Dhemaji Kendriya Harinam l dhemaji harinaam l জীবনৰ মায়া মোহ l কন্ঠ নিমল বৰগোহাঁই

แชร์
ฝัง
  • เผยแพร่เมื่อ 6 ก.ย. 2024
  • Dhemaji Kendriya Harinam l dhemaji harinaam l জীবনৰ মায়া মোহ l কন্ঠ নিমল বৰগোহাঁই
    your queries :-
    dhemaji harinam
    Dhemaji Kendriya Harinam
    dhemaji kendriya hori naam
    dhemaji hari naam
    dhemaji harinam hemanta gogoi
    dhemaji harinam new
    dhemaji harinam party
    dhemaji harinam roman dihingia
    dhemaji harinam tarani phukan
    dhemaji harinam pranab dihingia
    dhemaji harinam nirmal bargohain
    dhemaji harinam dol
    dhemaji harinam all
    dhemaji harinam song
    dhemaji hari naam 2022-23
    dhemaji harinam Krishna gokhay
    ধেমাজি কেন্দ্ৰীয় হৰি নাম
    ধেমাজি হৰি নাম দল
    ধেমাজি দিহা নাম
    follow me:-
    www.facebook.com
    bipul. saikia. 547

ความคิดเห็น • 27

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 6 หลายเดือนก่อน +2

    সুন্দৰ অতি সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে পৰিৱেশন চাইও ভাল লাগিছে, গীতটো শুনি খুবেই আনন্দ পাইছো ধন্যবাদ থাকিল আৰু শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব ভগৱানে আপোনাক, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ,,,, এৰা মানৱ জীৱনটোৱে এনে কুৱা, ভাবিও শেষ নহয় যেকিনো কম বা থম, সুন্দৰ আৰু শুনিও ভাল লাগিছে সেয়ে একে সুৰতে ক ও আপোনালোকে গাই যাওক ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনিবলৈ পালে সুখ পালো হেতেন সেয়ে আপোনালোকে গাই যাওক ইমান ভাল লাগিল যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ,,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน +1

    সুন্দৰ হৈছে আপোনালোক ধন্যবাদ দিছো গীতটো জীপাল কৰিতোলাৰ বাবে,,,

  • @user-cp8sp1jz8d
    @user-cp8sp1jz8d 10 หลายเดือนก่อน +1

    Hundor

  • @user-tm4kz5nb8u
    @user-tm4kz5nb8u 3 หลายเดือนก่อน +2

    সুন্দৰ ৷

  • @Jonalistudio6313
    @Jonalistudio6313 ปีที่แล้ว +2

    বহুত ভাল লাগিল

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน

    সুন্দৰ আৰু শুনিও আনন্দ পালো ,এই টোকাৰী গীত টো শুনি ইমান ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ,,, গীতটিত সকলো কথা কে সাঙুৰি লৈ পৰিৱেশন কৰা বাবে মনটে মই ধন্যবাদ জ্ঞাপন কৰিছো বহু কথাই কয় এই গীতটোৱে সেয়ে আপোনালোকে গাই যাওক চোন সচা কথা এনে গীত শুনিলে শুনিয়েই থাকিবলৈ মন যায়, ভগৱনত্ই আপনোলোকক সুমতি দিয়ক এই মানসেৰে ই,,, লগতে এই আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰক ভগৱানে কুশলে ৰাখক এই মানসেৰে ই,,,,,,,

  • @mintusaikia2274
    @mintusaikia2274 3 หลายเดือนก่อน

    শু নি বহুত ধুনীয়া লাগিল এইটো মানুহৰ জীৱনৰ পৰম সত্য সকলোেৱ জীৱিত কালত ভগৱানৰ নাম লব লাগে ভগবানে সকলোৰে মগল কৰক তাকে কামনা কৰিলো

  • @chandrahajong7455
    @chandrahajong7455 8 หลายเดือนก่อน +8

    Eman dhunia gaise, huni bhal lagil aru aguai jaok kamina korilo dhonyabad.

  • @JatinboruahJatinboruah-lj9ph
    @JatinboruahJatinboruah-lj9ph 7 วันที่ผ่านมา

    ❤❤❤❤❤

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน

    এৰা শুনিলে শুনি থাকিবলৈ মন যায় মোৰো কিন্তু মানৱ জীৱনটোক লৈ গোৱা বাবেই নেকি অতিকৈ সুন্দৰ হৈছে,, দুখো লাগে এনে গীত শুনিলে,, শুনিবলৈকো ভাল লাগিল, সেয়ে আপোনালোকক গাই যাওক চোন গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে,, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক ইমানেই ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน

    ভাল লাগিল গীত টো শুনি, দেহা মন সকলোৱেই শাঁত পৰি গল আগন্তুক ৰঙালী বিহু ৰ শুভেচ্ছা জনালো সকলোলৈ,,

  • @mukutlukhurakhon1411
    @mukutlukhurakhon1411 5 หลายเดือนก่อน

    সুন্দৰ আৰু শুনিও ভাল লাগিল,,, পৰিৱেশনো চাই ভালেই লাগিল, দুখো লাগিল শুনি এই গীতটো,, কি কৰিব মানৱ জীৱনটোৱেই এনেকুৱা,, জয় হওক আপোনালোকৰ, ভগৱানে মংগল কৰক আপোনালোকক সংগ দি সুখ দিয়ক ইয়াৰ মানসেৰেই, সুন্দৰ আৰু শুনিও আনন্দ পালো, ভৱিষ্যতে ও এনে ভক্তি মূলক টোকাৰী গীত বা দেহ বিচাৰৰ গীত শুনাব বুলি আশা কৰিলোঁ,,

  • @KrishnaBoruah-qi9ce
    @KrishnaBoruah-qi9ce ปีที่แล้ว +2

    সেৱা হে জনালো

  • @lohitdas8326
    @lohitdas8326 ปีที่แล้ว +1

    Krishna 🙏

  • @gitalisaikia639
    @gitalisaikia639 2 หลายเดือนก่อน +1

    মই বাজনা হে সদাই চাও !!!!!মই বজাও যে !!!!শুনি বহুত ভাল লাগে ।!!কিন্তুু মই বাজনাহে !চাওঁ

  • @prasantadas-jk2hk
    @prasantadas-jk2hk 2 หลายเดือนก่อน +1

  • @user-cp8sp1jz8d
    @user-cp8sp1jz8d 10 หลายเดือนก่อน

    Hunndor

  • @user-mr6ce6nf5b
    @user-mr6ce6nf5b 10 หลายเดือนก่อน

    Mojjj

  • @babudutta3508
    @babudutta3508 ปีที่แล้ว

    Apunar hurtu bor bhal lagil

  • @dipakgogoi4266
    @dipakgogoi4266 9 หลายเดือนก่อน

    Krishna

  • @tapanborah6590
    @tapanborah6590 ปีที่แล้ว +1

    🙏 প্ৰভু

  • @prabhatixur4981
    @prabhatixur4981 5 หลายเดือนก่อน +1

    দলটোৰ phone number দিব পাৰিব নিকি❤❤❤

  • @SapnaBonia
    @SapnaBonia 21 ชั่วโมงที่ผ่านมา

    Negerabhutbhal

  • @ASarmy748
    @ASarmy748 ปีที่แล้ว

    কোন ঠাইত বাৰু জনাব নেকি 🙏 লখিমপুৰ লৈ আহিলে খবৰ দিবচোন বৰ ইচ্ছা আছে তেওঁলোকৰ প্ৰগেম চোৱা কিন্তু সুবিধা পোৱা নাই 🙏🙏

    • @mukutlukhurakhon1411
      @mukutlukhurakhon1411 6 หลายเดือนก่อน

      সুন্দৰ আৰু সুমধুৰ শুনি খুবেই ভাল লাগিল যে কবলৈ ভাষা নাই,,,, গাই যাওক চোন অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,,