#kal_Bikal_Duti_Pakhi
ฝัง
- เผยแพร่เมื่อ 17 พ.ค. 2021
- ধেমাজি ইটো সিটো TH-cam channel তৰফৰ পৰা প্ৰনৱ দিহিঙ্গীয়া ককাইদেউ লগতে তেখেতৰ সংগীবৃন্দ সকলক সেৱা জনাইছোঁ। লগতে অসমীয়া সমাজলৈ এক নতুন নতুন দিহানাম/দেহবিচাৰ,বিহুনাম আগবঢ়াব পৰা কৈ সৰশ্বতী মাতৃয়ে তেওঁ কণ্ঠত প্ৰদান কৰে। ইয়াৰে আমাৰ ভগৱানৰ ওচৰত 😑😔সৰল প্ৰাৰ্থনা 🙏🙏🙏।
• Rayngali kajali chital...
/ dxzx 😑 z xxxxz0Je8xakDw😔😔😑😔😔 *7z - บันเทิง
কৃষ্ণ ভগৱান 🙏🙏🙏🙏
Moja Pranab dai
Ki mon bhari jua....geet aru bahi.,.,badon
So,,n
Nais
কৃষ্ণ প্ৰভুৰ লীলা ❤️❤️🙏
🙏🙏🙏
🙏🙏🙏🌿👐
Nice 🌷💗
Nice
Kresno prvu
মজা লাগিছে দাদা
কৃষ্ণ কৃষ্ণ ধেমাজি ৰ,বাপ,সকল, ভাল লাগিল ধন্যবাদ
ধন্যবাদ
দূৰৈৰ পৰাই সেৱাৰে চৰণত সেৱা ধৰিছো , কৃষ্ণ 🙏
কৃষ্ণ প্ৰভু... মোৰ সৰ্বকালৰ প্ৰিয়তম দিহানামৰ শিল্পীবৃন্দলৈ সেৱা জনাইছোঁ...
ধন্যবাদ
Probal Saikia 🙏🙏🙏🙏🙏🙏🙏🙏🙏
Hare Krishna hare raam
ধন্যবাদ
বহুত ভাল লাগিছে
লখিমপুৰ ধেমাজী বুলিলে নিজৰ যেন লাগে। মাৰ ঘৰ যিহেতু তাত । আপোনালোক মোৰ ককাইদেউ মামাৰ তুল্য । আপোনালোকৰ কুশল কামনা কৰিলোঁ।
Radhe radhe
ধন্যবাদ
কৃষ্ণ , উজনী অসমৰ গৌৰৱ
ধন্যবাদ
💯👍👍👍👍👍
Dil sui gol
ধন্যবাদ
bor bhal lagise...Krishna !!
Val lagil
ধন্যবাদ
ৰামকৃষ প্ৰিয়তম দিহানাম শিল্পী বৃন্দলৈ আন্তৰিক সেৱা জনাইছোঁ।
হেমন্তদাৰ নেগেৰা বাদন শুনিলে মন প্ৰাণ ভৰি যায় ৷ এবাৰ পোনপটীয়াকৈ চাবৰ বৰ ইচ্ছা আছে ৷
ধন্যবাদ
সুন্দৰ উপস্থাপন কৃষ্ণ
ধন্যবাদ
অতি সুন্দৰ নাম । তাতােকৈ সুন্দৰ নেগেৰা বাদক জন ।
ধন্যবাদ
আপোনাৰ চেনেলটোৰ পৰা বহুত উপকৃত হইছো । বৰ্তমান মই নেগেৰা বজোৱা শিকি আছো ।
Outstanding, mind bogling , superb performance....
ধন্যবাদ
English is not our mother tongue. But when we learn a nex language pls, try to learn the right one. (bogling---blowing)
👍
English is not our mother tongue. But when we learn a nex language pls, try to learn the right one. (bogling---blowing)
👍
ধেমাজি হৰিনাম মোৰ সদায় পি্য়
ধন্যবাদ
Bahi mat to hunile bhut monto bhal lage
1k like complete
ধন্যবাদ
Bohot khunder bhakti geet
ধন্যবাদ
প্ৰণাম জনাইছোঁ আপোনালোকক । আগুৱাই যাওঁক।
Iman dhuniya eta team . 👌👌👌👌
ধন্যবাদ
Bahi 🔥🔥🔥🤘🤘🤘🤘🤘 I m a big fan of you brother 👍👍👍
Dhyniyabad
অতি সুন্দৰ লাগিল। Video কৰোঁতে সকলোকে সামৰি ললে ভাল আছিল।
মন্তব্য দিয়া বাবে ধন্যবাদ
Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna Krishna
ধন্যবাদ
কবলৈ ভাষা নাই অঁ ইমান ধুনীয়া ভক্তি গীত 🙏🙏🙏🙏👌👌👌👌👌👌
জীৱনত এবাৰ এই দলতিক ছাই যোৱাৰ সেপাহ এটা আছে
ধেমাজি আহিব লাগিব
Migik parti moja lagil
নেগেৰা বাদক জন মোৰ বহুত ভাল লাগে ৷তেওঁ ওচৰত শিকিবলৈ মন আছে মোৰ ৷
ধন্যবাদ
So much fine voice & tune. Music echo is very fine. May you and the party be live long.
Apunahobor mn joi koriboloi ai homoi baidot dibo lagiboi ,,, mur mote sab thik ase ,, aru agbahi jauk gurujonar usart perthona jonaisu
হেমন্ত গগৈৰ লগত যোগাযোগ কৰিব পৰা যাব নেকি ?
Krishna Krishna 🙏🙏🙏
ধন্যবাদ
Bohut bohut dhuniya hoise aru kobo nuyara dei
ধন্যবাদ
Sule nujukarele nagara bajaba nuware nake fakatiya fakatiya lagise hamanta
মই জীয়াইয থকা দিনতে আপোনালোকক মোৰ ঘৰলৈ আপোনালোকৰ পদৰ ধুলা অকনমান হলেও যেন পৰাব পাৰো তাকে ভৰ্গৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।সচাঁকৈ আপোনালোকক শত শত প্ৰনাম জনাইছো।দাদা আপোনালোকক যোগাযোগ কৰিব পৰা নম্বৰ এটা দিব বুলি আশাৰে বাট চাইয় ৰলো।কৃষ্ণ কৃষ্ণ।
ধন্যবাদ
ভাল ভাবিছে।
Most reeee🙏🙏🙏🙏
ধন্যবাদ
Hundor ❤️
ধন্যবাদ
Aru lage anekuwa videos
ধন্যবাদ
Montu thanda hoi gol
ধন্যবাদ
Guteikeijon ekebare jui aaw
ধন্যবাদ
মই কেতিয়াও মোৰ জীৱনত এনেকুৱা সকলো দিশতে নিপুনতা ভক্ত সংগো ৰ অমৃত ৰস পান কৰিব পোৱা নাই আজি মোৰ জীবন সাৰ্থক অনুভব কৰিছোঁ।🙏🏻🙏🏻🙏🏻
ঈশ্বৰে তোমাক মঙ্গল কৰক🤚🤚🤚
নেৰিবা বান্ধৈই, 🙏🙏
ধন্যবাদ
Nam hundar tatutkoi hundor nagara badok jon
❤️
🙏💗
ধন্যবাদ
How to connect this party ...
Abar matibo mon ase.ph no address pls
ধন্যবাদ
Bahi
ধন্যবাদ
Outstanding performance.
ধন্যবাদ
দাদা আপোনালোকৰ ফোন নম্বৰটো দিব,
✔️❤️
ধন্যবাদ
Teolukor contact number paam neki??? Ati program r babe book korilu hoi.
ধন্যবাদ
Pabo
first viewers
ধন্যবাদ
Krishna bap hokol aunalukor phone number two dibo
Nagarai kopai tulisa
Dislike kora keijonoku 🙏, Direct kathat জাতিদ্রোহী
ধন্যবাদ
Hamonto da nam Barton pamne
ধন্যবাদ
Hi you are l
ধন্যবাদ
Studio nhoi n valke nuhunibo kisuman hobdo
ধন্যবাদ
যোগাযোগৰ ঠিকনা দিব
নেগেৰাই গিলিছে । প্ৰাৰম্ভিক বাদ্যত অধিক সময় লৈছে । আধ্যাত্মিকতা অলপ হেৰাই যোৱাৰ দৰে লাগিছে । শেষৰফালে গায়কৰ শব্দ উচ্চাৰণ অস্পষ্ট হৈছে । এইয়া আমাৰ অভাজনৰ ব্যক্তিগত ধাৰনা । কিবা দোষ হ'লে ক্ষমিব ।
ধন্যবাদ ককাইদেউ মন্তব্য দিয়া বাবে।আচলতে ম'বাইলত ভিডিঅ কৰা বাবে soundটো ভাল হোৱা নাই বুজিছো।কেমেৰাত ভিডিঅ কৰা হেতেন ভাল হল হয়🙏🙏🙏
Toi bojai dhakha kla axomia honkhiti loi homalusona nokoribi
Toi bojai sa paro jodiiii
1 person bojabo nuaribi niii lukok kou ja haaa
Toi muslim nii ha ami jiman bya holau nijor axomia honkhiti loi homalusona nokoru
negera bojuwatu olp besi hoise.ki gaise bujibo pora ny.
ধন্যবাদ
Toi komkoi bojai debi aha
Toi eman jodi jano
Suli khini aru lorabo nuari neki baru negera bojua jone aru lorauk suli
Hamanta da apunar Phone number to Pam nake
🙏🙏🙏
ধন্যবাদ