baa joni luv u baa ..video to sai bahut val lagise baa ...vagabane tumak khadai vale rakhok

  • @susumnabrahma8915
    @susumnabrahma8915 2 ปีที่แล้ว +10

    My favourite couple.

  • @dbathari1427
    @dbathari1427 2 ปีที่แล้ว +12

    Designer Dharitree Gogoi was my hostel room mate and she's my favourite baa .... When you took her name I feel so proud of her 💕

  • @bandanakalita2617
    @bandanakalita2617 2 ปีที่แล้ว

    Ba aapunar voice2 iman dhuniya bor val lage aapunak💗💗💗 ketiyaba log powar aaxhare💖💖💖

  • @munmiscreationmunmi23
    @munmiscreationmunmi23 ปีที่แล้ว

    Borsha ba apuni bohut lucky hoi Bhaskor da nicina ajon jibon hongi paise.Hukhi thakok hodai 🤗❣️

  • @trinayanchetia9036
    @trinayanchetia9036 2 ปีที่แล้ว +5

    বা, জয়সাগৰ পুখুৰী এছিয়াৰ ভিতৰত মানুহে খন্দা ডাঙৰ পুখুৰী।🙏🏽

  • @bibudhjyotisaikia4373
    @bibudhjyotisaikia4373 2 ปีที่แล้ว +6

    বা অকল যোৰহাটত এই ৰৈ নিদিব, শিৱসাগৰৰ ফালেও এবাৰ আহিব..... নিমন্ত্ৰণ থাকিল দেই 🎉 আধা চাই থাকোতেই কমেন্টতো কৰিলোঁ, এতিয়া দেখিছোঁ শিৱসাগৰলৈ যোৱাৰ কথা কৈছেই 😂🎉🎉🎉🎉🎉

  • @hiranjyotidas3115
    @hiranjyotidas3115 2 ปีที่แล้ว

    Apuni j sohuror ghrt tym dise tar babe dhoinyabbad..... Axomiya buwari after all❤️❤️❤️

  • @trishaborah3885
    @trishaborah3885 ปีที่แล้ว

    Barsha ba apunk khub vl lage mur...ebar mn log pabo khub mn ase ❤️❤️❤️❤️

  • @fashionfoodzone7061
    @fashionfoodzone7061 2 ปีที่แล้ว +16

    you have a perfect balance of traditional n modern values ... all the very best for your future ❤

  • @gautamchoudhury9666
    @gautamchoudhury9666 2 ปีที่แล้ว +13

    Your presentation is mind blowing..

  • @joyshreeadhikari3464
    @joyshreeadhikari3464 2 ปีที่แล้ว

    Barakha Baa aji tumak log puwa xopun dekhisu...mur bor val lagil xopuntu sai...☺

  • @nabanitadutta1062
    @nabanitadutta1062 2 ปีที่แล้ว

    Bohut dhunia Barsha baa😘😘& congratulations dear sis minakhi kalita

  • @mrigankhihandique6372
    @mrigankhihandique6372 2 ปีที่แล้ว +40

    Eman hundor apunar Baartalap ❤️❤️

  • @gayatrygogoi8719
    @gayatrygogoi8719 2 ปีที่แล้ว +6

    বা তোমাৰ মাতটো সঁচাই বৰ ভাল লাগে শুনিলে শুনি থাকিব মন যায় আৰু তোমালোক দুয়োকে একেলগত বৰ ধুনীয়া লাগে ❤️❤️ সদায় ৰৈ থাকো তোমাৰ vlog বিলাক চাবৰ বাবে ...... শেষত Sending Love Love 🌸💜 😉

  • @user-fc9en5mu9o
    @user-fc9en5mu9o หลายเดือนก่อน

    সকলো ফালৰ পৰা আপুনি এগৰাকী আদৰ্শবান মহিলা
    ❤❤

  • @junalinath6934
    @junalinath6934 2 ปีที่แล้ว

    Bina mekupt to apunak vl lage ,very beautiful baaa, bhaskar daa bhut luky hoi apunak pai,,, God bless you baaaaa

  • @amarjitsingha5514
    @amarjitsingha5514 2 ปีที่แล้ว +3

    My favourite couple ❤️😘

  • @namitahazarika8204
    @namitahazarika8204 2 ปีที่แล้ว +11

    So sweet couple... Lost of love❤always stay happy and healthy... 😘

  • @simakalita7634
    @simakalita7634 2 ปีที่แล้ว

    Emn morom loga Borokha baa Joni 😍 kothabur Emn moromloga .mur hokolutkoi priyo ovinetri.

  • @munmideka1379
    @munmideka1379 ปีที่แล้ว

    Bahut bahut vl lagil ba. Aponalok sadai sukht thake jen

  • @nitumoran1511
    @nitumoran1511 2 ปีที่แล้ว +27

    Always stay happy and healthy ❤️ both of you 🌻😍 love from Digboi 🤗

  • @aarhi3696
    @aarhi3696 2 ปีที่แล้ว +16

    I never miss your vlogs....God bless you baa n yr family

  • @sikhagogoi9584
    @sikhagogoi9584 2 ปีที่แล้ว +1

    Khub vl lagil vlog to baaaaa bhtttt bhtt mrm ❤️ tmk lgtya vindeuk.....🥰💖, lots of love from sivasagar 💫

  • @shyamoleelukhurakhon2796
    @shyamoleelukhurakhon2796 2 ปีที่แล้ว

    Love u ba. Vindeo bhut supporting aru careing. Hukhi hoi thakok