ধেমাজি দিহানাম দল//হেমন্ত গগৈ নেগেৰা বাদন//প্ৰণৱ দিহিঙীয়া কণ্ঠত দিহানাম//Hemantra Gogoi Negera Badon
ฝัง
- เผยแพร่เมื่อ 29 ส.ค. 2024
- ধেমাজি দিহানাম দলটিৰ এটি সুন্দৰ অনুষ্ঠান উপভোগ কৰক।।
প্ৰণৱ দিহিঙীয়া কণ্ঠত দিহানাম শুনক।।
হেমন্ত গগৈ নেগেৰা বাদন কেনে পালে জনাব।।
our social site
Instagram link
/ luku.konwar
twitter link
lu...
#Hemantragogoi
#Assamesedihanam
Facebook page link
/ rongsongia-10194546814...
thank you
#rongsongiaofficial
নেগেৰা,বাঁহী, সুৰ - তাল অপূৰ্ব....শুভেচ্ছা থাকিল,...গোলাঘাটৰ পৰা, কৃষ্ণ
প্ৰথমে গুৰু জনালৈ প্ৰণাম। ইমান মনোমোহা সংকৃতি আমাক দি থৈ যোৱাৰ বাবে। জয় গুৰু শংকৰ।🙏🙏🙏🙏🙏🙏🙏
সুন্দৰ এটি নামৰ দ'ল আপোনা হবৰ এই নামৰ দ'ল বহু আগলৈকে আগবাঢ়ি জাৱক
গোটেই বিশ্বজুৰি বিয়পি জাৱক
সচাকৈ সুন্দৰ নিদৰ্শন বিদ্যাসাগৰ
আন্তৰিক ধন্যবাদ।.…….…….....….…...….
কৃষ্ণ প্ৰভু ভক্ট সকল।অতি সুন্দৰ হৈছে।
😊😊🙏🙏
অতি সুন্দৰকৈ ৰাইজক ভক্তিৰস দিচে। কৃষ্ণ 🙏🙏
( সমালোচকক আওকাণ কৰি আগুৱাই যাওক )
এয়াই আমাৰ কৃষ্টি,আমাৰ সংস্কৃতি ❤️
সুন্দৰ হৈছে বাপ সকল আপোনাৰ লোকৰ দিহা নাম চাই মোৰ লগতে আমাৰ ঘৰৰ সকলোৱে সুখী আৰু নেগেৰা বজোৱা জনক এশৰ বাৰ প্ৰণাম জনাইছো
ৰাতিপুৱাই ভিডিও টো চাই বহুত বেছি ভাল লাগিল।
মই ধেমাজি বাসি হৈ গৌৰৱ কৰিছো।
This is assamesse culture power very nice ❤i am from nalbari i like your nagara badon
নেগাৰা বাদক আৰু খোল বাদকৰ প্ৰতিভা অতি সুন্দৰ।
খুউব সুন্দৰ। ঈশ্বৰে কৃপা কৰক। কৃঞ্চ।
নেগেৰা তাল বাঁহী সূৰ কি যে অপূৰ্ব ।।ৰাম কৃষ্ণ
ম ই মাজুলীৰ পৰা ।।।🙏🙏🙏🙏
গুৰুজনাৰ সৃষ্টি কি অপূৰ্ব।।। কোনোবা এচুকত বুকুখন বিখাই উঠে অ।।।। কৃষ্ণ প্ৰভু।।।🙏 আমি সঁচাই চহকী।।।
শঙ্কৰ গুৰু আমাৰ হে
জগত গুৰু আমাৰ হে🙏🙏🙏🙏
আমি অসমীয়া সঁচাকৈ গৰ্বিত
বাপ সকললৈ বহুত বহুত বহুত ধৈন্যবাদ থাকিল।। ইমান সুন্দৰ প্ৰদৰ্শন ।।
হৰি নাম হৰি নাম হৰি নাম সাৰ
হৰি নামে কৰি আছে জগতৰ উদ্ধাৰ
হেই গুৰু শংকৰ তোমাক প্ৰণামো
কৃষ্ণ কৃষ্ণ অতি সুন্দৰ 😍🥰🙏🙏
কৃষ্ণ প্ৰভুসকল অতি সুন্দৰ প্ৰদৰ্শন ভাল লাগিল ।
Ufff soku pani ulai goise ....🙏🥺...ki dhuniya prodorkhon 🙏🙏🙏Jai shree Krishna 🙏🙏🙏🙏🥺🥺🌼🌼🌼❤❤❤
Hundor hori nam... Negera bojuaa jonor loi ki kom vhakha nai ❤️👌
মোৰ কবলে ভাষা নোহোৱা হৈছে। ইমানেই সুন্দৰ লাগিছে আপোনালোকক
কৃষ্ণ 🙏🙏🙏🙏🙏🙏
Hoi de
Krishna 🙏 huni val lagil ... Lgty hemanta dak jodi abar log pab poa holy
বৰ সুন্দৰ পৰিবেশন।ভাল লাগিল।ধন্যবাদ জনালো।
হে ভগৱান 🙏🙏🙏।। Bollywood অৰ music director কেইটা পগলা হৈ যাব।। চকু পানী ওলাই গল।। সঁচাকৈ বাঁহী ৰ লগত ভগৱান শ্ৰী কৃষ্ণ ৰ লগত সম্পৰ্ক আছে 🙏🙏 🙏🙏🙏
Hoi dai hosa khota koise
@@richiriyan1230Hiii
😊😊😊😊😊
আগোৱাই জোৱা
অতি সুন্দৰ পৰিবেশন, কৃষ্ণ কৃষ্ণ 🙏
বৰ ভাল লাগিল দেই হিয়া চুই গল
অতি সুন্দৰ
অসমীয়া গৌৰৱ
অতি সুন্দৰ প্ৰদৰ্শন,, কৃষ্ণ কৃষ্ণ,🙏🙏
Jui
🙏সুন্দৰ পৰিবেশন 👍
সুন্দৰ ❤️❤️❤️❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥 হেমন্ত দা
Negera bojuajon 🙏🙏🙏Vhogoban dekha palu moi🙏🙏❤️❤️
yes.it is we need .very nice.world class performance.very scientific.
কৃষ্ণ কৃষ্ণ। সুন্দৰ কিন্তু অকনমান শৃঙ্খলা হক প্রভু সকল কৃষ্ণ ।
নোহোৱা নহয়। 🙏
Veri nice👍 Negera bojuya dada jonle aru vokot xokokll ,le ponam🌸🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌺🌎🌎🌺🌺🌺
বহুত সুন্দৰ হৈছে 😢
You are also no1 team assamese diha nam culture I respect your team also .may I God bless your team
ভাষাৰে বুজাব নোৱাৰো। মন প্ৰাণ চুই গল ও ❤ কৃষ্ণ প্ৰভু ❤
Negera bojua jonor logot vogoban jorito ase khub val lagil joi guru honkor❤
Hunilei amoni neilagei imanei hundor bahi Hur aru negera imanei hundor bojaise bohut bhal lagile Sai krishno
বৰ ভাল লাগিল
শঙ্কৰ বিনে নাহি কেও ।এই সুন্দৰ নাম ধৰ্মৰ বিনে নো আছে কেও ।
মজা💐💐 মজা ধুনিয়া লাগিচে মুৰ ঘৰ ধেমাজি কেৰেলা
দিহানাম খিনি বহুত ভাল লাগিছে দেই বৈষ্ণৱগন শিল্পী সকললৈ অভিনন্দন জনাইছো ৷ কৃষ্ণ কৃষ্ণ
অতি মনোমোহা ❤
কিন্তু এনে ধৰণৰ নামৰ লগত কিয় বৰ তাল বজোৱা প্ৰায় দেখা পোৱা নাযায় ।
বৰ তাল যোৰ লগত হলে চাগৈ আৰু ভাল লাগিল হয় । কৃষ্ণ ❤
অপূৰ্ব সুন্দৰ 🙏🙏🙏🙏🙏
Hokoluyei khub hunddor gaise..khub vl lagil..
Moiya nagara bojau moiye pagol hoi goisu bapre eman hundor hemonto bap jonaloi bohut bohut thanks you tubar jonalou thankful
deha mon sui goise positive feelings ahi goise🙏🙏 Hori Ram
Ki kom aru.... 👌👌👌🙏🙏🙏All people amazing 👏👏👏
কৃষ্ণ কৃষ্ণ। গাত চেলেং কান্ধত গামোচা লৈ যিজন বাপে খিতি তাল বজাইছে তেখেতে থাপনাৰ লগতে বন্তি গছিক পিচফাল কৰি বহিছে। বাকী সুন্দৰ হৈছে।
হুকোনি বুলি কয় আমাৰ ইয়াত এনে লোকক
Beleg aku napali kobole
অতি সুন্দৰ ❤️🙏🙏🙏🙏🙏🙏🙏
Mozza lagisey
Negera bojuwa jonor haatot xosai jadu thaka jen he lage bohut val lagise aru bahi bojuwa jonu kom nohoi kintu val lagil thank u
আমাৰ ধেমাজি গৌৰৱ!
Contact keneke koribo parim jonabo
হেমন্ত দাৰ নেগেৰাবাদন চাই মোৰ খুৱেই ভাল লাগে ৷
Ati xundor krishna 🙏🙏🙏
Anekuwa negera bojuwa aru nulabo....dada hosakoi bohut val lage.apunar video Sai amni nelage.
Krishno krishno krishno krishno povu kepa kora🙏🙏🙏🙏🙏🙏
সুন্দৰ নেগেৰা বাদন☺️❣️
অতি সুন্দৰ প্ৰদৰ্শন
Good idia negera bajuwa God bles your long life
Unbelievable .outstanding mind-blowing 😘😘😘😘 daily sao ekbar holeo..xosake bohut dhuniya bojaise
Livet এবাৰ চাব মন গৈছে...নাগাৰা বজোৱা জনক 🙏
Aisss 😍
বাঁহী আৰু নেগেৰা আৰু খোলৰ সুন্দৰ সংযোজন।
অতি সুন্দৰ। বহুত বহুত।।।। কৃষ্ণ
Krishna 👌👌👌👌👌👌👌👌👌👌❤️❤️❤️
The real talent ❤
অতি সুন্দৰ পৰিবেশন সেৱা জনালো তেজপুৰৰ পৰা
কৃষ্ণ বাপ বান্ধ ব,সকল, ভাল লাগিল
Ati hunbar bahut bahut bahut bahut bahut bahut bahut bahut bahut. Basi val lagil Sai usot thoka hole hosa koi maa hopot tew soronot Dhari hewah avhag lolu hoi he esor lkiss no povhu
সুন্দৰ
Ati hundor
Ohh ki je sundor kontho, sur, sonsar, badyo, somoloy. Nomoskar.
Majjaa
ধেমাজিৰ দিহানামৰ দলটিৰ দিহা নামভাগ দিনটোত এবাৰ নুশুনাকৈ নোৱাৰি, কৃষ্ণ,
Outstanding music 👌
বহুত ভাল পাওঁ নেগেৰা বজোৱা হেমন্তদাক
জয় গুৰু শংকৰ 🙏🙏🙏 কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
অতি সুন্দৰ, ধন্যবাদ
Sundor
অপূৰ্ব ❤️
গুৰু ❤
Oti hundar
hemonto da negera badon bhut val lge sai
ধেমাজিৰ গৌৰৱ হেমন্ত দা৷🙏
সচাকৈ বহুত ভাল লাগিছে
Jay ai axom❤❤❤❤❤
কৃষ্ণ অতি সুন্দৰ
অতি সুন্দৰ প্ৰদৰ্শন,,,
মজা হেমনত দা
কৃষ্ণ কৃষ্ণ বাপ বৃন্দ।
কৃষ্ণ কৃষ্ণ... ধুনীয়া...😍কিন্তু এটা কথা বুজি নাপালোঁ..আসন ৰ ক্ষেত্ৰত অলপ খেলি মেলি হোৱা যেন পাওঁ...
Emanei dhuniya hoise mane bohut ki kom bah mon sui gol
মন চুই যোৱা প্ৰদৰ্শন
🙏🙏🙏🙏🙏most beautiful group
Oti hundor krisno
বৰ সুন্দৰ। ওচৰত তাল বজোৱাজন বন্তী গছি পাছফাল কৰি আসন লৈছে। নেগেৰাৰ পিছত বহক। অলপ ভক্তি দেখালে ভাল হয়। ধন্যবাদ।
Right
মজা...নাগৰু দা আমাৰ 🌟🌟🌟