Bhagawat Path | ভাগৱত পাঠ প্ৰথম স্কন্ধ | মঙ্গলাচৰণ পদ | পাঠক: বিষ্ণু প্ৰসাদ বৰদলৈ

แชร์
ฝัง
  • เผยแพร่เมื่อ 2 ต.ค. 2024
  • A NEW "Bhagawat Path" XOPUN MUSIC PRODUCTION. HOPE YOU ALL ENJOY
    🌸AUDIO CREDIT:
    ভাগৱত পাঠ (প্ৰথম স্কন্ধ)
    মঙ্গলাচৰণ পদ
    পাঠক: বিষ্ণু প্ৰসাদ বৰদলৈ
    @যোগাযোগ নম্বৰ : 60038 58141
    Music Arranged: Manash Protim Borah.
    Flute: Bitupan Borah
    Studio: Borah Sound Studio.(Narayanpur)
    Contact: 7896676225, 7635979496
    Videography/Editing: Partha Protim Borah
    Gfx poster: Partha Pratim Borah
    Special Thanks: Ankuman Bordoloi
    Raijb hazarika
    Gitartha Bhuyan
    🌸 #Xopun_Music Production
    Don't forget to LIKE, COMMENTS, SHARE & SUBSCRIBE......
    বিনা অনুমতিত এই ভাগৱত ভাগ (ভিডিঅ') যিকোনো প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰাৰ অনুমতি প্ৰদান কৰা হোৱা নাই । কেৱল এই Video টোৰ TH-cam ৰ লিংকটোহে প্ৰচাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ল।
    যোগাযোগৰ ফোন নম্বৰ :- 7635979496, 7896676225
    🌸Follow me on....
    *My channel - / @xopunmusic6118
    *Facebook - / xopun.channel -
    *Our Production Song link:
    🌺@ভাগৱত_পাঠ:🌺
    ১. পাঠক: পদ্ম বৰা - link👉 • Bhagawat path | ভাগৱত ...
    ২. পাঠক: পোৰন্দৰ হাজৰিকা - • Bhagawat path ll Puron...
    ৩. পাঠক: শৰৎ বৰদলৈ আৰু ৰাজীৱ কাকতি - • Bhagawat path
    🌺নামঘোষা পাঠ🌺
    ১. ধৰ্মেশ্বৰ কাকতি বাপজনা
    Part 01: • Naam Ghosa Path || Par...
    Part 02: • Naam Ghosa Path || Par...
    🌺বৰগীত 🌺
    কানাইৰ কমল মূখ - কণ্ঠ: মৃদুস্মীতা হাজৰিকা
    link: 👉 • Kanair Kamal Mukh || ক...
    • Corona Voll: 02 ll New...
    • Kune Jane Tumar Hopun ...
    • Ae Mere Watan Ke Logon...
    • Eya Nirmala Nodir Ghat...
    ✍️কেতিয়াবা আমি এইবোৰো ভাইৰেল কৰিব লাগে,ইমান সৰু লৰাটো কিমান সু-পষ্টকৈ ভাগৱত পাঠ কৰিছে,এবাৰ শুনি চাব আপোনাৰো মন প্ৰাণ সতেজ কৰি তুলিব। যদি আপোনাৰ ভাল লাগিছে নিশ্চয় শ্বেয়াৰ কৰিব,ভাগৱত পাঠ কৰাৰ সাহস সকলোৰে নহয়,কনমানিটোৰ প্ৰতিভা,সাহস ভক্তি সকলো খিনিয়ে মন কৰিব লগীয়া,কন্ঠও বাকৰুদ্ধ..তুমি আগুৱাই যোৱা🙏❤️
    #Xopun_music
    #Bhagawat_path
    #ভাগৱত_পাঠ
    #bhagawatpath
    #assamese_bhagawat
    #বিষ্ণু_প্ৰসাদ_বৰদলৈ
    #bisnuprasadbordoloi
    #bhagawtpath
    #teleant
    #song
    #assamculture
    #bhagawat
    #dihanaam
    #zubeengargbhagawat
    #নামঘোষা_পাঠ
    #কীৰ্তন_ঘোষা_পাঠ
    আশা কৰিছোঁ আপুনি নিশ্চয় এই ভাগৱতভাগ উপভোগ কৰি যদি ভাল লাগিল তেনে বন্ধু বৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত কওঁক । আৰু যদি আপুনি এই চেনেলটোত নতুন তেনেহলে চেনেলটো Subscribed কৰি কাষৰ ঘন্টাটিত ক্লিক কৰিবলৈ নাপাহৰিব । আমাৰ লক্ষ্য পুৰণি কৃষ্টি সংস্কৃতি পুনৰ নৱপ্ৰজন্মৰ মাজলৈ আগবঢ়াই নিয়া । তাৰ বাবে আপোনালোকৰ সহায় ৰ প্ৰয়োজন । আপোনালোকৰ যিকোনো ধৰণৰ দিহা পৰামৰ্শ কমেণ্টত বক্সত জনাব । ধন্যবাদ
    Thanks for watching video....

ความคิดเห็น • 1.6K

  • @xopunmusic6118
    @xopunmusic6118  3 ปีที่แล้ว +302

    🙏🏻🙏🏻 নমস্কাৰ, Xopun Music Production ৰ প্ৰথম আৰু ব্যক্তিক্ৰমিক প্ৰয়াস,কনমানি বিষ্ণু প্ৰসাদ বৰদলৈৰ কণ্ঠত *ভাগৱতৰ প্ৰথম স্কন্ধ* টি আগবঢ়াই দিলো,অনিচ্ছাকৃত ভুল-ক্ৰুটিবোৰ আঙুলিয়াই দি আমাক আৰু কণমানি তোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।যদি আপোনাৰ ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
    ** বিষ্ণু প্ৰসাদ বৰদলৈৰ লগত পোনপটীয়া ভাৱে যোগাযোগ কৰিব পাৰিব:
    যোগাযোগ : 60038 58141,
    সকলোৱে উৎসাহ উদ্দীপনা দিলে তেওঁ বহুত সাহস পাব, তেওঁৰ কণ্ঠ যাতে এদিন অসমবাসীয়ে শুনিবলৈ পায়।

    • @niromonidutta3466
      @niromonidutta3466 3 ปีที่แล้ว +12

      বৰ সুন্দৰ হৈছে তেওঁৰ পঠনশৈলী প্ৰভু ভগৱন্তই কৃপা কৰক।

    • @bishnusaikia8665
      @bishnusaikia8665 3 ปีที่แล้ว +5

      0 m0fo bv8

    • @hamendas7037
      @hamendas7037 3 ปีที่แล้ว +5

      LMdischarge

    • @radhanathchetia485
      @radhanathchetia485 3 ปีที่แล้ว +11

      Radhanath Chetia,
      নাতি সদৃশ কণমানি বিষ্ণু পোণাৰ সামগ্ৰিক পাঠ পৰিবেশনে আমাৰ (মোৰ ) মন, প্ৰাণ, হৃদয় সমস্তকে অভিভূত কৰিছে ।তেৰাৰ কোকিল কণ্ঠত যাদু আছে ।ইমান কম বয়সতে ভাগৱতৰ সংস্কৃত শ্লোক ভাগ বিশুদ্ধ ৰূপত গায়ন কৰাৰ পাৰদৰ্শীতাৰ বাবে তেৰালৈ আমাৰ ফালৰ পৰা শতকোটি প্রণাম আৰু হিয়াভৰা অভিনন্দন থাকিল ।অনুৰোধ ৰখাৰ বাবে এটি আর্শীবাদমূলক পৰামৰ্শ এয়ে যে, ভগৱতে ,ৱাসুদেৱায়, শ্রৱণ আদি শব্দত থকা 'ৱ 'ধ্বনিৰ উচ্ছাৰণ 'ৱ'ৰ পৰিবর্তে 'ব' হৈছে ।উদ্যোক্তা সকলে এই দিশত দৃষ্টি ৰাখিব বুলি আশা ৰাখিছো ।সদৌশেষত বিষ্ণু পোণালৈ -Keep it up & go ahead. Blessings are with you. May the God keep you in good health. Thanks for your superb performance.

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +5

      @@radhanathchetia485 কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ

  • @lifethejourney4554
    @lifethejourney4554 2 ปีที่แล้ว +11

    বৰ সুন্দৰ কণ্ঠ,, মন প্ৰাণ সাত পৰি গল, তোমাৰ কণ্ঠই আকাশ স্পৰ্শ কৰক তাৰেই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।

  • @bhaikonsimaluguri5943
    @bhaikonsimaluguri5943 ปีที่แล้ว +1

    Hosakoi mon vori gol.eman hundor

  • @hiranyadutta1606
    @hiranyadutta1606 2 ปีที่แล้ว +9

    ভগৱন্তৰ কৃপাত এই হৃদয় চুই যোৱাকৈ সুন্দৰ ভাগৱত পাঠৰ কন্ঠ গত কৰি জীৱন ধন্য কৰিলো। কৃষ্ণ ৰ কৃপা সদায় মিলক। 🙏🙏🙏🙏

  • @babitakalita1759
    @babitakalita1759 2 ปีที่แล้ว +1

    Bor dhunia pohisa bhagobot path.. Tumi aru aguwai jua..

  • @joychandrasaikia3034
    @joychandrasaikia3034 3 ปีที่แล้ว +42

    তুমি ইমানেই ভাগৱতৰ সুৰ কন্ঠৰ ভাল ‌লাগিল 👃🙏 কৃষ্ণৰ ‌তুমি আৰু আগোই ‌ যোবা কৃষ্ণ

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। তেওঁক আগুৱাই নিয়াতো আমাৰ কৰ্তব্য, সকলোৰে সহায় সহযোগ কামনা কৰিলো। সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ

    • @bimalmalakar9877
      @bimalmalakar9877 ปีที่แล้ว +1

      Baap very nice voice of you. God bless you

    • @xopunmusic6118
      @xopunmusic6118  ปีที่แล้ว

      Thnq

  • @PabitaRabha-ux7hs
    @PabitaRabha-ux7hs 5 หลายเดือนก่อน +1

    Krishna krishna khubei bhal lagise 🎉🎉 isare tomak Mangal karak

  • @hemantahazarika9715
    @hemantahazarika9715 2 ปีที่แล้ว +49

    কেৱল মাত্ৰ শুনিছো, উপলব্ধি কৰিছো, ইমান সুন্দৰ সংস্কৃতি দি গল আমাৰ গুৰুজনাই, অমিয়া , অতুলনীয় , চকুপানী ওলাই গৈছে, হৃদয়ৰ এটা কোণত জোকাৰি পেলাইছে, গাৰ নোম শিয়ৰি উঠিছে, 🙏🙏🙏🙏🙏🙏

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। এনেদৰে আদৰি ল'লে বহুতেই ভাল লাগে। সকলোৱে শুনিব পৰাকৈ আগবঢ়ায় দিব।

  • @rajibchamua8490
    @rajibchamua8490 3 หลายเดือนก่อน +1

    বহুত সুন্দৰ পাঠ পঢ়িছা🙏🙏🙏

  • @tarunchandranath4081
    @tarunchandranath4081 3 ปีที่แล้ว +28

    ঈশ্বৰৰ কৃপাৰে আৰু আগবাঢ়ি যাওক।কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +2

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। তেওঁক আগুৱাই নিয়াতো আমাৰ কৰ্তব্য, সকলোৰে সহায় সহযোগ কামনা কৰিলো। সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ

  • @anantabaruah5538
    @anantabaruah5538 2 ปีที่แล้ว +1

    Krishna provu🙏🙏🙏. Ki km vakha nai sundor. Tumar soront xeuwa jonaisu🙏.

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ

  • @hiranyavlogassam9599
    @hiranyavlogassam9599 3 ปีที่แล้ว +31

    ভগৱানে তোমাক মঙ্গল কৰক 🙏🙏❤️ তোমাৰ কণ্ঠই সকলোকে মন প্ৰাণ উৰুৱাই লৈ গৈছে । শুনি এই থাকিব মন গৈছে । আগোৱাই যোৱা।

    • @tapannath4073
      @tapannath4073 ปีที่แล้ว

      সুন্দৰ কণ্ঠ

  • @nababarman2429
    @nababarman2429 6 หลายเดือนก่อน +1

    Khub val lagil. Krishno 🙏

  • @sanatancreations7637
    @sanatancreations7637 2 ปีที่แล้ว +5

    Oh my God, outstanding performance 🎶🎶🎶🎶🎶🙏🎙️🎙️🎙️🎙️🎙️🎙️🎙️🎙️🎙️

  • @dipakborah3098
    @dipakborah3098 7 หลายเดือนก่อน +1

    বৰ সুন্দৰ লাগিছে বাপ, কৃষ্ণ কৃষ্ণ কৃষ্ণ, সুন্দৰ,আৰু ভাল দৰে গাই যোৱা আমি আশা কৰিলো, ধন্য বাদ

    • @xopunmusic6118
      @xopunmusic6118  7 หลายเดือนก่อน

      ধন্যবাদ

  • @junmonikonwar3390
    @junmonikonwar3390 3 ปีที่แล้ว +9

    কৃষ্ণ💙
    ওঁম নমো ভগৱতে বাসুদেৱায়

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ কৃষ্ণ 🙏🙏

  • @babugogoi2900
    @babugogoi2900 2 ปีที่แล้ว +2

    Bohut bohut hundor hoise vite

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว

      ধন্যবাদ থাকিল

  • @assamesevlogerpoli9
    @assamesevlogerpoli9 3 ปีที่แล้ว +25

    ভাইটি ভগৱানে তোমাক আৰু আগুৱাই নিয়ক৷আমাৰ গাৱঁৰ ভাগৱত পাঠত তোমাৰ অংশগ্ৰহনে সকলোকেআপ্লুত কৰিলে কৃষ্ণ৷

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +1

      ধন্যবাদ থাকিল আপোনালৈ কৃষ্ণ 🙏🙏

    • @jakerinahikeupam7623
      @jakerinahikeupam7623 3 ปีที่แล้ว +3

      Kon jegat teo ghor

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +1

      @@jakerinahikeupam7623 লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বৰপথাৰত। 60038 58141

  • @manuranjanchetia6867
    @manuranjanchetia6867 ปีที่แล้ว

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @likhandas3390
    @likhandas3390 3 ปีที่แล้ว +8

    অতি মধুময় কণ্ঠ। ভাইতি আগুৱাই যোৱা। আগলৈয়ো এনেদৰে আগবঢ়াব।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ

  • @parthasaikia7047
    @parthasaikia7047 หลายเดือนก่อน +1

    Jai Shree Krishna ❤❤❤❤

  • @pabitradas2993
    @pabitradas2993 2 ปีที่แล้ว +6

    ৰাতিপুৱা গধূলি এবাৰ নুশুনিলে ভাল নালাগে হৃদয় সাত পৰি জায় আগুৱাই যোৱা

  • @binakoch3237
    @binakoch3237 ปีที่แล้ว +1

    2me aru aguai jua bohut val lagise

  • @hemkantadhandia2578
    @hemkantadhandia2578 ปีที่แล้ว +4

    কৃষ্ণ সুন্দৰ কন্ঠ ইশ্বৰ ৰ অবদান । তুমি সূৰ্য্য ৰ দৰে সদায়ে পোহৰাই থাকিবা ।

  • @bipulbora9691
    @bipulbora9691 ปีที่แล้ว +1

    Bohu hundor hoise
    Moiyo anekoi gabo bisaru aha koru parim sage ketiyaba

  • @lsd4889
    @lsd4889 2 ปีที่แล้ว +3

    Imn dhunia lagise bujab pora ni.... Bht bht vl lagise❣️❣️...aru lage enekuwa

  • @JintuMedhi-vb3hj
    @JintuMedhi-vb3hj 4 หลายเดือนก่อน +1

    Hoy teoaei mahaan jagatar ishwar Jai Shri Krishna

  • @rubulborah5625
    @rubulborah5625 3 ปีที่แล้ว +39

    আজিও শুনি আছোঁ সচাই ভাইটি তোমাৰ কণ্ঠত যাদু আছে 🙏🙏🙏🙏❤️❤️

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ

    • @babugogoi7777
      @babugogoi7777 2 ปีที่แล้ว +1

      Bohut hundor kontha bap jonor

  • @simantadutta6251
    @simantadutta6251 3 ปีที่แล้ว +1

    Tumak ebar korojure pronam koribor babe mon byakul hoi uthise .....krishno mur ayukh u puwa jen tmi..

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ

  • @paragkalita7420
    @paragkalita7420 3 ปีที่แล้ว +22

    অতি সুন্দৰ পাঠ কৰিছা, মই download কৰি লৈছো আৰু দিনটোৰ আৰম্ভণি এই পাঠখিনি শুনাৰ পাছত হে কৰো।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +2

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ

    • @paragkalita7420
      @paragkalita7420 3 ปีที่แล้ว +2

      মোক তেখেতৰ contact no.তো দিব পাৰিব নিকি???? আমাৰ গাওঁত ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়, পাৰিলে এটা নিমন্ত্ৰণ পঠালোঁ হয়।

    • @DibolotaBorboruah
      @DibolotaBorboruah 5 หลายเดือนก่อน

      ​@@xopunmusic6118TV32 65 TV J=by66 TV TV❤

    • @sumandutta5231
      @sumandutta5231 หลายเดือนก่อน

      Moi u

  • @Biman-uw3to
    @Biman-uw3to ปีที่แล้ว +1

    Saku pani o li goise krishana ❤❤❤❤❤❤

  • @bristigogoi5638
    @bristigogoi5638 3 ปีที่แล้ว +3

    Bhagobane tumak dirghayu korok aye bhgabanor usorot prathona jonalu🙏🙏🙏🙏🙏🙏krisno

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। আগলৈও এনেকৈয়ে আমাক উৎসাহ উদ্দীপনা দিয়ে যেন। সকলোৱে শুনিব পৰাকৈ আগবঢ়ায় দিয়ে যেন।

  • @subhashsaloi8348
    @subhashsaloi8348 2 ปีที่แล้ว +2

    সুন্দৰ কণ্ঠ। ভগৱানে মঙ্গল কৰক। ভাল লাগিল। আগলৈ আৰু আগবাঢ়ি যোৱা।

  • @ruponphukon5454
    @ruponphukon5454 3 ปีที่แล้ว +16

    বিষ্ণু তোমাৰ ভাগৱত পাঠ শুনি অতি আনন্দিত হৈছো তোমাৰ এই ধাৰা ভবিয্যতেও উজ্জ্বলি থাকক আৰ্শীব্বাদ থাকিব আমাৰ কৃষ্ণ

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ কৃষ্ণ 🙏🙏

    • @thaneswardas5914
      @thaneswardas5914 2 ปีที่แล้ว

      Good Reading

  • @aruphazarika8469
    @aruphazarika8469 2 ปีที่แล้ว +1

    Emn mrm lga voice tu hunia mugdh hoi goisu Krishno krishno bap jon

  • @santukoch3402
    @santukoch3402 2 ปีที่แล้ว +5

    তোমাৰ কন্ঠত সচায় সুন্দৰ বহুত ভাল লাগে তুমি আৰু আগুৱাই যোৱা ঈশ্বৰে কৃপা কৰক 🙏🏻🙏🏻

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল

  • @borsharaniboruah-g9e
    @borsharaniboruah-g9e ปีที่แล้ว +1

    আগুৱাই যোৱাৰ ভাইটি আগুৱাই যোৱা।।
    তোমাৰ প্ৰতিভাই পূৰ্ণাঙ্গ কৰিগল ভাগৱত পুৰাণত কথা।।
    ভাল লাগিল বহুত ভাল লাগিল তোমাৰ প্ৰতিভা।

  • @sadanandaboruah7037
    @sadanandaboruah7037 3 ปีที่แล้ว +3

    বৰ মধুময় বৰ ধুনীয়া সুৰ... কৃষ্ণ কৃষ্ণ হৃদয় জোৰ পৰি গল 🙏🙏

  • @rinakutumpegu1427
    @rinakutumpegu1427 ปีที่แล้ว +1

    🙏 Jay Sri Krishna.

  • @satyajitsvlogs1435
    @satyajitsvlogs1435 3 ปีที่แล้ว +23

    আবেগিক হৈ গলো | অতুলনীয়,অপূৰ্ব...🙏🙏🙏

  • @akcreat6411
    @akcreat6411 ปีที่แล้ว +1

    xundor .bor dhuniyakoi gaisa vaiti .ishore tumak xokoti diok

  • @ppkvlogs7008
    @ppkvlogs7008 3 หลายเดือนก่อน +3

    জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ।
    যাৰ আজ্ঞা শিৰে বহে ব্রহ্মা হৰি হৰ।।
    মৎস্য কূৰ্ম্ম আদি অংশ অৱতাৰ যাৰ।
    ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ।।১।।
    নমো নমো মধু মুৰৰিপু মহাহৰি।
    অন্ত্যজো উত্তম আতি হোৱৈ যাক স্মৰি।।
    সমস্তে জগত উদ্ধাৰক যাৰ নাম।
    হেনয় কৃষ্ণক কৰো সহস্র প্রণাম।।২।।
    প্ৰভূ ভগৱন্ত ভকতৰ নৱনিধি।
    হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি।।
    পৰীক্ষিত মোক্ষকথা দ্বাদশ স্কন্ধৰ।
    কৃষ্ণৰ চৰণে ভণে কিঙ্কৰ কৃষ্ণৰ।।৩।।

  • @GeetaGbg
    @GeetaGbg 5 หลายเดือนก่อน +1

    অতি সুন্দৰ ❤❤❤❤❤❤

  • @kalpananath3301
    @kalpananath3301 2 ปีที่แล้ว +3

    বহুত ভাল লাগিল ! আগুৱাই যোৱা তুমি!

  • @pakhilakalita945
    @pakhilakalita945 5 หลายเดือนก่อน +1

    Krishna Krishna Krishna 🙏🙏🌹🙏🌹🙏🌹🙏

  • @uttam2894
    @uttam2894 3 ปีที่แล้ว +20

    কৃষ্ণ।তোমাৰ কণ্ঠ আৰু ঈশ্বৰ ভক্তি চিৰ যুগমীয়া হৈ ৰবলৈ ভগৱানে সহায় কৰক তাকে কামনা কৰিলোঁ।কৃষ্ণ

  • @kesobgogoi7072
    @kesobgogoi7072 2 ปีที่แล้ว +1

    Krishna probhu 🙏🙏🙏

  • @pronobjoytiboruah7841
    @pronobjoytiboruah7841 3 ปีที่แล้ว +5

    Krishno .bor hundor hoise .

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +1

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ

    • @jugalborah7635
      @jugalborah7635 3 ปีที่แล้ว +2

      Krishna Bor Hundar jaisa.

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      @@jugalborah7635 thank you so much

  • @junumech653
    @junumech653 3 ปีที่แล้ว +2

    কৃষ্ণ কৃষ্ণ ৰাম হৰি কৃষ্ণ প্ৰভূ ঈশ্বৰপণাম 🙏🙏🙏🙏কৃষ্ণ প্ৰভূ সেবা জনাইছো

  • @minakshivaishnab1313
    @minakshivaishnab1313 3 ปีที่แล้ว +10

    Xundor 🙏🏿🙏🏿🙏🏿jai Sri hori sankar guru💖

  • @MontuXoru
    @MontuXoru 6 หลายเดือนก่อน +1

    কৃষ্ণ, শুনি বহুত ভাল লাগিল ❤❤❤

  • @sumu7217
    @sumu7217 3 ปีที่แล้ว +4

    Bohut vl lagil....tmr opurbo konthot ruu keitaman skondho xunible asare roi thakim..

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ। আগলৈও এনেকৈয়ে আমাক উৎসাহ উদ্দীপনা দিয়ে যেন।

  • @digambardas5611
    @digambardas5611 2 ปีที่แล้ว +2

    আশা কৰো ভগৱানে তেওঁক আৰু শক্তি দিয়ক সছাকৈ বহুত ভাল লাগিল শুনি..ইমান সুন্দৰ কণ্ঠ | শুনিয়ে দেহাটো মনটো কিবা লাগি গৈছে..তেওঁ আৰু আগলৈ আগোৱাই যাওঁক তাৰে ভগবন্তৰ ওছৰত প্ৰাৰ্থনা জনালো কৃষ্ণ ৰাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @SuperManikbasha
    @SuperManikbasha 2 ปีที่แล้ว +9

    🙏🙏🙏 নমো ভাগৱতে ৱাসুদেৱ 🙏🙏🙏
    শুনি বহুত ভাল লাগিল, হে বালক ধন্য তোমাৰ মানৱ জীৱন, তোমাৰ মংগল কামনা কৰিলো

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ

  • @parismitabora1796
    @parismitabora1796 ปีที่แล้ว +1

    অতি সুন্দৰ

  • @goswami16bipul18
    @goswami16bipul18 3 ปีที่แล้ว +3

    সুন্দৰ, তোমাৰ ভবিষ্যত উজ্জ্বল কামনা কৰিছো ।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল

  • @krishnaboradeka7657
    @krishnaboradeka7657 ปีที่แล้ว

    Emn dhuniya mat.xunile,xuni,thakibo mn jaii

  • @susenchangmai3939
    @susenchangmai3939 3 ปีที่แล้ว +7

    কৃষ্ণ কৃষ্ণ ।মুগ্ধ হৈছো ।সেৱা ধৰিলো ।অনুগ্ৰহ কৰি মবাইল নম্বৰ দিবনে ।প্ৰভু হ্নদয় চুইছে ।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ

  • @madhabdas1576
    @madhabdas1576 ปีที่แล้ว +2

    Baba tumalai bahi bahu aasirbad aagalai aaru aagbarhi jowa

  • @parthasaikia5502
    @parthasaikia5502 ปีที่แล้ว +3

    সুন্দৰ কণ্ঠ👌👌
    কৃষ্ণ

  • @prativanathkumar7771
    @prativanathkumar7771 11 หลายเดือนก่อน +2

    খুব সুন্দৰ কণ্ঠ।ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা কণ্ঠ।

  • @dibyagogoi7823
    @dibyagogoi7823 3 ปีที่แล้ว +15

    কৃষ্ণ কণমানি বাপজনা, কৌটি কৌটি প্ৰণাম নিবেদিছো।মঙ্গলা চৰণ ভাগী শ্ৰৱণ কৰাৰ বহুত হাবিয়াস আছিল। আজি পুৱা ভাগতে শ্ৰৱণ কৰি বলৈ পাই ধন্য হলো । আমি বৃদ্ধা মূঢ়মতি শ্ৰৱণহে গতি। আপোনাৰ মঙ্গল কামনা কৰিলো। কৃষ্ণ কৃষ্ণ বাপ সেৱাহে জনালো 🙏👍🙏

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ। কৃষ্ণ 🙏🙏

  • @mohendrpatiri9793
    @mohendrpatiri9793 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰে যেন🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🏼🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ

  • @webpg4943
    @webpg4943 3 ปีที่แล้ว +13

    কৃষ্ণ🙏🙏,,, ন'কৈ নোৱাৰিলোঁ।।
    শ্লোক ভাগি শুনি সচাকৈ অশ্ৰু নিগৰিল।।
    কৃষ্ণ,,, 🙏🙏🙏

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। আগলৈও এনেকৈয়ে আমাক উৎসাহ উদ্দীপনা দিয়ে যেন। ভাল লাগিলে নিশ্চয় সকলোৱে শুনিব পৰাকৈ আগবঢ়ায় দিয়ে যেন।

  • @beautifulsivasager4260
    @beautifulsivasager4260 3 หลายเดือนก่อน +2

    Hosake Tumar konthot Jadu ase hunile mon val lage❤❤

  • @pankajnath6191
    @pankajnath6191 2 ปีที่แล้ว +3

    ❤️❤️❤️ Sundar kantha ♥️♥️♥️

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว

      ধন্যবাদ থাকিল

  • @babudas5049
    @babudas5049 3 ปีที่แล้ว +1

    কৃষু" বহুত সুন্দৰ। হৈছে

  • @manashjyotidutta9503
    @manashjyotidutta9503 3 ปีที่แล้ว +16

    কৃষ্ণ কৃষ্ণ 🙏🙏তোমাৰ কন্ঠ সুন্দৰ, তুমি আগুৱাই যোৱা, মহাপ্ৰভু বাসুদেৱৰ 🙏🙏কৃপাত তুমি সুন্দৰ পাঠক হব পাৰিবা।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল

  • @ratuldas4659
    @ratuldas4659 4 หลายเดือนก่อน +2

    ❤❤❤🙏🙏🙏🙏🙏❤️❤️❤️ Krishna Krishna bhogoban

  • @rantutipomia8683
    @rantutipomia8683 3 ปีที่แล้ว +3

    Krisno hondor hoisa

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ

  • @bakulgogoi3899
    @bakulgogoi3899 4 หลายเดือนก่อน +1

    very sweet voice.God blessed you.

  • @amalrajkonwar8381
    @amalrajkonwar8381 3 ปีที่แล้ว +3

    তোমাৰ হৃদয়ত ভক্তিভাৱ পৰিপূৰ্ণ হৈ আছে , সেয়ে তোমাৰ কণ্ঠ ইমান সুন্দৰকৈ নিগৰাব পাৰিছা , ভৱিষ্যত অতিসুন্দৰ হোৱাৰ কামনা কৰিলো।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      বহুত বহুত ধন্যবাদ থাকিল

  • @ankuransangeetvidyalya9609
    @ankuransangeetvidyalya9609 2 ปีที่แล้ว +1

    বৰ সুন্দৰ হৈছে। ভগৱন্তই কুশলে ৰাখক সদায়।

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว

      ধন্যবাদ থাকিল

  • @rajibsaikia5725
    @rajibsaikia5725 3 ปีที่แล้ว +4

    অপূৰ্ব, বিচিত্ৰ। বহুত বহুত ভাল লাগিল। কনমানিটিৰ উজ্জল ভৱিষ্যত কামনা কৰিলোঁ।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। আগলৈও এনেকৈয়ে আমাক উৎসাহ উদ্দীপনা দিয়ে যেন।

  • @hemantabaruah3693
    @hemantabaruah3693 ปีที่แล้ว +2

    বৰ সুন্দৰ,ঈশ্বৰে মঙ্গল কৰক।

  • @ratulkakati5092
    @ratulkakati5092 3 ปีที่แล้ว +5

    সোন্দৰ হৈছে

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ

  • @mohendrpatiri9793
    @mohendrpatiri9793 2 ปีที่แล้ว +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভু ভগৱন্তই কৃপা কৰে যেন🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🏼🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    • @xopunmusic6118
      @xopunmusic6118  2 ปีที่แล้ว

      ধন্যবাদ থাকিল

  • @gajendrabordoloi4894
    @gajendrabordoloi4894 3 ปีที่แล้ว +3

    বহুত বহুত ভাল লাগিল

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq หลายเดือนก่อน +2

    Krishna. Krishna 🙏🙏🙏🙏🙏🙏

  • @lakshmikantaborah9893
    @lakshmikantaborah9893 3 ปีที่แล้ว +6

    Wauuu.... amazing ❤️

  • @dimpivlogsasom3651
    @dimpivlogsasom3651 2 ปีที่แล้ว +1

    Wow so nice vl lagil

  • @samirnathnath5365
    @samirnathnath5365 3 ปีที่แล้ว +3

    Xundar kantha Krishna

  • @dkbaruahbaruah9301
    @dkbaruahbaruah9301 ปีที่แล้ว +1

    Krishna mja

  • @gautomsaikia266
    @gautomsaikia266 3 ปีที่แล้ว +3

    মন প্ৰাণ চুই গল

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ। সকলোৱে শুনিব পৰাকৈ আগবঢ়ায় দিয়ে যেন।

  • @akashboraah4647
    @akashboraah4647 2 ปีที่แล้ว +1

    Vaitee bht Vaal lagile onotor sui gol keep up you

  • @mainabordoloi2479
    @mainabordoloi2479 3 ปีที่แล้ว +3

    কৃষ্ণ প্ৰণাম বাপ ঈশ্বৰ🙏🙏🙏

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ থাকিল

  • @digantabora5936
    @digantabora5936 3 ปีที่แล้ว +1

    Koboli vakha naii ki hundor poribekhonn .krishno he bolilo🙏🙏❣️

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ

  • @junakoraareaare6540
    @junakoraareaare6540 3 ปีที่แล้ว +3

    God bless you always

  • @nirabphukan7122
    @nirabphukan7122 3 ปีที่แล้ว +2

    সুন্দৰ অতিকৈ সুন্দৰ হৈছে ।ভবিষ্যতে আৰু বেছি উন্নতি কৰক ।ভগৱান ৰ ওচৰত পাৰ্থনা কৰিলোঁ ।কৃষ্ণ জয় গুৰু শংকৰ ।

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว +1

      বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ

  • @bijithazarika7363
    @bijithazarika7363 3 ปีที่แล้ว +3

    সুন্দৰ বাপ কৃঞ্চ

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল

  • @BipinBora-sl8sn
    @BipinBora-sl8sn 5 หลายเดือนก่อน +1

    Krishna Ram Krishna ram

  • @chowhommanche5838
    @chowhommanche5838 2 ปีที่แล้ว +3

    Great 👍👍

  • @jayantamadhabborah4216
    @jayantamadhabborah4216 3 ปีที่แล้ว +1

    Bor xundor hoisa....xuni deha hat pori jua xur ....agola u xunibo pabo lagibo

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ

  • @khogenbora5469
    @khogenbora5469 3 ปีที่แล้ว +43

    কবলৈ ভাষা নাই, বাপজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ, কৃষ্ণ 🙏

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ

  • @duttapartim443
    @duttapartim443 ปีที่แล้ว +1

    Prabhua tomak agaloi loi jaok tare kamona karilo.krishna..........................krishna........

  • @chinmoyrajkhowa4840
    @chinmoyrajkhowa4840 3 ปีที่แล้ว +3

    Agbohai niok 2mk vogobane... Asirbad deoj

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ। এনেদৰে আমাক উৎসাহ উদ্দীপনা দিয়ে যেন, সকলোৰে মাজলৈ আগবঢ়ায় দিব

  • @nobinchandrakaptak7755
    @nobinchandrakaptak7755 6 หลายเดือนก่อน +1

    কৃষ্ণ কৃষ্ণ

  • @gitashri8229
    @gitashri8229 3 ปีที่แล้ว +3

    bare bare huni asu vaiti tur kontho vag ...amoni nologa hur hosai .valok val buliboi lagibo ...🙏

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      ধন্যবাদ থাকিল আপোনালৈ 🙏🙏 আগবঢ়ায় দিয়ে যেন সকলোৰে মাজলৈ ভিডিঅ'টি। যাতে তেওঁৰ কণ্ঠ এদিন অসমবাসীয়ে শুনিবলৈ পায়।

  • @soonmoniboradutta2580
    @soonmoniboradutta2580 3 ปีที่แล้ว +2

    Bohut dhuniya kantho tumar,aguai jua hoday vogobane hohay korib krishna🙏🙏

  • @pankajgogoi9233
    @pankajgogoi9233 3 ปีที่แล้ว +19

    ভাইটিটোৱে ইমান সুন্দৰকৈ উপস্হাপন কৰিছে...
    কৃষ্ণ , শংকৰ ,মাধৱ🙏🙏🙏🙏

    • @xopunmusic6118
      @xopunmusic6118  3 ปีที่แล้ว

      কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল